ড০ বাণীকান্ত কাকতি বঁটাৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীৰ ক্ষোভ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 298

  • @ArpitaHandique-ty5cq
    @ArpitaHandique-ty5cq หลายเดือนก่อน +42

    Eikeijon th okl Guwahati r sir ... gutei Axom r lora suwali asuu amii....apuni eikhar kotha mon t thobo ami aii next generation...ami hajar hajar lora suwali asuuu ..amr logt amr parents uu ...

  • @Arthop-r2x
    @Arthop-r2x หลายเดือนก่อน +52

    Justice for coaching students

    • @ritudas12345
      @ritudas12345 หลายเดือนก่อน

      Bl dl doni lora swli A kio pabo

  • @opanne.
    @opanne. หลายเดือนก่อน +4

    লিস্ত ত যাৰ নাম আছে।এইবোৰক দিব লাগে অসমৰ মুখ্যমন্ত্ৰী অনুৰুধ কৰিছো।

  • @rawandreal99
    @rawandreal99 หลายเดือนก่อน +45

    কাকো দিব নালাগে স্কুটী।

    • @trinayanbora8185
      @trinayanbora8185 หลายเดือนก่อน +1

      😂😂

    • @ninetailedamv7983
      @ninetailedamv7983 หลายเดือนก่อน +8

      Thickei ai scooty dia scheme to a beya to begin with .... scholarship ba ka study related award dibo Lage

    • @RajibDoley-r8x
      @RajibDoley-r8x หลายเดือนก่อน +1

      😂😂😂 hoi nki amak lagibo nhy college t poha bur

    • @himanshu_phukan
      @himanshu_phukan หลายเดือนก่อน +1

      Atia jiman gov r pora Scooty dia hoise xeibilak actually ghoror manuh bilak e solai. Students solua bahut Kom sonkhok e solai . So aitu iman bhal system nhi Mur mote.....

    • @monikadutta4949
      @monikadutta4949 หลายเดือนก่อน +1

      Nije gadho asili jee heikarone kliso ako

  • @AnweshaSarmah-yk7wg
    @AnweshaSarmah-yk7wg หลายเดือนก่อน +23

    চৰকাৰলৈ এটা অনুৰোধ অসম মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিং কলেজত যোগ্যতা চাই চিত দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া কচিংৰ সমস্যা নাথাকিব।ড° বাণীকান্ত কাকতি বঁটাতো মেধা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে তেওঁলোকে চৰকাৰী কলেজত পঢ়ক বা নপঢ়ক।

    • @Doko_590
      @Doko_590 หลายเดือนก่อน +1

      U are right
      Ban the reservation system
      Improve education system
      It will be the best equality😊

  • @sofiqulislam7323
    @sofiqulislam7323 หลายเดือนก่อน +29

    মোৰ মা দেউতাই কোনেও নাই। তেওঁলোকৰ মৃত্যুৰ পিছত মই নিজেই কষ্ট কৰি পঢ়ি আছো । I'm studying in online couching....I have not capacity to study in other colleges..other district..so I'm studying in online couching..

    • @reshmimakhatun4031
      @reshmimakhatun4031 หลายเดือนก่อน +5

      Me too online coaching in physics wallah

    • @sofiqulislam7323
      @sofiqulislam7323 หลายเดือนก่อน

      @reshmimakhatun4031 same

    • @reshmimakhatun4031
      @reshmimakhatun4031 หลายเดือนก่อน

      @@sofiqulislam7323 and we won't get scooty 😭😭😭

    • @RrrMast-pv4fc
      @RrrMast-pv4fc หลายเดือนก่อน

      Kuntu batch?​@@reshmimakhatun4031

    • @SaniyaAzmi2
      @SaniyaAzmi2 หลายเดือนก่อน +1

      Me too pw

  • @_____Veda____________________6
    @_____Veda____________________6 หลายเดือนก่อน +16

    tweet সৰু কথা নহয়। ইমানৰ
    পাছতো চৰকাৰে,লোভ,জেদ্ ৰ দৰে কিছুমান অৰ্থহীন যুক্তি দাঙি ধৰিছে, বৰঞ্চ ছাত্ৰ ছাত্ৰী য়ে এতিয়া প্ৰাপ্য লাভৰ বিপৰীতে প্ৰাপ্যৰ ভিক্ষা মগাৰ দৰে হৈছে । ধিক্কাৰ এনে চৰকাৰ যিয়ে এক মেধাৰ বঁটাক লোভ আৰু জেদ্ ৰ সংজ্ঞা দিয়ে

