ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিছো, সঁচাই ব্যতিক্ৰমী প্ৰয়াস, ককাইদেউ তথা পৰিয়ালৰ প্ৰতিজনলৈ শুভকামনা থাকিল ৷ জয় অসমীয়া গিৰি ৷
ভাল লাগিল মালিক জন অতি সুন্দৰ অন্তৰৰ ঈশ্বৰে তেওঁক আৰু শক্তি দিয়ক
সুন্দৰ । আগুৱাই যাওক ভণ্টি কেইজনি তাৰে কামনা কৰিলো । ডিপু সকলোলৈকে বহুত বহুত ধন্যবাদ জনালো । সুন্দৰ এটা পদক্ষেপ দেখি ।জয় আই অসম ।
জয় আই অসম ✊
বহুত ভাল লাগিছে এনেদৰে সকলো অসমীয়া যুৱক যুৱতীয়ে কৰ্ম কৰিবলৈ লাজ কৰিব নালাগে কাৰণ ঘৰ সংসাৰ চলিবলৈ হ'লে কিবা এটা কৰিবৈ লাগিব সদায় মা দেউতা লৈ বাদ চালে নহ'ব নিজৰ জীৱন নিৰ্বাহ কৰিবলৈও সক্ষম হ'ব লাগিব কৰ্ম কৰিবলৈ লাজ নকৰিব কৰ্মই আমাৰ ধৰ্ম ধন্যবাদ জয় আই অসম 💪💪🇮🇳🇮🇳🙏🙏
সুন্দৰ , সঁচাকৈ ভিডিও টো চাই সুখ অনুভৱ কৰিছো ।।
সুন্দৰ বহুত ভাল লাগিল। সকলো কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম
সুন্দৰ। আচল কথাট এইয়াই অসমীয়া গিৰি 👏👏🙏
এনে এটা সুন্দৰ চবি দাঙি ধৰিছে তাৰবাবে অসমিয়া হিচাবে মই গৌৰৱ অনুভব কৰিছো সকলোকে বহুত বহুত ধন্যবাদ । Bhadra kanta Gogoi নৱজ্যোতি গাওঁ পুঃআঃকুঁমচাই ভায়া লিডু তিনিচূকীয়া জিলা ! 🙏
বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।ধন্যবাদ জনাইছো।
সুন্দৰ ।বহুত ভাল লাগিল। জয় আই অসম
বহুত ধন্যবাদ আমীয়া মানুহে কৰ্ম কৰিব লাগে । বাহিৰা দেশৰ মানুহক সুবিধা দিব নালাগে ।ধন্যবাদ
সচাঁকৈয়ে ভাল লাগিল । সকলো কৰ্মচাৰীলৈকে অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম ।
Bhal lagil. Dhonyabad . Joy Ai Asom. Juwa bosor Mur garit tel bhoraisilu lokhimpur goisilu. Tamul khai bhal lagil. Sosai byoticromi.
ভাল লাগিল।
বহুত ভাল ভিডিঅ কৰ্ম ই ধৰ্ম ।বিদেশী ক হাতে মাৰি খেদিব নোবাৰিম ভাতে মাৰি খেদিব লাগিব ।তামোল ৰ অৰ্থ নৈতিক আৰূ সামাজিক গুৰুত্ব দিযাৰ বাবে আৰু ভাল লাগিল ।আমি যদি ভাল দৰে চাওঁ তেতিযা দেখিবলৈ পাম যে মাৰোবাৰী বিহাৰী আৰূ বাঙালীৰ মাজত শাৰীৰিক ভাৱে পংগু মানুহ থাকিলেও ভিক্ষাৰী নাই
বহুত বহুত ভাল লাগিল ।
বিহাৰী হাতাও তেল ডিপো বোৰৰ পৰা,, অসমীয়া ভাই ভনী সকলক কৰ্ম সংস্থাপন দিয়ক,, চৰকাৰেও গুৰুত্ব দিব বুলি আশা কৰিলো।
ধন্যবাদ দাদা আপুনি আমাৰ ইয়ালৈ অহা বাবে! আশাকৰোঁ , আমাৰ দৰেই আপোনা লোক ওলাই আহিব বুলি! আমাক সকলোৱে সহাৰি জনাব ।
বহুত সুন্দৰ লাগিছে আপোনালোক। ভাল পাইছো। বহুত সুন্দৰ কাম কৰিছে।
বহুত বহুত ভাল লাগিছে ধন্যবাদ
Very nice .Best of luck to all of you
স্বৰ্ণ অসম আমাৰ নাজিৰা Mothyasiga অঞ্চলতো আছে, ইয়াত একে তামোল ব্যৱস্থা আছে জয় আই অসম,,,
ভাল লাগিল জয আই অসম
Videotu sae bohut val lagel👌
Val lagise mekhala sador pindhiy aru Val lagib
ভাল লাগিছে, সময় পালে এপাহ মাৰিম -----।
Very good efforts, selut all of you.
