👉 নাৰী সকল সাৱধান/স্পে গেং আহি গল নিশা ঘৰত সোঁমাই ৭০ বছৰীয়া বৃদ্ধা লগত কি কৰিলে চাওঁক

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024

ความคิดเห็น • 2

  • @babulbora8228
    @babulbora8228 หลายเดือนก่อน

    আজি কিছু দিনৰ পৰা এক বিশেষ ধৰ্মৰ কিছু দুস্কৃতিকাৰি যে অকল এনেধৰণৰ দুস্কৰ্য্যৰ উপৰিও চুৰি ডকাইতি আদি বিভিন্ন অবৈধ কৰ্ম ৰাজিৰ মাজেদি অসম খনত নৈৰাজ্যবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু ইয়াক সাৰ পানী যোগান ধৰাত কিছুমান ৰাজনৈতিক দলে ভিতৰুৱা কৈ পৰোক্ষ ভাবে সহায় কৰা দেখা গৈছে যিহেতু আজিৰ গণতন্ত্ৰ ত চোৰ ডকাইত গুণ্ডা দস্যু চবৰে ভোট নহলে ৰাজ পাট কৰিব নোৱাৰা হৈছে।

    • @BiswajitNeog-f6x
      @BiswajitNeog-f6x หลายเดือนก่อน

      আজিকালি বাহিৰৰ টকা নোহোৱাৰ বাবে চিলনী চোৰ বা স্প্ৰে গেং আদিবোৰক গুৰুত্ব নিদিয়াৰ দৰে হৈছে ।