কিয় খীণালো সুধি থকাৰ বাবে সকলো কৈছো আৰু পথ্য বিধৰো মই খোৱা ধৰণে দেখুৱাই দিছো/How to Reduce my weight

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024
  • #সুস্বাস্থ্যৰ বাবে সদায় ৰাতিপুৱা এগিলাচ কোমোৰাৰ ৰস খাওক
    কোমোৰাৰ ৰস হৈছে এক স্বাস্থ্যকৰ, সতেজ, আৰু সুস্বাদু ৰসৰ , বিশেষকৈ ওজন কমোৱাৰ বাবে, গৰ্ভধাৰণ শক্তি খাদ্য হিচাপে, মধুমেহ, কেন্সাৰ ৰোগীৰ বাবে ই এক সৰ্বোত্তম খাদ্য। যিহেতু এই পাচলিবিধত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰ পোৱা যায় , ই গেষ্ট্ৰিক শ্লেষ্মাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। ই এচিড ৰিফ্লাক্স চিণ্ড্ৰোম আৰু কোষ্ঠকাঠিন্যৰ চিকিৎসাত সহায় কৰে। ই চুম্বকৰ দৰে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থ অৰ্থাৎ toxin ক টানি শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই এনে। আৰু আমি সকলোৱে জানো, আমাৰ শৰীৰত toxin বা বিষাক্ত পদাৰ্থ নাথাকিলে আমাৰ শৰীৰত কোনো ৰোগেও বাস কৰিব নোৱাৰে।
    কোমোৰাৰ ৰস প্ৰাকৃতিকভাবে শৰীৰৰ শীতলতা দিয়া আৰু শৰীৰক ডিটক্স কৰাৰ ভৰপূৰ ক্ষমতা থকা এক ৰস। ই আমাৰ শৰীৰৰ পৰা বছৰ পুৰণি আৱৰ্জনা উলিয়াই পঠিয়াই। গৰম আৰু আৰ্দ্ৰ ঋতুত ই এক তৃষ্ণা নিবাৰণ হিচাপে কাম কৰে আৰু দৈনিক খালী পেটত খালে বহুতো স্বাস্থ্যৰ উপকাৰিতা পোৱা যায়। কোমোৰাৰ ৰসত কেলৰি আৰু চৰ্বিৰ পৰিমাণ কম আৰু লগতে ইয়াত থকা নিম্নতম কাৰ্বোহাইড্ৰেট, ভিটামিনৰ উৎকৃষ্ট উৎস হোৱাৰ হেতুকে ওজন হ্ৰাসৰ বাবেও ই এক আদৰ্শ ৰস হৈ উঠে। এই ফলবিধে বিভিন্ন স্বাস্থ্যৰ উপকাৰীতা প্ৰদান কৰে আৰু ইযাক বহু শতাব্দী ধৰি পৰম্পৰাগত চীন আৰু আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰি অহা হৈছে।
    মধুমেহ ৰোগৰ পৰা উপশম দিয়াৰ পৰা কেঞ্চাৰৰ কোষ ধ্বংস কৰালৈকে, কিডনীৰ পাথৰ শৰীৰৰ পৰা দূৰ কৰাৰ পৰা বেক্টেৰিয়াৰ পৰা শৰীৰটোক বচাই ৰখালৈকে ইয়াৰ আছে আৰু বহুতো গুণাগুণ। সেইবাবে ইয়াক আয়ুৰ্বেদ আৰু বিজ্ঞান দুয়োটাই ৰাতিপুৱা খালি পেটত খোৱা এক উত্তম ৰস অথবা জুচ বুলি অভিহিত কৰে।
    ইয়াক তৈয়াৰ কৰাটোও তেনেই সহজ। গুটি গুচাই কোমোৰাটো সৰু সৰুকৈ কাটি মিক্সিত পিছি ৰসখিনি মছলিন কাপোৰেৰে চেকি উলিয়াই পৰিবেশন কৰিব।
    নয়ন মণি বৰা
    অধ্যাপিকা, ডায়েট তিনিচুকীয়া
    1 জুলাই,2021

