অনলাইনত ‘ভক্তি’ কেনেকৈ সম্ভৱ? স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ม.ค. 2025

ความคิดเห็น • 308

  • @SangramBankhai-yo5nw
    @SangramBankhai-yo5nw 11 หลายเดือนก่อน +19

    বিশ্বাস কৰে নে নকৰে ৰাইজে নাজানো কিন্তু আস্থা ৰাখিলেই হ'ল🔱🕉️ 🙏🙏🙏🙏

  • @gitadadhara9242
    @gitadadhara9242 5 หลายเดือนก่อน +1

    জয় অগ্নিনাভ বাবা মোৰ মানুহ জনক আৰোগ্য কৰি দিয়ক সেয়া ধৰিছো ।

  • @dipaliboruah1511
    @dipaliboruah1511 11 หลายเดือนก่อน +13

    জয় অগ্নিনাভ বাবা কৃপা কৰিবা 🙏🏻🙏🏻🙏🏻🙏🏻

  • @Brikhyostudypoint
    @Brikhyostudypoint 11 หลายเดือนก่อน +68

    ভগবান মইও বিস্বাস কৰোঁ। কিন্তু মই ভাবো ভগবানক পাবলৈ ইমানকে হেতা ওপৰা লগাই লাভ নাই। শুদ্ধ অন্তৰৰে আপোনাৰ নিজৰ থাপনা খনত বা গাৱঁৰ নামঘৰত সেৱা লওক, একেই ফল পাব। সকলোতে প্ৰতিষ্ঠিত দেৱতাই থাকে। মাত্ৰ বিস্বাসেৰে পূজা কৰিলেই হল।
    সৰ্বসাধাৰণৰ পৰা এনেদৰে এক নিৰ্দিষ্ট পৰিমাণৰ ধন ধাৰ্য কৰি দিয়াটো মই ভাল পোৱা নাই। ভগবানে টকা নিবিচাৰে, মাঠু বিচাৰে তেওঁক শুদ্ধ মনে শুদ্ধ চিত্তে চিন্তা কৰাটো।

    • @babankalita2253
      @babankalita2253 11 หลายเดือนก่อน +2

      Xsa ktha ❤

    • @babankalita2253
      @babankalita2253 11 หลายเดือนก่อน +3

      Mandir sai puja kribo nalge...jodi ontr khn xsa hoi tnhle bhogwank xilor murtit o dekha powa jai

    • @PoriDevi-s7g
      @PoriDevi-s7g 11 หลายเดือนก่อน +1

      Ekdom xosa

    • @rupaliborthakur2491
      @rupaliborthakur2491 11 หลายเดือนก่อน +7

      টকা নিদ্ধাৰণ কৰাটো ভণ্ডৰ কাম ৷ উচিত কথা কবলৈ ভয়কৰা অনুচিত ৷

    • @dreamwithkaberi...515
      @dreamwithkaberi...515 11 หลายเดือนก่อน +3

      Ak mot..

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 10 หลายเดือนก่อน

    জয় অগ্নিনাভ শিৱ বাবা কোটি কোটি প্ৰণাম কৰিছো প্ৰভু তোমাক এনেকৈ কৃপা কৰক প্ৰভূ সুখ সানতী দীয়ক বাবা আমাক একে লগে থাকীবলৈ আমাক কৃপা কৰক প্ৰভূ 🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔🪔🪔🌺🌺🌺🌺🌺

  • @RinjuGogoi-j2f
    @RinjuGogoi-j2f 10 หลายเดือนก่อน +1

    জয় বাবা অগ্নি নাভ তোমাৰ চৰণ ত শত সহস্ৰ প্ৰনাম তুমি আমাৰ ঘৰৰ সকলোৰে মনৰ কামনাপুৰন কৰিবা হৰ হৰ মহাদেব ঔম নম শিবায় 🪔🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏 🙏

