কেন্দ্ৰীয়ভাৱে পৰীক্ষা পতাৰ সিদ্ধান্ত টো সমৰ্থন কৰিছো। কিন্তু পৰীক্ষাৰ syllabus খন বিষয় ভিত্তিক হোৱাটো উচিত আছিল। এজন physics ৰ student এ, philosophy ৰ student এ, mathematics ৰ student এ history geography পঢ়াৰ কিবা যুক্তি আছে নে?? এতিয়া মই political Science ৰ student , masters কৰি আছোঁ। মই নিজৰ domain ত নিজৰ জ্ঞান গভীৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে নে এতিয়া history, geography, economics, science and technology এইবোৰ পঢ়িব লাগে। আৰু ভৱিষ্যতে মই অধ্যাপক হোৱাৰ পিছত যিহেতু student ক political Science এ পঢ়ুৱাব লাগিব, গতিকে মোৰ Assam history, Indian History, Indian Geography পঢ়াৰ কিবা দৰকাৰ আছেনে? এজন administrator generalist হয় আৰু এজন professor specialist হয়, এই দুটা profession-ক মিহলি কৰি খিছিৰি কৰাৰ মই কোনো যুক্তি দেখা নাই। আৰু "Subject knowledge test কৰিবলৈ NET/SLET আছেই" বুলি ভবা সকলক কৈছোঁ, এইটো আপোনালোকৰ ভুল ধাৰণা যে কোনোবাই NET/SLET qualify কৰিছে মানেই তেওঁ বিষয়টোত দক্ষ। সেইটো কেতিয়াও হব নোৱাৰে। কাৰণ মই MA 1st semester ত থকা সময়তেই NET qualify কৰিছিলোঁ। আৰু এতিয়াও মই ভাবো মোৰ subject knowledge টো complete নহয়। আৰু NET ৰ Cutoff নো কিমান থাকে? ৬০%, ৫০%, কিছুমান বিষয়ত মাত্ৰ 40%😂. এনেকুৱা exam এটাই সঁচাকৈ বিষয় টোৰ ওপৰৰ কাৰোবাৰ কিমান দক্ষতা আছে সেয়া পৰীক্ষা কৰিব পাৰেনে বাৰু?? "WE ARE NOT AGAINST EXAM. BECAUSE APA SYSTEM SHOULD AND MUST BE CHANGED. WE ARE AGAINST SYLLABUS, BECAUSE IT IS TOTALLY INAPPROPRIATE AND USELESS"
Fully support ❤️❤️❤️🔥❤️❤️❤️
কেন্দ্ৰীয়ভাৱে পৰীক্ষা পতাৰ সিদ্ধান্ত টো সমৰ্থন কৰিছো। কিন্তু পৰীক্ষাৰ syllabus খন বিষয় ভিত্তিক হোৱাটো উচিত আছিল। এজন physics ৰ student এ, philosophy ৰ student এ, mathematics ৰ student এ history geography পঢ়াৰ কিবা যুক্তি আছে নে??
এতিয়া মই political Science ৰ student , masters কৰি আছোঁ। মই নিজৰ domain ত নিজৰ জ্ঞান গভীৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে নে এতিয়া history, geography, economics, science and technology এইবোৰ পঢ়িব লাগে। আৰু ভৱিষ্যতে মই অধ্যাপক হোৱাৰ পিছত যিহেতু student ক political Science এ পঢ়ুৱাব লাগিব, গতিকে মোৰ Assam history, Indian History, Indian Geography পঢ়াৰ কিবা দৰকাৰ আছেনে?
এজন administrator generalist হয় আৰু এজন professor specialist হয়, এই দুটা profession-ক মিহলি কৰি খিছিৰি কৰাৰ মই কোনো যুক্তি দেখা নাই।
আৰু "Subject knowledge test কৰিবলৈ NET/SLET আছেই" বুলি ভবা সকলক কৈছোঁ, এইটো আপোনালোকৰ ভুল ধাৰণা যে কোনোবাই NET/SLET qualify কৰিছে মানেই তেওঁ বিষয়টোত দক্ষ। সেইটো কেতিয়াও হব নোৱাৰে। কাৰণ মই MA 1st semester ত থকা সময়তেই NET qualify কৰিছিলোঁ। আৰু এতিয়াও মই ভাবো মোৰ subject knowledge টো complete নহয়।
আৰু NET ৰ Cutoff নো কিমান থাকে? ৬০%, ৫০%, কিছুমান বিষয়ত মাত্ৰ 40%😂. এনেকুৱা exam এটাই সঁচাকৈ বিষয় টোৰ ওপৰৰ কাৰোবাৰ কিমান দক্ষতা আছে সেয়া পৰীক্ষা কৰিব পাৰেনে বাৰু??
"WE ARE NOT AGAINST EXAM. BECAUSE APA SYSTEM SHOULD AND MUST BE CHANGED. WE ARE AGAINST SYLLABUS, BECAUSE IT IS TOTALLY INAPPROPRIATE AND USELESS"
We support this draft. Very good decision by Assam Govt.
Support korise jodi CM ru Education Minister ok mail kori support korisu buli kouk ... Esame eyar birodhita kori mail korise ..
We support these draft.. Should come into effect immediately ..these will be a historic changes to end corruption in recruitment process..
Support korise jodi CM tu education minister ok mail korok support korisu buli .. aikhn uthabole lagi ase bohute... Val kiba 1ta hbo Nidia kisumane .😊