ভগৱান আৰু ভূত সঁচাকৈ আছেনে? এজন জ্যোৰ্তিবিজ্ঞানীৰ একান্ত ব্যক্তিগত গৱেষণাই কি কয়?

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ต.ค. 2024

ความคิดเห็น • 212

  • @majanikalita6025
    @majanikalita6025 10 หลายเดือนก่อน +19

    বিজ্ঞানে সকলো সৃষ্টি কৰিব পাৰিলেও জীৱ সৃষ্টি কৰিব নোৱাৰে । সেই বাবে মোৰ মতে সৃষ্টিকৰ্তা ভগৱান আছে।

    • @ratulkalita1758
      @ratulkalita1758 3 หลายเดือนก่อน

      তথাপিও সন্দেহ আছে মানে ।।

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy 10 หลายเดือนก่อน +15

    ছাৰক ধন্যবাদ জনাইছো। ভগবান এক নিৰাকাৰ জ্ঞাণৰ শক্তি বুলি ভাবো।ধৰ্ম অবিহনে বিজ্ঞাণ অন্ধ আৰু বিজ্ঞাণ অবিহনে ধৰ্ম পুঙ্গ।

    • @khargeswardeka3827
      @khargeswardeka3827 10 หลายเดือนก่อน

      ❤Very good explanation:Everywhere there must be Holy Spirit !

  • @dhrubajyotitalukdar2864
    @dhrubajyotitalukdar2864 10 หลายเดือนก่อน +3

    আপোনাৰ ভিডিও আৰু বাৰ্তালাপ যুক্তিসংগত, কাৰণ এইবাবেই মোৰ জীৱনতো তেনেকুৱা ঘটনা হৈছে, মোৰ বয়স পাছ বছৰ হওতেই মোৰ মাৰ মৃত্যূ হৈছিল, আৰু মৃত্যূৰ দহ দিন পিছত অৰ্থাৎ দহা কাজ শেষ হোৱাৰ দিনা ৰাতি ন মান বজাত মই ভাত খাই উঠি ৰাস্তালৈ প্ৰচাপ কৰিব গৈছিলো দেউতাৰ লগত তেনে অৱস্থাত মোৰ কাষেৰে এজন বগা কাপোৰ পিন্ধা মানুহ মোক মাতি ধ্ৰুৱ আহ বুলি পাৰ হৈ গ'ল আৰু মইও তেওৰ পিছে পিছে কিছু দূৰ গলো, তাৰ পিছত মোক দেউতাই মাত লগালে আৰু তেতিয়াই মই বুজি পালো যে বগা কাপোৰ পিন্ধা মানুহ জন দেউতা নহয় অইন কিবা হয় আৰু তাৰ পিছত অদৃশ্য হৈ গ'ল, মই দৌৰি দেউতাৰ কাষলৈ গুছি আহিলো আৰু সিদিনা গোটেই ৰাতি মোৰ টোপনি নাহিল, এইটো মোৰ জীৱনত ঘটা একেবাৰেই সচা ঘটণা।

    • @SUMIT_SANATANI_MEGAFORCE
      @SUMIT_SANATANI_MEGAFORCE 10 หลายเดือนก่อน

      Bhogoban aseee ami asolote eta kalpanik duniyat asu ami xodai science maths eibilakor logot kaam kori ei jibon gol asolote ami kunodine bhogoban r mohima bujat sesta nokorilu aru nu ki kom kiba koboloi power e niii science e bhogobanok niikia koribo khujise aru tu kaliyug r somoshya bur asee xokolu tumar uporot pravu