ওঢৰত হোৱাহেতেন নিশ্চয় মইও গলো হয়।সকলোলৈয়ে শুভ কামনা আগ বঢ়ালো।
Sabas osomia juboti l seluit you.
Val lagel ,❤️ joi ai axom
Good 👍👍👍👍 , bohut val kotha sob asomor dipu bure sei2 dipu pora alop sikhok , aru suwali burew alop sikhok ji bure laj kori kam nakori ghuri fure , selut gutei kormsari aru sortodhikar jon loi
Waw .vl lgise ba .aguai jua God bless you
Good Day , Good activity, কৰ্মই ধৰ্ম , সুকৰ্ম ই মানৱ জীৱনৰ পূৰ্ণতা আনে, বহুত বহুত ধন্যবাদ।
Very good I'm Very proud of your Jai Aiye Okhom 🙏💪
অতি সুন্দৰ বা ভাল লাগিছে ❤️❤️❤️❤️
Bohut bhal lagile dada Video tu.
বহুত ভাল লাগিল
খুব সুন্দৰ ❤️❤️
Akdom hundar so beautiful
সুন্দৰ 🙏❤️🌹
Vall lagil.... সুন্দৰ।
Bohut bhal hoise Agurai jura
Bahut2 bhaal lagise ene karma dekhi. Wishing all to be well and safe life n to give the example of our girls. Be happy n prosperous in life.
সুন্দৰ ❤️❤️
বহুত ভাল পদক্ষেপ অসমত অসমীয়া যুৱক যুৱতীক সংথাপন দিব লাগে এইটো ভাল কথা আন বাকী কম্পেনী বোৰটো দিলে হৈ যদি আজি অসমৰ বাহিৰত গৈ কাম কৰিব লগা নহল হৈ। আমাৰ ইয়াত আকৌ বিহাৰী মাৰোৱাৰী মানুহক হে দিয়ে 🙏🙏🙏
Jibonor rong dhonyobad. ❤hundor hoise
বহুত ভাল লাগিল ধন্যবাদ
Oti hundor 💕❤️🥰
Congratulations to all three great ladies 👌👌👌
স্বৰ্ণ অসমৰ তেল দিপূ মালিক গৰাকী লৈ পোন প্ৰথমে ধন্যবাদ থাকিল । আপুনি মালিক গিৰি নেদেখোৱাই কমৰচাৰি সাচপা পিন্ধি সকলো মানুহে সমান এই ইঙ্গিত সকলো মানৱ জাতিতোক বুজাবলৈ চেষ্টা কৰা বাবে আপোনালৈ ধন্যবাদ। আৰু নিজকে পাহৰি জোৱাৰ আসমিয়াক আসমিয়া সাজপুচাকে ইঙ্গিত দি বোজবলৈ চেষ্টা কৰা বাবে অষেক ধন্যবাদ।
খোব ভাল কৰিছে ॥ আগলে কৰি য়াওক ভাল হব॥
ভাল লাগিল ❤পিছে অসমৰ বাবে ব্যত্তিক্ৰমি এইয়া ❤
Hosake dei bohut val lagise dekhi ...good job 👍👍👍🙏🙏
Bohut bhal lagil video tu Sai?
বহু ত ভাল লাগিল
Suman majoni aguwai juwa ,krisnok kripa korak,bhal adarsa asamia gourab tumar stafe
Soooooooooo...... Niceeeeeeeeeeeeeeee...... 👍👍👍👍👍👍🕺💃
আপোনা লোকৰ প্ৰচেস্থাক সন্মান জনাছো আৰু আগবাঢ়ি যাওক । জয় আই অসম ।
, কামত, সৰু বৰ নাই,আগুৱাই,যোৱা,জয়,আই অসম
বহুত বহুত ভাল লাগিল, আপোনালোকলৈ ধন্যবাদ।
Hundr podkhep, dighayu kamona krilu
Dada video zai bhal lagil j oy Aai assam
ভাল লাগিছে দেই 🌹💖💚 সছাকৈ এনেকোৱা হ'ব লাগে অসমত💃💃💃💃
Vlvl bht vl jy aai axom ❤❤😂
I proud this assamesse girl. God bless you.
