গান গাবলৈ মন নাই! মঞ্চৰ পৰা নামি গ’ল জুবিন

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ม.ค. 2025

ความคิดเห็น • 756

  • @NortheastExplorerRH
    @NortheastExplorerRH 7 หลายเดือนก่อน +7

    শাৰীৰিক অসুস্থতাৰ বাবেও কেতিয়াবা গান গাব নোৱৰা হয়..... যিজন মানুহে কম বয়সৰপৰা ইমানখিনি সৃষ্টি কৰিলে সেয়া বুজাই বুজে 🙏

  • @assamcomady9785
    @assamcomady9785 ปีที่แล้ว +128

    জুবিন দাক যিসকলে ভাল পাই লাইক কৰা

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว +3

      Xonmaniya Baideyu Sir Nomoste nomoste nomoste Dr Xonget Xurjya Best Cook Women Most Beauty Ful Most Beaty Ful Most Beauty Full

    • @SimantaKakati-mp3vp
      @SimantaKakati-mp3vp 8 หลายเดือนก่อน +2

      মই ভাল নাপাও

  • @lifehereandthere
    @lifehereandthere ปีที่แล้ว +17

    মই শিৱসাগৰ বাসী, জুবিন জুবিনেই,,, গান গায় বা নাগায়,,, তেওঁৰ প্ৰতি আমাৰ মৰম নকমে,, গায়ক হল বুলিয়েই সকলো সময়তে গান গাবলে মন নাথাকিব পাৰে,,, তেওঁ মদ খাই সকলোৱে জানে,, মদৰ নিচাতেই তেওঁ আগতেও উৰে ৰাতি গান গাইছে,, এইখন field তে লৰাই বোকাত লোতুৰি পুতুৰি হৈ নাচিছে,, এদিন নাগালে নাই আৰু

  • @bhaskarborah7873
    @bhaskarborah7873 ปีที่แล้ว +13

    জুবিন দা সদায় জুবিনেই।কাকো খাটি নকৰে।।

  • @lakhyajitsonowal2135
    @lakhyajitsonowal2135 ปีที่แล้ว +36

    মোৰ মতে... যি কেইজন মানুহে জুবিনদাক বেয়া পায় ন...সেইকেজন মানুহে দাদাৰ কোনো ভিডিও,ফটো,গীত,বজাব বা ফোনত ৰাখিব নালাগে চিধা কথা😊মানুহজনক ইমান বেয়া ব্যৱহাৰ কৰি...সেই মানুহজনৰ গীত শুনাৰ যোগ্য নহয় সেইবোৰ মানুহ।
    ❤জয় জুবিন দা❤

    • @bhargabblack1284
      @bhargabblack1284 ปีที่แล้ว +2

      Love you Zubeen daa 🥰🙏

    • @bhargabblack1284
      @bhargabblack1284 ปีที่แล้ว +7

      Zubeen daa r নিচিনা আৰু আমি এই জনমত কেতিয়াও নাপাওঁ

    • @jakirgamingyt7094
      @jakirgamingyt7094 8 หลายเดือนก่อน

      এটাও থাকিব নোৱাৰে

    • @SimantaKakati-mp3vp
      @SimantaKakati-mp3vp 8 หลายเดือนก่อน +2

      মই শুনিয়ে পোৱা নাই আৰু নুশুনো

    • @zubeennath934
      @zubeennath934 4 หลายเดือนก่อน

      Hari Naam Sage xunai Nai toi Axomot Kio Aso Jhraa​@@SimantaKakati-mp3vp

  • @ranjulabora
    @ranjulabora 5 หลายเดือนก่อน +4

    Manuhar katiab mon val nathakibow para ❤❤❤❤

  • @deepjyotinath5255
    @deepjyotinath5255 ปีที่แล้ว +6

    জয় জুবিন গাৰ্গ I love zubeen

  • @abhijitgogoi000
    @abhijitgogoi000 ปีที่แล้ว +83

    পৰিস্থিতি সাপেক্ষে মানুহৰ মন বোজা উচিত। প্ৰতিজন ব্যক্তিয়ে কিবা ভূল পথ বাছি লোৱাৰ আঁৰত আৰু কিছুমান দুখ কষ্ট থাকে যাক সেই পৰিস্থিতিৰ পৰা ওভটাই অনাটো ভগৱানৰ বাহিৰে আন কাৰো ওচৰত ক্ষমতা নাথাকে। তেওঁ মদ খাই বা নিজৰAttitude ক লৈ এনেকুৱা কৰিছে বুলি ক'ব নোৱাৰি, গতিকে তেওঁ এনেকুৱা কাম কৰাটো উচিত অনুচিত বিচাৰ কৰা আগত অসমৰ গৌৰৱ তথা জনপ্ৰিয় গায়ক এজনে এনেকুৱা কাম কিয় কৰিব লগা হ'ল তাক বিচাৰ কৰা উচিত বুলি মই ভাবো।
    মনৰ কথা প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে আঙুলিয়াই দিয়াৰ লগতে সুধৰাই দিব বুলি আশা ৰাখিলোঁ।❤️🙏