  • @taramaiphukan8785
    @taramaiphukan8785 10 หลายเดือนก่อน +5

    বিজ্ঞানে যিয়েই নকওক ভগৱান যে আছে সেইটো সচা।আলোচনা খিনি ভাল লাগিল।চাৰক ধন্যবাদ

  • @monudekari2919
    @monudekari2919 11 หลายเดือนก่อน +12

    ড° বৰুৱাদেৱৰ কথাবোৰ বৰ ভাল লাগিল ৷ বিজ্ঞানে সত্যৰ সন্ধানত আগুৱাইছে ৷ বিশ্ব প্ৰকৃতি ৰহস্যৰ আধাৰ ৷ অলৌকিক ঘটনাবোৰ আমি নজনা বহুতো ঘটনাৰ সমাৱেশ বুলি বৌদ্ধ দৰ্শনে যি দৰ্শনক সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক আইনষ্টাইনেও বিশ্বৰ অন্যতম বিজ্ঞানসন্মত দৰ্শন বুলি কৈছে ৷ বিজ্ঞানী কিশোৰ বৰুৱাদেৱৰ বক্তব্যই মোক বৌদ্ধ দৰ্শনৰ কথা মনলৈ আনিলে বাবে উল্লেখ কৰিলোঁ ৷৷ধনডা°৷৷

  • @padmapaninath
    @padmapaninath 10 หลายเดือนก่อน +5

    বৰ দৰকাৰী কথা জানিলো । প্ৰশ্নকৰ্তা আৰু চাৰৰ কথনশৈলী অতি সুন্দৰ বুলি গণ্য কৰিছো ।

  • @hasenbachari1333
    @hasenbachari1333 10 หลายเดือนก่อน +6

    ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।ছাৰে মুছলমানৰ ধৰ্ম সম্পৰ্কে কৈছে কোনেও প্ৰশ্ন কৰে নেকি,নকৰে কাৰণ আপোনি বাস্তৱ সত্য খিনি সোৱৰাই দিছে।আগলৈও যাতে আপোনাক এনেধৰণৰ আলোচনাত পাওঁ,এয়াই আশা কৰিলো।ধন্যবাদ...

  • @S.M.8439
    @S.M.8439 2 หลายเดือนก่อน +1

    বিজ্ঞানো ভগৱানৰে অৱদান।

  • @lakhyajitsarma1234
    @lakhyajitsarma1234 4 หลายเดือนก่อน +1

    Sir আপোনাৰ চিন্তা ক্ষমতা সমূহ সঁচাকৈ পৃথক আৰু অসাধাৰণ । আপোনাক অনুসৰণ কৰাটো সকলোৰে দৰকাৰ । আপোনাৰ কথা খিনি অনুসৰণ কৰিব পাৰিলে লোভ,মোহ , অহংকাৰ, ৰ পৰা দূৰত থাকিব পাৰি

  • @urmideka2292
    @urmideka2292 10 หลายเดือนก่อน +6

    এনে টপিকবোৰ অলটাইম ফেভাৰিত হয় মোৰ বহুত ধন্যবাদ next time travel ৰ ওপৰত vdo বনাৱচোন প্লিজ।

  • @begumnarjee5046
    @begumnarjee5046 10 หลายเดือนก่อน +16

    চাৰৰ লগত সাক্ষাৎ কাৰত যি বিলাক আলোচনা কৰিলে ভাল লাগিল । তেওঁ এজন মহান লোক , তেওঁ কোনো ধৰ্মক বেয়া বুলি প্ৰকাশ নকৰিলে 🙏🙏

  • @budhendas3209
    @budhendas3209 7 หลายเดือนก่อน +1

    আপুনি আগবঢ়ওৱা ভিডাঅতো চাই , শুনি ইমানেই অভিভূত হৈছোঁ যে মানুহৰ মগজুত কি সোমাই আছে তাক লৈ গৱেষক সকল লৈ আকৌ কি আবিস্কৰ কৰে বহু আশাৰে অপেক্ষা কৰিব লাগিব, ধন্য বাদেৰে ।

    • @kishorbaruah6118
      @kishorbaruah6118 7 หลายเดือนก่อน

      ধন্যবাদ।

  • @LabakeshSutradhar
    @LabakeshSutradhar 10 หลายเดือนก่อน +10

    গোটেই বিশ্বব্ৰহ্মাণ্ডই ভগবানৰ স্বৰূপ যেন; 🔥⚡

  • @puspadhardowarah1932
    @puspadhardowarah1932 10 หลายเดือนก่อน +1

    চাৰৰ কথাবোৰ ভাল লাগিল।মইয়ো কও ঈশৰ আৰু দেৱতা আছে।দেৱতা বা ভূত প্ৰেত মইয়ো দেখিছো।মোৰ চকুৰ আগতেই কি দেখিছিলো যদি সেইটো ভূত বা প্ৰেত নহয়!

