বৰ্তমান মাজুলীত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ต.ค. 2024
  • মাজুলীত অপৰিৱৰ্তিত বান পৰিস্থিতি। বৰ্তমান মাজুলীত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। চাওক মাজুলীৰ পৰা এক প্ৰতিবেদন।
    #PratidinTime #assam #AssamNews #flood #majuli

ความคิดเห็น • 31

  • @daizee4510
    @daizee4510 3 หลายเดือนก่อน +7

    কিমান টকাৰ বিল বনালে কিমান কমিচন পাব তাৰ হিচাপ কৰিবলৈ আহিছে চাগে ? লোক জনে কোৱা মতে ৩৫০০ টকা ৭ জনক দি ১০ লাখ টকাৰ বিল উলিয়াই কমিছন খালে ৷ আকৌ এতিয়াও....😂😅😅

  • @swativlogs1853
    @swativlogs1853 3 หลายเดือนก่อน +16

    এনেকুৱা পৰিস্থিতিৰ মাজতে গামোচা পিন্ধোৱা জনক মানিব লাগিব। গামোচা পিন্ধোৱাতকৈ আলোচনা কৰক অনাগত দিনবোৰত কামবোৰ ভালদৰে কৰিবলৈ

    • @janardanbora2803
      @janardanbora2803 3 หลายเดือนก่อน +4

      এইবোৰৰ মূৰত মাল একো নাই খৰালী হলে কাম নকৰে বাৰিষা যেতিয়া মথাউৰি ভাঙি যাই তেতিয়া তাত গৈ দেখা দিয়ে গৈ যেন মথাউৰি বনাই হে দিব সঁচাই আমাৰ অসমত এতিয়াও বহুত এনে মানুহ আছে এইবোৰ কথা নজনা

  • @tultuldutta7753
    @tultuldutta7753 3 หลายเดือนก่อน +7

    ঢুলতো তাৰমানে ফটাধুল আছিল তাৰমানে।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 3 หลายเดือนก่อน +3

    Pizush Hajarika da minister r pora resignation luwatu bhal hobo neki?

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 3 หลายเดือนก่อน +6

    Uporor mal ahil

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 หลายเดือนก่อน

      জল সম্পদ নে ধ্বংস সম্পদ ।বাৰিষা মথাউৰি নিৰ্মাণৰ কাম ।

    • @pranjalburagohain676
      @pranjalburagohain676 3 หลายเดือนก่อน

      Maal ulai gol..😁😁😁😁

  • @janardanbora2803
    @janardanbora2803 3 หลายเดือนก่อน +3

    খৰালি কালত মাখি মাৰি থাকে এতিয়া কামৰ নমুনা দিব আহিছে কি হৈছে সঁচাই এইবোৰৰ মানুহ বোৰক বুৰ্বক বনাব আহিছে নেকি এইবোৰে ৰাইজ সজাগ হওঁক আৰু এইদৰে কোটি কোটি টকা লুটি আছে অসমত খৰালি কালত মনত নপৰে কাম কৰিবলৈ এতিয়া কামৰ নমুনা দিব আহিছে লাজ নালাগে নে 😅😅😅

  • @Tru527
    @Tru527 3 หลายเดือนก่อน +3

    Aibilak natak banpani ahar agat koribo lagisil

  • @haritj3915
    @haritj3915 3 หลายเดือนก่อน +3

    Natok😂

  • @Smart8hd-ds1pm
    @Smart8hd-ds1pm 3 หลายเดือนก่อน +2

    Laj bula bostutu ashe janu

  • @Dekon7
    @Dekon7 3 หลายเดือนก่อน +5

    Moi bhabisilu ei resign dile

  • @vadalmaji
    @vadalmaji 3 หลายเดือนก่อน +2

    Eyak bishak nakariba. Rajniti tiyag Kara MLA.

  • @Ubaishya
    @Ubaishya 3 หลายเดือนก่อน +2

    Ako kori nede a ao dagor dagor kotha he kobo sabo

  • @HiteshPadi
    @HiteshPadi 3 หลายเดือนก่อน +1

    हबोधन डंगोरिया अहिसे side diyok

  • @aliciadawns8535
    @aliciadawns8535 3 หลายเดือนก่อน

    Emandine ki kori asil !!!! Enekua bheku bhawona kori ki bujaboloi ahise .barikha homoyot eibur kam koriboloi roi thokatuei bhul.

  • @pulakkonwar5082
    @pulakkonwar5082 3 หลายเดือนก่อน

    Khilongiar nirapotta kot

  • @DhirajBorah-j4r
    @DhirajBorah-j4r 3 หลายเดือนก่อน

    Raij ulai aahi xudhok aaru duirati panir majot raijor logot rakhok

  • @rohan8973
    @rohan8973 3 หลายเดือนก่อน

    PR campaign.

  • @lipidutta388
    @lipidutta388 3 หลายเดือนก่อน

    O montri hoie ase neki 😂😂

  • @TarunPayeng
    @TarunPayeng 3 หลายเดือนก่อน

    সময়ত কাম নকৰা মন্ত্ৰী,,,এতিয়া গৰু বেটি কাটি মাটি পেলাব লগা হৈছে,,

  • @PradunnaBordoloi-fp9op
    @PradunnaBordoloi-fp9op 3 หลายเดือนก่อน +3

    Sob natok

  • @pranjal1393
    @pranjal1393 3 หลายเดือนก่อน

    তাত গৈ ফোন কৰি দেখাইছে কেমেৰাৰ আগত 😂 ঘৰৰ পৰাই নকৰিলে কিয়?

  • @pranjal1393
    @pranjal1393 3 หลายเดือนก่อน

    এওঁ ৰাজনীতি বাদ দিয়া নাই জানো?

  • @knd9998
    @knd9998 3 หลายเดือนก่อน +1

    Atia mathauri sabo ahise, ........vai

  • @hamiltonborah2021
    @hamiltonborah2021 3 หลายเดือนก่อน

    Jeep Wrangler khon thoi gol j ghort