জুবিন গাৰ্গক সন্মুখতে দেখি দুহাত মেলি গীত গালে এজন ব্যক্তিয়ে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ก.ย. 2024
  • জুবিন গাৰ্গক সন্মুখতে দেখি দুহাত মেলি গীত গালে এজন ব্যক্তিয়ে। অনুৰাগীজনৰ মৰম দেখি ৰৈ থাকিব নোৱাৰিলে জুবিন গাৰ্গে।

ความคิดเห็น • 652

  • @dipikakalita1567
    @dipikakalita1567 2 ปีที่แล้ว +1136

    আজিৰ দিনত বহুত সৰু সৰু মানুহে এনে বাটৰুৱাক অলপো গুৰুত্ব নিদিয়ে তেনেস্থলত জুবিন দা এজন গায়ক হৈও সেই ব্যক্তিজনক দুহাত মেলি সাবতি ধৰিছে৷ভাল লাগিল জুবিন দাৰ এনে মানৱীয়তা দেখি৷

    • @saikiavlogs6111
      @saikiavlogs6111 2 ปีที่แล้ว +25

      জুবিন দা এনেও এজন বহুত‌‌ মৰমিয়াল ব্যক্তি .....❤️ জয় জুবিন দা 🌹

    • @dipikakalita1567
      @dipikakalita1567 2 ปีที่แล้ว +15

      সচাকৈয়ে মৰমিয়াল

    • @ruhandewri5203
      @ruhandewri5203 2 ปีที่แล้ว +9

      Hay krony Zubeen da k vall lage

    • @jyotismanhazarika3524
      @jyotismanhazarika3524 2 ปีที่แล้ว +8

      Thik koisa

    • @arindambora2503
      @arindambora2503 2 ปีที่แล้ว +6

      Dipika kalita apuni moi gurutta dileu eneke tv t nulau nhoi akou...zubeen garg krone he news bonise

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 2 ปีที่แล้ว +416

    এজন মহান মানুহৰ হৃদয়ত সদায় মানৱতাৰ এনে নিদৰ্শন থাকে ৷
    কুশলে থাকক আমাৰ জুবিন

  • @djdhanjitpatarofficial217
    @djdhanjitpatarofficial217 2 ปีที่แล้ว +218

    জুবিন দা সদায় মহান। জয় জুবিন দা❣️❤

  • @bharatzg25
    @bharatzg25 2 ปีที่แล้ว +130

    পৃথিৱীত এইজনাই এজন ব্যক্তি যি নেকি মানৱতা গুণেৰে ভৰপূৰ। মৰমৰ ককাইদেউ 💖♥️

    • @jyotipatiri4655
      @jyotipatiri4655 2 ปีที่แล้ว +3

      অলপ বেছি হলনেকি?

    • @aashishkashyap2487
      @aashishkashyap2487 2 ปีที่แล้ว +1

      @@jyotipatiri4655 naihua ok

    • @pranjitdeka1909
      @pranjitdeka1909 2 หลายเดือนก่อน +2

      Prithibit aru manuh ase manobota thoka.....kintu teulukok news t dekhai nthke nhy

  • @BorahStudy
    @BorahStudy 2 ปีที่แล้ว +163

    জুবিন দা এজন মহান মনৰ গৰাকী এই কথা সকলোৱে জানে। জয় জুবিন দা🙏❤️

  • @basantiboro4314
    @basantiboro4314 2 ปีที่แล้ว +81

    জুবিনৰ পিতৃ মাতৃক হে বহুত বহুত ধন্যবাদ।

  • @hemalatachetia3765
    @hemalatachetia3765 2 ปีที่แล้ว +86

    জুবিনলৈ কিমান মৰম এইয়াই প্ৰমাণ কৰি দেখুৱালে ।।

  • @kunaldeka3190
    @kunaldeka3190 2 ปีที่แล้ว +159

    আপোনাৰ এই সৰল জীৱনটোৱে মোক সদায়ৰ দৰে আজিও আপোনাৰ অনুৰাগী হ'বলৈ বাধ্য কৰালে,ভালে থাকক ককাইদেউ।হেজাৰ দুখৰ মাজতো মোৰ দৰে প্ৰতিজন অনুৰাগীৰ মুখত বাজি থাকক "জয় জুবিন দা"❤️❤️❤️❤️❤️❤️❤️

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 ปีที่แล้ว +66

    তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল , তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব কাৰণ তেওঁ জুবিন গাৰ্গ ❤️❤️

