ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oti Xundor Recipe 👌👌👌👍👍👍🙏🙏🙏
Nice
dhuniya
ভাল লাগিল আপোনালৈও থাকিল বহুত শুভেচ্ছা।
Hundor hoise mem
Val lagil baidew 🎉❤
অ খুৰী সঁচাকৈ বহুত ভাল হৈছে।
Asar val hoise
Recipetu val hoise
Borhiya hoise.
Bohut val lagil,moi bonaboloi yantns korim
❤️
Bahut bahut val lagise baa
❤️❤️
Hundar
Val lagil
ধুনীয়া
Bohut dhuniya hoisa
সুন্দৰ
Sunder
Hundar Baidew.
Dhuniya lagil
xundar lagise video tu Sai, moi o bonau. Prathom bonaute Apunar video Sai bonaisilu.
Apunar amr asar bnwa system to salu vl lagil. Moi bnabloi khaju hoisu aru. Apunar system te bnam. Mam
ভাল লাগিল
Dekhile love lagise Thanks mam
খাবলৈ মন গৈছে বাইদেউ
🌹🌹🌹
ভাল লাগিল।
Vl lagil sai moi u bnam😘😘
Hundar hoise baidei❤️🙏🏻👍
Bhal lagil
আমৰ আচাৰৰ ভিদিঅতো চাই ভাল লাগিল । ধন্যবাদ বাইদেউ ।
Dhuniya hoise ❤️👍
Nice 👍
Apuner recipe bilak khubbe bhal hoi
আপোনাৰ আচাৰ বনোৱা কিতিপ টো চাই ভাল লাগিলে আশা কৰোঁ আগলৈ যাতে এনেকৈ আৰু দিব❤
Duniya.❤❤🎉😢😅😮
Bhut bhal lagil recpie to thanks mam
apunar video bur sai val laga
Bor dhunia lagise dekhi❤️
Tumi achar bonala .moi amei bisari napalu .vl lagil videotu .
এইবাৰ আম বহুত কম লাগিছে ৷
@@RupanjaliRonganoi .hoi moiu apunar vdo tu sai aji olp bonam..love frm guwahati ❤️
@@mithukankana6360 ❤️❤️
b@@mithukankana6360
Baidew bahut dhuniya hoise but items bahut hoise aru xamay o babut lagise...
❤
Bor val lagil asar moram dilu duliya janor pora❤️❤️hohari jonabo
নিশ্চয় 🙏
Val hoise baideo......amr vdo bur sabo de
First coment 😘😘
Val Lagil vdo tu sai. Eibar apuni bonuwar dore Amar achar bonam
ভাল লাগিছে
বাইডেউ, মইও বনাবলৈ চেষ্টা কৰিম ।
সুন্দৰ মোৰ আচাৰ বনোৱা পদ্ধতিও বেলেগ
ঘৰ কয়। লক্ষিমপুৰ। বুলি। কৰে। মোৰ ঘৰ। লক্ষিমপুৰত। আচাৰ। ভিডিঅ'। বৰ। ভাল লাগিল।
আপোনাৰ ঘৰ লক্ষীমপুৰৰ ক’ত ? মোৰ খেলমাটিত ঘৰ ৷
My favorite
Mozza hoise baideo.
