Assam School News: তিনিচুকীয়াৰ এখন চৰ্চিত বিদ্যালয় । বিদ্যালয় নহৈ যেন এখন ঘৰ, এখন সমাজ
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- 📌তিনিচুকীয়াৰ এখন চৰ্চিত বিদ্যালয়
📌বিদ্যালয় নহৈ যেন এখন ঘৰ, এখন সমাজ
📌বাঁহ-বেত, টকৌ পাতেৰে সজা এখন বিদ্যালয়
📌তিনিচুকীয়াৰ ৰিফ্লেকচন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিকোৱা-পঢ়ুওৱা হয় জীৱনৰ পাঠ
📌শিক্ষাৰ্থী আহে ৩০% নম্বৰেৰে, ওলাই যায় ৮০%ৰে
📌তিনিচুকীয়াৰ ডুমডুমাত আজিৰ ‘কথন-বীক্ষণ’
📌এঞ্জেলা চাংমাইৰ সৈতে এজাক তৰুণ-তৰুণী
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
এই বিদ্যালয়খনত প্ৰকৃত মানৱ সম্পদ গঢ়াৰ চেষ্টা কৰিছে। অসমৰ প্ৰতিখন বিদ্যালয় এনে হোৱা উচিত।আন্তৰিক অভিন্দন জনালো।
শিক্ষক সমাজ যে মানুহ গঢ়াৰ খনিকৰ এয়াই প্ৰমাণ।তেখেক সকলক বহুত বহুত অভিনন্দন জনাইছোঁ। ভগৱানে আৰু আগুৱাই যাবলৈ সাহস আৰু মনোবল দিয়ক।
ধন্যবাদ জ্ঞাপন কৰিলো তোমাৰ কথা ষাৰক
সঁচা কৈ বৰ সুন্দৰ সকলোকে অভিনন্দন আৰু ধন্যবাদ জনাইছো।
🎉🎉🎉"অভিনন্দন যাঁচিলো আপোনাৰ সুন্দৰ ভাষনক।মন চুই যোৱা শব্দ নিগৰি সুন্দৰ ভাষাৰে মন্তব্য দাঙি ধৰিলে।সুদুৰ গুৱাহাটীৰ পৰা আহি।ধন্যবাদ।"শুভৰাত্ৰি"🙏🎉🎉🎉
Khosakoi bhut bhut val lagil ❤❤❤❤❤❤❤❤❤
আমাৰ বিদ্যালয়খনৰ বিষয়ে ইমানবোৰ কথা পৰিবেশন কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ বাইদেউ । আকৌ আহিব আমাৰ সহজ সৰল মানুহখিনিৰ মাজলৈ মৰমৰ উম ল'বলৈ, সৰু সৰু উৰুখা পঁজাত জী উঠা সপোনবোৰ চাবলৈ !
প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ় দিয়াৰ এক অন্যন্য শৈক্ষিক পৰিবেশ প্ৰতিফলিত হৈছে। অনুস্থান পৰিবেশন অতি সুন্দৰ। একো একোজন মানৱ গঢ় লৈ উঠক তাৰেই কামনা কৰিলো।
অনুস্থানটি চাই বৰ ভাল লাগিল । প্ৰক্ত মানৱ সম্পদ গঢ়া এখন বিদ্যালয় । সকলো বিদ্যালয় যাতে এনে আদৰ্শৰে পৰিচালিত হয় তাকে কামনা কৰিলো ।
অতি সুন্দৰ পৰিবেশ ❤ বহুত ধুনীয়া লাগিছে সছা ❤❤❤
এই বিদ্যালয়খন সচাকৈ বৰ সুন্দৰ । অভিনন্দন জনাইছো।
ইমান ধুনীয়া ঠাই,ইমান ধুনীয়া অনুষ্ঠান🎉🎉🎉🎉
Hundor❤❤❤
শিক্ষানুষ্ঠান সদায় শিক্ষাৰ মন্দিৰ হব লাগে ------- সুন্দৰ ও প্ৰশংশনীয় সাংবাদীকতা ---------- আপুনি আমাৰ বন্সিত হিন্দী শিক্ষক বৃন্দৰ বাতৰি পৰিবেশন কৰি আমাৰ ন্যায় পোৱাত সহায় কৰিব নে আহবান জনালো ---------- আপোনাক congratulations ,🙏🙏