  • @rajendrabordoloi5285
    @rajendrabordoloi5285 10 หลายเดือนก่อน +1

    চাৰ, ধন্যবাদ সচাই আলোচনা টি বিষয় বস্তুৰ শুনি বৰ ভাল লাগিল

  • @Danirojasfc6
    @Danirojasfc6 11 หลายเดือนก่อน +13

    মানব ধৰ্ম্মৰ ওপৰত কোনো ধৰ্ম্মই নাই এই পৃথিৱীত...🌏

  • @ranjitmahanta1565
    @ranjitmahanta1565 11 หลายเดือนก่อน +5

    বৰ ভাল বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ল ৷ ভাল লাগিল শুনি ৷

  • @budheswarsaikia3103
    @budheswarsaikia3103 11 หลายเดือนก่อน +3

    Thanks to Dr Barua sir and pray God will bless you.

  • @shyammahanta7317
    @shyammahanta7317 11 หลายเดือนก่อน +13

    আমাৰ মহাপুৰুষ গুৰুজনাৰ হাত চাপৰি বজাই নাম গোৱাটো এটা থেৰাপী আৰু শস্টাঙ্গে সেৱা কৰা সত্ৰীয়া নাচৰ বিভিন্ন ভঙ্গিমা সেইবোৰ একোটা ব্যায়াম | আৰু ঈশ্বৰৰ অৱস্থিতি অৰ্থাৎ নিৰাকাৰ ঈশ্বৰৰ নুই কৰিব নোৱাৰি | কাৰণ বিজ্ঞানে এতিয়াও জীৱ সৃষ্টি কৰিব পৰা নাই | ভাগৱত খনৰ মাজতে জ্ঞান, বিজ্ঞান, তদং ,ৰহস্য সকলো
    বিশ্লেষণ কৰা আছে | যিখিনি মানুহে
    কৰিব সেইখিনিয়েই ভগৱান | মোৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰিলো 🙏🙏

  • @mousumichoudhury7409
    @mousumichoudhury7409 11 หลายเดือนก่อน +2

    বহুত ভাল লাগিল Pranjal. এই বিষয়ে আজি বহুত কথা জানিলো। 🙏🙏

  • @pranitabarmandas6911
    @pranitabarmandas6911 10 หลายเดือนก่อน +7

    আধ্যাত্মিক তাটো সত্য, বিজ্ঞান হল সত্যৰ আবিষ্কাৰ। অলৌকিক শক্তি আছে, পূজা ৰ বাবে ব্ৰাহ্মণ পৰিয়ালৰ সৃষ্টি হৈছে

  • @indraboley3677
    @indraboley3677 10 หลายเดือนก่อน +1

    পৃথিৱীৰ ভাড় কথাটো শুনিবলৈ মন।

  • @shyammahanta7317
    @shyammahanta7317 11 หลายเดือนก่อน +4

    বিশ্বাসে মিলয় হৰি তৰ্কে বহুদুৰ!

  • @pranabgogoi6283
    @pranabgogoi6283 11 หลายเดือนก่อน +7

    Very good discussion.

  • @mirdas3206
    @mirdas3206 10 หลายเดือนก่อน +1

    He is right on d speech. Of namaj and exercise no doubt.

  • @nurulislam560
    @nurulislam560 10 หลายเดือนก่อน

    সুন্দৰ আলোচনা ছাৰ ৷ ভাল লাগিল আটাইবোৰ কথা শুণি ৷

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 10 หลายเดือนก่อน +2

    মই আৰু মোৰ মাই ২০০৫ চনৰ বহাগ মাহৰ ৰ এক সন্ধিয়া সময়ত এখন সশ্মাশনৰ ওচৰতযাক আমি সৰু ল'ৰা ৰূপী এজন দেৱত নে ভূত লগপআইছইলও।

  • @lakhyajitsarma1234
    @lakhyajitsarma1234 4 หลายเดือนก่อน +1

    এই ব্ৰহ্মাণ্ডৰ সাধাৰণ মাত্ৰ ধূলি -কণা মই

  • @anjumahanta3626
    @anjumahanta3626 10 หลายเดือนก่อน

    সুন্দৰ বিশ্লেষণ ।বৰ ভাল লাগিল ।

  • @prodipbora2752
    @prodipbora2752 10 หลายเดือนก่อน

    চাৰক বহুত বহুত ধন্যবাদ। আলোচনাটো ভাল লাগিল।

  • @moja581
    @moja581 10 หลายเดือนก่อน +1

    Thanks. Excellent Discussion.

