ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก
Bodone Aanile Maan Oi (A protest song ) | Assamese Song 2019 | New Song 2019 | Manas Robin
ฝัง
- เผยแพร่เมื่อ 9 ธ.ค. 2019
- Akow Joi Ai Axom
Bodone Aanile Maan Oi (A protest song ) | Assamese Song 2019 | New Song 2019 | Manas Robin #joiaiaxom #manasrobin #caa
Song : Bodone Aanile Maan Oi
Singer: Manas Robin, Kalool Borthakur, Mousam Gogoi, Apurba Jan Baruah,Tarun Tonmoy,Prashanta Rajkhuwa,Rishi Baruah
Lyrics : Manas Robin
Composer : Manas Robin
Music Arrangement : Tarun Tonmoy
Mix by : Diganta Bordoloi
Recorded at : Studio Dwijachitra by Jitu Sharma
Music Label and Copyright : Manash Robin's Production
Video Edited by : Manas Kashyap
My Social Links :-
wikipedia : en.wikipedia.org/wiki/Manas_R...
Website : www.manasrobin.com/
Facebook : / manasrobinofficial
Twitter : / manasrobin
Instagram : / manas_robin
TH-cam Music : / manas robin - topic
Gaana : gaana.com/artist/manas-robin?...
Hungama : www.hungama.com/artist/manas-...
Music.Apple : / manas-robin
Wynk : wynk.in/music/artist/manas-ro...
JioSaavn : www.jiosaavn.com/radio/Assame...
Raaga : www.raaga.com/assamese/music/...
Spotify : open.spotify.com/artist/0s3zy...
Play.Google : play.google.com/music/m/Acncu...
দাদা এই গানটো শুনি হিদয়ৰ কণ্ঠ চিঞঁৰি চিঞঁৰি এটা কথাই কয়
।। জয় আই অসম ।।
নল মৰে গজালি ওলায়,ভূপেদা গ'ল !কিন্তু তেনে ভূপেনদা হাজাৰ জন আমাৰ মাজত জন্ম হ'ব।মানস ৰবিনদা তাৰ উদাহৰণ।
গাওক, মানসদা গাওক ,প্ৰাণ ঢালি গাওক দেশৰ গান।বদন সদৃশ জাতি বিৰোধী বিলাক নিপাত যাওক। শেষত সময়োপযোগী গীত এটি উপহাৰ দি জাতিক উপকৃত কৰা বাবে আপোনাৰনালৈ থাকিল অশেষ ধন্যবাদ ।
ইমান সুন্দৰ হৈছে গানতো গোতেই দিনতো শুনি থাকো মই জয় আই অসম
বহুত ভাল লাগিল গানটো শুনি মানস দা
2019 ৰ অসমীয়া জাতিৰ বাবে এইটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ গান।
জয় আই অসম
BJP jindabad
বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এটা উপযুক্ত গান । ভাল লাগিল গানটো । কোনোপধ্যেই কেব মানি লোৱা নহ'ব ।
🙏জয় আই অসম🙏
New political party in Assam coming soon 2021 .i support this.
Hemen Baishyapo.
I'm qf
কা আমি নামানো
@@indirachetia5140 wetttu7
সচাঁকৈ গানটোৱে অন্তৰ চুই গৈছে। হাজাৰবাৰ শুনি থাকিলেও ইচ্ছা নপলায়। সুন্দৰ প্ৰতিবাদী গান।।
জয় আই অসম
BJP jindabad
2019 বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া গান এইটো । আৰু এইটো গান 2020 চনত প্ৰত্যেকজন অসমীয়াৰ ঘৰত বাজি থাকিব লাগে। জয় আই অসম।
Right
Nice
Yesssss
Yes and
Yes right
এই গানটো বৰ ভাল লাগিল। ইয়াৰ সকলো ফালৰ পৰায়ে কাৰ বিৰোধিতা আছে।আৰু আমি কা নমানো।
জয় আই অসম।
এনেকুৱা গান বিলাক অসমৰ যুৱ প্ৰজন্মৰ বাবে প্ৰয়োজন ✊✊জয় আই অসম ✊✊✊
New year ot blg song bojai enjoy korat koi anekua gaan Bor boaji bojai enjoy kora vl ... atleast mind to Santi pabo amr ....