  • @mahadevjikapujari7581
    @mahadevjikapujari7581 2 ปีที่แล้ว +85

    Ata kotha ko jubeen dar ohonkar ni tr babe Val lage ❤️❤️

  • @bibekbikash5370
    @bibekbikash5370 2 ปีที่แล้ว +134

    জুবিন দা আমাৰ পৃথিৱী❤️

  • @labadeka8843
    @labadeka8843 2 ปีที่แล้ว +88

    বাকীবোৰে হাঁহি আছে ZG এ আগ্রহেৰে মানুহজনক চাই ৰৈছে...legend for a reason

  • @hirakjyotikashyap5387
    @hirakjyotikashyap5387 2 ปีที่แล้ว +52

    জুবিন দা আমাৰ কলিজা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @samudraborasonowal5258
    @samudraborasonowal5258 2 ปีที่แล้ว +2

    এয়াই আমাৰ মৰমৰ , হেপাহৰ "জুবিন দা"। তেঁখেতলে থকা মৰম দুটামান শব্দ বা বাক্যৰে প্ৰকাশ কৰিব নোৱাৰি। মানুহজনৰো জূবিনদাক সন্মূখত পাই তেনেকুৱাই হৈছে।

  • @rkdeka7065
    @rkdeka7065 2 ปีที่แล้ว +14

    জুবিন দা আচলতে মানুহ জনেই হ'ল পৰিষ্কাৰ আৰু নিৰ্মল হৃদয়ৰ গৰাকীৰ এজন নিভাজ প্ৰাঞ্জল সৰল মনা মানুহ। জুবিন দা তোমাক নমস্কাৰ জনালোঁ।

  • @pujachetia7624
    @pujachetia7624 2 ปีที่แล้ว +3

    হয়ে জুবিন দা ইমান মৰমৰ সকলোৰে। ৰবয়ে নোৱাৰিলে চাগে ❤️❤️❤️😘🌺 love u forever jubin da❤️💙

  • @mantudas3746
    @mantudas3746 2 ปีที่แล้ว +4

    জুবিন দা মানুহ হব লাগে আপোনালোকৰ দৰে সৰু বৰ ভেদাভেদ নকৰি এনেকুৱা বাতৰুৱা জনৰ দৰে মানুহক মৰম দিছে আপোনালৈ অলেখ মৰম আৰু শুভকামনা যাছিলো , ধন্যবাদ দাদা ধন্যবাদ

  • @theeclipse7801
    @theeclipse7801 2 ปีที่แล้ว +102

    জুবিন দাক criticize কৰা কেইটাৰ মূৰৰ উপৰে যাব এনেকুৱা সৰলধৰণৰ মহানুভৱতা❤️

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 ปีที่แล้ว +8

    Jot jubeenda...tat morom aru senehor saneki boi jaboi.....💚💚💚

  • @rahulbororahulboro7111
    @rahulbororahulboro7111 2 ปีที่แล้ว +2

    জুবিন দা কি আচলতে মোয়ো বিচাৰি পোৱা নাই এটা ভাষাৰে বুজাব নোৱাৰি এটা শব্দ জুবিন দাৰ অবিহনে অসমৰ সংগীত ৰ জগত খন শূন্য

  • @sunainyavlogsunainyavlog7080
    @sunainyavlogsunainyavlog7080 2 ปีที่แล้ว +24

    সেই কাৰণে টো তেওঁ ৰ নাম জুবিন 🙏

  • @sofiulhassanahmed3634
    @sofiulhassanahmed3634 2 ปีที่แล้ว +5

    Zubeen da jenekuwa nibhaj sorol ru tekhetor fan boro tenekuwai...Zubeen da amar khokolore moromor...

  • @protivakonwar1015
    @protivakonwar1015 2 ปีที่แล้ว +7

    এনে মহান যাৰ নামেই জুবিন ।

  • @prianchigogoi9168
    @prianchigogoi9168 2 ปีที่แล้ว +13

    অতি সুন্দৰ ককা ভাল লাগিছে আপোনাৰ গীতটি শুনি ধন্যবাদ ককা 🙏🙏🙏

  • @sudarshanagogoi4713
    @sudarshanagogoi4713 2 ปีที่แล้ว +8

    Aiai amar zubeen daa. Matir munuh amar zubeen da love you dear

  • @ankurdas68
    @ankurdas68 2 ปีที่แล้ว +11

    জুবিন দা ভাল মানে আমাৰ অসমবাসী ৰাইজ সকলো ভাল 🥰🥰🥰🥰🥰।।।।।। জয় জুবিন দা ❤️❤️

  • @Divya_basu
    @Divya_basu 2 ปีที่แล้ว +38

    জুবিন দা বহল মনৰ এজন মহান ব্যক্তি ❤️👍

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 ปีที่แล้ว +26

    Amar zubeen da anekuai hoi, Sidha kotha kua aru hosa ontoror manuh, g kori g kore direct, heibabe sobore priyo hoi Zubeen da,My favorite real hero

