Katha to hai . Assamot letera rajnity huwa nasil . Hemanta biswa sarmah rajnitit ahar pora letera rajnity Kari asa.gati Assam raija Hemanta biswa sarmah khadiba laga .bharatar bhitarat Assam akhon hundar state .
অসমৰ ৰাজনীতি বেয়া কৰাৰ বা ৰাইজক উত্তেজিত কৰা বা মিছা কথা বা মিছা প্ৰতিশ্ৰুতি দিয়া নেতা বোৰ হল দাদা ব্ৰিগেডৰ মানুহ বোৰ আৰু মিছা কথা কোৱা মানেই হল মোদী মোদী মানে মিছা কথা
উজনি নামনি সকলোতে এটাই নাম গৌৰৱ গগৈ
গৌৰৱ গগৈ অসমৰ গৌৰৱ আৰু অসমৰ ভৱিষ্যত।
গৌৰৱ গগৈ অসমৰ গৌৰৱ
গৌৰব গগৈ এজন অতি অমায়িক সু শিক্ষিত ভদ্ৰ লোক। তেওঁৰ মঙ্গল কামনা কৰিলো।
আমি কংগ্ৰেছ নহয় কিন্তু গৌৰৱ গগৈৰ বক্তিত্বৰ বাবে ভোট দিছো । গৌৰৱ গগৈ বৰ্তমান অসমৰ ৰাজনীতিত অতি প্ৰয়োজনীয় হৈ পৰিছে।
গৌৰৱ গগৈ প্ৰকৃততে পৰিস্কাৰ ৰাজনীতিকৰ, গতিকে গৌৰৱ গগৈক সমৰ্থন আগবঢ়োৱাটো শুদ্ধ।
গৌৰৱ গগৈয়ে গৌৰবেৰে অসমৰ লগতে ভাৰত বৰ্ষত এক সুষ্ট ৰাজনীতিৰ পৰিবেশ সৃষ্টি কৰিৱ।❤
বৰ সুন্দৰ আৰু অনুকৰণীয় প্ৰতিবেদন ৷ সঁচাই ভাল লাগিল মালাকাৰ ছাৰৰ এই ষ্ট্ৰীম ৷৷ধন্যবাদ৷৷
Right Gaurav Gogoi zindabad Ji
গৌৰৱগগৈ অসমৰ জয়
সন্মানীয় গৌৰৱ গগৈৰ ভদ্ৰ ভাষাই জনসাধাৰণক আনন্দৰ চকুপানী উলিয়াইছে। তেখেত ভালে থাকক। অসমখনক বচোৱাৰ বাবে ৰাইজ তথা ভগৱান সহায়ক হওক।
Gaurav gogoi king hoi ...
Genuinely Mr. Gaurav Gogoi is a proud of Assam not only in political, he is also in among the general people.
Right, 👍
গৌৰৱ গগৈ ভাৰতৰ demand, যাক বৰ্তমান ৰাজনীতিৰ অতি বিৰল
Gaurav gogoi zindabad ❤❤❤
Congress zindabad next cm gourob gogoi zindabad
বৰ্তমান সময়ত গৌৰৱ গগৈৰ অসমত প্ৰয়োজন আছে ।
গৌৰৱ গগৈ ডাঙৰীয়া এজন সুস্থ, দক্ষ ৰাজনীতিবিদ
গৌৰব গগৈ জিন্দাবাদ
Gourav Gogoi zindabad
Gaurav Gogoi okhomor rajniti eta ujjwal nakhyatra.
Gowrb dukhiyar karne manbrupi vgwan 👍👍
Gaurav gogoi ziñdabad
Asa kotha ❤❤❤❤
Gourab। Gogoi। Is। The। Best। Leder। In। Assam
Gaurob gogi zindabad
Gourav Gogoi real hero in Assam
Good News for Assam.
Gourob is proud of Assam
Cm lage gourab gogoi k
গুণীয়েহে গুণীৰ মূল বুজে। ধন্যবাদ জনাইছোঁ 🙏
Gaurav Gogoi is Dimond of not only Assam but also India.He is a true leader of downtrodden and poor people of Assam.
Good man
Gaurav Gogoi zindabad zindabad
Always Gourab Gogoi💯🤗
সুন্দৰ বিশ্লেষণ
গৌৰৱ গগৈ ❤
Gaurav gogoi jindabad
Gourab Gogoi,proud of Assamese.
Thanks media person sir for nice analysis.
Gaurav jikok ba nijikok always great of Assam.
Gaurav gogoi zindabad
Gourav Gogoi Ratrya neta. Gourav Gogoi dangoriyae pariskar rajniti kare.Tekhetar tulana karu lagat nahai.