নিশ্চয়
Hoi .....daily akerahe 10 /11 bar headphones loi xhuno akanto mone ...mind to kiba lagi jai.....assa regoni ATA loi 22 January loi wait Kori aso .....vlye hobo tare kamonare waiting ot aso
Moiu dinot kam korute 10 bar man huni thaku
Nice Comment 🙏🙏
Protibad Anekua Habo lage
th-cam.com/video/yHIIeQHU8R8/w-d-xo.html
বহুত দিনৰ পাচত মানস ৰবিনৰ এটা সুন্দৰ গান। Hit like
মন চুই গ'ল । জয় আই অসম ।
জয় আই অসম।
আজি অসমীয়া জাগিচে, দেশ জাতি- সংস্কৃতি বাবে সকলো অসমীয়া ওলাই আহিছে এতিয়াও সময় আছে চৰকাৰ।
ৰাইজৰ আবেগ বোজক।
নহলে আকৌ শ শ ডেকা-গাভৰু শ্বহীদ হব গৈ অসম আন্দোলনৰ দৰে।
দেশ বুলিলে নালাগে আদেশ, এইবাৰ অকল নমৰিম, মাৰিমো।
আকৌ জয় আই অসম।
গানটো সঁচাই ভাল লাগিল ।
সকলো ফালৰ পৰাই CAB ৰ বাবে উৎকৃষ্ট 100 % ভাল।
এনে এটা গান সকলোৱে share কৰিব লাগে । এনেই কিছুমান ভাল নলগা গানক বেছি views , like , দি 1/2/3 ....M কৰি দিয়াতকৈ এইটো গানহে M চুব লাগে .......plz যদি মোৰ cmmnt চাইছে তেন্তে আপুনিও share কৰক.......👍
Joi Aai Axom
Joi ai assam joi hind
Joy aai axom
মানষদা গানতো বহু ভাল হৈছে
মই একমত
দেশৰ কাৰণে জীৱন দিবলৈ বাধ্য
জয় আই অসম
Jibon deso neki
এই গানটোৱে মোক আবেগিক কৰি তুলিছে, সচাকৈয়ে বৰ দুখ লগা, ধুৰন্ধৰবোৰে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ হোজা অসমীয়াক সদায় ৰামঠগন দি আহিছে৷
Thank you , Please share this song .
প্ৰথমে ভাবিছিলো আৱেগত লিখা গান হব। নহয়। এক শক্তিশালী গান।
Right sir ji
অসমীয়াৰ প্রেৰণাৰ এক শকতিৰ গান |
Bohut dhunia gaan
Protibad Anekua Habo lage
th-cam.com/video/yHIIeQHU8R8/w-d-xo.html
Nic sog
জয় অাই অসম ..জাতিদ্ৰোহী হুচিয়াৰ । বহুত ভাল লাগিল গান টো..মানস দা ..
মানস ৰবিন দা এই গন টুৱে সংগ্ৰাম খনক আগোৱাই নিব
Thank God
গীতৰ কথা অতি হৃদয়স্পৰ্শী।
আজি "লাচিত দিৱস"ৰ দিনা এই গানটো পুনৰ বাৰ শুনি মনটো আনন্দতে ভৰি পৰিল
জই আই অসম
দিনটোত এবাৰ হলেও শুনো। গান টো কামৰ সময়ত গানটো লগাই ললে বেলেগ মনত নপৰে।
আকৌ লিখক মানস দা। আপোনাৰ গীতৰ কথা সুৰ সচাকৈ অতুলনীয়। অসমৰ বৰ্তমান জনপ্ৰিয় গায়কজনৰ জনপ্ৰিয়তাত আপোনাৰ অৰিহনা যঠেষ্ট আছিল।
মানস দা হিন্দী আৰু ইংৰাজী ত টো অনুবাদ কৰি গাও ক সম গ্ৰ বিশ্ব ই গম পাওক চৰকাৰৰ প্ৰতা ৰনা ৰ কথা
Hoi.
