হিন্দু- মুচলিমৰ ৰাজনীতিক লৈ কি ক'লে লুৰিণজ্যোতি গগৈয়ে? Lurinjyoti Gogoi Interview

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 มี.ค. 2024
  • Created by:
    Mustaq ahmed
    mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios
  • บันเทิง

ความคิดเห็น • 247

  • @anjalibhuyan8884
    @anjalibhuyan8884 3 หลายเดือนก่อน +17

    EVM machine ৰ যোগেদি যদি দুই নম্বৰী কৰিব পাৰে তেতিয়াহে বিজেপি জিকিব কাৰণ বিজেপি চৰকাৰখনে মানুহক দমন কৰি ৰাখিব বিচাৰে ,বাকী লুৰিণদাৰ প্ৰতিটো কথাতে সন্মত আৰু সত্য so সদায়ে আপোনাক সমৰ্থন কৰো

  • @rabiulislam9042
    @rabiulislam9042 4 หลายเดือนก่อน +16

    যিটো দেখিবলৈ পালোঁ, লুৰিন অসমৰ শ্ৰেষ্ঠতম জ্ঞানী, অভিজ্ঞ, জনা বুজা, ভাল ব্যক্তি। এইজন ব্যক্তিক দেশ চলাবলৈ দিলে নিশ্চিত ভাৱে দেশ আগবাঢ়ি যাব।

  • @sarmilaekka1181
    @sarmilaekka1181 4 หลายเดือนก่อน +20

    সৎ সাহসী , স্পষ্টবাদী , সুবক্তা, নিস্বাৰ্থ অটল স্থিতিৰ গৰাকী লুৰিনজ্যোতিদা অসমৰ গৌৰৱ ।আপোনাৰ এনে আকৰ্ষণীয় ব্যক্তিত্ব জনসাধাৰণৰ বাবে আদৰ্শ আৰুদেশ জাতি সমাজৰ পৰিবৰ্তনৰ আশাৰ বতৰা ।লুৰিনজ্যোতি ডাঙৰীয়া আৰু আগুৱাই যাওক ।জয় আই অসম ।

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 4 หลายเดือนก่อน +32

    তুমি সদায় আগবাঢ়ি যোৱা জাতিহকে মাত মাতি জাতিক আগবাঢ়াই নিবলৈ নির্বাচনত জয়ী হোৱা। 👍👍👍

    • @nayansonowal5655
      @nayansonowal5655 4 หลายเดือนก่อน

      Kukurot koi beya ke haribo. Hindu hoi namas pohibo jai.

  • @PriYamHA
    @PriYamHA 4 หลายเดือนก่อน +15

    লুৰিন দা ফাটা ফাটি যুজ কিন্তু হতাশ নহব,big Care , congratulations আগবাঢ়ি যাওক।

    • @PriYamHA
      @PriYamHA 4 หลายเดือนก่อน +1

      আমি সদায় আপোনাৰ লগতে আছো।

    • @living345
      @living345 2 หลายเดือนก่อน

      I like Lorin jyoti Gogoi because he is an educated politician. I also like Sarbananda sonowal, he is also educated. Person. .

  • @kuddushali3294
    @kuddushali3294 3 หลายเดือนก่อน +10

    আপোনালোকলৈ শুভেচ্ছা জনালোঁ ।ডাঙৰীয়া লুৰীণ,মহান মেনডালাৰ দৰে জাতীয় সত্তাক আগবঢ়াই নিব ই লাগিব । কুদ্দুচ আলী, সাতগাও গুৱাহাটী ।

  • @shamshersingh8963
    @shamshersingh8963 4 หลายเดือนก่อน +8

    অতি উত্তম। বঢ়িয়া। সৰ্বোচ্চ মান আৰু ক্ৰমৰ এক সাক্ষাৎকাৰ চালো।ইয়াৰ ক্ৰেডিট সাক্ষাৎকাৰ গ্ৰহন কৰোতা আৰু সাক্ষাৎকাৰ দিয়া দুয়োজনকে সমানে দিব লাগিব। এটা চাব লগা সাক্ষাৎকাৰ। মিছ কৰাটো উচিৎ নহব।

