জুবিন গাৰ্গৰ মহানুভৱতা । বিহুতলীত সন্ধানহীন কিশোৰীৰ কাষত হাৰ্টথ্ৰব জুবিন গাৰ্গ
ฝัง
- เผยแพร่เมื่อ 22 เม.ย. 2022
- বেলতলাৰ বিহু মঞ্চত চলি আছিল জুবিন-জুবলীৰ গীতৰ শৰাই। গীতৰ তালে তালে বিহুবলীয়া ৰাইজ ব্যস্ত বিহু নচাত। তাৰ মাজতেই ঘটিল অঘটন। চাওক এই প্ৰতিবেদন।
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates
জুবিনদাৰ অকল গানেই নহয়
জুবিনদা মনুটোৱেই বহুত ভাল।
সহজ- সৰল মনৰ মানুহ। সেয়েহে তেওঁক বহুত ভাল লাগে।
Love You Zubeen Da❤️❤️
জুবিন দা অকল গানেই ভাল নহয় গোটেই মানুহটোৱে ভাল love from Dibrugarh ❤❤❤❤
সঁচাকৈয়ে
সচা কথা কৈছা bro 🙂
এই আই জুবিন দাৰ আদৰ্শই আমাৰ উদ্দেশ্য৷
এনেকুৱা মনোভাৱৰ কাৰণে জুবিন দা বহুত ভাল লাগে তেওঁ মহানোভবতা আমাৰ অসমীয়াৰ গৌৰৱ জুবিন দা।জয় জুবিন দা।
Zubeen Daa okol Legend nhoi teo ejon amr Allah,Zesus,God😘😘😘🪔🪔🪔🥰🥰🥰❤️❤️❤️😊😊😊☺️☺️☺️🙏🙏🙏🤲🤲🤲🤗🤗🤗
Zubeen Da hosai aapuni aamar babe bhagaban.U aer rock 👍👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️
I Love you Zubeen da❤❤❤❤❤❤❤❤❤❤❤❤❤❤
এইয়াই আমাৰ জুবিনদা❤️
জুবিন দাই কেতিয়াও বেয়া কাম কৰিবই নোৱাৰে আমাৰ বহুত বিশ্বাস
জুবিন দা মানেই আৱেগ
জুবিন দা মানেই মৰম
জুবিন দা মানেই মহানুভৱতা
Love Form Dhemaji ❤️
দাদা আপোনাৰ তুলনা দিবই নোৱাৰি
আপুনি মহান 🙏🙏🙏🙏🙏🙏
জুবিন দাৰ মহানুভৱতাক প্ৰনাম জনাইছো। 🙏🙏🙏🙏🙏🙏🙏
Love form Zubeen da ❤️💕
জুবিন দা ভগবান হয় ভগবান,,ভগৱানে সকলোকে সহায় কৰে
Love you so much zubeen da
Wao dada thank you. Nice job
Zubeen always rocks
Love fofom Tinsukia jagun
এয়াই আমাৰ জুবিন দাদা
Love you Jubeen da ❤️
এই বোৰ কাৰণতে আপোনাক বহুত ভাল পাওঁ দাদা ❤️😍
I love you zg dada I love you very much you are great Zubeen da
Thank you❤❤❤ zuben, da jubilee baa
Jubin dar nisina nasileu aru jonmo u nohoi, jai jubin da, love you jubin da 💓💓💓💓💓🎸🎺🎻🎶🎹💓💓💓💓💓
I love you zubeen daa
Hosake bohut val manuh amar Zubeen daa
Love you dada ❤️❤️❤️
Our proud of zubeen da
Aeijonei hl amr jubin garg(zg) 😍😍🥰
এয়াই জুবিন দা 😍😍 আমি এনেই জুবিন দাক ভাল নাপাও... এইবিলাক কাৰণত আমি জুবিন দাৰ ভক্ত 💟💟
Hoi,moromor bhaiti.
@@netrakamaldeka4151 thank u 😍
Love uu dada😍😍
মনৱতা কি জুৱিনদাৰ পৰা জানিব পাৰি❤❤❤❤🙏🙏🙏🙏
সচা কথা 🙏
This is zubeen ok lv u
Great work
Love u my Heart
Good dada apunak manib lagib....greatman
Never talked to zubeen....never met zubeen....listened a lot though....but a die hard fan of zubeen......yeah......great soul of Axom....oh....i dnt have words to explain ....love him beyond love....creator by born...long live brother zubeen
Jubinda you are great.you are our precious wealth.
That's why our boss is defferent.👍👍
Aiyai aamr moromr zubeen daa ji Ohadharon hoiu hadharon manuhr dore thake.
