বাংলা Version টি শিৱদাস বন্দোপাধ্যায় এ কৰা বুলি জানিবলৈ পাইছিলো । Original গীতটি ভূপেনদাৰ - মানুহে মানুহৰ বাবে ........ এই গীতটি ভিন্ন ভাষাত কণ্ঠ নিগৰাইছে ভূপেনদাই তাৰ ভিতৰত নাগামিজত থকা গীতটি শুনি বৰ ভাল লাগে । bhupenda live ত শুনিলো।
Euueue really good true that the day rnjuu uuru,uyhjru uu me a c at the day care for me and I'll use in your urjjjeie eikeidin the urj, one is the same too ok I'm gonna go i j j
This melodious song is so much hopeful and effective towards the new mechanical generation where is only the first preference on a selfish mood. So thanks BHUPENDA!!
Moja❤❤
Thanks.
Dhuniya 🎉
@@dhoritryburagohain8685,thank you.
Bor bhal loga konth❤❤❤❤❤
@@SamirRajuwar-yl2kc,thanks.
বৰ ভাল লাগিল
আপোনাৰ কণ্ঠৰে নিগৰা গীতবিলাক শুনি এটা কথা সদায় অনুভৱ কৰো যে আপুনি সদায় নতুন পুৰুষৰ বাবে গীতটিৰ সম্যক পৰিচয় দাঙি ধৰে ,যিখিনি তথ্যৰ দ্বাৰা নতুন পুৰুষে গীতটিৰ বিষয়ে জানিবলৈ সুযোগ পায় !! আৰু এই কাৰ্য্যৰ দ্বাৰাই নতুন প্ৰজন্মক শিকিবলৈ উব্ধুদ্ধ কৰে ।
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
আপোনালৈ ধন্যবাদ৷ আপোনাৰ মন্তৱ্য আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷
Nice Song🎵🎵🎵🎵 Happy and sat
@@MayaChetry-w1t, thanks.
Wow nice ❤❤
@@itz__ahiyan_12 thanks.
Dhuniya❤❤❤❤❤❤❤❤
@@KalpanaRabha-w8d, thanks.
Very very nice i like you this song 💕 moi hodai Assamese totha mur deshor portii agrohii hom
@@RupaliKharia-qu1ox, nice, Thanks.
A moja ❤❤😮
Thanks.
Very very good this song❤❤❤❤❤❤❤❤❤
@@Essanabi, thanks.
Oo Veri nice❤❤❤❤❤😊😊
Thank you.
Very very nice 👍👍❤❤❤
@@JharnaBarman-m3t Thanks.
Very nice 👍🏼❤️❤️❤️
Thanks.
Very grateful 💕💮❤️🔥🌹🙏🥳
@@1YuvrajPegu thanks.
@@Rupam_Mahanta Most welcome to pleasure 🌟
Thanks for the song ❤❤
@@Shorts_video177 Thanks and welcome.
Wow Very Nice song 😭😭😭😭
Thanks.
@@Rupam_Mahanta Welcome dada
ইমান ধুনীয়া গীত 🙂
ধন্যবাদ জনালোঁ।
বহুত ভাল লাগিছে ❤❤❤
Nice song 💤❤
@@apelpatir, অশেষ ধন্যবাদ।
বৰ ধুনীয়া গীত
ধন্যবাদ।
অতি সুন্দৰ ❤
@@MamoniurangMamoniurang অশেষ ধন্যবাদ।
Lovely voice excellent performance. Hosake apuni bor hundor Koi geeti gale 👌👌👏👏👏
অশেষ ধন্যবাদ৷
@@Rupam_Mahanta moiu galu dei star maker ot
আপোনালৈ শুভেচ্ছা জনালোঁ৷
বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পী সুধা কন্ঠৰ কালজয়ী গীতটি শুনি আপ্লুত হলোঁ। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। আজি 5/11/2022ইং তাৰিখ,তেখেতৰ মৃত্যূ দিৱস। এনে এটি ক্ষণত তেখেতলৈ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।
সুন্দৰ মন্তব্যৰ বাবে, আপোনালৈ অশেষ ধন্যবাদ, ডাঙৰীয়া।
❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊
Gan tu huni Bor Val lagile❤😊😊😊😊❤❤❤❤
@@bijoygogoi9758, thanks.