  • @priyankabora8552
    @priyankabora8552 11 หลายเดือนก่อน +53

    কাৰোবাৰ বিশ্বাস নাই নকৰিব... কোনেও জোৰ নকৰেটো পূজা কৰিবলৈ...বাবাক লৈ কৰা বিতৰ্ক বোৰ অলপো শুনিব মন নাযায়

    • @sibaneneog1605
      @sibaneneog1605 11 หลายเดือนก่อน +1

      Ri8

    • @PinkiBaruah-y3f
      @PinkiBaruah-y3f 11 หลายเดือนก่อน +1

      Hosa Kotha.

    • @Moumon-ks9vg
      @Moumon-ks9vg 11 หลายเดือนก่อน

      Bll r reporter buli kolu moi 😂😂 altu fltu questions koribo jai

    • @Moumon-ks9vg
      @Moumon-ks9vg 11 หลายเดือนก่อน +1

      কাৰোবাৰ বিশ্বাস নাই নকৰিব... কোনেও জোৰ নকৰেটো পূজা কৰিবলৈ ...বাবাক লৈ কৰা বিতৰ্ক শুনিবলৈ মন নাই

    • @hollywoodhotanytime1065
      @hollywoodhotanytime1065 11 หลายเดือนก่อน +1

      Video ৰ ৮.৫৫ মিনিট ত কৈছে যিদাল ভগৱান 😅😅😅😅 কি আছে মূৰত ইহঁতৰ

  • @tulumonigogoi6816
    @tulumonigogoi6816 8 หลายเดือนก่อน

    ঔম জয় অগ্নিনাভ বাবা 🙏🙏🙏 কৃপা কৰেযেন বাবা 🙏🙏🙏 মনৰ আশা বোৰ পূৰ্ণ হয় যেন 🙏🙏🙏

  • @LobitaDevi
    @LobitaDevi 10 หลายเดือนก่อน

    ওঁম নম শিৱই ওঁম নম শিৱই জেই অনিনা ৱ বাবা👏👏

  • @Sumon-ey3ti
    @Sumon-ey3ti 11 หลายเดือนก่อน +15

    মহাদেৱক মইও বহুত বিশ্বাস কৰো। অগ্নিনাভ মন্দিৰ আমিও গৈছিলো অলপ দিন আগত। কিন্তু এটা কথা বেয়া লাগিল আমি শৰাই দিওঁতে আমাক শৰাই লগত 101 দিবলে কলে। মোৰ আগত এজন লৰাই 71 টকা দিছিল কিন্তু তাত থকা লিখি ৰখা মানুহ গৰাকী এ কলে বোলে 101 টকা কে লোৱা হয় 101 টকা দিয়ক।। সেই কথাটো অলপ বেয়া লাগিল মানুহে যি দিয়ে নিজৰ মনে তাত আকৌ এনেকে কলে বেয়া লাগে।। আৰু এটা কথা বেয়া লাগিল আমি যিহেতু চাকি জলাব কাৰণে তেল লৈ যাওঁ আৰু বটল ত তেল থাকি যায় সেই তেল বোৰ বহিৰলে উলিয়াই নি দুগুণ দাম ত বিক্ৰী কৰিছিল ।। আৰু তাৰ লাইন পতা system টো অলপ বেছি।। যাৰ কাৰণে আমি ইমান দুৰৰ পৰা গৈ ও নিৰ্মালি নাপালোঁ ভালকৈ বাবাক সেৱা কৰিবলে ও নিদিলে উঠক উঠক বুলি লৰা লৰিকে উঠাই দিলে যিটো বহুত বেয়া লাগিল।। আৰু ইমান লাইন যাৰ কাৰণে সকলো খেলি মেলি শৰাই দিবলে এটা লাইন শৰাই পইচা দিবলে এটা লাইন সেৱা কৰিবলে এটা লাইন নিৰ্মালি লবলে এটা লাইন আকৌ যাৰ কাৰণে বহুত দুৰণি পৰা যোৱা মানুহেও ভালকৈ বাবাৰ দৰ্শন নপায়

