শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ৷

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2024
  • শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ৷ শিৱসাগৰৰ সাই বিকাশ একাডেমীত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা৷
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 96

  • @BikashHazarikaBikashHaza-oi9ee
    @BikashHazarikaBikashHaza-oi9ee 12 ชั่วโมงที่ผ่านมา +20

    যি শিক্ষকক দেখিলে আমি চাইকেলৰ পৰা নামি দিছিলোঁ, ভয় সমিহ কৰি চলিছিলো।

  • @anjananeog3136
    @anjananeog3136 14 ชั่วโมงที่ผ่านมา +31

    এনে ঘটনাবোৰত হাঁহি হাঁহি কথা ক'লে ভাল নালাগে । যিহেতু বৰ দুখজনক ঘটনা ঘটি গৈছে ।

  • @rekhasaikia7336
    @rekhasaikia7336 14 ชั่วโมงที่ผ่านมา +32

    আজিৰ ছাত্ৰ ছাত্ৰীৰ মানসিকতাৰ উদাহৰণ মাত্ৰ এইয়া ।

  • @rabinbora8739
    @rabinbora8739 14 ชั่วโมงที่ผ่านมา +19

    আজিৰ দিনত এজন ছাত্ৰ কিমান মানসিক ভাৱে সক্ষম হৈছে , তাৰে পৰিণতিত বুলিও ইয়াত ক'ব পাৰি

  • @user-ph2vq3jt9k
    @user-ph2vq3jt9k 14 ชั่วโมงที่ผ่านมา +19

    সমাজ খন কৰৈ গৈছে, গুৰু দক্ষিণা হিচাপে তাৰ ফাচি হ'ব লাগে

  • @MontiRabbani
    @MontiRabbani 14 ชั่วโมงที่ผ่านมา +22

    অতি ঘৃণনীয় অপৰাধ। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সমগ্ৰ শিক্ষা জগতক কলহিত কৰিছে। পিছে আপোনালোকৰ নিচিনা সাংবাদিক কেইজনকো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, শিৱসাগৰ বানান টো লিখিব নজনাকৈ সাংবাদিকতা কৰিব আহিছে। লাজ নালাগে আপোনালোকৰ?

  • @atulhazarika4227
    @atulhazarika4227 4 ชั่วโมงที่ผ่านมา

    অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা । সমগ্ৰ অসমৰ বাবে অতি লজ্জাজনক আৰু অপমানজনক । সকলো মাক-দেউতাকে নিজৰ ল'ৰা জন কেতিয়াও অপকৰ্মত লিপ্ত হোৱাটো নিবিচাৰে। বহুতৰ ক্ষেত্ৰত নিজৰ ঘৰখনৰ পৰিবেশ , সমাজৰ পৰিবেশ, বন্ধু বান্ধৰ পৰিবেশ , অঞ্চলটিৰ পৰিবেশ আৰু একশ্ৰেণী গুৰু-গোঁসাই , ডাঙৰ সৰু নমনা অহঙ্কাৰী সমাজৰ ক্ষতিকাৰক মানুহৰ পৰা আহৰণ কৰা শিক্ষাই এনেবোৰ ঘটনাৰ মুখ্য কাৰণ হৈ পৰে । সমাজ এখনত জ্যেষ্ঠৰ পৰা কনিষ্ঠ লৈকে বহু ধৰণৰ চিন্তা-চৰ্চাৰ মানুহ থাকে । কোনে কৰ পৰা নতুবা কোনটো কথাৰ পৰা কেনেকৈ কি শিক্ষা লয় কব নোৱাৰি । এই দিশত আমি জ্যেষ্ঠ সকলো সজাগ আৰু সাৱধান হোৱা যুগুত। সমাজ ত কু-প্ৰভাৱ পেলাব পৰা কিছুমান অবিবেচক কথা বতৰা সমজুৱাকৈ নোকোৱা আৰু নকৰাই আমাৰ প্ৰত্যেকৰ বাবে উচিত বুলি বিবেচনা কৰো ।

  • @user-bx7io1bz7t
    @user-bx7io1bz7t 4 ชั่วโมงที่ผ่านมา +1

    News mojjjjjjjjjjjjjjjaaaaaaaa

  • @kukiyoga8216
    @kukiyoga8216 12 ชั่วโมงที่ผ่านมา +5

    চেকনিৰ আগত বিদ্যা, এই বিষয়টো যেতিয়াৰপৰা এই ব্যৱস্থাৰ আবক্ষয় হৈছে। তেতিয়াৰে পৰাই এইবোৰ হব ধৰিছে

  • @JanFanatic
    @JanFanatic 7 ชั่วโมงที่ผ่านมา +1

    এই বিলাক লৰাক কলিতে মোহাৰিব লাগে, নহলে পাছত ই কি কৰিব ঠিক নাই, এনকাউন্টাৰ কৰক।

  • @lalitadeka7406
    @lalitadeka7406 12 ชั่วโมงที่ผ่านมา +5

    এই পিশাস 2 ৰ নাম dishant গগৈ

  • @pranjalboruah1851
    @pranjalboruah1851 14 ชั่วโมงที่ผ่านมา +4

    সেই নৰাধমটোক অতি সোনকালেই ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে

  • @PCBNPK
    @PCBNPK 14 ชั่วโมงที่ผ่านมา +11

    Upper Assam 😢

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq 2 ชั่วโมงที่ผ่านมา +1

    Fasi. Dibo. Lage

  • @nanigogoi969
    @nanigogoi969 14 ชั่วโมงที่ผ่านมา +12

    Sivasagar kio bodnam koriso

  • @JLI321
    @JLI321 14 ชั่วโมงที่ผ่านมา +7

    Aya pitri matrir bhul

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n 14 ชั่วโมงที่ผ่านมา +6

    As per ammendment of New Law in India and all over states , the student took place the incident will get 14 years of Jail custody with a fine of Rs. 5 Lakh and parents also be answerable and parents will take full responsibility of the victimed principal sir of SVA 😢😢😢

  • @SuryaDihingia
    @SuryaDihingia 14 ชั่วโมงที่ผ่านมา +2

    It is because of adoption of Western culture and western education system

  • @umolaghar8438
    @umolaghar8438 9 ชั่วโมงที่ผ่านมา +3

    Teacher r kamjuriya... Students ki ba depression t ase nojonaje marpit kora gali dia tu mon koribologiya

  • @bishwajitphukon6968
    @bishwajitphukon6968 12 ชั่วโมงที่ผ่านมา +3

    ছাএ জনৰ নাম লোকোৱাই কিয়