  • @BinitRoy-tv3mc
    @BinitRoy-tv3mc หลายเดือนก่อน +23

    Himanta Mama❌ Himanta trauma✅😡

  • @AkhimRabha-ez4mm
    @AkhimRabha-ez4mm หลายเดือนก่อน +14

    Thousands of students getting 85+% preparing for NEET/JEE will not get scooty whereas some other students getting 60%will get scooty waah.....😅😂

  • @Its_Panda-b9g
    @Its_Panda-b9g หลายเดือนก่อน +18

    We want justice⚖ ✊
    Amr scooty lagiboi

  • @handle3s
    @handle3s หลายเดือนก่อน +28

    মামাই ভাল অংক খেলিলে কিন্তু। অহাবাৰ 80% cutoff কৰিব স্কুটাৰ পাবৰ বাবে, আৰু অধিক সংখ্যক 80% above পোৱা ছাত্ৰ ছাত্ৰীয়েই minimum 1 year drop দিয়ে NEET, JEE national level examৰ preparationৰ বাবে, যিহেতু এবাৰত পোৱাটো সম্ভৱ নহয় কাৰণ regular candidates এ যোৱাবছৰ drop লোৱা studentsৰ লগত compete কৰিব লগা হয়, so the cycle continues. গতিকে মামাই এপাৰ্চী শাকত এটা জালুক দিয়াৰ দৰে স্কুটাৰ বিলোৱা বুলি বাঁহ বাঁহ লব আৰু 😐 বিৰোধী বোৰে এনেই লাইটৰ বিল বিল বুলি চকী মেজ ভাঙি থাকে, কিন্তু এনেকুৱা প্ৰকৃত সমস্যা বোৰত মাত নামাতে। ভাল মিলিছে । ডেৰ কোটি টকাৰ coaching আজি আঢ়ৈ হাজাৰ টকাত online ঘৰতেই উপলব্ধ। এইখিনি কথা শিক্ষামন্ত্ৰী গৰাকী অৱগত নহয় বুলি মই নাভাবো আৰু কথাখিনি জানিও এনেদৰে মেধাবী ছাত্ৰ ছাত্ৰী বোৰক মানসিক শাস্তি দিয়া বাবে মই অতি দুঃখিত।

    • @sourav23july
      @sourav23july หลายเดือนก่อน

      Thikai koisa bhai

    • @ManashiDevi-fn7ct
      @ManashiDevi-fn7ct หลายเดือนก่อน

      Thike koisa

    • @ManashiDevi-fn7ct
      @ManashiDevi-fn7ct หลายเดือนก่อน

      Ebar 60% hole dibo aru ebar 80% hole dibo eitu ki kotha

  • @hira478
    @hira478 หลายเดือนก่อน +18

    justices for coaching students

  • @sindhajasingh
    @sindhajasingh หลายเดือนก่อน +9

    I hope that the media will help all the students and make these news as national news # justice for coaching students Jeet neet and all

  • @bhuyanmusic0.1
    @bhuyanmusic0.1 หลายเดือนก่อน +7

    স্কুটিখন দিয়া হৈ আছে মেধাৱী ছাত্ৰছাত্ৰীৰ পাৰদৰ্শিতাৰ পুৰস্কাৰ হিচাপে। পুৰস্কাৰ প্ৰাপকজন ধনী নে দুখীয়া সেইটো কেনেকৈ বিচার্য বিষয় হব পাৰে? আৰু পুৰস্কাৰটি লৈ কোনে কি কৰিব সেইটো তেওঁৰ ব্যক্তিগত কথা। পুৰস্কাৰ দাতাই সেয়া নির্ধাৰণ কৰি দিয়াটো কেনে কথা?

  • @theligerproduction3082
    @theligerproduction3082 หลายเดือนก่อน +34

    আমাক scooty দিয়ক। আমাক ন্যায় লাগে।

  • @MohiranBegum-t6r
    @MohiranBegum-t6r หลายเดือนก่อน +13

    We want justice

  • @JumonBoruah
    @JumonBoruah หลายเดือนก่อน +9

    JusticeForCoachingStudents

  • @lalitarajrakhilalita9416
    @lalitarajrakhilalita9416 หลายเดือนก่อน +3

    ড০ বাণীকান্ত কাকতি বটাঁ ৰ নাম সলনি কৰি ড০ বাণীকান্ত কাকতি আচঁনি কৰিলে মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল নিজৰ জেদ ভাৱৰ বাবে তাকো ফুলকোমলীয়া ল’ৰা ছোৱালীৰ মনত দুখ দিয়াৰ বাবে ৷ বেয়া লাগিছে আজি এজনী মাক হিচাপে কাৰণ স্কুটিৰ সপোণ মই দিখুৱাইছিলো ৷ মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি কথাৰ মুল্য আছে তেতিয়া হলে সকলোকে স্কুটি দিয়ক এয়া আপোনাৰ ওছৰত কাতৰ অনুৰোধ ৷

