সন্দেহৰ আৱৰ্তত চৰকাৰৰ নিকা নিযুক্তি!

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ต.ค. 2024
  • #graphiccontent
    সন্দেহৰ আৱৰ্তত চৰকাৰৰ নিকা নিযুক্তি! OMRত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কিয়? পৰীক্ষাৰ্থীৰ শালীনতা ভংগৰ প্ৰতিবাদ কৰাসকল কংগ্ৰেছী-বাওঁপন্থী নেকি?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 453

  • @taradoi7957
    @taradoi7957 25 วันที่ผ่านมา +107

    অপ্ৰিয় সত্য যে ফটো আৰু নামটোৰ দ্বাৰাই নিজৰ অঙহী বঙহীক চিনাক্ত কৰিব পাৰিব আৰু চাকৰিত নিযুক্তি দিব পাৰিব ।আগতেটো এনেকুৱা নহয় ।গতিকে পৰীক্ষা নিকা হোৱাৰ আশা কৰি লাভ নাই ।

    • @bhabanitakalita4942
      @bhabanitakalita4942 24 วันที่ผ่านมา

      bag bur ৰখা ব্যৱস্থা কৰিব লাগে ইমান পইচা ভৰিব লাগে ।তাতে অহা যোৱা খৰচ ইমান দূৰত চেন্টাৰ দিয়ে।আৰু upar se pakad leaked 😢😢😢😢

  • @babulsaikia462
    @babulsaikia462 25 วันที่ผ่านมา +148

    দুই নম্বৰী কৰাৰ ৰাষ্টা তাতেই লুকাই আছে।

  • @RupamSenapati14
    @RupamSenapati14 25 วันที่ผ่านมา +102

    এইটো পৰীক্ষা কেতিয়াও স্বচ্ছ নহয় । মুখ্যমন্ত্ৰীয়ে যিমান স্বচ্ছ নিকা বুলি চিঞৰি থাকিলেও নহব । মুখ্যমন্ত্ৰীয়ে নিজে স্বচ্ছ আৰু নিকা নহয় তেওঁৰ তলত কাম কৰা বোৰ হব নেকি

  • @pranjithazarika2054
    @pranjithazarika2054 25 วันที่ผ่านมา +56

    সঠিক কথা। আগৰবাৰ পৰীক্ষাত Cut off marks কিমান নামিল কোনে কিমান পালে একো information পোৱা নগল। আৰু চৰকাৰে কৈছিল যে ১:৪ অনুপাত ত বাচনি কৰা হব। কিন্তু ফলাফল ৰ সময়ত ওলোটা হে দেখা পোৱা গ'ল। কোনো কোনো পৰীক্ষাৰ্থীয়ে ৬/৭ টা বিভাগত চাকৰি পোৱা দেখা গৈছে। আৰু এইটো কি অনুযায়ী কোন বিভাগত চাকৰি দিছে একো খবৰ নাই। যাৰ বাবে বহুত পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষা Viva পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতো চাকৰি পাব সক্ষম নহ'ল। চাকৰি পোৱা পৰীক্ষাৰ্থীয়ে নো কিমান নম্বৰ পাইছে নোপোৱা পৰীক্ষাৰ্থীয়ে নো কিমান পাইছে খবৰ পোৱা নগল।

    • @hassi2134
      @hassi2134 24 วันที่ผ่านมา +1

      Jiman written pass korileo viva t jak diboloi ase hi pabo

    • @TCF573
      @TCF573 24 วันที่ผ่านมา

      @@pranjithazarika2054 that is the secret

  • @pranabbarman9255
    @pranabbarman9255 25 วันที่ผ่านมา +70

    100% Right analysis

  • @abhi_official_0002
    @abhi_official_0002 25 วันที่ผ่านมา +100

    যদি apsc question paper ঘৰলৈ নিব দিয়ে, ADRE কিয় নিদিয়ে ??

