ONATAR || Assamese Podcast || Ep.5 || Grandparent's Love

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • Follow us on instagram...
    / oasis_talukdar
    / handiquebishnujyoti
    #onatar
    #oasistalukdar
    #assamesepodcast

ความคิดเห็น • 85

  • @shrutigoswami9154
    @shrutigoswami9154 9 หลายเดือนก่อน

    Can relate all sweet memories...❤

  • @pompisaikia9139
    @pompisaikia9139 2 ปีที่แล้ว

    Bohut val lagil

  • @rakhibormon6677
    @rakhibormon6677 2 ปีที่แล้ว

    Kotha khini xuni bohut Vaal lagil.. aanai putha muru bohut morom r. Kotha khini e mon sui gol❣️ enekua bohut kahini amaru ase xoru kalor. Atiau aanai putha jiyai ase. But burha hoi goi ase. 7/8 mah r pasot ghr jabo paru, teulukok log pau.. Proti dine ata e voi hoi, teuluke eri jaboge nki edin.. heitu din moi mur life t imagine koribo nuaru ketiau. Mon sui gol ajir episode tu e.❤️

  • @rupjyotidihingia1204
    @rupjyotidihingia1204 2 ปีที่แล้ว

    অনাতাঁৰ আজি বহু কেইটা খণ্ড উপভোগ কৰিলোঁ। ককা,আইতা, এনাই মৰম অতুলনীয়। Oasis daa এনাই ঘৰলৈ যাওঁতে পাৰ হৈ যোৱা কাঠৰ দলং নৈ খনক নামদেঙীয়া নৈ বুলি কোৱা হয়। শেহতীয়া কৈ অনাতাঁৰক মৰম দিলোঁ নাজিৰা পৰা।

  • @pompisaikia9139
    @pompisaikia9139 2 ปีที่แล้ว

    আপোনালোকৰ কথাবোৰ শুনি মোৰ সেই শৈশৱলে মনত পৰি গৈছে। বহুত ভাল লাগে অনাতাঁৰ চাই।

  • @dharitrisarkar7448
    @dharitrisarkar7448 2 ปีที่แล้ว

    ককা আইতাক নাপালো কেতিয়াও । পেহীআইতাক(দেউতাৰ পেহী) পাইছো । এতিয়াও মনত পৰে খুৰাৰ লৰা(ভাইটি) আৰু মোক গৰমৰ দিনত চোতালত বহি সাধু শুনোৱা । বিছনীৰে বিচি দিয়া পঢ়া সময়ত যিহেতু আমাৰ যৌথ পৰিয়াল আছিল আৰু আমাৰ গাওঁত current নাছিল । কথাবোৰ যদিও শুনিবলৈ সাধুকথাৰ নিছিনা কিন্তু সচাঁ কথা এইবোৰ । কিমান যে ভাল লগা দিন আছিল । আপোনালোকে সেই দিনবোৰ মনত পেলাই দিলে দেই । বহুত ধন্যবাদ আপোনালোকক । আপোনালোকৰ কথাবোৰে জীৱনটো জীয়াবলৈ সহজ কৰি দিয়ে জানেনে । মন বেয়া লাগিলেই উৰাই ঘুৰাই ojaantric নহলে onatar শুনো । Lots of love to you.

  • @jimibora499
    @jimibora499 2 ปีที่แล้ว

    Khub hundor anubhab... Nijok unlucky feel hoi moi maa deuta kunu falore koka aitak log pua nai.. deutar maa deutak deuta hot horu hoi thakute dhukale.... Kintu moi mur jibonot ejoraki jethai (deutar sis, g goraki manuhe nijor bhai bhonik dangor koribole biyat nobohile) paisu g muk nishartho vabe bhal pai.. maa deutar sakori asil.. gutei horu kal tu muk jethaie dangor korise (poha, khua, rati hualoik).. etaiu teur jiutu mur lgte... Teuk bohut
    morom diu eku kosto napauk tar karone try koru... Biya huar pist husbandr aitak paisu kiman morom teur feel koribo paru... Hekhot onataar loi bohut huvessya...

  • @karishmachamuah6510
    @karishmachamuah6510 2 ปีที่แล้ว +1

    ককা -আইতা আৰু নাতিৰ সম্পৰ্ক স্বগীয় বাসনাৰ দৰে।❤️
    ককা-আইতা বুলি ক'লেই মই আৱেগিক হৈ পৰো।
    মই সৰু হৈ থাকোতেই হেৰুৱাইছিলো ককা -আইতাক। 🥲🥲
    যেতিয়াই এনা -পুথা ঘৰৰ লৈ যাওঁ মনটো ভৰি কিন্তু এতিয়া পুথাও নাই আমাৰ মাজত ..😌
    প্ৰাৰ্থনা কৰোতে ভগৱানৰ নাম লোৱাৰ আগত ককা -আইতাক স্মৰণ কৰো।😘
    যেতিয়া বন্ধু বোৰে ককা -আইতাৰ কথা কয় আৱেগিক হৈ পৰো মই।🥲
    যোৱাবাৰ বিহুত বন্ধু বোৰ ককা -আইতাক বিহুৰ সাজ পিন্ধাই status দিছিল মই কান্দিছিলো মোকো লাগে বুলি ।😭এইয়া নোৱাৰি অনুমান কৰিব অনুভৱ হয় হৃদয়েৰে ককা-আইতাৰ নোহোৱাৰ দুখ।🥲
    সোতোঁৰা পৰা ককা-আইতাৰ হাতৰ পৰশ পাবৰ মন যায়।🥺💘
    🌝

  • @pompisaikia9139
    @pompisaikia9139 2 ปีที่แล้ว

    Oisas da bohut cute 😍matu bohut dhunia.