  • @bipulroy5922
    @bipulroy5922 4 หลายเดือนก่อน +22

    খুব সুন্দৰ কথা কৈছে 👌❤

  • @bishnuabhay350
    @bishnuabhay350 4 หลายเดือนก่อน +51

    আমাৰ ডিব্ৰুগড়ৰ সমষ্টিৰ লুৰিনজ্যোতি গগৈ সচাকৈ অসমৰ প্ৰকৃত সমস্যাবিলাক উপস্থাপন কৰিব পাৰিব ।

  • @harisonsingnar2024
    @harisonsingnar2024 4 หลายเดือนก่อน +11

    Right leader
    Clean.leader
    Quality..leader
    Public..leader
    Brother ...Lurin....u will be come one day great leader in our nation
    God bless and guide u in every day every movement. Thanku
    Long live brother Lurin

  • @prativebhai4968
    @prativebhai4968 4 หลายเดือนก่อน +21

    আপোচবিহীন ভাৱে থাকক সদায়, যেতিয়ালৈকে নিজৰ কথাত অতল আছে আমি লগত আছো‌ দাদা।

  • @SkullGamesYT904
    @SkullGamesYT904 4 หลายเดือนก่อน +16

    ভাল কথা
    আগবাঢ়ি যাওঁক ❤

  • @guneswardeori4365
    @guneswardeori4365 4 หลายเดือนก่อน +5

    প্ৰকৃতিৰ ৰূপ যেনেকৈ সলায়, তেনেকৈ লুৰীনে অসমৰ তথা ভাৰতৰ ৰূপ সলাব পাৰিব বুলি অশা কৰিলো

  • @MyDh2
    @MyDh2 4 หลายเดือนก่อน +43

    ডিব্ৰুগড় লোকসভা সমষ্টিৰ শক্তিশালী প্ৰাৰ্থীজনলৈ সুস্বাগতম।

  • @ekramhussainmir3903
    @ekramhussainmir3903 3 หลายเดือนก่อน +4

    Lurin gogoi
    You r a talented young, am emerging political leader, based on your principles of equality among all religious n caste community. You hv rightly diagnosed tht our state is being poisoned by communal instincts.
    People also expect your common understanding with other young leaders who r fighting for right cause of Assam. Your mass travel through out Assam is required, afterwards

  • @anowarhussain2473
    @anowarhussain2473 4 หลายเดือนก่อน +4

    Mon tu bhut bhut bhal lagil ..lurin da love you ❤️

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 4 หลายเดือนก่อน +9

    ৰাজনীতিত উত্থান-পতন নিতান্তই স্বাভাৱিক কথা ৷ কিবা যদি চিৰদিনৰ বাবে ৰৈ যায়, সেয়া হ’ল ৰাইজৰ বাবে কৰা কাম - ভাল বা বেয়া - যিয়েই নহওক কিয় ৷ --- ক’ৰবাত পাইছিলো , প্ৰকৃত নেতা এজন য’তেই থিয় হয় ৰাইজৰ শাৰী তাৰ পৰা আপোনা-আপুনি আৰম্ভ হয়---৷ ড°এ পি জে আব্দুল কালামে কৈছিল - সময়ৰ বালিত ভৰিৰ সাঁচ থৈ যাব খুজিলে ভৰি দুখন চোচৰাই লৈ নাযাবা - ৷ জীৱননো কি ? মানুহ কেতিয়াবা জিকিও হাৰে আৰু কেতিয়াবা হাৰিও জিকে -----“লাজ অপমান ক্ষত্ৰিয়ৰ কেহো কৰ্ম ৷ জিতিয়া হাৰয় কেহো হাৰিয়া জিতয়” (স্মৃতিৰ পৰা লিখিছো, শব্দ আগ-পিছ বা ভুলো হ’ব পাৰে দেই; ক্ষমা কৰিব) ৷ আচল কথা হ’ল নিস্বাৰ্থভাৱে ৰাইজৰ বাবে কাম কৰি যোৱাটোহে ৷