    • @ddiscrazy5021
      @ddiscrazy5021 25 วันที่ผ่านมา +1

      ​@@KangkanMedEd😂😂😂yeh vi thik hai

    • @MusicLover-xv1yp
      @MusicLover-xv1yp 25 วันที่ผ่านมา +4

      ​@@KangkanMedEd answers key tu diye no..online aru offline exam r comparison keneke koribo pare .. offline t question paper diya tu usit .. jitu maximum offline exam e follow kore .... olp Jani lole val asil

    • @amnztube
      @amnztube 25 วันที่ผ่านมา +5

      Poisa loi sakori dibo je tar karone question paper nidiye.. question paper nibo dile ji xokole xokolo question right koribo tar pisot jodi pass nkre tetiya..nijor answer sheet check kori boloi sista sokale paribo..tetiya dhora khai jabo je

    • @riturajbharali9911
      @riturajbharali9911 25 วันที่ผ่านมา

      🙏 IIT Bombay ahigoli 😂​@@KangkanMedEd

    • @bijusaikia5372
      @bijusaikia5372 25 วันที่ผ่านมา +2

      নৃত্য নাটিকা বিহীন একাষৰীয়া থিয়েটাৰ । নোপোৱাটো খাটাং

  • @SonDas-bt3iv
    @SonDas-bt3iv 24 วันที่ผ่านมา +31

    Grade 3 r exam APSC এ conduct কৰিব লাগে।। SEBA ৰ প্ৰশ্নসমূহৰ কোনো মানদণ্ড নাই, কোনোদিনে নপঢ়া জনেও উত্তৰ কৰিছে।। Ata current affairs r question nai!!! কোনো ধৰণৰ বঁটা নোপোৱা অলকানন্দা গীতৰ কথা শুধে!!! Questions r এটা সুকীয়া standard থাকিব লাগে।।

    • @deepjyotikalita5893
      @deepjyotikalita5893 24 วันที่ผ่านมา

      ​@@sahidulali6018Hobo de kukur sakari Pali he dekhim
      Mugal Mahatma Gandhi r katha sudhili val Pali hoi

    • @sahidulali6018
      @sahidulali6018 24 วันที่ผ่านมา

      @@deepjyotikalita5893 moi tu sakori nokoru .blegor gar fatil

    • @ChayanikaSaikia-kl8fs
      @ChayanikaSaikia-kl8fs 24 วันที่ผ่านมา +1

      অলকানন্দাৰ question সুধিব নালাগিছিল

    • @deenislam9005
      @deenislam9005 24 วันที่ผ่านมา

      right

    • @deenislam9005
      @deenislam9005 24 วันที่ผ่านมา +2

      paglor dore question pepar bonaise

  • @TulikaboraKkp
    @TulikaboraKkp 25 วันที่ผ่านมา +103

    OMR sheet ত আৰু এটা লিখা হলে অধিক সুবিধা হ’ল হেতেন যে পৰীক্ষাৰ্থী গৰাকী কোন দলৰ ?

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 25 วันที่ผ่านมา +11

      কথা তাতেই এইবাৰ বি জে পি চাকৰী ।চাকৰিৰ লিষ্ট অলৰেডি হৈ গেছে । পগলা কুকূৰৰ লগত এইবোৰ নেছেল ।

    • @rahulpegu7971
      @rahulpegu7971 25 วันที่ผ่านมา

      😊

    • @ArnoldX25
      @ArnoldX25 25 วันที่ผ่านมา

      M community r asil neki

    • @mazidulislam8303
      @mazidulislam8303 25 วันที่ผ่านมา

      ✔ ✔ ✔

    • @amnztube
      @amnztube 25 วันที่ผ่านมา +2

      ​@@HappyKnittingYarn-wx1pw right..jiye pabo lage tar nam already selected hoiye ase..baki aibor veko vaona