Good..aibar gole xumai jam
Bohut dhuniya lagise. Amiw kerala t patrol pampot kam koru. 4bosor hol. Aapunar kompenit kam pamneki.Jonab.
ভাল লাগিছে ।জয় আই অসম
Bhal udyam laise dhanyawad
Very nice.... impressive 👍💕🙏
সুন্দৰ ৷
Nice
Vari. Good. Sister. 👍👍🤑. Good. Job
🙏🙏🙏🙏🙏🙏🇮🇳🇮🇳🇮🇳🇮🇳 ❤❤❤❤❤❤❤❤❤❤❤❤ভাষাৰে বুজাব নোবাৰোঁ বহুত ভাল লাগিছে জীবনত আগবাঢ়ি যোৱা আমাৰ মৰম আৰু শুভেচ্ছা থাকিল ❤❤❤❤❤❤
জয় আই অসম
Well confident.... Good girl
Hosakoi bhal lagil..
জয় আই অসম 🍨☕
ভাল লাগিল মজা
Very nice initiative, kind of great women empowerment.
দেখি ভাল লাগিল ৷ সকলোটিলৈকে অভিনন্দন জনালোঁ ৷ কিন্ত আবেগৰ বশবৰ্ত্তী হৈ কামফেৰা দুদিনীয়া যাতে নহয় সেইদিশটোলৈও কাণ চোৱাবা বুলি আশা ৰাখিলোঁ ৷
Bht vl lgse
❤ অতি সুন্দৰ
Hundor bohut val lgil
Very nice joy aai assam
Proud feel korisu Akhomor juwatiye aag bodat vori dise..❤️👍
বৰ সুন্দৰ।
সুন্দৰ পদক্ষেপ ডিব্ৰুগড় গলে সোমাম এপাক , চিনাকি হব লাগিব ফুকন লিখা কেই গৰাকীৰ লগত , আমাৰ ঘৰৰে হব চাগে ।
Bhal lagil
খোৱাং ৰ গৌৰৱ স্বৰ্ণ অসম
Val lagil 🥰
অসমত প্রায়বোৰ তেলদিপুত বহিৰাজ্যৰ মানুহকে দেখা যায়,আমাৰ অসমত মানুহৰ কিবা অভাব হৈছে নেকি | এটা ভাল পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনালো দেই......
Assamat assamiai haba lage. Aaru paramparagat vabe dekhi vaal lagil.
Bohutei biyotikromi. Eyahe Lage. 'Joy Ay Ohom' It is unique and extraordinary. (Brindo Hokol buli Kobo nalage Ortho eketai)
Amar Khowang onsolor hoi ..vl lgise video eta kora babe ...❤️
বহুত ভাল লাগিল,,, মোকো এনে কাম লাগিছিলে
Sakaolulai dhanybaad .baba dutta
Tomalokaloi bahutfhanyabad thakil
Khub bhalo lagil
Bhal lagil bohut
অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিছো, সঁচাই ব্যতিক্ৰমী প্ৰয়াস, ককাইদেউ তথা পৰিয়ালৰ প্ৰতিজনলৈ শুভকামনা থাকিল ৷ জয় অসমীয়া গিৰি ৷
ভাল লাগিল মালিক জন অতি সুন্দৰ অন্তৰৰ ঈশ্বৰে তেওঁক আৰু শক্তি দিয়ক
সুন্দৰ । আগুৱাই যাওক ভণ্টি কেইজনি তাৰে কামনা কৰিলো । ডিপু সকলোলৈকে বহুত বহুত ধন্যবাদ জনালো । সুন্দৰ এটা পদক্ষেপ দেখি ।জয় আই অসম ।
জয় আই অসম ✊
বহুত ভাল লাগিছে এনেদৰে সকলো অসমীয়া যুৱক যুৱতীয়ে কৰ্ম কৰিবলৈ লাজ কৰিব নালাগে কাৰণ ঘৰ সংসাৰ চলিবলৈ হ'লে কিবা এটা কৰিবৈ লাগিব সদায় মা দেউতা লৈ বাদ চালে নহ'ব নিজৰ জীৱন নিৰ্বাহ কৰিবলৈও সক্ষম হ'ব লাগিব কৰ্ম কৰিবলৈ লাজ নকৰিব কৰ্মই আমাৰ ধৰ্ম ধন্যবাদ জয় আই অসম 💪💪🇮🇳🇮🇳🙏🙏
সুন্দৰ , সঁচাকৈ ভিডিও টো চাই সুখ অনুভৱ কৰিছো ।।