Probhudev 😇😇❤️❤️
Thanks
জুবিন দা আৰু জুবলী বা দুয়ো গৰাকী কণ্ঠ শিল্পীলৈ সহশ্ৰ প্ৰণাম 🙏🙏❤️❤️
এইজনেই আমাৰ মৰমৰ জুবিন দা🙏🥰❣️
Xsai dei zubeen da amar karone bhogorban 🙏🙏
এয়া অকল জুবিন দাই হে পাৰে।।
lv u zubin da
Joi Zubeen da✊✊
I love you zublee ba.
Mojja zubeen da
imn hru sualijnik eri knke ghrle ahi dib parile,,imn dayittohin, careless mak bapek thake thokatkoi nthokai vl.vgbne nkrok nhoi jdi kiba ata hoi juahle ei konmanijnir lgt....ajir dinot nije ghrt goi tnke thoi oha mnuh but kom a ulab aru heikhn programt zuben dar holoni blg kunuba huahlew tnkua nkre khub besi police r hatot gotai dile hoi..heikrnei zuben da karu lgt Tulona nhoi.❤️❤️❤️
Joi Zubeen Da
Dhanyabad Jubin da Jubli ba...
Love you zubin dada 💗💓💓💓💓💓💓💓🙏
Love you Zubin da
জুবিন কেৱল নামৰ নহয় ♥️⭐
Jubin da... !
Aiyai mur bhogoban
boss💞
Mjjjja
❤️zubeen da❤️
Khei karonei zubeen da k bohut vl pao.zubeen da kebol ajon gayokei nohoi.zubeen dar mohanota koi khekh korib nuwari..... 2mi jug jug jiyai thaka zubeen da....
❤️❤️❤️❤️
জুবিন মাথোঁ এটা নাম নহয়,ই এটা অসমীয়াৰ আৱেগ,প্ৰতিজন অসমীয়াৰ গৌৰৱ।জুবিন অনন্য,জুবিন অদ্বিতীয়,জুবিন অসমীয়াৰ অপোচবিহীন নেতা।জুবিন সদায় জুবিনেই হৈ থাকক তাকেই কামনা কৰোঁ।
সচা কথা
@@mamonibarman7109 অ'
Love u zubeen da
🙏🙏🙏
Dada 2mr kunu vkha nai dada love you bht mon ase abr kakhor pora sabole
Dukhiyar bondhu zubeen da .jai zubeed da
❤️🔥
❤
এইয়াই আমাৰ দাদা বাইদেউ 🙏
Very good
Jubin da is best !
God bless u always Zubeen da
Great
Love u zg da
এইবোৰ কাৰণতেই তেওঁলোক আমাৰ সমাজৰ বাবে এক আদৰ্শ
That's the reason, he is our heartthrob 💞
Zubeen da ai karone val mur Zubeen kunu ahogkar ni kunu vadvab nai jow Zubeen da I love you Zubeen da ❤❤❤
🥰🥰🥰
মহান অনুভৱ
Love u zuben da juble ba
Sagaror dare brixal hridoy jar hewai zubeen garg
Zubeen da ❤️
Love you zubeen da 🎶
Great human being 🙏🙏🙏
জুবিন দা আমাৰ ভগৱান ❤️❤️🥰🥰
Jubli ba aru zubin da parfect progem juti... ❤❤❤❤
👍💝💌🕊️
Zubeen zubeen ai
God bless you both zubeen Da and Jublee Ba🙏🙏🙏
জুবিন নামটোয়ে ইমান ভাল লগা এতিয়া আৰু বেছি ভাল লগা হল
মই যেতিয়া দেৰ বছৰৰ আছিলো তেতিয়া মোৰ বাইদেউ দুজনীৰ লগত ষ্টুদিয়ত এক কপি ফটো উঠিছিলো আৰু ষ্টুদিয়ৰ দুৱাৰ খনত জুবিনৰ ফটো এখন আঠা লগাই থোৱা আছিল সেই খন ফটোৰ পৰাই জুবিনক চিনি পাওঁ । জুবিনক কোনো দিনে ওচৰৰ পৰা দেখা নাই । ইমান ৰাতি লৈকে বিহু আগৰ পৰাই চোৱা নহল যে ।
তথাপিওঁ বহুত ভাল পাও জুবিনক । লগতে ৰাজা দাক ।
Mojaa zubin da
🥰
Salute
long live Jubin and Jublee
Nice
Juwabarr news akou uplod korise
Zubeen daa nohoi great zubeen daa hoi
Man with a Big Heart ....God bless Zubeen da