Mango Pickle Recipe Without Sunlight | ৰ’দত নিদিয়াকৈ আমৰ আচাৰ প্ৰস্তুত কৰিও তিনি বছৰলৈকে ৰাখিব পাৰি

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ม.ค. 2025

ความคิดเห็น • 89

  • @deepalideka718
    @deepalideka718 4 ปีที่แล้ว +1

    বৰ ভাল লাগিল

  • @rupalibora7767
    @rupalibora7767 3 ปีที่แล้ว

    বৰ সুন্দৰ ভাৱে শিকাই দিলে আচাৰ বনোৱা পদ্ধতিটো,বহুত ধন্যবাদ জনানো

  • @jayashrimalakar2610
    @jayashrimalakar2610 4 ปีที่แล้ว +3

    খুব ধুনীয়া হৈছে

  • @bijuborsaikia2833
    @bijuborsaikia2833 4 ปีที่แล้ว +2

    ভাল লাগিল, নিশ্চয় চেষ্টা কৰিম

  • @sanahigogoi381
    @sanahigogoi381 2 ปีที่แล้ว

    ধন্যবাদ বাইদেউ

  • @RimpiKukil
    @RimpiKukil 4 ปีที่แล้ว +3

    বৰ ধুনীয়া হৈছে আমৰ আচাৰ বিধ।

  • @foodieshouse8893
    @foodieshouse8893 3 ปีที่แล้ว +2

    Val lagil baideu ❤️

  • @ruhanarohmanlaskar6705
    @ruhanarohmanlaskar6705 3 ปีที่แล้ว

    Thank you বাইদেউ

  • @songeetaboradas7379
    @songeetaboradas7379 4 ปีที่แล้ว

    ধুনীয়া হৈছে

  • @miniaturevillagebengali
    @miniaturevillagebengali 4 ปีที่แล้ว

    Bhal hoise video tu

  • @mylife-bi8cv
    @mylife-bi8cv 4 ปีที่แล้ว

    Verynice

  • @micom2092
    @micom2092 4 ปีที่แล้ว

    Bhal lagil

  • @juleedutta1821
    @juleedutta1821 4 ปีที่แล้ว

    Baido video to sai bohut val lagil. Moi bonam

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      যোৱা বছৰৰ এই আচাৰ এতিয়াও শেষ হোৱা নাই ৷ চেনি দিয়াখিনি বেছি ভাল লাগে খাবলৈ ৷ মই মিঠা ভাল পাওঁ কাৰণেও হ’ব পাৰে ৷

  • @sanghamitradoley1483
    @sanghamitradoley1483 4 ปีที่แล้ว

    Nice👌👌👌

  • @rekhamonibhuyan3698
    @rekhamonibhuyan3698 4 ปีที่แล้ว

    bor sundar recipi..bhal lgil.mitha soff bhaji disene kechai dise jonabosun

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      অলপ ভাজি দিছোঁ ৷ কেঁচাকৈয়ো মোহাৰি দিব
      পাৰি ৷

  • @avisanvlogs8692
    @avisanvlogs8692 4 ปีที่แล้ว

    Vall lagill

  • @bedantapator4642
    @bedantapator4642 4 ปีที่แล้ว

    Val lagil

  • @ritushukla9284
    @ritushukla9284 4 ปีที่แล้ว

    Thank you so much ❤️😊 for sharing. I love Assam.

  • @anamikakalita494
    @anamikakalita494 4 ปีที่แล้ว +2

    ভাল লাগিল বাইদেউ, মই এনেদৰে কেতিয়াও আচাৰ বনোৱা নাই এইবাৰ নিচ্শয় বনাম.......😘😘😘😘

    • @charuchoudhury9270
      @charuchoudhury9270 4 ปีที่แล้ว

      Apunak khub bhal lage..
      Amar asar aibar apunar Dore bonam

    • @kalpanadeka5001
      @kalpanadeka5001 4 ปีที่แล้ว

      Duniya.Engraj bilak e asar rodot xukuai bonaisil.bhoja nasil
      .asar enekuwa i hob lage
      .