    • @anuragsaikia5189
      @anuragsaikia5189 11 หลายเดือนก่อน +5

      Enekua comments bur dekhile kiba bishskh koribole tan hoy

    • @dimpiboruahsaikia647
      @dimpiboruahsaikia647 11 หลายเดือนก่อน

      Tilinga modir Shiva dol t ketiaba kunubai poisa dmn kora dekhise jnu kintu eat kio dmn kore vogobanor namot...Koli jugot kormoi dhormo

    • @FriendlyMom
      @FriendlyMom 11 หลายเดือนก่อน +1

      Baido r mitha kotha t hokolu bhul gol dei..

    • @Loveyoumyvillage
      @Loveyoumyvillage 11 หลายเดือนก่อน

      Parvu Bholanath k emn durot goi bisari furar kunu dorkar nai jodi apunar mon pobitra,jodi apunar prithibir khokolu pranir proti morom senha doya thake tente apunar nijor hidayte bisari paba parvur nam lolei apunk g kunu bipodar pora roikha koribo kin2 apuni nije prothome nijor mon pobitra koribo lagibo nijor aatmak pobitra aatma rupe sinaki dibo paribo lgibo tetiya ha possible hbo ❤

    • @korobidas5121
      @korobidas5121 11 หลายเดือนก่อน

      জয় অগ্নিনাভ বাবা 🙏🙏🙏

  • @deepborah9301
    @deepborah9301 11 หลายเดือนก่อน +2

    জয় বাবা অগ্নিনাভ।
    বিশ্বাস মিলয় হৰি।🙏

  • @hollywoodhotanytime1065
    @hollywoodhotanytime1065 11 หลายเดือนก่อน +2

    আমাৰ এটাই কথা অগ্নিনাভ বাবাৰ কথা গম পাই দৰ্শন কৰিলোঁ শৰাই দিলোঁ বাবাৰ প্ৰতি ভক্তি আজিও আগৰ দৰেই আছে আগলৈও থাকিব আৰু যাক ভক্তি কৰা যায় তেওঁৰ বিষয়ে বেয়াকৈ শুনিব নোৱাৰোঁ সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওঁক বেয়াকৈ একো নকব

  • @bozs394
    @bozs394 11 หลายเดือนก่อน +7

    ইয়াকে কয় ঢৌ।ঢৌ কিমান সময়লৈকে থাকে সেইটো ডাঙৰ কথা।হৰ হৰ মহাদেৱ🙏🙏🙏

  • @barashaspersonality4582
    @barashaspersonality4582 11 หลายเดือนก่อน +1

    JAI SHRI AGNINAV DEV KI JAI🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @S.M.8439
    @S.M.8439 11 หลายเดือนก่อน +11

    মানুহৰ জ্ঞানেন্দ্ৰীয় সমূহে মনৰ ভাৱনাক সহজে উপলদ্ধি কৰিবলৈ সুযোগ দিয়ে। গতিকে অনলাইনত মন্দিৰ চলাটো একো আচৰিত কথা নহয়।বিশ্বৰ সকলো কৰ্মতে আত্ম স্বাৰ্থ থাকে।

  • @Bidbeast
    @Bidbeast 11 หลายเดือนก่อน +1

    ভগৱান বিশ্বাস কৰিব লাগে ।মানুহ এজনক টকাৰে কিনিব পাৰে।ভগৱান কিন্তু মনৰ পৱিত্ৰ ভাবাত সন্তুষ্ট হয়।আনৰ দেশৰ দুখীয়া অৱস্থাৰ পৰা ধনী জন প্ৰতি জন লোক জনহিতকৰ হলে ঘৰ খন এটা মন্দিৰ সদৃশ প্ৰতিজন লোক ভগৱান।জন হিতকৰ কাম কৰা প্ৰতিজন লোক ভগৱান অৱতাৰ।

