মাৰ কথা ক'লেই ইমচনেল হৈ যাওঁ, মানুহে কান্দুৱা বুলি ক'ব

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น • 286

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial9616 2 ปีที่แล้ว +34

    ইমান বেছি সৰল মনৰ মৰমলগা ল'ৰা, চিনাকি বাটেৰে নোযোৱা ল'ৰা টোলৈ বহুত বহুত মৰম ❤️🎶

  • @madhujya007
    @madhujya007 2 ปีที่แล้ว +5

    বিশ্ৰুত এটা নাম নহয় এতিয়া সমাজৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ পৰিছে আজিৰ তাৰিখত। উঠি অহা প্ৰজন্মৰ বাবে আদর্শ হৈ ৰোৱা তুমি তাকে কামনা কৰিলোঁ।💐💐👍

  • @purobeegogoi1343
    @purobeegogoi1343 2 ปีที่แล้ว +46

    এসোপা মৰম আৰু সকলো‌ৰে ভালপোৱা, আশীৰ্বাদ লৈ এনেকৈ আগুৱাই যোৱা বেটা। এদিন জুইয়ে পোৰা সোন হোৱা, তাকে কামনা কৰিছো

  • @nabajoti4353
    @nabajoti4353 ปีที่แล้ว +1

    bishrut saikia...bohut dhuniya..upohar disa tumi aamak..upohar gaan2 di...xodai aaguwai juwa,shiv jee ru vagoban ase tumar logot ru amaru aaxirbaad xodai ase..

  • @basantidas2537
    @basantidas2537 2 ปีที่แล้ว +46

    অনুষ্ঠানটি চালোঁ। ভাল লাগিল। আমাৰ ঘৰৰ ওচৰৰ বৰহোলাৰ সন্তান বুলি জানি গৌৰৱ অনুভব কৰিছোঁ।। শুভেচ্ছা জনালোঁ আৰু আগুৱাই যোৱা।

  • @jyotsnabaruahhandique3983
    @jyotsnabaruahhandique3983 2 ปีที่แล้ว +17

    সুন্দৰ মন আৰু সুন্দৰ সৃষ্টিৰে তুমি জিলিকি ৰোৱা অসমৰ সংগীত জগতত। ধন্য তোমাৰ জন্মদাত্রী। এদিনৰ বাবে হ'লেও তোমাক মোৰ পুত্র হিচাপে যদি পালোহেঁতেন!!!

  • @karishmadas1173
    @karishmadas1173 2 ปีที่แล้ว +31

    ইমান অমায়িক ল'ৰা জন ❤️ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤️ আগুৱাই যোৱা🙏🙏🙏

  • @Babacomu
    @Babacomu 2 ปีที่แล้ว +20

    This is the best interview I've ever witnessed in my life till date. And I'm a fan of him since long ago(when his song upohar had only 4k-5k views. That day I realised a gem has taken birth in my মাতৃভূমি). অন্তৰৰ পৰা কৈছোঁ, আগুৱাই যোৱা ভাইটি.

  • @pompichutia6690
    @pompichutia6690 2 ปีที่แล้ว +3

    বিশ্ৰুত দাদা সুন্দৰ 👌আগুৱাই যোৱা বহু দূৰ

  • @lakhyajitsaikia7577
    @lakhyajitsaikia7577 2 ปีที่แล้ว +25

    আমাৰ borholla অঞ্চলৰ এই দাদা জনৰ অনুষ্ঠানটো চাই সঁচাকৈ বহুত ভাল লাগিল,,,, তুমি সদায় আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ ।
    অনুপম দা আপোনালৈও বহুত বহুত thank you দাদাক এনেকুৱা এখন মঞ্চ দিয়া বাবে । ❤️❤️

  • @bristisaikia7980
    @bristisaikia7980 2 ปีที่แล้ว +5

    বিশ্ৰুত দা তুমি আমাৰ বাবে এটি উপহাৰ❤️🌸

  • @arunimasonowal8427
    @arunimasonowal8427 2 ปีที่แล้ว +16

    তুমি যেন.... উপহাৰ এটি..❣️ তুমি আমাৰ বাবে বহু মৰমৰ যোগ্যতাৰ এটা উপহাৰ🌼✨

  • @Digantadutta123
    @Digantadutta123 2 ปีที่แล้ว +4

    *ভাইটি প্ৰচেষ্টা সদায় অব্যাহত ৰাখা❤️😍❤️বহুতৰ দৰে হব নালাগে,বেলেগতকৈ সদায় বেলেগ*