    • @bijoypegu5262
      @bijoypegu5262 ปีที่แล้ว +1

      I aggre 👍👍👍👍👍

    • @assamrhinoff6972
      @assamrhinoff6972 ปีที่แล้ว

      Gus njwaar pora janu kiba rasta asel??? Tar... Emn tokat loi anise public joma huise... Mod Tu kom khai ahbo lgsl

    • @Manalisha2.0
      @Manalisha2.0 ปีที่แล้ว

      @@assamrhinoff6972 তেখেতে এইবাৰ এই যে সুৰা পান কৰি আহি প্ৰগাম কৰিছে তেনে নহয় অতীতৰ পৰা এনেকৈ এই তেখেতে অনুষ্ঠান কৰি আহিছে💝 এজন ব্যক্তিৰ জীৱনত কৈ কোটি কোটি টকা ডাঙৰ হ'ব নোৱাৰে, মানুহ জনৰ অলপ বয়স হৈছে শৰীৰ টোৱে টানিব নোৱাৰা হৈছে হ'লে ও কিন্তু তেখেতে আমাক লগ এৰা নাই প্ৰতিটো ক্ষেত্ৰত আমাৰ সোনালী অসম খনৰ কাৰণে অলেখ বৰঙনি আগবঢ়াই আহিছে তেখেতে কিয় অনুষ্ঠান স্হগিত ৰাখিলে তাৰ আৰৰ কাৰণটো চাই হে কথা কব যি টি কৈ নিদিব এজন ব্যক্তি ৰ জীৱনৰ লগত টকা তুলনা নকৰিব ধন্যবাদ 👿

    • @lenasarma8918
      @lenasarma8918 ปีที่แล้ว +1

      Thik koisai

    • @rahulboruah7471
      @rahulboruah7471 ปีที่แล้ว +2

      @@assamrhinoff6972 sok tekhete agote ane kora nai ami agor video sale gom pam je khujr khele mele agoteu hoi moi bhabu tekhetor oinyo kiba tentionu hb pare n .tekhetok June bhal paisele sobei agolekeu bhal pai jabo.bhul hoise jode khyomaa korebo🙏joi Zubeen da🙏

  • @AxomorLora07
    @AxomorLora07 ปีที่แล้ว +4

    নিজৰ ঠাই এদুখৰত আহি এনেকুৱা ব্যৱহাৰ কৰা টো ভুল। নিজৰ যি খিনি আত্ম সন্মান সেইখিনি অথলে যাবলৈ দিব নালাগিছিল আৰু সুৰাপান কৰাটো সাইস্থৰ পক্ষে ক্ষতিকাৰক। যি কি নহওঁক কিয় অনাগত দিনত এনে ভুল নকৰিব আৰু যি সকলে অনুষ্ঠান ভাগ উৎযাপন কৰিছে তেওঁ লোকক মনত দুখ নিদিব। শেষত জয় জুবিন দা।love you ❤️❤️

  • @chakrabortykartik9752
    @chakrabortykartik9752 ปีที่แล้ว +53

    দেখিয়ে অনুমান লব পাৰি জুবিন দাৰ গা টো ভাল নহয়।
    ৰাইজে যেন বিষয় টোক বেছি সমালোচনা নকৰে।
    ঠিক এনেদৰে যোৱা বছৰত আমি KK sir ওক হেৰাইছিলো।
    Keep love him Don't forget the contribution he given to the Assamese culture 🙏

    • @utpalxfitnz
      @utpalxfitnz ปีที่แล้ว +4

      গা বেয়া নহয় নিছা টো হে বেছি হল

    • @Dayofmemories
      @Dayofmemories ปีที่แล้ว +1

      Umm gat মদ লাগিছে নেকি

    • @roonydeka6042
      @roonydeka6042 ปีที่แล้ว +2

      gaa beya atchaa. 🤣🤣

    • @AliShah-em2on
      @AliShah-em2on ปีที่แล้ว +1

      Right

    • @narayanroy4679
      @narayanroy4679 ปีที่แล้ว

      Chil kora besi hoice😅

  • @Upleving
    @Upleving ปีที่แล้ว +45

    Aikarone zubeen da rock❤️❤️❤️

    • @shyamantakalita4970
      @shyamantakalita4970 ปีที่แล้ว +2

      Amar tate eibar stage program eta ase . Take bhabisu modahi matu ne bhanguri matu

    • @Upleving
      @Upleving ปีที่แล้ว +1

      @@shyamantakalita4970 bajet kimanr 10/20 hejarot haibelak a paba 😂😂😂

  • @Rihanhaque-fs6zr
    @Rihanhaque-fs6zr 8 หลายเดือนก่อน +2

    Zubeen da Apuni gaan naga lao tabu o Apunaka vhal pau.I love Zubeen da.@MaYa ZiNdAgI@❤❤❤❤

