Pahariya Lora-Madhurjya PratiM | Sunit Gogoi | Ankur Deka| Diganta Bordoloi |Assamese Bihu Song 2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 เม.ย. 2024
  • #MadhurjyaPratiM #SunitGogoi #PahariyaLora #pahariya
    Contact for live shows - 6001563273
    Presenting #PahariyaLora (Lyrical Video) by #MadhurjyaPratiM #sunitgogoi
    -------------------------------------------------
    Audio Credits -
    Singer - Madhurjya PratiM
    Composition & lyrics - Sunit Gogoi
    Composition Assistant - Raagdeep Chetia
    Music - Ankur Deka
    Flute - Ankur Deka
    Dhol - Lachit Baruah
    Guitar - Trion Mahanta
    Female Voice - Udeshna Bhargabi
    Mix & Master - Kaustav Saikia & Diganata Bordoloi
    Recording - Raaj Music Studio
    Poster & Animation - Editing Universe
    Audio Platform Links:
    Jiosaavn - www.jiosaavn.com/album/pahari...
    Spotify - open.spotify.com/track/1UaW9q...
    Gaana - gaana.com/song/pahariya-lora
    WYNK - wynk.in/music/song/pahariya-l...
    APPLE MUSIC - music.apple.com/us/album/paha...
    Find on Social:
    MADHURJYA PRATIM
    Facebook: madhurjyapra...
    Instagram: madhurjya_p...
    Special Thanks = Sarat borah , Lt. Dipali Borah ,Madhurima Borah , Debajit Borah , Sunit gogoi, Diganta Bordoloi,Raag deep, Madhurjya Borah , Gyanjyoti Borah ,Trisanu Bhuyan , Gauri Shankar Baruah , Udit Garg , Jugal Borah , Tonmoy Borah , Diganta Bharati, Kaayan, , Kaushik Saikia
    ( Lyrics) -
    ওখ পাহাৰৰে চেগুনহে লঠঙা
    তাৰে তলে তলে নিজৰ বয়
    পাহাৰীয়া ল'ৰা কথা হে ঠৰঙা
    মৰম দিব লব নজনা নহয়
    মাতিবিচোন বিহুলে তই ঢপলিয়াই পোনাই দিম
    আংলঙৰে পৰা তোলে খাঙৰা ভৰাই মৰম নিম
    লবিনে নাই ক' ? তই সাজু হৈয়ে ৰ'
    মৰমতে পাহাৰ ভৈয়াম মিলাই পেলাম ন'
    কপিলীৰ পাৰলৈ মইনা তোক আনিম লৈ
    দিহিংৰ পাৰৰে পৰা
    কইনা সাজে পিন্ধি মোলৈ ৰৈ থাকিবি মই সাজি যাম দৰা
    মাতিবিচোন বিহুলে তই ঢপলিয়াই পোনাই দিম
    আংলঙৰে পৰা তোলে খাঙৰা ভৰাই মৰম নিম
    লবিনে নাই ক' ? তই সাজু হৈয়ে ৰ'
    মৰমতে পাহাৰ ভৈয়াম মিলাই পেলাম ন'
    ৰিং মাৰি কলে সৌ টিঙতোলৈ চাই
    পাহাৰেও সেই কথাই কয় ওভতাই
    আহৰিয়েই নাই নে তোৰ সঁহাৰিয়েই নাই
    মই কোৱা কথাটি যে উত্তৰ দিয়া নাই
    মাতিবিচোন বিহুলে তই ঢপলিয়াই পোনাই দিম
    আংলঙৰে পৰা তোলে খাঙৰা ভৰাই মৰম নিম
    লবিনে নাই ক' ? তই সাজু হৈয়ে ৰ'
    মৰমতে পাহাৰ ভৈয়াম মিলাই পেলাম ন'
  • เพลง

ความคิดเห็น • 101