ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অতি সুন্দৰ, শুনি আপ্লুত হলো....👌
জয়ন্ত হাজৰিকাৰ গীতটি বৰ সুন্দৰকৈ গাইছে । ভাল লাগিল গীতটি শুনি।
সুন্দৰ অসীম I ভাল লাগিল বহুতI
বহুত সুন্দৰ হৈছে দেই গীত টো।সুন্দৰ কণ্ঠ।PB MUSIC PUTUL BARUAH......
বৰ সুন্দৰ হৈছে জয়ন্ত দাৰ গীতৰ cover song ...যদি মই প্ৰশ্ন কৰো ...আপ্লুত হ'লো
অতি সুন্দৰ পৰিবেশন অসীম দা ।
বহুত ভাল লাগিল গীতটি শুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
সুন্দৰ... ভাল লাগিল
সুন্দৰ, তৃপ্তিদায়ক, মনজুৰুৱা
❤❤সুমধুৰ কণ্ঠ সুন্দৰ পৰিবেশন গীতৰ বাচনিও অতি সুন্দৰ
খুব সুন্দৰ! ৰাণাদাৰ কণ্ঠৰ দৰেই,একেই আনন্দ অনুভৱ কৰিলোঁ।
সুন্দৰ ভাল লাগিল ধন্যবাদ
অতি সুন্দৰ অসীম দা, আপোনাৰ পৰা এইধৰনৰ পৰিবেশন সদায়েই কাম্য। ভবিষ্যতৰ দিনবোৰত সুস্বাস্থ্যৰে সপোনবোৰ বাস্তৱায়িত হওক তাৰেই আশাত....
ইমান সুন্দৰকৈ গাইছা শুনিলে শুনি থাকিবৰ মন যায় আশিৰবাদ থাকিল তোমালৈ
অতি অনুপম আপোনাৰ গাযকী। কি আচৰিত সুন্দৰ।
সুন্দৰ পৰিবেশন বহুত ভাল লাগিল
Excellent 👌👌 , khub bhal lagil .
Superb singing ,excellent,
বৰ সুন্দৰকৈ গাইছে । সকলো গানেই জীয়াই ৰাখক ___
অতি সুন্দৰ
ইমান সুন্দৰকৈ গাইছে, মনটো ভৰি গল।🙏
Really
Nice presentation with perfect redention.
Khub dhuniakoi gaisa Ashim 👍
মন ভৰি গ'ল ! ইমান সুন্দৰ !!
Val lagil.
Wonderful... Love from BTAD. Udalguri.
The singer's voice is very melodious. I like all the songs sung by him .
বৰ ভাল লাগিল শুনি। আপোনাৰ গীতবোৰ এনেকৈ শুনি থাকিব পালে পাম ।
অতি সুন্দৰ অসীম, নিখুত. . . . .
বৰ ভাল গাইছ, বন্ধু ।
বৰ ভাল লাগিল 💜
খুউব ভাল লাগিল ৷
Too good dear
Voice is so appealing
❤""""""Excellent """"""❤️
অতি ভাল লাগিল।
Bor val lagil huni
Sweet voice dada
Quite impressive
👌👌👌👌👌👌
Please upload the song you TRIO sang in the prag cine award, i couldn't find it anywhere, please
ভাল গাইছে। কভাৰ পেজত জয়ন্ত হাজৰিকাৰ নামটো কিয় দিয়া নাই? তাৰ দ্বাৰা গীতটো গায়কজনৰ নিজা গীত বুলি বুজোৱা হয়, সেইটোকে কুম্ভীলক দোষ বুলি কোৱা হয়।
Nice
3:06 3:09 3:11