ความคิดเห็น • 627

  • @TaruPhukan
    @TaruPhukan  2 ปีที่แล้ว +41

    Link 👉th-cam.com/video/-O3LLT-TpgQ/w-d-xo.html এই video টোত সুধি থকা সকলো প্ৰশ্নৰ উত্তৰ মোৰ description box ত চালে সকলো উত্তৰ পাব … Thanks everyone ❤️💚

    • @shyamalimaborah3457
      @shyamalimaborah3457 2 ปีที่แล้ว +4

      Baideu link tut sabo pra ny copy kri..abar dbo nki akou link tu

    • @anjanabaruah8441
      @anjanabaruah8441 2 ปีที่แล้ว +1

      @@shyamalimaborah3457 ঔঅঝ

    • @tulikasaikia7640
      @tulikasaikia7640 2 ปีที่แล้ว +4

      বাইদেউ মইও চাব পৰা নাই

    • @ellorarajbongshi9863
      @ellorarajbongshi9863 2 ปีที่แล้ว +1

      @@shyamalimaborah3457 a

    • @alamina...494
      @alamina...494 2 ปีที่แล้ว

      Aunty link to sabo nuwari vl dore dibo sn

  • @subhasaikia588
    @subhasaikia588 2 ปีที่แล้ว +12

    স্বাস্থ্য সম্পৰ্কীয় এটি সুন্দৰ সমিধান দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ বাইদেউ।

  • @Bobisideasandvlogs
    @Bobisideasandvlogs 2 ปีที่แล้ว +12

    বহুত ভাল লাগিল বাইদেউ। ধন্যবাদ আপোনালৈ ইমান সহজতে খীনাব পৰা পৰামৰ্শ দিয়া বাবে।🙏🙏

  • @rubidutta458
    @rubidutta458 2 ปีที่แล้ว +8

    খুব ভাল লাগিল বাইদেউ কথা খিনি জানি .....মোৰো ওজন বেছি ,,ডাক্তৰে সদায় কয় ওজন কমাবলৈ ,,কিন্তু পৰা নাই ,,,,আপোনাৰ এই বিধানটো মইও চেষ্টা কৰিম । ধন্যবাদ বাইদেউ 🙏

  • @gauritaye6047
    @gauritaye6047 2 ปีที่แล้ว +4

    ধন্যবাদ বাইদেউ, এনেকুৱা এটা বহুমূলীয়া সমিধান দিয়াৰ বাবে।

  • @sabitadeka789
    @sabitadeka789 2 ปีที่แล้ว +9

    Thanks for valuable information 🙏🙏.mam belly fats komibone? Plz jonabosun🙏🙏🙏🙏🙏🙏

  • @moitrayeedas5760
    @moitrayeedas5760 2 ปีที่แล้ว +6

    বহুত বহুত ধন্যবাদ বাইদেউ।মোৰ কাৰণে বৰ দৰকাৰী post এটা দিলে।❤️

    • @hafijurrahaman937
      @hafijurrahaman937 ปีที่แล้ว

      Apunar komilne

    • @arpitahandique123
      @arpitahandique123 14 วันที่ผ่านมา

      বহুত বহুত ধন্যবাদ বা । মোৰ কাৰণে বৰ দৰকাৰী post এটা দিলে 🙏🙏

  • @jyotisaikia2947
    @jyotisaikia2947 2 ปีที่แล้ว +6

    কি বুলি ধন্যবাদ জনাম আপোনাক।

  • @pallaviborah1585
    @pallaviborah1585 2 ปีที่แล้ว +2

    আপোনাক বহুত বহুত ধন্যবাদ। এই video টো চোৱাৰ পাছৰ পৰাই ময়ো খাবলৈ লৈছোঁ। ফলাফল টো পাছত জনাম বাৰু। আপোনালৈ এটা অনুৰোধ যে ৰৈ যোৱা কোমোৰাৰ সাহখিনি দালিত দি খোৱাৰ বাহিৰেও আন কিবা সুস্বাদু ধৰনে বনাব পাৰি নেকি জনাবচোন।‌ বৰ আশাৰে বাট চাই ৰলো...