  • @farhasuhana9646
    @farhasuhana9646 2 ปีที่แล้ว

    Aitaloi monot pori gol...
    Apunaluke emn dhunia kam 1ta start korile...Thank you ❤

  • @busybee3294
    @busybee3294 2 ปีที่แล้ว

    Jibone amak bohutu xundor muhurta aru saritra upohar die ...kintu jantrikotar pasot doura ami sei muhurta bur upobhug koribole aru sei saritra burok xomoi dibole ahori napau..... Dhonnyobad onatar , jar jugedi jibonor xundor muhurta bur akou jiar xujug palu.

  • @pujabaglari2522
    @pujabaglari2522 2 ปีที่แล้ว +1

    The bond between grandparents and their grandchildren is one of the purest bond. After our parents, if there's someone who loves us selflessly are our grandparents. Looking forward to many more great episodes.

  • @rishavhandique8604
    @rishavhandique8604 2 ปีที่แล้ว

    Jola pitha main asil dei jan daa...

  • @geographycalsettings5978
    @geographycalsettings5978 2 ปีที่แล้ว

    Hii Oasis Daa . Moi Nazirar hoi , Tumalukor protiti video moi Sau Bohut Val Lage .Mur Request ata asel , subscriber Hokolor life ot Ghote juwa kisuman Story uporotu episode bonaba snn Val lagibo

  • @devdoley7441
    @devdoley7441 2 ปีที่แล้ว

    I m Satyajit dutta from Dhemaji.মই মোৰ জীৱনত নিজৰ ককা আইতাৰ সান্নিধ্য লাভ নকৰিলোঁ যদিও গাঁৱৰ বহু কেইজন ককা আইতাৰ মৰম পাইছিলো/পাইআছো । কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ কিছুসংখ্যক নাতী নাতীনিয়ে ককা আইতাক লগত পাইও যিতো ব্যবহাৰ কৰা দেখা গৈছে তেওঁলোকে এই ককা আইতাক হেৰুৱাৰ পিছত বুজিব। আচলতে তেওঁলোকে কি হেৰুৱালে। এইসকলে আপোনালোকৰ এই কথোপকথনটো শুনিলে আৰু নিজক সলনি কৰাত সহায় হ'ব । আচলতে আমি সকলোৱে এই ককা আইতা,ককাই ভাই,বাই ভনী ৰ সম্পৰ্কৰ মাজৰ মৰমবোৰৰ কথা জানো। আপোনালোকৰ বিগত এই কথোপকথন অনুষ্ঠানটোৱে আমাক পুনৰ উপলব্ধি কৰাইছে। ইয়াৰ বাবে আপোনাক বহুত বহুত ধ্যন্যবাদ। অনুষ্ঠানটোৰ দীঘ্ৰায়ো কামনা কৰিলোঁ।

  • @gayatriburagohain7378
    @gayatriburagohain7378 2 ปีที่แล้ว +1

    So mesmerizing episode. This episode took me back to my childhood memories with my grandfather and my anai who were used to be my strength n energy. Though they are not present now still their love n their boldness still makes me stand still in my bad days. Thanks to you both for making such nice podcast.

  • @dolimoninath4824
    @dolimoninath4824 2 ปีที่แล้ว

    দেউতাৰ ফালৰ ককাক দেখাৰ সৌভাগ্যকণ নহলগে, আইতাক পাইছোঁ। কিন্তু ককা-আইতাৰ মৰম কি সেয়া মাৰ ফালৰ ককা আইতাৰ পৰাহে বুজি পাইছোঁ চাগে। যদিওবা এতিয়া মামাহঁতৰ ককা আছে অকল, মৰমবোৰ যে কিমান ককাৰ মোলৈ সেইয়া এতিয়াও ভাবিয়েই ভাল লাগে। চাকৰিসূত্ৰে বাহিৰত থাকিব লগা হোৱা কাৰণে আগতকৈ বহুত কমকৈ লগ পাওঁ ককাক, কিন্তু যিদিনা যাওঁ ককাৰ মুখৰ সেই হাঁহিটো দেখি যিটো শান্তি লাগে, সেইয়া চাগে আন কতো বিচাৰি নাপাওঁ। মোক কাষত বহুৱাই লৈ যেতিয়া কথাবোৰ কয়, এনেকুৱা লাগে যেন এইবোৰহে নিঃস্বাৰ্থ মৰম.....!!! ককাৰ মৰমবোৰ বহুত miss কৰোঁ, যিমান ডাঙৰ হৈ গলেও যে ককাৰ মনত সদায় সৰু সেইয়া ভাবিয়েই ভাল লাগে, কাৰণ বজাৰৰ পৰা আহোঁতে মোলৈ এতিয়াও মিঠাই লৈ আনে, উফ কি কম আৰু....... যেন এতিয়াও মই ককাৰ কাৰণে অকণমানি এজনী.....!!
    ধন্যবাদ oasis দা ইমান সুন্দৰ episode এটা উপহাৰ দিয়াৰ বাবে, ব্যস্ততাৰ মাজত আকৌ এবাৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ পালোঁ.....!!❤️