  • @medhilogichouse7859
    @medhilogichouse7859 ปีที่แล้ว +50

    আজিৰ প্ৰজন্মৰ কিবা বোলে heart throb। কি হ'ব jubinৰ । ৰাইজ আৰু ভাষা নাই।

    • @SIGNATURE-s3r
      @SIGNATURE-s3r ปีที่แล้ว +8

      malua zubeen😂😂

    • @jaydeepbarman955
      @jaydeepbarman955 ปีที่แล้ว +6

      Maloru zubeen😂

    • @pratapkalita8894
      @pratapkalita8894 ปีที่แล้ว +1

      এইটো প্ৰথম নহয়। মদ খাই মঞ্চত উঠাটো তেখেতৰ স্বভাৱ

    • @deepkashyap2866
      @deepkashyap2866 ปีที่แล้ว

      Hb bokasoda zubbenk beya kb kn ne 2y

    • @Ridewith-z16O
      @Ridewith-z16O ปีที่แล้ว +1

      Reply kora every single one.. who the fuck you are moina? Zubeen oha nai tumi roi axa Zubeen daar gaan hunibo

  • @monikumar1724
    @monikumar1724 ปีที่แล้ว +3

    Love you zubeen da গাবলৈ মন নাই নাই আৰু নগাও ako

  • @simantaborgohain1459
    @simantaborgohain1459 ปีที่แล้ว +2

    🥰Hartbet zuben da.... From sivasagar but ... Anekuwa korily vhl nlge zuben da🙏

  • @jakirgamingyt7094
    @jakirgamingyt7094 ปีที่แล้ว +8

    আপোনালোকে এতিয়া জুবিন দা ক বেয়া বেয়া কৈ আছে 😢 😢 কিন্তু যেতিয়া জংকী বাৰ নিছিনা জুবিন দা ক হেৰাবো তেতিয়া আপোনালোকে কান্দিব 😢😭😭😭

    • @kishordeka5582
      @kishordeka5582 ปีที่แล้ว +2

      Hoi de moi o mori jam😢

    • @mrinalsarma6870
      @mrinalsarma6870 8 หลายเดือนก่อน

      😅😅😅😅😂😂😂😂

  • @nirbandeka4017
    @nirbandeka4017 ปีที่แล้ว +2

    Jai da Zubeen da........Love u Belsor

  • @immanvlogs4554
    @immanvlogs4554 ปีที่แล้ว +50

    Thank you Zubeen da gaaan nagale exam soli ase ...
    Ur a Legend❤️❤️❤️

    • @kalitakalita1437
      @kalitakalita1437 ปีที่แล้ว

      Hmm vale korise

    • @Dayofmemories
      @Dayofmemories ปีที่แล้ว

      তুমি Val ছাত্ৰ মদ nakhaba

    • @roonydeka6042
      @roonydeka6042 ปีที่แล้ว

      🤣🤣🤣

    • @manashsharma7382
      @manashsharma7382 ปีที่แล้ว

      Exam soly thika karone zubeeen da gaan gua nai vale a korishe aru manhua kintu kotha koy kintu zubeen gaan nagale val a paishu 🙏🙏❤️❤️

    • @manashsharma7382
      @manashsharma7382 ปีที่แล้ว

      Yes absolutely right 👍▶️ always legend heart throub zubeen da ♥️💪

  • @babluh908
    @babluh908 ปีที่แล้ว +66

    জুবিন গাৰ্গৰ সুৰ টো গুনক মানুহ তোক নহয়।।। ইমান বেছি মৰম দিলে এনেকুৱাই হয়।।। যোগ্য নহয় ইমান বেছি মৰমৰ এনেকুৱা ব্যৱহাৰ ।।অন্ধ ভক্ত সকলো বেছি ভাগ অনুৰাগী।।। মানিছো তেখেতৰ নিচিনা আন এজন কোনো হব নোৱাৰে তেখেতৰ নিচিনা গাব নোৱাৰে ।। Singer হে হয় তেখেত Artist ।। ইমান পাগল হৈ কি লাভ ।।এজন ব্যক্তিৰ হৈ, গান শুনক ।।। বাহিৰৰ artist বিলাক এনেকুৱা নহয়।।।অনুৰাগী মৰম বুজি পায় তেখেত সকলে।। মদ্যপান কৰিব এহুপা মান ।।কত গান গাব পাৰিব।।

  • @bijoymili805
    @bijoymili805 8 หลายเดือนก่อน +2

    Very good ZUBEEN DA

  • @vinodjoysowal9055
    @vinodjoysowal9055 ปีที่แล้ว +7

    জুবিন দাৰ বিষয়ে কোনেও যাতে কোনো ধৰণৰ কটু মন্তব্য নকৰক আমাৰ বিনম্ৰ অনুৰোধ।
    অসমৰ তথা ভাৰতৰে সুউজ্জ্বল তৰা। অসমী আইৰ সূপুত্ৰ তেওঁ। তেওঁৰ উদাৰতা আৰু বিশালতা আমি গম পাওঁ। তেওঁক অপমান কৰা মানে অসমৰ আকাশক কৰা। সকলোৱে বুজিব লৈ চেষ্টা কৰিব, মানসিক আৰু শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁ গান গাবলৈ অপৰাগ হৈ পৰিছিল ।( ক'ব নালাগে তথাপিও কৈছোঁ,.... মনত সকলোৰেই আছে আৰু আপোনা সকলোৱে জানে k k চাৰৰ
    সেই মঞ্চ program ।)
    তাৎক্ষণিক শাৰীৰিক মানসিক চাপে জুবিন দা মঞ্চ কৰিব নিদিলে । সেয়া কেৱল দাদাহে জানে। এয়া জুবিন দাৰ বাহাদুৰী বা দৰ্শক শ্ৰোতাক অপমান কৰা বুলি ভূলতো নাভাবিব।
    আমি তেওঁক ভালদৰে জানো...