Muru jabo mon goise❤❤❤❤
Anekua hikhya pale jiyai thakiboloi Karu jotil nohobo thankyou uposthaponorbabe
এই.পথম.দেখিচু.ধূনিয়া.পৰিবেখ
Kobitati mur bohut bohut val lagil dei
Val lagil ❤
বহুত ধন্যবাদ আপোনাক আপোনাৰ কথাবোৰে মন চুই যায় আগবাঢ়ি যাওক শুভকামনা থাকিল ❤
সঁচা কৈ ভাল লাগিছে
❤❤❤❤❤
কোনোবা দুই চাৰিজনৰ আগ্ৰহ অনুৰাগ ইচ্ছাত বহু কেইজনৰ সহযোগ থাকিলে এনেধৰণৰ অনুষ্ঠান গঢ়িব পৰা হয় ৷ শুভেচ্ছা জনালোঁ , অনুষ্ঠানটি আগবাঢ়ি যাওক, উৰ্ত্তীণহৈ আঁতৰি যোৱা ছাত্ৰছাত্ৰী সকলেও জীৱনটো ইয়াত পোৱা জ্ঞানেৰে উজ্জ্বল কৰক তাৰে কামনা কৰিলোঁ ৷ এঞ্জেলালৈ সাংবাদিক জীৱনলৈ শুভেচ্ছা জনালোঁ ৷
সুন্দৰ পৰিবেশ ,সুন্দৰ অনুষ্ঠান ,সচাকে বৰ ভাল লাগিল ,সকলোকে অভিনন্দন জনালো ।
Super ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বৰ সুন্দৰ পৰিবেশ, এক ব্যতিক্ৰমী বিদ্যালয়।
Aji apunar porgam tu Sai bohut bohut vl lagil mon sui gol
অতি সুন্দৰ পদক্ষেপ।
বহুত ধুনীয়া লাগিছে 🤗🥰😇
বহুত বহুত ধুনীয়া কাম কৰিছে ধন্যবাদ জনাইছোঁ ।
বহোত ভাল লাগিল।
🙏🙏
এই বিদ্যালয় খনৰ প্ৰতিভা দেখি সঁচাকৈ স্তম্ভিত হ'লো । পঢ়া শুনাৰ লগতে এনে কাৰিকৰী জ্ঞান অসমৰ প্ৰত্যেকখন বিদ্যালয়ত দিব পাৰিলে অসমৰ নিবনুৱা সমস্যা বহু গুণে হ্ৰাস পাব
সঁচাকৈ আকৰ্ষণীয় ❤❤❤
Exceptional institute, nomoskar sokluloike.
ati hundor kotha , dhanyabad
Ki j xundor akhon poribexh r bidhaloi bor vl lga akhon bidyaloi💝
Ideal school very good thinking of all teachers 👍🙏🙏❤️
Kabita ti bahut val lagil vonti.
Salute from kashmir
বহুত ভাল লাগিল ❤❤❤
Osakoi bohut val lagise
বহুত বহুত ধুনিয়া লাগিছে ধন্যবাদ
বহুত ভাল লাগিল
Avinondon jonaisu ai biddyaloi hikkhok hikhyotri loi,manuh gohar khonikor ,aiaii proman❤❤❤❤❤nazira❤❤❤❤
Good news baa❤❤
Bohut. Bohutvl lagil dekhi
সুন্দৰ পদক্ষেপ।
সুন্দৰ নিদৰ্শন, বিদ্যালয়ৰ উন্নতি কামনা কৰিলো।
Oti hundir ❤❤❤❤❤
Bahut val lagil..
Hundor 👌👍👍👍
অতি সুন্দৰ পদক্ষেপ লৈছে
সচাকে.বহূত.ধুনিয়া
ধন্যবাদ ধন্যবাদ ধন্যবাদ জনাইছোঁ
Bohutet hundore aunothane❤❤❤❤❤
Oti hundor.