  • @moondas1651
    @moondas1651 2 ปีที่แล้ว +24

    বা বা জুবীন দা,❤️❤️❤️💐💐💐

  • @monujaxom2571
    @monujaxom2571 2 ปีที่แล้ว +17

    জুবিন দা সদায় মহান ❤️🥰
    জয় জুবিন দা ❤️❤️

  • @anjumoni27
    @anjumoni27 2 ปีที่แล้ว +13

    Zubeen da,tomar xote gan gaboloi mon Jay❣️🥰💖

  • @hiya8688
    @hiya8688 2 ปีที่แล้ว +44

    Love you Zubeen da 😍😘😘🤗🤗

  • @a.h.creation01
    @a.h.creation01 2 ปีที่แล้ว +48

    মোৰ সন্মুখত জুবিন দা ক পালে মইও এনেকুৱা কৰিম

  • @gitanjoliborah9049
    @gitanjoliborah9049 2 ปีที่แล้ว +21

    জুবিন দা সদায় মহান ❤️❤️

  • @rupamdas2130
    @rupamdas2130 2 ปีที่แล้ว +55

    জয় জুবিন দা ! । ❤️❤️❤️

  • @RojitaDas
    @RojitaDas 2 ปีที่แล้ว +13

    Great Jubin daaaaaa ❤️❤️❤️

  • @dipamoniborah213
    @dipamoniborah213 2 ปีที่แล้ว +14

    Ane bohu manuh ase zubeen da k val pua ❤❤❤

    • @ABHIJITDAS-sx5fl
      @ABHIJITDAS-sx5fl 2 ปีที่แล้ว

      Zubin dak g manuh a beya pai teon nij desh khanako bhal pabo nowariba .

    • @dipamoniborah213
      @dipamoniborah213 2 ปีที่แล้ว

      Moi kob khujisu zubaan daak vl pua manuh bohut ase aru anekua bohu manuhe lg pabo bisare

  • @bishwakalita6789
    @bishwakalita6789 2 ปีที่แล้ว +18

    জুবিন দা ভগৱান হয় 🥰🥰💞💞🙏🙏

  • @lohitgogoi2914
    @lohitgogoi2914 2 ปีที่แล้ว +2

    জুবিন দা লৈ আমাৰ মৰমবোৰ সদায় থাকিব

  • @kabitaraj8263
    @kabitaraj8263 2 ปีที่แล้ว +7

    ভগবানৰ অন্যৰূপ জুবিন দা💕💕💕

  • @mukuldeka1568
    @mukuldeka1568 2 ปีที่แล้ว +13

    জুবিন দা মহান🙏🔥👌👌🔥👌👌

  • @debdekadeka9129
    @debdekadeka9129 2 ปีที่แล้ว +22

    I love my Zubeen Garg

  • @asrafulaliahmed4751
    @asrafulaliahmed4751 2 ปีที่แล้ว +30

    Our heartthrobe Zubeen da, you are always great singer and a great man, ♥️♥️♥️ very very Thanks to you... from, Laluk, Nowboisa, Lakhimpur (Assam)...

  • @parthapratim9163
    @parthapratim9163 2 ปีที่แล้ว +2

    জুবিন দা অন্তৰ বহুত বেলেগ অসমীয়াৰ গৌৰৱ জুবিন দা ❤️❤️❤️

  • @jrlogicbuilder
    @jrlogicbuilder 2 ปีที่แล้ว +15

    that's the another name of zubeen. zubeen is always great for us.... love u zubeen daaaa.....

