নহ'লে মিঞা, অচল হ'ব নেকি অসম আৰু অসমীয়া?

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 พ.ย. 2024

ความคิดเห็น • 209

  • @Anowarhussain-gz5ry
    @Anowarhussain-gz5ry 2 หลายเดือนก่อน +15

    Miya zindabad
    Assam zindabad

  • @girishchandrasharma5023
    @girishchandrasharma5023 2 หลายเดือนก่อน +25

    মিঞা নহ'লে অসম আৰু অসমীয়াৰ কি হ'ব এই বিষয়টোক অসমীয়া মানুহতকৈ একাঙস সঙবাদ মাধ্যমৰ বেছি চিন্তা হোৱা পৰিলক্ষিত হৈছে // চাব মিঞা নহ'লে কি তাকে ভাবি ভাবি উচ্চ ৰক্তচাপত নোভোগিব //

  • @ahadali2683
    @ahadali2683 หลายเดือนก่อน

    ধন্যবাদ, শৃংখল চলিহা, মীয়াক একত্ৰিত হোৱাৰ সুবিধা কৰি দিয়াৰ বাবে।

  • @iswarpatar3842
    @iswarpatar3842 2 หลายเดือนก่อน +8

    কেতিয়াও নহয়। ভালহে হব অন্ততঃ অসমীয়াই কাম কৰিবলৈ শিকিব।

    • @rupkhan-pl7bj
      @rupkhan-pl7bj หลายเดือนก่อน

      😂

    • @ahadali2683
      @ahadali2683 หลายเดือนก่อน

      kam nohoi,porha hinat aguai jabo lage, Miya kintu agbari asse.

  • @JayPegu321
    @JayPegu321 2 หลายเดือนก่อน +3

    কি হল,আমাৰ কাম কৰা মানুহ নাই, আমাৰ ইয়াত কাম নোপোৱাত কেৰেলা,বাংগালোৰ ইত্যাদি বোৰত গৈ কাম কৰিব লগা হৈছে। সেইবোৰ গাব নালাগে ইয়াৰ কাম ইয়াৰ মানুহে কৰিব ।

  • @blogsxyz8019
    @blogsxyz8019 2 หลายเดือนก่อน +13

    Hosa

  • @aparajitatamuli7273
    @aparajitatamuli7273 หลายเดือนก่อน

    অসমীয়াৰ অভাৱ অনাটন মিয়া আৰু বহিৰাগত বাবেহে হৈছে,এইবোৰ নাথাকিলেও ভাল

  • @pujaborah9993
    @pujaborah9993 2 หลายเดือนก่อน +15

    মিঞাক প্ৰথমে খেদি লওক,তাৰ পিচত দেখা যাব অসমীয়া কি?ৰঘূমলাই বাহঁ ললে মূল গছ জোপাৰ বৃদ্ধিত ব্যাঘাত জন্মে।অসম আৰু অসমীয়াৰো সেয়াই ঘটি থকা নাই জানো?মিঞা ৰঘূমলা ,মিঞা আবৰ্জনা

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng 2 หลายเดือนก่อน +14

    আমিও শ্ৰমিক মিঞাৰ কাৰণে আমাৰ কাম কাজ বোৰ বন্ধ হৈ পৰিছে মিঞা হাতাবই লাগিব জয় আই অসম

    • @AhadulHashem
      @AhadulHashem 2 หลายเดือนก่อน +1

      “হাতাবই“হায়ৰে অসমীয়া....

  • @mohanghatowar5184
    @mohanghatowar5184 2 หลายเดือนก่อน +2

    একো কাম বন্ধ হোৱা নাই। কাম চলিয়ে আছে।

  • @lokhiprosadkotoky6037
    @lokhiprosadkotoky6037 2 หลายเดือนก่อน +17

    মিছা কথা -- আমি মিঞাৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়েই চলি আছো। মোৰ ঘৰত নুমলীগড়ৰ ওছৰতে , বোকাখাটত।

