Nahiba Ubhoti - Tanmoy Saikia & STANNiUM | OLONGKAAR (Official Music Video)
ฝัง
- เผยแพร่เมื่อ 11 ก.พ. 2024
- নাহিবা উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই |
□ Audio Credits :
Lyrics/ Composition/ Vocals :- Tanmoy Saikia
Music/ Mixing & Mastering :- STANNiUM
Guitars:- Subha Das
□ Video Credits
Direction and Concept by Aniruddha Barua
Cast: Tanmoy Saikia and Queen Bharali
Production house - Bapukon Films
Cinematography: Aniruddha Barua
Editing: Amlan Jyoti Rajkhowa
Colour Grading: Mionwang
Art Direction: Chandan Deka
Drone: Krishanku Bidyarthy
Camera AC: Krishanku Bidyarthy
Executive Producer: Rony Borborah
Production: Chandan Deka
Cover Art - Kavyashree Gogoi
MUA: Akash gogoi
Lights: Abul da/Ritu
Light boy: Pulak Nath/Rubul da
Camera Attendent: Abhi/Bichitra
Spot Boy : Sofique
Special Thanks - Pankaj Dhekialphukan
Dhritishman Saikia
Neel Akash Borah
Roma Paul
Guwahati Heights
Riddhi's little cookhouse
□ Connect with artists :
Tanmoy Saikia : / _tanmoy.saikia_. .
STANNiUM : stanniummusic?u...
#NahibaUbhoti #Olongkaar #TanmoySaikia #STANNiUM - เพลง
নাহিবা উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 🥺
Bakoli
Beharbari t jaol ba
❤
😲 wow Bakoli 👌
নাহিবা উভতি আকৌ এবাৰ ☺️
কন্দিব নোৱাৰোঁ প্ৰতিবাৰ 😫😭
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 😔💔😫
Damnnnn .. the best team here!
Harpal da ki khobor
Um bhal bhal tur ko🙄🙄
Lol
Kla tur video lge tur fanny video sabo loi asu joldi daa❤
Fota English Mari nijoke bor gyani buli bhabo nijor matri bhakha tuk dhori thakibo nuaru
Bht bht vl lagil gaan tu....aru xokolua tonmoy dar babe ata like kori jua 😍
Siro জীৱনৰ কথা disilaa কটে nu herala তুমি This line 🥺💔
Tanmoy Daa u are my favorite Male singer Aiii গান টো মোৰ babe medicine dore kam কৰে আগুৱাই যোৱা দাদা মহাদেৱ bless u❤😊
😢😢😢😢😢😢😢😢
নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰোঁ প্ৰতিবাৰ তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই। Best motivational line
Bro nit it's motivational
শব্দবোৰৰ মহত্ব সেইসকলে বুজিছে যিসকলৰ প্ৰেম আধৰুৱা হয় ৰল 🍀
Right
Thik dada bukukhon sui goise o hobdobure
Hosa kotha dada😢
Right Brother 💔
💔
Kune Kune tanmoy Saikia r big fan Jodi big fan like ata kori dibo❤️
Moi
Moiii
@@user-nh4kn1fh6f osm😘
Moi❤
Nai relation
বহুত ভাল লাগিছে তন্ময় দাদা ❤❤❤ Dada r কাৰনে এটা like kori diya 😢😢😢
🙂আজি তুমি কাষত নহ'লে
বাৰে বাৰে হিয়াই উচুপে
কিয় কৰি গ'লা কাহিনী
"আধৰুৱা"!!
