Exclusive News | Paresh Baruah Exclusive Interview : সাৰ্বভৌমত্ব আলোচনাৰ হেঙাৰ নেকি ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024
  • Exclusive News | Paresh Baruah Exclusive Interview | ৰাজ্যৰ দল সংগঠনৰে Paresh Baruah ৰ বিশেষ আলোচনা । এই সন্দৰ্ভত NEWS18 ৰ মজিয়াত দীঘলীয়া বাৰ্তালাপ
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #exculisivenews #pareshbaruahexclusiveinterview #pareshbaruah
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5... c3

ความคิดเห็น • 193

  • @DilipkumarDas-n9l
    @DilipkumarDas-n9l 6 หลายเดือนก่อน +1

    ডাঙৰীয়া আমি অসমীয়া বোলী বহি থাকিলে নয়হৱ

  • @DebojitkrboraBora
    @DebojitkrboraBora 6 หลายเดือนก่อน +1

    ।।আলফাৰ ক্ষেত্ৰত স্বাধীন অসম লাগিবই আমাক।।

  • @dipakkonwar8462
    @dipakkonwar8462 7 หลายเดือนก่อน +1

    সৰহ সকলৈ সুবিধা বাদি চৰিত্ৰৰ লোক বহুৱাই তক চ পাতি লাভ নাই ।টাই যুব ছাত্ৰ পৰিষদ ।

  • @DevojitGogoi-u3q
    @DevojitGogoi-u3q 9 หลายเดือนก่อน +5

    আদিত্য লহকৰৰ মন্তব্য অতি সুন্দৰ হৈছে

  • @PulakDulakakhari
    @PulakDulakakhari 9 หลายเดือนก่อน +10

    পৰেশ ডা আপুনি নিজৰ মতে কাম কৰি আগুৱাই যক

  • @bor_axomor_anajari
    @bor_axomor_anajari 9 หลายเดือนก่อน +1

    জাতিক মাটি ৰক্ষা কাৰনে সকলো এক হব লাগিব নহ'লে জাতি শেষ

  • @holeswrthengal6039
    @holeswrthengal6039 8 หลายเดือนก่อน +1

    পুৰণি অসম বুৰঞ্জী পৰ চাৰ কৰক।

  • @RunuBora-s2x
    @RunuBora-s2x 9 หลายเดือนก่อน +4

    অসমীয়া জাতিটো সুৰক্ষিত হোৱাটো সকলোৱে বিছাৰো।

  • @sunandaborah8177
    @sunandaborah8177 8 หลายเดือนก่อน +1

    জয় আই অসম ।

  • @KhagenSaikia-l9q
    @KhagenSaikia-l9q 8 หลายเดือนก่อน +1

    Good news. ❤❤❤

  • @nabakumarbrahma6147
    @nabakumarbrahma6147 9 หลายเดือนก่อน +2

    আমাক অৰ্থনিতি স্বাধীনতা দিলেহে ৰাজনৈতিক স্বাধীনতা স্বাৰ্থক হব।

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +22

    উপনিবেশী ভাৰতৰ ওচৰত অসম অসমীয়া কেতিয়াও সুৰক্ষিত নিৰাপদ নহয় ।অসম অসমীয়াক তিল তিলকৈ ভাগ ভাগ কৰি দুৰ্বল নিশকতীয়া কৰি নিঃশেষ কৰি অসমৰ সম্পদ সমুহ ভাৰতে নি নি অসমক দেউলীয়া কৰি ভাৰত পম্পদশালী শক্তিশালী হৈ থাকিব ।ভাৰতৰ তলত আঠু কাঢ়ি পদলেহনকাৰী হৈ উচ্চিষ্ট খাই পৰাধীন পোহনীয়া গোলাম ভৃত্য বহতীয়া হৈ থাকি আত্মগৌৰৱ কৰা বিবেকহীন মেৰুদণ্ডহীন অতি ভাৰতীয় নামধাৰী অসমীয়া সুবিধাবাদী একাংশই স্বাধীনতাৰ মুল্য স্বাধিকাৰ জাত্যাভিমান নিজস্বতা কি বুজিব ?উচ্ছিষ্ট কিবা অলপ পালেই পদলেহনকাৰীৰ মহা আনন্দ গৌৰৱ ।

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      @hiyanjankalita7648 pakistan hou bhikharistan hou heitu pasor ktha kintu indiar lgt thakile Bangladeshi sure bonim heitu tmi jani lua

  • @rabindeka9290
    @rabindeka9290 9 หลายเดือนก่อน +1

    Yes

  • @thomasgogoi4687
    @thomasgogoi4687 9 หลายเดือนก่อน +1

    Very good

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 6 หลายเดือนก่อน +1

    All are selfish we are not believe we sow all union of assam .