  • @nivaphukan9560
    @nivaphukan9560 4 ปีที่แล้ว +1

    Thanks bydau

  • @jhimidevi7988
    @jhimidevi7988 4 ปีที่แล้ว

    Moi agot jona hole mor aam bilik beya nohole hoi thank you apunar ei video rur babe agoloi bonale anekoi bonam

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      পানী শুকুৱাই লব পাৰিলে আৰু ভাপ নলগাকৈ ৰাখিব পাৰিলে একো আচাৰেই বেয়া নহয় ৷ তোমাৰ আচাৰখিনিত কেনেবাকৈ সেমেকি গ’ল কাৰণে নষ্ট হ’ল ৷

  • @meghaliray5108
    @meghaliray5108 4 ปีที่แล้ว

    Dhuniya hoise

  • @ub594
    @ub594 4 ปีที่แล้ว +1

    😋👌👍

  • @dimpalkalita2260
    @dimpalkalita2260 4 ปีที่แล้ว

    Dekhie khao khao lagise😃

  • @devajithazarika2238
    @devajithazarika2238 3 ปีที่แล้ว

    Baideu apuner ghor kot baru

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  3 ปีที่แล้ว

      উত্তৰ লক্ষীমপুৰত ৷

  • @miratirkey1268
    @miratirkey1268 4 ปีที่แล้ว

    👌👌

  • @sunmonipeguhazarika8799
    @sunmonipeguhazarika8799 3 ปีที่แล้ว

    Baidew plastic bottle t achar vrle beya hy jabo nki

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  3 ปีที่แล้ว +1

      উন্নত মানৰ প্লাষ্টিক হলে ৰাখিব পাৰিবা ৷ বহুত কোম্পানীৰ আচাৰ দেখোন প্লাষ্টিকৰ বৈয়ামতে বিক্ৰী কৰে ৷

    • @ritudutta2671
      @ritudutta2671 3 ปีที่แล้ว

      nhoy.moi bonaiasu

  • @kaverivlogstyle5278
    @kaverivlogstyle5278 4 ปีที่แล้ว

    🥰👌👍

  • @karishmitadeka771
    @karishmitadeka771 4 ปีที่แล้ว

    Val lagil Vidio tu moi apunar xokolu Vidio sau val lage.mur Vidio sabo sun

  • @sunitadutta1445
    @sunitadutta1445 4 ปีที่แล้ว

    বাইদেউ আজিহে গম পালো

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      হয় ধন্যবাদ ৷ এবছৰ হৈ গ’ল, আচাৰখিনি শেষ হোৱাই নাই ৷ এতিয়াহে খাবলৈ বেছি ভাল হৈছে ৷

  • @durgahazarika4711
    @durgahazarika4711 4 ปีที่แล้ว

    vinegar nidile u hobo ne

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว +1

      হ’ব ৷ মই কোনো আচাৰতে ভিনেগাৰ আৰু হিং নিদিওঁ ৷ আইতা আৰু মা হঁতৰ দিনত ভিনেগাৰ কি গমেই পোৱা নাছিল ৷ কেবল ভাপ থাকিব নেলাগে আৰু মেইন্টেনেন্স সঠিক হলে কেবাবছৰো আচাৰ বেয়া নহয় ৷

    • @durgahazarika4711
      @durgahazarika4711 4 ปีที่แล้ว

      @@RupanjaliRonganoi Dhonyoba.. apuni kuwar dore amor asar khini rakhilu..bor vl hoise khaboloi..

  • @munmikakati1869
    @munmikakati1869 4 ปีที่แล้ว

    Is vinegar not required...?

  • @ekhr....5570
    @ekhr....5570 4 ปีที่แล้ว

    Baideu moiu aitu sai bonaisilu aam khini taan a hoi ase j kio baru???

