UXAAHOR TAAN • উশাহ • ANURAG BARUA | HIRU PABAN | INDRANIL GAYAN • Nocturne Music | Design Store

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • 𝗔𝗨𝗗𝗜𝗢 𝗖𝗥𝗘𝗗𝗜𝗧𝗦
    Vocal : Anurag Barua
    Music Direction / Production : Hiru Paban
    Lyrics : Indranil Gayan
    Composition : Anurag & Hiru Paban
    Flute : Nibir Dev Sharma
    Harmonium : Prabal Deka
    Sitar : Sayantan Banerjee
    Mix-Master - Nishant P Das
    Subtitles : Himagni Gogoi
    Recording Engineers : Bedashis Sharma, Hiru Paban
    __________________________________________
    𝗩𝗜𝗦𝗨𝗔𝗟 𝗖𝗥𝗘𝗗𝗜𝗧𝗦
    Artwork : Khanjan Saikia
    Animation & Editing : Pulak Jyoti Saikia
    Video Direction & Storyboarding : Kaju Gayan
    Calligraphy : Pranjit Sungmai
    ___________________________________________
    𝗦𝗧𝗨𝗗𝗜𝗢𝗦
    Recording Studio : Sangeet Audio Lab (Nagaon)
    Studio Legacy (Guwahati)
    Mixing Studio : MixTime Studio (Mumbai)
    Visual Studio : Design Store (Nagaon)
    ___________________________________________
    𝗟𝗬𝗥𝗜𝗖𝗦
    এইটো এটা গীতৰ কথাঃ
    এই যে
    এই যে আমি ঘৰা ঘৰি হৈছোঁ
    ইখন হাতে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছোঁ
    এই যে বাৰে বাৰে
    কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ
    এই যে বাৰে বাৰে
    একো নোকোৱাকৈ দুগালত এটা সাধু লিখিছোঁ
    চকুৰে নেদেখাকৈ
    চকুলৈ নোচোৱাকৈ
    এই যে পাৰ হৈ আহিছোঁ
    এখন হাত
    আন এখন হাতলৈ
    ইখন হাতে
    সিখন হাতক
    চুই চাবলৈ হাহাকাৰ কৰিছোঁ
    পুৰণি গান এটা বাজি শেষ হৈ যোৱা ৰাতিটো
    কি এই উশাহৰ টান !
    উজাগৰি নিশা কটাও
    সেই সুৰকে গুণগুণাই....
    এইটো এটা গীতৰ কথা....
    SUBTITLES
    This is a phrase of a song
    Just how.. just how…we parted our ways
    One hand reaching out to another,
    My fervour is screaming to touch you!
    Just how…again and again
    Without a piece of paper
    I am writing a letter to you
    Just how…again and again
    Without uttering a sole word
    I am penning down a tale on my cheeks
    Unaccompanied by the glance,
    without looking into your eyes
    Just how…I am traversing
    Just how…I am traversing
    One hand to another…
    One hand reaching out to another,
    My fervour is screaming to touch you!
    An ancient song in the air, played till the end
    The slumber of last night draped me to breathlessness
    The night remained long, wide awake without a blink
    Persisted me in humming that very tune
    This is a phrase of a song
    Just how.. just how…we parted our ways
    One hand reaching out to another,
    My fervour is screaming to touch you!
    ___________________________________________
    𝗖𝗢𝗡𝗡𝗘𝗖𝗧 𝗪𝗜𝗧𝗛 𝗨𝗦
    Hiru Paban:
    / stoic_resilience
    Anurag Barua:
    ...
    Indranil Gayan:
    ...
    Praball Deka:
    ...
    Nibir Dev Sharma :
    ...
    Sayantan Banerjee:
    ...
    Nishant P Das:
    ...
    Himagni Gogoi:
    / himagni_gogoi
    Kaju Gayan:
    ...
    Pulak Saikia:
    ...
    Khanjan Saikia:
    ...
    Pranjit Sungmai:
    ...
    Nocturne Music • Sound:
    ...
    Design Store:
    ...
    MixTime Studio:
    ...

ความคิดเห็น • 1.8K

  • @nmhp111
    @nmhp111  7 หลายเดือนก่อน +239

    আমাৰ এই গীতটিক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ!! আমি কৃতজ্ঞতাবদ্ধ ❤
    We are overwhelmed by the love we have received from you! We are grateful!
    Keep your blessings coming.... ❤️
    We'll try to do better ....
    - উশাহ

    • @dreamdiary8012
      @dreamdiary8012 6 หลายเดือนก่อน +1

      Jio Saavan t ase neki gaan tu ?