  • @akashpegu795
    @akashpegu795 9 หลายเดือนก่อน +1

    অসম স্বাধীন আমাক লাগে ।অৰুণাচল মিজোৰাম নাগালেণ্ড সমান অধিকাৰ সম মৰ্যদা পালেহে

  • @dhrubajitdas3054
    @dhrubajitdas3054 9 หลายเดือนก่อน +2

    In First Baruah Sir I Respect You 🙏
    সৰুৰে পৰা আপোনাৰ নাম শুনিছোঁ কিন্তু আপোনাৰ "অসম" সম্পৰ্কে থকা চিন্তা ধাৰাক জনা নাছিলোঁ। সৰুতে দেখিছিলো আমাৰ অঞ্চলত যেতিয়া পুলিচ-মিলিটাৰীয়ে ULFA কেদাৰৰ সন্দেহত দেউতাহতৰ লগতে আমাৰ ওচৰৰ আন আন লোকক নিৰ্যাতন কৰিছিল তেতিয়া জনা নাছিলোঁ ULFA ৰ চিন্তা ধাৰা কি? আৰু কিয়? এইবিলাক হৈ আছে। সেই সময়খিনিত এটা কথাই বুজিছিলো ULFA মানে হৈছে অস্ত্ৰসস্ৰ লৈ পুলিচ-মিলিটাৰী ৰ বিৰুদ্ধে যুঁজ দিয়া এটা সংগঠন। কিন্তু আজি যিটো শুনিলো, যিটো দেখিলোঁ- কথা বিলাক কিবা নিমিলে চোন।
    যি কি নহওঁক বৰ্তমান যাতে কোনো এজন অসমীয়া বিপ্লৱী সেনানীৰে নিজৰ জীৱন আৰু যৌবন বিপদাপন্ন নহয় নাইবা নতুনকৈ আৰু কোনেও যাতে নিজৰ মাতৃভূমিৰ বাবে বলিদান দিব লগা নহয় তাৰবাবে অসম চৰকাৰে হওঁক নাইবা ভাৰত চৰকাৰে এইক্ষেত্ৰত সন্মানীয় সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ লগত যোগাযোগ অব্যাহত ৰাখি এটা সুস্থিৰ আৰু সু-শৃংখল আলোচনা ৰ মাজেদি "অসমত" অমৃতমন্থন হওঁক তাৰে কামনা কৰিছোঁ 🙏 কোনো এজন অসমীয়াই যাতে স্বাধীনতা লাভ কৰি ও পৰাধীনতাৰ অনুভৱ কৰিব লগীয়া নহয়।
    শেষত আকৌ এবাৰ বৰুৱা মহাশয়ক ধন্যবাদ 🙏 জনালো বৰ্তমানে ও নলবাৰী ৰ প্ৰতি থকা তেখেতৰ ভালপোৱাক।

  • @jutikakalita7722
    @jutikakalita7722 ปีที่แล้ว +3

    বিজেপি চৰকাৰে অসমৰমানুহক হচাকৈ পেপুৱাই লগাই থয়!🙏

  • @HamidAli-dn1ql
    @HamidAli-dn1ql 9 หลายเดือนก่อน +2

    Amar,brush,sirok,,dhannobad

  • @DebojitkrboraBora
    @DebojitkrboraBora 9 หลายเดือนก่อน +1

    ।। ধন্যবাদ পৰেশ বৰুৱা মহাশয়‌‌‌ অসমৰ মুখ্যমন্ত্ৰী সমে আমিও আলফালে যোৱা প্ৰজ্ৰায়ৰ নিচিনা হৈছে।।