মানুষ মানুষের জন্য...
জীবন জীবনের জন্য.....
অসাধারন.....!!
আপনাকে ধন্যবাদ৷
বাংলা Version টি শিৱদাস বন্দোপাধ্যায় এ কৰা বুলি জানিবলৈ পাইছিলো । Original গীতটি ভূপেনদাৰ - মানুহে মানুহৰ বাবে ........ এই গীতটি ভিন্ন ভাষাত কণ্ঠ নিগৰাইছে ভূপেনদাই তাৰ ভিতৰত নাগামিজত থকা গীতটি শুনি বৰ ভাল লাগে । bhupenda live ত শুনিলো।
বৰ ভাল লাগিছে ❤❤❤
@@khageshwaridoley-n1z, অশেষ ধন্যবাদ।
মজা মজা
অতি জনপ্ৰিয় এই গীতটো
অতি সুন্দৰ
ধন্যবাদ।
ভূপেন হাজৰিকাই সংগীতবোৰ ভাল লাগে
ধন্যবাদ।
Gantu bor bor val lagil.Ai bilak gan hoise amar jatir gan.Joy Ai Axom🙏🙏
ধন্যবাদ, আপোনালৈ। সঁচাকৈয়ে 🙏
@ Rupam_Mahanta
বহুত ধুনীয়া হৈছে গীতটো, ধন্যবাদ
@@RajuDas-sd6dm ধন্যবাদ জনালোঁ।
🙏🥰🥰 manuhe manuhor babe
Thanks 🙏
ইমান ধুনীয়া গীত
Thanks.
He is epic aru tekhetor nisna na kunu asile na kunue keteba hobo!! He is a legend ☺☺
Thanks.
Takhetor gaan hunile atiau jiyai ase jen lage amar majot ❤❤❤ Tau hodai amar majot jiyai ase ru thakiboi ❤️❤️❤️🙏🙏🙏
@@krishnaduwara1778 সঁচাকৈয়ে। আপোনালৈ ধন্যবাদ।
😢😢😢😅😅😊😊
Apuni guwa gaan tu huni Val lagil aru apuni bohut vat ke hur milay koyse aru amar babe giti gay diya babe okhah dhinobad
Thanks for your appreciation.
You'r voice is really amazing,Mr Rupam Mahanta
Thank you.
এই গানটো ভূপেন হাজৰিকা গাইছিল sooo beautiful song ❤️💝🤗😘🥰
Yes. Thanks.
ইমান বৰ ভাল লাগিছে
শুন্দলগীত
@@sapanraj6368, thanks.
I love you misu Bhupen Hazarika ❤️❤️
@@bijusaikia5062, thanks.
Nice song.I like it very much.
Thanks.
GAAN tu khuni bhal lagise keep it up very amazing bhupen da
Thanks.
@Rupam_Mahanta
Bohut dhunia
Thanks.
beautiful song
Thanks.
Euueue really good true that the day rnjuu uuru,uyhjru uu me a c at the day care for me and I'll use in your urjjjeie eikeidin the urj, one is the same too ok I'm gonna go i j j
Yorurhiuouwuy you my love you are not a c at uuru uyhjru Turkey e
❤❤রিপ্লে
@@BanuPatowary, thanks.
This melodious song is so much hopeful and effective towards the new mechanical generation where is only the first preference on a selfish mood. So thanks BHUPENDA!!
Bisnu Tamuli mja
Bisnu Tamuli
Hii
😊😊😊
It helped so much for my child's singing competition ... It was very helpful in every ways , keep going sir !
Thank you very much.
😍😍😍😍
মানুহে মানুহৰ বাবে ......