  • @Nihabora
    @Nihabora 2 ปีที่แล้ว

    অনাতাঁৰ শুনি বহুত ভাল লাগিছে,, এনেকৈ আৰু ধুনীয়া ধুনীয়া কাহিনী শুনিবলৈ পাম বুলি আশা থাকিল,, সঁচাকৈ পাৰ হৈ যোৱা স্মৃতি বোৰ ঘূৰি নাহিলেও সদাই আমাৰ মনত জিপাল হৈ ৰৈ যায়, তোমালোকৰ সৰু কালৰ স্মৃতি বোৰ শুনি বহুত বেছি ভাল লাগিল,, হাহিও উঠিলে, বহুত ধুনীয়া স্মৃতি আছে তোমালোকৰ,, এনেকুৱা স্মৃতি জীৱনত আকৌ কেতিয়াও ঘূৰি নাহে,, সুখী হৈ থাকা সদাই,,

  • @trishnadutta9620
    @trishnadutta9620 2 ปีที่แล้ว

    Please continue ...emn dhuniya koi old memories bur recall korai dse..... Khub bhal lagise...... যান্ত্রিক এই পৃথিবী খনৰ পৰা আতৰি অাহি এক সুকীয়া অনুভুতি।

  • @debopratimkaushik4621
    @debopratimkaushik4621 2 ปีที่แล้ว +1

    Oasis da r "Hello Internet" feels so special and so soothing.... ♥️

  • @dhanadanath4001
    @dhanadanath4001 2 ปีที่แล้ว +1

    Eimn dhuniya dhuniya topic❤️.sosai Bahut miss karo Atiya sei din br.......premot pori gaiso Onatar Aro ojaantric r....Aguwai jaok...❤️🙏🏻..

  • @kakubhuyan3238
    @kakubhuyan3238 2 ปีที่แล้ว

    Onatar r topic bure muk xei puroni din burloi loi jai aru smitty bur xojib kori tule. Onatar aguwai jauk

  • @mumusworld9059
    @mumusworld9059 2 ปีที่แล้ว +1

    Thnq oasis daa ....imn jldi jldi episode bur di asa🙂❤️ nd aguai jua anke ....ami xdai support kri jam tmak❤️

  • @runjunkalita8564
    @runjunkalita8564 2 ปีที่แล้ว +1

    অনাতাঁৰ ‌খুবেই প্ৰিয় হৈ পৰিছে❤️আপোনালোকৰ‌ প্ৰতিটো episode এ অন্তৰ চুই যায় ।মই ককা ক দেখা নাপালোৱে যদিও মা ফালৰ ককা‌ ক পাইছো,ককাই চাইকেলৰ আগত গাৰু এটাত বহাই ঘূৰাই লৈ ফুৰা দিনবোৰ আজি মনত পৰি গৈছে ।

  • @dibshome3397
    @dibshome3397 2 ปีที่แล้ว

    Moi koka ajonoko poa ni. Aita htk paisu mor aita dhukuwa time t 9yr mn hoise aitak jetia deuta hote sitat tulibo gharor pra ulai loi goise moio pise pise kandi kandi goi asilu..etia14yr hoi gol aaita nohoa. Etiao jdi deuta hte tankoi kiba koi aitaloi monot pore... Love u aitaa...

  • @Jyotsnaagogoi
    @Jyotsnaagogoi 2 ปีที่แล้ว

    ভাল লাগিল আজিৰ খণ্ডটি... ধন্যবাদ অৱেছিছ দা আৰু বিষ্ণু দা... পুঠা আৰু এনাইৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো...অৱেছিছ দা ই কোৱাৰ দৰে মৃত্যুৰ পিছত হ'লেও তেওঁলোকৰ ওচৰত গৈ আধৰুৱা মৰমবোৰ পুৰণ কৰিম... পুঠা আৰু এনাই য'তে আছা শান্তিৰে থাকা... বহুত মনত পৰে

  • @pronamikabaruah7215
    @pronamikabaruah7215 2 ปีที่แล้ว

    Apunalukr ktha bur huni thakile anekua lage jen hekhei nohouk...emn bhal lagi thake huni thakute bujabo nuari..eman j hectic life r majot ai j puroni ktha bur huwori ktha bur pate aibure amak hokoluke agor din buroloi loi jai..koka aaita k hodai miss koru...aji akou mont pori goise...hosakei ai kotha bure amak ami hoi jiyai thokat hohai kore...Bohut dhanyabaad Onatar🙏