  • @diganataboruah6897
    @diganataboruah6897 9 หลายเดือนก่อน

    ত্ৰিপাক্ষিক আলোচনা হক, থাইলেডৰ ৰাজধানী বেংককত।।

  • @pratapmedhi8161
    @pratapmedhi8161 ปีที่แล้ว +7

    অসম বুৰঞ্জী স্কুলত দিয়ক তেতিয়া অসমৰ বিষয়ে সকলোৱে জানিব জয় আই অসম

  • @dhrubajyotiborah7364
    @dhrubajyotiborah7364 ปีที่แล้ว +16

    নগাৰ লগত সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হব পাৰে যদি আলফাৰ লগত কিয় নহব। ৰাইজে জনমত গঠন কৰক

  • @J.Koch2023
    @J.Koch2023 9 หลายเดือนก่อน +1

    Axom'r 6 jonogosthi totha tholuwa jonogosthi homuhok ST morjyada diok aru logote Axom khon ekhon Tribal State buli declare korok.

  • @nanimabora
    @nanimabora 9 หลายเดือนก่อน +1

    সঠিক কথা কৈছে

  • @RakshyaAksh
    @RakshyaAksh 9 หลายเดือนก่อน +1

    Apunar sotur prio Himonto yai dibo nohoi unotir tupi o tupula

  • @akashpegu795
    @akashpegu795 9 หลายเดือนก่อน +1

    পৰেশ বৰুৱাৰ লগত মিলি সকলো ৰাইজে আগবাহি আহক । জয় আই অসম

  • @mgvlogs9797
    @mgvlogs9797 ปีที่แล้ว +26

    বৰ অসম বিচাৰো । উত্তৰ-পূবৰ সকলো ৰাজ্য একগোট কৰি পৃথক ৰাষ্ট্ৰ প্ৰদান কৰিলে ভাল হব।

    • @rajeswarswargiari5366
      @rajeswarswargiari5366 ปีที่แล้ว

      চকুত ধূলি মৰা কথা...

    • @raktimtravels3663
      @raktimtravels3663 10 หลายเดือนก่อน

      Ekmot

    • @bkp9774
      @bkp9774 9 หลายเดือนก่อน

      ​@Ghazeeeতই কোন বামুন নেকি বাৰু?

    • @bkp9774
      @bkp9774 9 หลายเดือนก่อน +1

      @Ghazeee অ অ গৰীয়া সকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক, মুচলমানৰ অসম আক্ৰমণৰ সময়ত পৰিস্থিতিত পৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

    • @bkp9774
      @bkp9774 9 หลายเดือนก่อน

      কথাটো হয়, পাছে আহোম কেঁটাই চূন আহোম লাণ্ড বিচাৰি আছে, বাকি বড়ো, কাৰ্বি, তিৱা, ৰাভা, মিচিং, মৰাণ, মতক ছবেই চূন ভাগ ভাগ।
      নগা , খাছী, অৰুণাচলীএ অসমীয়া দেখিলেই পিতোন দিয়ে , মিয়াই খেদিযেই আছে, এফালৰ পৰা।

  • @SatyavratRaj781
    @SatyavratRaj781 ปีที่แล้ว +20

    স্বাধীন বৰ অসম লাগে ৷ আমাৰ সোনসেৰীয়া মাটি আৰু ঐতিহ্য নহলে ৰক্ষা নহব

  • @digantakalita4367
    @digantakalita4367 ปีที่แล้ว +19

    আমি বোৰ সঁচাকৈ বিবেকহীন বক্তি চাধীন হৈয়ো অচাধীন হৈ আছো পৰেশ বৰুৱাই থিক কৈছে জয় আই অসম