  • @nitudeka-ks1sc
    @nitudeka-ks1sc 25 วันที่ผ่านมา +37

    সকলো মেনেজ হৈ আছে । এইয়া মাথো ৰাইজক দেখাচাৰ । তেতিয়াহে বিশ্বাস হব জনতাৰ ।

  • @nayanmunz1353
    @nayanmunz1353 24 วันที่ผ่านมา +10

    Mark sheet lagibo aibar.... Like the comment to vote for markshhet

  • @mainamaina2808
    @mainamaina2808 25 วันที่ผ่านมา +22

    এই চৰকাৰে চবতেই ৰাজনীতি কৰে ,,,,

  • @munindradas621
    @munindradas621 25 วันที่ผ่านมา +71

    এই চৰকাৰ খনে পৰীক্ষা এটাও সুকলমে পাতিব নোৱাৰে৷

    • @parandeka1
      @parandeka1 25 วันที่ผ่านมา +1

      Kune pare toi e kosun

    • @Bigbossjhvfuik
      @Bigbossjhvfuik 25 วันที่ผ่านมา +2

      আগৰ চৰকাৰ খনে পাৰিল হেঁতেন চাগে এইটো মতে..... আগতে কিমান চাকৰি উলাইছিল সেইটোকে ক

    • @hkddigitalmedia106
      @hkddigitalmedia106 25 วันที่ผ่านมา

      Ajmal r sarkar lage

    • @hkddigitalmedia106
      @hkddigitalmedia106 25 วันที่ผ่านมา

      Tur baperok patibo de te...exam dibo kio ja tenehole

    • @rupamkalita2274
      @rupamkalita2274 24 วันที่ผ่านมา +2

      আগৰ চৰকাৰ দিনতো পৰীক্ষা দিছিলো কিন্তু আধা লিখাৰ পিছত উঠি আহিছিলো। কাৰণ মোবাইল চাই উত্তৰ কৰি আছিল। কিন্তু আজিকালি সেই পৰিবেশ নাই। আমাৰ ওচৰৰ বহু লৰা ছোৱালীয়ে যোৱাবছৰ চাকৰী পাইছে। সিহতৰ কিন্তু পইছা দিব পৰা সামৰ্থ্য নাই , চাকৰি কিন্তু পালে নিজৰ যোগ্যতাৰ ফলত। ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে কিছু পৰিমানে হলেও লিগেল হৈ আছে বৰ্তমান চৰকাৰৰ চাকৰীবোৰ। আগৰ চৰকাৰবোৰে কিন্তু ১০০% দুইনম্বৰি কৰিছিল। আজিৰ পৰা ১০ বছৰ আগৰ পৰাই পৰীক্ষা দিয়াবোৰে গম পাবো এই বিষয়ে।

  • @afro2261
    @afro2261 24 วันที่ผ่านมา +12

    নাম ফটো যদি দিছে তেতিয়া হ'লে। শতকৰা একজন মুছলমানে যে চাকৰি পাব তথাপি নিশ্চয়তা নাই

    • @sukumuddin4327
      @sukumuddin4327 22 วันที่ผ่านมา

      Tothapeu o npai

    • @pcmgalaxyeducation8686
      @pcmgalaxyeducation8686 22 วันที่ผ่านมา +1

      ​@@sukumuddin4327 hindu Mia buli kotha nai dukhiya mnu job npai

  • @SSCGDINASSAMESE
    @SSCGDINASSAMESE 25 วันที่ผ่านมา +28

    এক বছৰৰ কষ্ট বেকাৰ 😢. #ADRE_RE- EXAM লাগে 😡। SSC দৰে পাতিব লগে IN A PERFECT EXAM CENTER, with metal detector Machine . নহলে কাম নাই যিমানে নিকাকৈ exam পাতক , কেতিয়াও ১০০% নিকা কৰিব নোৱাৰে & I think নিবিচাৰে.. AND CHECKING-❌ HARASSMENT - ✅

    • @blueworld8252
      @blueworld8252 25 วันที่ผ่านมา +2

      Cctv camera nasil maximum centret 😅😂

    • @1AssameseEntertainment1
      @1AssameseEntertainment1 25 วันที่ผ่านมา +1

      Nai ako CCTV

    • @penpaper1543
      @penpaper1543 24 วันที่ผ่านมา

      Toh tumar mote Re exam patile ki eibar nika hbo mane? Nijei koisa nhoi buli akou bule tekhetok re exam lage 😂😂😂