  • @anupambini3930
    @anupambini3930 10 หลายเดือนก่อน +3

    Sir আপোনাৰ কথা বোৰ ভাল লাগিল। আৰু দাদা আপোনাক বহুত ধন্যবাদ ❤

  • @asimbaishya5808
    @asimbaishya5808 10 หลายเดือนก่อน +1

    সেই আগৰ inteligent মানুহবোৰ কৰ পৰা কেনেকৈ intelligent হৈ ভগৱান নামটো উৎপত্তি কৰিলে ?

  • @ratuldutta5119
    @ratuldutta5119 10 หลายเดือนก่อน

    বস্তুনিষ্ঠ বলিষ্ঠ বৈজ্ঞানিক বিশ্লেষণৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। এইক্ষেত্ৰত কব বিচাৰিছো যে যিটো মই দেখিছোঁ সেইটো হে ম‌ই বিশ্বাস নকৰো। নেদেখা অস্তিত্বহীনক মই বিশ্বাস নকৰো।
    বহুত ক্ষেত্ৰত যদি, কিন্তু, তথাপি আদি বহুত শব্দ মস্তিষ্ক‌ই ভালপোৱাৰ ধৰণে কৈ যাও যাৰ কোনো মূল্য নাই। ধন্যবাদ 🌹

    • @kishorbaruah6118
      @kishorbaruah6118 10 หลายเดือนก่อน

      আপোনাক বহুত ধন্যবাদ। বহুত সময়ত কথাবোৰ পোনে পোনে কৈ দিলে বহুতেই বেয়া মন্ত্যবৰে ভৰাই পেলায়।তেতিয়া মনবোৰ বৰ বেয়া লাগে। সেয়েহে এনে আলোচনাবোৰত বৰ সাৱধানে কব লগা হয়।

  • @tamannaphukan4852
    @tamannaphukan4852 10 หลายเดือนก่อน

    Bohut val lgel sirr kotha bur ru duijonle bohut bohut dhyanbad

  • @harichandrasaharia7406
    @harichandrasaharia7406 11 หลายเดือนก่อน +4

    ভগৱান ১০০% আছে।আপুনি জানে নে নাজানে শাস্ত্ৰৰ পৰাই বিজ্ঞানৰ জন্ম।

    • @LabakeshSutradhar
      @LabakeshSutradhar 10 หลายเดือนก่อน

      হয় নে কি? 🔥⚡

    • @srigunajitsharma8282
      @srigunajitsharma8282 10 หลายเดือนก่อน

      👍🙏 thike koise ,aru sir o seytu a koise

    • @gunajitkalita2937
      @gunajitkalita2937 10 หลายเดือนก่อน +1

      Scince নহলে এই দুনিয়াত আদিম যুগৰ নিচিনা হলহেঁতেন

    • @SUMIT_SANATANI_MEGAFORCE
      @SUMIT_SANATANI_MEGAFORCE 10 หลายเดือนก่อน

      @@gunajitkalita2937 adim jugor agote o bohu jug goise jot science nhoi dharm aur manuh asil 😈😈

    • @ratulkalita1758
      @ratulkalita1758 3 หลายเดือนก่อน

      আপোনাক নমস্কাৰ ।।আপুনিয়ে পৃথিৱীৰ ডাঙৰ বিজ্ঞানী।মই কৈছোঁ 200% ভগবান নাই ।।

  • @swarajdutta9530
    @swarajdutta9530 11 หลายเดือนก่อน +1

    বৰ ভাল লাগিল শুনি.. ধন্যবাদ।

  • @RajibSonowal-re6lj
    @RajibSonowal-re6lj 10 หลายเดือนก่อน

    Baruah sir bohut oporot bor bhal lagil dei Thanksgiving to you

  • @ArfidaBegum-l7h
    @ArfidaBegum-l7h 10 หลายเดือนก่อน +1

    Bohut bhal lagil apunalukoloi akhek dhonyavad.