  • @rinkigogoi7455
    @rinkigogoi7455 11 หลายเดือนก่อน +4

    बिस्वास करो तो मां गंगा, ना करो तो बेहता पानी। কথা বোৰ ঠিক তেনেকুৱা।বিশ্বাস কৰিলে সকলো সম্ভৱ,নকৰিলে একো নাই।মানিলে ধান আৰু নামানিলে পতান বুলি এখাৰ কথা আছে

  • @lalitadas9086
    @lalitadas9086 11 หลายเดือนก่อน

    জয় অগ্নি নাভ শিৱ বাবা,কৃপা কৰিবা।

  • @korobidas5121
    @korobidas5121 11 หลายเดือนก่อน

    বিতৰ্ক কৰাবোৰক বাবাই সোনকালে বিচাৰ লব বেছিদিন নাই ! জয় অগ্নিনাভ বাবা 🙏🙏🙏

  • @SriCCDas
    @SriCCDas 11 หลายเดือนก่อน +2

    অগ্নিনাভ নামটো হয়তো ভুল নাম, কিন্তু মন্দিৰ বা শিৱবাবা ভুল নহয়।
    ভগৱানৰ নামত বেপাৰ বাণিজ্য সেইটো বেলেগ বস্তু কিন্তু ভক্তৰ ভক্তি এটা প্ৰভুৰ প্ৰতি সৎ ভাব এটা বিশ্বাস যিটো প্ৰত্যেক লোকৰ আত্মাৰ পৰা ওলাই আহে।

  • @jaykantatalukdar
    @jaykantatalukdar 8 หลายเดือนก่อน +1

    Apunak moi bisakh koru prabhu❤❤❤❤

  • @NomitaDas-i2d
    @NomitaDas-i2d 6 หลายเดือนก่อน +1

    Jai agninav baba jai❤❤❤❤❤❤❤

  • @manshrikumar2885
    @manshrikumar2885 หลายเดือนก่อน +1

    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏
    Jay Agninav baba 🙏🙏🙏

  • @bhetionibatadrawa3203
    @bhetionibatadrawa3203 9 หลายเดือนก่อน

    জয অগ্নি নাভ বাবা মনৰ সকলো আশা পূৰণ কৰা বাবা।

  • @bhabanineog-v8s
    @bhabanineog-v8s 3 หลายเดือนก่อน

    JAI AGNINAV BABA KI JOY ❤❤❤

  • @nayanjyotibhuyan7174
    @nayanjyotibhuyan7174 11 หลายเดือนก่อน +3

    PK - 2 released but not from Bollywood. Need to emphasize on humanity 🙏🙏🙏

  • @DhritasmitaDeka
    @DhritasmitaDeka 3 หลายเดือนก่อน

    🙏🙏 Jai Agninav Baba 🙏🙏

  • @BhaskarSarma-lz4rl
    @BhaskarSarma-lz4rl 11 หลายเดือนก่อน +1

    Jai baba agniv mur axa and sbr yehh axa puron kora❤❤❤ deihh❤❤❤❤bt❤❤axa puron kora❤❤

  • @assamesenaturalbeautyandhe2854
    @assamesenaturalbeautyandhe2854 11 หลายเดือนก่อน +4