সুন্দৰ বহুত ভাল লাগিল। সকলো কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম
সুন্দৰ। আচল কথাট এইয়াই অসমীয়া গিৰি 👏👏🙏
এনে এটা সুন্দৰ চবি দাঙি ধৰিছে তাৰবাবে অসমিয়া হিচাবে মই গৌৰৱ অনুভব কৰিছো সকলোকে বহুত বহুত ধন্যবাদ । Bhadra kanta Gogoi নৱজ্যোতি গাওঁ পুঃআঃকুঁমচাই ভায়া লিডু তিনিচূকীয়া জিলা ! 🙏
বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।ধন্যবাদ জনাইছো।
সুন্দৰ ।বহুত ভাল লাগিল। জয় আই অসম
বহুত ধন্যবাদ আমীয়া মানুহে কৰ্ম কৰিব লাগে । বাহিৰা দেশৰ মানুহক সুবিধা দিব নালাগে ।ধন্যবাদ
সচাঁকৈয়ে ভাল লাগিল । সকলো কৰ্মচাৰীলৈকে অভিনন্দন জ্ঞাপন কৰিলো । জয় আই অসম ।
Bhal lagil. Dhonyabad . Joy Ai Asom. Juwa bosor Mur garit tel bhoraisilu lokhimpur goisilu. Tamul khai bhal lagil. Sosai byoticromi.
ভাল লাগিল।
বহুত ভাল ভিডিঅ কৰ্ম ই ধৰ্ম ।বিদেশী ক হাতে মাৰি খেদিব নোবাৰিম ভাতে মাৰি খেদিব লাগিব ।তামোল ৰ অৰ্থ নৈতিক আৰূ সামাজিক গুৰুত্ব দিযাৰ বাবে আৰু ভাল লাগিল ।আমি যদি ভাল দৰে চাওঁ তেতিযা দেখিবলৈ পাম যে মাৰোবাৰী
বিহাৰী আৰূ বাঙালীৰ মাজত শাৰীৰিক ভাৱে পংগু মানুহ থাকিলেও ভিক্ষাৰী নাই
বহুত বহুত ভাল লাগিল ।
বিহাৰী হাতাও তেল ডিপো বোৰৰ পৰা,, অসমীয়া ভাই ভনী সকলক কৰ্ম সংস্থাপন দিয়ক,, চৰকাৰেও গুৰুত্ব দিব বুলি আশা কৰিলো।
ধন্যবাদ দাদা আপুনি আমাৰ ইয়ালৈ অহা বাবে! আশাকৰোঁ , আমাৰ দৰেই আপোনা লোক ওলাই আহিব বুলি! আমাক সকলোৱে সহাৰি জনাব ।
বহুত সুন্দৰ লাগিছে আপোনালোক। ভাল পাইছো। বহুত সুন্দৰ কাম কৰিছে।
বহুত বহুত ভাল লাগিছে ধন্যবাদ
Very nice .Best of luck to all of you
স্বৰ্ণ অসম আমাৰ নাজিৰা Mothyasiga অঞ্চলতো আছে, ইয়াত একে তামোল ব্যৱস্থা আছে জয় আই অসম,,,
ভাল লাগিল জয আই অসম
Videotu sae bohut val lagel👌
Val lagise mekhala sador pindhiy aru Val lagib
ভাল লাগিছে, সময় পালে এপাহ মাৰিম -----।
Very good efforts, selut all of you.
ওঢৰত হোৱাহেতেন নিশ্চয় মইও গলো হয়।সকলোলৈয়ে শুভ কামনা আগ বঢ়ালো।
Sabas osomia juboti l seluit you.
Val lagel ,❤️ joi ai axom
Good 👍👍👍👍 , bohut val kotha sob asomor dipu bure sei2 dipu pora alop sikhok , aru suwali burew alop sikhok ji bure laj kori kam nakori ghuri fure , selut gutei kormsari aru sortodhikar jon loi
Waw .vl lgise ba .aguai jua God bless you
Good Day , Good activity, কৰ্মই ধৰ্ম , সুকৰ্ম ই মানৱ জীৱনৰ পূৰ্ণতা আনে, বহুত বহুত ধন্যবাদ।
Very good I'm Very proud of your Jai Aiye Okhom 🙏💪
অতি সুন্দৰ বা ভাল লাগিছে ❤️❤️❤️❤️
Bohut bhal lagile dada
Video tu.