'ভগৱান দেখা’ এজন মানুহৰ সৈতে Exclusive সাক্ষাৎকাৰ l

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 241

  • @pateswaribaro4033
    @pateswaribaro4033 4 หลายเดือนก่อน +1

    Joy Shri Krishna

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 6 หลายเดือนก่อน +9

    বহুত ভাল মানুহ দেখুৱাই দিলে । এয়াই পৰিবৰ্তন। ❤❤

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 5 หลายเดือนก่อน +1

    Jai shree krishna 🙏🙏

  • @SahityaRabha-k7b
    @SahityaRabha-k7b 4 หลายเดือนก่อน +2

    আত্মাত নাথাকে ভগৱান গছ গছনিত নাৎথাকে ভগৱান ভগৱান থাকে গীতাৰ মতে পৰম ধামত ভগৱান হল নিৰাকাৰ ইয়াক পবলৈ বহুত টান আপোনালোকৰ কথা শুনি বহুত ভাল লাগিল কেবল লম্মী নাৰায়ন হে ভগৱানৰ লগত সাক্ষাৎ কাৰ হৈছিল কাৰন তেওঁলোক আছিল সব্ব'গুন সম্পুন্ন' ❤❤❤❤

    • @maxdivine1817
      @maxdivine1817 2 หลายเดือนก่อน

      মানুহৰ হৃদয়েই পৰম ধাম।

  • @pateswaribaro4033
    @pateswaribaro4033 4 หลายเดือนก่อน +1

    432000 years in Kaliyuge.

  • @dipanjalisagar7773
    @dipanjalisagar7773 5 หลายเดือนก่อน +1

    Jai shree krishna

  • @bhrigukalita6479
    @bhrigukalita6479 3 หลายเดือนก่อน

    বহুত ধুনিয়া কথা কৈইছে

  • @swapanmallik983
    @swapanmallik983 2 หลายเดือนก่อน

    Very valuable, knowledgeable , informative and inspiring speech or conversation ❤❤❤ Hare Krishna 🙏🙏

  • @Minakakati-nu5hp
    @Minakakati-nu5hp 5 หลายเดือนก่อน

    কৃষ্ণ বাপ অতি সুন্দৰ কথা কৈছে

  • @BenuranDas
    @BenuranDas 4 หลายเดือนก่อน

    আজি বাপ দোজনর ভগধানর কথাশোনিভাল লাগিল লগতেগুরূ শিকলি দেবরকথাশূনি ভাললাগিল আচলতে কূচন‍ই শুকান গুৰু হৰি রাম রাম

  • @RADHABOL
    @RADHABOL 4 หลายเดือนก่อน +1

    Bhogwanor anuvab kora manei hosa gyan prapt huwa...aru hei gyan puwa hokole dharmar kotha aru bhogwanor kotha koi...hosa sukh anuvab kore...heitoei hoise Jajan...mane anok bhogwanor kotha jonuwa...Radhe Radhe...

  • @chandankalita4466
    @chandankalita4466 6 หลายเดือนก่อน +21

    ভগৱান ৰ আকাৰ নাই কিন্ত ভগৱানে মাজে মাজে আকাৰ লয়। ভগৱান এনেকুৱা এটা শক্তি যিটো শক্তি কোনেও সম্পূৰ্ণ জ্ঞান নোহোৱা লৈকে জানিব নোৱাৰে..!