  • @Mehersa77
    @Mehersa77 หลายเดือนก่อน +11

    We want justice💔

  • @razibul702
    @razibul702 หลายเดือนก่อน +7

    অসমত কোনো কামেই ন্যায় পোৱা নাই। ধৰ্ষণৰ নিচিনা ডাঙৰ ডাঙৰ কাণ্ড ও ন্যায় পোৱা নাই তাকো আকৌ Coaching Student এ ন্যায় পাব নে? অসমৰ কোনো কামেই সঠিক ভাৱে নহয়। ধিক্কাৰ জনাইছো অসম চৰকাৰক 😡😡

  • @chinmoymedhi2590
    @chinmoymedhi2590 หลายเดือนก่อน +20

    Justice for coaching students 😢😢😢 please help sir

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu หลายเดือนก่อน +3

    চৰকাৰৰ যে টকাৰ অভাৱ হৈছে এয়াই প্ৰমাণ। কাৰণ ভাল লৰা ছোৱালী খিনিয়ে কোচিং কৰি আছে আৰু সিহঁতেই স্কুটী পাবলৈ যোগ্যতা অৰ্জন কৰিছে।

  • @hridayrajbongshi8241
    @hridayrajbongshi8241 หลายเดือนก่อน +6

    Himanta mama ❌ Konkho mama ✅

  • @Neetaspirant23756
    @Neetaspirant23756 หลายเดือนก่อน +6

    Mama❌ Kans Mama✅

  • @hirumanikalita7474
    @hirumanikalita7474 หลายเดือนก่อน +4

    শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল যে scooty দিব কেৱল কলেজ যাবলৈ হে।।.........মোৰ ঘৰ পাঠশালাত। মই যদি গুৱাহাটী মহানগৰীৰ কোনোবা এখন কলেজ ত পঢ়িব যাও । তেতিয়া কি ইয়াৰ পৰা আমি scooty লৈ গুৱাহাটীলৈ যাব লাগিব নেকি? যিসকলে পাইছে তেওঁলোকৰ কিছুমানৰ তো ঘৰ কলেজৰ পৰা ওচৰতো হ'ব পাৰে। তেতিয়া তেওঁলোকক দিয়াৰ আৱশ্যকতা কি? দিয়ে যদি সকলোকে দিয়ক।
    মই এজন coaching কৰা ছাত্ৰ। Coaching কৰা সকলোৱে ধনী নহয়। অন্য ছাত্ৰ ছাত্ৰীৰ দৰে মইও নিজৰ সামৰ্থ সীমাক চেৰ নেপেলাই 4500 টকাৰে online coaching লৈছোঁ। বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে ডক্তৰ বা ইঞ্জিনিয়াৰ হৈ নিজৰ দেশক বিজ্ঞান ,প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে …দেশ মাতৃৰ বুকুত অসমৰ নাম উজ্বল কৰিব বিচাৰে। তেওঁ লোকৰ ইয়াত কি দোষ? যে আপুনি এই মন্তব্য আগবঢ়াই তেওঁ লোকক উৎসাহ দিয়াৰ পৰিবৰ্তে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে।
    .......……..................অসমক কি ডাক্তৰ, ইঞ্জিনিয়াৰ নালাগে নেকি? ......মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি মাত্ৰ আমাৰ প্ৰাপ্যখিনি বিছাৰিছো।।।।। …......…......….....…....….....….....ধন্যবাদ 🙏.