Bhal Lagil chai
ভাল লাগিল বাইদেউ।সুন্দৰ হৈছে।
সুন্দৰ হৈছে।আমৰ আচাৰ মোৰ বহুত প্ৰিয় ❤️
Val lagel
ভাল লাগিল চাই 🥰🥰🥰
সুন্দৰ হৈছে।ৰান্ধনি বা চৰলি আৰু যনি গুটি একে নহয় কিন্তু দেখাত প্ৰায় একেই।গোন্ধ ও বেলেগ বেলেগ হয়।
সুন্দৰ হৈছে ❤
Nice video
Dhuniya baideu 😍 Val lage aponar video chai...moi o eta natunkoi chnl khulisu ebar chabochun...❤️
ৰদ নহলেও আমৰ আচাৰ বনাব পাৰি কেনেকৈ জানিব পাৰি ভাল লাগিল। মই মিঠা আচাৰ ভাল পাওঁ বাবে সেইটোকে বেছি বনাও।আম আনি থোৱা আছে আপুনি কোৱাৰ দৰে বনাম। বহুত ধন্যবাদ আপনালৈ।
বাইদেউ খাবলৈ পাম বুলি আশা কৰিলো দেই❤️❤️
Barikhon iman dhunia
Bht bhal lagil baideu moi apunar video aru apunar kothabur bht besi bhal lage moi jetiai ghrt ahu apunak log korim buli bhabu kintu time nohoige aibar log korim dinbur olop bhal hole jodi apunar time mile
বাইদেউ মই বিনোদ দত্ত,পথালি পাহাৰৰ ;আমৰ আচাৰ বনোৱা আপোনাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল। মই নিজে আচাৰ বনাম বুলি ভাবিছো।
নিশ্চয় ৷ খাবলৈ বৰ ভাল হ’ব ৷ কেবল মজি যাবলৈ সময় দিবা ৷
Dhunia hoise mam 🥰
😊
আপোনাৰ কথাবোৰ বৰ ভাল লাগে
Nice ma'am 👌😊
Mozza,baideu
আপোনাৰ প্ৰতিটো ৰেচিপী বৰ ভালপাওঁ | পৰিৱেশন বৰ সুন্দৰ |
Nich😁😁😁😍
Bor val lagise baideo
Nice video ❤️
😋🤤👍👌
আচাৰ টো খাব মন গৈছে দেখি😊
👍👌👌
👍👍🌿👍👍
Xub xundor👌👍❣️
Amar dekhun aam khini tukura tukur kori nimokh panit tiai thoi dse atiau... aidore nhbo nki ??
খাবলৈ মন গৈছে কিন্তু বাইদেউ।
Munmi apunar suali Niki , apuni Bengali sampodair le biya hoise ni baru , aasar dekhi khau khau lagi gol 😋😋😋😋
খুব সুন্দৰ হৈছে vdo টো।আপোনাৰ vdo সদায় আগ্ৰহেৰে চাওঁ।কিন্তু বেয়া নাপাব দেই ৰান্ধনী আৰু জনি বা আজৱাইন বেলেগ ।আপুনি এবাৰ confirm কৰি লবচোন।
হয় হয় ৷ কিয় বেয়া পাম বাৰু ? জনী গুটিক আমি ছাঁদ বা সাদৰী বুলিও কওঁ ৷ কওঁতে মোৰ ভুল হৈছে !
Lllll"ll
আজোৱাইন আৰু কালজিৰা jodi mosolar logote diu beya hbo nki baa plz jonabo
বেয়া নহয় ৷
Nice❤️
Baidew apunar video bur sai bhal lage .moiu khulisu besi agboha nai.
Bor maa buli matsu bea napabo moi apunar vedio bor sai bhut vl pau.
Baideu nimokh t aam khini kimn time thobo lgibo??
তিনিদিন ৰাখিলে কোমল হয় ৷ কিন্তু বৰষুণ দিলে উপায় নেথাকে ৷ এইবেলি মই দহদিন ৰাখিলোঁ ৷
@@RupanjaliRonganoi thank you.. 10 days rakhise jtia bht kumol hy goise.
Nabanita's kitchen &vlog
Baido asar khini bohot mitha jaise .
Baido apunak log paisilu biya akhont... Apunar recipi hok pikle hok bhut vl lage..... Moi purnima pegu boruah......