  • @ktmulitamuli2650
    @ktmulitamuli2650 24 วันที่ผ่านมา +6

    নাম তথা ফটো থাকিলে কেতিয়াও নিকা নিযুক্তি নহয়,2নম্বৰী হোৱাৰ পূৰ্ণ সম্ভাবনা

  • @runamonidas2511
    @runamonidas2511 25 วันที่ผ่านมา +38

    সচাঁ, নিকা হোৱা নাই

  • @shaiburrahman5461
    @shaiburrahman5461 25 วันที่ผ่านมา +23

    Right question

  • @bhairabbora677
    @bhairabbora677 24 วันที่ผ่านมา +6

    কাম নাই মোৰ চিন্তা শক্তিৰ ফালৰ পৰা মই এটা কঠা হিমন্ত মামাক কব খোজো জদি এনেকুৱা পৰীক্ষা নাপাতি ঘৰে পতি শিক্ষা গতা অৰহতা ছাই এটা এটা সৰু দাঙৰ চাকৰি দিলে হে তেতিয়া মোৰ হিচাপে বেছ হল হয় কাৰন এইতো হিমন্ত মামাৰ সিদ্ধান্ত উচিত হোবা নাই এনে কৰিলে ভোট খোজাৰ মিটিং কৰাৰ পয়োজন নহলেই হল হয় মোৰ হিচাপে

  • @nilutpolaborah7631
    @nilutpolaborah7631 25 วันที่ผ่านมา +27

    Omr carbon copy ata thakibo lage answer booklet t jate candidate hokole pasot nijor marks count koribo pare..

    • @hkddigitalmedia106
      @hkddigitalmedia106 25 วันที่ผ่านมา

      Ru kiba xubidha lagibo ne...jene dhorok omr khn check korute apunak mati apunar agt check korabo lage...

  • @ShahFaheem-iu4rl
    @ShahFaheem-iu4rl 25 วันที่ผ่านมา +16

    100 right 👍

  • @upasanamunsaikia3119
    @upasanamunsaikia3119 25 วันที่ผ่านมา +5

    পৰীক্ষাৰ্থী চাই এই নগণ্য govt post ৰ 1000 post খালিয়ে থাকিব। বহুতে দুই তিনিটা post ত পাব। তাৰে এটাতহে join কৰিব। আৰু বহুতে আগৰ চাকৰি এৰি আকৌ বেলেগ department ত join কৰিব। বাকী আধা post পৰীক্ষা দিয়াৰ আগতে ভৰ্তি হলেই বুলি ধৰিয়ে লৈছোঁ। বাকী যিকেইটা থাকিল সেইকেইটা খোৱা কামোৰা কৰি আমিয়েই লম আৰু।

  • @NamitaBoruah-h8d
    @NamitaBoruah-h8d 25 วันที่ผ่านมา +13

    কোনো এটা ঘটনা ঘটাৰ পিছত তদন্ত নিদেশ দিয়ে আচৰিত কাৰবাৰ । এই নিযুক্তি মেলাত চেকিংৰ নামত যে যি কাণ্ড হল কৰিবলৈ নিৰ্দেশ দিয়া জনো কম নহয়।

  • @Shiekhamin9
    @Shiekhamin9 25 วันที่ผ่านมา +22

    Atia direct result Qualified/disqualified na total mark na answer kay na omr copy

  • @anupamkalita6151
    @anupamkalita6151 25 วันที่ผ่านมา +13

    Re Exaam🙏🏻 vote

  • @nsv2959
    @nsv2959 24 วันที่ผ่านมา +1

    ফটোত টুপী আৰু দাড়ী থকাৰ অৱস্থা এইবাৰ কি হয় কবপৰা নাই😂

  • @jayantadutta1024
    @jayantadutta1024 25 วันที่ผ่านมา +12

    Enekua news palee ondho v::::hokolor kosto hoi ooo😊

  • @rajaray3024
    @rajaray3024 21 วันที่ผ่านมา

    Right kotha

  • @dhanjitnath4013
    @dhanjitnath4013 25 วันที่ผ่านมา +3

    বীৰোধিবুলি কৈছে বাৰু থিক আছে মাওবাদী,আলফা নকলে হল.🙏🌹

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 25 วันที่ผ่านมา +2

    100% right kotha

  • @bimalfc5129
    @bimalfc5129 25 วันที่ผ่านมา +11

    লংপেন্টৰ পেটি ডালৰ লগত পৰীক্ষাৰ কি সম্পক আছে সেইটো বুজি পোৱা নাই.....