  • @protimaborah5325
    @protimaborah5325 4 หลายเดือนก่อน

    ভক্তি প্ৰথম ,

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 5 หลายเดือนก่อน

    জয় শ্ৰিকৃষ্ণ

  • @prodipkhound4287
    @prodipkhound4287 5 หลายเดือนก่อน

    দাদা আপোনাৰ কথ খিনি শুনি বৰ ভাল লাগিল। 🙏 দাদা ।

  • @manikanath8866
    @manikanath8866 5 หลายเดือนก่อน

    Jai sri krishna🙏🙏💕💕🙏🙏

  • @nabajitray2937
    @nabajitray2937 4 หลายเดือนก่อน

    Jai Sri Krishna 🙏🙏🙏

  • @maxdivine1817
    @maxdivine1817 2 หลายเดือนก่อน

    দত্ত ডাঙৰীয়াই থিকেই কৈছে যে ঈশ্বৰ নিৰাকাৰ নিৰ্গুণ। ঈশ্বৰক চাব বিচাৰিলে এই সমস্ত সৃষ্টিক চকু ফুৰাই চাওক। আৰু যদি ঈশ্বৰৰ নিৰাকাৰ ৰূপটো চাব বিচাৰিছে তেন্তে এজন যোগী হওক। যদি যোগী হবও নোৱাৰে তেন্তে এই নশ্বৰ শৰীৰ যিদিনা ত্যাগ কৰিব সেইদিনা নিৰাকাৰ ঈশ্বৰক দেখা পাব। কিন্তু তাৰবাবেও আপুনি এটা সাধু জীৱন যাপন কৰিব লাগিব।

  • @kabitabordaloi
    @kabitabordaloi 5 หลายเดือนก่อน +1

    Joi shree Krishna 🙏🙏🙏🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dharmeswarichetia9242
    @dharmeswarichetia9242 4 หลายเดือนก่อน

    Jay Shree Krishna Radhe Radhe

  • @LipiRegon
    @LipiRegon 5 หลายเดือนก่อน

    Jai shree ram jai shree ram jai shree ram🙏🙏🙏

  • @Swapna-fw3jm
    @Swapna-fw3jm 5 หลายเดือนก่อน

    Right🙏

  • @DipakDas-h3j
    @DipakDas-h3j 5 หลายเดือนก่อน

    জয় কৃষ্ণ

  • @gfgamar1235
    @gfgamar1235 5 หลายเดือนก่อน

    🎉joy SriKrishna

  • @lipikahajong-nn8ho
    @lipikahajong-nn8ho 5 หลายเดือนก่อน

    Very very thanks

  • @SujataSarmah-k7m
    @SujataSarmah-k7m 6 หลายเดือนก่อน +1

    ধন্যবাদ 🙏 ভাল লাগিল

  • @NewKumarKutum
    @NewKumarKutum 4 หลายเดือนก่อน

    You are a Great Thinking🤔 always Belive me Good

  • @MinatiBoro-f2v
    @MinatiBoro-f2v 5 หลายเดือนก่อน +1

    আমি দেৱতাক নাম ধৰি অন্ন দিলেহে দেৱতা অন্ন খাব পায়

  • @santanudihingia-mq9sm
    @santanudihingia-mq9sm 5 หลายเดือนก่อน

    ধন্যবাদ

  • @BabulKrishna-ih9mg
    @BabulKrishna-ih9mg 5 หลายเดือนก่อน

    অনন্ত নমস্কাৰ!!!! কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়!!!!জয় ভগৱান শ্ৰীৰাম!!!জয় ভগৱান শ্ৰীকৃষ্ণ!!! অনন্ত নমস্কাৰ!!!

  • @digantaborah5196
    @digantaborah5196 5 หลายเดือนก่อน +1

    জয় শ্ৰীকৃষ্ণ।

  • @ShantanuDas2100
    @ShantanuDas2100 6 หลายเดือนก่อน +3

    Jay Sri Krishna❤❤ আপুনাৰ ক'থাবোৰৰ লগত প্ৰায় মিল আছে

  • @nilimadoley123
    @nilimadoley123 6 หลายเดือนก่อน +10

    বিজ্ঞানীয়ে সকলো কৰিব পাৰে, বিজ্ঞানী আত্মাত ভগৱান নিহিত, কিন্ত মৰিযোৱা মানুহৰ পৰ আত্মাৰ আত্মাক পুণৰ জীয়াবলৈ ভগৱানে বিজ্ঞানীক সেই জ্ঞান দিয়া নাই-সেই কাম স্বয়ং ভগৱানৰ হাতত।ভগৱানক আমি মানু্হ ৰ মাজতহে দেখা পাওঁ। মই কিন্তু ভগৱান অদৃশ্য ৰূপত ‌আছে বুলিয়েই বিশ্বাস কৰোঁ 🙏🙏🙏🙏