  • @dekaboy0
    @dekaboy0 หลายเดือนก่อน +6

    আমাক ন্যায় লাগে

  • @amishagoswami8634
    @amishagoswami8634 หลายเดือนก่อน +5

    No scooty no vote🙂👍🏻
    Ami 18 and 18+ students hoi golu atiaa nije nijor gov choose kora right ase amar atia pora ..enekua jodi amar lgt oniyai koribo ..amiu vote nidiu that's it!
    Amak kobo nahibo j ami scooty lubhia ami nijor papiyo bisarisu

  • @sanchitagoswami5906
    @sanchitagoswami5906 หลายเดือนก่อน +6

    Coaching students are equally deserving

  • @AbdulLatif-gk4uv
    @AbdulLatif-gk4uv หลายเดือนก่อน +4

    WE WANT JUSTICE

  • @bikashdeka3753
    @bikashdeka3753 หลายเดือนก่อน +1

    60% মানেই মেধা নহয় ।।এইটো নম্বৰ সাধাৰণ কথা ।।।।এইটো বঁটা এই percentage ত এইটো বঁটা শোভাই নাপায় ।।।

  • @Xaeow
    @Xaeow หลายเดือนก่อน +4

    #justiceforcoachingstudents

  • @AlamshahRohman-x8l
    @AlamshahRohman-x8l หลายเดือนก่อน +5

    Justice for coaching students 😢

  • @RanaSaikia-p1e
    @RanaSaikia-p1e หลายเดือนก่อน +2

    ফটা ঢোল পিটিয়ে শাসন চলোৱা ৰজাই ধাৰ লৈ চৰকাৰ চলাবলৈ অসুবিধা হোৱাৰ বাবেই সিদ্ধান্ত ললে গৈ ৰজাই😂😂

  • @MrigankaKalita-pq7ny
    @MrigankaKalita-pq7ny หลายเดือนก่อน +14

    Sorry but next electionot sorkar change hbo❤

    • @Anonymous-01-m
      @Anonymous-01-m หลายเดือนก่อน

      😂😂Nice joke

    • @MrigankaKalita-pq7ny
      @MrigankaKalita-pq7ny หลายเดือนก่อน +4

      @Anonymous52441 bro u don't even know the power of students 🫠in next election we will be gens of voters

    • @Anonymous-01-m
      @Anonymous-01-m หลายเดือนก่อน

      @@MrigankaKalita-pq7ny but bro.... Scooty nopuwa 75%+ puwa dropper students or number bessi nohoi.... Counting korire 1-2k Only

    • @MrigankaKalita-pq7ny
      @MrigankaKalita-pq7ny หลายเดือนก่อน

      @@Anonymous-01-m bro xihotor family nai 🫠xihotor close relative nai ......influenceo hbo bohute

  • @nobinboruah6855
    @nobinboruah6855 หลายเดือนก่อน

    কছিং ছাত্ৰ-ছাত্ৰী ক ন্যায় প্ৰদান কৰক। মনত ৰখাটো উচিত যোৱা কেই বছৰৰ ছাত্ৰ-ছাত্ৰী য়ে উক্ত বটা পাইছিল।সেয়েহে হঠকাৰী সিদ্ধান্ত লৈ ছাত্ৰ ছাত্ৰী সকলক বঞ্চিত কৰাতো মহা পাপ হ'ব।দয়া কৰি ইয়াৰ এটি ব্যৱস্থা কৰক।

  • @basictripleeight6692
    @basictripleeight6692 หลายเดือนก่อน +3

    We want justice 🙏🏻

  • @Pillow5674
    @Pillow5674 หลายเดือนก่อน +4

    Ami mane etiya amar ambition ou choose koribo nuware niki 😭💔

  • @ankurpaul9431
    @ankurpaul9431 หลายเดือนก่อน +11

    No Scooty no vote

  • @mihirozah5284
    @mihirozah5284 หลายเดือนก่อน +3

    we want clarification of our questins and justice

  • @MARIYAMAHBUBA242
    @MARIYAMAHBUBA242 หลายเดือนก่อน +2

    We need justice 🙏

  • @theharo4084
    @theharo4084 หลายเดือนก่อน +2

    বহুত অন্যায় কৰিছে ছাত্ৰ ছাত্ৰী সকলক। নাপাই এনে কৰিব 😂

  • @halfblood3544
    @halfblood3544 หลายเดือนก่อน

    CM🔥🔥🔥

  • @ArpitaHandique-ty5cq
    @ArpitaHandique-ty5cq หลายเดือนก่อน +2

    We deserve the scooty...last year r loike hokolu meritorious students be it boys (75%) or girls (60%) scooty labh korii ahise ...but eitu year t hothate eta interview t CM ai declare korile coaching Kori thoka lora suwali ai scooty napai ..eitu kihor nyaii...ami porha discontinue kra naai ... coaching maane okl Kota nhoii sir .. heitu apuni jaani luwa usit...nijor odhikar r baabe thiyo Diya thh zeed t logaa nokoii...eikhar kotha apuni bhaabi suwa usit