  • @manjudutta2337
    @manjudutta2337 2 ปีที่แล้ว +1

    মই ও বহুত শকত , ভাল এটা দিহা পালোঁ , খাবলৈ আৰম্ভ কৰিম । এটিয়া বাংগালোৰ ত আছোঁ গৈ এ খাম । ধন্যবাদ জনালোঁ আপোনাক

  • @princebora939
    @princebora939 2 ปีที่แล้ว +4

    Vedio 2 Sai bohut vall lagel
    Aru agyai juwa baaa
    Goa r pora morom jaseliu

  • @FunandfoodwithPolivlogs
    @FunandfoodwithPolivlogs 2 ปีที่แล้ว +5

    বহুত বহুত ধন্যবাদ বাইদেউ মই বহুত শকত বহুত ভাল লাগিল জানিব পাৰি 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾♥️♥️♥️♥️

  • @himadrisvlogs7722
    @himadrisvlogs7722 2 ปีที่แล้ว +15

    কোমোৰাতো সদায়ে বনাই লব লাগেনে বনাই থৈ দিলেও হব বাইদেউ।আৰু বনাই থৈ ফ্ৰিজত ৰাখিলে হবনে?আৰু এটা কোমোৰা এনেই থৈ দি জুচখিনি বনাই খালে কোমোৰাতো বেয়া হৈ যাব নহয়.....
    অনুগ্ৰহ কৰি জনাবচোন

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว

      Absolutely right questions.....

  • @Elina0061
    @Elina0061 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ থাকিল বাইদেউ।
    পিছে খিনাই যোৱাৰ লগতে গা দূৰ্বল হোৱাৰ সম্ভাৱনাও আছে নেকি, জনালে বহুত ভাল পাম।

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว +1

      লেখাটো চাবা…

    • @nanigopalphukan198
      @nanigopalphukan198 2 ปีที่แล้ว

      খিনাই গলে আকৌ মাছ মাংস পুৰা খায় দিব

    • @Elina0061
      @Elina0061 2 ปีที่แล้ว

      @@nanigopalphukan198 hehehe hoi diyok

  • @NeelamDevi-ni1sy
    @NeelamDevi-ni1sy 2 ปีที่แล้ว

    Kumurar juice khai thoka homoykhinit diet control koribo lage neki... Thankss for your most valuable tips🙏🏻

  • @familykitchen2695
    @familykitchen2695 2 ปีที่แล้ว +1

    Khuri apunk bohut bohut dhoynbad moi o kham ajir pora moi o bht besi xkot hoi goisu

  • @molayasarmah6817
    @molayasarmah6817 2 ปีที่แล้ว +4

    মই ও দুদিনমান খালো কিন্তু বেছি উপকাৰ নাপালো ,আপোনাক দেখি আকৌ খাম বুলি ভাবিছ তৰু বা

  • @fazalalihazarika1195
    @fazalalihazarika1195 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ কথা এটা সুধিব বিচাৰি ছো ,গৰম পানী দি খাব পাৰি নাই বাৰু?মই ঠাণ্ডা পানী খাব নোৱাৰো

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      পাৰিব…কুহুমীয়া

  • @paporiborpatra5124
    @paporiborpatra5124 ปีที่แล้ว +2

    মই উপকৃত হ'লো বা..মোৰ ওজন কমিল।
    ধন্যবাদ জনালো❤

    • @TaruPhukan
      @TaruPhukan  ปีที่แล้ว

      তুমি এনেও বৰ ধুনীয়া ওজন কমিল যদি আৰু ধুনীয়া হৈ পৰিলা ❤️

    • @pritiofficial6745
      @pritiofficial6745 ปีที่แล้ว

      Kimn dint komise ba

  • @ranjitneog3868
    @ranjitneog3868 2 ปีที่แล้ว +1

    Baideu moi bohut hokot apuni kuwa kumura juice kham aru kiba beleg dite koribo lagibo ni tar logot kobo sun.mur weight 100 kg hol .age 30 hoise.