  • @NeinaPegu
    @NeinaPegu 9 หลายเดือนก่อน +1

    Apunalukor. Alisonar. Mote. Amar..hontusto

  • @bhaskarjyotidas7917
    @bhaskarjyotidas7917 ปีที่แล้ว +15

    joi ai axom , Apuni dhuniya alusona korisee 🙏🙏🙏

  • @TimePass-qo7ch
    @TimePass-qo7ch 9 หลายเดือนก่อน +1

    Assomia tea garden mati bari Bohiragoto Or hatot

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +5

    পৰেশ বৰুৱা সমন্বিতে দল সংগঠনৰ ব্যক্তি কে ইজনে যুক্তি যুক্ত কথা কৈছে-।

  • @darpandeka5141
    @darpandeka5141 ปีที่แล้ว +13

    কলে শুনাত বেয়া লাগে ।অসমৰ মানুহখিনি এনেকুৱা হৈ পৰিছে যে প্ৰচাব কৰা লাগিলেও ক'ত প্ৰচাব কৰিম তাকো দিল্লীত গৈ সুধিব লাগে অসমৰ সম্পদ অসমৰ কথা তাকো যদি দিল্লীৰ অনুমতি ল'ব লাগে তেনেহলে অসম বুলি ৰাজ্য এখন ক'ত আছে? উত্তৰ দিয়ক । পৰেশ বৰুৱা ডাঙৰীয়া ধন্যবাদ।

    • @dinanathjaiswal145
      @dinanathjaiswal145 ปีที่แล้ว +1

      Harbobhaumatta lagiboi. Jay aai AXOM

    • @binudas8708
      @binudas8708 7 หลายเดือนก่อน +1

      আলোচনা হলে অসমৰ অসমীয়াৰ পক্ষে হব লাগে। আলোচনা কিন্তু মাত্ৰ আলোচনাৰ নামত হব নেলাগে

  • @sujondas-r4c
    @sujondas-r4c หลายเดือนก่อน

    আমিও যোগ দিতে চাই

  • @SaifulIslam-yj6rr
    @SaifulIslam-yj6rr ปีที่แล้ว +7

    I like poresh borua

  • @khiruddeka2891
    @khiruddeka2891 ปีที่แล้ว +5

    একেটা বাঘেই আমাক খাই মাৰিছে,,, ঠিক কথা কৈছে পৰেশ বৰুৱা ডাঙৰীয়াই

    • @rajeswarswargiari5366
      @rajeswarswargiari5366 ปีที่แล้ว

      বিদেশী খেদক

    • @GT-dm8pw
      @GT-dm8pw ปีที่แล้ว

      ​@@rajeswarswargiari5366 Axom dekh hole sob solve hoi jabo bro please co-operate be brothers

  • @kushalbaruah8438
    @kushalbaruah8438 9 หลายเดือนก่อน +1

    Indian constitution MANI ASOMAR N.R.C. KHANAKE AMI NAPALU BANGLADESH RAKHAK HISAPE KAM KARILE GOTIKE. EXTRA. ASOM DES HOI AIN BONAI. NIKE BANGLADESH ULILIAI VAL....

  • @diganataboruah6897
    @diganataboruah6897 9 หลายเดือนก่อน

    আপোনাৰ লগত কুঠাৰ মাৰি আছিল আগতে সেই জনে অসমত একো নাই বুলি কলে।

  • @biradattadas9216
    @biradattadas9216 9 หลายเดือนก่อน +1

    হয় দেই পৰেশ ককাইদেউ , ঠিক কথাকে কৈছে,অনুৰণন ,ছাকিৰা আহিব বকুল তললৈ, গৰু, গগৈ ইত্যাদি বহু ভাল অসমীয়া চিনেমা ,
    চিনেমা হলত চাবলৈ বঞ্চিত লান্চিত
    অসমীয়া ৰাইজক কৰিছে ।অসমীয়া ৰ কথাকে নকওঁ ভাৰতৰ নাগৰিকৰ
    সাৰ্বভৌমত্ব আজি খৰ্ব হবলৈ ধৰিছে,
    নেহৰু, ইন্দিৰা গান্ধীৰ পৰিয়ালে মুখ্যত্ব দায়ী,কি ভাবে পৰেশ ককাইদেউ আৰু অসমৰ ৰাইজে!?
    কথাবোৰ তাহানিৰ স্বহীদ খৰ্গেশ্বৰ, মোজামিল, অনিলৰ দিনৰ পৰা আজিকোপতি লৈকে কত পুলিচ, জনসাধাৰণৰ মৃত্যু, লান্চিত, বঞ্চিত, ঘুণীয়া হল, বিদেশী সমস্যা ঔপনিৱেশিক প্ৰভাৱশালী বিদেশী ৰাষ্ট্ৰবোৰৰ হাতৰমুঠিত ৰ'ল ।এই
    বিষয়ত বৰ্তমানৰ মোডী চৰকাৰৰ গুৰুত্ব দিবৰ হল,নহয় নে পৰেশ ককাইদেউ আৰু অসমৰ ৰাইজ ।
    নহলে ভাৰতৰ ঐক্য, শান্তি, প্ৰগতি, অখন্দতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু তাৰেই সুবৰ্ণ সুযোগ
    লবলৈ চেষ্টা কৰিছে দেশবিৰোধী চক্ৰই আৰু আমাৰ শত্ৰু ৰাষ্ট্র বিলাকে।

