উপ নিৰ্বাচনক লৈ বিৰোধী মহাজোঁটত ফাট

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • উপ নিৰ্বাচনক লৈ বিৰোধী মহাজোঁটত ফাট
    কংগ্ৰেছৰ অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্তক লৈ মহাজোঁটত সংঘাত
    কংগ্ৰেছক উভতি ধৰি ক্ষুৰধাৰ সমালোচনা অখিল-লুৰীণৰ
    ‘লোকসভাৰ ফলাফলত কংগ্ৰেছে একক কৃতিত্ব দাবী কৰাটো মূৰ্খৰ স্বৰ্গত বাস কৰা’

ความคิดเห็น • 4

  • @jibonjyotidutta622
    @jibonjyotidutta622 หลายเดือนก่อน +1

    উপ নিৰ্বাচনত অকলে খেলিব বুজিছো কিন্তু 2026 ৰ বিধান সভা নিৰ্বাচন কেনেকৈ খেলিব | যদি 2026 তো সহায় কৰিবনে বাকী বিজেপি বিৰোধী দলকেইটা একত্রিত হৈ থাকিবনে ?

  • @PrashenjitShome-or5et
    @PrashenjitShome-or5et หลายเดือนก่อน

    Unity is important for future.

  • @kimjennie5870
    @kimjennie5870 หลายเดือนก่อน

    সাবধান হওক, বৰা ডাঙৰীয়া, লগ হব নোৱাৰে যদি, সভাপতি পদ এৰক,