  • @ManjitSarkar-m3l
    @ManjitSarkar-m3l หลายเดือนก่อน +10

    NIP student ok buruoke scotty dibo lge🥺🙏

    • @TaslimaNasrin-nu7jp
      @TaslimaNasrin-nu7jp หลายเดือนก่อน

      Mor name aha nai 70.6😢😢

    • @ManjitSarkar-m3l
      @ManjitSarkar-m3l หลายเดือนก่อน +1

      @TaslimaNasrin-nu7jp umm moio 75.20 paiso mamai amr logot aitu val km kora nai🥺
      Mama r aru katiyeu vl nahoi amak bhut dukh dile🥺

    • @TaslimaNasrin-nu7jp
      @TaslimaNasrin-nu7jp หลายเดือนก่อน

      @@ManjitSarkar-m3l 1 ta 2 subject or exam diya hokolok nidileu hoi kintu ami gotei subject or diso amio scooty puar juiggo 🥲🥲

  • @SaponDas-k1w
    @SaponDas-k1w หลายเดือนก่อน +1

    Coaching students also deserve the scooty award

  • @rjciannagaon1595
    @rjciannagaon1595 หลายเดือนก่อน +1

    Kune kune previous year t coaching kri scooty pai dhuniya ke video tu Sai hahi asa like kra 😂😂

  • @mizanurzaman571
    @mizanurzaman571 หลายเดือนก่อน +9

    Clgt ohar xubidhar babe scooty dse jihetu degree admission sai dbo lagisil...HS % soar ki proyojon ...40%poa tur atiya ki hbo xihotor oxubidha nhbo nki ...ru ami kota joa ni ..ami 4600 tokat batch kinisu ...library join kri tte cls krm bli vbisilu ...gaot net npai ...atiya mk scooty dbo na ki ba ? Nhli 10 km cycle solai jbo lgibo ...

    • @xyza100
      @xyza100 หลายเดือนก่อน

      Scheme Tu higher education bbe hoi.. Higher education r namot dia hoi..coaching kori thaka Tu higher education t npore.student buli nijok a bhabe... Kintu scheme Tu bhal k njane

    • @Nannie-o
      @Nannie-o หลายเดือนก่อน

      ​@@xyza100aitu eta reward hoi apuni murkho nki? Nam2 sai lbo vlke..emn bosore tu tenekoi e di ahise..ru eligible criteria tu HS % he asil eyat college r kotha kor pora ahil? Nhole 40% pua tuku diok xi cllg goise jetia..% sai kio di ase? Atya BA bsc kri ami berozgar hoi bohi thkib lge nki apunar nisina?

  • @NajiraSultana-b9f
    @NajiraSultana-b9f หลายเดือนก่อน +3

    We went justice

  • @Bituldutta244
    @Bituldutta244 10 วันที่ผ่านมา

    যদি দিবলৈ পইছা নাই তেন্তে আঁচনিখন উলিয়াইছিল কিয়। দিয়ে যদি নাম অহা সকলোৱে পাব লাগে । নহলে আমি সকলোৱে ভোট বৰ্জন কৰিম।

  • @Azirul_Hoque
    @Azirul_Hoque หลายเดือนก่อน +2

    What kind of government it is they play with students emotions.

  • @Jimin-w6o
    @Jimin-w6o หลายเดือนก่อน +3

    No scooty no rest😂😢

  • @drawwithhrd9699
    @drawwithhrd9699 หลายเดือนก่อน +3

    Jed kora buli koi ru meeting t

  • @AshaBordoloi-p2c
    @AshaBordoloi-p2c หลายเดือนก่อน

    Right tumi thik koisa amar lgt he kio enekua kore

  • @Ustaad-d6u
    @Ustaad-d6u หลายเดือนก่อน +7

    অসমৰ শিক্ষা মন্ত্ৰী হ'ল এটা ৰবৰৰ stamp মুখ্যমন্ত্ৰীয়ে যি কয় তাকেই কৰে নিজস্ব বোলা একো নাই#scootyscam2024 @himantabiswa@ranojpegu

  • @AnuragSadhanidar
    @AnuragSadhanidar หลายเดือนก่อน

    Justice for boys

  • @Pillow5674
    @Pillow5674 หลายเดือนก่อน +2

    There is a difference Between dropper and dropout students haitu najane sage 😢

  • @BirinaRabha-z2g
    @BirinaRabha-z2g หลายเดือนก่อน +5

    Aibara janakuwa 80% pala dim koisa next year
    aikhini kothai last year kioo nokol ja coaching kora ba bahirot porhibo juwa kahatak niduu jatiya dboo time hol tatiyai kioo kol
    Teu a koi doctor engineer laga kintu atiya teu a anakuwa korisa ja soba degree a porhibo lagibo taku assamot . Degree kora pisot ki jiman student asa assamot heii sobora karona job ulabo paribo?
    Aruu soba topper nohoii too ja akata bostorot 12u pass koribo neet/jee u pass koribo.