    • @bhargabblack1284
      @bhargabblack1284 ปีที่แล้ว

      আপুনি কথাষাৰ ঠিকেই কৈছে ❣️❣️❣️

  • @Mrrikulahkar
    @Mrrikulahkar 7 หลายเดือนก่อน +1

    ❤ jai zubeen daa i love you zubeen daa❤

  • @JaduBora-o7o
    @JaduBora-o7o 2 หลายเดือนก่อน

    Zubeen da tumi য়ি kora tumar kotha tumak Ami vall pua i love you 😘😘😘

  • @moonroy2889
    @moonroy2889 ปีที่แล้ว +7

    Joi Zubeen daa💣❤

  • @hirokjyotihaloi3371
    @hirokjyotihaloi3371 ปีที่แล้ว +5

    Jodi HS exam aru HSLC exam r majot function pate tente kio gan gabo mon jabo .
    Joi zubeen da ♥️

    • @dibyanganaborahsumkiborah7785
      @dibyanganaborahsumkiborah7785 ปีที่แล้ว +1

      Hoi diyok ....seikarone hoitu tekhete gan gabo mn nkrile....

    • @biswavlogs1673
      @biswavlogs1673 ปีที่แล้ว

      Tur leura2 sudurvai

    • @biswavlogs1673
      @biswavlogs1673 ปีที่แล้ว +1

      Anuragir moromei buji napai zubeen dai..mal khai thio hboi nuare kor pora gaan gabo paribo..kintu amar zubeen dar pagol anuragibur bule HS aru Hslc exam huar bbe nagale..oi pagl hott agreement krute date saisil nai ketiya program ase..tetiyai cancel kri dibo lgisil exam ase moi najau buli..Kiman manuh kiman anuragi kimn akhare baat sai asil j zubeen dai gaan gabo aru ami nasim..anuragir proti ki eku emotion ai nai ne zubeen dar

    • @hirokjyotihaloi3371
      @hirokjyotihaloi3371 ปีที่แล้ว

      @@biswavlogs1673 kotha kobo Jodi xika nai ahibi mur tat tution koraii dim gali tur gharar manuhk dibi muk nohoii ,jatiya bhall dore xikhaii puwa naii toii tuk koi ki lav hobo agote school goii xiki aha manuhk bebohar keneke koribo lage

    • @biswavlogs1673
      @biswavlogs1673 ปีที่แล้ว

      @@hirokjyotihaloi3371 Aikhar ktha tur hei zubeen dak kua j manuhor lgt kidore byobohar kra hoi..aru school toi ja tuk hee gyanor proyujon ase goru...nije sage ghur modahi toi n?? Poha huna nai..dangorok kneke ktha kbo lge horuk knekoi ktha kbo lage ghoror manuhe nihikale tuk idiot..mur usorole ahibi vlke gyan dim tuk understand

  • @rajubora3485
    @rajubora3485 ปีที่แล้ว +83

    অনুৰাগী মুৰত উঠাই শেষ কৰিলে এইজনক
    মাল ডিঙি লৈকে খালে কেনেকৈ গাব

  • @Nex_memes
    @Nex_memes ปีที่แล้ว +1

    Adin gan nagale buli a nalage ane kuwa Zubeen Garg wah kya baat 👍👍

  • @alexx_rahmanmisbah2031
    @alexx_rahmanmisbah2031 ปีที่แล้ว +66

    সন্মান দিলে সন্মান লব লাগে।
    মৰম দিলে মৰম লব লাগে।
    এইবোৰ ভাল নালাগে আচলতে।

  • @Mintu577
    @Mintu577 ปีที่แล้ว +64

    মাল খাব লাগে। কিন্তু অলপ খাব লাগে। খোজৰ ঠৰ নাই।। জুবিন দাক সকলোৱে ভাল পাই।। কিমান কষ্টত প্ৰগ্ৰেম কৰিছে আৰু ৰাইজ বোৰেই কিমান মনত দুখ পাইছে।। ৰাইজৰ মনত বহুত দোষ দিলে জুবিন দাই😔

  • @tridipdas6401
    @tridipdas6401 6 วันที่ผ่านมา

    Zubeen,,,,,,,,, zubeen a hoi ❤❤

  • @purnakantanath5538
    @purnakantanath5538 ปีที่แล้ว +41

    জুবিন দা গায়ক হল বুলিয়ে সকলো সময়তে গান গাব নেকি....💕
    আমি জানো সকলো কাম সকলো সময়তে কৰিব পাৰোঁ? কেতিয়াবা আমাৰো মন নাযায় নহ....
    Zubeen da always a 🌟...