    • @nuralom7809
      @nuralom7809 2 หลายเดือนก่อน +2

      Tai 😂😂😂

    • @Niklodean98
      @Niklodean98 2 หลายเดือนก่อน +1

      ​@@nuralom7809oi miya kio hahiso piton lage

    • @abdulhamid5144
      @abdulhamid5144 2 หลายเดือนก่อน +1

      ​@@Niklodean98lage Dom ase Jodi mari is sau not thaka

    • @nuralom7809
      @nuralom7809 2 หลายเดือนก่อน +1

      @@Niklodean98 kela welcome to mini Bangladesh Dhubri 😡🇸🇦🗿

    • @Niklodean98
      @Niklodean98 2 หลายเดือนก่อน

      @@nuralom7809 thtk uliabo 😂😂😂😂sai thak piton ki army ahhi thtk ki koribo gom pabi roh assam rifle jabo thtr pokorot rod vorabo sai thak thti limit cross korili atya ses assamese ki gom pabi roh history nopohile anekuwa a hoi pajeet

  • @manojburagohain4434
    @manojburagohain4434 หลายเดือนก่อน

    আহিব কামৰ বাবে কিন্তু যাবও লাগিব ১০০/শতংশ

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน

    এইয়া পাগলৰ প্ৰলাপ, কিয় নকৰিব আমাৰ ল'ৰা ছোৱালীয়ে । অসমীয়া ল'ৰা ছোৱালীক কাম কৰিবলৈ বাধ্য কৰোৱা। নিবনুৱা নায় অসমত, আছে এলেহুৱাহে ।

  • @mathurarabha7029
    @mathurarabha7029 2 หลายเดือนก่อน +9

    মিছা কথা মিঞা নহলেও অসম চলিব। সংবাদ মাধ্যমৰ হে কথা মিছলিয়া সাংবাদিক তই

    • @drmusic2326
      @drmusic2326 2 หลายเดือนก่อน

      Dada apuni Islam dhormor bixoye najane karone aneke koise.lahe lahe apuni adin gom pabo j Islam ki bostu...

  • @dilipkumarbania7346
    @dilipkumarbania7346 2 หลายเดือนก่อน +1

    অসমৰ পৰা মিয়াৰ খেদা প্ৰচেষ্টাতোক সংবাদমাধ্যমে এই বিশেষ খবৰটোৰ জৰিয়তে খিলঞ্জীয়া লোকক ভ্ৰমিত কৰিব খুজিছে নেকি? আপোনালোকে কিন্ত যিবোৰ ঠিকাদাৰে এই মিয়া মজদুৰবোৰক অবৈধভাৱে দিনে নিশাই কামত লগাই শোষণ কৰি আহিছে, তেওঁলোকৰ স্বাৰ্থৰ কথা কিয় কোৱা নাই? অসমীয়া মজদুৰ যদি ইমানেই এইবোৰ কামৰ বাবে অযোগ্য, তেন্তে বাকীথকা মজদুৰৰ মাজত এওঁলোকে কেনেকৈ কাম কৰি আছে। আপোনালোকে অসমতেই অসমীয়াক অযোগ্য সজোৱাৰ প্ৰচেষ্টাতো বন্ধ কৰিলে ভাল লাগিব।

  • @siryougreatsanjibborah1564
    @siryougreatsanjibborah1564 2 หลายเดือนก่อน +2

    একো নহয়

  • @amarchhetri7864
    @amarchhetri7864 2 หลายเดือนก่อน +1

    এইঢো মিয়াৰ ছেনেল নেকী

  • @DhvajendeHazarika
    @DhvajendeHazarika 2 หลายเดือนก่อน +4

    সংবাদ মাধ্যমৰ হে বেছি চিঞৰ বাখৰ।

    • @tarapali6829
      @tarapali6829 หลายเดือนก่อน

      Khaote bohote uthote hopunote kebol miya....Dada bastob mani luya bhal nohole pisot apunalukore khoti hobo

  • @bhabendas2719
    @bhabendas2719 2 หลายเดือนก่อน +1

    আপোনালোকে চহৰৰ বিধস্ত বাট - পথ, বিভিন্ন ঠাইৰ এজাক বৰষুণৰ বান আদিৰ বিষয়ে নেৰা নেপেৰা হেচা প্ৰয়োগ কৰিবলৈ বাদ দি মীয়াৰ কথা ৰে চৰকাৰক সকাহ দি কি লাভ পাব?!