    • @manashfluteofficial
      @manashfluteofficial 5 หลายเดือนก่อน +2

      Ufff 🥹❤️ki dhuniya o ❤️

    • @manashfluteofficial
      @manashfluteofficial 5 หลายเดือนก่อน +2

      Ufff ❤️🥹ki dhuniya

    • @kakalikalita579
      @kakalikalita579 5 หลายเดือนก่อน +4

      শব্দহীন হৈ পৰিছো।কৰুণ যদিও কিবা যেন এক মিঠা অনুভৱ ।

    • @itsmdofficial3983
      @itsmdofficial3983 5 หลายเดือนก่อน +1

      Muk o aber gaan gabo duba ne

  • @konmoinacreation8894
    @konmoinacreation8894 ปีที่แล้ว +150

    নতুন প্ৰজন্মৰ এনে সৃষ্টিত ভাগৰুৱা কলিজাই ঠন ধৰি উঠে।শুনি শুনি বুকুৰ ভৰাল টকীয়াল কৰিবলৈ মন যায় এনে যাদুকৰী শব্দ শিল্পৰ অপূৰ্ব সুৰ লয় তালৰ মেহফিলত। বাস্তবিক জীৱনৰ চৰম সত্যতাক ইমান নিখুঁতভাৱে গীতটোত তুলি ধৰিছে অভিভূত হৈছোঁ।এই যাত্ৰা সুদূৰ প্ৰয়াসী হওক। অসমীয়া সংগীতক এনে নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজৰে জনমানসৰ মাজলৈ লৈ অনাৰ যি অভিনৱ কৌশল ই সঁচাকৈয়ে যুগান্তকাৰী সূচনা।

    • @nmhp111
      @nmhp111  ปีที่แล้ว +2

      বহুত বহুত ধন্যবাদ ❤️

    • @PaporiSaikia-i4q
      @PaporiSaikia-i4q 4 หลายเดือนก่อน

      ❤❤

  • @nangsikhamonigogoi9554
    @nangsikhamonigogoi9554 ปีที่แล้ว +45

    Uffff❤🥺
    চকুৰে নেদেখাকৈ, চকুলে নোচোৱাকৈ
    এই যে পাৰ হৈ আহিছো 🥺🥀
    লিখোতে বৰ কষ্ট হৈছিল চাগে 🥺।

  • @arupkalita644
    @arupkalita644 ปีที่แล้ว +12

    Uff ককাইদেউ কি কম শুই উঠি wp ৰ status pai youtube t ahi golu কাণত headphone লৈ বহুত বাৰ শুনিছোঁ ৰাতিপুৱাই বহুত ধুনীয়া গান এটা শুনিবলৈ পালোঁ

  • @Xyz-n5x
    @Xyz-n5x ปีที่แล้ว +70

    যাৰ নেকি pure music taste আছ এইটো গান সিহঁতৰ বাবে। উফফ ❣️

  • @gohinsutradhar8909
    @gohinsutradhar8909 7 หลายเดือนก่อน +30

    আজি শুনিছোঁ। কি কম ভাষা নাই কবলে ইমান ধুনীয়া গীত ❤

  • @Siddharth-i6b
    @Siddharth-i6b 8 หลายเดือนก่อน +23

    ভৱিষ্যতে এইটো এটা কিংবদ্তীত পৰিণত হব❤

  • @janmoninath2122
    @janmoninath2122 ปีที่แล้ว +41

    ইমান ধুনীয়া কথা,কন্ঠ,সুৰ
    একদম সুৰীয়া সমাহাৰ।
    বাৰে বাৰে শুনিছোঁ,শুনি আমনি নলগা সৃষ্টি।❤

    • @thekaaju
      @thekaaju ปีที่แล้ว +2

      Thank You so much from team "Uxaah" 🙏

  • @binitaphukan994
    @binitaphukan994 6 หลายเดือนก่อน +14

    আপোনজনক হেৰুৱাই গোটেই গানটোত নিজকে বিচাৰি পালো। চুই গল

  • @SharatGogoiOfficial
    @SharatGogoiOfficial ปีที่แล้ว +80

    Kisu dhuniya ♥️

  • @NAB2405
    @NAB2405 ปีที่แล้ว +4

    এই যে ৩ মাহ পাৰহৈ যোৱাৰ পিছত গীতটো সম্পূৰ্ণৰূপে শুনা আৰু অতদিনে গানটোৰ পৰা আঁতৰত থকাৰ অস্বস্তি খিনিৰ লগত যুঁজকৰা সময়খিনি বৰ কষ্টকৰ,
    সাধাৰণ যেন লগা এটা সৰু শব্দৰ ইমান অসাধাৰণ অৰ্থই শ্ৰোতাবন্ধুৰ মন কাঢ়িছে, ঘৰৰ পৰা দূৰৈত পৰিস্থিতি সুত্রে আঁতৰি থকা লোকসকলৰ হৃদয়ৰ এটা চুকত শোক এটাই খুন্দিয়াই গৈছে,, ইয়াত লিখা "হাত " শব্দটোৱেও মায়ে খুৱাই দিয়া ভাত কেইটালৈ মনত পেলাই, প্ৰিয়জনৰ সহযোগৰ কথা সোঁৱৰাই, আকৌ দেউতাৰ মৰম বোৰৰ কথা সোঁৱৰাই...
    বৰ ধুনীয়া লাগিল হৃদয়ত সযতনে সাঁচি থ'লো,
    শুভকামনা সকলোলৈ ✨🍂🖤

  • @sudiptamedhi8359
    @sudiptamedhi8359 ปีที่แล้ว +3

    Ontor sui goise..
    Bro aguwai juwa ...