  • @banditarajbongshi5027
    @banditarajbongshi5027 2 ปีที่แล้ว +1

    Ooh my god bido bor hukh palu eman dhunia koi bujay dile apuni moiu try korim keneke j khinam hoday takey vabi thaku moi.🧐

  • @anjanagoswami9474
    @anjanagoswami9474 ปีที่แล้ว

    বহুত ধন্যবাদ ।বৰ দৰকাৰী প'ষ্ট দিলে।আৰম্ভ কৰি দিওঁ তাৰপাচত আপোনাক জনাম।🙏🏻

  • @manakhikitchen
    @manakhikitchen 2 ปีที่แล้ว +14

    Ma'am..grom Pani na thanda Pani use korisil jonabo soon please 🙏🙏

  • @debikaozah6112
    @debikaozah6112 2 ปีที่แล้ว

    Try কৰিম।কোমোৰা ৰসে স্মৃতি শক্তি বৃদ্ধি কৰে বুলি শুনিছোঁ।

  • @nimishaadhikary6833
    @nimishaadhikary6833 2 ปีที่แล้ว +1

    Moi try kori apunak jonam baideu.. Bohut dhoynobad..

  • @archanaborah6600
    @archanaborah6600 6 วันที่ผ่านมา

    Thanks aunti.moi wo kham.moi bahut hakat hoiso.

  • @kirtikamalpatar509
    @kirtikamalpatar509 2 ปีที่แล้ว

    Rashmi Rekha Kropi বহুত বহুত ধন্যবাদ বা

  • @himajyotimazumdar1408
    @himajyotimazumdar1408 2 ปีที่แล้ว +3

    ভাল লাগিল।খালী পেটত খাই উঠি কিমান পিছত চাহ- তাহ খাব পাৰি ?

  • @tulikachoudhury3644
    @tulikachoudhury3644 2 ปีที่แล้ว +10

    বাইদেউ খালি পেটত খোৱাৰ পিছত কিমান সময়ৰ পিছত খাদ্য খাব পাৰি আৰু কেনেকুৱা ধৰনৰ খাদ্য খাব লাগে জনাবোছুন।
    আপুনাক দেখি মোৰো খিনাব মন গৈছে মোৰ বৰ্তমান 57 কিলোগ্ৰাম ।
    Plz reply Debo🙏

    • @gitanjalikalitaborah9346
      @gitanjalikalitaborah9346 2 ปีที่แล้ว

      Hoi moiu janibo bisaru baideu..mrng kumura Pani khuwa pasot apuni ki ki diet manisil...vat ruti khuwa nasil nki..valkoi jonabo

  • @rupasarmah8848
    @rupasarmah8848 2 ปีที่แล้ว +1

    বহুত ভাল লাগিছে ধন্যবাদ বাইদেউ

  • @ayuchiandanishavlogdanceet7615
    @ayuchiandanishavlogdanceet7615 2 ปีที่แล้ว +3

    এনেকৈ কিমান দিন খাব লাগিব?
    জনাবচোন বাইদেউ🙏

  • @sikharani2265
    @sikharani2265 2 ปีที่แล้ว

    Thank you baa.eman dine xohj upai bisari asilu,aji pai Glu.thnx baa

  • @rekhagogoi9098
    @rekhagogoi9098 2 ปีที่แล้ว +1

    Bor dhunia lagil apunar video 💯💯💯🥰🥰♥️♥️🙏🔱

  • @apelib.d.2218
    @apelib.d.2218 2 ปีที่แล้ว +1

    Thnks mem.try kori sam sure.

  • @namitasarma1956
    @namitasarma1956 2 ปีที่แล้ว

    Baideu ,apunar kumurar ros khoa video tu sai bohut bhal lagil,moio kham buli bhabisu ,weight bohut hoise,kintu mur hypothyroid asekhabo parimne ,jonale bhal pam,xexot bihur olog jonalu

  • @jaguarearn3810
    @jaguarearn3810 3 หลายเดือนก่อน

    Aitu khaiu bule agal agal vaat khai ase...monote vabi ase khinam...aku laav nohobo...food (specially carbs) intake komaboi lagibo

  • @anuradhadas5494
    @anuradhadas5494 2 ปีที่แล้ว +2

    ধন্যবাদ ।

  • @mhodhamza8083
    @mhodhamza8083 2 ปีที่แล้ว +1

    Val lagil video tu sai..baideo apuni kiman dinot kiman kg komasil?mur weight 70 kg aru age o besi nhi so moi khinabo bisaru..apuni diet o korisil nki??plz jonabo