  • @kushalbaruah8438
    @kushalbaruah8438 9 หลายเดือนก่อน

    Right 👍

  • @kanakeswar1
    @kanakeswar1 9 หลายเดือนก่อน

    মিজোৰামৰ লোক সকলৰ শিক্ষাৰ প্রসাৰণৰ তুলনাৰ মেঘালয় বা অৰুণাচলৰ তুলনা হয় জানো? কাৰণ একে পৰ্য্যায়ৰ দুটা বস্তুৰ মাজৰ হে তুলনা হয়।

  • @mgvlogs9797
    @mgvlogs9797 ปีที่แล้ว +3

    পৰেশ বৰুৱা ডাঙৰীয়া ই সঠিক কথা কৈছে।

  • @koushikdas5140
    @koushikdas5140 ปีที่แล้ว +1

    আলফা❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏

  • @bhaskarjyotidutta4155
    @bhaskarjyotidutta4155 ปีที่แล้ว +1

    ✊️Joy Aai Axom 🙏🏻
    ✊️Joy Aai Axom 🙏🏻
    ✊️Joy Aai Axom 🙏🏻
    Paresh Axom'ok aantorik xombhaakhon🙏🏻🙏🏻

  • @animedog1475
    @animedog1475 ปีที่แล้ว +1

    পৰেশ বৰুৱা ডা‌ঙৰীয়া‌‌ই ঠিক কথাই কৈছে অসমৰ অধিকাংশ নেতাই সহজে মেনেজ হৈ যায়। তেঁওলোকৰ মাজনিশাৰ চুক্তিয়ে আমাক কাহানিও নায্যতা প্রদান কৰিব নোৱাৰে।

    • @rajeswarswargiari5366
      @rajeswarswargiari5366 ปีที่แล้ว

      পৰেশক CM বনালেই সমাধান হয়

  • @diganataboruah6897
    @diganataboruah6897 9 หลายเดือนก่อน

    ডমত আলোচনা হব

  • @shivampoultryfarmandhatche9580
    @shivampoultryfarmandhatche9580 ปีที่แล้ว +14

    অতি সুন্দৰ কথা কৈছে ভাল লাগিছে।

  • @NitulRajkataki-cq7en
    @NitulRajkataki-cq7en 9 หลายเดือนก่อน +1

    Joi ai axom

  • @AnantaGogoi-v2d
    @AnantaGogoi-v2d 9 หลายเดือนก่อน

    Rtrigh kotha

  • @udhabdeka2516
    @udhabdeka2516 9 หลายเดือนก่อน

    সুধ্য কথা নল মৰি গজালি ওলোৱা

  • @juliousraju4990
    @juliousraju4990 9 หลายเดือนก่อน

    8:30

  • @nabinchbordoloi4440
    @nabinchbordoloi4440 10 หลายเดือนก่อน

    পৰিচালক বৰৄরা দা দাক আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মই নবীনচন্দ্ৰ বৰদলৈ হও । দা দা থিকেই কৈছে নলমৰলুং নলমরেংগা গজালিমিলেংগা। ৰজা গাদি পালে দাঙৰ মানুহ হৈ পৰে।

  • @rajuchetry6364
    @rajuchetry6364 ปีที่แล้ว +11

    Very good P B sir

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 9 หลายเดือนก่อน +1

    Divide and rolls is british policy imposed to control movements,i personally apply assam govt. to discuss paresh baruah ulfa group and also ranjan daimari ndfb group. for solution our problems.

