Bhout val lagile video tu sai baideu, apuni eman dhuniyakoi gaor poribekh bur video joriyote dekhai se aapunar video bur sai aami aapluto hoisu, aaapuni aaru aguai jaok tareai kamoa korisu....
Aji 2din hol apunar video sabo start kribo time palei saisu aru... Ghorr kam aru 7mohiya baby to loi jetyai paru apunar video saisu... Love from guwahati
বহু হেৰুৱা সুখ বিচাৰি পাইছো আপোনালোকৰ ভিডিও ত । আপোনালোক কৰ হয় বাৰু এবাৰ যাব মন আছে ঠাইডোখৰলৈ ।
আপোনাৰ সুন্দৰ comment য়ে আমাক আৰু ভাল ভাল কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগাইছে । আমাৰ গাঁও চৰাইদেও জিলাৰ ভিতৰুৱা গাঁও । আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ।।
❤️সুন্দৰ , প্ৰটিনযুক্ত খাদ্য ।আপোনালোকৰ থলুৱা খাদ্য ৰন্ধাৰ প্ৰনালী সঁচাকৈ সুন্দৰ । ভাল লাগে ।
আপোনাৰ কমেণ্টৰ বাবে ধন্যবাদ জনালোঁ
ভাল লাগিল । সুন্দৰ গাঁওৰ পৰিবেশৰ মাজেৰে....আগবাঢ়ি যাওঁক.. ভগৱানে মঙ্গল কৰক.....
আপোনাৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।।।।। আগলৈও এইদৰে সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ ।।।
Bhout val lagile video tu sai baideu, apuni eman dhuniyakoi gaor poribekh bur video joriyote dekhai se aapunar video bur sai aami aapluto hoisu, aaapuni aaru aguai jaok tareai kamoa korisu....
বহুত বহুত ধন্যবাদ আপোনালৈ, 💕💕🙏🙏🙏🙏
পৰিৱেশটো ইমান ধুনীয়া ♥️
ধন্যবাদ জ্ঞাপন কৰিলোঁ
বৰ ভাল লাগিল আপোনাৰ racipe কেইটা মোৰ আটাইতকৈ প্ৰিয় কণী আৰু বিলাহী ভাঁজি লগতে আলু পিটিকা ,,দেখিয়ে খাওঁ খাওঁ লাগিছে🥰🥰
আপোনাৰ ইমান সুন্দৰ comment ৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ
ইমান সুন্দৰ পৰিৱেশ,বৰ ভাল লাগিল
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bohut bhal lagile sai eman dhunia koi bonaise bostu bur .
ইমান সুন্দৰ comment কৰা বাবে বহুত বহুত ধন্যবাদ ।।
সুন্দৰ হৈছে এইবোৰ চাই সচাই গাঁৱলৈ মনত পৰিছে
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bohut xundor paribesh aru aguai jua xuvessa thakil
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Nice video vl lgl sai
ধন্যবাদ জনালোঁ আপোনালৈ
apunar hundor gaon khn ru agbahi jaouk
Dhanyawad janalu 🧡
মন প্ৰাণ আপ্লুত হৈ যোৱা এটি সুন্দৰ ভিডিও। ❤
বহুত ধন্যবাদ জনালোঁ
Bohut bhal lagil sai...aru aguai jaok
Thank u so much
Dekhi khabo mon goise 😊
Thank u so much for your love and supp
এহ moja.khaboloi aakha thakil.
Thank u so much for your beautiful comment .
সুন্দৰ লাগিছে চাই। এনেকৈ বাহিৰত বহি খোৱা চাই মজা লাগিছে।
Apunar hundor comment r babe dhanyabaad
ভাল লাগিল।
Dhanyawad janalu 🙏
Soo delicious dishes 🤤..Kham kham lgesy ❤️
Thank u so much ...
Vedeo bor Sai bht bese val lage baa,,kathphola dekhi Khao Khao lagi goi se de..