ভূপেনদাৰ এই গীতটি সৰ্বকালৰ প্ৰাসংগিকতা বহনকাৰী ( এই লকডাউনৰ সময়খিনিত মানুহে মানুহক সহায় কৰি ভূপেনদাৰ গীতৰেই সাৰ্থকতা প্ৰমাণ কৰিলে .......... ২৫-০৪-২০২০ )
True. Thanks.
@@Rupam_Mahanta🎉🎉🎉🎉🎉😊
@cintuhazarika9619, thanks.
Mojjjjjjjjja best song
Thanks.
গীতটি আকৌ এবাৰ শুনিলো ।এই গীতটি ভূপেনদাই ভিন্ন ভাষাত কণ্ঠ নিগৰাইছে আৰু বাংলা ভাষাত ও গীতটি গাইছে।বাংলা ভাষালৈ গীতটি অনুবাদ কৰি দিছিল শিৱবদাস বন্দোপাধ্যায় এ।অৱশ্যে ভূপেনদাৰ আন ভালেমান গীত ও বাংলা ভাষালৈ অনুবাদক তেঁৱেই ।কিন্তু আজি কিছুমান দিনৰ পৰা ভূপেনদাৰ গীত নিজৰ বুলি প্ৰচাৰ কৰা দেখা পায় অত্যন্ত মৰ্মাহত হৈছো !! আপোনাৰ দৰে ভূপেনদাৰ গীত আৰু কেইজনমান কণ্ঠশিল্পী এ যদি গাই থাকিল হেতেন .....
স্বীকৃতি সম্পৰ্কে, কথাটো হয়; ভুল তথ্য দিয়াটো আমিও মন কৰিছোঁ, সেয়া নিন্দনীয় আৰু দূৰ্ভাগ্যজনক। গীতৰ প্ৰকৃত তথ্য দিয়া উচিত।
মান্তব্যৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ।
ভূপেন হাজৰিকাৰ গান বিলাক বহুত ভাল লাগে
ধন্যবাদ।
সচাঁকে নে?
ভূপেন হাজৰিকা দেৱৰ মৃত্যু হোৱা নাই। তেখেত সকলোৰে মাজত এতিয়াও চিৰস্মৰণীয় হৈ আছে।
সঁচাকৈয়ে। ধন্যবাদ।
Thank you
Tq
মানুহে মানুহৰ বাবে ........
গীতটি শুনি থাকিলে ও শুনি হেপাহ নপলোৱা এটি গীত........
অসমীয়া ভাষাত
বাংলা ভাষাত
হিন্দীত
নাগামিজত ..........প্ৰতিটো শব্দই মানুহৰ মনত সাচ বহুৱাই .........সচাই !!ভূপেনদাই মানুহৰ বাবে অমৰ সৃষ্টি কৰি থৈ গৈছে ........ !!
মহন্তদেৱলৈ এটি সবিনয় অনুৰোধ -আপোনাৰ কণ্ঠত নাগামিজত এবাৰ শুনায় যেন !!
সঁচাকৈয়ে৷ ভূপেনদাৰ এই গীতটিয়ে, তেখেতে গোৱা সকলো ভাষাতেই জনসাধাৰণৰ মন গভীৰভাৱে চুবলৈ সক্ষম হৈছে৷ গীতৰ কথা আৰু তেখেতৰ বিশাল ব্যক্তিত্বই এই গীতটিক এক সুকীয়া মাত্ৰা দি গৈছে৷ ভাল বাদ্য সংগীত পালে আন ভাষাতো কেতিয়াবা গাবলৈ চেষ্টা কৰিম; কিন্তু বিকৃত হয় বুলি কিছুমান কাম কৰা নহয়৷ আপোনালৈ ধন্যবাদ৷
I like your voice
Doctor Bupeen Hazarika
Thanks for your comment.
(Please correct the name of the original singer as: Dr. Bhupen Hazarika)
Beautiful song ❤
@@ritasutradhar1252, thank you.
Mojja
Thanks.
বহোত ধুণিয়া মই ভাল লাগে
ধন্যবাদ।
Bohut dhunia bhupen 😙😙😙😙
Thanks. It's not the original...I have tried to sing this great song of Dr. Bhupen Hazarika.
