মাকু টনা ৰচী ডাল কেনে দৰে বন্ধা হয় ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • প্ৰগতি_Dhandloom way
    Handloom product shall&
    weave related video

ความคิดเห็น • 13

  • @jiyanapegu6258
    @jiyanapegu6258 2 ปีที่แล้ว +1

    Thq so much.....❤mur requires kora video 2 diyar babe..........🥰

  • @prakashchetia3400
    @prakashchetia3400 ปีที่แล้ว +1

    Mur hmoisa tu homadhan hol..dhynobad apunaloi

  • @bondanaborah3264
    @bondanaborah3264 ปีที่แล้ว

    ভাল লাগিল

  • @binodmoran1952
    @binodmoran1952 ปีที่แล้ว

    আপোনাৰ প্ৰতিটো video চাওঁ ৷ আপুনি ধুনীয়াকৈ শিকাই ৷ কিন্ত বাইদেউ , আপুনি তাঁতশালৰ কোনো এটা অংশ বা সঁজুলিৰ নাম নকয় ৷ কিয় ? ? ? আপুনি কেৱল এইটো সেইটো এনেকে হেনেকে বুলি কৈ যায় আপোনাৰ নিজৰ ভাষাত ৷ কিন্ত বাইদেউ , এখন তাঁতশালৰ প্ৰতিটো অংশ বা সঁজুলিৰ এটা সঠিক জোখমাখ আৰু ভিন্ন অংশৰ ভিন্ন নাম থাকে চাগৈ ৷ আপুনি নাজানে নে নকওঁ বুলি নকয় ৷ নাম বিহীন তথা জোখৰ বিহীন ভাৱে শিকিবলৈ অলপ অসুবিধা হয় ৷ মোৰ নিজৰ কথাকেইটা ক’লোঁ বেয়া নাপায় যেন ৷ এনেধৰণৰ video আগবঢ়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনালৈ ৷

    • @Aditihandloomcottage
      @Aditihandloomcottage  ปีที่แล้ว

      Video চোৱাৰ বাবে ধন্যবাদ। Next video প্ৰতিটো সঁজুলি নাম কবৰ চেষ্টা কৰিম।

  • @HasanAli-kc1kd
    @HasanAli-kc1kd 2 ปีที่แล้ว

    Hi

  • @gcvlogs1394
    @gcvlogs1394 2 ปีที่แล้ว

    Najana khakolor babe xahai hbo

  • @HasanAli-kc1kd
    @HasanAli-kc1kd 2 ปีที่แล้ว

    puro kaj dhekhan