  • @Lolitmoran
    @Lolitmoran 2 หลายเดือนก่อน +2

    Bhal hoise bandho holk...thode akhomor manu unnot hobo

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 หลายเดือนก่อน +1

    মিয়া নহলে অসমীয়াৰ দিনতে যেন আন্ধাৰ সেই কথা আমি নিজেই প্ৰমাণ কৰিছো,মিয়াই কৰি থকা কাবোৰ এৰি যোৱাৰ পিছত কিমান থলোৱা লোকে সেই কামবোৰত ধৰিছে তাৰ খবৰ কোনেও কৰা নাই ,মিয়া খেদা কামটো ঝতুকালীন যেন লাগে,,,কামটো আৰম্ভ কৰিলে ঠিকেই,পিছৰ খিনি কি হৈছে কোনেও নেজানে,,,জানো পায় কি হবলৈ গৈ আছে,,,পিছে যত যি হয় হৈ থাকক,আৱেগৰ সোঁতত উটি গলে বিপদ গতিকে মই মোৰ অঞ্চলৰ লোক সকলক সকলো খোৱাবস্তু নিজৰ ঘৰতে কৰি খোৱাৰ এটা সৰু অভিযান আৰম্ভ কৰিছো....বেমাৰ কিনি খোৱাতকৈ নিজৰ ঘৰতে কৰি খাই পাৰিলে দুটকা মান বচাব লাগিব....

  • @n.musiccompany9670
    @n.musiccompany9670 2 หลายเดือนก่อน

    আমাৰ ইয়াৰ বহুতো ল'ৰা তাত কাম কৰি আছিল। সিহঁত এতিয়া ঘৰ আহি পিলে। যি কৰক দাদাগিৰি কৰি থাকক নিৰিহ মানুহৰ ওপৰত অত্যাচাৰ কৰি থাকক।