  • @himasridas5384
    @himasridas5384 2 ปีที่แล้ว +8

    বহুত শুভেচ্ছা থাকিল বিশ্ৰুত দাদাক আপোনালৈ
    এনেকৈয়ে আগুৱাই গৈ থকা❤️🌻এবাৰ আপোনাক লগ পোৱাৰ হেঁপাহ মনত সাঁচি ৰাখিলোঁ😊😊

  • @gauravsaikia6626
    @gauravsaikia6626 2 ปีที่แล้ว +4

    বিশ্ৰুত শইকীয়া নামেই যাৰ পৰিচয়। কেনে অমায়িক লৰা । আগুৱাই যোৱা তুমি❤❤❤

  • @rishigogoi7078
    @rishigogoi7078 2 ปีที่แล้ว +35

    বিশ্ৰুত দাদা আপুনি আমাৰ বাবে এটা উপহাৰ 🌼🌚❤️

  • @manjulpathak4182
    @manjulpathak4182 2 ปีที่แล้ว +61

    বাঃ বাঃ তোমাৰ অতি উজ্বল ভৱিষ্যত কামনা কৰিলোঁ...নতুন প্ৰজন্মৰ নতুন শিল্পী...সুন্দৰ শব্দ, সুন্দৰ সুৰ, সুন্দৰ কণ্ঠ, সুন্দৰ !অতি সুন্দৰ!!

  • @birbalray4418
    @birbalray4418 2 ปีที่แล้ว

    Bohut bohut thanks bisrut 2maloi.aguwai jowa .😭😭😭

  • @nipubora6869
    @nipubora6869 2 ปีที่แล้ว +1

    Maina onusthan tu sai bahut val lagil. Aru tumar kothabure ontor sui gol.. Ujjal vobishat kamona korilu ..

  • @karobigogoi1963
    @karobigogoi1963 2 ปีที่แล้ว +93

    Bishrut aguai jua...tumak ojaantric r pora he prthom sini paisu....ttyar porai tmr gaan hunisu..bht vl lge...aguai jua tumi...val hobo tumar.......

    • @TAPASYA49
      @TAPASYA49 2 ปีที่แล้ว +4

      Moi u ajaantric r porai sini paisu. Bor moram lage lora Tu.

    • @ChandanDas-vi6bz
      @ChandanDas-vi6bz 2 ปีที่แล้ว +3

      Ojantric♥️

    • @dipalichetia3575
      @dipalichetia3575 2 ปีที่แล้ว

      Aguwai juwa beta,👍

  • @fermion4945
    @fermion4945 2 ปีที่แล้ว +7

    Bishruta da bohut nika ontor, kumol hridoyor manuh ❤❤❤Ejon prokrito xilpi. Bohut bhal lage teok

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 2 ปีที่แล้ว +4

    প্ৰত্যেকৰেই জীৱনত কিবা নহয় কিবা কাহিনী থাকেই,
    সেই কাহিনীবোৰে জীৱনক আগুৱাই লৈ ও যায়,
    আৰু কেতিয়াবা এনেকুৱা হতাশাত ও ভুগা যায় যে জীয়াবলৈ হেঁপাহ নথকা হৈ যায় 🥺
    প্ৰাপ্তি মানেইটো জীৱন নহয়,
    অপ্ৰাপ্ত বোৰ প্ৰাপ্তিৰ প্ৰাপ্তিৰ আশাত ৰৈ থকাই হয়টো জীৱন 🥰🥰
    জীৱন জিন্দাবাদ ❤️❤️❤️

  • @manishakalita265
    @manishakalita265 5 หลายเดือนก่อน

    বহুত আগুৱাই যোৱা ভগবানৰ ওচৰত মিনতি কৰিছো বেতা💐❤ 💖😍

  • @KaberiSaikia-s2e
    @KaberiSaikia-s2e 4 หลายเดือนก่อน +1

    প্ৰিয়❣️✨

  • @raktimdas5214
    @raktimdas5214 2 ปีที่แล้ว +5

    Val loga loratu 👍👍bohut proud korilu tumk loi tumar maa r proti thoka morom dekhi..nijor mur maa mukh khan sokur agot vahi ahil..love u maa💞💞💞