কাৰ বিয়া ? মাতিব লাগিছিল ৷
আম খিনি নিমখত কেইদিন ৰাখিব লাগিব
বাইদেউ আইনাৰ গ্লাচ খন কিয় দিছে জনাব
চৰাই খেদিবলৈ ৷
আগলৈ পাম বুলি আশা থাকিল
মইয়ো বনাবলৈ চেষ্টা কৰি চাম এবাৰ আচাৰ মোৰ খুব প্ৰিয়
নিশ্চয় ৷ ❤️🙏
প্লাষ্টিকৰ টেমা ললে হবনে
ভাল কোৱালিটীৰ হলেই হ’ল ৷ কিনা আচাৰবোৰ দেখোন প্লাষ্টিকৰ বৈয়ামতে পোৱা যায় ৷
Apunar mat tu setona das r nisina😊
🙏
মোৰ ভিডিঅ'বোৰ চাব এবাৰ 🙏❤️ আপোনাৰ ভিডিঅ'বোৰ বৰ ভাল পাও
Baideu dapun khon kio dise apuni jonabi xun
কাউৰী আৰু অন্য চৰায়ে মুখ নিদিবলৈ । আইনাত নিজক দেখিলে চৰাই পলাই যায় ।
Jiyekole dile he gom pam khabole knkuwa hoise..
G.U. লৈকে বিধে বিধে আচাৰ পঠিয়াই এয়াহে শুনিবলে পালোঁ নে ? 🤔
Heiya khai hekh..aru lge aru kham..maak e bonuwa bostu jiyek e nakhai kun e khabo...
ৰাতিটো ৰাখিলেই হয় ৷ বেছিকৈ ৰাখিলে বতৰ বেয়াও হ’ব পাৰে ৷ যদি বতৰ বেয়া হয় তেন্তে দুৰাতি ৰখাৰ পিছত ফেনৰ তলত শুকুৱাই লব লাগিব ৷ নহলে বেয়া হৈয়ো যাব পাৰে ৷ তেল মছলা লগাই ললে নিশ্চিন্ত হ’ব পাৰি ৷ প্ৰশ্নটো সোধাৰ বাবে ধন্যবাদ জনালোঁ ৷
Oti Xundor Recipe 👌👌👌👍👍👍🙏🙏🙏
Nice
dhuniya
ভাল লাগিল আপোনালৈও থাকিল বহুত শুভেচ্ছা।
Hundor hoise mem
Val lagil baidew 🎉❤
অ খুৰী সঁচাকৈ বহুত ভাল হৈছে।
Asar val hoise
Recipetu val hoise
Borhiya hoise.
Bohut val lagil,moi bonaboloi yantns korim
❤️
Bahut bahut val lagise baa
❤️❤️
Hundar
Val lagil
ধুনীয়া
Bohut dhuniya hoisa
সুন্দৰ
Sunder
Hundar Baidew.
Dhuniya lagil
xundar lagise video tu Sai, moi o bonau. Prathom bonaute Apunar video Sai bonaisilu.
Apunar amr asar bnwa system to salu vl lagil. Moi bnabloi khaju hoisu aru. Apunar system te bnam. Mam
ভাল লাগিল
Dekhile love lagise Thanks mam
খাবলৈ মন গৈছে বাইদেউ
🌹🌹🌹
ভাল লাগিল।
ভাল লাগিল
Vl lagil sai moi u bnam😘😘
Hundar hoise baidei❤️🙏🏻👍
Bhal lagil
আমৰ আচাৰৰ ভিদিঅতো চাই ভাল লাগিল । ধন্যবাদ বাইদেউ ।
Dhuniya hoise ❤️👍
Nice 👍
Apuner recipe bilak khubbe bhal hoi
আপোনাৰ আচাৰ বনোৱা কিতিপ টো চাই ভাল লাগিলে আশা কৰোঁ আগলৈ যাতে এনেকৈ আৰু দিব❤
Duniya.❤❤🎉😢😅😮
Bhut bhal lagil recpie to thanks mam
apunar video bur sai val laga
Bor dhunia lagise dekhi❤️
Tumi achar bonala .moi amei bisari napalu .vl lagil videotu .