ধন্যবাদ জনাইছো।
সঁচাকৈ ইমান ধুনীয়া
Hundor
সুন্দৰ পদক্ষেপ
Uni vl lagil ❤
বৰ সুন্দৰ পৰিবেশ
বহুত বহুত ধন্যবাদ থাকিল সকলো লৈ কে।
অতি সুন্দৰ
Bohot. Vall. Lagesa
Hundor ❤
Ote hundor❤❤❤❤
বহুত ধুনীয়া
🙏🏽🙏🏽🙏🏽
অতি সুন্দৰ ❤
Vidyalaykhon raijor mjoloi uliai anar babe Anjela changmai loi dhanyabad janalu.
অতি সুন্দৰ🙏
সকলোৰে আদিৰ হওক। বৰ ভাল লাগিল। আগুৱাই যোৱা।
Axom bahudinaloi basi thakib, praman aya
Vogobana aru Kripa korok
ধন্যবাদ ❤❤❤❤
কবলৈ ভাষা নাই just 🙏🙏🙏
অতি সুন্দৰ।❤
বিদ্যালয়খনৰ এজন শিক্ষক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ ।
I m so lucky.i m part of this school
Tinsukiar pora sai asu❤❤anjala vonti
Br dhuniya ba
Bhal.. Lagil
Emaan val manuh...monbur khub val hoi
Bhaidew apuni 😢😢😢
Bhal lagel ye hekhanustan Khan Esward
Mangal korok namaskar.
Mor bhut bhut val logisa
Mor 35 year moi mn goi admission lobo
Nice baa❤
Anekua xundor school koto deka napalu
Moza gutei assamotei hobo lagibo
❤
Nice baa
Oti humdor poribakh
❤🎉
আমাৰ এই তিনিচুকীয়া ( বেংমৰা) .....
প্ৰায় বহুকেইটা জনজাতি, জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি হয়তো এই ঠাই বাহিৰে অসমৰ আন কতো নাপাব।
এই আহোম,মৰাণ , মটক,কছাৰী,মিচিং ৰ উপৰিও আন বহু জাতি - জনজাতি ৰ নিজা নিজা কিছু পৃথক যদিও প্ৰায় একে এ সমাজ ব্যৱস্থাই আমাৰ এই তিনিচুকীয়া খন জিপাল কৰি ৰাখিছে।
এই অসমীয়াৰ হেই যে পাটকাই পৰ্বত, হেই ৰজা দিনৰ পুখুৰিবোৰ , হেই যে কুণ্ডিল নগৰ খন ।
ও আমাৰ মাগুৰি মতাপুং বিলখনলৈ আহিছে নে আপোনালোকে ,আহিব কেতিয়াবা সময় পালে চাই যাব প্ৰকৃতিৰ হেই সুন্দৰ সৃষ্টি চৰাই - চিৰিকতি,জীৱ জন্তু বোৰ,আৰু ওচৰত এ ডিব্ৰু ছৈখোৱা খন u আছে নহয় ।
আৰু বিশেষ কৈ বহাগত আহিব আমাৰ মৰান- মটক সকলৰ গছ তলৰ বিহু চাবলৈ ,আৰু ৰাতি বিহু টো আছে এ ( মোৰ দৰে বিহু বলিয়া বোৰক কৈছোঁ দেই) বিচাৰিলে ও এইবোৰ আন কতো নাপাব।
আগতে বেংমৰা আছিল ।ৰজা সৰ্বানন্দ সিংহ ৰজা আছিল । মৰাণ, মটক ৰ দপদপনি আছিল । এতিয়া ন পুখুৰী, চাউল ধোৱা পুখুৰী, দেৱী পুখুৰী আদি ঠাইত অনা অসমীয়া দপদপনি ।
@@bijukhatowal9575 জাগিবৰ হল অসমীয়া।
❤
Sosha kotha koiso mem 🙏🙏🙏🥲🥲🥲
ভিডিঅ চাই নিজকে আপোন-পাহৰা হৈছোঁ
Chitramoni borah urofe chitrapova borah diver mota lgot gari solai ase
Kaliabor pora sattra jaabo paribo ne