তিয়হৰ খেতি উন্নত পদ্ধতিত কেনেকৈ কৰে (How to Properly Plant Cucumber)

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 18

  • @bijoyhandique578
    @bijoyhandique578 5 หลายเดือนก่อน

    সুন্দৰ

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 5 หลายเดือนก่อน

    সুন্দৰ ।পিছলৈ update দিব ।

  • @nibirmerebhai872
    @nibirmerebhai872 5 หลายเดือนก่อน

    Dada apunar video bor bhut vl lage Moi apunak follow kro aru bhut vl fol o paiso tnq dada❤️❤️❤️❤️❤️

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      মনোযোগেৰে চোৱা বাবে বহুত বহুত ধন্যবাদ। subscribe কৰিছোঁ। এজনে আনজনক সহায় কৰাটোৱেই মূল কথা।

  • @mridulkalita2940
    @mridulkalita2940 5 หลายเดือนก่อน

    প্ৰেৰণা দায়ক video

  • @nonআমিষveg5348
    @nonআমিষveg5348 5 หลายเดือนก่อน

    সুন্দৰ! ময়ো আপুনি দেখুওৱাৰ দৰে ৰুব লাগিব লগতে পচন সাৰ প্ৰয়োগ কৰিব পাৰি নে জনাব।

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      পচন সাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব পাৰি। কাৰণ ই ভাল জৈৱ সাৰ। ধন্যবাদ

  • @juganandasonowal9388
    @juganandasonowal9388 5 หลายเดือนก่อน

    আজি Direct মাটিত ৰুৱা ভিডিঅ' চায় নতুন আমেজ পালো।

  • @babitahazarika6300
    @babitahazarika6300 5 หลายเดือนก่อน

    Beleg car নিদিলেও Hoi neki

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      গোবৰ আৰু খলিহৈ আদি সঠিক পৰিমাণে দিলে আন সাৰ নিদিলেও হয়। ধন্যবাদ।

    • @babitahazarika6300
      @babitahazarika6300 3 หลายเดือนก่อน

      Thanks 🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      পৰ্যাপ্ত পৰিমাণে গোবৰ, পচন সাৰ,খলিহৈ আৰু ছাই দিলে আন একো নিদিলেও হয়। কেৱল জাতটো ভাল হ'ব লাগে।

  • @montuborah7300
    @montuborah7300 5 หลายเดือนก่อน

    পোক পৰুৱা উপদ্ৰৱ কেনেকৈ নোহোৱা কৰিব পাৰি

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      ভাল প্ৰশ্ন কৰিছে। জৈৱিক ভাৱে কৰিলে সপ্তাহত এবাৰকৈ নিম তেল5mlএক লিটাৰ পানীত মিলাই ছটিয়াব লাগে। 7দিন পিছত আকৌ খোৱা ভিনেগাৰ 10 ml একলিটাৰ পানীৰ লগত মিহলি কৰি সলনা সলনিকৈ ছটিয়াই থাকিব লাগে। ধন্যবাদ।