কাঠফুলাৰ আঞ্জা খাই ভাল লাগে।
খাওঁ খাওঁ লাগিল ।
বহুত বহুত ধন্যবাদ জনালোঁ
Hosai bohut dhunia poribesh . apunr vdo bur moi praie saw
Bohut val lagil 👍👌❤️
Bahut bahut dhanyabaad
বহুত বহুত ভাল হৈছে 🥰
অশেষ ধন্যবাদ
Val lagil 🥰
ধন্যবাদ
সুন্দৰ!
বহুত বহুত ধন্যবাদ
Val lagese video bilak sai
ভিদেও বিলাক উপভোগ কৰা বাবে ধন্যবাদ থাকিল
Bht vl lgil. Nijor ghr khn loi monot pori gol. Ami aibur ekue khble npou.. By Indian soldier
Lots of thank u....আপোনাৰ নিচিনা ব্যক্তিৰ পৰা অহা comment এ আমাক আৰু ভাল কাম কৰি যাবলৈ শক্তি যোগাই । আমি সকলোৱে আপোনালোকক আদৰ সন্মান আৰু selute জনাওঁ ।
Thank you so much
In one word ..... Super....
Thank u so much
👌👌👌❤️😍
Dhuniya ba
আমাৰ থলুৱা খানা বোৰৰ আমেজে ই সুকীয়া ❤️🤤🤤
সচাঁই
@@amargaon3296 ❤️❤️
Soo soo soooooooo delicious ☺💜
Thankyou so much 💕
Bahut vl lga video bor ❤️
BAhut bahut dhanyabaad
Baoo lagise dei....Bidyaa hopat.. 🙏🙏🙏🙏
Thank u ...
বহুত ধুনীয়া হৈছে ৷ গহপুৰৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ ৷
আপোনাৰ মৰম চেনেহ সহযোগ আৰু আশীৰ্বাদৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ ।
সকলো ফালৰ পৰা সুন্দৰ ❤
Okhekh dhanyabaad janaisu
আপোনাৰ ভিডিঅ বোৰ চাই সচায় বহুত ভাল লাগে, ইমান সুন্দৰ কৈ সকলো বোৰ দেখোৱাই ,সদায় আগবাঢ়ি যোয়ক আপুনি
আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ ৰ বাবে অশেষ ধন্যবাদ । এনেধৰণৰ comment ৰ বাবে আমি আৰু ভাল ভাল কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা পাওঁ ।।
Khub hundor!💚❤
Thank u so much
Very nice👍👍👍
Thank u so much
Awesome really
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Baido htr gaon khn bohut dhunia, abar zaabor mn aaxil, baru baido khana xb Vale bonay but khuwa hini complete jdi dekhay ru besi val lagibo. ..
Matit bohi khuwa babe camera angle bhal nahe , heibabe khuwa disya tu besi deri nedekhao ..
Dhunia 🥰🥰
Very nice video...
Thank u so much
hosake bohut bhal lagise video bur guteikeita salu aji..pothom saisu bhal paisu moi bohut besi
বহুত বহুত ধন্যবাদ , এনেদৰে মৰম চেনেহ আগলৈও দি যাব বুলি আশা ৰাখিলোঁ ।।।
@@amargaon3296 Hodai di jam..ru hunkale hunkale video bur di jabo ata hekh huar pasot ru ata sabole bohut mon jai ..mur bohut bohut hubhesha thakil..
@@nayanasonowal7477 নিশ্চয়, অতি সোনকালে ভিদেও upload কৰা হব ।।
Val lagil video to😢😢😢
Ati hundor video 👌❤️💓🥰
অশেষ ধন্যবাদ জনাইছোঁ
Apunar video kita bohut lagile gutai kita video salu gaonr potibekh iman bhal
Bahut bahut dhanyabaad iman moram aru seneh diyar babe... agoloi ene video di jaboloi sesta kori jam..