    • @blueworld8252
      @blueworld8252 25 วันที่ผ่านมา

      Aitu baru swb examte allow nhoi. Karon e metal olp thoka ja

    • @mazidulislam8303
      @mazidulislam8303 25 วันที่ผ่านมา +2

      ভিতৰত গৈ যদি মাৰা মাৰি কৰা সেই কাৰণে ৰাখি দিছে । 🤣😂

    • @DMusical-jj6fv
      @DMusical-jj6fv 24 วันที่ผ่านมา

      Moi belt pindhi goisilo but mok sowai nai

  • @JyotimoniDas-z9n
    @JyotimoniDas-z9n 25 วันที่ผ่านมา +1

    Right

  • @uttamcreation1593
    @uttamcreation1593 24 วันที่ผ่านมา

    ভাল বিষয় এটা আলোচনা কৰিছে।।

  • @humanbeings4432
    @humanbeings4432 24 วันที่ผ่านมา +4

    আমাৰ ৰুমত(কোকৰাঝাৰ )7min আগতেই খাতা জমা লৈছে ।। ফাইনেল বেল দিছে কৈ সকলো লৈ আমাক যাব দিছিল।।ইফালে ওলাই গম পালোঁ বেলেগ ৰুমত লিখি এ আছে।।
    আকৌ বিচাৰি যোৱাত আমাক ওলোটাই প্ৰশ্ন একো নাই হব দিয়া।।কি কৰিবা এইখিনি সময়ত।। competitive exam অত 7min মানে বহুত।।
    ঘড়ী লৈ যাব ও নিদিয়ে আকৌ ৰুমত এটা ঘড়ীও নেৰাখে।।😢😡

    • @jupikalita2326
      @jupikalita2326 24 วันที่ผ่านมา

      Same amro tnekua krise

  • @haquechaudhury2399
    @haquechaudhury2399 22 วันที่ผ่านมา

    চাকৰিটো দিয়াৰ আগতে যাতে প্ৰাৰ্থীজনক চিনিব পৰা যায় তাৰ বাবেই এই ব্যৱস্থা চাগে ।😢

  • @HamidulIslam-km2yc
    @HamidulIslam-km2yc 24 วันที่ผ่านมา +1

    আমাৰ দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষা হৈছে UPSC, PCS and apsc তাতে question বোৰ নিব দিয়ে আমাক marksheet লাগে আৰু কোনে কিমান নম্বৰ পাইছে সেইটো লাগে নহয় লে আমি কেতিয়াও বিশ্বাস নকৰোঁ। যে নিযুক্তিবোৰ নিকা বাবে হয় আছে ।

  • @mohibulhoque5368
    @mohibulhoque5368 25 วันที่ผ่านมา +5

    নাম থাকিলেহে মিয়া আৰু প্ৰকৃত খিলঞ্জীয়া ৰ পৰিচয় পাব সেইমতে হে result দিব পাৰিব। Eya এটা খিলঞ্জীয়া সুৰক্ষাৰ কৌশল।

    • @RafiqulIslam-uz2sd
      @RafiqulIslam-uz2sd 25 วันที่ผ่านมา

      Right

    • @PranjalBorgohain
      @PranjalBorgohain 25 วันที่ผ่านมา

      ৰাতিপুৱা সদায় গোৱৰ খাও।১৪৫পাম।

  • @bantiab2656
    @bantiab2656 23 วันที่ผ่านมา

    Right 👍

  • @newvideochannel1992
    @newvideochannel1992 21 วันที่ผ่านมา

    Very good

  • @Him-l3z
    @Him-l3z 25 วันที่ผ่านมา +13

    Like for #re-exam

  • @TanujaDeviBrahma
    @TanujaDeviBrahma 23 วันที่ผ่านมา

    Exactly right 👍

  • @RRocky-zk3cz
    @RRocky-zk3cz 24 วันที่ผ่านมา

    Khub xhundor boktobbo dada ..assam government zindabad

  • @JNBodoNews
    @JNBodoNews 21 วันที่ผ่านมา

    10000% Right sir...