    • @mayamonigoswami6651
      @mayamonigoswami6651 หลายเดือนก่อน

      Seidore eitu kothau juwa bosorei kobo lagisil .tetia koboloi eku nai.

  • @brojenkrgogoi5795
    @brojenkrgogoi5795 หลายเดือนก่อน

    চাৰি হাজাৰ টকা ত p w ত অন লাইনত পঢ়ি আছে মোর লৰাই আমি দুখীয়া মনুহ। এইয়া আমাৰ ওপরত অন্যাই হৈছে।

  • @Jaiaiiaxom123
    @Jaiaiiaxom123 หลายเดือนก่อน +1

    Protibad nokoriba.....kunpinor ppra revenge lobo gomei napaba😂😂😂😂

  • @GobinTisso-dt8ke
    @GobinTisso-dt8ke หลายเดือนก่อน +2

    Scooty main মানে এতিয়া আমাৰ অসমত 😂😂😂

    • @prekhyasharma1544
      @prekhyasharma1544 หลายเดือนก่อน +1

      Scooty main nohoe nyae main basic human right meaning janene?

  • @AmriTokbi
    @AmriTokbi หลายเดือนก่อน +1

    We students who are preparing for NEET and JEE and other exams are not dropouts but droppers ,,

  • @gunajitdeka2600
    @gunajitdeka2600 หลายเดือนก่อน +6

    Val kam krise CM sir ❤

  • @Liwen45466
    @Liwen45466 หลายเดือนก่อน +1

    Droppers students should be eligible for the banikanta award

  • @Oddneko
    @Oddneko หลายเดือนก่อน +1

    Hopefully they do something after the big media's coverage

  • @subirdutta4488
    @subirdutta4488 หลายเดือนก่อน

    বঁটা দিয়া বন্ধ কৰিব লাগে

  • @narayanamit33
    @narayanamit33 หลายเดือนก่อน

    Very good decision by CM

  • @dhritimoni7589
    @dhritimoni7589 หลายเดือนก่อน +3

    100% পাব লাগে । কাৰণ HS ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ, ছাত্ৰীৰ বাবেই এই বটা ।

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 หลายเดือนก่อน

      100 palei suka vabo niki

  • @ig_notgonareveal
    @ig_notgonareveal หลายเดือนก่อน +2

    Nohole percentage criteria tu otorai diok aru dukhia bhuroke scooty dibo 3rd 2nd division paleu khihotoke scooty dibo dhukia je sob khite pabo lage ami kosto kori val percentage anisu amak dibo nalage ... deserve kora bhure napai deserve nokora bhure he pai

  • @borashakurmi968
    @borashakurmi968 หลายเดือนก่อน

    Drop dia babe kio nplu moiu😢😢😢 justice lge🙏🙏🙏

  • @amanclass5944
    @amanclass5944 หลายเดือนก่อน

    High court korile pam ami

  • @ranjit19656
    @ranjit19656 หลายเดือนก่อน

    ধনী ঘৰৰ student বোৰে কাৰোবাৰ উছটনি পাইছে l

  • @Rimpie.0
    @Rimpie.0 หลายเดือนก่อน +1

    Bohut beya korise sorkare students bilakor logot

  • @SyamantikaHazarika
    @SyamantikaHazarika หลายเดือนก่อน +2

    It's not fair

  • @pathsalaassam8775
    @pathsalaassam8775 หลายเดือนก่อน

    We need to go court for justice

  • @msminakshi8643
    @msminakshi8643 หลายเดือนก่อน

    Scooty ndile vote 👋

  • @drawwithhrd9699
    @drawwithhrd9699 หลายเดือนก่อน +1

    Jua baror all students dise xeito point kio nokoi xeito jukti kio nidiye mama ye ..kio juabaror jukti tu r ktha nokoi