নাহিবা উভতি আকৌ এবাৰ
কান্দিব নোৱাৰো প্ৰতিবাৰ 🙂❤️
New Blockbuster of Tanmoy Saikia❤️
❤
উফ্ কি কম!! মাথোঁ শব্দবোৰে হৃদয় চুই গৈছে।।। 🙂🥀❤
হিয়াই উচুপি উঠিল 🥺 ....... হৃদয় স্পৰ্শ কৰি গৈছে💔🥺
😢😭
Jihokolr breakup huwa nai tothapiu aii gan tu huni ase...tahati like kori juwa 😅😅
কিছুমান গান মোবাইলত নহয় হৃদয়ত বাজে
আজি তুমি কাষত নহ’লে
বাৰে বাৰে হিয়াই উচুপে
কিয় কৰি গ’লা কাহিনী
আধৰুৱা ❤
শব্দই ব্ৰহ্ম, শব্দই সৃষ্টি ❤।
প্ৰতিটো শব্দই অন্তৰ চুই গ'ল 🥺❤️
Nh😊
সঁচাকৈ গানটো মোৰ বহুত প্ৰিয় হৈ গল .......নিজৰ মনৰ কথাখিনি গান টোৰ দ্বাৰা প্ৰকাশ হৈছে..... উফ্ কি সান্ত্বনা দিয়ে এই গানটো.... কব গলে এইটো এটা কেৱল গান নহয়,,,,,, এখন ভাঙি যোৱা হৃদয়ত চলি থকা কথা 😢😢😢😢💔💔
Kona Kona vol pow tonmoy saika like kora❤❤❤❤
3:47
গানটো লিখাজনে ভালদৰে বুজে যে এবাৰ হেৰুৱা ভালপোৱাক আকৌ এবাৰ হেৰুৱালে কেনে অনুভৱ হয় ।
Lot's of love ❤
🥲
Same condition kali Mur lgt hol oo 1 years relationship moi Kun ki hoy Buji napalu oo 💔😭🥀
😢
🥺😫
Oh thik koise
গানটো উলিওৱা দিনৰ পৰা আজিলৈকে ৫০০ বাৰতকৈ অধিক শুনিছো । সচাঁকৈ মনত জ্বলি থকা জুইকুৰাৰ লগত মিলা প্ৰত্যেকটো শব্দ।হৃদয় চুই গৈছে । তোমাৰ কণ্ঠত যাদু আছে তন্ময় ❤ এনেকৈ আগুৱাই যোৱা।❤❤❤
Hoine
moi u bht barr xunisu xsa koi😢 gan tu ye bht xanti diye
bhai ru sge Breckup hoisile xeitu karone emn bhuniya koi amr feelings bur bujise. jun jone bujib lgisil teu ye buji npale . teu k beleg ejon r lgt dekhi 😢mn tu ye bht kandise jun jon manuh gutei hibor lgt thakib bli koisile teu aji blg ejon lgt
অ সঁচা দেই গানটোৰ প্ৰতিটো শব্দই মন চুই গল । গানটো ওলোৱা পৰা 500বাৰ অৰ বেছি হল শুনা । যিমান সুনিলেও হেঁপাহ পলুৱাই নাযায় । বহুত ভাল পাওঁ গান2❤
same
15bar koi uport khunilo eto song 🥺♥️ love from goreswar
Tanmoy,Sankhuraj, sannidhya the new era of Assamese music industry ❤
কোনোবাখিনিত নিজৰ মনৰ ভিতৰত অহৰহ চলি থকা কাহিনীটোকেই বিচাৰি পোৱা যেন লাগিল..দুচকু সেমেকি গ'ল..খুব ধুনীয়া সৃষ্টি❤
Sem bro 😢
Right😢❤
ক'বলৈ একো বিচাৰি পোৱা নাই, গীতটিৰ প্ৰতিটো শব্দ মাথোঁ অনুভৱ কৰিছো। বহুত বেছি ভাল লাগিল।তোমাৰ প্ৰতিটো গীত সদায় প্ৰিয়।♥️❣️♥️
এক সপ্তাহৰ পৰা এই গানটো দিনে ৰাতি শুনি আছো। মোৰ প্ৰিয় গানৰ ভিতৰত এটা। গান আৰু music বৰ বেলেগ হৈছে। Superb, outstanding, mind blowing.
Bohut bhal lge songtu❤❤
Ufff...... তোমাৰ কণ্ঠত যাদু আছে ❤️📌
হৃদয় চুই গৈছে প্ৰতিটো শব্দই 😌🔪
Hmmm
oo ba Right but mur ex babe bahutoh momt pore oo😢😊
উফ্ কি কম ! মাথোঁ শব্দবোৰ হৃদয় চুই গৈছে ।।। 🙁❤️❤
Yeh Dil bhi kiya Dil hai jo ek baar bhi na tute ho ..it's universally truth that everything happens for our own goods.. heart break may brings you pain but trust me by time u will heal n suddenly something better will comes to you
Love from West Bengal ❤❤❤
That little boy, dancing and singing between our circle of childhood, now became a Fabulous Artist. My teary eyes could feel you and i got goosebumps. Whatta video, whatta a lyrics. No words🥹🤍 You make us proud Sunny. Lots of love from Sikimiki Ba, Jumi Pehi & Peha❤ Love you & bless you🙌
ভালপোৱা ভাল লগা হৈ ৰৈ গ'ল 🥺💐 মাথোঁ ম্ম্ তি হৈ ৰৈ গল ।।।😭🙇🏿♀️
Uffs ki dhuniya ❤ mnot pore jai 😢
সান্তনাহীন বুকুত আজি ৰণৰ অনুৰণ
আৰু নো কিমান খহিম আজি
হেৰাও নিজক
হিয়াই সঁচাকৈ উচুপি উঠিল........ হৃদয় চুই গল ❤....