  • @vibgyor7741
    @vibgyor7741 2 ปีที่แล้ว +1

    দাদা আপোনালোকৰ podcast বোৰে মন চুই যায়।
    মই মোৰ ককাক হেৰুৱা প্ৰায় 20yrs হল, মই খুব সম্ভৱ ক্লাছ 4 বা5 মনত,,,,, কিন্তু ককাৰ সৈতে থকা স্মৃতি আজিও সজীৱ আৰু আপোনালোকৰ আজিৰ এপিছড টোৱে সেইবোৰ আৰু সতেজ কৰি তুলিলে।
    ককাই আধা খোৱা ভাত সাজ, মোলৈ আছুটীয়াকৈ থলুৱা ফল-মূল, বজাৰৰ পৰা আনি দিয়া মিঠৈ,,,,,,,সন্ধিয়াৰ সাধুকথা, তেওঁৰ খং, মৰম , গালি সকলো যেন আজি চকুৰ আগত ভাহি আহিছে।।।। সচাকৈ আজি কঁকালৈ বৰকৈ মনত পৰিছে। তুমি যতেই আছা শান্তিত থাকা Miss you....... Ta_to(মিছিং ভাষাত "ককা")
    বিচিত্ৰ চুংক্ৰাং (ধেমাজি, চিলাপথাৰ, ডিমৌ)
    ককা ঁচেনিৰাম চুংক্ৰাং

  • @geetanjalidutta7157
    @geetanjalidutta7157 2 ปีที่แล้ว

    Kthabur huni goi asu nijr koka aaita loi mnt pori goiase ..mur kokak heruwalu ..dada apuni kuwar dore muru katiyba feel hoi jen eku e krib nuwarilu mne enkuwa lge moi kio tatiya enke nklu kuwa hle vl asil ba enke kiba ata krib prilu hoi vl pale hoi. Kokok bht miss kru .
    Mur ata kthai ajiu amoni kore edin koka ahise ru amr ghrt moi school r pra ahisu tatiya alp dangor hoisu cls 10 mn sge moi mne kokar agedi ahisu kin2 mane mat diya nsilu kiba beya pai nhoi ha kiba laj e lgisil ne ki njnu mama asil muk dmre koise dai toi j koka agedi goli matkhr nidili tr pst mtisu ha kin2 eku beya vbi mat nidiya Tnkuwau nhoi ..pst mnt jatiyai pore vbu kokai bru dukh ple niki ..ru bht kthai ase dai ..hsa apunluk e manuhr mnr majr kthabur aku jipal korai tulise ..

  • @Monikhasvlog
    @Monikhasvlog 2 ปีที่แล้ว

    যদিওঁ আগতে ONATAR episode বোৰ পাই থাকোঁ যদিও চোৱা নহৈছিল কিন্তু আজি কিনো বুলি চাওঁতেই শুনিলো আৰু এতিয়া লৈ দুটা episode চালো আগুৱাই যাওক আপোনালোকে । Much love ONATAR ❤️❤️ LOVE from Dibrugarh

  • @jinakonwar3155
    @jinakonwar3155 2 ปีที่แล้ว

    Uff mat2🔥🔥🔥 tupni jb loisu kin2 notification dekhi hunibo roi golu..bht vl lge apnlkr program 2 sai.. lot's of luv.. aguwai jua 🥰

  • @SasankMusic
    @SasankMusic 2 ปีที่แล้ว +3

    Update : Kaali assignment kori diyar karone aaji saah singra khuwai dile dei senior jone 😅
    Protitu episode r dorei ajir episode tu xuni u bohut bhaal laagile!
    Enekei jaate xodai Onatar soli thaake aru! Best wishes!

  • @pranjalhazarika1121
    @pranjalhazarika1121 2 ปีที่แล้ว

    ভাল লাগিল আজিৰ episodeটো😌
    সচাকৈ ককা আইতাৰ মৰম 🥰 আৰু তেওঁলোকৰ আমাৰ প্রতি থকা সেই হেপাহ বোৰ সচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ।
    আজিৰ এই episode টোৱে বহুত কথাই মনত পেলাই দিলে।বতমান জীৱনৰ ব্যস্ততাৰ মাজত তেওলোকৰ মৰম বোৰ য়দিও কেতিয়াবা ভুলতে পাহৰিগৈছিলো পুনৰাই আকৈ মনত পেলাই দিয়াৰ বাবে ধন্যবাদ দুয়োজনলৈ। 😌😇
    #শিৱসাগৰ আমগুৰিৰ পৰা দুয়ো জনলৈ এগালমান মৰম যাচিলো🤗

  • @borshabora7025
    @borshabora7025 2 ปีที่แล้ว

    বহুত ভাল লাগিল Oasis da অাৰু bishnu da ❤️🔥

  • @re-koll921
    @re-koll921 2 ปีที่แล้ว

    Emotional hoi golu moi....moi kokak nai pua baru but aitak paisilu ru moi jnisilu but kisumn anekua kth monot prile bhut guilty feel hoi sge moi aitu nokora hole teu muk ru vl pale hoi....i have been lost my aita in 2018.

  • @manjubarman1855
    @manjubarman1855 2 ปีที่แล้ว

    মন চুই গ'ল।পিছে মোৰেই দুৰ্ভাগ্য ককা আইতা কাকোৱেই নাপালোঁ।বৰ দুখ লাগে।

  • @debajanineog5262
    @debajanineog5262 2 ปีที่แล้ว

    Grandparents love is non replaceable and can't be compared with any other..thank u bro for bringing this topic and made me relive those days back again .they are our#saviour🖤

  • @RinaDevi-tj7ic
    @RinaDevi-tj7ic 2 ปีที่แล้ว

    The most precious thing creating by the God is our grandparents actually
    I really don't know how to explain but literally my grandparents are the most most important part of my life nothing is comparable to the feeling of that love ❤
    If start talking abt them it will be continued to infinity
    It's my bad luck dt I never met both of my grandfather but my grandfather but the thing is both of my grandma has another place in heart they played the greatest role in my life
    My first mom was she, my first best friend was she, I can introduced her like my Human dairy, secret keeper, a great motivator every
    Recently last year I lost one of my grandmother (from the mother side) l can't explain dt feeling still I can't get over from that shock
    And now when I think over like I am also going to lose my one another grandma very soon but I'm literally not ready to lose and get an another shock
    I hope some miracle will be happen nd she can with me forever I can take her with me for the rest of my life
    I love her
    Those child who doesn't have dt nd they don't know the value honestly I lost the most greatest part of their life...