  • @moniman5050
    @moniman5050 5 หลายเดือนก่อน

    Very nice

  • @janmonibhuyan9723
    @janmonibhuyan9723 4 หลายเดือนก่อน

    Ohongkar jio hobo lagibo

  • @RAMESWAR_G
    @RAMESWAR_G 5 หลายเดือนก่อน

    Bh= Bhumi,G=Gogonakash,Ba=Bayu,A=Agni,N=Nir,Pani==Super Power==BHAGBAN.

  • @a.w.c.brahmapurc-block2605
    @a.w.c.brahmapurc-block2605 5 หลายเดือนก่อน

    Sir myni myni thanks.🌺🪔🌼🙏

  • @moonmoonthakuria1113
    @moonmoonthakuria1113 4 หลายเดือนก่อน

    Aami je ukha loi aasu manuh hampurna hudha hole bhagwan dekha pai brinda ban gole dekha paboi thank you 🙏

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 5 หลายเดือนก่อน +1

    আপোনাৰ কথা বহুত যুক্তিকৰ 🎉🎉🎉

  • @kacharipara1pubmangaldai925
    @kacharipara1pubmangaldai925 5 หลายเดือนก่อน

    ধইনবাদ 24:36 24:39

  • @beenaborah1098
    @beenaborah1098 6 หลายเดือนก่อน +10

    বহুত ধন্যবাদ, ভগৱানৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিশ্লেষণ দাঙি ধৰিব পাৰিছে। জয় শ্ৰীকৃষ্ণ ।🙏

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c 4 หลายเดือนก่อน

    ভকতে ভগ বান। নাৰ দে পুচন্ত প্ৰভুদেৱ নাৰায়ণ বৈষ্ণব ৰ বৃতান্ত কহা বিবৰণ। শুভ বহ্ম মূহুৰ্ত তে ট্যজিব শ য় ন।.......... শুনা আৰু বৃহৎ নৰোদী পুৰাণত। কলিত হৰি। ৰ যিটো কৰ য় কৃত্ত্ন হওঁক বা সকাম বা নহিব নিশ্কাম।। তান ক আৰু কলি নবাধয়।পৰম পবিত্ৰ আঁ তি ভই লা আঁতি শ য়।। বৈষ্ণৱ ক পায়লে লভে মুক্তি আমাৰ।এতেকে বৈষ্ণৱ বিষ্ণু জানা সাৰে সাৰ।। শংকৰ দেৱ।। ভগৱান বদটি তুমি নুবোজিলা ত্বত্ত।।মানব সেৱাই ঈশ্বৰ সেৱা। সত সংগ ই হে মুক্তিৰ পথ মুক্তিৰ নিদান। কৰ্ম কাণ্ড বেদতে ম তি ভয়লা জ্বৰ।মিলাৱে সম্ভাৰ আনি পৰমানন্দে ।উচ্ছৰিয়া মন্ত্ৰ পঢ়ি যজে মহা দম্ভে। বৈ শ্ণৱক বোলে কোন ক্ষুদ্ৰ যে। পতংগ।। জন্মে জনমে কৰি আছে পাপৰ পৰ্বত। আজুৰন্তে নাহে নাম তাহাৰ মুখত।।উপজি মৰি ব যা তনা ভুঞ্জিন নাহিকে তাৰ নিষ্টাৰ।।84 হজা ৰ নৰক ভুঞ্জনৰ পিছত এবাৰ মানুহ জন্ম।।মোৰ বিছ তলা বিল দিংঙ আছে বেংকত 1000 কোটি আছে 500 কোটি য ম দুটক দিম বুলিলে বৈকুণ্ঠ লৈ নি b বুলি ভাবিলে তাৰ দৰে মূৰ্খ কটো নাই। আঁকে জানি সখী সন্তাপ পাহৰি বছিয়া চিন্তিব মোক মূহুৰ চৰিত্ৰ নাম গুণ যশ কীৰ্ত্তন ত paiba মোক।।কৃষ্ণ। শ্ৰৱণ কৃত্ত্ন ধৰ্ম যাৰ। তেওঁ হে মুক্ত।। পৰম পিতাক স্মৰণ ভক্তি কৰিবলৈ সময় নাই। এ সময়ত হস্তিনাপুৰ ত অনাবৃষ্টিৰ বাবে চাৰি জন মুনি ভুকত থাকিব নোৱাৰি এটা লৰা ৰ মৃত দেহ খাবলৈ উদ্যত হয়। সেই সময়ত ভগৱান প্ৰকট হৈ ক ললে তহঁত সি যালহ।। শ্চিয়া ল হৈ পুনঃ ভুকত আটোৰ হৈ দেখিলে এজন সে থৰ মৃত দেহ নদীৰ বালিত পৰি আছে।1নং ছী গালে কলে ই যাৰ কান খন খাও।2নং সৃ যা ল কলে ই কান ৰে হৰি নাম নুশুনে।।নাখাবা। 3নং সৃ গালে কলে ইয়াৰ পেট টো খাম।4নং ছী গালে কলে ই অনৰ পৰা দকা হ ক্স দি টানি অযুৰি খায়। নাখা বা।।চোৱা শৃগলেও শ না খায়।।