  • @biswajithaloi7047
    @biswajithaloi7047 2 ปีที่แล้ว +4

    Thanks to Ojantrik for introducing Bishrut to us

  • @GamerX013
    @GamerX013 2 ปีที่แล้ว +1

    Xodai aguai joa Bishruta... With loads of my blessings and loves ❤

  • @purabidas2186
    @purabidas2186 10 หลายเดือนก่อน

    বিশ্ৰুতৰ অনুষ্ঠান সদায়েই নতুন❤❤❤❤

  • @shyamoliphukan8626
    @shyamoliphukan8626 2 ปีที่แล้ว +4

    Khub hundor Bishrut 👍👍 aguwai juwa.. maa r akhirbad ataitkoi dangor bostu jibonot.. Maa r logot ei bondhutto sirodin enekoi rakhiba,, val lagil tmr maa r proti je emmmn morom,shrodha,vokti... Val houk tmr...

  • @djarmyboy512
    @djarmyboy512 2 ปีที่แล้ว +3

    চিনাকি বাটেৰে নজোৱা লৰাটো,,,, উপহাৰ 🎁

  • @riturajmomin5346
    @riturajmomin5346 2 ปีที่แล้ว +3

    Bishurt axomor ajon kukhyat bikhyat jilika tora hoi... We proud of u boy👑💫💫💫💫⭐⭐⭐⭐⭐🌟🌟🌟✨✨✨✨⚡⚡⚡⚡☄️☄️☄️

  • @TinaDehingia
    @TinaDehingia 2 ปีที่แล้ว +2

    সেই দিনা যে আপুনি আমাৰ কানৈ কলেজ আহিছিল সেই দিনা প্ৰথম বাৰৰ বাবে আপোনাক নিচেই কাষত লগ পাইছিলোঁ কিন্তু নিচেই কম সময়ৰ বাবহে...তথাপিও কিন্তু সেই সময়কনত আগতে নোপোৱা কিবা এটা অনুভৱ হৈছিল...❤️💌 সদায় এনেদৰেই থাকক ❤️

  • @tulikakoch7844
    @tulikakoch7844 2 ปีที่แล้ว +19

    কিমান যে ভাল পাওঁ আপোনাক দাদা ❤️❤️

  • @slices_n_spreads
    @slices_n_spreads 2 ปีที่แล้ว +3

    I don’t know why but I somehow connect to this guy… God bless you bro💜

  • @barnalidutta8210
    @barnalidutta8210 2 ปีที่แล้ว

    Bishrut তুমি আগুৱাই যোৱা। আশীষ থাকিল আমাৰ।

  • @adriburagohain8156
    @adriburagohain8156 ปีที่แล้ว

    সদা বিশ্ৰুত হৈ ৰোৱা তুমি ❤

  • @parthajitdehingia6758
    @parthajitdehingia6758 2 ปีที่แล้ว

    ইমান ধুনীয়া লৰা কথাবোৰ শোনি বহুত ভাল লাগিল আশীৰ্বাদ কৰিছো আগবঢ়ি যোৱা 👍

  • @aditibaruah6985
    @aditibaruah6985 2 ปีที่แล้ว

    ভাল লাগিল বহুত।কিন্ত কিমান সেয়া প্ৰকাশ কৰিবলৈ ভাষা নাই।।।।

  • @chitrineeborah2241
    @chitrineeborah2241 2 ปีที่แล้ว +4

    আৰু আগুৱাই যোৱা বিশ্ৰুত ।তোমাক লৈ আমি গৌৰৱ কৰো ।মোৰ দেউতাৰ ঘৰ তিতাবৰত ❤

  • @PG77-r4h
    @PG77-r4h 2 ปีที่แล้ว

    Eman cute. Eman hohoj horol ..eman morom loga eman talented ..plz nakandiba ..moiu kandi golu oo 🥺🥺❤️❤️❤️❤️❤️❤️❤️