  • @gitanjalisaikia2105
    @gitanjalisaikia2105 2 ปีที่แล้ว

    Bohut vl lge anatar sai anatar aguai jaok ❤️❤️

  • @pujarajkonwar4606
    @pujarajkonwar4606 2 ปีที่แล้ว

    Every epsdbur aibabei Val lage je Karon apunalukor logot nijor experience bur share koriboloi hubidha paw ...mur koka nai but aaita ase...horu Hoi thakute maai Jodi muk piton diye tetiya aaitai protect kore..aru mak koi emn horu lorajonik kio mariso oo buli dhomok ata diye tatiya montue Val lagi jai...Nd aitar lgt kora dhemalibur,kajiabur ,bhut miss koru atya..apunalukoloi bhut bhut dhoinyobad notun topic ata upohar dii hei homoi khiniloi uvotai loi juwar babe.. thnks a lot..fm duliajan..🧡🧡❤️❤️

  • @nizoradas5348
    @nizoradas5348 2 ปีที่แล้ว

    Ajir episode tu huni koka aaitaloi monot pori gol, ako hei horu kalor homoy loi ghuri golu olp time'r krne ... Koka aaitar lgt kora dustami bur borkoi miss korisu aji... Bohut val lagil....

  • @sushmitadutta1167
    @sushmitadutta1167 2 ปีที่แล้ว

    Ufff voice ❤️❤️...... Notification tu pai nuxuni roi thakibo nuwarilu....... Seriously premot pori goisu Onatar r.......ru bohut bohut bohut bohut aguwai jaok Onatar ❤️❤️....... Apunaluk xodai vle thakok....... Apunalukoloi bohut bohut morom thakil 💖....... Nd Oasis Daa apuni rest kori thakok.......Get well soon The Voice Talukdar ❤️❤️

  • @Apolynsvlogs
    @Apolynsvlogs 2 ปีที่แล้ว

    Heart touching 😊

  • @rggogoi5529
    @rggogoi5529 2 ปีที่แล้ว

    Oasis da apunar hokolu Kam a muk appreciate Kora .# ai biystota vora jibon t mur Dora an bohut r Mon jepal Kore tular prosasta ONATAR buli moi vabu ...
    ONATAR t apunaluka nejor story bur koi thaka jodi o kunuba khenet moi nejok besare paow ai social media r pak sokrot t pore Ami purone denor hai vl moment bur pahore paluwar r Dora hoi sa but apunar ai ONATAR r a hai den bur k ak notun rup Diya t hofol hoi sa buli moi vabu...
    This is ONATAR time 💓

  • @mitalibaruahoffical5656
    @mitalibaruahoffical5656 2 ปีที่แล้ว

    Hii moi tumar logot akhan short flim koribo bisarisu karon tumar voice so sweet

  • @palkimahanta3566
    @palkimahanta3566 2 ปีที่แล้ว

    Appreciable episode 🥰
    Eman dhunia topic bur kot pai baru???Moi mur Koka-aaitak dekhai napalu,hei hepah mrm khini aan boyokhiyal manuhor majot ajiu bisari furu,boyokhiyal manuh log pale kiba eta beleg muh jagi uthe... Ajir alusona khini huni ene lagise jibonot bohut dangor kiba etai heruai dilu niki!!!!!

  • @Lohitchetia
    @Lohitchetia 2 ปีที่แล้ว

    ধন্যবাদ অনাতাঁৰ ❤️। আপোনাৰ সকলোবোৰ অনুষ্ঠানৰ এজন নিয়মীয়া শ্ৰোতা 😊 পৰিস্থিতি আৰু ব্যস্ততা মাজেৰে কেতিয়াবা comments কৰিবলৈ থাকি যায়।
    The voice talukder ❤️❤️💞

  • @Nihabora
    @Nihabora 2 ปีที่แล้ว

    Last moment heart teaching 😢

  • @paporichetia9853
    @paporichetia9853 2 ปีที่แล้ว

    ভাল লাগিল আজিৰ episode 2 মোৰ ককা দেউতা সৰু হৈ থাকোতেই ধোকাল আইতাক পাইছিলো কিন্ত আইতা ও মই 1 বছৰ হওতেই ধোকাল সেই বাবেই ককা আইতাৰ পতি যিটো অনুভৱ বহুত miss কৰো কাৰণ মই একেবাৰেই নাপালো এতিয়া লগৰ বোৰৰ ককা আইতাকক দেখিলে এনেকোৱা লাগে আমাৰ ও এতিয়া থকা হলে।