    • @shyamantakalita4970
      @shyamantakalita4970 ปีที่แล้ว +2

      Hoine bupai. Nokou dia aru. Hahi uthise

    • @mitalimomivlogs
      @mitalimomivlogs ปีที่แล้ว +1

      Toi aslte bsi pgl

    • @nobita2k286
      @nobita2k286 ปีที่แล้ว +1

      Joy Zubeen Da

    • @mohanbhai1891
      @mohanbhai1891 ปีที่แล้ว +2

      জুবিন দা STAR ⭐ নহয়,MOON🌕 হয়!
      জয় জুবিন দা❤✊

    • @ranjibborah3274
      @ranjibborah3274 ปีที่แล้ว +2

      পিছে টকা লৈ মদ খাই মাতাল হৈ stage ত চেহেৰা দেখুৱাবলৈ আহিছিল নেকি?

  • @bolorambiswas3172
    @bolorambiswas3172 ปีที่แล้ว +2

    Val lagil love you jubeen da

  • @Jioshorts-ec5fl
    @Jioshorts-ec5fl ปีที่แล้ว +4

    জয় জুৱিন মদাহী ✊

  • @sanjivnimbiswas9805
    @sanjivnimbiswas9805 ปีที่แล้ว +2

    Mon beya ZG rocksss💕💕💕💕

  • @Official_jintu
    @Official_jintu ปีที่แล้ว +17

    Zubeen da ❤️❣️ heartbeat 🥺💓🫁🫀

  • @gangaramchetry2094
    @gangaramchetry2094 ปีที่แล้ว +1

    Rock dada lv u

  • @bodolendNarzary
    @bodolendNarzary 7 หลายเดือนก่อน +1

    জুবন দাদা গা বেয়া 😆😆😆😆😆😆😆😆

  • @hemangaboruah6073
    @hemangaboruah6073 ปีที่แล้ว +3

    Love u Zubeen da ❤️ aku nai hoi jai ketiyaba..

  • @jphjoy8926
    @jphjoy8926 ปีที่แล้ว +4

    Bhut vl paau zubeen da aapunak ❤️ aapunar protitu gane aamar majoloi aamak ntun jibon ati di diye ... Aapun gaan xuni a dangr hoisu 😊 aapuni aamar Maan 🥰 axomiya buli kole .. ya Ali rom rom jagi jaai ... Maya bini gaan tui jibon vl powa bor bujai diye ... Sila sila sila mn hsa koi xopon bor dithok kori uri jabo mn jaai ... Bt zubeen da aapuni aru ane nkribo jot program thake 🙏 bhut aakhare aapunar program Sam buli aakhare roi thake aapuna mukhe mukhe jn gaan gai protitu manuhe jibon r ntun rong aanibo bisare ... Bhutore aakha nirakga korile dada 😭 ... Love ❤️ you dada 😊ketiya ba jodi gaa beya thake mn vl nhoi din a phn kori jonai dibo ... Kone o aapunak beya napai 😊

  • @hengulia3203
    @hengulia3203 ปีที่แล้ว +9

    Joi zubeen da ❤️

    • @Ishubaa
      @Ishubaa ปีที่แล้ว

      Gela pani besi khai bisonaloi monot poril sage

    • @hengulia3203
      @hengulia3203 ปีที่แล้ว

      @@Ishubaa he is my heart 💜❤️

  • @pinkusaikia5373
    @pinkusaikia5373 ปีที่แล้ว

    Zubeen da khoday zubeen hoi rouk❤❤❤❤

  • @adityaborah5120
    @adityaborah5120 ปีที่แล้ว +2

    Love you forever zubeen da ❤

  • @JamalJamal-xz4fq
    @JamalJamal-xz4fq ปีที่แล้ว +1

    Zubeen Garg you will

  • @bikidas-gp2fl
    @bikidas-gp2fl ปีที่แล้ว +3

    Boss love you zubeen da

  • @neelhagorvlogs2706
    @neelhagorvlogs2706 ปีที่แล้ว +7

    Hoi tu tekhetr gaa tu beya u lagibo pare
    Tekhetu ajon manuh janeke manuhr ga beya lgile Kam kribo MN njai teneke teur mn najabo pare
    Zubeen da Hodai priyo❤️💕💕💕❤️

  • @Tinsuki-p6q
    @Tinsuki-p6q ปีที่แล้ว

    Zubeen দাৰ গা টো বেছি বেয়া লাগিল চাগৈ । জুনে জি কক l love Zubeen da ❤️

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 ปีที่แล้ว

    100 ta val kam korile ata beya kam korile aku nai aru aeitu aku bya km bulli nkw .
    Joy zubeen da ❤️