  • @kalpanasenguptabaruah5180
    @kalpanasenguptabaruah5180 5 หลายเดือนก่อน +1

    Very nice. Thanks for sharing

  • @nitishpegu849
    @nitishpegu849 4 หลายเดือนก่อน

    Joy seri kesn ❤❤❤

  • @dolihazarika2605
    @dolihazarika2605 6 หลายเดือนก่อน +2

    বৰ ভাল লাগিল...আগলৈ আৰু জানিবলৈ হেঁপাহ আছে

  • @gurubayan8370
    @gurubayan8370 5 หลายเดือนก่อน +1

    গীতাৰ আলোচনা খিনিলৈ থিকেই আছিল কিন্তু --মূৰ্তিত ভগৱান বিৰাজমান নহয়

    • @beautydevibaruah111
      @beautydevibaruah111 4 หลายเดือนก่อน +1

      Murty manuhe bonuwa manuh ishore bonuwa

  • @pinkisaikia7434
    @pinkisaikia7434 6 หลายเดือนก่อน

    Bhagawan ase aru hudha antore bhagawanar Puja arsona korile bhagawanak hosai pua hoi 🙏🙏🙏🙏🙏

  • @uttamramchiary6375
    @uttamramchiary6375 5 หลายเดือนก่อน +1

    Mather Mira great devotee

  • @DimendaDas
    @DimendaDas 5 หลายเดือนก่อน

    Ram Ram 🙏🏻

  • @PallikaGogoi-q2y
    @PallikaGogoi-q2y 5 หลายเดือนก่อน

    কথাখিনি শুনি বহুত শক্তি পালোঁ কৃষ্ণ

  • @jintidasjintidas7647
    @jintidasjintidas7647 5 หลายเดือนก่อน

    Val lagil ..aii manuh jon asol manuh...manuh hisape❤

  • @MalajyotiPhukan
    @MalajyotiPhukan 5 หลายเดือนก่อน +1

    Bahuut hundor Dada ene vdo di thakibodei jiai thokar porom hahokh pai dada🎉❤

  • @prasantabhatta3428
    @prasantabhatta3428 6 หลายเดือนก่อน +2

    Yes discipline life is the main to feel God.