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 ปีที่แล้ว +7

    জুবিন দা সদায় আমাৰ অসমবাসীৰ বাবে হৃদয়ৰ মুকুতা

  • @rrr5223
    @rrr5223 2 ปีที่แล้ว +11

    joiii zubeen daaa.....luv u❤️❤️❤️❤️❤️❤️❤️

  • @sinmoyjyotidas6897
    @sinmoyjyotidas6897 2 ปีที่แล้ว +4

    Maatir manuh jaatir manuh 😘
    Amaaar Zubeen Daa ❤️

  • @jksaikiamusicall3775
    @jksaikiamusicall3775 2 ปีที่แล้ว +11

    Asasam real hero Zubeen garg

  • @assam.boys.r9507
    @assam.boys.r9507 2 ปีที่แล้ว +2

    kiman dagr singer ajon Zubeen da nijoke nabhabe kintu moi a king buli..love u Zubeen da ❤️❤️❤️anekoi a morom di jbo sboke.. 👍👍👍

  • @গাঁৱলীয়াছোৱালীৰমই

    এটা সুন্দৰমৰম লগা প্ৰতিভা 🙏🏾👍🏽

  • @robisenchuwa2832
    @robisenchuwa2832 2 ปีที่แล้ว +3

    জুবিন দাক সেই কাৰনেই বহুত ভাল লাগে

  • @bashudevblogs-1351
    @bashudevblogs-1351 2 ปีที่แล้ว +10

    জুবিন দা সদায় জুবিন দায়ে হৈ থাকক

  • @tarunborah732
    @tarunborah732 2 ปีที่แล้ว +25

    Love you zubeen da 💞💞

  • @SanjayKumar-dk9fo
    @SanjayKumar-dk9fo 2 ปีที่แล้ว +3

    জুবিন দাই সকলোকে মৰম আৰু সন্মান কৰে
    সেইবাবে তেওঁ ব্যতিক্ৰমী ।

  • @anildas9723
    @anildas9723 2 ปีที่แล้ว +3

    King of Assam ❤️ Zubeen Garg ❤️ love from Dhemaji ❤️

  • @msh_vaii
    @msh_vaii 2 ปีที่แล้ว +3

    আমাৰ ও মন যায় এনে দৰে গুৰু আগত গীত পৰিৱেশন কৰিব, কিন্তু কপাল আৰু ভাগ্যৰ বল হ'ব লাগিব এই খন সুবিধা পাবলৈ, জয় গুৰু তুমি সদায় জয়, 24 বছৰৰ পৰা বহুত চেষ্টা চলাই আছোঁ তুমাক লগ পোৱাৰ, কপালত থাকিলে এদিন নিশ্চয় পাম জয় জুবিন দা 🙏💝🙏

  • @khaninsarma5522
    @khaninsarma5522 2 ปีที่แล้ว

    Zubinda apuni Mohan....
    Aponar dore manuh bahut kom ase....
    Iman dangor gayak hoi o fentastic respect...
    God bless you
    Love you Zubinda....

  • @dipjyotidutta8498
    @dipjyotidutta8498 2 ปีที่แล้ว +1

    Amr jubeen daa enekuai.. Hekrne jubeen daa mur hdai priyo❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @papumonimusiclover9848
    @papumonimusiclover9848 2 ปีที่แล้ว +1

    এই জনেই আমাৰ দাদা ❤️❤️
    আপুনি সদায় ভালে থাকক দাদা 😍
    Love you Zubeen Daa ❤️ 😍
    জয় জুবিন দা ❤️

  • @mousuminathmajuli32
    @mousuminathmajuli32 2 ปีที่แล้ว +1

    জয় জুবিন দা💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖

  • @hirakjyotidas7373
    @hirakjyotidas7373 2 ปีที่แล้ว +12

    জয় জুবিন দা 🙏🙏🙏😘😘😘😘

  • @educationtechnology5075
    @educationtechnology5075 2 ปีที่แล้ว +1

    সচায় জুবিন দা মহান আপোনি।।।।।

  • @Lordkrishnafan2024
    @Lordkrishnafan2024 2 ปีที่แล้ว +1

    Zubeen daa okol legend nhoi teo mor hridoy logote bohu hazar anuragir hahi,sukh,anand,bedona...xokolu...😘😘😘🥰🥰🥰😍😍😍❤️❤️❤️💯💯💯

  • @hamantagogoi8904
    @hamantagogoi8904 2 ปีที่แล้ว +1

    Hukh...anobhuti...hohari... prapti...ki jubin kokai deo a val dore upolobdhi kore....aru tareai ..prokakhit roop.... salute ...to jubin kokai... 💪💪