  • @GreatManofAssam
    @GreatManofAssam ปีที่แล้ว +13

    এই যে বাৰে বাৰে
    কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ ❤❤❤
    উফ: ইমান ধুনীয়া গান শুনিবলৈ পাই ধন্য হৈছো ❤❤❤🥰🥰🥰

  • @ritumoniborah3981
    @ritumoniborah3981 6 หลายเดือนก่อน +2

    Uffffff❤.. কেনেকৈ যে প্ৰকাশ কৰো আবেগ বোৰ।

  • @AnuragGogoi-dm4jy
    @AnuragGogoi-dm4jy ปีที่แล้ว +9

    ইমান সুন্দৰ গীতৰ ধাৰা আৰম্ভ হৈছে !
    বাৰে বাৰে শুনিছোঁ ,
    সোঁতত উটি নোযোৱা এই ধাৰাটোক গায়কে ধৰি ৰাখক ৷
    আপ্লুত হৈছোঁ , শুভকামনা জনাইছোঁ

  • @nikumonisonowal5680
    @nikumonisonowal5680 ปีที่แล้ว +2

    Uffff geet r pratitu xobdo aru konthoi hriday sui goise💙💙❤❤💙💙. Geet tu bisari bisari pagol hoi goisilu.

  • @KULDEEPSUMANMUSICAL
    @KULDEEPSUMANMUSICAL 5 หลายเดือนก่อน +21

    বৰ সুন্দৰ গায়কী তোমাৰ । অসমীয়া সংগীত এয়াহে । এতিয়া আৰু চিন্তা নাই ।ভৱিষ্যতে অসমীয়া সংগীতৰ ভাল দিন নিশ্চিত । তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @swopnamkashyap
    @swopnamkashyap 7 หลายเดือนก่อน +3

    Uff হৃদয় চুই গৈছে ❤❤ইমান সুন্দৰ লিখনি সুন্দৰ কন্ঠ সুন্দৰ সংগীত ব্যৱস্থাপনা❤❤ ধন্যবাদ ইমান ধুনিয়া গীত এটা উপহাৰ দিয়াৰ বাবে 😊😊

  • @thekaaju
    @thekaaju ปีที่แล้ว +7

    Thank you all for your appreciation & kind words 💕 It means a lot to us ❤ Do share with your friends & families ❤ and please subscribe the channel for upcoming songs ❤️

  • @Barnu__pb
    @Barnu__pb ปีที่แล้ว +5

    গোটেই দিনটো ভাগৰি থকা পিছত যেতিয়া TH-cam এনেকুৱা masterpiece suggest কৰে তেতিয়া অৱশাদ আতৰি যায়❤

    • @thekaaju
      @thekaaju ปีที่แล้ว

      Thank you so much from team "UXAAH" ❤

  • @amritadeka9043
    @amritadeka9043 ปีที่แล้ว +11

    বহুত ভাল লাগিল। "উশাহৰ টান" যেন বুকুৰ মাজত কঢ়িয়াই ফুৰা অথচ অব্যক্ত এটি বাঙ্ময় সাধুকথা... সুৰ আৰু শব্দৰ যাদুকৰী সংমিশ্ৰণত ইমান সুন্দৰকৈ জী উঠিছে সেই নোকোৱা অনুভৱৰ কথা...👌👌

    • @nmhp111
      @nmhp111  ปีที่แล้ว

      অশেষ ধন্যবাদ ❤️

  • @bablugohain547
    @bablugohain547 11 หลายเดือนก่อน +2

    Humodhur uff ❤️ hokulure babe nohoi ene gan limited personr babehe thanks emn dhunia gan eta upohar diyar babe❤

  • @palashjyotibora2175
    @palashjyotibora2175 ปีที่แล้ว +18

    অবিশ্বাস্য!!! অসমীয়া সংগীতত এটি অপূৰ্ব, অনন্য সংযোজন৷ কথা, কণ্ঠ, সুৰ, সংগীতৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ অন্তৰাত্মাক প্ৰশান্তি দি গ’ল৷ ❤❤❤

  • @anamikasaikia9066
    @anamikasaikia9066 6 หลายเดือนก่อน +3

    হৃদয় চুই যোৱা এটি গীত। বাৰে বাৰে শুনিয়ো যে আমনি লগা নাই।

  • @ahomaxom8416
    @ahomaxom8416 ปีที่แล้ว +8

    ভাল লাগিল।।
    আশা কৰোঁ এনেকুৱা অন্তৰ চুই যোৱা গান আগন্তুক দিনত শুনিব পাম বুলি।।
    মাৰ্ঘেৰিটা ♥️

