ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মই পঞ্চী দত্ত। মোৰ ল'ৰাৰ ৫ বছৰ থাকোতে স্বামী ঢুকাইছে। স্বামী ঢুকুৱাৰ 2 মাহৰ পাছতে বৰজনাৰ অত্যাচাৰত স্বামী গৃহ এৰি গুছি আহিব লগা হয়। তাৰ পাছত মোৰ মানসিক অৱস্থা বহুত বেয়া হৈ psychiatric ৰ ওচৰত চিকিৎসা কৰিব লগা হয়। এতিয়া সুস্থ যদিও ৰাতি টোপনি বহুত কম হৈছিল। বৰ্তমান মই টুলুমনি মেমৰ ওচৰত face yoga কৰি আছো। yoga ৰ মাজে মাজে মেমৰ motivational কথাবিলাকে মোক বহু উপকৃত কৰিছে। আজিকালি চিন্তুা বিলাক কমিছে আৰু টোপনি অহা দৰৱ খাব নালাগে। ৰাতি টোপনি আহে।
@@ditu_edits2012 অশেষ ধন্যবাদ পঞ্চী, আপোনাৰ কথাই মোক অনুপ্ৰাণিত কৰিলে, মই যে আপোনাক সামান্য হ'লেও সহায় কৰিব পাৰিছো। আপোনাৰ আৰু আপোনাৰ সন্তানৰ কুশল কামনা কৰিলোঁ।
সদাই কুশলে থাকক
My source of courage and inspiration ❤❤❤. Congratulations 💐
@@kakumoni4643 Thank you Kaku ❤️
Thank you so much
মই ৰৈ আছিলো এই telecast লৈ | খুবেই ভাল লাগিল তেখেতৰ কথাখিনি |❤
অশেষ ধন্যবাদ
অশেষ ধন্যবাদ ❤
Khub Val lagil....🎉🎉🎉Congratulations ❤🎉
@@Maramidutta-g4t Thank you ❤️
Thank you so much 💓
মই মিতালি | আপোনাৰ face যোগা session ত এইয়া মোৰ 3rd week | মই বহুত উপকৃত হৈছো |আপোনাৰ body যোগা ক্লাস join কৰিবলৈ মই খুব আগ্রহী |
অশেষ ধন্যবাদ মিতালী। আপোনাৰ কথাই অনুপ্ৰাণিত কৰিলে।
দুয়োজনীকে বহুত ভাল লাগে।
@@champabnath thank you ❤️
Moi Archi bobiba tumar mar schoolor. Ai anusthantu sai thakur bor bhal lage
@@Pratoshartistry Thank you so much ❤️
অহ্ অশেষ ধন্যবাদ
মই পঞ্চী দত্ত। মোৰ ল'ৰাৰ ৫ বছৰ থাকোতে স্বামী ঢুকাইছে। স্বামী ঢুকুৱাৰ 2 মাহৰ পাছতে বৰজনাৰ অত্যাচাৰত স্বামী গৃহ এৰি গুছি আহিব লগা হয়। তাৰ পাছত মোৰ মানসিক অৱস্থা বহুত বেয়া হৈ psychiatric ৰ ওচৰত চিকিৎসা কৰিব লগা হয়। এতিয়া সুস্থ যদিও ৰাতি টোপনি বহুত কম হৈছিল। বৰ্তমান মই টুলুমনি মেমৰ ওচৰত face yoga কৰি আছো। yoga ৰ মাজে মাজে মেমৰ motivational কথাবিলাকে মোক বহু উপকৃত কৰিছে। আজিকালি চিন্তুা বিলাক কমিছে আৰু টোপনি অহা দৰৱ খাব নালাগে। ৰাতি টোপনি আহে।
@@ditu_edits2012 অশেষ ধন্যবাদ পঞ্চী, আপোনাৰ কথাই মোক অনুপ্ৰাণিত কৰিলে, মই যে আপোনাক সামান্য হ'লেও সহায় কৰিব পাৰিছো। আপোনাৰ আৰু আপোনাৰ সন্তানৰ কুশল কামনা কৰিলোঁ।
সদাই কুশলে থাকক
My source of courage and inspiration ❤❤❤. Congratulations 💐
@@kakumoni4643 Thank you Kaku ❤️
Thank you so much
মই ৰৈ আছিলো এই telecast লৈ | খুবেই ভাল লাগিল তেখেতৰ কথাখিনি |❤
অশেষ ধন্যবাদ
অশেষ ধন্যবাদ ❤
Khub Val lagil....🎉🎉🎉
Congratulations ❤🎉
@@Maramidutta-g4t Thank you ❤️
Thank you so much 💓
মই মিতালি | আপোনাৰ face যোগা session ত এইয়া মোৰ 3rd week | মই বহুত উপকৃত হৈছো |
আপোনাৰ body যোগা ক্লাস join কৰিবলৈ মই খুব আগ্রহী |