  • @debajitbhuyan5678
    @debajitbhuyan5678 2 หลายเดือนก่อน +1

    আপুনালুকে কত কিমান জন চমিক
    লাগে হেতু নকয় কিয় কয় চমিক লাগে আনে জানে

  • @ratulmahanta3684
    @ratulmahanta3684 2 หลายเดือนก่อน +1

    কোন এইজন পাগল

  • @indial77672
    @indial77672 2 หลายเดือนก่อน +7

    কথা নাই৷সেইবুলি Rape হৈ থাকিব নোৱাৰি

    • @AzidulAli-x3r
      @AzidulAli-x3r 2 หลายเดือนก่อน

      Soku vll ke khuli suwa rape okol miya i nokore

    • @MahibulAli-h8y
      @MahibulAli-h8y 2 หลายเดือนก่อน

      Hindo a rep nokore neki

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      একদম ঠিক কথা

  • @mohanghatowar5184
    @mohanghatowar5184 2 หลายเดือนก่อน +2

    মিয়াক আহিব দিব নালাগে।

  • @samudrahazarika110
    @samudrahazarika110 2 หลายเดือนก่อน +5

    মিয়া নহলে কতো ফৰক নপৰে। তামোল পাণ দি মতা নাছিলোঁ নহয়।

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      একদম ঠিক কথা কেলা😡

  • @anuwarhussain5870
    @anuwarhussain5870 หลายเดือนก่อน

    Miya zindabad

  • @BubulNath-r9k
    @BubulNath-r9k 2 หลายเดือนก่อน

    নহয় মিছাকৈ নকব

  • @JanataMili-wk4dh
    @JanataMili-wk4dh 2 หลายเดือนก่อน +5

    যিমান মানুহ লাগে মই দিম।

    • @mintumonisaikia275
      @mintumonisaikia275 2 หลายเดือนก่อน +1

      Numuligor jawok

    • @abushamaali454
      @abushamaali454 2 หลายเดือนก่อน

      Kela toi kot asa

    • @GfduvfyVfdg-lq1ol
      @GfduvfyVfdg-lq1ol หลายเดือนก่อน

      Mur kam bondo hoi ase 150 jon lage dibo ne janabo sun

  • @NirmolRay1996
    @NirmolRay1996 2 หลายเดือนก่อน +2

    মিচা কথা মিয়া নহলেও খিলঞ্জীয়া মুছলমান আছে।গতিকে মীয়া মানেই মুছলমান হয়,কিন্ত মুছলমান মানেই মীয়া নহয়।গতিকে কথা স্পষ্ট।অসমত যিমান সৰু সূৰা বেপাৰ বা কাম কৰে মুছলমান সম্প্ৰদায়ে কৰে।।।গতিকে অসমত মীয়া খেদিব লাগে খিলঞ্জীয়া মুছলমান নহয়।।।গতিকে অসমত মীয়া নহলেও অসমীয়াৰ একো প্ৰভাৱ নহয়।।।সিহতে কাম নাপাই কম টকাতে কৰা কাৰণে অসমীয়াই সিহতক কাম দিয়ে।গতিকে মীয়া আৰু মুছলমান কিয় এক কৰি দিছে???মই এজন বিজেপি কৰ্মকৰ্তা কিন্ত যিমানেই যি নোকোৱা কিয় খিলঞ্জীয়া মুছলমানৰ অসম হল মাতৃভূমি।।সিহত কতো নাযায়।ইয়াতেই থাকিব।কেৱল বাংলাদেশীবোৰকহে খেদা উচিত।।।

    • @MirzamanAhmed
      @MirzamanAhmed 2 หลายเดือนก่อน

      I am a Muslim , we have some documents of the year 1939 related to the govt , so We the citizen of this country before india got independence under British rule why should I leave assam?And to be honest we don't understand why this term 'miya' is used against us
      I personally hate this term. Please don't use that term collectively

  • @RahulDas-ks9fe
    @RahulDas-ks9fe หลายเดือนก่อน

    Good news Assam Guwahati Islam zindabad

  • @SalimatDdinDdin
    @SalimatDdinDdin หลายเดือนก่อน

    উজনিত বহুতো দেকা লৰা বুৰ ক'ত গ'ল দাদা তাতে দেখুন বহুতো দ'লৰ লৰা কিলাকক কামত লগাই দিব লাগে

  • @shyamsullaskar5398
    @shyamsullaskar5398 หลายเดือนก่อน

    Good news

  • @abontitamuli9689
    @abontitamuli9689 2 หลายเดือนก่อน

    মিঞা নেলাগে ভাই

  • @manoshboruah85
    @manoshboruah85 2 หลายเดือนก่อน +3

    kimn টকা লৈ নিউজ গাইছে লাজ লগা নাই। সাংবাদিক উলাইছে? 750 টকা সাধাৰণ শ্ৰম মূল্য ঠাইত nrlr বাঘা বাঘা ঠিকাদাৰ ক ঘুচ খুৱাই 500 টকা dia তাকো মাহৰ মুৰত পইচা nidia । 750 টকা দি nrlot কাম কৰিবৰ বাবে উচৰৰ শ্ৰমিকক কাম কৰিবলে matok সোণ nrl স্থানীয় শ্ৰমিক ভৰি পৰিব , আৰু মিয়াত কৈ বেছি কাম কৰিব । NRL অৰ bikhoia অ আ একো নাজানে নিউজ বনাইছে , বহুত লেতেৰা কৈ গালি পাৰি পাম কিন্তু

  • @simantaborah9535
    @simantaborah9535 2 หลายเดือนก่อน +1

    Apunaluke ahom buranji aru assam r history study karak. Tetia buji pabo j assamese people kiman sabalambi asil. Etia aan bahiragato nahalew ami amar kam kori jabo parim. Dudinman wait karak. Wait and see.

  • @rikibora6036
    @rikibora6036 2 หลายเดือนก่อน +1

    Numoligor kam bisari thoka aji 3mah hol puwa ny atia pam sage💃💃

  • @MatiurrahmanRahman-b6s
    @MatiurrahmanRahman-b6s 2 หลายเดือนก่อน +6

    Axomieya r kam nai

  • @IddrishAli-z3x
    @IddrishAli-z3x หลายเดือนก่อน

    Very good 👍

  • @rafiqulislam4702
    @rafiqulislam4702 2 หลายเดือนก่อน +6

    Enekoi nokobo dei ,nohole maal khuwa aru chanda tuli khuwa bilakor khong oothibo. Sihote Miyar naam sunar loge- logei social mediat ahi kaam arambha kori diye😂😂😂😂😂

  • @tayyeburrahman7362
    @tayyeburrahman7362 2 หลายเดือนก่อน +5

    Mr Anchor মুচলমান বা মিঞৰ কথা আহিলেই আমি সমূহীয়া নামাজ পঢ়া ছবি খন দেখোৱাই কি বাৰ্ত্তা দিব বিচাৰে হিন্দু ধৰ্মৰ কথা ওলালে দৃ্র্গাপূজাৰ ভক্ত / বল বমৰ ছবি দেখোৱাবলৈ পাহৰে কিয়?