  • @chaikimonidas4623
    @chaikimonidas4623 2 ปีที่แล้ว +13

    তুমি যেন উপহাৰ এটি ❤️❤️

  • @apurbadas8443
    @apurbadas8443 2 ปีที่แล้ว

    বহুত মৰম লাগিছে সোন তুমি আগুৱাই যোৱা 👍👍👍👍👍

  • @hirokjyotigogoi2436
    @hirokjyotigogoi2436 2 ปีที่แล้ว +23

    আগুৱাই যোৱা বিশ্ৰুত, শুভকামনা জনালো❤️

  • @rupam8912
    @rupam8912 2 ปีที่แล้ว +102

    লাটুমণি আৰু যে আছে এটা ভৃগু নে কিবা অলপ শিকক গান কি বিশ্ৰুত শইকীয়াৰ পৰা এজন ইংৰাজী medium ত পঢ়া লৰাই কি ধুনীয়া শব্দত গান ৰচিছে
    আৰু আমাৰ লাটুমণি মণ্টুমণি আৰু যে আছে এডাল ভৃগু শিকক শব্দ কি হব লাগে গানৰ গান কি গানে সমাজক কি দিব পাৰে

    • @prachurjyapathak3260
      @prachurjyapathak3260 2 ปีที่แล้ว +9

      Montumanik tenekoi nkbo dada.... Baki dujonk koleo kouk montumani saikiyar gan bilakor kiba eta madokota Ase..

    • @tkflute751
      @tkflute751 2 ปีที่แล้ว +2

      Montumoni k tnekoi nkbo 🙏

    • @bulbulisonowal7692
      @bulbulisonowal7692 2 ปีที่แล้ว +2

      Montumoni buli nokobo..

    • @ariyanaxom7958
      @ariyanaxom7958 2 ปีที่แล้ว +4

      এজনক প্ৰশংসা কৰিব গৈ আনকেইজনক সমালোচনা কৰাৰ কোনো যুক্তি নাই৷ মন্টুমনি তিতাবৰৰ গৌৰব৷৷৷ সংগীত বহুধৰনৰ থাকে। যেতিয়া ৰভাতলিত বিয়াঘৰত ফুৰ্টিত নাচিব লাগে তেতিয়া সেইকেইজনৰ গীত নহলে আকৌ নাচিবও নোৱাৰি৷ ৷ ৷

  • @purnimagogoi5415
    @purnimagogoi5415 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল গীতটি শুনি৷তুমি আৰু আগুৱাই যোৱা

  • @KaSiYali
    @KaSiYali 2 ปีที่แล้ว

    বিশ্ৰুত অসমৰ ৰাইজৰ বাবে এটি ধুনীয়া উপহাৰ 🍀

  • @ujonireloraakhim64
    @ujonireloraakhim64 2 ปีที่แล้ว +2

    বহুত বহুত ভাল লাগিল দেই

  • @rishmitakashyap533
    @rishmitakashyap533 2 ปีที่แล้ว +44

    Emotional hoi goisu moi nijeu🥺❤️ki xobdo mne , hridoy khn sui jai oo. Eke mon mugdha kri pelai❤️

    • @Godlikefc56
      @Godlikefc56 2 ปีที่แล้ว

      Nopote 🙂🙏

    • @anjudadhora7839
      @anjudadhora7839 2 ปีที่แล้ว

      Gaan gale suna napau kiy?

