ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
গৰুক বেজি দি বিপদত অতুল বৰা। চিকিৎসাৰ ডিগ্ৰী নথকাকৈ পশুক অত্যাচাৰৰ অভিযোগ মন্ত্ৰীৰ বিৰুদ্ধে।
ฝัง
- เผยแพร่เมื่อ 13 ก.ค. 2024
- গৰুক বেজি দি বিপদত অতুল বৰা। চিকিৎসাৰ ডিগ্ৰী নথকাকৈ পশুক অত্যাচাৰৰ অভিযোগ মন্ত্ৰীৰ বিৰুদ্ধে। গোলাঘাট থানাত মন্ত্ৰীৰ বিৰুদ্ধে কৃষক মুক্তিৰ গোচৰ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
মন্ত্ৰী হ'লে অসমৰ নেতা বোৰ সৰ্বজান্তা হয়।
এজিপিৰ হাতী টো ক নে,পশু চিকিৎসক নাই, হাতী টো মৰো মৰো ২৬ নে পায়গৈ??
সত্য প্রমান হলে ৰেহাই নিদিব কাকো।।
মন্ত্রী চন্তীৰ কথা নাই, সাধাৰন জনতাই এনে কৰিলে যি শাস্তি পাই ইও পাব লাগে।
হা হা হা পাগল হৈছে ক্ষমতাই মুৰত ধৰিছে
কি এইবোৰ অ পাগল নেকি বাৰু অতুল বৰা বোলা বস্তুটো 🙄😳😡🤬
ঠিকেই কৰিছে 2026 চনৰ পিছত টো শেষ হোৱাৰ দিশে গৈ আছে
এইটোৱে মদ খাই আছিল চাগে 😅😅😅
একে জাতীয় চিন্তা আৰু কৰ্ম।
প্ৰচাৰ লাগে।
Arrest koribo lage
আগোন্তক দিনত এই সকলে আৰু বহুতো কৰিব নলগিয়া কাম কৰিব।জনসাধাৰণৰ পৰা সৰ্মথন পাবলৈ কৰিছে।
মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে।
অতুল বৰাও ভেটেৰীনাৰী ডক্তৰ"হল নেকি হল নেকি বাৰু?এইটো"বৰ হাস্যকৰ বিষয়।বৰ মূৰ্খ কৃষি মন্ত্ৰী দেই! আৰু কাম বিচাৰি নাপালে!
এনেকুৱা এটা মানুহ কৃষি মন্ত্ৰী।। নিজৰ জ্ঞান বুদ্ধি নাই।।।
Punishment dibo laga
Very good Diciason
সেই টো এটা বুৰবক
ই এটা জধা মূৰ্খ মন্ত্ৰী এপ্রণৰ সন্মান হানি কৰে
ৰাইজৰ পৰা বা: বা: ল'বলৈ বৃথা প্ৰচেষ্টা।
দিছপুৰ পশু চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন ৰত M.B.B.S.M.B.A ডিপ্লমা ধাৰী পশু চিকিৎসক ডক্টৰ অতুল বৰা বানপীৰিত অঞ্চল লৈ গৈ পশু পক্ষী সমূহক চিকিৎসা সেৱা আগবঢ়াই আছে 🚑🦽😆😆😆😆
এই জনক পশু চিকিৎসক ৰোপত বেয়া লগা নাই ।
Gurupiton diyog
Atul Borah original mental xoi
এই জন নেতা নে ?কি
তেওক বেজি দিয়ক অলগদ্ধ কৰবাৰ ।
গৰুৰ গৰাকীজনৰ হাতদুখন কোনোবাই বান্ধি থৈছিল নেকি?
আৰু কিমান নাটক কৰিব ডাঙৰীয়া
Practice korise Val hoise:: Condoctor😂😂😂🎉
Paglami neta hay bhay😮😮😮
কাম নাই কাৰণে সংগঠন বোৰে এনেকোৱাবোৰ বিচাৰি ফুৰে ।অতুল বৰাৰ বেজি দিয়া জন্তু বোৰ মৰিল নেকি ?নিশ্চয় পশুচিকিতসৰ পৰামৰ্শ নোলোৱাকৈ বেজিটো দিয়া নাই।
Vety Dr poribor dorkar nai. MLA Minister hole hokolu diploma pass.
কোনে কাক বেজী দিয়ে মানে নকও দিয়ক
গৰু পিটন দিব লাগে ।
Kaam tolea dotaman debo lagaaaa
Jatya cinta eii
একো বিপদত নপৰে ।।😅
✊✊✊✊✊✊✊✊✊
ITS A MISTAKE,AN INSULT
নাভূত নাস্ৰোত কাৰবাৰ ? 🤓😛🤓
গৰুজনী মৰিল জানো ??
😢😢😢🥺🥺🥺
Tak dekhile gahori jen lage
Aru porib be careful
Motri hobo pare,kintu goru doctor ketiarpora hol
Taku garuk diya beji diba lage
😂😂😂Dari nothoka ayi2😂😂😂
BJP neta aaina Sajan BJP hai to police hotel Vada captain police
ই নাটক কৰিছে।। ফটো লবলৈ।।। বেজী দিয়া নাই।।।
Asur rambhasur Barak tani Ani garuk dia baji duta tinitaman dile brain thik hoi jab.😅😅😅
Dr.gru 😂😂😂😂😂I 😂
😅😅😅😅😅😅😅
MATHA NAI
montria disa mori golau.aku nai momtria beji disa htu bht dangor kotha
MBBS sir
Kukur a sol pale gololoi jopiyae. Aibur tanai mamuli kotha o boloki thokatu. Agote nibonua hokolor honsthapon dibo pari naki haitu batori ga dai. Bare bare gabi akou dai. Fotua hupai ki gaise o?
এই খন এখন নাটক