  • @AbdulHalim-k5f
    @AbdulHalim-k5f 24 วันที่ผ่านมา

    Absolutely right presentation

  • @dulalgogoi3674
    @dulalgogoi3674 25 วันที่ผ่านมา +3

    Good news

  • @nilimakhatun7355
    @nilimakhatun7355 24 วันที่ผ่านมา +1

    Good. Name mention thakibo nalage

  • @falna7081
    @falna7081 23 วันที่ผ่านมา

    Right speech

  • @ManasDoley
    @ManasDoley 24 วันที่ผ่านมา

    Good huni bhut Val lagil sir

  • @KangkanaBharali-ub2yn
    @KangkanaBharali-ub2yn 22 วันที่ผ่านมา

    100%right

  • @clutchgodff9611
    @clutchgodff9611 24 วันที่ผ่านมา

    Exactly Right

  • @zmtaha3557
    @zmtaha3557 24 วันที่ผ่านมา

    I strongly support your statement ❤

  • @IndianSecularBABA
    @IndianSecularBABA 25 วันที่ผ่านมา +1

    Right I was thinking the same.

  • @RRocky-zk3cz
    @RRocky-zk3cz 24 วันที่ผ่านมา

    Good speech dada

  • @samsulali4266
    @samsulali4266 24 วันที่ผ่านมา

    Cm sirক ধন্যবাদ জনাম যদিহে omr ৰ নকল কপি‌ candidate এ পায় আৰু Q.paperখন পায়।

  • @UpenDeka-t9r
    @UpenDeka-t9r 25 วันที่ผ่านมา +1

    Very good 👍👍👍 Right

  • @moniruddinahmed5545
    @moniruddinahmed5545 24 วันที่ผ่านมา

    Good

  • @amnztube
    @amnztube 25 วันที่ผ่านมา +3

    Aibor kandor pora buji powa jay je..ji xokole job pabo lage..xi hote already poisa di booking kori thoise kijani..

    • @penpaper1543
      @penpaper1543 24 วันที่ผ่านมา

      Enkua mindset tumr loi ene u exam crack krbo nuara

  • @dianuddinahmed5046
    @dianuddinahmed5046 25 วันที่ผ่านมา +3

    WHY CANDIDATES NAME IN OMR SHEETS ?? THAT MEANS EXAM IS NOT TRANSPARENT, CHANCES OF MANIPULATION OF RESULTS WILL BE THEIR ?

  • @RofiqulIslam-w9p
    @RofiqulIslam-w9p 25 วันที่ผ่านมา

    Good reported

  • @numalkhaklary6775
    @numalkhaklary6775 24 วันที่ผ่านมา

    True

  • @nurzamal9365
    @nurzamal9365 25 วันที่ผ่านมา

    Right ❤

  • @sumonkalita4353
    @sumonkalita4353 24 วันที่ผ่านมา

    চব চৰকাৰৰ ৰাজনীতি। আমাক লৈও ৰাজনীতি । চিস্ অসম চৰকাৰ

  • @suraj07lama
    @suraj07lama 23 วันที่ผ่านมา

    thankyou! for Highlighting this issue.. I too had doubt when i received OMR sheet .. Never have I seen in any of the exam of the candidates photo and names being displayed in the OMR sheet. This is against the transparency of the candidates details and results.

  • @StudyshipwithDT
    @StudyshipwithDT 24 วันที่ผ่านมา

    Right..all these things are pre-planned

  • @music-remix-editor477
    @music-remix-editor477 24 วันที่ผ่านมา

    এনে লাগিছিল যেন কিবা অপৰাধ কৰিবলৈ আহিছোঁ

  • @muzammilhaque6852
    @muzammilhaque6852 24 วันที่ผ่านมา

    100% Right

  • @dipshikhaneog6504
    @dipshikhaneog6504 25 วันที่ผ่านมา +11

    Re exam hobo lage

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 25 วันที่ผ่านมา

      হয় হয় মামাক বহুত টকাৰ দৰকাৰ ।

  • @milanray8776
    @milanray8776 24 วันที่ผ่านมา

    আজিকালি ফটোসহ অ এম আৰ ছিট সকলো পৰীক্ষাতে থাকে। মই বহু নিযুক্তি পৰীক্ষা দিলোঁ।3 বাৰ টেট ‌দিলো তাতেও ফটোসহ অ এম আৰ পাইছোঁ।অযোথা বিতৰ্ক কৰি ৰাইজ আৰু নিউজ চেনেলবোৰে কি পায়?যাৰ মানসিক শক্তি বেছি,যিয়ে পঢ়া-শুনা কৰি পৰীক্ষাত বহে তেওঁলোক চাকৰি নিযুক্তি পাবই। এনেদৰে কিছুমান নিউজ কৰা হয় মানে পৰীক্ষাত মোবাইল,নকল, যন্ত্ৰ সকলো নিব দিব লাগিছিল নেকি?