    • @jiyaulhoque3409
      @jiyaulhoque3409 ปีที่แล้ว

      @@anjudadhora7839 take2

    • @Jubaraj098
      @Jubaraj098 11 หลายเดือนก่อน

      Bondho kori thoise​@@anjudadhora7839

  • @kuldeepdas760
    @kuldeepdas760 2 ปีที่แล้ว

    Upohar song tu bohut dhuniya hoise ❣

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 ปีที่แล้ว +5

    খুব ভাল লাগিল বিত্ৰুত ,, আবেগিক হৈ পৰিলোঁ
    ❤️😥

  • @crbobi
    @crbobi 2 ปีที่แล้ว +1

    DADA TUMI AMAR AXOMOR XONGIT GOJOTR UPOHAR💖💖💖💖😍😍😍😍

  • @rulideka6859
    @rulideka6859 2 ปีที่แล้ว

    Khub val lagil ❤️❤️❤️

  • @subhankshipuzari827
    @subhankshipuzari827 8 หลายเดือนก่อน

    PJC 'r gems ❤

  • @pallabisaikiagogoi5956
    @pallabisaikiagogoi5956 2 ปีที่แล้ว +2

    ধুনীয়া প্ৰগেম।

  • @deepjyotiphukon608
    @deepjyotiphukon608 2 ปีที่แล้ว +11

    মোৰ প্রিয় শিল্পী বিশ্ৰুত 💕বহুত আগুৱাই যোৱা 😊🙏

  • @debakshichutia3781
    @debakshichutia3781 2 ปีที่แล้ว

    Bishrut daa tumi bor dhuniya upohar eta disa ❤️tq for your upohar song 😍

    • @uddhab3.028
      @uddhab3.028 10 หลายเดือนก่อน +1

      তোমাৰ vaiti hbo

    • @debakshichutia3781
      @debakshichutia3781 10 หลายเดือนก่อน

      @@uddhab3.028 mur Vaiti nhoi dadai hbo

  • @surajitgogoi5346
    @surajitgogoi5346 2 ปีที่แล้ว +1

    সুন্দৰ👍👍👍

  • @bontibora4333
    @bontibora4333 2 ปีที่แล้ว +1

    Bohut hundor kontho tumr aguwai juwa

  • @ankurjyotichetia9628
    @ankurjyotichetia9628 2 ปีที่แล้ว +5

    God bless u my brother. Love you

  • @pranjalborak.a2855
    @pranjalborak.a2855 2 ปีที่แล้ว +1

    বা অনুপ দা কথা বোৰ মজা কই'চে ভাল লাগিল

  • @Outrageous13
    @Outrageous13 2 ปีที่แล้ว

    Eman pure lora jon ❤️ dhei morom tumaloi

  • @dhrubadas4216
    @dhrubadas4216 2 ปีที่แล้ว

    ভৱিষ্যত উজ্জ্বল কামনা কৰিলো তোমাৰ

  • @Jonak_Gaming_Zone
    @Jonak_Gaming_Zone 9 หลายเดือนก่อน +1

    proud to be a student of Pragjyotika

  • @Anushka-sg2go
    @Anushka-sg2go 2 ปีที่แล้ว

    Aguai Jua dada😊😊😊☺😇😇 , ujjal bhobisyat kamona korilu

  • @rumigogoi5662
    @rumigogoi5662 2 ปีที่แล้ว

    সপোন বাস্তৱ হওঁক । তুমি কূশলে থাকা ।

  • @Rockeditz230
    @Rockeditz230 2 ปีที่แล้ว +1

    Tenekoi 🔥❤️

  • @travelwithbablu4223
    @travelwithbablu4223 2 ปีที่แล้ว +3

    Bohut vall lage bishrut daaa kk...❤️❤️❤️

  • @ushadas6078
    @ushadas6078 2 ปีที่แล้ว

    আগুৱাই যোৱা ,ভগৱান তোমাৰ সহায় হওক।

  • @niharikasonowal1768
    @niharikasonowal1768 2 ปีที่แล้ว

    Bishurt da love you 💕 more hsai tumii atuloniyo

  • @floraphilemainu5070
    @floraphilemainu5070 2 ปีที่แล้ว

    বৰ ভাল লাগিল 👍

  • @ritagohain1253
    @ritagohain1253 2 ปีที่แล้ว

    বহুত ভাল লাগিল, আৰু আগবাঢ়ি যোৱা

  • @axomiajyotistatus3607
    @axomiajyotistatus3607 2 ปีที่แล้ว

    ঢেৰ মৰম আৰু শুভ কামনা বিশ্ৰুত দা আগুৱাই যায় 🌝

  • @biswajitgogoi7686
    @biswajitgogoi7686 2 ปีที่แล้ว +1

    Bishrut aru agbahi jua

  • @bandanadas6561
    @bandanadas6561 2 ปีที่แล้ว +4

    Upohar xuni moi pagol hoisu Bisrut Saikia Dada... 🥰🥰❤❤❤❤❤

  • @ashamonisonowal257
    @ashamonisonowal257 2 ปีที่แล้ว

    চিনাকি বাটেৰে নোজোৱা লৰাটো সচাই তুমি উপহাৰ এটি🤩❤💜

  • @jitengogoi2472
    @jitengogoi2472 2 ปีที่แล้ว +14

    চকুপানী ধৰি ৰাখিব নোৱাৰিলো ভাইটি😭😭

  • @jinadasdeori5895
    @jinadasdeori5895 2 ปีที่แล้ว +9

    Ojaantric ত দেখাৰ পৰাই তেওঁৰ গান সদায় শুনা হয় বহুত ভাল লাগে ।
    শুভেচ্ছা জনালো।