  • @chayaranihaloi5740
    @chayaranihaloi5740 2 ปีที่แล้ว +1

    জুবিনদা সদায় মোৰ প্ৰিয় আৰু প্ৰিয় হৈ থাকিব । মানুহৰ সদায় ভাল গুণবোৰ চাব লাগে । জুবিনদাৰ বহু গুণেৰে সমৃদ্ধ ।

  • @zgismygod8454
    @zgismygod8454 2 ปีที่แล้ว +1

    দাদা তই কুশলে থাক , জীয়াই থাক হেজাৰ হেজাৰ জনৰ ভগৱান হৈ ♥️🙏🙏

  • @opaxomff7079
    @opaxomff7079 2 ปีที่แล้ว +7

    Amazing brother 💪💙💙💙💙💙💙💙💙💙💙

  • @dibyajyotirajkhowa5037
    @dibyajyotirajkhowa5037 2 ปีที่แล้ว

    Amar horirot zubeen da ase zubeen dar ai morom buror karone zubeen dak val lage❤❤ i love you zubeen da ❤❤joi zubeen da ❤❤

  • @socialmediaupdate3010
    @socialmediaupdate3010 2 ปีที่แล้ว +10

    Jai zubeen Da ❣️

  • @kukildutta5102
    @kukildutta5102 2 ปีที่แล้ว

    কৃত্ৰিমতায়ে ছুব নোৱাৰা,,, আমাৰ জুবিনদা,,, 🙏

  • @koushikbaishya7337
    @koushikbaishya7337 2 ปีที่แล้ว +3

    Zubeen da loi mur falor pora bohut bohut morom jasilo dada

  • @DilipDas-zw9ui
    @DilipDas-zw9ui 2 ปีที่แล้ว +7

    Jubin Daa is my soul

  • @kuhibarman7975
    @kuhibarman7975 2 ปีที่แล้ว +1

    সঁচাকৈ বহুত ভাল গায়কৰ লগতে এজন ভাল ব্যক্তি ও প্ৰণাম কৰোঁ মই এইজন মহান ব্যক্তিক 🙏❤️💫

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 ปีที่แล้ว

    জুবিন ৰ হৃদয় খন আকাশৰ দৰেই বিশাল ।।"জুবিন" শব্দটো পাৰ্চি ভাষাৰ শব্দ -- যাৰ অৰ্থ হল " আকাশ চুবলৈ মন কৰা ব্যক্তি" ।।সেয়ে ভাইটি জুবিনে ইতিমধ্যে সকলোৰে হৃদয় আকাশ চুবলৈ সক্ষম হৈছেই ।। সেয়ে তেওঁৰ হৃদয় খনি মৰম,স্নেহ,কৰুণাৰে ভৰপুৰ ।। আমাৰ আশীষ সদায় তেওঁৰ বাবে আছেই ।।

  • @gourishankarpadi7171
    @gourishankarpadi7171 2 ปีที่แล้ว +17

    জয় জুবিন দা

  • @juntidas4956
    @juntidas4956 2 ปีที่แล้ว

    Zubeen daak xoday val lage ..bohut mrom thakil zubeen daa ..xoday vale rakhok vogobane 💓💓💓

  • @ayaanarhan395
    @ayaanarhan395 2 ปีที่แล้ว +13

    জয় জুবিন দা ।

  • @darkside9234
    @darkside9234 2 ปีที่แล้ว +16

    Zubeen daa🥺🥺❤️

  • @hirakdas9283
    @hirakdas9283 2 ปีที่แล้ว

    জয় জুবিন দা ❤️ ভগৱানে কুশলে ৰাখক আপোনাক

  • @princerajbangshi2514
    @princerajbangshi2514 2 ปีที่แล้ว +7

    The legend was in Tangla Jalukabari few days ago...love you legend..this loving incident happened there..