  • @Par-i18
    @Par-i18 หลายเดือนก่อน +6

    মামা গম পাইছো আপুনি স্কুটি কলেজ যাবলে দিয়ে কিন্তু সকলো coaching student বোৰে 1.5 lakh দি নামভৰ্তি কৰি coaching কৰা নাই বহুতো ছাত্র ছাত্রী ONLINE COACHING কৰিছে COACHING ল'লেই ধনীমানুহ নহয় সপোন থাকে আমাৰো এটা ডাক্তৰ বা অভিযন্তা হোৱাৰ তেতিয়া হ'লে আপুনি চৰকাৰী coaching centre খোলক

    • @ajitboro7027
      @ajitboro7027 หลายเดือนก่อน

      online toka dibo nelage ne

    • @IftikarAlom-o3w
      @IftikarAlom-o3w หลายเดือนก่อน

      5000 aiya ki clgot nalage iyatke besi clg ot gusi jai abosarot

    • @Par-i18
      @Par-i18 หลายเดือนก่อน

      @@IftikarAlom-o3w হয় যায়

    • @Par-i18
      @Par-i18 หลายเดือนก่อน

      @@ajitboro7027 lobo sun ata online coaching gm pabo je govmerment clgt prhile montht jiman jaai tatkeu komte ami coaching kri asu bujise

  • @saddam3653
    @saddam3653 หลายเดือนก่อน

    প্রশ্ন এটা হটাত করি আইন কেনে কোই বনায় । সেই টু কথা মুর্খ নিছি না কথা কোই থাকে মুখ্যমন্ত্রী

  • @NanditaRajbongshi-y7q
    @NanditaRajbongshi-y7q หลายเดือนก่อน +1

    কোচিং কৰাক নিদিয়ে বাৰু কিন্তু মই ঘৰৰ অভাৱত লব নোৱাৰিলো মোক আৰু কিয় নিদিয়ে মোৰ দৰে টো আৰু আছে আমাক কিয় নিদিয়ে admission লব লাগে যদি অহাবাৰ যেনেকৈ হলে ও লম এইবাৰ দিয়ক আমাক 😢🙏

    • @opanne.
      @opanne. หลายเดือนก่อน

      ভাল কথা নন্দিতা।

  • @ArchanaBora-k4h
    @ArchanaBora-k4h หลายเดือนก่อน

    Amak scooty lage😢😢 dile sboke dib lage 😢😢

  • @WahidulIslam-hw9lp
    @WahidulIslam-hw9lp หลายเดือนก่อน

    60% পোৱা ল'ৰা সকলক দিব লাগিছিল।

  • @SevenfoldClouds
    @SevenfoldClouds หลายเดือนก่อน

    Protest or jaga tuo city center..city center tu secretariat declare kori diok

  • @assamjitu
    @assamjitu หลายเดือนก่อน

    Eitu niyom agte nasil .name ahar past etiya diyar timet kiy enekoi kribo lage..aha bosoror pora hei niyom korok mohakhoy🙏

  • @Arjuwara-ng2fu
    @Arjuwara-ng2fu หลายเดือนก่อน

    Sorkare agote notice jari koribo laagisil

  • @Rupam-lu3jv
    @Rupam-lu3jv หลายเดือนก่อน

    Coaching Kora kaku scooty diba nalage

  • @SajidAhmed-vr9kf
    @SajidAhmed-vr9kf หลายเดือนก่อน

    ৪০-৫০ হাজাৰ টকীয়া scooter ৰ কাৰনে neet jee এৰি নিদিবা ভাল doctor হব চেষ্টা কৰা scooter খন এৰি দিয়া লাগিলে

  • @theForman24
    @theForman24 หลายเดือนก่อน +1

    Shame on the state government

  • @HafizaKhn938
    @HafizaKhn938 หลายเดือนก่อน

    We want to justice for dropper students

  • @knarzary390
    @knarzary390 หลายเดือนก่อน

    Mixed feeling. Val lagise beyao lagise😅😢

  • @PompySarkar-f2f
    @PompySarkar-f2f หลายเดือนก่อน

    Rechaking kora hokole scooty lav koribo ne

  • @kasmirikeleng8731
    @kasmirikeleng8731 หลายเดือนก่อน

    We need justice

  • @arupnath5529
    @arupnath5529 หลายเดือนก่อน +2

    Akdm right mama..💯..thik decision..