Bohut Val. Gourob Gogoi Bohut Bhal . Next CM Jon Gourob Gogoi
Natunkoi abirbhav jen lage se, Te'o hosakoi, nirbhik, pariskarbidhar, amayik rajnitibid hobo jen lagise,
Bahut Asha thakil...... Isware bhalor babe Ahirbad korok ....
One of the decent person of Assam politics..he has to be deserved as cm
Paresh। Malakar। Da। Is। The। Best। Riporter। In। Assam। Paritosh। Sarkar। Baksa
Tekhet aguwai jauk😍😍
Gaurav gogoi 🎉
Dhuniya kotha koise
Katha to hai . Assamot letera rajnity huwa nasil . Hemanta biswa sarmah rajnitit ahar pora letera rajnity Kari asa.gati Assam raija Hemanta biswa sarmah khadiba laga .bharatar bhitarat Assam akhon hundar state .
Yes
All are same.
Yes ?
Gowrab gogoi jindabad
অসমৰ ৰাজনীতি বেয়া কৰাৰ বা ৰাইজক উত্তেজিত কৰা বা মিছা কথা বা মিছা প্ৰতিশ্ৰুতি দিয়া নেতা বোৰ হল দাদা ব্ৰিগেডৰ মানুহ বোৰ আৰু মিছা কথা কোৱা মানেই হল মোদী মোদী মানে মিছা কথা
Always ❣️
❤❤
Gaurav Jikok Amak Next CM Hisape Lage
Gourov Gogoi k moi bohut val pau
gourov da brilliant
The king of assam💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
Gaurav gaurav axomor gaurav
Right
Gaurav is respectable because he is a real politician,not like other scoundrel politician. Some impartial educated voters of Assam.
Nice topic....impressive.
Bohut moron Loga Kothabur Execellent Personality As a National Politician
❤
goub gogoi gun himontar gat ak percentu nai
Gaurober Rajniti mulyabudhar Rajniti. !
আৰু লেতেৰা কৰুহ
gourov gogoi lac mai ek
Sohongkari gourob gogoi
Ahom ye he axom basaba pariba....karan ahom ye shamsha nakare...
যিমান সহিত্য দিলেও যোৰহটীয়া মানুহ এনেইয়ো কংগ্ৰেছী বুলি সকলোৱে জানে। গৌৰৱৰ ঠাইত আন হলেও জিকিলে হেতেন। এইবাৰ গৌৰৱৰ কিমান গৌৰৱ হব সকলোৱে দেখিব। তেতিয়া আপোনাৰ দৰে সাহিত্যিকে সমিক্ষা কৰিব॥
Oo bupa juwabar taat tente BJP kene ke jikisil
Misa kotha upor assomor manuhe jorhat buli nohoi beimani beya pai jorhatanuhe hotyo tu Val pai
Baal jikiba gurab gogoi
আপোনাৰ বয়সৰ যিকোনো লোকৰ কংগ্ৰেছৰ সুদীৰ্ঘ শাসন কালৰ ক'লা-বগা অধ্যায়বোৰ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছে। পিছে,কংগ্ৰেছৰ শাসন কালৰ কলা অধ্যায়ৰ কথা চকুত নপৰাটো আপোনাৰ অজ্ঞতা বুলিম নে পক্ষপাত?
গৌৰৱ গগৈ কলিয়াবৰৰ পৰা দুবাৰকৈ সাংসদ হৈছিল। এগৰাকী সাংসদ হিচাপে কলিয়াবৰত গৌৰৱ গগৈয়ে কৰা লেখত ল'বলগীয়া দুটামান কামৰ উদাহৰণ আছেনে আপোনাৰ হাতত? সাংসদ হিচাপে সফল বুলি ক'ব পৰাকৈ আপোনাৰ ওচৰত দুটামানো তথ্য আছেনে?