  • @yolojobs3777
    @yolojobs3777 4 หลายเดือนก่อน +9

    লুৰিন দা কথাবোৰ সুন্দৰ ; দেখাটো সুন্দৰ ।❤

  • @ranamedhi3484
    @ranamedhi3484 4 หลายเดือนก่อน +34

    বহু বছৰৰ মূৰত অসমে এগৰাকী মহান আদৰ্শবাদী যুৱক পাইছো বুলি ‌‌গৌবৱ কবিৱ পাৰোঁ নে

  • @lilaborah1088
    @lilaborah1088 3 หลายเดือนก่อน +4

    সফল হওক লুৰিনজ্যোতি দা

  • @ipshita9737
    @ipshita9737 4 หลายเดือนก่อน +16

    22:00 khub hundor kotha koise

  • @dipikahandique843
    @dipikahandique843 4 หลายเดือนก่อน +3

    কথা অতি সুন্দৰ, ভাষাৰে বুজাব নোৱাৰো । সুন্দৰ ব্যক্তিত্ব , আগবাঢ়ি যোৱা। 💞💞💞💞

  • @AbdurRahman-fq8ml
    @AbdurRahman-fq8ml 4 หลายเดือนก่อน +4

    Bhal prosno korile bhal uttar olayi_ best wishes for both!

  • @debenhandique9958
    @debenhandique9958 3 หลายเดือนก่อน +4

    সুন্দৰ ভাষন

  • @bijitborobijitboro8371
    @bijitborobijitboro8371 4 หลายเดือนก่อน +2

    Moi baksa district or hoi ,
    apunar vobischot 100%100
    Val dekhu aguwai jawuk please
    Jai hind Sir
    Joi ai okhom
    Jai Luyrinjawti

  • @jyotigogoibora3233
    @jyotigogoibora3233 4 หลายเดือนก่อน +3

    প্ৰতিটো প্ৰশ্নৰ স্পষ্ট উওৰ ।ভাল লাগিল।

  • @sajidzamal3206
    @sajidzamal3206 4 หลายเดือนก่อน +3

    লুৰিনৰ দৰে এজন নিষ্ঠাবান নেতা আমাৰ বহুত প্ৰয়োজন আছে। গতিকে আমি সকলোৱে তেখেতৰ হাতত হাত ধৰি আগবঢ়ায় লৈ যোৱাটো আমাৰ কৰ্তব্য হোৱা উচিত বুলি মই ভাবো। অসমীয়া জাতিৰ কাৰণে মাত মতা মানুহ লুৰিনৰ দৰে এজন সাধাৰণ সহজ সৰল নেতা আমাক আগন্তুক দিনত প্ৰয়োজন আছে।

  • @anupamdowarah3872
    @anupamdowarah3872 4 หลายเดือนก่อน +4

    Very decent personal

  • @keshablaskar5778
    @keshablaskar5778 4 หลายเดือนก่อน +3

    তুমি মহান

  • @sumantadeka7612
    @sumantadeka7612 2 หลายเดือนก่อน +1

    Well Educated young leader
    অভিজ্ঞ আৰু দেশ আৰু জাতি প্ৰতি তেখেতৰ মন্তব্য আৰু আদৰ্শ চিন্তাধাৰা জানি ভাল লাগিল।

  • @tapashthakuria830
    @tapashthakuria830 4 หลายเดือนก่อน +5

    Lurin daa ❤️🙌

  • @anantasaikia3937
    @anantasaikia3937 4 หลายเดือนก่อน +5

    CCA again full support assamese people. Thankyou

  • @mehbub3853
    @mehbub3853 4 หลายเดือนก่อน +3

    Lorin da aponar kotha bilak huni huni mor bahut bhal lagise Thank U ❤

    • @prasannatamuli699
      @prasannatamuli699 4 หลายเดือนก่อน

      Tumar utrnrbabe akhibad thakil krishna

  • @satyaLeedashree
    @satyaLeedashree 4 หลายเดือนก่อน +6

    lurinjyoti gogoi kotha bootra bohutei val lage

  • @babysaikia7520
    @babysaikia7520 4 หลายเดือนก่อน +5

    Go ahead

  • @ashadullaha9266
    @ashadullaha9266 4 หลายเดือนก่อน +4

    Thanks Gogoi sir

  • @alextopno332
    @alextopno332 4 หลายเดือนก่อน +3

    Lorinjyoti is clean in Heart and powerful. People must choose such leader. Make him a Victorious.