এইবাৰ আম বহুত কম লাগিছে ৷
@@RupanjaliRonganoi .hoi moiu apunar vdo tu sai aji olp bonam..love frm guwahati ❤️
@@mithukankana6360 ❤️❤️
b@@mithukankana6360
Baidew bahut dhuniya hoise but items bahut hoise aru xamay o babut lagise...
❤
Bor val lagil asar moram dilu duliya janor pora❤️❤️hohari jonabo
নিশ্চয় 🙏
Val hoise baideo......amr vdo bur sabo de
First coment 😘😘
Val Lagil vdo tu sai. Eibar apuni bonuwar dore Amar achar bonam
ভাল লাগিছে
বাইডেউ, মইও বনাবলৈ চেষ্টা কৰিম
।
সুন্দৰ মোৰ আচাৰ বনোৱা পদ্ধতিও বেলেগ
ঘৰ কয়। লক্ষিমপুৰ। বুলি। কৰে। মোৰ ঘৰ। লক্ষিমপুৰত। আচাৰ। ভিডিঅ'। বৰ। ভাল লাগিল।
আপোনাৰ ঘৰ লক্ষীমপুৰৰ ক’ত ? মোৰ খেলমাটিত ঘৰ ৷
My favorite
Mozza hoise baideo.
Bhal Lagil chai
ভাল লাগিল বাইদেউ।সুন্দৰ হৈছে।
সুন্দৰ হৈছে।
আমৰ আচাৰ মোৰ বহুত প্ৰিয় ❤️
Val lagel
ভাল লাগিল চাই 🥰🥰🥰
সুন্দৰ হৈছে।ৰান্ধনি বা চৰলি আৰু যনি গুটি একে নহয় কিন্তু দেখাত প্ৰায় একেই।গোন্ধ ও বেলেগ বেলেগ হয়।
সুন্দৰ হৈছে ❤
Nice video
Dhuniya baideu 😍 Val lage aponar video chai...moi o eta natunkoi chnl khulisu ebar chabochun...❤️
ৰদ নহলেও আমৰ আচাৰ বনাব পাৰি কেনেকৈ জানিব পাৰি ভাল লাগিল। মই মিঠা আচাৰ ভাল পাওঁ বাবে সেইটোকে বেছি বনাও।আম আনি থোৱা আছে আপুনি কোৱাৰ দৰে বনাম। বহুত ধন্যবাদ আপনালৈ।
❤️❤️
বাইদেউ খাবলৈ পাম বুলি আশা কৰিলো দেই❤️❤️
Barikhon iman dhunia
Bht bhal lagil baideu moi apunar video aru apunar kothabur bht besi bhal lage moi jetiai ghrt ahu apunak log korim buli bhabu kintu time nohoige aibar log korim dinbur olop bhal hole jodi apunar time mile
বাইদেউ মই বিনোদ দত্ত,পথালি পাহাৰৰ ;আমৰ আচাৰ বনোৱা আপোনাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল। মই নিজে আচাৰ বনাম বুলি ভাবিছো।
নিশ্চয় ৷ খাবলৈ বৰ ভাল হ’ব ৷ কেবল মজি যাবলৈ সময় দিবা ৷
Dhunia hoise mam 🥰
😊
আপোনাৰ কথাবোৰ বৰ ভাল লাগে
Nice ma'am 👌😊
Mozza,baideu
আপোনাৰ প্ৰতিটো ৰেচিপী বৰ ভালপাওঁ | পৰিৱেশন বৰ সুন্দৰ |
Nich😁😁😁😍
Bor val lagise baideo
Nice video ❤️
😋🤤👍👌
আচাৰ টো খাব মন গৈছে দেখি😊
👍👌👌
👍👍🌿👍👍
Xub xundor👌👍❣️
Amar dekhun aam khini tukura tukur kori nimokh panit tiai thoi dse atiau... aidore nhbo nki ??