আজি তুমি কাষত নহলে....❤
Ufff❤❤❤এনেকুৱা লাগিলে যেন মোৰ মনৰ ভিতৰৰ কথাখনি a যেন গান আকাৰে প্ৰকাশ কৰিছে। প্রতিটো শব্দত এক অনুভূতি সোমাই আছে। Uff।।।।।
Sumukon trazadi hoisa ni 🥲🤣
Heart touching song.......... ❤❤ nahiba ubhti aku abar tmi bine thakib parim moiu jiyai❤❤😢😢😢
Songtu xhuni bohut bhal lagil ❤
Respect button for Tanmoy ✅✅✅✅✅
সময়বোৰ পাৰ হৈ যায়...
মাথো
ৰখি যায় স্মৃতিবোৰ 🙂❤️
আৰু যদি তাইৰ নাম স্মৃতি হয়
@@musicborah65 তেতিয়া গোটেই কাহিনী স্মৃতিতেই বৈ যাব....
@@musicborah65 তেতিয়া, মোৰ স্মৃতিৰ মিউজিয়ামত তাইৰ নাম টো ডাঙৰ কৈ লিখি থ'ম!
@@Nobitaa3-swow ❤
হৃদয় চুই যায় প্ৰতিটো শব্দই 🥺
গানটোৰ প্ৰতিটো শব্দ মানুহৰ হৃদয় চুই গৈছে ❤❤
যেতিয়াই মনটো বেয়া লাগে tonmoy dar গানটো শুনি ভাল লাগে।।। love you dada my fvrt singer ❤❤😊😊😊❤❤❤
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই 😢🥺❤ বহুত ভাল লাগিল শুনি
Bahut morom tumaloi deha..xarur pora dngr korisu yei dukhon hatere tumi xadai huwai juwa seituei kamona koru❤❤
Tumr ghr kot nu
Ai songto huni moi bohut bar kandilu 😂😂😂😂 tanmoy dadak mur falor pora bohut bohut morom jasilu 🔥🔥🔥 2 corore views hobo lage
মিচা কথা দি আজুৰি আনিছিলা .. মোক প্রেমৰ মায়াত ... মন চুই গ'ল.... 🤍🫠
"নাহিবা উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ"
গানটোৰ প্ৰতিটো শব্দই হৃদয়ভগা মানুহৰ বুকুত শূল হৈ বিন্ধিছে💔 বুকুত সাঁচি থোৱা
অতীতৰ ঘাঁডোখৰ আকৌ সজীৱ হৈ উঠিল 🥹 ভালপোৱা মানুহজন হেৰাই গʼলে কেনেকুৱা লাগে সেয়া একমাত্ৰ হেৰুৱাজনেহে বুজে। প্ৰতিটো ৰাতি উজাগৰে কটাবলগীয়া হয় এদিন সকলো ঠিক হোৱাৰ অপেক্ষাত🤍✨
গানটো খুব ধুনীয়া হৈছে ধন্যবাদ এনেকুৱা এটা গান আমাক উপহাৰ দিয়াৰ বাবে🫂
Mere pass koie shabd nhi hain explain krne ke liye...me sirf itna kahunga .. wow ! Wow! Adbhut...🔥🔥🔥🔥🔥🔥❤️❤️❤️❤️
Pura jui hoise gaan tu! 🔥🔥🔥
Fali disa be...
তন্ময় দা তোমাৰ প্ৰতিটো গানেই মোৰ বৰ প্ৰিয় ❤ আৰু তোমাৰ মৌসনা কণ্ঠটিয়ে মোৰ হৃদয় ষ্পৰ্শ কৰি যায় ❤🦋☺
Wah..mjhhh...ankua gan ru ankua choreography ,cinematography lgeh wah..
Young generation music great love as a modern song jibur amih..
Hindi kisumn singer mukhot hunu..