  • @pranjaldas969
    @pranjaldas969 ปีที่แล้ว

    Zubeen da king 👑👑

  • @Village.6
    @Village.6 6 หลายเดือนก่อน +2

    I love you jubeen daa❤

  • @Vocalvibes-b9v
    @Vocalvibes-b9v ปีที่แล้ว +1

    Joii Zubeen da🔥 exam hoi ase

  • @pritirekhabaishya9305
    @pritirekhabaishya9305 ปีที่แล้ว +17

    LV u zubeen da....gaa beya habo o pare....mod kone nakhai, tat thoka 50% a mod khai ase.....okal mod a nahoi, gaa beya habo o pare

  • @optjgaming8782
    @optjgaming8782 3 หลายเดือนก่อน

    joi zubben daa

  • @binnmoran2130
    @binnmoran2130 ปีที่แล้ว

    ❤❤❤you Zubin da

  • @parashmonibora7848
    @parashmonibora7848 ปีที่แล้ว +61

    Zubeen dak ami cb a vl pw .kintu enkua km bur nkribo dada..apunar krnai hazar mnuh asll roi... Ktiaba mn nglau raij r krna krib logya hbo pre 🥲 hdai mrm ase 💘💘

    • @digantaray4573
      @digantaray4573 ปีที่แล้ว +5

      Modaru manuka Val pabi toi✨
      Jia daal nohok kio e ajon Modaru drugy

    • @debarshikashyap8224
      @debarshikashyap8224 ปีที่แล้ว +1

      @@digantaray4573 toi jubin dar nisina gaan gai dekha agote madarch# d 😠

    • @digantaray4573
      @digantaray4573 ปีที่แล้ว

      @@debarshikashyap8224
      Makchudai dunikonot e Okla singer naki, ai madaru tu Tor nisna Manu hunibo Ami balo na hunu.

    • @biswanathbty5834
      @biswanathbty5834 ปีที่แล้ว +2

      Drunkar

    • @lakhichutianew447
      @lakhichutianew447 ปีที่แล้ว +2

      Balor zubin kla

  • @ChandanDas-f6p
    @ChandanDas-f6p ปีที่แล้ว

    Joy zubeen da ❤❤❤❤

  • @Nitul_yt
    @Nitul_yt 7 หลายเดือนก่อน

    Bya lagil bht 🥲💔

  • @iveehazarika3737
    @iveehazarika3737 8 หลายเดือนก่อน

    Good.❤🎉❤

  • @MontuSingh-fo8xs
    @MontuSingh-fo8xs ปีที่แล้ว

    I love u zubeen da ..zubeen da gatu Val nhoi sage .....abosor gabo nuwarile ..nex bosor gan gabo ..i love zubeen da ..

  • @BiswaJit-ft9vr
    @BiswaJit-ft9vr ปีที่แล้ว

    Rock men❤😎🤟

  • @anandarajbongshi8200
    @anandarajbongshi8200 ปีที่แล้ว

    Mod khai nijok hekh korile teo nijoke.
    Zubeen ❤

  • @dibyanganaborahsumkiborah7785
    @dibyanganaborahsumkiborah7785 ปีที่แล้ว +3

    Mahadev hoi porisil zubeen sir🙏🥺

  • @debarumurah8432
    @debarumurah8432 ปีที่แล้ว +15

    Function t ke exam bsi important,joy Zubeen da 👍

    • @onlinetipsandtricks164
      @onlinetipsandtricks164 ปีที่แล้ว

      Program Tu arrange a kribo nlgisil tnke bhba hoi...

    • @trish5350
      @trish5350 ปีที่แล้ว +1

      @@onlinetipsandtricks164 aro Xii gaan gam boli paisa lobao nlgisil

    • @kishordeka5582
      @kishordeka5582 ปีที่แล้ว

      ​@@trish5350toi akoli diseli nki banori 😂

    • @trish5350
      @trish5350 ปีที่แล้ว

      @@kishordeka5582 oi kukur tok matisu neki

    • @kishordeka5582
      @kishordeka5582 ปีที่แล้ว

      @@trish5350 zubeen dar kotha beya ke, nakobi maksudai,set dl

  • @PranabKakati-wk3kq
    @PranabKakati-wk3kq 7 หลายเดือนก่อน

    Buja usit lv zg ❤❤

  • @ranjibborah3274
    @ranjibborah3274 ปีที่แล้ว +17

    এইবাৰ মদে খোৱা আৰম্ভ কৰিছে!!!!

    • @Ytevlog
      @Ytevlog ปีที่แล้ว

      Right ✅️

  • @renubordoloi6589
    @renubordoloi6589 ปีที่แล้ว

    Joi zubeen da
    Emn bur val kaam korar pisotu matro ata vule go back buli siorise hosa kbo gole manuhe ata khubidha bisari thake manuhok tol peluaboloi
    Bt zubeen garg hoi amar mrm val pua hodai thakibo......