  • @gauravdas2620
    @gauravdas2620 6 หลายเดือนก่อน +2

    Bohut dhunia bohut besi dhunia ❤

  • @MantuBhuyan-w9c
    @MantuBhuyan-w9c ปีที่แล้ว +3

    বাৰে বাৰে শুনিছো..Next level

  • @nanditamedhi4639
    @nanditamedhi4639 ปีที่แล้ว +2

    Kiman dinor pora bisri asu gaan tu aji plu ..bht dhunia❤️❤️❤️

  • @nspnsp6212
    @nspnsp6212 2 หลายเดือนก่อน +6

    Uff ki gaan ..kaibr xunilu ..hisap a nai ..tr pistu amoni loga nai ...❤❤

  • @arindamartgallery1671
    @arindamartgallery1671 10 หลายเดือนก่อน +2

    Hridoi Sui goise and lyrics bur ufff ❤

  • @Wisdom_870
    @Wisdom_870 3 หลายเดือนก่อน +3

    What a song 😍 I've never heard any song in this genre in Assamese. Now I can proudly say that Assamese music is in safe hands ❤❤

    • @Decodezone13
      @Decodezone13 3 หลายเดือนก่อน

      True 👌🏻👌🏻🥰

  • @Heemuu0
    @Heemuu0 6 หลายเดือนก่อน +3

    Ajiu ei gaan tu amoni ba purona jen anubhav nhoi othosa notun aru kiba ata vhal lagi jai hridoi sui jai ,, masterpieace❤😊

  • @borosaborah888
    @borosaborah888 ปีที่แล้ว +10

    উফ্....কেনে ধুনীয়া গীত❤❤❤ বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই। বহুত বছৰৰ পিছত এনেকুৱা মনটোক শান্তি দিয়া কণ্ঠ শুনা যেন লাগিছে ।শব্দৰ গাঁঠনি এনেই ধুনীয়া হৈছে....তাতে কণ্ঠটোত প্ৰাণ পাই শুৱগা চৰাইছে!ধুনীয়াতকৈও বহুত বেছি ধুনীয়া হৈছে গানটো....বুজাবলে ভাষা নাই সঁচাকৈ কিমান ধুনীয়া হৈছে!! Drums ৰ entry টোযে....কেনেকুৱা এটা perfect time ত হৈছে.....তাৰ বাবে কিবা এটা বেলেগ স্তৰ পাই গৈছে গানটো । Animation এ গানটোক আন এক উচ্চ স্তৰলৈ লৈ গৈছে । 'হাহাকাৰ' শব্দটোৱে সঁচাকৈ হাহাকাৰ লগাই দিছে! মন মগজু শাঁত পৰি গৈছে । আৰু এনেকুৱা গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰা❤❤❤❤❤

    • @nmhp111
      @nmhp111  ปีที่แล้ว +3

      বহুত বহুত ধন্যবাদ! এইয়াই আমাৰ সাহস! Thank Youuu ❤️
      আৰু হয়... উশাহ এটি album... এইটো তাৰ প্ৰথম গীত... আৰু চাৰিটা গীতৰ কাম চলি আছে.... Please do consider subscribing our channel if you enjoyed our work ❤️❤️

    • @borosaborah888
      @borosaborah888 ปีที่แล้ว +2

      Eagerly waiting for the other songs of the Album😍😍😍😍😍😍 Already subscribed and shared. Best wishes to the whole team❤❤❤

    • @anuragbarua0102
      @anuragbarua0102 ปีที่แล้ว

      Thank you so much ❤❤❤

  • @jitumanideka9463
    @jitumanideka9463 ปีที่แล้ว +3

    Xosai e khub dhuniya

  • @jhulanjyoti5122
    @jhulanjyoti5122 ปีที่แล้ว +4

    গীতৰ কথা কেইটা, গায়কী ,সুৰ ,সংগীত ব্যৱস্থাপনা অনুপম।
    ধুনীয়া# লাকু দা

  • @ConfusedJapaneseMaples-by8lv
    @ConfusedJapaneseMaples-by8lv 9 หลายเดือนก่อน +2

    Gutei dintu xunilu , xomy palei xunisu . Asorit ke mon sui goise geet tu .❤❤❤❤❤

  • @jyotikadekamusicworld3003
    @jyotikadekamusicworld3003 ปีที่แล้ว +6

    একেবাৰে হিয়া শাঁত পৰি গৈছে গায়কৰ কণ্ঠ, সুৰ, মিউজিক৷ কথাখিনিয়ে অন্তৰ চুই গৈছে ৷ অতি সুন্দৰ ৷ হাৰমনিয়ামৰ ব্যৱহাৰে গীতটি আৰু অধিক সুন্দৰ কৰি তুলিছে ৷ বৰ ধুনীয়া বজাইছে👌