  • @uttamdowerah1111
    @uttamdowerah1111 2 ปีที่แล้ว

    Oasis da and Bishnu da 1st of all thank you for giving us this great show. moi অনাতাঁৰ ৰ gutei kita episode hunisu ru hodai nostalgic hoisu. mur aaitak moi monot thoka pora khub kom homoi loike palu kintu kokak bohut class 10 loike paisilu. moi class 6 le paute kokai muk HERO ROYAL cycle 1 khon disil. heikhon cycle moi etiau thoi disu. cycle khon dekhilei hodai kokale monot pore. Thank you for this episode. 😊😊

  • @tribenikhanikarboruah6357
    @tribenikhanikarboruah6357 2 ปีที่แล้ว

    Realy ontar is storage of swt memoris.bst wishs fr hrt tchng epsds

  • @lakhidailyvlog3780
    @lakhidailyvlog3780 2 ปีที่แล้ว

    First comment from Nagaon and bht val lge apunalukr voice tu xuni ❤️ aru ankoi aguai jaok apunaluk

  • @pujasarma2446
    @pujasarma2446 2 ปีที่แล้ว

    First love siblings episode tu xunilu tarpist ratir vitrt gutei keita khekh krilu eklge♥️

  • @nilakhimoliya5170
    @nilakhimoliya5170 2 ปีที่แล้ว

    Koka anai always precious ❤️ I miss him already again ❤️ he left us on 4th April n I couldn't see him..

  • @mitalibaruahoffical5656
    @mitalibaruahoffical5656 2 ปีที่แล้ว

    Parile reply koribo moi guwahatit a thaku

  • @moumitaxondikoi3320
    @moumitaxondikoi3320 2 ปีที่แล้ว

    Moi memories recall asa miss kori asu aita oasis da thanks for this topic

  • @simpichakrabarty7602
    @simpichakrabarty7602 2 ปีที่แล้ว

    pgl kribo ai voice2i😍😍😍😍 the voice talukder😍

  • @porishmitaborah6286
    @porishmitaborah6286 2 ปีที่แล้ว

    মন চুই গ'ল কথাখিনিয়ে , আইতালৈ মনত পৰি গৈছে , মইওঁ আগতে আইতাৰ লগত ট্ৰেইন ট্ৰেইন খেলো তেনেকৈ, বহুত মৰম থাকিল অনাতাঁৰলৈ,আগুৱাই যাওঁক ❤️❤️

  • @nabanitabora2073
    @nabanitabora2073 2 ปีที่แล้ว

    Mur kokaloi monot pori kandi dilu teur presser strok just pisot mat nuhua hoisil kintu ratiloi abar Okol mur name loisil kintu moi goi mat napalu

  • @jinaa5767
    @jinaa5767 2 ปีที่แล้ว

    সঁচাকৈ কোনোবাখিনিত নিজকে বহুত সৌভাগ্যৱান যেন অনুভৱ হয়, তেওলোকৰ মৰম আজিও পাই আছোঁ বাবে..... হোষ্টেলৰ পৰা ঘৰলৈ আহিম বুলি ৰৈ থকা আইতাজনী.... যাবৰ সময়ত ককাই দিয়া মৰমৰ পইচাটো... এইবোৰ আৱেগ বুজাবলৈ শব্দৰে অভাৱ মোৰ...মোৰ এনাই পুথা ও আছে... আজি এইটো episode শুনি সঁচাকৈ আৱেগিক হৈ পৰিছো, কিমান যে সুখ নহয়নে.........? 💓

  • @sristisarma6138
    @sristisarma6138 2 ปีที่แล้ว

    Mur koka mane aata buli matisilu.. 2 bosor agot dhukaal bissakh kora Mur "best friend" asil buli e kolu kiman memories ase hissab nai... Muk maina buli mate ghort but aatai "mana " Buli matisil..aru gaan eta gaisil
    "o mana mana bhat khabo najana...
    O mainamoti tumar aahok ghumoti "
    This song still vividly resonates in my ears

  • @jyotishmanath8064
    @jyotishmanath8064 2 ปีที่แล้ว

    ককা-বৌতিৰ লগত পাৰ কৰা সময় সঁচাকৈয়ে বৰ সুন্দৰ ..বৰপিতা (দেউতাৰ বৰদেউতা) আছিল সাধুকথাৰ ভঁৰাল... সৰু হৈ থাকোতে জাৰৰ দিনৰ গধূলি নিজে গাত লোৱা এৰী কাপোৰ খনে মোক আৰু দাদাক মেৰিয়াই লৈ বৰপিতাই শুনোৱা সাধুবোৰ আৰু নীতি -কথাবোৰ.. কেতিয়াও পাহৰিব নোৱাৰিম...
    ককা...ককাক হেৰুৱালো এনেকুৱা এটা দিনত যিটো দিনত মই M.Sc . পঢ়িবলৈ মিজোৰাম আহি পাইছিলো.. উভতি যাব নোৱাৰিলো class r বাবে সকামৰ সময়তো...ককাই গৰু বিহুৰ আগত গৰুলৈ পঘা বনাই ..আৰু মই helper..মনত পৰে ককালৈ..
    বৌতি...এতিয়াও বৌতিয়ে phone হাতত লৈয়ে এষাৰেই সোধে ...তোৰ গা ভালনে?? কি যে মৰম এষাৰ মাততেই... লিখি শেষ কৰিব নোৱাৰা বহু কথা...
    ধন্যবাদ "অনাতাঁৰ " আজিৰ বিষয় টো আগব‍ঢ়োৱাৰ বাবে.. "অনাতাঁৰ"ৰ ভৱিষ্যত সুন্দৰ হওঁক...