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 10 หลายเดือนก่อน

    সুন্দৰ আলোচনা ।ভাল লাগিল🙏🙏

  • @NagenDas-m4k
    @NagenDas-m4k 10 หลายเดือนก่อน +2

    ভ্ৰণৰ পৰা কেনেকৈ জীৱ সৃষ্টি হয় আলোচনা কৰিব চোন ।

  • @ranjitkalita9098
    @ranjitkalita9098 9 หลายเดือนก่อน +2

    শংকৰদেৱে ম'হ বগৰোৱা নাছিল ষাৰ গৰু হে বগৰোৱাইছিল

    • @kishorbaruah6118
      @kishorbaruah6118 9 หลายเดือนก่อน

      আপুনি ঠিকেই কৈছে। পিছে তেখেতে কথাও নাজানি কোৱা নাছিল। slip of the tongue হৈ হে কথাটো তেনেকৈ কৈছিল। পিছত আমি সেই কথা আলোচনা কৰিছিলোঁ।

  • @Devirina1973
    @Devirina1973 10 หลายเดือนก่อน +1

    Very good discuss👍

  • @avinob92
    @avinob92 10 หลายเดือนก่อน +1

    Logic ase... kotha burt ❤

  • @TutumoniBora-gp8hw
    @TutumoniBora-gp8hw หลายเดือนก่อน +1

    Val lagil videoto Sai

  • @fireball1174
    @fireball1174 10 หลายเดือนก่อน +1

    Asolote enekuwa video bur sai thakile Recharge korilew kora jen nalage. ....sir k khoto kuti pranam.

  • @ranjankeot3875
    @ranjankeot3875 11 หลายเดือนก่อน +4

    Right 👍

  • @JinnatAli-r3h
    @JinnatAli-r3h 8 หลายเดือนก่อน +1

    Kothabor huni bhot val lagil

  • @ritubhuyan6622
    @ritubhuyan6622 10 หลายเดือนก่อน +1

    আলোচনাটো ভাল লাগিল 🙏

  • @Rax_kun
    @Rax_kun 10 หลายเดือนก่อน +1

    Maje maje sir interview sai tkaku,teor kotha bilak mor khub val lage .

  • @manjubarman1855
    @manjubarman1855 10 หลายเดือนก่อน

    ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিত গগৈৰ সাক্ষাৎকাৰ ল'ব চোন।

  • @umeshkardong6116
    @umeshkardong6116 10 หลายเดือนก่อน +1

    ভগৱান আছে বুলি কব নোৱাৰিম কাৰণ আজিলৈকে কোনেও দেখাও নাই। ভগৱান নাই বুলিও কব নোৱাৰিম কাৰণ বিশ্বৰ প্ৰায় মানুহে ভগৱান বিশ্বাস কৰে ।

    • @SUMIT_SANATANI_MEGAFORCE
      @SUMIT_SANATANI_MEGAFORCE 10 หลายเดือนก่อน

      Bhogobanok dekha pua tu ki manuhok dekha puar logot tulona korise nki iswarok dekha paboloi hole bohot bhakti koribo lagee

  • @chefrahul156
    @chefrahul156 10 หลายเดือนก่อน +1

    Bor Bhal lagil kothabur khuni🙏

  • @bimanborah-p1o
    @bimanborah-p1o 10 หลายเดือนก่อน +1

    Nice topic

  • @malobikabhuyan3110
    @malobikabhuyan3110 11 หลายเดือนก่อน +2

    আপোনাৰ লগত একমত

  • @bikashsaikia814
    @bikashsaikia814 10 หลายเดือนก่อน +1

    অতি উন্নত চিন্তা-চৰ্চা ।

  • @koushikpathak1213
    @koushikpathak1213 11 หลายเดือนก่อน +20

    Vogoban bula shakti ase moi believe koru. Jiman dangar bigani hok mora time t last vogoban r a nam loi.. Biso brahmando khon vogoban a enekoi bonai thoise j Ami manuh tak ketiya o Jani complete korib ketiya o nuwaru.. for example ata poruwa r babe akhon village kiman big hoi ..sei poruwa ba pok tui akhon dist ghuri furi tar jibon kal t somvob nohoi ..sei poruwa tui akhon state r kotha kenekoi vabib si dhuki a napai ..aru akhon country..oinno akhon country tar babe rohossso a hob. Thik tenedore amar babe milky galaxy tenekuwa kotha ..baki Galaxy dur r kotha