  • @Sarma.k_123
    @Sarma.k_123 4 หลายเดือนก่อน +4

    Lurin da plz don't change like other "dolar bogori politician".

  • @user-fz1tv2pw8k
    @user-fz1tv2pw8k 4 หลายเดือนก่อน +8

    ধন্যবাদ ❤

  • @w22w2wwwwww
    @w22w2wwwwww 4 หลายเดือนก่อน +7

    Haari Haari ji jiki jaai teu , itihaasot Thaki Jaai.. Lurin daa jindabaad...

  • @bhaktipriyachangmai
    @bhaktipriyachangmai 4 หลายเดือนก่อน +2

    তেওৰ কথাবোৰ বৰ সুন্দৰ লাগে

  • @ShantanuDas2100
    @ShantanuDas2100 4 หลายเดือนก่อน +42

    লুৰিনদাক এটা কাৰনে ভাল লাগে সদায় স্ৱতচফুত নিস্বাৰ্থ মানুহ❤❤❤

    • @nayansonowal5655
      @nayansonowal5655 4 หลายเดือนก่อน

      Bal buli kolu

    • @HeavyAk
      @HeavyAk 4 หลายเดือนก่อน

      Right

  • @modhurajc6316
    @modhurajc6316 4 หลายเดือนก่อน +6

    Great

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 4 หลายเดือนก่อน +2

    লুৰিণ মহাশয়ৰ ব্যক্তিত্ব চাওক !এনে নিৰ্ভীক /বলিষ্ঠ ব্যক্তিত্বক জয়ী কৰিবলৈ ঈশ্বৰে যেন খুব বেচি পলম নকৰে,আমাৰ প্ৰাৰ্থনা।

  • @user-lo7co9nm4i
    @user-lo7co9nm4i 4 หลายเดือนก่อน +3

    Good advice lurinda joi ai akham

  • @maaprabhabatimusic4049
    @maaprabhabatimusic4049 4 หลายเดือนก่อน +7

    সুন্দৰ👌

  • @pabanboruah6801
    @pabanboruah6801 4 หลายเดือนก่อน +3

    ❤ আগুৱাই যাওক

  • @prafullaborah8724
    @prafullaborah8724 4 หลายเดือนก่อน +5

    Really we proud of you.god bless you.step ahead

  • @hemantadas2357
    @hemantadas2357 4 หลายเดือนก่อน +5

    Himasree r interview bur bohut val lge hoday Sao

  • @assameseorganisation
    @assameseorganisation 4 หลายเดือนก่อน +6

    Thank you so much ❤❤❤ lurinjyoti Gogoi sir ❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +2

    লুৰীণজ‍্যোতি গগৈক অসমীয়া আৰু চাহ জনজাতীয় খিলঞ্জীয়া ৰাইজে ভোট দি জিকাবই।

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 4 หลายเดือนก่อน +6

    Thanks 👍👍👍❤❤❤❤

  • @inuarabegum9445
    @inuarabegum9445 4 หลายเดือนก่อน +4

    Good wishes for your good job

  • @user-hg1dp8uj1y
    @user-hg1dp8uj1y 4 หลายเดือนก่อน +4

    Bhal.lagil.kothabur.huni.best.lurin.aksha.rakhiusu.