Mjhhh .....❤❤❤❤❤❤
আমাৰ দিনত এনে গান শুনা নাছিলোঁ। এনেকুৱা প্ৰতিভাৰ অভাৱ আছিল হয়তো। উঠি অহা প্ৰজন্মৰ এনে বোৰ প্ৰতিভা ওলাই আহিছে, ভাল লাগিছে। ব্যতিক্ৰম music, ব্যতিক্ৰম সুৰ, powerful music!!!! শুভেচ্ছা থাকিল তন্ময় আৰু সংগী বৃন্দক।
Dude this is a really amazing song but I didn't get a single word ❤❤❤
একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে
পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম
সান্তনা হীন বুকুত আজি ৰণৰ অনুৰণ
আৰু নো কিমান খহিম আজি হেৰাও নিজক
Uff eii line keita hridoy sui jai❤️❤️
After this he proved that he can do any genre, beyond that he can do legit acting. What a guy you’re Tanmoy. Words are less to describe this masterpiece, take a bow. ASSAMESE INDUSTRY IS HEALING ❤️🩹
I cant understand a single line but it gives me goosebumps. This is the power of music. Music has no language. It has only feelings. U can feel spiritual with this feelings❤️❤️❤️❤️❤️
Tonmoy Dak bhal Puwa hokole ata like.
কোনোবাখিনিত নিজৰ মনৰ ভিতৰত অহৰহ চলি থকা কাহিনীটোকেই বিচাৰি পোৱা যেন লাগিল..দুচকু সেমেকি গ'ল.. প্রতিটো শব্দই হৃদয়ত চুই গৈছে শব্দবোৰৰ মহত্ব সেইসকলে বুজিছে যিসকলৰ প্ৰেম আধৰুৱা হয় ৰল | মনৰ দুখ বোৰ চকুপানী হৈ ওলাই যোৱাত এই গান টোৱে সহায় কৰিলে।
Exactly...
Last finishing ❤❤❤💛💛💛🔥🔥🔥🔥🔥🔥🔥🔥🔥....bhut vl hoise ❤️
Siro Jibonor Kotha disila
Kotenu herala tumi😢
this line uff 😢hidoy khn sui gol 😢
If in this song tanmoy da will like than i will always listen this song......🙃
Aru jetia moi like pam moi tetia a “nahiba ubhoti” gaan tu huunim..👍🏻
Lots of love from BNC.....💗🌷
সময় যায় ৰাখে মাথোঁ স্মৃতি বোৰ
আমনি কৰিছে মোৰে দেহা 🫠✨🤍
মন চুই গ'ল .... ❤
#মৰমবিলোৱা
Im 47 years old, married have 2 teen kids. Kintu gaan tu huna pasot mur ako heartbreak pain tu lobo mon goise. Good song Tonmoy. God bless you!
একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম 💔💔😭😭😰😨😓😓😫💔💔💔😭😭
উফ!!! শব্দ বোৰে বৰকৈ আঘাত কৰিছে হৃদয়ৰ একোনত!❤ কোবাই গৈছে :)
, যেতিয়া ভাব মই অকলসৰিয়া 🥺তেতিয়া এই গীতটো এবাৰ সুন 😔
Jeng ooo ki gaisa ❤❤❤
কান্দিবৰ কাৰনে সুবিধা কৰি দিলা আৰু অলপ 😭💔
অসমৰ বহু নামী দামী গায়কৰ গানে এই গানৰ লগত ফেৰ মাৰিব নোৱাৰে । উফ কি সুন্দৰ এইবোৰ হে গান ❤❤।
🔥bro
Zubin da main❤
No
Zubeen Da bro
Balor gan moy nuhunoye eibilak gan.. pramot pora Manu bore eibilak gan khub besi Val pay..
Dil pe lag geya yar. .......... 100 bar se bhi upar suna a gana
Uffff গানটির প্রতিটো শব্দ মোর হৃদয় চুইছে ।😔😔
গানটিৰ প্ৰতিটো শব্দই হৃদয় চুই গৈছে 🥺
নাহিবা উভতি আকৌ এবাৰ ....ufff
এইটো গানত বহুত মনৰ অনুভৱ, অনুতপ্ত , মনৰ কিছুমান বেদনা সোমাই আছে ... 🥰😊lovely
I am not an assamese , nor from assam . But i came to guwhati few months back , and loved a girl from here but she broke my heart after months saying we cant love boys from outside assam . I still remember her but she doesnt , though this song touched my heart without knowing any single meaning because its tune is really fantastic and way of singing is osm 💝 i feel ek tarfa pyaar type from this song 💔🤕
I'm proud to be Assamese ❤
Suwali pasot anekuwa bostha hobole aru bohut manuh ru kam ase jibonot..Jibon bohut dagor bostu..Anei pelai diboloi😊
Bohut val lage gann tu❤🤗
Great adaptation of one sided love! Lead guitar was eargasm. I say bring back rock n roll.