    জয় অগ্নিনাভ বাবা🙏

  • @sreyashisharma6350
    @sreyashisharma6350 6 หลายเดือนก่อน +2

    Jai baba agninabh,babarproti bhokti hodai thaakibo,

  • @dalitasarma1079
    @dalitasarma1079 9 หลายเดือนก่อน

    বাবা মোৰ মনৰ কামনা বোৰ পুৰন কৰা প্ৰভু

  • @modhumitadutta2028
    @modhumitadutta2028 4 หลายเดือนก่อน

    Amar Xokolure Mangal Kariba Baba 🌺🌺💐💐💐💐🌹💐🌹🌹🌹

  • @Susildas-t7l
    @Susildas-t7l 8 หลายเดือนก่อน

    Jai agninav baba 🌺🏵️🌸🌺🏵️👏👏👏👏

  • @JanooGogoi
    @JanooGogoi 11 หลายเดือนก่อน

    jai jai agni nav baba mur mana kamona purana kara pravu . 🙏👏🙏👏🥀🌸🌺

  • @nivakataki2010
    @nivakataki2010 10 หลายเดือนก่อน

    Joi Baba agninav joi Baba muktinath, kripa kora baba monor ashabor puran koriba pranhu

  • @labanyadas3356
    @labanyadas3356 หลายเดือนก่อน

    Jai Agninav Baba 🙏🏼 ✨️

  • @AnjaliSonowal-c9e
    @AnjaliSonowal-c9e 9 หลายเดือนก่อน

    Jai agninav baba kripa koriba provu.. Monor akha puron koriba.. Durr porai xoto koutibar pronam provu🙏🙏🙏

  • @pradipdutta7485
    @pradipdutta7485 10 หลายเดือนก่อน

    ❤❤❤❤❤❤ Har Har Mahadav

  • @binapaniboruah416
    @binapaniboruah416 7 หลายเดือนก่อน

    ওঁম নমঃ শিৱায়

  • @anamikasaikia3238
    @anamikasaikia3238 7 หลายเดือนก่อน

    Jai Agninav baba 🙏🙏🙏

  • @MamuYein-b2q
    @MamuYein-b2q 2 หลายเดือนก่อน

    Jai Agninav Baba ❤❤❤

  • @pranabjyotidutta3749
    @pranabjyotidutta3749 5 หลายเดือนก่อน

    ঔম নমঃ শিৱায় ।

  • @rubirajkhowa7183
    @rubirajkhowa7183 11 หลายเดือนก่อน +3

    আই অই দেহি...বাবাই আপোনাক কাষৰ পৰা বিচাৰিছে...জগত জননী মা জগদম্বা ই এনেয়ে যুগ যুগ তপস্যা কৰিলে মহাদেৱক পাবলৈ, তেওঁক এৰি এওক কাষত ল'লে।
    কি হৈছে আচলতে এই মানুহ গৰাকীৰ।
    যি মহাদেৱে নিজৰ পৰিয়ালক সদায় লগত ৰাখে,শিৱ পৰিবাৰ বুলি কয়। নন্দী,গনেশ, কাৰ্তিক,মা পাৰ্বতী লগত। এওঁলোক নহ'লে এটা শিৱ মন্দিৰ সম্পূৰ্ণ নহয়,এই সকলো এৰি এওক বিছাৰিলে কাষত 😂...
    জগত পিতা মহাদেৱ,হে পৰম পিতা, তুমি কৃপা কৰা।
    শ্ৰী শিৱায় নমস্তৌভ্যম ।
    হৰ হৰ মহাদেৱ।

  • @bornilboruah5064
    @bornilboruah5064 11 หลายเดือนก่อน +11

    মই বহুতেই প্ৰমাণ পাইছোঁ জই ogninav baba

    • @Triiiee24
      @Triiiee24 11 หลายเดือนก่อน +1

      World r sobre dhoni hole mane apuni 😅

    • @Your_Freindly_Neighborhood.
      @Your_Freindly_Neighborhood. 11 หลายเดือนก่อน