  • @WSWxOGGY
    @WSWxOGGY 6 หลายเดือนก่อน +3

    Ghopok koi ulaisile geet tu.. Rokhai thoi dise.. Bohut dhuniya lagile❤

  • @surajchetia9988
    @surajchetia9988 ปีที่แล้ว +3

    Mon sui gol ❤

  • @nilmaytalukdar
    @nilmaytalukdar 9 หลายเดือนก่อน +2

    Bya ke premot porilu gaan tur.. bare bare xuniu amoni nologa hol..
    Ufff❤❤❤

  • @trailokyakashyap5147
    @trailokyakashyap5147 ปีที่แล้ว +5

    বহুত সুখী । কেনে পালোঁ বুজাই কবলৈ কেতিয়াবা শব্দ নাথাকে

  • @TroilukyaNath
    @TroilukyaNath 6 หลายเดือนก่อน +2

    Ufff❤❤ সুন্দৰ কন্ঠ ❤

  • @nripankarbairagi-gu4rs
    @nripankarbairagi-gu4rs ปีที่แล้ว +6

    Excellent.bhal lagil.sundar.mantu bhal lagil gantu suni.lakue dhunia likhisa.good singing.

  • @deepjyotichoudhury1019
    @deepjyotichoudhury1019 4 หลายเดือนก่อน +1

    উফ!!!!
    কি গান। অসমীয়া সংগীতৰ নতুন সোৱাদ, নতুন সম্পদ।।
    উশাহে হৃদয় কঁপাই তুলিছে!!!!
    কৰুণ যদিও মিঠা অনুভৱ।।
    যোৱাকালিৰ পৰা শুনিয়েই আছোঁ শুনিয়েই আছোঁ, আমনি লগা নাই।
    এনেধৰণৰ অনেক সৃষ্টিৰ আশা ৰাখিলো।

  • @kaushikbaruah9522
    @kaushikbaruah9522 ปีที่แล้ว +50

    কিছুমান গান কেৱল গান হৈ নাথাকে, হৈ পৰে এজন মানুহ। আমাক বুকুত সাৱটি লৈ নিচুকাব পৰা মানুহ। এই গীতটোও ঠিক তেনেকুৱাই। শুভকামনা হীৰু ❤️ এনেকৈ আৱৰি ৰাখা সদায়।

    • @nmhp111
      @nmhp111  ปีที่แล้ว +2

      বহুত বহুত ধন্যবাদ, কৌশিক ❤️❤️

  • @heifoodies3602
    @heifoodies3602 11 หลายเดือนก่อน +2

    এই গানটোত আবেগটো অলপ সুকীয়া.....কেতিয়াও শব্দৰ ৰূপ নোলোৱা মোৰ মনৰ ভাববোৰ চকুপানী হৈ যায় এই গানটো শুনিলে.....I often heard this song in the background while talking to him on the phone.. but....... Now I play this and cry...…(Bu)

  • @didrikshahandique7087
    @didrikshahandique7087 8 หลายเดือนก่อน +4

    This song became my addiction now a days❤ why these lyrics are so soothing 😭❤

  • @luhitchutia9525
    @luhitchutia9525 11 หลายเดือนก่อน +2

    মনৰ প্ৰশান্তি। বিজতৰীয়া কিছুমান সুৰত অভ্যস্ত আমাৰ সংস্কৃতিত নতুনত্বৰ সংযোজন। হাতত চাহ কাপ লৈ শুনি আছো আৰু শুনি যাম.....

  • @Bhagyashree__077
    @Bhagyashree__077 ปีที่แล้ว +4

    উফ্!কন্ঠয়ে হৃদয় জিকিছে🥺❤
    গানটোৰ মাজৰ এফাঁকি আজি শুনিছিলো কাৰোবাৰ Status ত কিমান যে বিছাৰিছো সকলোতে নাপাওঁ হে নাপাওঁ,কিমান বাৰ যে Search কৰিছো মাজৰ যি অকণমান শুনিছিলো ঠিক নাই,অৱশেষত পালো🥺❤

  • @bhabenmedhi6945
    @bhabenmedhi6945 11 หลายเดือนก่อน +2

    Bohut dino r pisot bhal gan eti xunilu, aji bohut bar xunilu, everything is perfect ❤ enekuwa aru bhal bhal geet xuniboloi pam buli axa thakil. Gan tur logot jorito xokoluke xuvessya jonalu.

  • @vupalibaishya-q4k
    @vupalibaishya-q4k 7 หลายเดือนก่อน +3

    হাজাৰ বাৰ শুনিলেও যেন মনটোৱে আকৌ কয়..আৰু এবাৰ ❤.. outstanding 🫶🏻✨

  • @donsonowal9588
    @donsonowal9588 ปีที่แล้ว +1

    Bare bare hunisu.. Atiau huniai asu... Eman j dhuniya gan.. Waooo....