    • @girishchandrasharma5023
      @girishchandrasharma5023 2 หลายเดือนก่อน

      @@tayyeburrahman7362 % ওপৰত দেখুওৱা যায় //

  • @atozfacts6392
    @atozfacts6392 2 หลายเดือนก่อน +1

    Miya hatow

  • @SafikulIslam-iw9mz
    @SafikulIslam-iw9mz 2 หลายเดือนก่อน +3

    মিঞাক যাব দিব নালাগে যিহেতু বিতৰ্ক চলি আছে । পাৰিলে তাৰে থলুৱা শ্ৰমিকক আগুৱাই যাবলৈ সহায় কৰক কিন্ত বহিৰাগত বনিয়া বা শ্ৰমিকক নানিব ।তেনে কৰিলে অসমৰ টকা অসমৰ বাহিৰলৈ গুচি যাব তাতে আমাৰ অসমৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। জয় আই অসম..

    • @Jakariazafri
      @Jakariazafri 2 หลายเดือนก่อน +1

      Allready Biharor Pora Sramik Aha Start Hoise 300 Man Ahile

    • @dilipkumarbania7346
      @dilipkumarbania7346 2 หลายเดือนก่อน

      মিয়াৰ পইছাৰে আতংকবাদী কাৰ্য্যকলাপৰ বিনিয়োগ হব।

    • @silentboy-v3w
      @silentboy-v3w 2 หลายเดือนก่อน

      agote miya khedibo lagibo tar pisot amar artho niti kisundin akou thik hoi jabo
      jay veer lachit barfukan

  • @soforali7795
    @soforali7795 หลายเดือนก่อน

    Good. Newes

  • @silentboy-v3w
    @silentboy-v3w 2 หลายเดือนก่อน +1

    ami akhomia akolei parim assam chalabo, gotike miya k dekhar pora khedile val

  • @jyotisaikia1426
    @jyotisaikia1426 2 หลายเดือนก่อน

    Het fotua

  • @jeevanrabha2259
    @jeevanrabha2259 หลายเดือนก่อน

    যাম আমি কাম কৰিম

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl 2 หลายเดือนก่อน +1

    Leura batori

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 หลายเดือนก่อน +8

    মিঞা নহলেও চলিব

  • @faizulhoque2183
    @faizulhoque2183 2 หลายเดือนก่อน +1

    Sab misa news ami MLD thaki ako kam bisari puwa ni

  • @Sushravy
    @Sushravy หลายเดือนก่อน

    Mia go back

  • @horenkudmi5984
    @horenkudmi5984 หลายเดือนก่อน

    Jago assamse hindu

  • @hirabrahma98
    @hirabrahma98 2 หลายเดือนก่อน

    Misa kota

  • @Lolitmoran
    @Lolitmoran 2 หลายเดือนก่อน +1

    Aku chinta nai..

  • @rubulsarma5869
    @rubulsarma5869 2 หลายเดือนก่อน +3

    Miyar News miyar hoi koisa

    • @hajwkoroblog.3726
      @hajwkoroblog.3726 2 หลายเดือนก่อน +2

      Hoi de Ami dekun Kam bisari napay...

  • @RAFIQULHUSSIAN
    @RAFIQULHUSSIAN 2 หลายเดือนก่อน

    100%Good &Right.Miya noholay Bhat Nihejay.

  • @azizulhoque2394
    @azizulhoque2394 2 หลายเดือนก่อน +2

    Miya Muslim jindabad

  • @Jenilyandy
    @Jenilyandy 2 หลายเดือนก่อน +1

    Kiman sramik lage moi dim

  • @NumalKhangia
    @NumalKhangia 2 หลายเดือนก่อน

    একো দাল হোৱা নাই,,,

  • @Entertainment-oh6se
    @Entertainment-oh6se 2 หลายเดือนก่อน

    Hei faltu news kune koise

  • @murulihazarika3201
    @murulihazarika3201 2 หลายเดือนก่อน

    Oxomiai paal nemare ,thikader homuhe hothik poisa Diane jotha homoit ,Kom poisat Kam Kora o bisare ,Moi aajiu ghorot bohi asu mur kamkora record ase kintu mur hazira high scel kuneu dibo nukhuje karon Kom poisat bahiror manuhok khotai aase