  • @anamikaboruah9555
    @anamikaboruah9555 2 ปีที่แล้ว

    Mon sui goise apunalukr modhur kothabure,, hostel t asu bahirot borosun headphone dal logai apunalukr kothabure muru montu otitr dinoloi uruai loi gol ;ru notun notun anuvbr borosa namok ru amar dore shutar mon joi korok🥰from bahona hostel ;jorhat

  • @bakkbakk_girl
    @bakkbakk_girl 2 ปีที่แล้ว

    Ki coinsidence ajii moi maa lgt dada-dadi ( koka - aaita ji aji nai ai duniyat) kotha pati asilu and apunalukor aji r topic u haitu .... looking forward to listening ❤️

  • @priyankasonowal4009
    @priyankasonowal4009 2 ปีที่แล้ว

    আজিৰ দিনটোৰ হেঁপাহ আপোনালোকৰ ককা আইতাৰ মৰমলগা কথন।। বৰ্তমান যিহেতু ঘৰৰ পৰা দূৰত ( পঢ়াৰ টেবুলত) সেইবাবে বেছিকৈ আপোন মোৰ গাঁওৰ ঘৰখন তথাপি ইমান ভাললগা আইতা গৰাকী শেষ বাৰৰ বাবেও দেখা নাপালোঁ। কিন্তু যি কেইদিন পালো হেঁপাহ পলুৱাই লগ দিলো মোৰ মৰমৰ আইতাৰ সৈতে।। ❤

  • @olyboroxa
    @olyboroxa 2 ปีที่แล้ว

    তোমালোকৰ podcast r নাম সলনি কৰা বুইছা। এটা এটা কে সকলো আবেগ উলিয়াই গৈ আছা। মোৰ কাৰণে টো ইয়াৰ নাম 'আবেগবোৰ' হব লাগে😊
    Yes there's no one like Aaita Koka and Anai Putha.such a blessing to had them in my life. Miss them a lot💙

  • @deepagogoi392
    @deepagogoi392 2 ปีที่แล้ว +1

    Aku nokou......... Hunisu...... Aru huni thakim 👍💘

  • @namrataborah8214
    @namrataborah8214 2 ปีที่แล้ว

    ajir topic 2 birat dhunia aji moi koka birat miss krisu deta falor aita koka log pua nasilu xoru pora ma falor aita koka birat bhlke pisu koka muk clss 10 loike school ana nia korise kobole gole bohut kotha ase bohut special hoi teuluk koka dhukua 4years hoise mur eta xobhayga je koka dhukaute xokolu xokam kribo pisu xei2 mur axirbad hoi thakil olp imotional holu but its amazing. ......

  • @haripriyasaikia6017
    @haripriyasaikia6017 2 ปีที่แล้ว

    মোৰ জীৱনত মোৰ আইতা ককাৰ (মাৰ মা-দেউতা) বহুতো স্মৃতি আছে | আগৰ দিনৰ গৰু বিহুত ককাৰ লগত মিলি গৰুক লাও, বেঙেনা চাট লৈ যি ধেমালি কৰা, আইতাৰ লগত ঢেঁকীত চাউল খুন্দি থাকোঁতে মই ঢেঁকী দিম বুলি উৎপাত কৰা | মোক ককাই প্রথম টিংকল আনি দিছিলে 😍 মোৰ জীৱনৰ বহুত দুখ থাকি গল মই ককাৰ আৰু আইতাক শেষত সময়ত ওচৰত থাকিব নোৱাৰিলো 😥😥.. আজিও মই ককাক আইতাকক miss কৰো.. .. 🌼😍

  • @moonmoon3925
    @moonmoon3925 2 ปีที่แล้ว

    দেউতাৰ ফালৰ আইতাক মই নাপালোৱেই ককালৈ বৰ মনত পৰে। মোক মায়ে গালি পাৰিলে ককাই খঙতে নুখোৱাকৈ থাকিছিল। মই বৰ দুষ্ট আছিলো মাক ভয় খোৱাবলৈ পলাই আছিলো আৰু ককায়ে মোক help কৰিছিল আৰু তাৰ পাছত মায়ে দেউতাৰ গালি খাইছিল। সঁচাকৈ এই মৰমৰ কাৰো লগত তুলনা নহয়। ইফালে মাৰ ফালৰ আইতাযে ইমান সৰল আছিল ভাবিব নোৱাৰি, আইতাৰ সেই সহজ সৰল মুখখন, মৰম বোৰ কেতিয়াও পাহৰিব নোৱাৰো আৰু ককা, তেওঁ মোৰ জীৱনৰ পথ-প্ৰদৰ্শক আছিল, প্ৰ্তিটো কথা ককাক বিনা দিদ্ধাই ক'ব পাৰিছিলো। প্ৰতিটো কথা share কৰিছিলোঁ। খুব বেছি সময় মই ককাৰ সতে কটাইছো, যেতিয়া ককা অসুস্থ হৈছিল মই পঢ়া, কাম স'ব এৰি গুছি আহিছিলো কেৱল ককাৰ ওচৰত থাকিবৰ বাবে কিন্তু শেষৰ সময়ত ককা যেতিয়া বহুত বেছি অসুস্থ হৈছিল মই তেতিয়া গুৱাহাটীত আছিলো.. কেনেকৈ যে গৈ উলাইছিলোগৈ ককাৰ কাষত কিন্তু ককাই তেতিয়া মাথোঁ শেষৰ উশাহ গণি আছিল ৰাতিটো ককাৰ কাষতে কটাইছিলো আৰু মোৰ হাতখন খামুচি ধৰিয়েই শেষ উশাহটো লৈছিল তেওঁ। বহুত আবেগিক হৈ গ'লো। আপোন মানুহবোৰক হেৰোৱাবলৈ বৰ ভয় লাগে, ককাক হেৰুৱা দুখটোৱে মোক বহুত বেছিয়ে দুৰ্বল কৰি থৈ গ'ল 😒😒😒
    অনাতাঁৰে মিঠা অনুভবোৰ আকৌ এবাৰ সোঁৱৰাইছে সকলোকে। আপোনালোক দুয়োকে ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা অনাতাঁৰলৈ।।