  • @tulonmohan9583
    @tulonmohan9583 10 หลายเดือนก่อน +1

    ধন্যবাদ!

  • @moudotahmed8823
    @moudotahmed8823 10 หลายเดือนก่อน +1

    Sir apunr cenel to sua manei subscribe krisu... Apnk bht vl paw n apnr ktha bur bht val lage

  • @bhrigukalita6479
    @bhrigukalita6479 11 หลายเดือนก่อน +2

    ছাৰে ভাল কথা কৈইছে বহুত নজনা কথা জানিলো আজি

  • @harakantatamuli1053
    @harakantatamuli1053 11 หลายเดือนก่อน +2

    Enekua vedio bilak moi bor bhal pawn .Agoloi enekua bikhoy loi boholai alusona koribo buli aakha rakhilu .Duyu jonoke mur antorik abhinandon jonalu . 😊

  • @pcdeka
    @pcdeka 10 หลายเดือนก่อน +4

    বৰ্তমান বিজ্ঞান নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে বুলি এনে এটা পৰিবেশৰ সৃষ্টি হৈছে, কিন্তু বৰ্তমান ধৰ্ম অনুসৰন নকৰাকৈ জীয়াই থকা সম্ভব হয়,বহুতে তেনেকৈ জীবন কটাইছে।যিবোৰ কথা বিজ্ঞানে কয় তাৰ বিৰোধে প্ৰমাণ যুক্তি আদি দৰ্শায় আৰু ভবিষ্যতে সেই যুক্তি বা প্ৰমান উন্নতি কৰাৰ অবকাশ ৰাখে। কিন্তু ধৰ্মৰ মোদিফিকেচনৰ অপচন নেৰাখে।ধৰ্ম সৃষ্টি হৈছে তিনি চাৰি হেজাৰ বছৰৰ পৰা হৈছে কিন্তু মানুহটো লাখ বছৰৰ পৰা আছে।ধৰ্ম সৃষ্টিৰ আগতে পৃথিৱীৰ সভ্যতা বোৰনো কেনেকৈ আছিল?কথাবোৰ অলপ দকৈ চিন্তা কৰিলে কথাটো উমান কৰিব পাৰি। কিন্তু প্ৰতিষ্ঠানিক ধৰ্মই অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজত বাৰুকৈ প্ৰভাব পেলাই বহুদেশত অশান্তিৰ সৃষ্টি কৰিছে।।

    • @dimbeswarborah4040
      @dimbeswarborah4040 10 หลายเดือนก่อน

      হয় । একমত 🙏

    • @kishorbaruah6118
      @kishorbaruah6118 10 หลายเดือนก่อน

      ধন্যবাদ।

    • @prabirray5999
      @prabirray5999 10 หลายเดือนก่อน

      👍👍👍👍👍👍

    • @gunajitkalita2937
      @gunajitkalita2937 10 หลายเดือนก่อน +1

      Scince bade sob misa ai duniya
      Dharma ata hoise business

    • @SUMIT_SANATANI_MEGAFORCE
      @SUMIT_SANATANI_MEGAFORCE 10 หลายเดือนก่อน

      @user-iz8kt8kc6p kalki ahi asee sinta nokoribo and thank you karon moio kalki r darsan pabo bisaru aru etia xeitu nikatot asee kebol apunalokor dore Kalik support kora xokol