  • @himadrihazarika9334
    @himadrihazarika9334 ปีที่แล้ว +8

    বাৰে বাৰে শুনিছোঁ।।।।নিজৰেই এটা যেন অপ্ৰকাশিত কাহিনী।।।।যাক কোৱা নাযায় ।।।।চুই চাব ও নোৱাৰি অথচ অনুভৱৰ দোলনিত দুলি থাকে অহৰহ

    • @thekaaju
      @thekaaju ปีที่แล้ว

      ধন্যবাদ 🙏

    • @samiranborah2683
      @samiranborah2683 5 หลายเดือนก่อน

      সচাঁই অ ..হৃদয় ও উচুপে মাজৰাতিৰ প্ৰকৃতিৰ নিস্তব্ধ বুকুত

  • @শইকীয়াদাদৰং
    @শইকীয়াদাদৰং 6 หลายเดือนก่อน +1

    ইমান ধুনীয়া ইমান মৰম উফ সচাই বৰ ধুনীয়া ❤️miss u paa সচাঁই চুই চাব হাঁহাকাৰ কৰিছো গানটো শুনি😔❤️

  • @melophile30
    @melophile30 8 หลายเดือนก่อน +3

    Can't believe. Such a masterpiece creation 😍 speechless ❤ l have already failed to count on how many times I've listened to this masterpiece ❤

  • @girinphukon639
    @girinphukon639 6 หลายเดือนก่อน +1

    উফফ...ইমান ধুনীয়া গীত.. ❤❤শব্দ বিহীন..........❤❤

  • @purabivlogs9590
    @purabivlogs9590 2 หลายเดือนก่อน +3

    Kene masterpiece 🥺❤
    Valpua manuh ajnor ovabot dedicated korib nuwariluu 🥹

  • @mggamer364
    @mggamer364 ปีที่แล้ว +2

    Akdom dhuniya lagile ❤

  • @bondanaborah7798
    @bondanaborah7798 5 หลายเดือนก่อน +5

    উফ্ কিবা এক বেলেগ শান্তি আছে, প্ৰতিটো শব্দক অনুভৱ কৰিছোঁ।

  • @akashnilgogoi905
    @akashnilgogoi905 4 หลายเดือนก่อน +3

    গান টো শুনো হে শেষ হৈ যায়,,,কেতিয়া শেষ হয় গম এ নাপাওঁ গোটেই দিন ৰাতি শুনি থাকিলেও আমনি নালাগে ইমান সুন্দৰ গীত ইমান ধুনীয়া কথা সুৰ সংগীত শুনিলে শুনি থাকিব এ মন যায়,,,,, আগলৈ আৰু এনেধৰণৰ গীত শুনিবলৈ পাম বুলি আশা কৰি আছো❤❤

  • @dhrubajyotipatra5515
    @dhrubajyotipatra5515 ปีที่แล้ว +5

    গীতৰ কথা ,সুৰ,কণ্ঠ,সংগীত....কি কম অপূৰ্ব সমাহাৰ....মন চুই গ'ল....সুন্দৰ❤

  • @koushikborah6291
    @koushikborah6291 11 หลายเดือนก่อน +3

    Eii gan tu xunile xosakoi beleg ekhon duniat thoka Jen Lage . Jot ase kebol xanti . I am proud of you brother (singer).💌🔥💓💓💓💕💞

  • @papugogoi5018
    @papugogoi5018 8 หลายเดือนก่อน +8

    Bhakha nai kobole. Uuuuffffff❤️❤️❤️.

  • @NivaraniRaniChetia-uz9lu
    @NivaraniRaniChetia-uz9lu 3 หลายเดือนก่อน +2

    কি যে আচৰিত গীত। গীতৰ কথা সুৰ আৰু কণ্ঠদান আৰু অনুভৱ লগতে পুৰণি বাদ্য কেই পদৰ মুখ্য সংমিশ্ৰণ। বৰ্তমান সময়ৰ গীত বোৰ বৰকৈ শুনা নহ‌য়। কিন্তু তোমাৰ এই গীতটো প্ৰথম শুনাৰ পৰা এতিয়ালৈকে কিমান বাৰ যে শুনিছো বুজাব নোৱাৰিম।আৰু অনুৰাগ নামটো মোৰ বৰ প্ৰিয় কাৰণ মোৰ একমাত্ৰ পুত্ৰ অনুৰাগ। তোমাৰ গীতৰে মই কথা নোহোৱা চুটি ছবি এখন বনোৱাৰ কথা ভাবি আছো বাবে তোমাৰ অনুমতি বিচাৰি ছো লগতে যদি তোমাক যোগাযোগ কৰিব পৰা নম্বৰ টো দিয়া নিশ্চয় কৃতাৰ্থ হম।