Apune paribo you do it
Mojja lagil ❤❤❤❤
ধন্যবাদ।
Very nice 🥰🥰
Thanks
Love
Thanks 🙏
My favorite song i love you Bhupen Hazarika 🥰🥰🥰
Thanks.
ভূপেন দাৰ এই গান টোৰ মূল্য সকলোৱে ৰাখিব পাৰিবনে
ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ যোগেৰে মানৱতাৰ বাণী।
মন্তব্যৰ বাবে ধন্যবাদ।
Borr bhal lagise dai baba
আপোনালৈ অশেষ ধন্যবাদ।
বঢ়িয়া 👍
Thanks.
বহুত ভাল পাও এই গিততি 🙏🙏👌
আপোনাক ধন্যবাদ।
Bhupen hazorika was really a legend
True. Thanks.
these video is my favourite ❤😊
Thanks.
সবাতোকৈ প্ৰিয় গীতটি 💚
@@sadhanabora6589, অশেষ ধন্যবাদ।
Bhut vl lge bhupen mama r gan huni ❤
মন্তব্যৰ বাবে ধন্যবাদ।
Beautiful😮
Thanks.
😂🎉
❤❤❤❤❤❤❤❤❤ bhupen hazarika
@@GokulPegu-x9v, thanks.
বহুতো সুন্দৰ গান❤
ধন্যবাদ।
Thank you❤@@Rupam_Mahanta
Moja aitu gan muk lagei schoolot Gabon lagibo
Thanks and all the best.
Thank you sir gaan tu upload koribole
Thanks and welcome.
Very nice voice bhupen da❤❤❤
Thanks.
(It is not the original one).
😊😊
Duniya lagisa song
Thanks.
My favourite song by Bhupen Hazarika ❤❤❤❤❤❤❤❤
Thanks.
So sweet voice❤❤❤❤
@@Essanabi, thanks for liking the song.
My pleasure 😊😊❤@@Rupam_Mahanta
Wow good nice
Thanks.
Very. Nice i like it
Aapunar song tu bahut bahut bhal lagil thank you ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Thanks 🙏
Great attempt Rupam. Loved listening to it
আপোনালৈ ধন্যবাদ৷ এই গীতটো মানৱতাৰ গীত হোৱা বাবে, ব্যক্তিগতভাৱে সমবেত কণ্ঠত শুনি ভাল পাওঁ৷ সেয়েহে গীতটো দুবাৰ গাই, তেনেকুৱা ৰূপত পৰিবেশন কৰা হৈছে৷
Rupam Mahanta Aah .. that explains the extra buzz. Nice concept.. are you a musician by profession?
Thanks again. I am not, but I like music very much. I am an engineer.
11111111111a00a00aax
Excellent
Thanks.
A moja
Thanks
Nice to meet u ❤❤❤
Thanks, Sri Pegu.
❤❤❤❤Good❤❤❤❤
Thanks 🙏
গানটো শুনি ভাল লাগিছে ❤🎉
ধন্যবাদ।
Nice ❤
Thanks.
Very Very nice ❤❤❤❤❤🎉🎉😊😊😊😊😊😊😊😊😊
@@dhanjitdas863 thanks
Bhupen hazarika gan is best
Thanks.
Nice👌
@@bipulsaloi3570 Thanks.
I like this song 😄😄😄
Thanks.
ভাল
@@JyotiSharma-s9t , thanks.
Bahut bhal lagil dada 😊😊❤
@@AnnekhyaPriyaKalita, thank you so much.
This is the best song of the world🌍❤❤❤😊😊😊
@@Essanabi, thanks.
My pleasure😊😊@@Rupam_Mahanta
Wow: 🎉😮
@@JuliBora-p9o thanks.
Masterpiece
@@axomiyagurukul4808,thanks.
Bahut vl lagise xosai
Thanks.
Sradhar Dr bhupen Hajorika . Thanks
🙏
Nice 🎉🎉🎉
Thanks.
Very nice 👌 voice 🌹💓
Thanks.
👌