  • @rupanjalisaikia6810
    @rupanjalisaikia6810 5 หลายเดือนก่อน +1

    ভগৱানক পাব পাৰি। তাৰ কাৰণে সাধনা লাগিব। শু দ্ধ চিত্তে প্ৰাৰ্থনা কৰিব লাগিব সদায়। সংগীত ৰ যোগেদি সোনকালে ভগৱানক পাব পাৰি। ভগবানৰ কোনো আকাৰ নাই। যেতিয়া দেখা দিব এক বেলেগ শক্তি, পোহৰ দৰে মুখত পৰিব ক্ষন্তেকৰ বাবে মুখখন জ্বলি যোৱা নিচিনা লাগে আৰু অলপ সময় অবশ নিচিনা লাগে।

  • @hemantakumarroy1410
    @hemantakumarroy1410 4 หลายเดือนก่อน

    সাংবাদিকজনে কোৱা মতে আজিৰ দিনত ইমান ব্যস্ত নে যে পূৱাই উঠি মানুহে পেছাৱ কৰা, শৌচ কৰা, মূখ ধোৱা,গা ধোৱা,চা·খোৱা, ভাত খোৱা কাম নকৰে? ঠিক এইবিলাক কামৰ দৰেই গৃহস্হৰ পঞ্চযজ্ঞ।মাথোন কামখিনি বা নিয়মখিনি জানি ল'লেই হ'ল।আচলতে আমি বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ কাৰ্য-কৰ্মত ইমান মোহগ্ৰস্ত হৈছোঁ যে সকলোখিনি বিজ্ঞানৰে বুলি দাবী কৰিব বিচাৰোঁ। কেতিয়াবা ভাবিছেনে পৃথিৱীৰ পৰা কোনো উপাদান নোলোৱাকৈ বিজ্ঞানে এটা ঘাঁহ বা গছ তৈয়াৰ কৰিব পাৰিছেনে?!

  • @kalyanidas4341
    @kalyanidas4341 5 หลายเดือนก่อน

    সুন্দৰ ব্যাখা জয় শ্ৰী কৃষ্ণ 🙏🙏

  • @nirusaikia7631
    @nirusaikia7631 6 หลายเดือนก่อน

    জয় শ্ৰীকৃষ্ণ 🙏 🙏

  • @sarabrookes5750
    @sarabrookes5750 5 หลายเดือนก่อน +1

    Apuni hosai ajon Mohot Manuh.Moi apunar kothakhini huni Bohut hanti anubhob korisu.apunar logot ami hodai asu dai. Moiu apunar dorai anubhob koru.🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️

  • @sujitpaul9954
    @sujitpaul9954 4 หลายเดือนก่อน

    গীতাৰ ভগৱান শৰীৰধাৰী,জন্ম-মৰণৰ চকৰত অহা শ্ৰীকৃষ্ণ নে অশৰীৰী, অজন্মা, নিৰাকাৰ শিৱ?

  • @pragyabhutmiltahaborah5327
    @pragyabhutmiltahaborah5327 5 หลายเดือนก่อน

    Xosa kotha

  • @vijaykumardev1345
    @vijaykumardev1345 6 หลายเดือนก่อน +3

    সৰগ নৰক বুলি কোনো ভৌগলিক স্থান নাই । ভাল কাম কৰিলে মনত যিটো সুখ শান্তি অনুভৱ হয় সেইয়া হল সৰগ আৰু বেয়া কাম কৰিলে মনত যিটো অশান্তি হয় সেইটো হল নৰক । বাকী বাহিৰত সৰগ নৰক বুলি একো নাই । প্ৰতীকেৰে বুজাইছে ৷

    • @allvilla2161
      @allvilla2161 5 หลายเดือนก่อน

      Àko najana apune half educated person apune

    • @vijaykumardev1345
      @vijaykumardev1345 5 หลายเดือนก่อน

      @@allvilla2161 তই অক্সফোৰ্ড নে হাৱাৰ্ড ইউনিভাৰচিটিৰ পৰা পাছ কৰিছ নে এবাৰ মৰি উঠি নৰকৰ পৰা আহিছ। একো নাজানিলে মুখ বন্ধ কৰি থাকিবি নহলে মুখেৰে হাগিবলৈ চেষ্টা নকৰিবি ননচেণ্স ।