  • @dimbeswardeka3960
    @dimbeswardeka3960 ปีที่แล้ว +4

    High good thinking for Assam thanks paresh baruoh

  • @monkaman4394
    @monkaman4394 ปีที่แล้ว +8

    আজিৰ আলোচনা কৰাটো চাই ভাল লাগিল।

  • @bbbbchenell9633
    @bbbbchenell9633 ปีที่แล้ว +5

    Good pb sir

  • @gautamphukan5079
    @gautamphukan5079 ปีที่แล้ว +6

    Ulfa jindabaad, moi jiyai nathakileu poresh da jen hodai jiyai thakok tekhete sari dokhok honggram kori ahise asom aru asomiyar babe ,ulfak bea puwa bodon kita kotha ki kom hihote nijey najane kot ase

  • @kkkassam8352
    @kkkassam8352 9 หลายเดือนก่อน

    Best Discus

  • @pranjitbaruah6278
    @pranjitbaruah6278 ปีที่แล้ว +2

    Assam sadhin hok take bisaru

  • @bijoypatar7747
    @bijoypatar7747 ปีที่แล้ว +1

    Bahut val kotha koixa

  • @sahrukali-wq2bw
    @sahrukali-wq2bw ปีที่แล้ว

    অসমত বৰ্তমান অসমীয়া আলফাৰ সৰু ল'ৰা এটাৰ লগত কঠা পাটিব পৰা নাই ৰাজনীতি নাই চৰকাৰৰ কাম নাই জীলা নলবাৰীৰ ল'ৰা বিহদিয়া গাঁওৰ টুটুমণি আহমেদৰ জন্ম পুনৰ পুত্ৰ সন্তান হয় কল্কি অৱতাৰৰ আগমনৰ আছে ৰৈয়

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 ปีที่แล้ว +33

    🙏🏻 জয় আই অসম, পৰেশ বৰুৱা ডাঙৰীয়ায়ে ভাল কথা কৈছে।

  • @entertainmentandexercies415
    @entertainmentandexercies415 ปีที่แล้ว +1

    পৰেশ দদাই আপুনি একমতত থাকিবই লাগিব। হিমন্তৰ কথা বালিত মুটা একেই কথা।

  • @diganataboruah6897
    @diganataboruah6897 9 หลายเดือนก่อน

    এতিয়া ও জাল পাতিচে সাৱধান?

  • @arunakheria483
    @arunakheria483 ปีที่แล้ว +1

    I saport to poresh boruwa ।

  • @pinkugogoi1593
    @pinkugogoi1593 ปีที่แล้ว +1

    Good

  • @joyantakutum6995
    @joyantakutum6995 9 หลายเดือนก่อน

    Hsa ktha koise

  • @MamoniDas-x9y
    @MamoniDas-x9y ปีที่แล้ว

  • @rubulsarma5869
    @rubulsarma5869 ปีที่แล้ว +2

    BJP 2024 top aibor... Aalosonat thoka ULFA ki disa... Sorkaror Aalosona korebo mon nai... Assam 370/ Lobo para

  • @Anupdas2525
    @Anupdas2525 10 หลายเดือนก่อน

    Right sir ❤️🇮🇳🙏🙏🙏

  • @rakeshphukon8228
    @rakeshphukon8228 ปีที่แล้ว +4

    Val kotha kosai

  • @ayushdeuriariyo3133
    @ayushdeuriariyo3133 ปีที่แล้ว +2

    Good thinking poresh sir.

  • @banajituzir5197
    @banajituzir5197 ปีที่แล้ว

    Aponaar Chahokhi podopkhepor Babe Dirghojibi howar Babe Iswaroror Ochorot Prarthonaa Jonalu..

  • @samudrapatar6175
    @samudrapatar6175 ปีที่แล้ว +1

    Joi hind joi alfa....

