Scooty দিয়াৰ সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক প্ৰশ্ন❗Pragyan Bharati Scooty❗Coaching Students

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ธ.ค. 2024

ความคิดเห็น • 35

  • @mabdey5626
    @mabdey5626 วันที่ผ่านมา +10

    During corona period that time doctor is needed everywhere but now those who will to be doctor they are not getting scooty
    This is depressing student who are coaching for jee and neet etc
    Need justice
    I am also preparing for neet

  • @mihirozah-i4f
    @mihirozah-i4f วันที่ผ่านมา +2

    *প্ৰেছ বিজ্ঞপ্তি*
    প্ৰতি,
    শ্ৰদ্ধাৰ মূখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়,
    জয় জয়তে প্ৰত্যেক বছৰে অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা হৈ থকা "ড. বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী আঁচনি"ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানলৈ কৰা যাত্ৰা সুচল কৰিবৰ বাবে যি scooty প্ৰদান কৰা হৈ আহিছে, এই পদক্ষেপ সচাকৈ আদৰণীয়। এই আঁচনিয়ে ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণত সুবিধা কৰি দিয়াই নহয়, তেওঁলোকৰ মেধাৰ পৰিচয়ো বহন কৰে।
    কিন্ত 11/12/24 তাৰিখে মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে "এতিয়া লৰা (75%) আৰু ছোৱালী (60%) নম্বৰৰ সৈতে উত্তীৰ্ণ হৈ *অসমৰ* *চৰকাৰী* কলেজত নামভৰ্তি কৰিলেহে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হব। তাত্ক্ষণিক ভাৱে লোৱা এই সিদ্ধান্তৰ বিষয়ে আমি ইয়াতে দুটামান কথা উনুকিয়াই দিব বিচাৰিছোঁ:-
    1. আঁচনিখনৰ মূৰ উদ্দেশ্য আছিল HSত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক এটি পুৰস্কাৰ প্ৰদান কৰা। তাকেই মনত ৰাখি তেওঁলোকে অবিৰাম কষ্টৰে অধ্যয়ন কৰি উপযুক্ত নম্বৰখিনি লাভ কৰিলে। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়েই সৰ্ব্বতোপ্ৰকাৰে এই আঁচনিখনৰ সুবিধা তেওঁলোকৰ প্ৰাপ্য।
    2. আগতে কোনো জাননী নিদিয়াকৈ তথা চৰকাৰী নিৰ্দেশাৱলীত এই বিষয়ে scooty বিতৰণৰ দুদিন পূৰ্বে হঠাত এই অন্যায়কাৰী সিদ্ধান্তটো কিমান যুক্তিসংগত আৰু দায়িত্বশীল সেয়া চৰকাৰে নিজেই নিজক প্ৰশ্ন কৰি চোৱা উচিত।
    3. Coaching কৰাসকলৰ মনৰ কথা আৰু ভৱিষ্যতৰ বিষয়ে চৰকাৰৰ কোনো দায়িত্ব নাই নেকি? যিহেতু তেওঁলোকে কেইমাহমানৰ পিছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব, তেওঁলোকে ইয়াৰ বাবে যোগ্য নহয় নে? নে scooty কেৱল কেইমাহমানৰ বস্তু?
    4. এই সিদ্ধান্তৰ দ্বাৰা অসমৰ লৰা ছোৱালীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাসমূহৰ (যেনে NEET, JEE, CUET) প্ৰতি যি সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ, তথা পৰীক্ষাসমূহৰ প্ৰাসংগিকতাক অৱহেলা কৰা হোৱা নাই নে?
    5. অসমৰ ছাত্ৰ সমাজৰ লক্ষ্য আৰু সপোনক সীমাবদ্ধ কৰিলে আঁচনিখনৰ সফল ৰূপায়ন হব জানোঁ? আৰু তেওঁলোকক আন ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিব খুজি মানৱ সম্পদৰ ক্ষতি কৰা নাই জানোঁ?
    6. যোৱাবছৰলৈকে coaching তথা ব্যক্তিগত শিক্ষানুস্থানসমূহত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক scooty প্ৰদান কৰি ভৱিষ্যত জীৱনৰ বাবে তেওঁলোকক দুগুন উত্সাহ দিছিল। কিন্ত এইবছৰৰ ছাত্ৰ ছাত্ৰীসকলক কিয় বঞ্চিত কৰিছে?
    7. বিজ্ঞান শাখাৰ প্ৰায় 70% ছাত্ৰ ছাত্ৰীয়ে এবছৰ coaching কৰে ভৱিষ্যতে নিজৰ পচন্দৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ। তেন্তে যদি কেৱল 30% লৰা ছোৱালীক বঁটা দিয়া হয়, এই আঁচনিখনৰ কি প্ৰাসংগিকতা থাকিল।
    8. CUET হৈছে এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ভাৰতৰ বিভিন্ন ঠাইৰ কলেজত নাম লগায়, আৰু তাৰ কিছুমান হয়তো অসমৰ কলেজসমূহতকৈ উচ্চ মানদণ্ডৰ। তেওঁলোকক এই আঁচনিখনৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ উচ্চ সপোন আৰু আশাত চৰকাৰে কিয় চেঁচা পানী ঢালিব ওলাইছে।
    সেয়েহে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছো যে আন ৰাজ্যত বা ব্যক্তিগত প্ৰতিষ্ঠান (Coaching) ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল এই আঁচনিখনৰ বাবে অযোগ্য বুলি শেহতীয়াকৈ লোৱা সিদ্ধান্তৰ পুনৰীক্ষণ আৰু সংশোধন কৰক।
    উক্ত কাৰ্য্যৰে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ন্যায়াপৰায়ণতা সুনিশ্চিত কৰিলে আমি চিৰকৃতজ্ঞ হ'ম, যিহেতু আমিও এই বঁটাৰ বাবে যোগ্য।
    ধন্যবাদ।