    • @bikkijungi4227
      @bikkijungi4227 5 หลายเดือนก่อน

      ​​@@allvilla2161জহৰা মিয়া তই কি জান গৰুচোৰ ।মেট্ৰিকত কেইবাৰ ফেইল কৰিছ বাংলাদেশী গেদা মিয়াই জ্ঞান দিবলৈ আহিছে ।

    • @bikkijungi4227
      @bikkijungi4227 5 หลายเดือนก่อน

      আপুনি ঠিক কৈছে এইবোৰ কল্পনা কেৱল ।

    • @vijaykumardev1345
      @vijaykumardev1345 5 หลายเดือนก่อน

      @@allvilla2161 তই কেইবাৰ মৰিলি যে সৰগ নৰক আছে যে গম পাইছ?নমৰাকৈ তই সৰগ নৰক আছে বুলি কেনেকৈ কব পাৰ?ননচেণ্স গাধ মূৰত মাল নাইকিয়া অশিক্ষিত ৷

  • @DiplaliBoruah
    @DiplaliBoruah 5 หลายเดือนก่อน

    Jai shree krisha.

  • @ajaykalita6256
    @ajaykalita6256 6 หลายเดือนก่อน +3

    Good conversation

  • @Mintu577
    @Mintu577 6 หลายเดือนก่อน +2

    কথা খিনি ভাল লাগিল। কথা খিনি চিৰ সত্য

  • @deepabora1865
    @deepabora1865 6 หลายเดือนก่อน +2

    বৰ সুন্দৰ কথা বৰ ভাল লাগিল

  • @kalpanahazarika7631
    @kalpanahazarika7631 6 หลายเดือนก่อน

    পৰম সুন্দৰ।জয় কৃষ্ণ প্ৰণাম।

  • @AituPachani
    @AituPachani 5 หลายเดือนก่อน

    বহুত ভাল লাগিল ।

  • @panchamirabhadas23
    @panchamirabhadas23 5 หลายเดือนก่อน

    জয় Shree krishna

  • @nirupomachetia327
    @nirupomachetia327 4 หลายเดือนก่อน

    Joy shrikrishna .xatya aalosana .eswarar bahut dhnybad .

  • @durgarongpipi5886
    @durgarongpipi5886 5 หลายเดือนก่อน

    Joy Shree krishna

  • @kasturiborah9686
    @kasturiborah9686 5 หลายเดือนก่อน

    মিৰাৰ কথা আমি শুনিছো

  • @JogadaGogoi
    @JogadaGogoi 5 หลายเดือนก่อน

    জয় শ্ৰী কৃষ্ণ ভাল লাগিল কথা খিনি জানিব পাৰি 🙏🙏🙏

  • @prasantabhatta3428
    @prasantabhatta3428 6 หลายเดือนก่อน +1

    Satya sundor . Anoda is the main thing matter of our life. Main aim also. Ami sukhi hoi thakibo bisaru. Tar babe mon control koratu main Kam.

  • @tarunhazarika5776
    @tarunhazarika5776 5 หลายเดือนก่อน

    জয় শ্ৰী কৃষ্ণ।

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 6 หลายเดือนก่อน +3

    জ্ঞান, হলে বিজ্ঞান আহে, বিজ্ঞান আহিলে হয় তদং আৰু তদং হলেই আহে ৰহস্য। আমি সেই বাবেই পঞ্চযজ্ঞ ৰ বাবে সদায় ইষ্ট ভৃতি কৰোঁ।

  • @nikhilphukan8279
    @nikhilphukan8279 6 หลายเดือนก่อน +7

    ভগৱানক পাবলৈ হ'লে বিৰল ভাগ্য লাগিব ।

  • @daduldas1643
    @daduldas1643 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ সিদ্ধাৰ্থ বাপ জন🙏

  • @minaniboruah7177
    @minaniboruah7177 4 หลายเดือนก่อน

    Hydra ktha 🙏🙏🙏

  • @sujitpaul9954
    @sujitpaul9954 4 หลายเดือนก่อน

    লর্ড আৰু গড শব্দৰ অৰ্থ কি?