  • @nurjahanbegum6924
    @nurjahanbegum6924 10 หลายเดือนก่อน

    Good decision

  • @brishtisonowaldekari
    @brishtisonowaldekari 9 หลายเดือนก่อน +1

    বিজ্ঞন সম্পৰ্কে বিশ্বামিত্ৰই ৰামক অস্ত্ৰ পদান কৰা সময়তো কিছু আখ্যা দি থৈ গৈছে ।

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 11 หลายเดือนก่อน +2

    Dr sir soooo simple man

  • @litonboruah6195
    @litonboruah6195 10 หลายเดือนก่อน +1

    Bhal alusona anekua topics hobo lage hokure gyen hobo

  • @NayanMili-b8v
    @NayanMili-b8v 10 หลายเดือนก่อน

    Surjya kar pora sisti hol. Thank you🙏💕

  • @rabiulislam9042
    @rabiulislam9042 10 หลายเดือนก่อน +4

    মানুহে ক্ৰমান্বয়ে উন্নত হৈ আছে, কিন্তু পৃথিবীত নতুন আবিষ্কাৰ নাই , যিবোৰ হৈছিল আগৰ দিনত হৈছিল। মই ভাবো, সেই বোৰ হৈছে ধৰ্মগ্ৰন্থ ৰ সহায়ত। ধৰ্মগ্ৰন্থ বোৰ ভগৱানে প্ৰেৰিত পুৰুষ ৰ দ্বাৰা সৃষ্টি কৰিছিল। বিগ বেংগ থিয়ৰি কিন্তু পুৰ্ণাংগ বিশ্বাস দিব পৰা নাই। বিজ্ঞানে কিন্তু প্ৰাকৃতিক জীৱন দিব পৰা নাই।

  • @anilloing9195
    @anilloing9195 10 หลายเดือนก่อน +1

    ভাল লগিল ।

  • @KunjaKalita-f2f
    @KunjaKalita-f2f 10 หลายเดือนก่อน

    বহোত ভাল লাগিল চাৰ

  • @sjrajbonshi3110
    @sjrajbonshi3110 10 หลายเดือนก่อน +1

    Video tu val lagil,next part lage👌👏🙏

  • @jintudeka899
    @jintudeka899 10 หลายเดือนก่อน

    Sir...kothakhini janibloi pai vall lagile🙏🏽dada apunio agoli ru aenekua kothabor sirr pora jonai thakibshon🙏🏽❤

  • @NikitaSarma-n4z
    @NikitaSarma-n4z 10 หลายเดือนก่อน

    Kotha bor bhal lagil,

  • @RajibSonowal-re6lj
    @RajibSonowal-re6lj 10 หลายเดือนก่อน +1

    Hosakoi bhogoban aase

  • @bituponbora7597
    @bituponbora7597 10 หลายเดือนก่อน +1

    ভাল লাগিল

  • @amar..1830
    @amar..1830 11 หลายเดือนก่อน

    Anekuwa topic r uport video pale bhut katha hikibo paru....

  • @punyakonwar41
    @punyakonwar41 11 หลายเดือนก่อน

    Bor hundor video, bohut kotha janibo parilo,enekua video aru dibo buli akha rakhilo,🙏

  • @ranjitbora734
    @ranjitbora734 11 หลายเดือนก่อน +3

    মহ নহয় ষঁাড গৰু হে বগৰাইছিল।

  • @sanjayblogsng5169
    @sanjayblogsng5169 10 หลายเดือนก่อน

    Umm।

  • @sunishakalita53
    @sunishakalita53 11 หลายเดือนก่อน +4

    Science jimanei agbari najaai kionu Bhagaban ase. Aloukik saktiu ase. Prithibit jodi positive energy ase negative energy u ase. Karan kisuman questionr answer tu science e u dibo nuare.

  • @nayanapatar2099
    @nayanapatar2099 9 หลายเดือนก่อน +1

    ভাল লাগিল ❤

    • @kishorbaruah6118
      @kishorbaruah6118 9 หลายเดือนก่อน

      ধন্যবাদ।

  • @rumidoley111
    @rumidoley111 10 หลายเดือนก่อน +1

    Verygood

  • @beautybailung1428
    @beautybailung1428 11 หลายเดือนก่อน +1

    Hosakoi bohut bohut bhal lagil vedio tu .

