Mayamoy Rupali Jonak || Jayanta Hazarika || Cover Version || Chayanika
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- Original song credits:
Song: Mayamoi rupali jonak
Singer: Jayanta Hazarika
Lyrics: Dr. Nirmal Prabha Bordoloi
Tune: Jhony Juseph
Follow me on 👇
Facebook page: m.facebook.com...
Instagram: m.facebook.com...
শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয় আৰু এই গানটো ত আপোনাৰ কণ্ঠ ই বহুত ভাল লগা কৰি তুলিছে ।
কিছুমান গায়কে পুৰণি গীতবোৰ নতুনকৈ গালে গীতটো শুনাৰ প্ৰতি মানুহৰ যি ইচ্ছা সেইটো বেছি বঢ়াই দিয়ে আৰু কিছুমানে গালে গীতটোক অপমান কৰা যেনো লাগে । তুমি কিন্তু গীতটোক নতুন প্ৰাণ দিলা । বহুত ধুনীয়া কণ্ঠ তোমাৰ । তোমাৰ কণ্ঠত গীতটো শুনি গীতটো শুনাৰ ইচ্ছা মোৰ আকৌ বাঢ়িল । আগলৈ তোমাৰ কণ্ঠত ধুনীয়া ধুনীয়া গীত শুনিব পাম বুলি আশা থাকিল ।
ঠিক কৈছে।
Right 👍👍👍
অতি সুন্দৰ আৰু নিখুঁত কৈ গাইছা গানটো,, শুনিলে শুনি থাকিবৰ মান যায় ।
মাজনী বঢ়িয়া গাইছা, very fine .Go forward more in future.
শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয় আৰু এই গানটো ত আপোনাৰ কণ্ঠ ই বহুত ভাল লগা কৰি তুলিছে ।তুমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
কিমান বাৰ শুনি আছোঁ আমনীয়েই নালাগে চোন। অচিন এক সোৱাদ আছে আপোনাৰ কণ্ঠত।
ইমান সুন্দৰ ভাবে ৰাণা দাৰ (স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ) গীত গাই তুমি তেখেতক সন্মান জনোৱাৰ বাবে তুমাক অনেক ধন্যবাদ দিলো। অসমীয়া সংগীত জগতত সুৰ আৰু কণ্ঠৰ অদ্বিতীয় সম্ৰাট জয়ন্ত হাজৰিকা । ভন্টি, তুমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
চয়নিকা বৈশ্য তোমাৰ কণ্ঠ বৰ সুন্দৰ ।
Bahuuuut Dhuniya hoise 😘😘😘😘😘
Baa apuni kanihat je ahote moi je aponar logot eikhoni gaon gantu gaisilo monot asene aponar
Baa aponar numberto dibo niki
খোওব ধুনীয়া হৈছে চয়নিকা। আগুৱাই যোৱা তাৰেই কামনা কৰিলো।
Bohut bohut subheishya thakilil...😊
Bor dhuniya huoise baideu
Bahut val lagil. Aru aguai jua.
সুন্দৰ কণ্ঠ ভাল লাগিছে শুনি
সুন্দৰ 👌👌
হয়। এই পুৰনি গীতটোক তুমি নতুন প্ৰাণ দিয়া যেন ভাল হল। ধন্যবাদ থাকিল তোমালৈ, ভাল গাইছা
কি কম তোমাক বহুত বহুত বহুত শুভেচ্ছা জনালোঁ
Duniya Lagil Dai .........
সুন্দৰ পৰিবেশত,ইমান সুন্দৰ কৈ গালে গীতটি! ক'বলৈ ভাষাই নাই।হৃদয় চুই গ'ল। নেদেখা জনক শতকৌটি প্ৰণাম জনাইছোঁ ইমান সুন্দৰ কন্ঠ এটা আপোনাক দিছে। বহুত বহুত আন্তৰিক ধন্যবাদ ও শুভেচ্ছা জনালোঁ।🙏
বৰ সুন্দৰ হৈছে সফল হোৱা সূভকামনা থাকিল
Dhuniya val lagise ata bihu song gaba mja lagib
Asei mor channlt..bisarile pai jabo
O baa tumar voicetu bohut dhuniyao👌
Bóhut val lagise
কবলৈ ভাষা হেৰাই গৈছে মোৰ । শুনি আমনী নালাগে এই বিলাক গীত।তাতে তোমাৰ কন্ঠত ।মোৰ কলেজৰ দিন বিলাকত এই গীত বিলাক গাই বহুত সমাদৰ পাইছিলো।তোমাক এবাৰ লগ পাবলৈ আশা আছে।
Apunar voice ❣️❣️❣️❣️ baa apuni aguwai jaok....
