হিয়া দিয়া নিয়া Part 3

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 พ.ค. 2021

ความคิดเห็น • 192

  • @soshikantakalita7218
    @soshikantakalita7218 2 ปีที่แล้ว +85

    সচাকৈয়ে অন্তৰ চুই যায় হিয়া দিয়া নিয়া গানটোৱে❤️❤️❤️

  • @bikashkakati4546
    @bikashkakati4546 2 ปีที่แล้ว +23

    হে হে আহ আহ , দেৰে ডেৰে দে ,না না না ,o god জুবিন দা

  • @domirtayeng8910
    @domirtayeng8910 2 ปีที่แล้ว +11

    বহু হু হু হু হু হু হু হু হু হু ত ধুনীয়া ❤️💙💛🤗🤗🤗🤗

  • @biswajitrabha728
    @biswajitrabha728 ปีที่แล้ว +10

    হৃদয় ছুই জাই ফিল্ম টো গান টো খুনিলে

  • @mtphukan4062
    @mtphukan4062 ปีที่แล้ว +15

    Zubeen garg, Jatin Bora aru Munin Boruah ae 3 Jon manuhor babe akou Cimema aru Cinema r gaan bur khub hit hoisil

  • @kishobaruah2050
    @kishobaruah2050 2 ปีที่แล้ว +9

    Horuta Chamotar Holot Soya Ajio Monot Pora Class 3 Porhi Asilo ❤❤

  • @manashsaikia8739
    @manashsaikia8739 2 ปีที่แล้ว +4

    Bohut bhaal lage ai cinema khn

  • @kumarkrishnasarma5075
    @kumarkrishnasarma5075 2 ปีที่แล้ว +6

    Aeroplane khon amar ghoror toledi u goisil.

  • @mayuridas450
    @mayuridas450 ปีที่แล้ว +5

    Xosai অতুলনীয় ❤️😌

  • @Tinkugogoi555

    Zubeen dar hai siyor tuye kiba nijoke atitoloi loi jai...

  • @TapanSaikia-cd7mj

    2024 কোনে চাই আছে

  • @rajibgoswami803
    @rajibgoswami803 ปีที่แล้ว +33

    অতি মনোমোহা ছবিখন প্ৰথম ওলাওতেই চাইছিলো । হৃদয় চুই যোৱা অনন্য সংগীত আৰু অতি সু-মধুৰ কাহিনী তথা সকলোৰে বলিষ্ঠ অভিনয়ৰে চলচিত্ৰখনে অসমীয়া কলাপ্ৰেমী ৰাইজৰ হৃদয় আজিও দখল কৰি আছে ।

  • @nikubaruah4538
    @nikubaruah4538 ปีที่แล้ว +15

    গোটেই চিনেমা খনৰ আটাইতকৈ ভাল লগা গান টো ❤😍😍 ❤নহলে পৰিচয়❤

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 ปีที่แล้ว +44

    নিজকে ভাগ্যৱান যেন অনুভৱ হৈছে, মইযে জুবিনদাৰ যুগত জন্মলাভ কৰিলো!

  • @criticismwithpositiveminds8122
    @criticismwithpositiveminds8122 ปีที่แล้ว +38

    এই বোলছবি খনৰ 'humming' keita অসমীয়া বোলছবিৰ অন্যতম ।। ধন্যবাদ জুবিন দা আপোনাৰ অসমীয়া সংগীত জগতৰ প্ৰতি থকা অৱদান অতুলনীয় আৰু অদ্বিতীয়।।।

  • @bhargabanandasingha5365
    @bhargabanandasingha5365 2 ปีที่แล้ว +26

    23.50

  • @bhupengohain8714
    @bhupengohain8714 2 ปีที่แล้ว +17

    সচাকৈ অন্তৰ চুই যায় হিয়া দিয়া নিয়া ছবি খনে...সকলো সময়তে ভাল লাগে গানবোৰ কাহিনী বোৰ..💖💖💖

  • @jyotishmanbaruah9278
    @jyotishmanbaruah9278 ปีที่แล้ว +14

    Jatin da megastar of Assamese Cinema

  • @Benumadhavsaikia

    প্ৰেম এটি বুজাব নোৱাৰা শব্দ।সেই অতিতৰ দিন বোৰলৈ আকৌ উভতি যাবলৈ মন যায়।

  • @romensaikia6367
    @romensaikia6367 ปีที่แล้ว +12

    এই গানটো মোৰ প্ৰিয় 💜💙💚❤️