আহিবা উভতি আকৌ এবাৰ থাকিব নোৱাৰোঁ এতিয়া জীয়াই তুমি বিনে নোৱাৰিম থাকিব জীয়াই🥺💝
I love you😘❤😘😘❤❤❤❤😊🥰🥰🥰
🎉❤😊@@pronaychetia4634
Nice ❤❤
চিৰ জীৱনৰ কথা দিছিলা ক'তেনো হেৰালা তুমি🥺❤️
This song is running on a loop in my playlist since last week, keep them coming ❤
Dhuniya gaan ..... really..... heart touching lyrics ❤
I am just leaving this comment so that whenever someone likes it I will hear this beautiful song once again. It will be in my memories forever , somethings just stays deep down this one like that only .💖💝
Can you please translate the song for me
Owww❤❤❤
Tanmoy Saikia fan's assemble here 🙋❤️
Yes sir
Viral hobo itu gaan
Tanmoy soikia is not only a singer
He feeling
Yes bro
🎉
Yeah 👀
Tanmoy daa apunar aeitu gaan bohut val lagile aru apunar moy friends ho Bo khudisu ❤❤❤❤❤❤😊😊😊😊🎉🎉🎉🎉
So sweet and mind blowing Tanmoy da ❤❤ and your looking is amazing and cute ❤❤ love you so much ❤❤❤❤
💥🤜🏻 Bro 💥🔥
Next short film ketiya ahi ase
Short film lage❤
Aaaqa@@hungry_gamer__
❤❤@@hungry_gamer__
Uffff.... dammmmnnnnnnn 😭😭😭😭 heart touching songs..... mind blowing................. নাহিবা উভতি আকৌ এবাৰ .......
কান্দিব নোৱাৰো প্ৰতিবাদ...
কান্দিব নোৱাৰো প্ৰতিবাৰ
তুমি বিনে থাকিব
পাৰিম
মই ও জীয়াই......
Lots of love from heart ❤️ Tanmoy daa.....❤
গানটো শুনি ভাল লাগিল💯🥰। গানটোৰ প্রতিটো শব্দই হৃদয় চুই গৈছে🥺
তন্ময় শইকীয়াৰ এইটো গান তেওঁৰ এতিয়া লৈকে শুনা সকলোতকৈ বেষ্ট অফ বেষ্ট গান হব ...... Vibes ..... Lyrics ..... Acting ..... Music ..... Next level❤❤🔥🔥😎😎
Yes,,
একোৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে । uff.. eii line tu heart touching😌 বহুত সুন্দৰ❤ Hats off brother..
Apunar jiman songs aashe mukk atu ye beshi bhall lagisile ❤🎉
Ru moi ai songtur big fan hoi lv this song😘😘❤❤❤❤❤❤
কিমান যে ভাল লাগে বুজাব নোৱাৰি❤ .this voice just like a wowwww❤❤
সঁচাই Tanmay da আধৰুৱা কৰি নিয়ে, সঁচা ভাল পোৱাই সময়ৰ আণ্ডাৰ বাটত লৈ যায় । নিজকে ৰখাব নোৱাৰি.... বহুত ভাল লাগিল শুনি গানটো আপুনাৰ 🥺🫂
😢nahiba ubhati song 📌✅
Crying me 😢
Xosai bohut amoni kore🥺🥺🥺🥺😭😭😭😭😭♥️♥️♥️♥️♥️
Tanmoy da da apunar voice aru song bur hunile huni takiboe mon jai eman huriya mat aru lyrics kita koboe nlge eman duniya likha bohut bohut vl lge❤❤❤ 😊
প্ৰতিটো শব্দই অন্তৰ ❤চুই গৈছে
ইমান ধুনীয়া ।শুনি থাকিবৰ মন যায় ।সদায় এনেদৰেই আগবাঢ়ি যোৱা তন্ময় ❤️❤️