Jubeen kor pora manos dai jonmo dia.
অতি উন্নত....শিল্পী সকল সেয়ে মহান...গীত তো শুনোতে কিবা এটা ক্ৰিয়াই শৰীৰতোক জোকাৰি যায়।জয় আই অসম।গীতটো উপহাৰ দিয়া বাবে ধন্যবাদ।👉HIT LIKE
Hosai val lagil . hosa ktha. aibur kiyo amar ptinidhi hokle buji puwa nai. joi aai akham . ami caa namanu namanu namanu
সাম্প্ৰতিক সময়ৰ বাবে বৰ ধুনিয়া গীত
Manas Da r xokolu Gaan ei Axomiyar hiyar aamothu hoi pore 😍😍
Manas da apuni akou Zubeen Dak logot loi geet Gaouk 😍😍😍tare axha korilu 🙏
🙏জয় আই অসম 🙏
OMG emn dhuniya gan etia moi okl etua huni thaku
Thank you so much @manash Da একো কবলৈ ভাষাই নাই !!
এটি এটি কৈ প্ৰতিটো শাৰীত মোৰ মনৰ প্ৰতিটো কথাই প্ৰকাশ পাইলে গানটোত !!
"বদনে আনিলে মান" এটি বিদ্ৰোহী গান ।গানটোৰ প্ৰধান শাৰীৰ আখৰ কৈইটা অসমীয়াত পঢ়িবলৈ সৌভাগ্য আমাৰ নহ'ল !!
জয় আই অসম
সচাঁকৈ গানটো বহুত বহুত বহুতেই ভাল দেহা চুই গৈছে, জয় আই অসম
গানটো সচাই ভাল লাগিছে
Axomi aai karone Morim Wu marim Wu , Jai aai axom
Bhut dhunia gan....sku pani ulai glge khngtne dukht gm puani...
Manas Da Superbb.....
শুনিলে শুনি থাকিবৰ মন যোৱা এটি গীত ।
গীতটো মই Share কৰিম দেই বেয়া নাপাব....।
জয় আই অসম ।
আকৌ জই আই অসম
Excellent lyrics, proti 2 xhobdo monok xchui jai. Lov the power of this song. A Bengali Hindu Assamese 🙂
Emotions are well described with the powerful words. 🙏
সুন্দৰ গীত মানস দা
No CAA, জয় আই অসম
সময়োপযোগী গীতটো হৃদয়স্পর্শী হৈছে! সার্থক হৈছে গীতৰ কথা! জয় আই অসম
I am big fan of Manas robin
Amak caa nalage... caa r againt t Like korok
Perfect song for caa protest and very beautiful ,heart touching song
Bohut val lagil....
Moja gan dei , Joy I Axom.No Caa
Thank you , Please Subscribe this channel
Geettu huni bohut bhal lagil, homoy upojugi hoise... Jai Aai Asom..!!☝️☝️☝️
Super hit song manas da
সুন্দৰ,জাতি থাকিলেহে ভাষা থাকিব।
ককাইদেউ আপোনাৰ এই শক্তিশালী গানে ৰাইজৰ কাকালত দুগুন শক্তিশালী কৰি তুলিছে৷
Super . Akau abar Joi ai axom
Bohut bohut val lgile huni manash daa
সঁচাই কবলৈ ভাষা নাই ,,,,,❤️❤️
Khasai bahut dhuniya gan love you...
Thank you , Please Subscribe this channel
Joi aii axom ...val lagil huni ..
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীত। love u
Excellent composition......u r the real hero....go ahead
Mza dada
ভাল লাগিল গানটো
খুব ভাল লাগিল ..
জয় আই অসম
জয় আই অসম ❤️❤️❤️👌👌
Bahut dhuniya.. Anekuwa geet khunio sarkarkhane nimat hai ase... Laj powai nai
Bohut Val lagise
জয় আই অসম..✊✊✊.. Dislike মৰাকেইটা বাংলাদেশী নে কি ?😡😡😡
Bangadeshi nohoi...gu seleka hoi heiketa
Hoi e hai Gitak Bangladeshi, hai gitak pale suwa bhat khuam
Either bangladeshi or bjp andhbhakt
Best song for Assamese. Thanks Bhaiti Manas Robin next this type song .I prouded as a Assamese. Thanks wish you brite future for again amar Jati Mati Bheti....