      ​@@Triiiee24sobei bhogobanok poisa nukhuje nhoi baba 🥸

  • @DipanjaliSaikia-vk1mu
    @DipanjaliSaikia-vk1mu 6 หลายเดือนก่อน

    Jai Aganinav Baba ❤❤❤❤❤

  • @Saikia1116
    @Saikia1116 3 หลายเดือนก่อน

    Jai baba agninav 🙏🌏🌼🔱🕉️❤️

  • @ManiSaud-pz7cr
    @ManiSaud-pz7cr 8 หลายเดือนก่อน

    Jai baba agninav 🙏🏻🙏🏻🙏🏻

  • @jaykantatalukdar
    @jaykantatalukdar 8 หลายเดือนก่อน

    Jay agninabh baba ki jai ho ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @modhumitadutta2028
    @modhumitadutta2028 4 หลายเดือนก่อน

    Jai Agninabh Baba 🌺

  • @rimpibaruah6057
    @rimpibaruah6057 10 หลายเดือนก่อน

    Jai agninaav baba 🙏🙏🙏 baba moi tumak bhut bisas koru aru khei bisas tei moi Dhan k koisu May r 5 tarikhe case tu sigib aru akebare lobo,moi Dhan k kotha disu ,khei karone mor kotha tu rakhiba Prabhu aru proman diba Prabhu Om namah shivay 🙏🙏🙏

  • @puspakalita8651
    @puspakalita8651 11 หลายเดือนก่อน +4

    Hor hor mahadab monor akha puran koreba baba

  • @BidishaBorthakur-ql2nh
    @BidishaBorthakur-ql2nh 11 หลายเดือนก่อน +1

    Jai baba Agninav 🙏

  • @purabirabha5696
    @purabirabha5696 11 หลายเดือนก่อน

    Om nomo Shivay 🙏🙏🙏🙏

  • @missjyotishna5967
    @missjyotishna5967 11 หลายเดือนก่อน +2

    Jay baba Agninav❤❤

  • @urmianddeep
    @urmianddeep 11 หลายเดือนก่อน +3

    বিতৰ্ক কৰা‌ মানুহ কেইজনক বা বাবা য়ে চকু মেলি চাই উচিত শিক্ষা দিব বুলি আশা ৰাখিছোঁ প্ৰভু har har Mahadev

  • @junalipathak7524
    @junalipathak7524 9 หลายเดือนก่อน

    Jai agninav baba 🙏❤️🙏

  • @dimbeshardeka6159
    @dimbeshardeka6159 10 หลายเดือนก่อน +1

    Hor hor Mahadev

  • @jimlisaikia6750
    @jimlisaikia6750 11 หลายเดือนก่อน +2

    Jai agninav baba bhut vl lagil goi ako jm

  • @kanchonikarmakar4551
    @kanchonikarmakar4551 11 หลายเดือนก่อน

    Jai agninav baba 💐💐💐💐💐🙏🙏🙏🙏🙏

  • @bandanarajbongshibandu3613
    @bandanarajbongshibandu3613 11 หลายเดือนก่อน

    Jay Agninav Baba 🙏🙏🙏

  • @badantagogoi5074
    @badantagogoi5074 11 หลายเดือนก่อน

    Right news

  • @smritiborah6778
    @smritiborah6778 11 หลายเดือนก่อน +2

    Bholenaath mur atmat ase bahut biswakh koru,kintu babar namot jukhotkoi besi andhra biswas biyopaise vagoban polabo aru tar pora asil jodio, poisar gos bonai loise. Joi bholenaath kipa koribo aru apunar vaktoganok🙏🙏🙏

  • @nirmaligogoidutta957
    @nirmaligogoidutta957 11 หลายเดือนก่อน

    ❤❤❤ om namah shivay om namah shivay om namah shivay om namah shivay om namah shivay om agninav baba ❤❤❤ khewa jonaisu provu tumi kripa kora provu vogobanok khewa koratu nijor kotha kio mnuha bitork korisa vogobanoku voi nokora na om namah shivay om namah shivay ❤❤❤

