এগৰাকী এনাই যিগৰাকী দ্বিতীয় বিশ্বযুদ্ধ, স্বাধীনতা, ভূমিকম্প,চীনা যুদ্ধৰ সাক্ষী।
ฝัง
- เผยแพร่เมื่อ 10 ก.ย. 2024
- If you liked the video please do subscribe our channel. Keep supporting us so we can continue to provide you more videos.
thank you for watching.....
Our other youtube channel name .. AMAR GAON
#tradition
#assam
#amargaon
#assamesefood
#festival
অতি সুন্দৰ বৰ মৰম লগা আইতা গৰাকী
আইতা লৈ মৰম 👏🌹😋😋
প্ৰথমতে আইতাক সেৱা জনাইছোঁ। ৰঙীয়াল আইতাৰ ৰঙীন মন। ইমান স্ফুৰ্ত্তি আইতাৰ। তেনেই সৰল। ইমান সুন্দৰকৈ তেওঁ আই নাম, বিয়া নাম,দাৱনী গীত(?) গাব পাৰে। দ্বিতীয় বিশ্বযুদ্ধ, বৰভূঁইকপ, চীনযুদ্ধ ইত্যাদিৰ সুন্দৰ সজীৱ স্মৃতিচাৰণ অতি ভাল লগা। আইতাই কোৱা "দ"আকাৰৰ গাঁতবোৰ খন্দাৰ সময়ত আমি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। আইতা পাকৈত শিপিনী, ৰুৱনী, দাৱনী। আইতা গাভৰু কালত নিশ্চয় বহুত সুন্দৰ চেহেৰাৰ আছিল । তেওঁৰ হাঁহি অতি আকৰ্ষণীয়। আপোনাৰ আৰু আইতাৰ মাজৰ কথোপকথন বহুত সুন্দৰ। বহুত ভাল লাগিল ভি ডি অ'টো। আইতা দীৰ্ঘজীৱি হওক।
Xosake mur maar nisina lagise.... Bor dhuniya lagil Aita gorakir kotha botora bur xuni... ❤
Hosake emn morom loga kotha bur aaita Joni r muru enekuwa aaita ajoni thoka hole aaita le bohut.....morom thakil luv u aaita.
To
Very very nice 👍❤️👍👍❤️
Baaaa Aita 👌👌👌
Apunar hohoj horol kthabr bohut vl laage.... Ru aitajonik sai Mur aitaloi mnot poril❤❤❤❤❤❤❤❤
আইতালৈ মৰম থাকিল, কথা বিলাক বৰ ভাল লাগিল, Old is Gold. ❤
এনাইৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ।
প্ৰণাম এনাইদেউ 🙏🙏
আইতাৰ গৰাকী ক বহু ত ভাল লাগিল আইতাৰ কানৰঠুৰিয়া জোৰ বেচ ভাল লাগিল
Hosakoi Aita joni bohut vl lagil
বহুত বেছি প্ৰিয় আপোনাৰ ভিডিঅ'বোৰ ❤
আইতা গৰাকীৰ মনতো ভাল।
বৰ ভাল লাগিল চাই। আইতা গৰাকী কথাবোৰ শুনি বৰ ভাল লাগিল ❤❤
ৰাংঢালী আইতাৰ কথাবোৰ শুনি খুব ভাল লাগিল। ইমান সুন্দৰ কৈ গীত বোৰ মনত আছে, গাইছে আৰু শুনি বলৈ মন থাকিল। তেওঁৰ দীৰ্ঘায়ু লগতে সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏🏻🙏🏻 🙏🏻
অতি সুন্দৰ অনুষ্ঠান । আইতা গৰাকীক দেখি মোৰ মাৰলৈ মনত পৰি গ'ল আইতায়ে ৰন্ধা মাছৰ জোলকন বৰ সুৱাদ হব আৰু খাও খাও লাগিছে । মই ও চেষ্টা কৰিম এইদৰে ৰান্ধিবলৈ
👌👌👌❤️❤️❤️
Bor val lagile sai 🙏🌄🌄🙏
Aita gorikik bor morloga koth bur val lagil❤
বৰ ভাল লাগিল...এনাইক দেখি...মোৰ এনাইৰ ঘৰ ও নাহৰকটীয়াৰ কপহুৱাৰ অসমীয়া গাওঁত...মোৰ নিজৰ এনাইয়ে কৰা কামবোৰ মনত পৰি গল..তেখেত এতিয়া আমাৰ মাজত নাই....❤❤❤❤
সুন্দৰ।🙏
বহুত বেছি ভাল লাগিলে , আইতা গৰাকীৰ কথাবোৰ বৰ মৰম লগা
এই আইতা গৰাকী বহুত প্ৰতিভা থকা মানুহ
Aita bor morom loga❤❤.... She is so lovely and sweets😊
God bless you Aita
Bahut val lagil aita garakik
এনাদেউৰ দীৰ্ঘজীৱন কামনা কৰিলো ।
আমাৰ মৰমৰ এনাইজনী দীৰ্ঘজীৱী হওক😘😘🥰
Old is gold.Aita bahut 2ndworld War.piriod, she born 1941.
👍👍👍
আইতা গৰাকীক প্ৰণাম 🙏 বহু বছৰ থাকক আৰু এনেদৰে।
Eman morom lga এনাই 😊 দীৰ্ঘজীবি হওঁক তেখেত 🙏
আইতালে বহুত বহুত মৰম ❤
আইতা 🥰🥰
❤❤❤❤😊
আইতাক দেখি বৰ ভাল লাগিল আৰু তেওঁৰ কথা শুনি ও ভাল লাগিল।
❤ bohut val lagile..