  • @rameshkoch2473
    @rameshkoch2473 2 ปีที่แล้ว

    Ufff ❤️❤️❤️

  • @KrishnaBorchetia
    @KrishnaBorchetia 2 ปีที่แล้ว

    মনত পৰে সৰুতে ককাৰ পকাচুলি উভালি পইচা পোৱা,আইতাৰ লগত গাঁওখন ফুৰিবলৈ যোৱা।সেই সময়ৰ কথাবোৰ ভালদৰে মনত নাই, কিন্তু দেউতাই কোৱা আগৰ কাহিনীবোৰ শুনি মন যায় ককা আইতাক আকৌ লগ পাবলৈ❤️আকাশত তৰা হৈ আমালৈ চাই থকা ককা আইতা কুশলে থাকক

  • @poojagogoi2132
    @poojagogoi2132 2 ปีที่แล้ว

    Oasis Daa apunar nisina koi.. akedore Tilpitha aru Mur Aaita ( mne Deotar maak ) ru ata modhur smriti ase... Aaita thakute protek tu Bihu r urukar dina aaitai tilpitha pure aru moi usrte bohi sai thaku aru gorome gorome maj maj ata duta khaboleo dia... Aaita jua aji bohut bosore hl....Hei Aaitar haat r tilpitha r ji huwad .. emnn tilpitha khaisu kintu atialoik aru kotu pua nai aru napamu sage .. jihetu aaitar haatr pitha asil..... *Baki Episode keitaar dore ajir episode tuo Awesome ... Aguai jaok #Onatar ... 💙

  • @parishmitanath7908
    @parishmitanath7908 2 ปีที่แล้ว

    ❤️❤️ xasaka vl lga apunar mat2

  • @nizoradas5348
    @nizoradas5348 2 ปีที่แล้ว

    Mr voice talukder first kthatu hol j tumar voice tu hunile montu kiba eta val lagi Jai o ru hahi tu koboi nalage jodiu tumak dekha pua najai but tumar hei udi dar fale sai mara hahitu feel koru...Ru oti hundar eti onusthan.... Khub val lage sai, jiman paru daily sabo try koru.... Keep going 🤗.. dher morom dy..

  • @swadhinatahazarika6093
    @swadhinatahazarika6093 2 ปีที่แล้ว

    5th sem Final exam soli ase , exam kaile , tothapi apunalukor podcast miss koribo nuwari buise ..... Best wishes to Onatar ♥️

  • @pubalihazarika1783
    @pubalihazarika1783 2 ปีที่แล้ว

    ❤Oasis daa

  • @d.p.experiment549
    @d.p.experiment549 2 ปีที่แล้ว

    Oasis da❤❤❤

  • @sushmitadutta1167
    @sushmitadutta1167 2 ปีที่แล้ว

    তিল পিঠা is best ❤️❤️...... Moiu khub vl pao khai........ Bihu আহি palehie....... Khbole roi asu ru 😊.......

  • @mumusworld9059
    @mumusworld9059 2 ปีที่แล้ว

    Mur kokak moi ketiao dekha nai but aitak xorur porai paisu .........but atiya ami blgt shift holu so bhut miss kru aitak🥺❤️........... Agote thanda dinot aitar lgt juir usort bohi bohi ktha patisilu ....... Maa papai gali dile ketiyaba aitar usort goi xui thaku ......bhut monot pre ei dinbur🥺 aji mur HS exam khtm aru kaile aitak log kribole jam🙂 .....btw vl lgil apunalukr ktha bur huni ...... mur u monot pri gol agr ktha bur🙂❤️

  • @dipshikhagogoi4702
    @dipshikhagogoi4702 2 ปีที่แล้ว

    Aji topic t anai ru putha ktha huni anaik pua hla aibr hla o sbaloi... Puthk plu alp dinr krna . Anaik moi dekha a nplu. Kin2 moi lucky buli vabo aita ru kokak moi haru pra palo . Koka 6month hl amk ari jua corona a taok loi gl amr pra .. Tao hospitalr pra ani thkuta ghar ahi napla he .. Hospital jua time t koisil hospital nila moi ghar npao he.. Katiyaba vabo jdi ninilo hoi ru kaidin mn thkil hoi sga
    Oasis da namti bridge khn thik hl 😄road2 kin2 atiya o br vl nhi