  • @tutuphukon5561
    @tutuphukon5561 ปีที่แล้ว

    জুবিন দা তুমি জুই

  • @SimantaKakati-mp3vp
    @SimantaKakati-mp3vp 8 หลายเดือนก่อน

    জয় জুবিন দাল মদাহী

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 ปีที่แล้ว +5

    জুবিনে গাঁওলীয়া 8 PM খাই দিলে বোধহয়....😉

    • @Ghost124-v6b
      @Ghost124-v6b ปีที่แล้ว

      Zubeen dai 8pm r bapek khai

  • @haluakhelebgmi5565
    @haluakhelebgmi5565 ปีที่แล้ว

    ভাগৰুৱা হৈ পৰিছে নেকি বাৰু লাহে লাহে

  • @ndas9029
    @ndas9029 ปีที่แล้ว +4

    মৰম আৰ ধনে ভালকৈ মুৰত ধৰিলে।

  • @abdboss4276
    @abdboss4276 ปีที่แล้ว +2

    Aituei hoic zubben da .....axomor roja hoi

    • @hindu8703
      @hindu8703 ปีที่แล้ว

      Tur oxom khobor Roja hobo pare zubeen....amar oxomor Roja hol the lachit borphukan

    • @hammerroasters5703
      @hammerroasters5703 ปีที่แล้ว +1

      ৰজাৰ ওচৰত প্ৰজাৰ ভেলুগুটি কমি গ'ল।😂

  • @akumili8660
    @akumili8660 ปีที่แล้ว +1

    Tikey korile zubin daa karubar tika loi tua nai nohoi hosake 👌🤞🤟

    • @sanzu8674
      @sanzu8674 ปีที่แล้ว +1

      Poisa dise kela gaboi lagibo xt

    • @lakhichutianew447
      @lakhichutianew447 ปีที่แล้ว

      @@sanzu8674 right bro

  • @jatinteamjatinrabha7471
    @jatinteamjatinrabha7471 ปีที่แล้ว +2

    Love from jatin Rabha worldwide book of record lover Zubin sir❤❤

  • @ritukalita3670
    @ritukalita3670 8 หลายเดือนก่อน

    I ❤️ you Zubeen Garg

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 ปีที่แล้ว +1

    Zubeen da I vul Krise . Apunak Ami bahut vl pao ♥️❤️.

  • @palashbhuyan1503
    @palashbhuyan1503 ปีที่แล้ว

    অখিলৰ সমষ্টি কাৰণে গান নাগালে
    জুই জুবিন দা😍 কোনোবাই ভুকিব পাৰে

  • @অসমUjjal
    @অসমUjjal ปีที่แล้ว

    God ❤❤❤❤❤❤🎉🎉🎉

  • @shivaroy2201
    @shivaroy2201 ปีที่แล้ว

    Joi zubeen daa

  • @bikashgogoi5104
    @bikashgogoi5104 ปีที่แล้ว +6

    Exam. Homoyot kihor function . Dada right . Dadai jiman khale u gan gai . 💕 Dada .

  • @dhunubora6241
    @dhunubora6241 ปีที่แล้ว +3

    Apuni jitu koi dada hetuye hobo..... Joi zubeen da ❤

  • @selfbelieve818
    @selfbelieve818 8 หลายเดือนก่อน

    Zubeen is king

  • @nobita2k286
    @nobita2k286 ปีที่แล้ว +12

    Depending upon the situations, it's important to understand people's mindsets. Often, behind a person's wrong choices, there are deep-rooted sufferings that only God has the power to resolve. Rather than attributing it to factors such as alcohol or attitude, we should first try to understand why a popular and proud singer from Assam would do such a thing before passing judgment on their actions.

  • @dasamal3312
    @dasamal3312 ปีที่แล้ว +5

    Love You জুবিন দা ❣️

    • @QpQp529
      @QpQp529 ปีที่แล้ว

      Ja Suma eta khaide

  • @mixtvne6684
    @mixtvne6684 8 หลายเดือนก่อน

    Moja

  • @ranjitpayeng3740
    @ranjitpayeng3740 ปีที่แล้ว +3

    Zubeen is king👑👑👑

  • @manashsharma7382
    @manashsharma7382 ปีที่แล้ว

    Zubeen da gaan nagau buki kole kyuo kole xaitu val dore janu lobo laghe ana Zubeen da ♥️💪 ji ti kotha kobo nalaghe kishumane nonsense buli koishe aru modahi buki koishile monot asse k.k kotha pura bharitor manhu majot dukhor dau pori goishile karon tu Jane sake k.k Haan nagau buki kua passitbo committee manhua ako loi goishile k.k Jodi zubeen da ♥️💪 nisina gaan nagau buki kole hoi tetya sake aji k k Basile hoi thik tenekua isto hoishile aru moy katiyao biswas nokoru je zubeen da ♥️💪 gaan nogia Kori Ari jabo Jodi raije zubeen da ♥️💪 iman val pai tenehole love you zubben da 💪♥️ Jai zubeen da buli kyo koy Kobo nalaghe bhitorot ata bahirot ata dekhabo nalaghe zubeen da beya Kori kua agote 10 bar bhavi dabo laghe aru zubeen da program adha poisa garibok diye xaibur bavibo laghe aru ji a nohok jodi ukhuk hoishe tenehole ati xonkale val hoi jabo aru Zubeeen da gaan nagale khub val Kam korishe aru advance toka passit je gaan gabo laghibo kotha asse niki tarmane bemar xole o gabo laghibo niki love you zubeen da ♥️💪 Jai zubeen da ♥️💪 all time favorite and always best for ever everyone 👋🌞❤️💖😎 God bless you 🙏🙏❤️ always and best wishes for future endeavors stay blessed 🙏🙏❤️❤️ stay happy 😊😊😊 and always keep smiling 😊😊❤️❤️ 🙏🙏🙏