    • @BinitRoy-tv3mc
      @BinitRoy-tv3mc หลายเดือนก่อน +3

      Feeling sad for people like you😡

    • @prekhyasharma1544
      @prekhyasharma1544 หลายเดือนก่อน

      Nije puanai buli matha beya hol sage

  • @apurbadas4151
    @apurbadas4151 หลายเดือนก่อน +1

    ধনী শ্ৰেণীৰ মানুহক দি লাভ নাই!!
    টকা থাকিলে কচিং কৰে কেনেকৈ

    • @Nannie-o
      @Nannie-o หลายเดือนก่อน

      Sobe kota t jua ny nhoi coaching kribo..ru eyat dhoni dukhia kor pora ahil? Dhoni keitai kosto nokorake marks ane nki? eligible hoi jetia sobe pabo lgibo..ru nhole june private institute t graduation kri ase atya xihot ki dhoni nhoi? Ami coaching kri asu jate gov college ekhnot seat pau..dhoni hua hoi amiu private t pohi thakilu hoi

    • @s_v_n6367
      @s_v_n6367 หลายเดือนก่อน

      Online coaching r name hunisa?? Online coaching t besi bhag middle class students enrolled hoi khub kom poisat

  • @DhritimanBhardwaj-pp3nt
    @DhritimanBhardwaj-pp3nt หลายเดือนก่อน

    Dhui nalage ehotok dibo..scoty loi beleg k khundabo.. right indicator di left r fale jai 😂😂

  • @changmaidipjyoti2573
    @changmaidipjyoti2573 หลายเดือนก่อน

    ল'ৰা ছোৱালী সমান বুলি কোৱা হয় কিন্তু ছোৱালীৰ কাৰণে ৬০% ল'ৰাৰ কাৰণে ৭৫% এইটো কি অংক বুজি পোৱা নাই ৭৫ টো কেনেকৈ ৬০ % ৰ সমান বাৰু 😢😂

  • @dibakardebnat1575
    @dibakardebnat1575 หลายเดือนก่อน

    juatice for neet jee students

  • @Xavier-cd3nk
    @Xavier-cd3nk หลายเดือนก่อน +1

    Lora bor a jatia same mark ot napae tatia ako kajia nae... Aebar kichuman a nopoa karona eman news bapree😂😂😂...
    Nalage re e sob scooty... Assam ot loan bari a ase..

  • @CareerMentors7783
    @CareerMentors7783 หลายเดือนก่อน +1

    Scooty to clz jab r karone dise..
    Ai scooty bor akol BPL student k dib lage

  • @pankajrabha7816
    @pankajrabha7816 หลายเดือนก่อน

    😊😊😊😊😊

  • @premvidyarnavmusical
    @premvidyarnavmusical หลายเดือนก่อน +1

    ইমান টকা দি কোচিং কৰি আছে কিয় দিব লাগে। আচলতে কেৱল চৰকাৰী বিদ্যালয় ৰ ছাত্র ছাত্রীক হে দিব লাগে।

    • @AbinashKalita-y5n
      @AbinashKalita-y5n หลายเดือนก่อน

      Eito kuno asoni nhy eito bota hoi jiye eligible take dibo Lage ki boki thake

    • @Nannie-o
      @Nannie-o หลายเดือนก่อน

      Nhole agor pora e kribo lgisil..eyat college ba gov school r kotha kor pora ahil? June jote nopohok kosto kri marks anise jetiya pabo lge eligible khini e

    • @ParishmitaDas-jw3nv
      @ParishmitaDas-jw3nv หลายเดือนก่อน

      O mne dhoni he coaching krbio pre duxiyai nuware.... Bhh apunar sinta.... Doctor rr tat jauk apuni

    • @premvidyarnavmusical
      @premvidyarnavmusical หลายเดือนก่อน

      @ParishmitaDas-jw3nv কোনজন দুখীয়া পৰিয়ালৰৰ ছাত্র ছাত্রী য়ে কোচিং কৰি আছে , ১০জন উলিয়াই দিয়ক আৰু অহা মাহত মোৰ লগত আপুনি ও ওলাওক ঘৰে ঘৰে গৈ চাম, তাৰ পিছত যাম, অন্যথা আপোনাক মই লৈ যাম মেডিকেল। যদি ধনী দুখীয়া সিমাৰেখা নাজানে তাৰো চিকিৎসা হব।

    • @ParishmitaDas-jw3nv
      @ParishmitaDas-jw3nv หลายเดือนก่อน

      @@premvidyarnavmusical moi a kri aso gom paise apuni... 6k xoros hoise muthe mor... Kotha kobo nahibo .. Xomaj poriborton hl kin2 apunar sinta dhare knba jugut a ase