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว +1

      কিমান দিন হ’ল ? কেঁচাকৈ আচাৰ প্ৰস্তুত কৰিলে কোমল হ’বলৈ সময় লাগে ৷ কিন্তু টেস্টি আৰু লাষ্টিং হয় ৷ মই এইবেলি আমৰ আচাৰ প্ৰস্তুত নকৰিলোঁ ৷ যোৱাবেলিৰ আচাৰেই খাই আছোঁ ৷
      ধন্যবাদ খবৰ দিয়াৰ বাবে ৷

    • @ekhr....5570
      @ekhr....5570 4 ปีที่แล้ว

      @@RupanjaliRonganoi 15 days besy hool

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      দুমাহমান লাগিব কোমল হ’বলৈ ৷

  • @dikshitagogoi5738
    @dikshitagogoi5738 4 ปีที่แล้ว +1

    বাইদেউ, খিছিৰি ৰ ৰেছিপি দিব চোন

  • @nirmalisvlogs1570
    @nirmalisvlogs1570 4 ปีที่แล้ว

    Janibo pari val lagil

  • @pradyotguha2511
    @pradyotguha2511 2 ปีที่แล้ว

    Pani dile amar achar val thakiba janu?

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  2 ปีที่แล้ว

      আমখিনি সম্পূৰ্ণ শুকোৱাৰ পিছৰ নিমখ পানীয়ে অপকাৰ নকৰে ৷

  • @munumedhi7452
    @munumedhi7452 4 ปีที่แล้ว

    baideu xikot diya kukura mangkho kenekoi bnai janabsun

  • @rubikalita5943
    @rubikalita5943 4 ปีที่แล้ว

    Kota r pisat nimakhat kiman samay rakhise baideo janabo sun

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว +1

      কেইঘণ্টামান অথবা গোটেই ৰাতিও ৰাখিব
      পাৰে ৷ মই এঘণ্টা ৰাখিছিলোঁ ৷ এইখিনি যোৱাবছৰৰ আচাৰ, এতিয়াও শেষ হোৱা নাই ৷
      প্ৰশ্নৰ বাবে ধন্যবাদ ৷

  • @nikimanidas2306
    @nikimanidas2306 3 ปีที่แล้ว

    Dhaniya gutio dibo parim no mem

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  3 ปีที่แล้ว

      নিশ্চয় ৷ কিন্তু চ’ফ দিব পাৰিলে সাংঘাটিক সোৱাদ হয় ৷

    • @nikimanidas2306
      @nikimanidas2306 3 ปีที่แล้ว

      Aikhini tu gutei dya hboi lgt dhaniya guti d bnaisilu moi...vl hoise

  • @pradiprajbongshi8277
    @pradiprajbongshi8277 4 ปีที่แล้ว

    Palstich botolot asar bonale beya hobo naki ba

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      কিছুমান আচাৰ কোম্পানীয়ে প্লাষ্টিক বটলতে দিয়েচোন ৷ প্লাষ্টিকৰ কোৱালিটী চাই আচাৰ ভৰাব পাৰি ৷ মই সাধাৰনতে চিঁচাৰ বটলত আচাৰ থওঁ ৷
      ধন্যবাদ মতামতৰ বাবে ৷

  • @dineshpathak5361
    @dineshpathak5361 4 ปีที่แล้ว

    বাইদেউ, আমখিনি যদি বেছি পূৰঠ হয় তেনে আমৰ বনাব পাৰিনে ?