  • @nikhilphukan8279
    @nikhilphukan8279 6 หลายเดือนก่อน +1

    মই ভগৱাক দেখিছোঁ ।

    • @beenaborah1098
      @beenaborah1098 6 หลายเดือนก่อน +1

      কেনেধৰনে দেখিছে জনাবছোন। মই বিশ্বাস কৰো, কিন্ত দেখা পোৱা নাই।

    • @sarojinichaudhury179
      @sarojinichaudhury179 5 หลายเดือนก่อน

      ​@@beenaborah1098হয়,মোৰো জানিবৰ মন আছে ৷

  • @Queenpallabisvlogs
    @Queenpallabisvlogs 6 หลายเดือนก่อน +4

    আমি কোনেও ভগৱানক দেখা নাপাওঁ কাৰণ ভগৱান নিৰাকাৰ, ভগৱানক যদি সঁচা অন্তৰেৰে বিশ্বাস কৰে তেন্তে তেওঁক অনুভৱ কৰিব পাৰি।ভগৱানক আমি মাতা -পিতা বুলি আখ্যা দিওঁ,যাৰ শৰীৰ নাথাকে , তেওঁকে আমি উভয়লিংগত মাতিব পাৰোঁ।

    • @arunahazarika2474
      @arunahazarika2474 4 หลายเดือนก่อน

      ভাল লাগিল। আমাৰ অনুভৱতেই ভগৱান।যিয়ে যিমান অহঙ্কাৰহীন হব সি সিমানেই ভগৱানৰ ওচৰ চাপিব।

  • @rumidas4087
    @rumidas4087 5 หลายเดือนก่อน

    Joi. shree Krisna বহুত ভাল লাগিল

  • @brajenboro7930
    @brajenboro7930 5 หลายเดือนก่อน

    Right Moi Dekhishu Vgbank aru moi Janu Apunar.kotha.tu Right ❤❤❤❤

    • @sarojinichaudhury179
      @sarojinichaudhury179 5 หลายเดือนก่อน

      অলপ বহলাই লিখিলে ভাল আছিল ৷

  • @bbsgaming5156
    @bbsgaming5156 6 หลายเดือนก่อน

    ৰাধে ৰাধে❤❤

  • @rajeshkutum7018
    @rajeshkutum7018 6 หลายเดือนก่อน

    That is right sir

  • @daduldas1643
    @daduldas1643 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ আপোনাক সেয়া জনা ইছো।

  • @manindrabarman7493
    @manindrabarman7493 5 หลายเดือนก่อน

    এয়াই হ'ল মুলতঃ সংস্কাৰ । বহুত প্ৰয়োজন তা আছে এইবোৰৰ ।

  • @bhupendas6810
    @bhupendas6810 5 หลายเดือนก่อน

    Mayo bishakh Karo vagobanok.❤❤❤

  • @SayamborGohain
    @SayamborGohain 6 หลายเดือนก่อน +1

    বহুত ধন্যবাদ ভাল শিক্ষা

  • @manjulabora8219
    @manjulabora8219 6 หลายเดือนก่อน +4

    জীৱাত্ম আৰু পৰমাত্মা নিজৰ লগতে থাকে মানুহে নিজৰ বুদ্ধি আৰু চিন্তাৰ দ্বাৰা ভগৱান ক পাব পাৰি
    ভগৱান শব্দ ত থাকে অহঙকআৰহঈন হ'ব লাগিব কৃষ্ণ কৃষ্ণ ❤❤

  • @sarusaharia7300
    @sarusaharia7300 5 หลายเดือนก่อน

    জয় শ্রী ৰাম কৌটি কৌটি প্রণাম
    তিনি চাৰি বছৰিয়া লৰা ছোৱোলীয়ে ভগৱান দেখা পাই।