  • @paragbaishya359
    @paragbaishya359 9 หลายเดือนก่อน

    Kolai doi moi xodai apuner logout asu

  • @nibransonowal9182
    @nibransonowal9182 ปีที่แล้ว

    প্ৰসাশন আৰু ৰাজনৈতিক এই দুই তাই ভাগে থিতাপি লৈছে এতিয়া আমি এতিয়া যদি আমি শাস্ত্ৰ মতে উপলব্ধি কৰি চাওঁ শাস্ত্ৰ ত লিখা আছে কলিৰ শেষত হয়বা কল্কি অৱতাৰৰ কাতি মাৰি মেচক কৰিবা বুনদা মাৰ সেই কাৰণে আমি এই বিলাক দেখি গৈছো লেখাত ভুল হ'লে ক্ষমা কৰিব

  • @TrisulRamchiary
    @TrisulRamchiary ปีที่แล้ว +2

    Ulfa

  • @TrisulRamchiary
    @TrisulRamchiary ปีที่แล้ว +2

    Jai Alfa

  • @lachitrajbangshi3439
    @lachitrajbangshi3439 ปีที่แล้ว +4

    Thank you good val kotha koise

  • @kadambagogoi8689
    @kadambagogoi8689 ปีที่แล้ว

    Our demand to the Govt., for ST status should be given b4 LS elections. No Lollypop once again should be given to us. It is too late. Thanks

  • @holeswrthengal6039
    @holeswrthengal6039 ปีที่แล้ว +2

    চাধীন

  • @unnwae493
    @unnwae493 ปีที่แล้ว

    Want rights

  • @khagenkakati6380
    @khagenkakati6380 ปีที่แล้ว

    Paresh da dhunia kotha koise

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl ปีที่แล้ว

    Pores baruar montiobio grohon juigo,

  • @jindujindu5820
    @jindujindu5820 ปีที่แล้ว

    joi aai asom swadhin

  • @niranjansinghniranjansingh-v5b
    @niranjansinghniranjansingh-v5b 9 หลายเดือนก่อน

    Pareshda pasat ulfar hosa utardhikari kun hobo aeitu a mur chinta bhai

  • @padmaphukan4110
    @padmaphukan4110 ปีที่แล้ว +1

    Alfa aamar raijor hoi moi koisu

  • @bigantaborghain7941
    @bigantaborghain7941 ปีที่แล้ว +1

    Hosa koise apuni .amar raije kitya bujibo 😭

  • @sahrukali-wq2bw
    @sahrukali-wq2bw ปีที่แล้ว

    এক❤ ,r as

  • @sanjaykumarchakraborty1399
    @sanjaykumarchakraborty1399 ปีที่แล้ว +2

    Indian constitution originally of the people,for the people & by the people?

    • @GT-dm8pw
      @GT-dm8pw ปีที่แล้ว

      This is like: telling people to go tell hell in a way that people ask for direction

  • @bijoydeka9134
    @bijoydeka9134 ปีที่แล้ว +1

    Swadhin asom diok ba nidiok tat kobologiya eku nai kintu sarbhoumtwa r uporot aalochona hobo lagiboi,

  • @mechratanpur
    @mechratanpur ปีที่แล้ว

    Vl kotha koise

  • @gautamphukan5079
    @gautamphukan5079 ปีที่แล้ว +7

    Ulfa asomiyar pran, ulafak bea puwa kita asomot thaka juigyo nai, aru anekuwa bodon burok moi domon korim

    • @rajeswarswargiari5366
      @rajeswarswargiari5366 ปีที่แล้ว

      অসমে উগ্ৰপন্থী পোহে, স্বাধীনতাৰ নামত আই এছ আই, চাইনাৰ লগত চুক্তিবদ্ধ হয়।

    • @GT-dm8pw
      @GT-dm8pw ปีที่แล้ว

      ​@@rajeswarswargiari5366 rakhyakhi hidimba'r bonkhodhor johora ulali

  • @padumdas8903
    @padumdas8903 ปีที่แล้ว

    Pares dada thanks

  • @puspabora9053
    @puspabora9053 10 หลายเดือนก่อน

    🙏🙏🙏😱

  • @puspabora9053
    @puspabora9053 10 หลายเดือนก่อน

    🙏🙏🙏😱😎

  • @tillonchow3586
    @tillonchow3586 ปีที่แล้ว

    C-in-C Paresh Baruah ...the ultimate saviour of Assam.
    ✌️✌️✌️✌️✌️✌️