লোক সভাৰ নিৰ্বাচনত গৌৰৱ গগৈ যোৰহাটত বিপুল ভোটেৰে জয়ী হৈছে। গৌৰৱ গগৈৰ এই জয়ক যি ৰূপত প্ৰতিষ্ঠা কৰিবলৈ গৈছে তেওঁকৈ বেছি ভোটত ধুবুৰীৰ পৰা জয়ী একে দলৰে ৰকিবুলক সেই ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰাৰ অন্তৰালত কিবা ৰহস্য থকা নাইতো? যদি জয়ী হ'লেই heo হয়,তেন্তে গৌৰৱতকৈ বিপুল গণভিত্তি থকা ৰকিবুল Supper hero নহয় কিয়? আশা কৰিম , আপোনাৰ চেনেলত এদিন হ'লেও ৰকিবুল চাহাবৰ গুণ-গান হ'ব।
ডাঙৰীয়া,সংসদত বিৰুদ্ধীক গালি পৰা বা নিজৰ দলে কোনোদিন সমাধান কৰিবলৈ যত্ন নকৰা সমস্যা দুটা নিলজ্জভাৱে দাঙি ধৰিলেই যদি অসম হিৰ' হ'ব পাৰে,তাতকৈ আৰু কিবা দুৰ্ভাগ্যৰ কথা জানো থাকিব পাৰে? নিজৰ চৰকাৰ নথকা কালত সভাই-সমিতিয়ে, সামাজিক মাধ্যমত বিৰুদ্ধীক গালি পৰা বা অসমৰ সমস্যা দুটামান দাঙি ধৰা কংগ্ৰেছী সকলৰ 60 বছৰীয়া শাসন কাল আপোনাৰ দৃষ্টিত জয় জয় ময় ময়েই হ'ব নিশ্চয়?
সভাই-সমিতি পাতি ভাষণৰ ফুলজাৰিৰে অসমীয়াক অতি আবেগিক কৰি ৰাজনৈতিক মুনাফা আদায় কৰা নেতা বহুত আছে অসমত, কিন্তু অসম আৰু অসমীয়াৰ সমস্যাবোৰ চিৰন্তন সমস্যা ৰূপে আজিও পৰি ৰ'ল।
অসম আৰু অসমীয়াৰ জলন্ত সমস্যাবোৰ সমাধানৰ সদিচ্ছা নথকাৰ অপৰাধত যদি দোষী সাব্যস্ত হ'ব লাগে, তেন্তে প্ৰথম দোষী বা অপৰাধী কংগ্ৰেছেই জানো নহ'ব? নে কি কয় , ডাঙৰীয়া?
ডাঙৰীয়া, আপুনি ক'বৰ দৰে যদি 'কলূষিত ৰাজনীতিক পৰিষ্কাৰৰ অনুশীলন মানেই গৌৰৱ গগৈ' ,তেন্তে গৌৰৱ গগৈৰ প্ৰথম কাম হওক, কংগ্ৰেছৰ ৬০ বছৰীয়া কলূষিত শাসন-ৰাজনীতি শোধন কৰা। দ্বিতীয় কাম হওক,(যদি গৌৰৱ কলূষিত ৰাজনীতিৰ উৰ্ধত) কংগ্ৰেছৰ পৰিশোধিত নতুন উন্নয়নমূলক কৰ্মসূচী ৰাজহুৱা কৰক। তৃতীয় কাম হওক, কংগ্ৰেছৰ দিনত হোৱা যতবোৰ দুৰ্নীতি , ভ্ৰষ্টাচাৰ, প্ৰতাৰণা বা পৰোচনা আৰু কেতিয়াও কৰা নহ'ব বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰক। কলূষিত ৰাজনীক পৰিষ্কাৰ কৰিবলৈ অনুশীলনত ব্যস্ত (আপোনাৰ মতে) গৌৰৱ গগৈৰ এই সথদিচ্ছা সৎসাহস হ'বনে?
আপুনি বাৰু অলপ উগ্ৰ বিজেপি গিৰি কৰা নাইনে, news Live encorok এনেদৰে সমালোচনা korisene, ৰিনিকি ভূঞা একা, তেওঁ অসমক চাগে no ১ত ৰাখিব গৈ আছে, এজন cm Ji দলৰ পৰা অভিজ্ঞ ৰাজনীতিক হল সেই দলক ১%সন্মান দিব গলে বিজেপি cm হোৱাত অপৰাধ হব নেকি? তৰুণ গগৈ আগত অসমত কিমান উন্নতি হৈছিল জনাব নেকি? ভুলটো ডাঙি ধৰিলে নহব, আপোনাৰ সন্তানক আপুনি ১০০%দি যাব পাৰিবনে, যদি পাৰে আপুনি ন হইটো অলপ বেলেগ , গৌৰৱ গগৈ ক ৰকিবুল ডাঙৰীয়া ই সন্মান দিয়ে,আপুনি number চালে নহব,bioktito ও চাব লাগিব, এগৰাকী যুৱ নেতা হিচাপে তেওঁক বিশ্লেষণ কৰা হৈছে,
Congress এ ৬০বছৰ পিছত কলুষিত হৈছে, কিন্তু বিজেপি এ দেখোন কলুষিত ৰাজনীতিক১০ বছৰতে কলুষিত কৰিলে, সুন্দৰ একলম লিখিলেই এজন লেখক হব নোৱাৰে,
❤❤
Gaurav gogoi zindabad
Right