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      পাৰি ৷ গুটি দিব পৰা নেযাব ৷ গুটি অকণ থাকিলে চুপি খাবলৈ ভাল লাগে ন !
      ধন্যবাদ সোধাৰ কাৰণে ৷

    • @dineshpathak5361
      @dineshpathak5361 4 ปีที่แล้ว

      @@RupanjaliRonganoi বাইদেউ লৈ অশেষ ধন্যবাদ ।

  • @nikusonowal7178
    @nikusonowal7178 4 ปีที่แล้ว +1

    Baido eikedint moi bonam vabisu kintu rod tu dia nai rod enekoi a hbo neh

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      ৰ’দ নিদিলেও হব ৷ আমৰ বাকলিত থকা পানীখিনি মুচি শুকুৱাই এৰাতি ফেনৰ তলত থৈ দিয়া ৷ একো নহয় ৷ সেমেকিবলৈ নিদিবা ৷ পানী আৰু ভাপ পালেহে ভেঁকুৰ লাগি যাব ৷
      ধন্যবাদ সোধাৰ বাবে ৷

    • @nikusonowal7178
      @nikusonowal7178 4 ปีที่แล้ว +1

      @@RupanjaliRonganoi thnq baido

  • @chinugogoi975
    @chinugogoi975 4 ปีที่แล้ว

    আম khini kati hukuai loi apuni kuar dre bonae vl hbo ne

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      নিশ্চয় হ’ব ৷ কেবল ময়শ্চাৰ লাগিবলৈ নিদিবা ৷

  • @manashibaruah5747
    @manashibaruah5747 4 ปีที่แล้ว

    Jolokia nidiake bonaise no, moi besi jola achar val pau, pura vut jolokia di....

  • @sukanyarajbanshi5376
    @sukanyarajbanshi5376 3 ปีที่แล้ว

    ৰদত দিওঁতে ঢাকনি মাৰি দিয়ে নে নমৰাকে দিয়ে

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  3 ปีที่แล้ว

      ঢাকনি মাৰি দিওঁ ৷ কেতিয়াবা নুশুকুৱাকৈ বৈয়ামত ভৰালেহে চৰিয়াত উলিয়াই দিওঁ ৷ অলপ সন্দেহ থাকিলে বৈয়ামৰ মুখত কাপোৰ মেৰিয়াই দিওঁ ৷ মছলা দিওঁতে নিশ্চিন্ত হলে ঢাকনি মাৰি ৰ’দ পৰা কিন্তু বৰষুণ নপৰা জেগাত এমাহতকৈয়ো বেছি সময় আচাৰখিনি মজিবলৈ দিওঁ ৷ এনে কৰিলে ৰ’দত আচাৰখিনি ভালদৰে সিজাৰ উপৰিও খাবলৈ অধিক সোৱাদ হয় ৷

  • @prarthanakachari5351
    @prarthanakachari5351 4 ปีที่แล้ว

    Moi apunar recipe to try korisilu kin2 aachar khini beya hoi gol kio najanu

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      পানী আৰু ভাপ কিবা এটাৰ কন্টামিনেচন হ’ল ৷ মোৰো বেয়া লাগিছে শুনি ৷ মোৰ যোৱাবছৰৰ শেষ হোৱাই নাই ৷ এইবাৰ আমৰ আচাৰত হাতেই দিয়া নাই ৷

  • @marameebaishya9598
    @marameebaishya9598 4 ปีที่แล้ว

    Aji he gm Palo..

  • @bituponborgohain1219
    @bituponborgohain1219 4 ปีที่แล้ว

    Khabola mitha na tanga haba baidau

    • @RupanjaliRonganoi
      @RupanjaliRonganoi  4 ปีที่แล้ว

      খাবলৈ চেনি বা গুঁৰ দিলে মিঠা হ’ব ৷ নিদিলে টেঙা হ’ব ৷ দুয়োবিধেই মিলাই দিলে মিঠা টেঙা সোৱাদ হ’ব ৷ জলফাই, বিলাহী, ঔটেঙাৰ চাটনিৰ দৰে ৷
      ধন্যবাদ প্ৰশ্নৰ বাবে ৷

  • @Rajendranathbora
    @Rajendranathbora 3 ปีที่แล้ว

    Val lagil

  • @simadekadeka690
    @simadekadeka690 3 ปีที่แล้ว +1

    👌👌👌