    • @junaleegogoi4851
      @junaleegogoi4851 2 ปีที่แล้ว

      ভাল হৈছে বিশ্ৰুত। আগুৱাই যোৱা। শুভেচ্ছা ও আশীৰ্বাদ আছে তোমাৰ যত্ৰা পথত। মই তোমাৰ লগৰ দৰ্শনৰ মা।

  • @NC_My_Journey
    @NC_My_Journey 2 ปีที่แล้ว

    So nice programme.

  • @tailukyagogoi398
    @tailukyagogoi398 2 ปีที่แล้ว

    Hodei anekoie thakiba bishrut👍👍❤️❤️

  • @gautamphukon9626
    @gautamphukon9626 2 ปีที่แล้ว

    আমাৰ সম্বন্ধবোৰো একো একোটা উপহাৰ💐💐

  • @techassam451
    @techassam451 2 ปีที่แล้ว

    Duyu jon khub dhunia koi milise ♥️ val lagise

  • @সত্যজিত__বড়া
    @সত্যজিত__বড়া 2 ปีที่แล้ว

    OJAANTRIC❤

  • @ayush8675
    @ayush8675 2 ปีที่แล้ว +8

    *উপহাৰ* ❤

  • @hadorisonowal4733
    @hadorisonowal4733 2 ปีที่แล้ว +2

    Outstanding

  • @smitabaishya8122
    @smitabaishya8122 2 ปีที่แล้ว

    Bht Val lagil Show tu ❤️

  • @punamsonowalphukan391
    @punamsonowalphukan391 2 ปีที่แล้ว

    Tumak bohut huvesya disu. Agbarhi juwa

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 2 ปีที่แล้ว

    খুব সুন্দৰ ভাল লাগিল

  • @Aradhya18
    @Aradhya18 2 ปีที่แล้ว

    Bishrut in an emotion❤🥺

  • @bijoydas4730
    @bijoydas4730 2 ปีที่แล้ว +1

    মাজে মাজে, মাত তো mute কৰি দিয়া ত এই show তো ভাল নাপালোঁ..

  • @chandramikajunmun
    @chandramikajunmun 2 ปีที่แล้ว

    প্ৰিয় 💚💚

  • @RashidulPEI-
    @RashidulPEI- 2 ปีที่แล้ว +1

    mojja lagise

  • @funnyvedio-en4sb
    @funnyvedio-en4sb 2 ปีที่แล้ว +9

    বিশ্ৰুতৰ গান মোৰ সদায় প্ৰথম পছন্দৰ হৈ থাকিব। বিশেষকৈ উপহাৰ আৰু তেনেকৈয়ে।💕

  • @tonmoideuritaf9968
    @tonmoideuritaf9968 2 ปีที่แล้ว

    Bht bht vll lagil...morom from njr thai❤️❤️

  • @dulumanipathak3877
    @dulumanipathak3877 2 ปีที่แล้ว

    Bhut activ Anusthan

  • @joyantajyotigohain6405
    @joyantajyotigohain6405 2 ปีที่แล้ว +1

    Very nice program. Keep it up Bishrut.Stay blessed always.

  • @himashree_phukan_
    @himashree_phukan_ 2 ปีที่แล้ว

    আগুৱাই যোৱা তুমি

  • @dipikaduarah131
    @dipikaduarah131 2 ปีที่แล้ว

    আগুৱাই যোৱা ৷হেৰাই নাযাবা ৷তুমি এটি উপহাৰ ৷

  • @bobynath4148
    @bobynath4148 2 ปีที่แล้ว +1

    তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো। সুন্দৰ।

  • @pinkulbiswanath2158
    @pinkulbiswanath2158 2 ปีที่แล้ว

    সুন্দৰ

  • @pollymahanta7508
    @pollymahanta7508 2 ปีที่แล้ว

    খুব ভাল লাগিল