  • @sufiachoudhury417
    @sufiachoudhury417 24 วันที่ผ่านมา

    ধন্যবাদ কথাখিনি স্পষ্টকৈ উল্লেখ কৰা বাবে

  • @yoyo-wx6ev
    @yoyo-wx6ev 24 วันที่ผ่านมา

    photo dia takile ejonor jegat beleg ejone exam dibole najai..karon admit tu edit koribo pari..next roll no. dia thakile omr fillup korute roll no. bhul nhy jar karne sobor result ahe..witheld nhy..aru kunubay sur korar hole photo nalage..roll no. chai ha koribo paribo..
    question anibole nidiye karon question t booklet no. likha take jar karne bhul nhy...

  • @AbdusSalam-bl3gh
    @AbdusSalam-bl3gh 24 วันที่ผ่านมา

    💯 ryt

  • @JR_MANOJ_143
    @JR_MANOJ_143 24 วันที่ผ่านมา

    Paper leak নহ'লেও, Photo চাই চাই job দিব পাৰিব যিমানেই High Security ৰ মাজেদি পাৰ হৈ exam দিলেও। Meaningless strick কৰিছে।
    Central ৰ exam দিলো কিন্তু OMR ত photo দেখা নাপালো, shoes খুলি check নকৰিলে। Assam Gov. Job ৰ exam দিব গলো, just underwear খুলি check কৰিব ৰৈ গ'ল। লোৱা আপোনালোকে job🫡.

  • @jimidas7050
    @jimidas7050 24 วันที่ผ่านมา

    Ekdm thik kotha... Sbte kheli meli checking r namot haraxasti manoxik oxanti... Ek prokar xaririk nirjaton.. ru na prosno na uttor .... Ki Mura poriksa pate.... Tate ru suwali burok a doxi xojowa bur nijei sage soritrohin nirlojjj

  • @suhanachoudhury8434
    @suhanachoudhury8434 24 วันที่ผ่านมา

    Correct, ekdom kapod upar koriya eman bajhe kori je check korilo re , r pura question paper ta o leak korilo

  • @iamad6986
    @iamad6986 25 วันที่ผ่านมา +2

    UPSC, APSC, SSC, NEET, NET, SLET ji kaita offline hoi question paper aniboloi diye, ji kaita online hoi answer key websiteot di diye kintu ADREt eyar atau nokore kio ?

    • @iamad6986
      @iamad6986 25 วันที่ผ่านมา

      Aanki result diuteu kimn nmbr paise haitu nidiye okol Qualified ne Disqualified haitu he likhi diye 😂

  • @Mohan_bhai12
    @Mohan_bhai12 25 วันที่ผ่านมา +4

    Sakorir name ot keval natak only...we don't trust anymore 😢

  • @mintugogoi2017
    @mintugogoi2017 24 วันที่ผ่านมา

    এইবিলাক মানৱতাৰ বাহিৰত ।

  • @sultanaparbin65
    @sultanaparbin65 25 วันที่ผ่านมา

    Right sir

  • @SoniaGanok
    @SoniaGanok 24 วันที่ผ่านมา

    আমাৰ লগত বন্দামি কৰিছে ADRE পৰীক্ষাই তাৰ মানে বোজা গৈছে , আমাৰ student ৰ লগত নাটক আৰম্ভ হৈছে, পানীৰ বটল নিব দিয়া নাই 😢

  • @pujaboruah8760
    @pujaboruah8760 24 วันที่ผ่านมา

    এই পৰীক্ষাত চৰকাৰৰ দুৰ্নীতি অতি স্পষ্ট কৈ দেখা পোৱা গৈছে।

  • @alomhoque5176
    @alomhoque5176 25 วันที่ผ่านมา +1

    Good qsn

  • @fanofzg
    @fanofzg 25 วันที่ผ่านมา +1

    নিকৃষ্ট ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য নহয়। চামচা সকলে ওকালতি কৰিব ধৰিছে।