সুন্দৰ
গীত সমূহ শুনি আপ্লুত হৈছোঁ। কালি প্ৰথম সামাজিক মাধ্যমত শুনা পাইছোঁ।
Xuni Val lagil baa Aguai juwa💞
Moja de
Bohut val lagel👌
মনপৰশা হৈছে
বৰ সুন্দৰ গীত ভাল লাগিল শুনি
Bahut bahut bhal
🙏🙏🙏💗💗💗💗Husakoi........bohut val lagil.....
,val lagil. mayabini ratir bukut pam buli akha korilo
Hundor hoise
বৰ লাগিল।
Dhunia...ganor basoni tu aru val.
সুন্দৰ বা৷
Bhal lagise keep going 👍👍👍👍
বৰ সুন্দৰ👌
Khub hundar gaan old is gold
Xunnddorr Poribexon 👌👌👌👍👍🌹🎤🌹
Hundar kantha
Bohut. Dhuniya.
Chayanika, sochai tumi bor dhunia singers, tomer gaanbor shuni thakileo amoni nalage aru dhubo dangoria Aponak imaan bhal lage jaana ---
এইবিলাক গীত বহুবাৰ বা বহুত শিল্পীৰ মুখত শুনিছোঁ। কিন্তু তোমাৰ মুখৰ কণ্ঠত আছে অন্য এক বিলৰ জাদু। বহুত বহুত ধুনীয়া লাগিছে আৰু আগবাঢ়ি যাওঁক তাৰে কামনাৰ কৰিলোঁ। নেমৰাছঙ
bhal gaisa. aguwai jua.subhessa gyapon korilu.
Bohut bar hunilu dei...emn dhunia Hur❤️
Sumadhur kantha mor ati priya geet tumi aru aguai joa
Val lagil gantu val gaisa
Oti sundor...tumar gaan original Jen lage...Tumi aguwai juwa...
Nice voice aru amr nalbarir gowrob tumi aru tumi aguai jowa tare kamona krilu
বহুত সুন্দৰ।
❤❤❤❤Awes❤me....
Fabulous.....
Baidew very very nice
Pure Assamese beauty
xundor kontho aguai jua aru. god bless you
Very good 👍👌 keep it up..
premot pori golo 💖💖💖
Excellent.go ahead.
Very niece
Iman dhunia gaise.. Mur bohut val lage xuni
Uff daat keita bor dhuniaa uff...🤗
Ufff....ki j kontho....mind blowing singing...carry on...keep it up.....
Chayanika baa apunar voice2 bhut dhuniya apuni aru aguai jaok baa👍☺️☺️
অপূৰ্ব
Chayanika bahut val hoise. .aguwai jowa. .❤
অপূৰ্ব।।।।উফ ভাষাহীন।।।
হিয়া দিয়া নিয়া৷মজা মজা
Tumar gaan bur huni bohut bhal lage, Luna sonowal r 2timan gaan gaboloi anurudh jonalu
Dhunia...bakikhini raije bisar koribo.
সুন্দৰ কন্ঠ । উজ্বল ভবিষ্যত কামনা কৰিলো ।
খুউব সুন্দৰ ।আৰুআগবাঢ়ি যোৱা।
বহুত ধুনীয়া গাইছা....সুন্দৰ কণ্ঠ....লগতে গান বাচনি খুবেই ভাল....
bohut dhunia lagil baa🥰🥰💝💝💯💯💯
সুন্দৰ শুৱলা।
Beauty
Your song selection is marvelous, Chayanika. Keep it up.
সুৰ সম্ৰাট জয়ন্ত হাজৰিকা দেৱৰ গীত এই পৰ্যায়ত গোৱাটো তোমাৰ কৃতকাৰ্য্যতা
Apuni amak gaan xikabo nk ❤️
Excelent
Superb
স্পৰ্শ কৰিলে হৃদয়
ধুনীয়া হৈছে 👌👌👌👌👌
Thanks for giving such soulful cover.xosai dhuniya
Khundor gaishe moiu apunar kothot khukhi holu
Dhuniya voice logote bohut dhuniya 2mi dee
বহুত ভাল লাগিছে...তোমাৰ কন্ঠত যাদু আছে..👌👌👌😘😘😘👍👍👍
Excellent !!!
Excellent
আগুৱাই যোৱা।তোমাৰ কণ্ঠত গীত শুনি ভাল লাগে।
সুন্দৰ পৰিবেশন!
Perfect awesome
Really u have that basics of each and everything now my daughters it reflected pl. Go on
ভালেই লাগিছে৷ এটা কালজয়ী গীত৷ কণ্ঠ অতুলনীয়৷ জয়ন্ত হাজৰিকাৰ গীতৰ মায়া সুকীয়া৷ একম অদ্বিতীয় ৷
Bhut dhuniya
বহুত বহুত ভাল লাগিল।
বহুত বহুত ভাল গাইছে
সদায় শুনিও হেপাহঁ নোপোলায় গানটো। বহুত ধুনিয়া হৈছে বাইদেউ।
Bohut dhuniya