  • @AnweshaSarmah-yk7wg
    @AnweshaSarmah-yk7wg วันที่ผ่านมา +12

    চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মা। এওঁলোকক কৈ লাভ হ'ব বুলি নাভাবো।যি দেখিছোঁ চৰকাৰখনে মেধা অৰ্থ বুজি নাপায়। পোৱা হ'লে আজি এনে সিদ্ধান্ত নললেহেতেঁন।

  • @MK_00018
    @MK_00018 วันที่ผ่านมา +4

    We want justice.....

  • @mabdey5626
    @mabdey5626 วันที่ผ่านมา +5

    Need justice for coaching students

  • @delulu_77_77
    @delulu_77_77 วันที่ผ่านมา +4

    #justiceForCoachingStudents

  • @MusicIndia-o4i
    @MusicIndia-o4i วันที่ผ่านมา +6

    Justice for coaching students

    • @GangaboroBoro
      @GangaboroBoro วันที่ผ่านมา

      And reapearance also

    • @GangaboroBoro
      @GangaboroBoro วันที่ผ่านมา

      Not only coaching students,,,,,,,

  • @dubaribhattacharya2661
    @dubaribhattacharya2661 วันที่ผ่านมา +1

    We want justice.... we're also deserving

  • @PrafullaGogoi-c4m
    @PrafullaGogoi-c4m วันที่ผ่านมา +5

    Jodi b.a admission nokora student k scooty nidiye tente 2023 t notice dibo lagisil agate b.a nopoha student broke kio scooty dile

  • @hemantsharma9007
    @hemantsharma9007 วันที่ผ่านมา +2

    ঘোৰ অন্যায়ৰ সন্মুখিন হোৱাৰ দিশত অগ্ৰসৰ অসম চৰকাৰ এই ছাত্ৰ ছাত্ৰীৰ লগত অন্যায় কৰাৰ অপৰাধত ।

  • @Meraj------n
    @Meraj------n วันที่ผ่านมา +4

    We want justice

  • @HimakhiNATH-j8n
    @HimakhiNATH-j8n วันที่ผ่านมา +3

    Mor osorot okol samarth protolor registration print khon ase .oi pam ne scooty plz jonabo dada plz