  • @bidyutsaikiachannel1682
    @bidyutsaikiachannel1682 ปีที่แล้ว +4

    Bht সুন্দৰ....what a lyrics...mojja lgil শুনি

  • @shimontaborah7529
    @shimontaborah7529 ปีที่แล้ว +2

    1st Gaan tu Kali xunisu.. kisu dhunia gaisa❤

  • @gitashreesaikia4632
    @gitashreesaikia4632 ปีที่แล้ว +4

    গীতৰ কথা , সুৰে হৃদয় - মন জোঁকাৰি গ'ল । কি সুন্দৰ !!! কোলাহলৰ মাজতো হৈ থকা এই অৰ্থৱহ শিল্পই জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে । এনেকুৱা ভাল সংগীত আপোনালোকৰ পৰা পুনৰ আশা কৰিলোঁ ।

  • @saikiaacademy7826
    @saikiaacademy7826 6 หลายเดือนก่อน +1

    অমৃত সংগীত । বহু সাধনাৰ পিছত হে এনে সৃষ্টি কৰিব পাৰি । সচাই প্ৰশংসনীয় । শুভকামনা থাকিল সকলোলৈ ❤❤

  • @Kharkhuavlogger
    @Kharkhuavlogger ปีที่แล้ว +5

    উফ কি যে গান। কেনেকুৱা এটা যে সাংঘাটিক ধুনীয়া সংমিশ্ৰণ। মন চুই গল।

  • @pallabikalita4252
    @pallabikalita4252 10 หลายเดือนก่อน +2

    Ufff ki je ধুনীয়া ❤❤❤❤❤

  • @nimaymandal6915
    @nimaymandal6915 ปีที่แล้ว +4

    বহুত বহুত ভাল লাগিল xune mojja Anurag. 👌👌👌💐💐💐

  • @babitaborthakur7125
    @babitaborthakur7125 6 หลายเดือนก่อน +2

    ভাঙি ভাঙি নিজক গঢ়াৰ এটি কৰুণ সুৰ,এটি কোমল আবেগ, এটি অশ্ৰুৰ ..মৌনতাৰ ...❤❤❤

  • @mrdutta4374
    @mrdutta4374 ปีที่แล้ว +4

    Ufff ki kom apunak mon sui gol

  • @নীৰনিৰ্মল
    @নীৰনিৰ্মল 7 หลายเดือนก่อน +2

    বুকুৰ ইপাৰ শিপাৰ হৈ অনুভৱবোৰ আকাশৰ শিপাৰ পালে গৈ মনটো চোন উভতি আহিব নোখোজে❤

  • @rikmoyshayari1818
    @rikmoyshayari1818 ปีที่แล้ว +7

    অশান্ত মনক শান্ত কৰা এটি জীয়া গীত।❤️❤️❤️👍

  • @guddigogoi2855
    @guddigogoi2855 5 หลายเดือนก่อน +2

    হৃদয় চুই গৈছে ...বাৰে বাৰে শুনিও যেন আমনি লগা নাই ...😭❤

  • @anishakalita828
    @anishakalita828 ปีที่แล้ว +4

    সঁচাকৈয়ে বহুত ভাল লাগিল গান টো শুনি ।😌❤️

  • @ChirajBoruah
    @ChirajBoruah 7 หลายเดือนก่อน +2

    Apunar gan huni mntu je korbat kunuba khinit bikhai jai .... Eman hundr ata ganr hur ru kotha hunim buli voba nasilu ... Apuni jui dada ❤

  • @parishmitahazarika9319
    @parishmitahazarika9319 ปีที่แล้ว +6

    Kenekua dhunia omg 😍😍🥰🥰 emaan besi bhal lagile huni

    • @nmhp111
      @nmhp111  ปีที่แล้ว

      Thank You, Pari ❤️❤️

  • @pronabjyotikalita829
    @pronabjyotikalita829 2 หลายเดือนก่อน +2

    কি সুন্দৰ গীত অ'❤ মন প্ৰাণ চুই গৈছে ❤ হিচাপ নাই কিমান বাৰ শুনিছো তথাপিও শুনি থাকিব মন গৈছে ❤ বহুত বহুত ধন্যবাদ এনে এটি অপূৰ্ব গীত উপহাৰ দিয়া বাবে ❤❤
    ইখন হাতে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছো❤❤ উফ পাগল কৰি দিছা❤❤❤❤❤❤

  • @adityaboruah7208
    @adityaboruah7208 10 หลายเดือนก่อน +4

    ভাষা নাই কবলৈ,অসমীয়া সংগীত আপোনালোকৰ হাতত সুৰক্ষিত❤❤❤

  • @abinashsaikia7704
    @abinashsaikia7704 ปีที่แล้ว +1

    Ufffff big fan.
    Kot asile dada ooo aji paisu gaan tu...kiman baar hunila buli nuxudhibo hisap ny...best play back singer ❤❤❤

  • @JutimalaBuragohain
    @JutimalaBuragohain ปีที่แล้ว +8

    বহুত ধুনীয়া, বহুত দিনৰ পিছত এটি মন চুই যোৱা গীত 🤍

    • @nmhp111
      @nmhp111  ปีที่แล้ว +2

      Thank Youuu so much ❤️.... We are admirers of your works too ☺️ thanks for giving us a ear... Please feel free to share amongst your friends ❤️