  • @utpalsaikia405
    @utpalsaikia405 10 หลายเดือนก่อน

    জয় শ্রী কৃষ্ণ

  • @kiyaan314
    @kiyaan314 11 หลายเดือนก่อน +1

    Sir jonor kotha kuwa style bhal lagil... Nojona kotha kisuman janibo parilu.. ❤

  • @anilhazarika8872
    @anilhazarika8872 11 หลายเดือนก่อน +1

    ভাল বিশ্লেষণ

  • @rupjyotisarma7434
    @rupjyotisarma7434 11 หลายเดือนก่อน +2

    I like this type of video... please keep it up continue.

  • @mohendrabora6804
    @mohendrabora6804 11 หลายเดือนก่อน

    বোলিয়োক আসি ভাগৱত চাই

  • @anjubezbaruah9999
    @anjubezbaruah9999 11 หลายเดือนก่อน +6

    শঙ্কৰদেৱে ষাঁড় গৰুৰ লগতহে যুঁজিছিলে দেই ।

    • @jpmotivationaltips8480
      @jpmotivationaltips8480 11 หลายเดือนก่อน +1

      Laheke huni thakibi ......kam nai .....okol hi2 hi2 koi nathak

  • @sandhyanaiding605
    @sandhyanaiding605 10 หลายเดือนก่อน +1

    🙏💕

  • @assamvlog1676
    @assamvlog1676 10 หลายเดือนก่อน

    বঢ়িয়া কথা ❤❤

  • @ritupanbhuyan398
    @ritupanbhuyan398 11 หลายเดือนก่อน

    পঢ়া বেছি পৰিমানে মনত ৰখা বিজ্ঞানৰ মতে নো কি অকণমান জনাব চোন next লগ পালে ।

  • @prabinboruah7271
    @prabinboruah7271 11 หลายเดือนก่อน

    বৰ সুন্দৰ ।

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 10 หลายเดือนก่อน +1

    Another question Sir: Do you believe in negative energies and their effects etc. ?

    • @kishorbaruah6118
      @kishorbaruah6118 10 หลายเดือนก่อน

      মই আচলতে এইবোৰ কথা বেছি অধ্যয়ন কৰা নাই। সেইকাৰণে কেৱল নিজৰ ধাৰণা হে দিব পাৰিম। মোক জ্যোতিৰ্বিজ্ঞানৰ কথা সুধিলে মোৰ সুবিধা হব। ধন্যবাদ।

  • @coachsurajitdas
    @coachsurajitdas 11 หลายเดือนก่อน +2

    Awesome 👍

  • @nadiasworld4046
    @nadiasworld4046 10 หลายเดือนก่อน

    Thank you sir

  • @atau-boh1166
    @atau-boh1166 10 หลายเดือนก่อน

    Few months back .moi vut pret trust kra nasiluh..kintu ata incident a muk ulp hoi hlni korile..j vut pret ase..ata bishak hl j kba byh bstuh negative energy ase...

  • @babaisto4019
    @babaisto4019 10 หลายเดือนก่อน +11

    Jimanei dangor bigyani nhouk kiyo teo isork dekhi pabo aru teor agoman oti nikot.❤

    • @oggyandthecockroaches1953
      @oggyandthecockroaches1953 10 หลายเดือนก่อน +1

      Kihor biggyani h 9 - 10 r maths atai koribo noaribo ee😂😂

    • @subratadeori7790
      @subratadeori7790 10 หลายเดือนก่อน

      ​@@oggyandthecockroaches1953AJDW😊

    • @chandikanath4027
      @chandikanath4027 10 หลายเดือนก่อน

      ​@@oggyandthecockroaches1953ààqqp😮1à1111q1A❤ ni hu😢1 bhi hu ki 100 bhi😅😅😅😅😮

    • @MammaToy
      @MammaToy 9 หลายเดือนก่อน +1

      ​@@oggyandthecockroaches1953হেৰৌ তেওঁ গণিতজ্ঞ নহয়।

  • @LACHIT-w9t
    @LACHIT-w9t 10 หลายเดือนก่อน

    12 বছৰত এতিয়াও ব্ৰহ্মপুত্ৰ পাৰ হোৱা মানুহ এতিয়াও আছে ৷

  • @gobindarabha7594
    @gobindarabha7594 10 หลายเดือนก่อน

    Thanku,sir,thanku