  • @spetrol973
    @spetrol973 2 หลายเดือนก่อน

    Kiman hindu labour lage muk contact kor

  • @Lolitmoran
    @Lolitmoran 2 หลายเดือนก่อน +1

    Bidekhi nethakile anew amar manur kam bahut pabo

  • @nirmalsartschool6295
    @nirmalsartschool6295 2 หลายเดือนก่อน +9

    এইবোৰ সাংবাদিকৰহে কথা। মিঞাই নহলেও অসমত কাম চলিব। আজিৰ পৰা ৪০ বছৰ আগতে যিবোৰ প্ৰকল্প হৈছিল অসমীয়াই কাম কৰিছিল। পৰিশ্ৰম কৰিব পৰা অসমীয়া এতিয়াও আছে।

    • @DreamInstaModel
      @DreamInstaModel 2 หลายเดือนก่อน

      Agote bihari aru Uriya shramime kam jarisil atiya miyai ko re Axomiya nanuhor dom nai...... Rastat chiyora aru dhomki di chanda tula

  • @drmusic2326
    @drmusic2326 2 หลายเดือนก่อน

    Miya nohole okol axome nohoy duniakhone nosole....

  • @mohammadizazmohammad34
    @mohammadizazmohammad34 2 หลายเดือนก่อน

    Free ration card saul prothome bondho kori diyok.Tar pisot kotha xar aag bodhauk😢

  • @hajwkoroblog.3726
    @hajwkoroblog.3726 2 หลายเดือนก่อน +1

    Ami dekun Kam bisari napay

  • @bhaitydoley5215
    @bhaitydoley5215 2 หลายเดือนก่อน

    Atiyar pora akhomiyai koribo nrl t kam....

  • @RajeebSanyal
    @RajeebSanyal 2 หลายเดือนก่อน

    Amak kam lage ami hindu manuh

    • @mosthafizurrahman8131
      @mosthafizurrahman8131 2 หลายเดือนก่อน

      Hindu holey Ki hobo axomor manuh hobo lagibo

  • @ForidulIslam-g4c
    @ForidulIslam-g4c 2 หลายเดือนก่อน +1

    0:08

  • @mayankvlogs7291
    @mayankvlogs7291 หลายเดือนก่อน

    Ei sup

  • @PutanKhakhlary-xy3zk
    @PutanKhakhlary-xy3zk 2 หลายเดือนก่อน

    এইয়া ভুল বাতৰি

  • @jayantachouhan7237
    @jayantachouhan7237 2 หลายเดือนก่อน

    Xasa kotha

  • @rupamapathak3099
    @rupamapathak3099 2 หลายเดือนก่อน

    Bohi raijor pora aanok diya. Tor wife sage miya, sai karone support korisa

  • @JoykumarMandal-z2h
    @JoykumarMandal-z2h 2 หลายเดือนก่อน

    এটা কি চ্যানেল

  • @HasinaBegum-l7o
    @HasinaBegum-l7o หลายเดือนก่อน

    Rghit

  • @AsmaSiddika-p9f
    @AsmaSiddika-p9f หลายเดือนก่อน

    Mannio CM sir k lagai diyek😂😂😂

  • @kGaXom
    @kGaXom 2 หลายเดือนก่อน

    ঠিকাদাৰে যেতিয়া দৰমহা দিওঁতে গাফিলতি কৰিব সময় মতে পইচা আদায় নকৰিব পাল মাৰিবই চবেই। মাহতো আধাতো যোৱাৰ পাছত 15 20 তাৰিখে দৰমহা দিলে হবই এইবোৰ। তাতে মিয়া বিলাকে একো কবওঁ নোঁৱাৰে। লোকেল খিনিয়ে তাত মাত মাতে কাৰণে পাল মৰা বুলি কয়

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      আচল কথা তাতে

  • @SumiDevi-sd1fv
    @SumiDevi-sd1fv 2 หลายเดือนก่อน

    Miya news 😂😂😂

  • @MOFIDULISLAM-lv6mx
    @MOFIDULISLAM-lv6mx 2 หลายเดือนก่อน +1

    Iyat comment porhi ghom....Aji kali Axomiya manuhor mentality.....Miya means not foreigner, there is also citizen of India ....kintu jibilak dal gangoton joritow....sobey neta hob khuje.....keydin pisote politica ot join koribow.....iyat comnent kori jatiyabadi kole nohobow....aji jatiyabadi ase neki....manuhe khibow nuwara huise....bistur dham din din barhi goye ase....mokkel keyta lagi ase bekar lora keyta dal hingoton ot .....