  • @rehenabegum1947
    @rehenabegum1947 25 วันที่ผ่านมา

    100right

  • @parijatboiragi6264
    @parijatboiragi6264 24 วันที่ผ่านมา

    আচৰিত হৈছিলোঁ omr ত যেতিয়া নাম আৰু ফটো আছিল। তথাপিও পৰীক্ষা হল। এনেকৈ হলে পৰীক্ষা নিৰীক্ষকৰ যদি সম্পৰ্কীয় কোনোবাই দিছে তেন্তে তেওঁ চাকৰি পোৱাটো খাটাং

    • @TCF573
      @TCF573 24 วันที่ผ่านมา

      Heitu hubidhar babei dise

  • @jonmanirajbongshi2117
    @jonmanirajbongshi2117 25 วันที่ผ่านมา +4

    Mama kot gola kiba eta kuwaaaaaa 😂😂😂😂😂emn strict r pisot kune korile...re exam hbo lage

  • @gahoribepari
    @gahoribepari 25 วันที่ผ่านมา

    Hoi..

  • @manashsaikia2991
    @manashsaikia2991 25 วันที่ผ่านมา +6

    Exam ako huwa tu usit hbo . Karon kisumnor kosto enei othole jabo

    • @penpaper1543
      @penpaper1543 24 วันที่ผ่านมา

      Ru june 1 bsr kosto kri val marks paise ehtr ki hbo ne okol nijr tu ha bhbisa atya...

  • @prahaladdaskumar4123
    @prahaladdaskumar4123 20 วันที่ผ่านมา

    😮😮

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 20 วันที่ผ่านมา

    মাৰ্ক্স দিবলৈ বাতৰি বজাওক, আৰু নিযুক্তি লিষ্ট লাগিব

  • @durlovborah6270
    @durlovborah6270 24 วันที่ผ่านมา

    OMR শ্বীট কম্পিউটাৰত চেক কৰে, নিৰীক্ষকে নকৰে।

  • @giasuddinahmed9756
    @giasuddinahmed9756 24 วันที่ผ่านมา

    OMR sheet ত নাম আৰু ফটো দিয়া থাকিলে লুঙিৰ ছানাক ছাটাই কৰাত সুবিধা হব !

  • @gaganthakuria8884
    @gaganthakuria8884 25 วันที่ผ่านมา +1

    100%

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 25 วันที่ผ่านมา +1

    ফটো দিব লাগিছিল নেকি।তেতিয়া হলে scandal হব চাগে।
    Omr sheet ফটো দিব নালাগে

  • @imranhussainpradhani3971
    @imranhussainpradhani3971 24 วันที่ผ่านมา +1

    🤣 কি কৰিব একো কৰিব নোৱাৰা
    🤣
    অসম এইখন

  • @ramjinayasmin2158
    @ramjinayasmin2158 20 วันที่ผ่านมา

    Right....hindu muslim ....

  • @hobiburrahman2376
    @hobiburrahman2376 24 วันที่ผ่านมา

    Utpal ❤

  • @moinulakter519
    @moinulakter519 25 วันที่ผ่านมา

    R8

  • @dharmaphukon3166
    @dharmaphukon3166 25 วันที่ผ่านมา

    বিজেপিৰ মাজত অতি নিধকৰ যে প্ৰমাণ।

  • @argogoi5683
    @argogoi5683 25 วันที่ผ่านมา

    🙏🙏🙏🙏👍👍

  • @kishorkalita6417
    @kishorkalita6417 24 วันที่ผ่านมา

    Mama...question paper candidate k nibo dyok...ans key dyok aru kune kimn score paise dyok aru result dyar time t kune kune paise roll number bor result sheet t xokoloe sabo para k rajohua krok..online selected candidate list upload krok...tetiya he buji pam kimn nika nijukti..

  • @Info7info
    @Info7info 24 วันที่ผ่านมา

    100 r majot 10 jonok dibo akdom nikake ...aru repoter pothai dibo je khbr loi aha ....aru ihotei kob exam akdom nikake hoise ...sobei bhabibo thikei asei buli....aru next time r karone prepare koribo
    kebol strict checking r bahire baki ata step o thik nohoi
    1.Omr sheet t nam aru photo
    2.question paper anibo nidiya
    3.marks public nokora
    4.merit list public nokora
    5.cut of mark nidiya