  • @purnimadas9525
    @purnimadas9525 2 ปีที่แล้ว +1

    Very very thank you. 🙏🙏

  • @bandanadas649
    @bandanadas649 2 ปีที่แล้ว +1

    Dhanyabad mam .....mi o vbi asilu keneke khinam ki kham .......apuni kowa babe thank you aru kobosun plz khowa bowar poriman o komai dibo lagibo Niki aru ki ki khabo nalagibo jonabosun Mr boyokh 28 hisape Mr o ujon barhise mi 72 kg asu so Mr o bht a tnsn plz vlkoi jonabo mam

  • @nazmamanzil4696
    @nazmamanzil4696 2 ปีที่แล้ว +1

    Thin howa tips to jani vl lagil 👌👌thank you ma'am 🙏🙏guwahati

    • @moriyambegum5500
      @moriyambegum5500 2 ปีที่แล้ว

      Khin howa tips to jani val lagil ma'am thank you👌🙏 nahorani

  • @anjumoniborah6861
    @anjumoniborah6861 2 ปีที่แล้ว +1

    বহুত বহুত। ধন্যবাদ জনালো

  • @BismoiMoran
    @BismoiMoran 3 หลายเดือนก่อน

    Val lagil dei ba kotha bur jani kintu emn bure quistion kori ase apuni reply nokore dekhun

  • @jesminbegum6252
    @jesminbegum6252 2 ปีที่แล้ว +1

    Thanks so much

  • @simasaikia380
    @simasaikia380 2 ปีที่แล้ว

    Tq moi alop khinaboloi bisari asu logot mur pet dangar petu nuhuwa koribo bisarisu. Aru bodyr jot jot fats bahise tak naikiya koribo bisaru. Ai juicetu fat lost hoine? Janabosun anty

  • @dipannitabhargab230
    @dipannitabhargab230 2 ปีที่แล้ว

    Thank u so much jonuwa babe ,bht poisa borbad korilu supliment khai jot ji paw order diu diet koru majote exercise korilu keidin mn kujkarhilu aku kam aha nai,aitu try korim aru result tu nichy apunak jonam

  • @parinitahiloidhari1182
    @parinitahiloidhari1182 2 ปีที่แล้ว +6

    ধন্যবাদ জনালোঁ বাইদেউ।

  • @lakshyahiradas1660
    @lakshyahiradas1660 2 ปีที่แล้ว

    অশেষ ধন্যবাদ আপোনালৈ

  • @jintimaninath3397
    @jintimaninath3397 2 ปีที่แล้ว

    বাইদেউ কোমোৰাৰ ৰস খোৱাৰ পিছত দিনটোৰ খোৱা খাদ্য লগতে সময়ৰ হিচাপ খিনি ক'ব প্লিজ🙏🙏🙏। মই আপোনাক বহুত শ্ৰদ্ধা কৰো লগতে আপুনি শিকোৱা বোৰ শিকিব যত্ন কৰো।

  • @Danirojasfc6
    @Danirojasfc6 ปีที่แล้ว +4

    ক্ষীণ হোৱাত সহায়ক গতিকে প্ৰশ্ন নাই.....
    কিন্ত! পেটৰ পৰা চৰ্বী নাইকিয়া হব নে?....

  • @user-sf1li3fs1c
    @user-sf1li3fs1c 10 หลายเดือนก่อน

    Thanks

  • @saralabania9540
    @saralabania9540 2 ปีที่แล้ว +1

    Thank you 🙏

  • @chandanamedhi8994
    @chandanamedhi8994 2 ปีที่แล้ว

    Thank u so much moi imn sesta kori asu khinabo pora a ni

  • @Ayush.Vlogs.2163
    @Ayush.Vlogs.2163 หลายเดือนก่อน

    Thankyou

  • @kashmiribordoloidutta4895
    @kashmiribordoloidutta4895 2 ปีที่แล้ว

    Bahut bahut dhanyawad baidew....