Bhut val lagise Sai o
Hai ushapur gaont a mur ghr aaita...vl lagil apunak...mur jonmo huwa thaikhnr nam menson korar babe
Val lagil Vdo Tu xai❤
Very nice video thanks ❤❤❤
Veri nice vedio.
Bht nstlgc, thanks so much
Eman morom loga anaijni❤
বহুত ভাল লাগে এই অনুস্থানতি চাই
Thanks for your warm video
❤🙏🙏
Aita joni bor morm logs❤❤❤❤
ভাল লাগিল সুন্দৰ 😍
Mojja❤❤❤😊
মনতো ভাল হলে ইনেও খানা ভাল হব ই❤
Aita joni morom loga❤
Love from sivasagar❤thanks❤
Mojja lge tumr video bur
সুন্দৰ ❤ আইতা 🙏🙏🙏💕💕
nice concept!!!puronir amarakhom
.
এনাইদেউক ইয়াৰ পৰাই সেৱা জনাইছোঁ ।।
Moja lagesa Daya Gohpur para Saisu
আই❣️❣️
সুন্দৰ❤
Val lagel baidew vedio Sai ag bare jawk
Amr atia sun aigoraki 🎉❤❤❤
Mo rí❤❤❤i
Moja magic ❤❤❤❤
Wow ❤
ভাল লাগিল। ১৯৬২ চীন ভাৰতৰ যুদ্ধত আমিও ট্ৰেঞ্ছ খান্দি গাতত সোমাইছিলো।আমাৰ ইয়াত town খালি কৰিবলৈ order অহাত আমি ৰাতিৰ ভিতৰতে নদী পাৰ হৈ জীৱন বচাইছিলো। পিছ দিনা আকৌ উভতি ঘৰ। গৰু ছাগলীবোৰ তেনেকৈ থাকিল। বৰ ভাল লাগিলvideo টো।❤❤❤❤
আইতা গৰাকী বৰ মৰম লগা❤❤😂
❤❤❤ much love aaita
Amar enai joni 😘😘😘
Video to sai val lagil ❤❤
মোৰ আইতাই ৰন্ধাৰ দৰে লাগিল, এতিয়া তেওঁ অসুস্থ😢। তেওঁৰ ৩ নাতি ৰ মুখ দেখিলে( মই তেওঁৰ নাতি মোৰ দাদাই নাতি পালে )। এই আইতাক গৰাকীকো মোৰ আইতাৰ দৰে দীর্ঘআয়ু কামনা কৰিলো🙏 সদায় এইদৰে হাহি থাকক।
❤❤❤❤
❤❤❤❤❤
Love you aita
Moromor anaijni amr 😘❤
❤🙏🏻❤
❤😊
আইতাক সেৱা জনালো
Aibor katha honile hadho nisina Lage iman katha aitayee Jane bar bhal lagise
Abor katha honile badho nisina Lage iman bhal lagise
Precap tu olop besi dighol hol niki🤔
Video tu eman bhal lagela commentor babe bhakha nai, anekuwa video aru Lage please
বা আপোনাৰ ঘৰ নামৰূপত নিকি
Enaideo bhale thakok
SSAMANNAY ... Aetu spelling rakhibo baidou... Numerologically aetu spelling bohut grow koribo channel tu.
ʳᵃⁿᵈʰᵒⁿⁱ ʲᵒⁿⁱ ❤
Eigoraki Amar axom chenel2r tiruta joni hoi no
Baidew apunar nijor hahu, maa, aita ku matibo
বা মোক মাতিবা please ❤❤❤❤
Mur maar janma 1941 , maa ase .
❤❤❤ 0:05
Hak dekhi Khao Khao Lage
🫕🫕🌿🌱☘️🍀
Aamir Kasa mas😢 Nakhon
Anaik daekhi mur anai loi manat pari gol .xuk Tue khunda Mari dhoril
পূজনীয়া আইতা গৰাকীক দেখি মোৰো মনটো দূৰ অতীতলৈ উৰা মাৰিলে। স্মৃতিৰ গৰ্ভত হেৰাই যোৱা সেই ল'ৰালি কালৰ দিনবোৰ কিযে ভাল লগা কিমান মে মধুৰ আছিল ভাষাৰে বৰ্ণনা কৰাই কথিন।মাদেউতা ভাই ভন্টি আৰু ককা আইতাৰ লগত একেলগে বহি ভোগালী বিহুৰ বতৰত জোহালত বহি চাহ জলপান খোৱা শাকনি বাৰিত না না তৰহৰ শাক-পাচলিৰ খেতি কৰা মাছ ধৰিবলৈ যোৱা লগ সমনিয়াৰ লগত চোৰ পুলিচ খেল খেলা নৈত সাতুৰা আদি কামবোৰৰ স্মৃতিয়ে মনটো এৰিঅহা দিনবোৰলৈ মনত পেলায় দিয়ে।শেহত আইতা গৰাকীৰ দীৰ্ঘায়ু কামনা কৰিলো আৰু তেখেতৰ কৰ্মনিপুনতাক আন্তৰিক শলাগ জনাইছোঁ। ধন্যবাদ।
❤❤
❤❤❤❤
❤❤❤