  • @rafiqulislam-gi7tb
    @rafiqulislam-gi7tb 2 หลายเดือนก่อน +1

    Huh😅😅😮😅

  • @Hehe75432
    @Hehe75432 2 หลายเดือนก่อน +1

    Miya nathakute u Axom soli asile.
    Miya thakute u Axom soli ase.
    Miya nathakile u Axom soli thakibo.
    Jai Aai Axom !!

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      একদম ঠিক কথা

  • @alimshortfun2343
    @alimshortfun2343 2 หลายเดือนก่อน

    Miyak khedibo kone heito to agote ko

  • @AnisurRahman-h9g
    @AnisurRahman-h9g 2 หลายเดือนก่อน

    Mia jate apar assamat kam nakore kam bahut ase beleg raijjat

  • @samarjyotideka7195
    @samarjyotideka7195 2 หลายเดือนก่อน

    Aito miwar news chenel nki

  • @horeshpegu
    @horeshpegu 2 หลายเดือนก่อน

    Ki assamese eman weak nki...miya go back .....

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      একদম ঠিক কথা কেলা😡

  • @alaminmullah
    @alaminmullah 2 หลายเดือนก่อน

    Kio ,himonto aro srinkol ok Kam koriboli raakh.😊😊😊😊

  • @m.purbajyotibora6973
    @m.purbajyotibora6973 2 หลายเดือนก่อน

    Apunar ghrt ni thobo miya . Miya ktha nkboi company nsolielo nai amr ki ahe jai . Miya hatao .

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน

      একদম ঠিক কথা কেলা😡

  • @newtonthakuria8586
    @newtonthakuria8586 2 หลายเดือนก่อน

    Sob misa

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 2 หลายเดือนก่อน

    Eyat Kam napai tholua manuh bahirot jai
    Gotikae tholua lolai val

  • @hasimali9023
    @hasimali9023 หลายเดือนก่อน

    Myanamto sholoni p b m

  • @NasirUddin-kb5kb
    @NasirUddin-kb5kb 2 หลายเดือนก่อน +1

    tohot poliitcs, chanda bazi, aru communilised sentiment hiopab hikisod. kheti kam, lobour ka tohor krne nohoi.

  • @AhadulHashem
    @AhadulHashem 2 หลายเดือนก่อน

    অলীক কল্পনা!মিয়া নোহোৱা কথাটো ভাবে কিয়?

  • @tarapali6829
    @tarapali6829 หลายเดือนก่อน

    Dadagiri kori aru kiman din khabo...kam kori khai saok kene moja

  • @dadurava
    @dadurava 2 หลายเดือนก่อน +1

    Misa

  • @chitralekhamedhi9677
    @chitralekhamedhi9677 2 หลายเดือนก่อน

    Jodi he ghrt bon kora baa kaam kora manuh napai tetiya son ghorr malike nijor ghor khonor xokolu kaam kori jai jimane teo sakoriyal nohouk kiyo thik tenedore axomiya ba hindu manuhe o paribo xeikhini kaam koribo xei to no ki dangor kotha

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 หลายเดือนก่อน +1

      একদম ঠিক কথা

  • @TepuramSaikia-k2y
    @TepuramSaikia-k2y 2 หลายเดือนก่อน

    Bro this is not good massage for your explain to the Assamese people! Assumes work by any please company construction and agriculture also

  • @EDUCARE181
    @EDUCARE181 2 หลายเดือนก่อน

    Lowar Assam r manuh uper Assam t jabo nuware jdi....bahira state r manuh knke ahibo.....

  • @banjitchangmai4047
    @banjitchangmai4047 2 หลายเดือนก่อน

    বেয়া নাপাব,, যেতিয়া নিজৰ ঘৰৰ মূল উপাৰ্জন কাৰি নোহোৱা হয়,,, তেতিয়া ও এখন ঘৰ চলে,, কথা কোনোবা নহলে কিবা নচলাকৈ নাথাকে, বুজি পালে মহোদয়