  • @dhanmonidas9744
    @dhanmonidas9744 2 ปีที่แล้ว +1

    Thank you so much aunty 💕💕

  • @anjalipathak4964
    @anjalipathak4964 2 ปีที่แล้ว +2

    ধন্যবাদ বাইদেউ...........।

  • @bhanita898
    @bhanita898 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ বাইদেউ মুকলি কৈ কুৱা বাবে

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      Description box চালে নয়নমণি বৰা সকলোখিনি কথায়ে জানিবা…

  • @user-ik6cr7cj4t
    @user-ik6cr7cj4t ปีที่แล้ว

    ৰাতিপুৱা আমাৰ ইয়াত লাইনৰ অলপ প্ৰবলেম হয়

  • @pegubala504
    @pegubala504 2 ปีที่แล้ว +1

    Thank you very very mach maam

  • @promudkonwar5737
    @promudkonwar5737 2 ปีที่แล้ว

    Dhanyabad baidew. Garam kori khabo parine moiu kham thanda karone hudhilu

  • @aimipathakbora6304
    @aimipathakbora6304 2 ปีที่แล้ว +3

    বাইদেউ এতিয়া যিহেতু ঠান্ডা দিন কুহুমিয়া গৰম কৰি খাব পাৰিম নে। আৰু এইটো খোৱাৰ সময়ত বেলেগ কিবা diet follow কৰিছিল নেকি জনাবছোন।

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      একো নাই কৰা …সদায়ে যেনেদৰে খাওঁ

    • @bimalidaimari3585
      @bimalidaimari3585 2 ปีที่แล้ว

      Apunar video sai bhal lagil ,aitu janibo bisarisu kumura ros khoute kiba side effect asene nai jonabo

    • @dipannitabhargab230
      @dipannitabhargab230 2 ปีที่แล้ว

      @@TaruPhukan kiba exercise ba khuj karhisil neki

  • @jamuguribuari2176
    @jamuguribuari2176 2 ปีที่แล้ว

    Baidau moi bahut hokot kham buli vabisu. Bahut Val lagil video sai thanku ba

  • @gogoirimpi3715
    @gogoirimpi3715 2 ปีที่แล้ว +1

    Thnk u so much...❤️❤️

  • @sudiptapuzari4167
    @sudiptapuzari4167 2 ปีที่แล้ว

    Baidew apunar vediotu sai bohut bhal lagile , hil kumura joha kumura jikunu hole hobone jonabosun

  • @rekhadaspathsala8371
    @rekhadaspathsala8371 2 ปีที่แล้ว +1

    Try korim baideu aru kom aponak.. Thank you

  • @karabisaikia460
    @karabisaikia460 5 หลายเดือนก่อน +1

    🎉🎉🎉

  • @pushparabha2775
    @pushparabha2775 2 ปีที่แล้ว +1

    Thanks 4advice

  • @dikhadevi9218
    @dikhadevi9218 ปีที่แล้ว

    Bohut vl lagil baa mur babe eta dorkari video palu

  • @meeradas133
    @meeradas133 10 หลายเดือนก่อน

    Aapuni juice khua logote dieting u korisile nki....jonabo xun

  • @susitragogoi5806
    @susitragogoi5806 2 ปีที่แล้ว

    Try korim baidow, vl fol pale nishoi jonam,,,

  • @tultulboruah9037
    @tultulboruah9037 2 ปีที่แล้ว

    Baideu bhut vl lagil..moiu bhut hokot bhut try korisu khinabo..kintu nikhinau....vl lagil sai moiu khm aji pora

  • @bobygogoinahardeka303
    @bobygogoinahardeka303 11 หลายเดือนก่อน +1

    baa petor sorbi komene please jonabo

  • @Trisna2005
    @Trisna2005 11 หลายเดือนก่อน

    বাইদেউ এই ৰস টো ৰাতিয়ে বনাই freez ত থৈ পিছদিনা পুৱা খাব পাৰি নে?

  • @Simplepuja105
    @Simplepuja105 2 ปีที่แล้ว

    Bohut bohut dhoinyobad

  • @jaibarahman6744
    @jaibarahman6744 2 ปีที่แล้ว +1

    Thank you baidow

  • @bowlarisvlogs4082
    @bowlarisvlogs4082 2 ปีที่แล้ว

    Thank you dei borma! Share kora karone...

  • @pinkumonigohain6411
    @pinkumonigohain6411 2 ปีที่แล้ว

    Thank you so much khuri...😍😍

  • @RimpiDekaBora.-dg7kj
    @RimpiDekaBora.-dg7kj ปีที่แล้ว

    Baa mur bohut fatch hoise. Kumura jush khale naikia hobone baru. Plz jonabasun baa..