  • @Reshmi-k8h
    @Reshmi-k8h วันที่ผ่านมา +3

    Barpeta district r inauguration program to kot hob? Please jnab son🙏🙏🙏

  • @AzizahFerdousi
    @AzizahFerdousi วันที่ผ่านมา +1

    Justice for dropper coaching students

  • @tarunchandraborah4052
    @tarunchandraborah4052 วันที่ผ่านมา +1

    অসম চৰকাৰৰ শিক্ষা বিভাগৰ বাবে লজ্জা জনক কথা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাবী ছাত্ৰ ছাত্ৰী সকলে Scooty পাব লাগে। তেওঁ লোকৰ কিছুমানে একোজন চিকিৎসক আৰু ইঞ্জিনিয়াৰ হোৱাৰ বাবে পেঞ্চন Coaching কৰিছে। আজি কালি B.A/BSc/ Bcom পাছ কৰিলেও একো চাকৰি নাপায়।এই সকল মেধাৱী ছাত্ৰ ছাত্ৰী একোজন চিকিৎসক বা অভিযন্তা হ'ব বিচাৰিছে। অসম চৰকাৰে অসমত বহুত মেডিকেল কলেজ স্থাপন কৰিছে। কিন্তু বহতত ডাক্তৰ নাই। অসম চৰকাৰে ২০২৩ চনতে ঘোষণা কৰিব লাগিছিল। মূখ্য মন্ত্ৰী মহোদয়ে এই সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনালোঁ। মেধাৱী ছাত্ৰ ছাত্ৰী সকল দিশহাৰা হৈছে। গতিকে মূখ্য মন্ত্ৰী মহোদয়ে হঠাতে লোৱা সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনালোঁ।এই coaching কৰা ছাএ ছাত্ৰী সকল উচ্চ শিক্ষাৰ লগতে জড়িত। কিয়নো তেও লোকে আগন্তুক NEET পৰীক্ষাত অৱতীৰ্ণ হ'ব এজন চিকিৎসক হৈ মানৱ সেৱা কৰিব। গতিকে তেওঁ লোক এনেৰে বহি থকা নাই। গতিকে মেধাৰ ভিত্তিত তেওঁ লোক , Scooty পাব লাগে।

  • @rahulchetrry
    @rahulchetrry วันที่ผ่านมา

    Sobe ulai jot jot distribution hoi ase tat protest koribo lage.

  • @amitabhamondal2131
    @amitabhamondal2131 ชั่วโมงที่ผ่านมา

    Agot diclearation badiyar karone ebosor antato diya hok

  • @kasmusiclife1481
    @kasmusiclife1481 วันที่ผ่านมา

    Justice for droppers

  • @nobinboruah6855
    @nobinboruah6855 วันที่ผ่านมา

    এওলোকক কৈ লাভ নাই ৰজা মামাই হে জানে।

  • @HimadriDowarah
    @HimadriDowarah วันที่ผ่านมา

    Aito ami mani lobo nurau ketiyau amak scooty lagiboi...

  • @gamingstore964
    @gamingstore964 วันที่ผ่านมา +1

    Amar scooty lage amio kosto kori poriso

  • @KHURSHIDALOM-n2b
    @KHURSHIDALOM-n2b วันที่ผ่านมา

    😢

  • @NajiraSultana-b9f
    @NajiraSultana-b9f วันที่ผ่านมา

    We went justice

  • @dekaboy0
    @dekaboy0 2 วันที่ผ่านมา +1

    সুন্দৰ

  • @himangasut9329
    @himangasut9329 18 ชั่วโมงที่ผ่านมา

    CM misaliya hole ki habo baru

  • @gagankalita8981
    @gagankalita8981 10 ชั่วโมงที่ผ่านมา

    C M sir misolia

  • @mayamonigoswami6651
    @mayamonigoswami6651 วันที่ผ่านมา +2

    CM r email tu diyok sn

    • @Byasacademy
      @Byasacademy  วันที่ผ่านมา

      cm@assam.gov.in

  • @sansulibargayarysansulibar2421
    @sansulibargayarysansulibar2421 วันที่ผ่านมา +1

    Justice for coaching students

  • @Md_Sabbir_pkd_
    @Md_Sabbir_pkd_ วันที่ผ่านมา

    We want justice..

  • @MohiranBegum-t6r
    @MohiranBegum-t6r วันที่ผ่านมา +1

    We want justice

  • @Kasturee-z2o
    @Kasturee-z2o วันที่ผ่านมา +1

    We want justice