  • @nilimagoswami9122
    @nilimagoswami9122 11 หลายเดือนก่อน

    জয় অগ্নিনাভ বাবা। কৃপা কৰা বাবা।

  • @bilatigogoi6114
    @bilatigogoi6114 9 หลายเดือนก่อน

    Joy baba Agninav ❤❤❤

  • @munmekalita-ss1lp
    @munmekalita-ss1lp 11 หลายเดือนก่อน

    Moi bhtu proman paisu 🙏 jai agninave baba🙏 babak loi bitorko nokoribo apunalukea bisakh nokorea nai kintu bitorkou nokoribo

  • @PopiBhakta
    @PopiBhakta 5 หลายเดือนก่อน

    Joi baba agninav

  • @GitanjaliBhuyan-xg2ol
    @GitanjaliBhuyan-xg2ol 7 หลายเดือนก่อน

    Jai agninav baba🙏🙏🙏akhabur puran hay jate mur

  • @PinkuChoudhury-m5d
    @PinkuChoudhury-m5d 11 หลายเดือนก่อน

    Jai agninav baba Jai shiba baba kripa Kora tomar saranat sthan diya

  • @manju-nb1rd
    @manju-nb1rd 9 วันที่ผ่านมา

    Baba ogninabh muk kipa kori xontan ata diya 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🌺🌺🌺🌺

  • @PopiBhakta
    @PopiBhakta 5 หลายเดือนก่อน

    জয় বাবা আগঅগ্নিনৱ

  • @raamurang-jf4oi
    @raamurang-jf4oi 10 หลายเดือนก่อน

    Joi agninatha baba tumi mur loratuk joi koriba

  • @ajantakakoty7996
    @ajantakakoty7996 6 หลายเดือนก่อน

    Joi agninav baba Joi

  • @Nefavlogs
    @Nefavlogs 5 หลายเดือนก่อน

    Jai Agninnv Babar usorot parthoan korisu baba muk kripa kora

  • @Jyoti-Kitchen.467
    @Jyoti-Kitchen.467 11 หลายเดือนก่อน

    Kripa Kora baba

  • @RunHazarika-b9r
    @RunHazarika-b9r 4 หลายเดือนก่อน

    জয় অগ্নিৰ নাভ বাবা

  • @uttamhazarika1174
    @uttamhazarika1174 11 หลายเดือนก่อน +1

    Jai agninav baba❤🕉🙏🔱

  • @RinaSarmah-b6u
    @RinaSarmah-b6u 5 หลายเดือนก่อน

    Nomoh mohadev

  • @Susildas-t7l
    @Susildas-t7l 8 หลายเดือนก่อน

    👏👏👏👏👏🙏

  • @sandhyanaiding605
    @sandhyanaiding605 11 หลายเดือนก่อน

    Jai agninav baba 🙏🙏🙏🙏🙏🙏

  • @Pahi1111
    @Pahi1111 6 หลายเดือนก่อน

    Baba 🔱🙏🏻🙏🏻🙏🙏🌺🙏🏾🙏🏾🔱🌺

  • @Maineeborah651
    @Maineeborah651 15 วันที่ผ่านมา

    Jai agninav baba🙏🏻

  • @manshrikumar2885
    @manshrikumar2885 10 หลายเดือนก่อน

    Jay agninav baba 🙏🙏🙏
    Jay agninav baba 🙏🙏 🙏
    Jay agninav baba 🙏🙏🙏
    Jay agninav baba 🙏🙏🙏
    Jay agninav baba 🙏🙏🙏

  • @우치하Ronaldo
    @우치하Ronaldo 5 หลายเดือนก่อน

    Joy agony nav baba kripa kare monor kamona puron korena

  • @InspireAxom-ly4yr
    @InspireAxom-ly4yr 10 หลายเดือนก่อน

    Har har Mahadev 🙏🏻

  • @surabisaikia6357
    @surabisaikia6357 9 หลายเดือนก่อน

    Jai agninav baba kripya kora provu🙏🙏🙏

  • @SidharthaSaikia-
    @SidharthaSaikia- 11 หลายเดือนก่อน

    Jai Agnenav Siva baba jai 🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️ hi