খাবলৈ মন গৈছে কিন্তু বাইদেউ।
Munmi apunar suali Niki , apuni Bengali sampodair le biya hoise ni baru , aasar dekhi khau khau lagi gol 😋😋😋😋
খুব সুন্দৰ হৈছে vdo টো।আপোনাৰ vdo সদায় আগ্ৰহেৰে চাওঁ।কিন্তু বেয়া নাপাব দেই ৰান্ধনী আৰু জনি বা আজৱাইন বেলেগ ।আপুনি এবাৰ confirm কৰি লবচোন।
হয় হয় ৷ কিয় বেয়া পাম বাৰু ? জনী গুটিক আমি ছাঁদ বা সাদৰী বুলিও কওঁ ৷ কওঁতে মোৰ ভুল হৈছে !
Lllll"ll
আজোৱাইন আৰু কালজিৰা jodi mosolar logote diu beya hbo nki baa plz jonabo
বেয়া নহয় ৷
Nice❤️
Baidew apunar video bur sai bhal lage .moiu khulisu besi agboha nai.
Bor maa buli matsu bea napabo moi apunar vedio bor sai bhut vl pau.
Baideu nimokh t aam khini kimn time thobo lgibo??
তিনিদিন ৰাখিলে কোমল হয় ৷ কিন্তু বৰষুণ দিলে উপায় নেথাকে ৷ এইবেলি মই দহদিন ৰাখিলোঁ ৷
@@RupanjaliRonganoi thank you.. 10 days rakhise jtia bht kumol hy goise.
Nabanita's kitchen &vlog
Baido asar khini bohot mitha jaise .
Baido apunak log paisilu biya akhont... Apunar recipi hok pikle hok bhut vl lage..... Moi purnima pegu boruah......
কাৰ বিয়া ? মাতিব লাগিছিল ৷
আম খিনি নিমখত কেইদিন ৰাখিব লাগিব
বাইদেউ আইনাৰ গ্লাচ খন কিয় দিছে জনাব
চৰাই খেদিবলৈ ৷
আগলৈ পাম বুলি আশা থাকিল
মইয়ো বনাবলৈ চেষ্টা কৰি চাম এবাৰ আচাৰ মোৰ খুব প্ৰিয়
নিশ্চয় ৷ ❤️🙏
প্লাষ্টিকৰ টেমা ললে হবনে
ভাল কোৱালিটীৰ হলেই হ’ল ৷ কিনা আচাৰবোৰ দেখোন প্লাষ্টিকৰ বৈয়ামতে পোৱা যায় ৷
Apunar mat tu setona das r nisina😊
🙏
মোৰ ভিডিঅ'বোৰ চাব এবাৰ 🙏❤️ আপোনাৰ ভিডিঅ'বোৰ বৰ ভাল পাও
Baideu dapun khon kio dise apuni jonabi xun
কাউৰী আৰু অন্য চৰায়ে মুখ নিদিবলৈ । আইনাত নিজক দেখিলে চৰাই পলাই যায় ।
Jiyekole dile he gom pam khabole knkuwa hoise..
G.U. লৈকে বিধে বিধে আচাৰ পঠিয়াই এয়াহে শুনিবলে পালোঁ নে ? 🤔
Heiya khai hekh..aru lge aru kham..maak e bonuwa bostu jiyek e nakhai kun e khabo...
আম খিনি নিমখত কেইদিন ৰাখিব লাগিব
ৰাতিটো ৰাখিলেই হয় ৷ বেছিকৈ ৰাখিলে বতৰ বেয়াও হ’ব পাৰে ৷ যদি বতৰ বেয়া হয় তেন্তে দুৰাতি ৰখাৰ পিছত ফেনৰ তলত শুকুৱাই লব লাগিব ৷ নহলে বেয়া হৈয়ো যাব পাৰে ৷ তেল মছলা লগাই ললে নিশ্চিন্ত হ’ব পাৰি ৷
প্ৰশ্নটো সোধাৰ বাবে ধন্যবাদ জনালোঁ ৷