    • @anuragbarua0102
      @anuragbarua0102 ปีที่แล้ว +1

      Thankyou so much baa❤❤ means a lot❤❤

  • @RajSaikia-fu1ot
    @RajSaikia-fu1ot 5 หลายเดือนก่อน +1

    জীৱন তোৰ কিছুমান স্মিতি মনত পেলাই দিয়া এনে গান শুনি নিজকে এক অচিনাকি যেন অনুভৱ হৈছে।।। ইমান ধনীয়া ❤❤❤❤

  • @tribujjalprakash5442
    @tribujjalprakash5442 ปีที่แล้ว +4

    Khub xundor lagil. Wishing for many more

    • @nmhp111
      @nmhp111  ปีที่แล้ว

      ❤️❤️

  • @THEDAILYDOSE-1m
    @THEDAILYDOSE-1m 3 หลายเดือนก่อน +1

    Uffffff, dil tu ulai nahile hol🥺❤️❤️❤️❤️❤️

  • @sangitachetia2977
    @sangitachetia2977 ปีที่แล้ว +4

    Aahhhh ki j kotha ,hur, music...ufff .........

  • @dhanjyotimazumdar8433
    @dhanjyotimazumdar8433 8 หลายเดือนก่อน +2

    Bohut vaal lagil❤❤❤

  • @tulumonikonwar9724
    @tulumonikonwar9724 ปีที่แล้ว +4

    আপোনালোকৰ দাদা বহুত ডাঙৰ এগৰাকী অনুৰাগী ❤️ ভাল গানবোৰ ভাল মানুহৰ লগতে থাকক দিওঁক এনেকে 😚 আৰু আগুৱাই গৈ থাকক । বহুত ভাল পাওঁ আপোনাক 🙌 গানটোৰ লগত জড়িত প্ৰত্যকজন ব্যক্তিলৈ মৰম ❤️ আৰু শুভকামনা জনাইছোঁ ধেমাজিৰ পৰা।

    • @thekaaju
      @thekaaju ปีที่แล้ว

      আপোনালৈও "উশাহ" ৰ টীমৰ তৰফৰ পৰা অশেষ ধন্যবাদ 🙏

  • @PRANITASONOWAL
    @PRANITASONOWAL 3 หลายเดือนก่อน +1

    Uff emn dhuniya gantu hidoykhn sui goise ❤bhut br hunilu amoni nalge ❤❤❤

  • @nayanjyotiii15
    @nayanjyotiii15 ปีที่แล้ว +7

    গীতৰ কথাবিলাক কিয় ইমান আচৰিত , সকলো কথাই মিলি যায় নিজৰ জীৱনৰ লগত ❤❤❤

  • @monalishaphukan780
    @monalishaphukan780 6 หลายเดือนก่อน +2

    বহুত ধুনীয়া ❤

  • @Manashi-
    @Manashi- ปีที่แล้ว +5

    শব্দ বোৰ ইমান ধুনীয়া । কণ্ঠটোত কি ধুনীয়াকৈ প্ৰাণ পাইছে।ভাল লাগিছে❤

    • @nmhp111
      @nmhp111  ปีที่แล้ว

      Bohut bohut dhonyobad ❤️

  • @pranabjyotientertainment5700
    @pranabjyotientertainment5700 6 หลายเดือนก่อน +2

    মনৰ মাজত লুকাই থকা সকলো বিষাদ উজাৰি দিব মন গৈছে। ইমান সুন্দৰ গান।😢❤

  • @explorewithmanan1879
    @explorewithmanan1879 ปีที่แล้ว +12

    মেৰিয়াই ধৰিছে কলিজাখন ❤

  • @ShyamantikaBorah
    @ShyamantikaBorah 3 หลายเดือนก่อน +1

    Omg kolija sui goise ke bar je xunisu aru voice tu je o maa eman xuola wow..

  • @anupambarua1264
    @anupambarua1264 ปีที่แล้ว +5

    বহুত ধুনিয়া হৈছে আগুৱাই যোৱা আশীৰ্বাদ থাকিল

  • @monjudevi1576
    @monjudevi1576 ปีที่แล้ว +2

    হৃদয়ৰ স্পন্দন বিৰৰ লগত গানৰ তাল বোৰ বাজি উঠিছে ❤ বাৰে বাৰে শুনি আমনি নলগা এটি গীত ❤ ধেমাজি মাছখোৱাৰ পৰা মৰম জাছিলো ❤

  • @khirodjyotibora
    @khirodjyotibora ปีที่แล้ว +6

    ইমান সুন্দৰ। শব্দহীন..🙏🙏❤❤
    ইন্দ্ৰনীল ছাৰ 🙏🙏

    • @nmhp111
      @nmhp111  ปีที่แล้ว

      Thank Youuu ❤️

  • @RanaBorahRB
    @RanaBorahRB 9 หลายเดือนก่อน +2

    অপূৰ্ব...... শুনি আমনি নলগা।