Thank you , Please Subscribe this channel
এই গানটো 2021t September t কোনে কোনে শুনি আছে.. I love you Manas robin sir...
Nice song beautiful singer of manas robin this is really very very good song wow
Oh, so talented. The song is amazing and the view is breathtaking. Keep doing these great songs and love from Canada 👍
বৰ সুন্দৰ হৈছে মানস দা।
Eman Val rosit gan 1st time hoise .. really anekua gan bure manuhuk amoni nholagai ..
জয় আই অসম ।। জয় আই অসমীয়া।। বহুতো ভাল লাগিছে গানটো
Joi aai Axom Robin da gai juwa✊✊✊✊
I like this song
Eman dhunia gaan. thanks FROM VIKASH SUALKUCHI
Bohut dhunia gan jay ai axom 🙏 🙏
মৰমৰ মানস Sir আপুনি আৰু অসমৰ অন্যান্য শিল্পী সকলক লৈ এনে ধৰণৰ আৰু কেইটামান গান বনাওক ৷ এনে ধৰণৰ গানে অসমীয়াক আৰু সহায় কৰিব ৷
আমি লাচিতৰ দেশৰ মানুহ,
দেশৰ কাৰণে মামাক কাটিব পাৰো
বাংদেশীবোৰনো কোন কূটা!
আমি অসমীয়া না মৰিব ভয় কৰো
না মাৰিব ভয় কৰো!
❤ জয় আই অসম ❤
আকৌ জয় আই অসম ।।
Hridoi sui jua gaan. manash da..thnks
Love from Bihar❤️❤️❤️
Nice Patriotic song. Thnks Manas da
কথা , সুৰ, সংগীত, তাতোকৈ ডাঙৰ হল অসমী আইৰ সাৰ্থত গোৱা এই গান টি মন চুই যায়
Gogoi deu gan tu bhal lagil
powerfull song
এইবছৰৰ মোৰ প্ৰিয় গান দিলে দেই দাদা
Hiya sui jua geet.nij matir geet.nij jatir geet.👍
বৰ ভাল লাগিল
গানটোৰ এবছৰ হৈ গ’ল যদিও আজিও হৃদয়ত বাজি আছে৷ মন গ’লেই শুনো৷গানটো শুনিলে গা শিয়ৰি উঠে , কলিজাৰ ধপধপনি তীব্ৰ হৈ যায় ৷মৰি যাম তথাপিও বাংলা ভাষা নিশিকো , নকওঁ ৷ আমি অসমীয়া ..সদায় অসমীয়া হৈয়ে থাকিম ৷জয় আই অসম 🙏 এতিয়া পিছে গানটো শুনিলে ,ভিডিঅ’টো চালে এজনক দেখিলে খং উঠে কাৰণ তেওঁ এইবাৰ কোনোবা ৰাজনৈতিক দলৰ বাবে গান গাইছে ...তেজপিয়া 😡😡
Xosa kotha
জয় আই অসম ✊
সুন্দৰ হৈছে
Bohut dhuniya gan
Hosa gun2 hunile sb pahori jaw bohut val geet
Manas Robin Da aru Assam bakhi raij ✊Joi Aai Asom ✊
Whenever I listen this song.
I get extra energy and my heart get strong.
I am thankful to have such a beautiful deshvakt song.
Xampratik xomoiyor logt mila ata gan...khubei dhuniya
Nice song ....aje salu...
jai aai asom...
bodan kun hoi dada...
KALANTA and NIRANANDA
আপোনা-লোকৰ ঠাই ম্যানমাৰত, লুকাই থাক মূৰ্খৰজাত।
Mozza dise..... val lagil huni....
বহুত বহুত ভাল লাগিছে গানটো।। জয় আই অসম