  • @KumarPankaj-j1c
    @KumarPankaj-j1c 11 หลายเดือนก่อน

    Jai agninav baba 🙏🙏🙏🕉🕉🕉♥️

  • @bontisahu5612
    @bontisahu5612 11 หลายเดือนก่อน

    Ha agniav baba moi apunar soronot ghoror porai Hawa korisu ....mur husband ji modor poti luve ase nakhai thakibo nuware. Tak apuni modor poti akebare live nothoka khabo mon nujuwa kori diyok bhogoban moi aitur karone bhout kosto paisu ....mur ai dukhor pora multi korok bhole baba🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏🙏

    • @bontisahu5612
      @bontisahu5612 11 หลายเดือนก่อน

      Likhute jodi kiba bhul hoi maf koribo 🙏🙏🙏🙏

  • @BihuBorpatra
    @BihuBorpatra 9 หลายเดือนก่อน

    Jai agninav shiv baba 🙏

  • @phalgunipatowary441
    @phalgunipatowary441 3 หลายเดือนก่อน

    Jay agninav baba sb thikkra baba❤❤❤❤

  • @indiralahon6485
    @indiralahon6485 11 หลายเดือนก่อน +15

    এটা সময়ত মৰাণ ডোমৰ দলং নামৰ ঠাইত প্ৰাৰ্থনা কৰি ভগৱান পোৱা কথা সকলো লোকেই জ্ঞাত। এতিয়া কিন্তু বৰ ডাঙৰ এটা তলা। এদিন একে হ'বগৈ। ফেচবুক লাইভ কৰি বাইদেউয়ে প্ৰচাৰ কৰি ব্যৱসায় বঢ়াই আছে।

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 11 หลายเดือนก่อน +1

      Khristan r je manuhjon asil heijon moiu goisilu bor kasta kori kintu eku napalu anki thokakhiniu kahihe nile heijonai

    • @rupaliborthakur2491
      @rupaliborthakur2491 11 หลายเดือนก่อน

      একেবাৰেই সত্য

    • @dimpiboruahsaikia647
      @dimpiboruahsaikia647 11 หลายเดือนก่อน

      Right

    • @ADRE2.Preparation
      @ADRE2.Preparation 11 หลายเดือนก่อน +1

      একেই ব্যৱসায়

  • @NilakhiGogoi-b8j
    @NilakhiGogoi-b8j 11 หลายเดือนก่อน

    Jai Agninav baba kripa kora 🙏

  • @Narayansharma-lo9vi
    @Narayansharma-lo9vi 11 หลายเดือนก่อน +2

    Har Har MahaDev

  • @khiradadeori4961
    @khiradadeori4961 11 หลายเดือนก่อน

    Jai agninav baba kreepa koriba 🙏🙏🙏 aji exam guteikhini Jen likhibo pare

  • @jpkalita1174
    @jpkalita1174 11 หลายเดือนก่อน +5

    ❤❤

  • @Rajsang888
    @Rajsang888 9 หลายเดือนก่อน +2

    Pothome moi u bisak nkorisilu ...moi ktia u jua ni Agni nav mandir...kintu atia bisak koru karon jatia pora bhogobanor photo 1copy Sai pray korilu bhogoban Mur murbikh bhal Kori diok ...Mur mur bikh ot thkibo nuariclu...karone...jtia pray korilu Mur murbikh nai atia..I believe .

  • @mousom_official
    @mousom_official 5 หลายเดือนก่อน +1

    HAR HAR MAHADEV

  • @Mrityunjaydas-r4c
    @Mrityunjaydas-r4c 11 หลายเดือนก่อน

    Jai baba agninav❤🙏🌼

  • @KiranDutta-dt5cp
    @KiranDutta-dt5cp 10 หลายเดือนก่อน

    🙏🙏🙏🙏🙏🙏