  • @user-ln1cz7xy9d
    @user-ln1cz7xy9d 4 หลายเดือนก่อน +4

    ভাল লাগিল ।

  • @bilashchandradoley2544
    @bilashchandradoley2544 4 หลายเดือนก่อน +2

    এই অহা নিৰ্বাচনত সংগ্ৰাম চলিব যেন লাগিছে। আমাৰ ভাই ভনী আৰু কিমানে কি হব ভয় লাগিছো।

  • @MathsSirAssam
    @MathsSirAssam 3 หลายเดือนก่อน +1

    লুৰিণজ্যোতি গগৈ অসমীয়া ৰাজনৈতিক ভবিষ্যতৰ উজ্বল নক্ষত্ৰ হওক। সদায় ৰাইজৰ পক্ষত থাকি অসম খনক আগুৱাই লৈ যাওক । শুভেচ্ছা জনালোঁ। ৰঙিয়াৰ পৰা লিখিছোঁ।

  • @gunaramdas131
    @gunaramdas131 4 หลายเดือนก่อน +13

    আপোনাৰ স্থিত, প্ৰজ্ঞতাক অ শেষ
    ধন্য বাদ জনাইছোঁ! ভগৱানে আপোনাক নীস্ব য়ে কৃপা কৰিব!আন্ধাৰ পিছত সদায়ে জোনাক
    থাকে!

  • @dbora8280
    @dbora8280 4 หลายเดือนก่อน +3

    Deka lora tomar dighalia chintadhara bilak khub bhal lagil ,bhagabane tomar antarat aru bhal chintar shristy korak, Dhanyabad .

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 4 หลายเดือนก่อน +7

    তেওঁ ঠিকেই কৈছে দুখ আহিলে হে সুখ হব ই তেওঁ এইবাৰ সফল হ'ব ই আমি আশীৰ্বাদ কৰিছো কাম কৰি যোৱাতো নিজৰ বাকী ভগৱানৰ বিচাৰ

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +7

    Lurinjyoti Gogoi❣️❣️❣️

  • @user-lj1cr4ie9d
    @user-lj1cr4ie9d 4 หลายเดือนก่อน +3

    Good Job dada

  • @Mofpdulislamshuarma
    @Mofpdulislamshuarma 3 หลายเดือนก่อน +1

    নমস্কাৰ ভাল লাগিছে লুণীন জ্যাতি গগৈয়ক মৰম চেনেহৰ ধন্যবাদ আৰু মোক 1w ধিয়ক

  • @ajoy5855
    @ajoy5855 4 หลายเดือนก่อน +3

    Thanks Lurin±Akil Da

  • @trailukyachangmai7789
    @trailukyachangmai7789 4 หลายเดือนก่อน +4

    Very good

  • @Litumani
    @Litumani 4 หลายเดือนก่อน +6

    Lurin da ❤️

  • @zayaborgohain6076
    @zayaborgohain6076 4 หลายเดือนก่อน +6

    God bless him.... Success in all

  • @ashoksaikia739
    @ashoksaikia739 4 หลายเดือนก่อน +2

    কেতিয়াবা লুৰিন জ্যোতিক সহায় কৰিবলৈ পালে মোৰ ভাল লাগিব।

  • @user-vl5zb2cb6z
    @user-vl5zb2cb6z 3 หลายเดือนก่อน +2

    Moi Apunak Vote Dimm...Moi Dibrugarh hoii.I Love Dibrugarh...

  • @user-wl3dr2nz4i
    @user-wl3dr2nz4i 4 หลายเดือนก่อน +4

    Lurín Jyoti Gogai zindabad

  • @sajidurrahman9312
    @sajidurrahman9312 4 หลายเดือนก่อน +5

    Good talking

  • @bilashchandradoley2544
    @bilashchandradoley2544 4 หลายเดือนก่อน +3

    Good speach

  • @CarsSupercars
    @CarsSupercars 4 หลายเดือนก่อน +6

    Nice discussion...Lurin you need to speed up the message to the people of entire Dibrugarh and Tinsukia region...both rural and urban... specially women & first time voters are unaware.

  • @user-id7er8pt7v
    @user-id7er8pt7v 4 หลายเดือนก่อน +4

    God bless you forever to save assam.