পুৰা আলু পিটিকা 😋😋
অতি উত্তম
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Amazing flute tune
Thank u so much
Dhuniya 😘😘
ধন্যবাদ জনালোঁ
Aji 2din hol apunar video sabo start kribo time palei saisu aru... Ghorr kam aru 7mohiya baby to loi jetyai paru apunar video saisu... Love from guwahati
আপোনাৰ মৰম চেনেহৰ বাবে অশেষ ধন্যবাদ । লগতে আপোনাৰ কণমানি baby টি লৈ বহুত বহুত মৰম যাছিলোঁ । ভগৱানে কেঁচুৱা টিক সদায় কুশলে ৰাখক , প্রার্থনা ।
Hundar
অশেষ ধন্যবাদ জনাইছোঁ
বল্হত ভাল হৈছে 😊🙂...
অশেষ ধন্যবাদ
Very nice
Thank u so much
মনোৰম 😊
ধন্যবাদ জনালোঁ
Background music tu bor bhal lagise dei... লোকগীত ৰ music...
thank u so much ...
My fev
তোমাৰ মানুহ জন ক'ত থাকেহে ? তেখেতক নেদেখো কিয় l ইমান ধুনীয়া ভিডিঅ'
Awesome 👌👌🤤😍
Dhanyabaad
Hi ba buhut val lagil 🌺
ধন্যবাদ জনালোঁ
Felt very good. Keep up the good work
Heartily thank u so much ..
Bht val lagil dei video bur mur hokolu bodhu bandhobik share korilu dei apnr channel r link tu aag bahi jua😘joi aai axom✊
বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ দিয়া বাবে । আপোনালোকৰ সহযোগেই হয় যাৰ বাবে channel টো আগবাঢ়ি যোৱাত সহায় হৈছে । lots of thanks to you ..
Very nice ring tone Bodo bagurumba miss thanks 🙏
Thank you too
Tasty 😋😋
Thank u so much
Video bur hosai bohot dhuniya hoise....eta video suwar pist baki video keita nusuwa k thkbo nuwarilu...aru agbahi jauk..👍
আপোনালোকৰ মৰম চেনেহ সহযোগ আশীৰ্বাদৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ ।। আগলৈ এনেকৈ ভিদেও বোৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ ।
Mojja lagil dei sai...mur notun video sabosun .....
Thank u ... Nisshoi sam
Nice
Dhuniya lagise dei sai...aguwai juwa ❤️
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Aapunar gaon khon kun thait? Video bur sai bohut val lage
আমাৰ গাঁও চৰাইদেও জিলাৰ এখন ভিতৰুৱা গাঁও ।।।
ভিদেও বিলাক ভাল পাইছে বুলি জানি অতিশয় আনন্দিত হৈছোঁ । ভৱিষ্যতে আৰু সুন্দৰ video দি যাবলৈ চেষ্টা কৰিম ।। বহুত বহুত ধন্যবাদ
@@amargaon3296 video bur alp man light tu val hole aru val lagibo buli vabu moi.
@@pankajriyanhazarika3518 আমাক সহযোগ কৰা বাবে ধন্যবাদ । 7-8 টা ভিদেও already তৈয়াৰ হৈ আছে । ভৱিষ্যতে ভিদেও বিলাকত light ৰ ওপৰত আৰু গুৰুত্ব দিবলৈ চেষ্টা কৰিম।
1st watch
Thank u ......plz Keep support..