  • @jundihingia2231
    @jundihingia2231 ปีที่แล้ว +5

    জুবিনৰ বাদেও বহুত শিল্পী আচে। সিহতক মাতিব লাগে। দিনক দিনে জুবিনদা অহংকাৰি হৈ গৈ আচে। তেও মন নগলেই গান নাগাব কথা হল নি। এটা কথাৰ বাবে খং ওঠিচে। আহিব যদি নোৱাৰিলে হেতেন বেলেগ কথা আচিল। তেও আহি দেখিচে। হাজাৰ হাজাৰ মানুহ তেওঁ গান হোনিবলে ৰৈ আচে। তেওঁ দাৰেক কৈ দিচে। মোৰ গান গাবলে মন নাই। আৰু নামি গোচি গৈচে। তেখেতে এবাৰ ভাৱি চাব লাগিচিল। তেওঁ বাবে আশাৰে বাট চাই থকা মানুহ খিনিৰ বাবে। গান এটা গাই। গা বেয়া বুলি কৈ নামি যোৱা হেতেনো বেয়া নাপালো হেতেন। তেওঁ বাবে ৰৈ থকা মানুহ খিনিক তেওঁ মানুহ বুলিয়ে নাভাৱিলে। কিন্তু সেই মানুহ খিনিক চাই। জুবিনো একো বালৰ বাল নহয়।
    সচাই বহুত বেয়া লাগিলে। জুবিন বুলি কলে। আমি জান দিবলেও হাজু। শিৱসাগৰ ৰাইজে তেখেতৰ পতি খন চেনেমা চাই। পতিটো গান হোনে । বহুত বেয়া লাগিলে জুবিনদা। আপোনিও কিবা ৰাজনীতি খেলা নিচিনা হে লাগিলে।

  • @kandarpanath4610
    @kandarpanath4610 ปีที่แล้ว +5

    অসমৰ বিখ্যাত মদাহী ।।।

  • @kowchikpatgiri4852
    @kowchikpatgiri4852 ปีที่แล้ว +1

    সকলো সময়ত মানুহৰ মন একে নাথাকে

  • @advlog8244
    @advlog8244 ปีที่แล้ว

    Zubeen da ata nomuna manhu ami kosto kri jau teur gan saboloi teur aru ahi kine lebel dekhai gusi jai

  • @tot680
    @tot680 ปีที่แล้ว

    Aji Mr gaan gaboli mon nai so nagao tqq so mush zubeen da 😁

  • @deepjyoti5917
    @deepjyoti5917 ปีที่แล้ว +44

    Zubeen da always legend

    • @trish5350
      @trish5350 ปีที่แล้ว

      Tuhar balor legend sala ondho vokto hot blege xeikhini dokh korile kiman ki koli hoi tohote.. Kintu jubeene dokh korile tohot sokut kapur bandhi tho neki

    • @tusharsarmah5614
      @tusharsarmah5614 ปีที่แล้ว

      🥱

    • @himanshunath7458
      @himanshunath7458 ปีที่แล้ว

      Nisat kot gab. He

    • @himanshunath7458
      @himanshunath7458 ปีที่แล้ว +1

      VAl loga nai

    • @roonydeka6042
      @roonydeka6042 ปีที่แล้ว

      🤣🤣

  • @bidyutnath1467
    @bidyutnath1467 ปีที่แล้ว

    Joi z-u-b-e-e-n da apuar logot Ami bur hodai asu 🤍🤍💟💟🤍🤍🙏

  • @deepjyotihandique9915
    @deepjyotihandique9915 ปีที่แล้ว +10

    Political ভণ্ডামি দেখি সকলোৱে মন ভৰি গৈছে। আৰু মন নাথাকিলে বেছি যোৰ দিব নালাগে । সুস্থ হৈ উঠক।

  • @hasanhadi2122
    @hasanhadi2122 ปีที่แล้ว +3

    Feel for the people of Shivsagar

  • @BikasKonch
    @BikasKonch 4 หลายเดือนก่อน

    𝙄 𝙡𝙤𝙫𝙚 𝙮𝙤𝙪 𝙯𝙪𝙗𝙚𝙚𝙣 𝙙𝙖 ❤❤❤

  • @trinayangogoireelsandmugic4566
    @trinayangogoireelsandmugic4566 ปีที่แล้ว +1

    Love you zubeen da

  • @nayan7755
    @nayan7755 ปีที่แล้ว +1

    Legend watching In 2023

  • @nabakumarbrahma6147
    @nabakumarbrahma6147 ปีที่แล้ว

    Jubeen boor romantic manuh.

  • @nobita2k286
    @nobita2k286 ปีที่แล้ว

    Joy Zubeen Da🔥