  • @MammaToy
    @MammaToy 6 หลายเดือนก่อน +8

    পুৰ্বজন্ম বুলি একো নাই দাদা। অতি জঘন্য মানুহো সুখে সন্তোষে আছে আৰু ভাল কৰ্ম কৰা মানুহ নৰকৰ যন্ত্ৰনা পায় আছে। একেখিনিয়েই জন্ম হৈ থকা হলে Population নাবাঢ়িল হয়।

    • @momiboruah355
      @momiboruah355 6 หลายเดือนก่อน

      সেইটোএটো পূৰ্বজন্মৰ কৰ্মফল। aijonmot ভাল কাম কৰিলে পিছৰ জন্মত সুখ হব

    • @MammaToy
      @MammaToy 6 หลายเดือนก่อน +1

      @@momiboruah355 আপুনি কেনেকৈ জানিলে যে পুৰ্বজন্মৰ পাপৰ ফল? একেবোৰ মানুহ বা জীৱ-জন্তুয়েই জন্ম হৈ থাকে নেকি,তেনেকে হʼলে দেখুন Population নাবাঢ়িল হয়।

    • @JayPegu321
      @JayPegu321 6 หลายเดือนก่อน

      ভগৱান সঁচাকৈ য়ে আছেনে আকাৰ আৰু আকৃতি জনাবচোন ।।।

    • @MammaToy
      @MammaToy 6 หลายเดือนก่อน +1

      @@JayPegu321 ভগৱান এটা ধাৰনা/বিশ্বাস। আকাৰ বুলি কোনো কথা নাই।

    • @sujitpaul9954
      @sujitpaul9954 4 หลายเดือนก่อน

      পূৰ্বজন্ম নথাকিলে সকলো মনুষ্যৰ সুখ,দুখ, ধন, বৈভৱ, গাৰ ৰং,জন্মস্থান,সমান হল হতেন। এই ভেদাভেদেই পূৰ্বজন্মৰ ফল।যেনে একাউণটত টকা জমা চৰি পিছত খৰচ কৰিব পাৰি।

  • @nikhilphukan8279
    @nikhilphukan8279 6 หลายเดือนก่อน +2

    মোক সাক্ষাৎ কৰিবলৈ আহক ।

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa 5 หลายเดือนก่อน

    God is Nature, Nature is God, no one can conquer them

  • @dulalgogoi-e7k
    @dulalgogoi-e7k 5 หลายเดือนก่อน

    মহাশয় । শ্ৰী কৃষ্ণ কেনেকুৱা ভগৱান। সেইজন ভগৱান অকল ভাৰততে থাকে নেকি?

    • @BidyutHandique-nia448TP5
      @BidyutHandique-nia448TP5 5 หลายเดือนก่อน

      Naa.. tekhetor amar dore kunu Dharma nii.. tekhetor mote karmai Dharma buli sastrat ase kn2 amr kismn murkho mnuhe tekhetor ostittoi holai pelaise ..

    • @sujitpaul9954
      @sujitpaul9954 4 หลายเดือนก่อน

      ভগৱান সিয়েই যি সৰ্ব ধৰ্ম মান্য।আৰু সকলো ধৰ্মত নিৰাকাৰ জ্যোতিৰূপৰে উপাসনা কৰিছে।

  • @hiranyadoley6929
    @hiranyadoley6929 5 หลายเดือนก่อน

    বহুত ভাল লাগিল ।ভগবানৰ কথা শুনি জয শ্ৰী কৃষ্ণ

  • @gitabaruah712
    @gitabaruah712 6 หลายเดือนก่อน +25

    Conversation val hoise kintu apuni cormofallr kothatua bhuctovoogik bohut aghat dise.

    • @minadutta3974
      @minadutta3974 5 หลายเดือนก่อน +3

      😮😮😮😅😮😮😢😢😮😢😢😮😢😢😢😮😢😢

  • @janmonibhuyan9723
    @janmonibhuyan9723 4 หลายเดือนก่อน

    Aami vagawanok sapunot dekha paisu

  • @user-zu9np6qx3
    @user-zu9np6qx3 5 หลายเดือนก่อน

    Monor vitort dhiyan kori lew vogoban dekha puwa jai bishakh mein