  • @nikitakalita6491
    @nikitakalita6491 ปีที่แล้ว

    এই কুমুৰাৰ ৰস খিনি সদাই খাব লাগিবনা না সপ্তাহত তিনিদিন খাব লাগিব please reply 🙏🙏

  • @panchimoni7373
    @panchimoni7373 2 ปีที่แล้ว

    Thank you so much beidow .

  • @lonisaikia9780
    @lonisaikia9780 2 ปีที่แล้ว +1

    Thank you 🙂🙂

  • @lekhashreeborah6655
    @lekhashreeborah6655 2 ปีที่แล้ว +2

    বাইদেউ গৰম পানীত দি খাব পাৰি নে? খালী পেটত খাব লাগিব নে আৰু Regular খাব লাগে নে বাইদেউ??

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      Description box চোৱাচোন

  • @dalidevi2944
    @dalidevi2944 2 ปีที่แล้ว +2

    Ma'am pani TU grm ne thanda .. jnab sn

  • @rituparnavlog4432
    @rituparnavlog4432 2 ปีที่แล้ว

    Muk alop xokot hua upai dioksun sobei bohut jukai😢😢 apunar kothabur bissax koru sobei xosa kothaa nokoi but apunar video bur real hoi plzzz xohoj poidhotit xokot hua upai ata diok

  • @krishnasarmah5152
    @krishnasarmah5152 2 ปีที่แล้ว

    Moiu weight komano khuju baa...mur weight 63kg..moi khale khinam ne baa ❤️

  • @user-qf6cm5bk2x
    @user-qf6cm5bk2x หลายเดือนก่อน

    কোমোৰা ৰস থাইৰয়ড থাকিলে খাব পাৰিনে

  • @Assameseborshavlog
    @Assameseborshavlog 2 ปีที่แล้ว +2

    Val lagil day vidio to 👌👌

  • @himashreedevi8577
    @himashreedevi8577 ปีที่แล้ว

    Kun kun ai2 video sai kine khinaise review dibo sun plzzz .... Moi atiya he paisu video tu .aru khaboloi aramvo korisu ... Khinam ne baru moi

  • @ebaahamed9586
    @ebaahamed9586 2 ปีที่แล้ว +1

    Baidaw কুমোৰা বজাৰৰ কেচা টো খালে হব নে প্লীজ জনাব 🙏🙏

  • @SiwaniDas975
    @SiwaniDas975 28 วันที่ผ่านมา

    Bny sisar btlt vry rkhib prim ne baa

  • @riyasaikia5452
    @riyasaikia5452 2 หลายเดือนก่อน

    Thank you so much 💓

    • @TaruPhukan
      @TaruPhukan  2 หลายเดือนก่อน

      Welcome 🌹

  • @munusaikia8148
    @munusaikia8148 2 ปีที่แล้ว

    Thanks you 🙏

  • @MrStark-kj2sm
    @MrStark-kj2sm 2 ปีที่แล้ว

    Bohut 2 dhoinobad baidao.moi nicchoi try korim

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা…শুভ হওঁক ২০২২

  • @HemchandraChutia-x8q
    @HemchandraChutia-x8q 5 วันที่ผ่านมา

    Thàndaa dinat khaboo parim ne baru.jonab

  • @alpanasharma5010
    @alpanasharma5010 2 ปีที่แล้ว +1

    Very nice topic.

  • @moushumisharma6711
    @moushumisharma6711 ปีที่แล้ว

    Thanku medam

  • @nabanitarangshal8062
    @nabanitarangshal8062 2 ปีที่แล้ว

    Baideu video 2 Sai bor val lagil.Baideu komurar rokh2 kiba bemaror karone beya neki jonabosun!

    • @TaruPhukan
      @TaruPhukan  2 ปีที่แล้ว

      মোৰ description box ত চোৱা আৰু যিগৰাকী ভণ্টীৰ কথামতে খাইছিলো তাই সকলোখিনিয়ে লিখি দিছে

  • @axomiyasualihbgvlog8255
    @axomiyasualihbgvlog8255 2 ปีที่แล้ว

    Baideu... Mur pet tu komabo lge.... Ai juice khale komibo ne

  • @mallikasarmah5303
    @mallikasarmah5303 2 ปีที่แล้ว +2

    নিশ্চয় খাম । ধন্যবাদ জনালোঁ আপোনাক