  • @kishobaruah2050
    @kishobaruah2050 2 ปีที่แล้ว

    Zubeenda Apunak Vogobana Xodai Vala Rakhok🌹♥️🌹♥️

  • @Bgstudio...
    @Bgstudio... 2 ปีที่แล้ว +13

    Joy zubeen daa

  • @recordinglndia6216
    @recordinglndia6216 2 ปีที่แล้ว +1

    আৰু চাগে নোলাব এই পৃথিবীত কোনোবা জুবিন দাৰ নিচিনা। i ❤️you জুবিন দা

  • @hrituvsaikia6307
    @hrituvsaikia6307 2 ปีที่แล้ว

    জুবিন দা লৈ মৰম বোৰ এনেকুৱাই😊❤️

  • @entertainmentetc.8525
    @entertainmentetc.8525 2 ปีที่แล้ว

    Dhuniya... Bohut besi dhuniya 👍

  • @mitalibayan3113
    @mitalibayan3113 2 ปีที่แล้ว

    জুবিন দাক সকলোৱে ভাল পায় জুবিন দাই সকলোৰে হৃদয়ৰ মাজত আছে সকলোৱে তেওঁক আশীৰ্বাদ কৰে যাতে তেওঁ ভালে থাকে জুবিন গাৰ্গৰ নিচিনা কোনো হব পৰা নাই আৰু নোৱাৰে আমাৰ ছমৰীয়ালৈ আহিব 9 জুনত

  • @monjai0.28
    @monjai0.28 2 ปีที่แล้ว

    জুবিন দাক দেখি সকলোৰে মনৰ পৰা তেওঁ লৈ থকা ভালপোৱা বোৰ নিজে নিজে ওলাই আহে❤️
    Love you Zubeen da ❤️

  • @a.h.creation01
    @a.h.creation01 2 ปีที่แล้ว +5

    জুবিন দা is LEGEND

  • @djzg1114
    @djzg1114 2 ปีที่แล้ว

    He is always great.. Ki kom vabi nopowa hoisu.. Comments bor dekhi abege bukut khunda mari dharise.. Love u daa.. God bless u..

  • @kabitauniquekitchen1770
    @kabitauniquekitchen1770 2 ปีที่แล้ว +1

    God bless you my cute bro zubin bro.🙏🙏🙏🙏🙏.my heart my cute bro zubin bro.🙏🙏🙏🙏

  • @barneeldutta4114
    @barneeldutta4114 2 ปีที่แล้ว +2

    Zubeen da amr hiya aamthu hoi💖💝💝

  • @BastobBorah-k4g
    @BastobBorah-k4g 2 หลายเดือนก่อน +1

    Joy jubindaaaa ❤❤❤❤❤❤❤

  • @s.ganesh8819
    @s.ganesh8819 2 ปีที่แล้ว +1

    জুবিন দা সদায় মোৰ প্ৰিয় বন্ধু আৰু এগৰাকী মোৰ প্ৰিয় শিল্পী হয় তেওঁৰ মানৱতাৰ প্ৰতি থকা মৰম শ্ৰদ্ধাৰ বোৰ মোৰ বহুত ভাল লাগে
    তেওঁ সদায় মানুহৰ মন জয় আৰু আনন্দ বিলাই ফুৰে 😍😍😍😍
    মই তেওঁ ক এজন ভাল শিল্পী হিচাপে সম্মান কৰোঁ কিন্তু তাতকৈ বেছি সন্মান কৰোঁ তেওঁ এজন বহুত ভাল মানুহ।
    সেয়েহে তোমাক আমাৰ সকলোৰে মৰম চেনেহে সদায় সুস্থ হৈ জীয়াই থাকিবৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰোঁ জুবিন দা তুমি সদায় আমাৰ কলিজাৰ মাজত আছাঁ 🥀🥀🥀🥀
    জয় আই অসম 🙏🙏🙏🙏🙏🙏🙏🙏
    ❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️

  • @Hridaya123
    @Hridaya123 2 ปีที่แล้ว

    এইকাৰনেই জুবিন দা আমাৰ কাৰণে বহুত মৰমৰ

  • @rekhadas7669
    @rekhadas7669 2 ปีที่แล้ว +2

    Great post. Jay jubeen.

  • @miduldutta8798
    @miduldutta8798 2 ปีที่แล้ว +1

    জুবিন দাক কুনো তুলনা নাই । আমি এইজন মানুহক ভাষাৰে শেষ কৰিব নোৱাৰো‌ যা' নাম জুবিন , সকলো গানত জুবিন দা শব্দ ছাঁয়াত মোৰ জীৱন তুলনা কৰো ।

  • @hridoysarma-ev1tf
    @hridoysarma-ev1tf 2 หลายเดือนก่อน

    জুবিন দা ৰ দৰে মানুহ আমাৰ মাজত প্ৰয়োজন ❤

  • @abhinabsaikia4933
    @abhinabsaikia4933 2 ปีที่แล้ว

    Zubeen da hodai এনেকৈয়ে থাকক

  • @geet793
    @geet793 2 ปีที่แล้ว +1

    Love you jubin daa 🥰🥰