  • @jyotikagogoi582
    @jyotikagogoi582 4 หลายเดือนก่อน +5

    Thanks❤🙏

  • @BiplobDas-lz8lb
    @BiplobDas-lz8lb 4 หลายเดือนก่อน +5

    I love lurinjyoti gogoi ❤❤

  • @meenakshibhuyan3354
    @meenakshibhuyan3354 3 หลายเดือนก่อน +1

    He is on right track. has an analytical approach.Difficult time ahead of him many many thanks wish Lurinjyoti agrand success

  • @Hypergaming-rc8gr
    @Hypergaming-rc8gr 4 หลายเดือนก่อน +5

    Success hoboi

  • @JatinBhuyan01
    @JatinBhuyan01 4 หลายเดือนก่อน +7

    26:25 Best Line❤

  • @hafijurrahman9789
    @hafijurrahman9789 4 หลายเดือนก่อน +3

    GO ahead

  • @AnupZg-io2pc
    @AnupZg-io2pc 4 หลายเดือนก่อน +6

    Prokrito Akhomiya Nagorik hoboi nuware hei2.. jiye neki Zubeen dak val napai.. hoi2 beleg jati beleg dekhor hobo

  • @PankajBoro-br8wu
    @PankajBoro-br8wu 4 หลายเดือนก่อน +8

    Baa 1st view like kora❤❤❤

  • @kushaldoley4590
    @kushaldoley4590 4 หลายเดือนก่อน +5

    💯 are right

  • @AbyanNafi567
    @AbyanNafi567 4 หลายเดือนก่อน +4

    Yes Right ❤❤❤❤

  • @abhijeetgogoi1704
    @abhijeetgogoi1704 4 หลายเดือนก่อน +4

    hosai muru bhut val lage lurindak hosa monor manuh hkolu buji pai

  • @manashgogoi3707
    @manashgogoi3707 4 หลายเดือนก่อน +2

    Guest ক আপুনি একেবাৰে প্ৰশ্ন কৰিব নাজানে, কৰবাত training এটা লৈ আহক, আপোনাৰ নিচিনাকৈ প্ৰশ্ন নকৰে, BJP ৰ কি কি গুণ বেয়া লাগে বুলি , BTW Love u লুৰিণ দা

  • @deepankarhazarika3689
    @deepankarhazarika3689 4 หลายเดือนก่อน +6

    Great Leader......our next CM

  • @Rongmonstudio
    @Rongmonstudio 4 หลายเดือนก่อน +3

    লুৰিণ গগৈ ❤🔥✔️

  • @JulinDoley-qe1iw
    @JulinDoley-qe1iw 4 หลายเดือนก่อน +4

    Lurin Jyoti Gogoi jindabat

  • @bipulpegu3153
    @bipulpegu3153 4 หลายเดือนก่อน +2

    Like u lurinjyoti gogoi da

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n 4 หลายเดือนก่อน +4

    Lurinjyoti Gogoi zindabad

  • @kalpanahazarika311
    @kalpanahazarika311 4 หลายเดือนก่อน +3

    Hundor bhabona chinta .Ksrjyakori korat Bhagobane agborhi niak .Tarei prarthona korisu. Tumi amar gowrab.

  • @user-uq4rc3vv1w
    @user-uq4rc3vv1w 3 หลายเดือนก่อน +3

    Thanks

  • @BharatSaikia-xq5hm
    @BharatSaikia-xq5hm 3 หลายเดือนก่อน +1

    সুন্দৰ লুইন দা।

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 4 หลายเดือนก่อน +2

    Very nice comment.Madan Neogf fmm Rajgarh tq.
    .

  • @gagantalukdar3201
    @gagantalukdar3201 4 หลายเดือนก่อน +1

    অসমৰ বাবে আপোচ বিহীন ভাৱে কাম কৰিব বুলি আশা কৰিলোঁ।

  • @daslk228
    @daslk228 4 หลายเดือนก่อน +7

    Lurinjuti jindabad

  • @mrinalkumardeka1134
    @mrinalkumardeka1134 4 หลายเดือนก่อน +4

    Inspiring talks.

  • @hemaboruah2234
    @hemaboruah2234 4 หลายเดือนก่อน +1

    Lorin Dibrugar.
    Joi.aai Assam

  • @prettybasumatary4782
    @prettybasumatary4782 4 หลายเดือนก่อน +3

    God bless you ❤