💞🔥💞
Thank u
♥️♥️♥️♥️
💞❤️
Thank u
♥️
খুব সুন্দৰ হৈছে , মই নিজেই ৰান্ধী আছো জেন লাগিল আগলৈ এনেকুৱা সুন্দৰ ভিদিঅ' পাই থাকিম বুলি আশা ৰাখিলো।
এনেদৰে মৰম চেনেহ দি যাব বুলি আশা ৰাখিলোঁ ।।
আমি ভৱিষ্যতে আৰু ভাল ভাল ভিদেও দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ।।। বহুত ভিদেও complete হৈছে মাথোঁ editing ৰ কাম বাকী আছে ।।।
❤❤❤
ধুনীয়া😍😍
🙏🙏🙏🙏💛💛💛
✨✨✨✨
THANK U
😍😍😍🥰🥰😍😍😍
Thankyou so much
Amako adin khabo matibo ako ☺️☺️☺️
নিশ্চয় ।।
এইখন গাওঁ কত বাৰু ইমান ধুনীয়া।
ধন্যবাদ জ্ঞাপন কৰিলোঁ ।। গাঁও খনৰ নাম টো বৰ্তমান কিছুমান কাৰণত কবলৈ অসুবিধা হৈছে । পাছলৈ নিশ্চয় কম । আমাৰ গাঁও চৰাইদেও জিলাত পৰে ।।
😍💚🥰
Thank u
Apunak bar vl lage. Kot ghar aapunar baa.
আপোনালোকৰ মৰম চেনেহ সহযোগ আশীৰ্বাদৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ ।। আগলৈ এনেকৈ ভিদেও বোৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ । Charaideo jilat
সুন্দৰ, অতি সুন্দৰ উপস্থাপন । মই এদিন হ'লেও তোমালোকৰ গাঁৱলৈ যাম মাতিবা নে ?
বহুত বহুত ধন্যবাদ জনালোঁ ।।। নিশ্চয়।।।
Video buror camera man kun pise eman khundor koi camera kori ase
পিছলৈ নিশ্চয় জনোৱা হৱ
Ba moi salo dharib nuwarilo apunar pls district kot janab sun bht besi val lagise seikarane sudhiso
আমাৰ গাঁও চৰাইদেও জিলাৰ এখন ভিতৰুৱা গাঁও ।। আপোনাৰ সহযোগৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
♥️♥️♥️♥️bht dhunia lagise apunar gao khan
@@amargaon3296 gharat kun kun ase ba apuna lokar
@@amargaon3296moina jani bht maram laga tailoi bht maram thakil
আমাৰ অসমীয়া পৰিৱেশ আৰু নীতি নিয়ম
আপোনালোকৰ মৰম চেনেহ সহযোগ আশীৰ্বাদৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ
আপোনা লইও অশেস ধন্যবাদ। এনেকোৱা এটা ভিডীয় এনেকোয়া এটা পৰিৱেশ ৰাইজৰ মাজত দাঙী ধৰা বাবে🙏🙏🙏 আামাক আমেৰিকা লণ্ডৰ ত কৰা ভিডীয় নালাগে আমাক এনেকোয়া ভিডীয় লাগে
Apuna lukor garw Khan eman dunira
Bahut bahut dhanyabaad.
The cameraman must be professional....
Thankyou for your love and support ❣️
Bhakhai par bhagile mur.........
Ki buli kom .. !!!
আপোনাৰ কমেণ্ট বিলাকে বহুত উৎসাহিত কৰে ।।
Sob video sai hekh koripelalu
বহুত বহুত ধন্যবাদ আপোনাৰ সহযোগৰ বাবে।। এনেদৰে মৰম চেনেহ দি যাব বুলি আশা ৰাখিলোঁ ।।
আমি ভৱিষ্যতে আৰু ভাল ভাল ভিদেও দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ।।। বহুত ভিদেও complete হৈছে মাথোঁ editing ৰ কাম বাকী আছে ।।।
Ulta pulta din tot kra blog bnuwat k vdo Ane Hb lage...ajikali TH-cam channel fal2 bnai dise bhute...ai he vallaga vdo
Dhanyawad video bilak upobhug kori bhal puwa babe
😱😱😱😱😡😡😡
👍👍👍👍
তোমালোকৰ ঘৰ সচাই এনেকুবা নে বেলেগ
এইটো video shooting ৰ বাবে বনাই লোৱা set হয়।
❤️
Thank u
❤❤
Thank u