লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business
ฝัง
- เผยแพร่เมื่อ 18 ต.ค. 2021
- লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate business
লকডাউনে জীৱন বিপয্যস্ত কৰি তোলা এজন ব্যক্তিৰ কাহিনী ৷ লালুকৰ ৰাজু শইকীয়া নামৰ এই ব্যক্তিগৰাকী আছিল এখন ট্ৰেভেলাৰ গাৰীৰ মালিক ৷ কিন্তু প্ৰথম কভিড কালৰ লকডাউনত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত দিশ হাৰা হৈ পৰে ৰাজু শইকীয়া ৷ ইনষ্টলমেন্ট পৰিশোধ কৰিব নোৱাৰি গাড়ী বিক্ৰি কৰি পৰিশোধ কৰিলে ফাইনেন্স কোম্পানীৰ ঋণ ৷
গাড়ী বিক্ৰী দিশহাৰা হৈ পৰা মানুহজনে খবৰ পালে যে কম পূজিৰে আৰম্ভ কৰিব পাৰি পেপাৰ প্লেট বনোৱা কাৰখানা ৷ সেয়ে আনৰ পৰা ১ লাখ টকা ধাৰলৈ লৈ আৰু হাতৰ বাচি থকা ধনেৰে কিনি আনিলে এটি পেপাৰ প্লেট বনোৱা মেচিন ৷
ইয়াৰ পাছৰে পৰা আৰম্ভ হ’ল ৰাজু শইকীয়াৰ কঠোৰ পৰিশ্ৰম ৷ উৎপাদন কৰা প্লেটবোৰ বিক্ৰী কৰাবলৈ দোকানে দোকানে আৰম্ভ কৰিলে মাৰ্কেটিং ৷ কিন্তু মাৰ্কেটিঙৰ ম টোও নজনা ৰাজু শইকীয়া বহু দোকানৰ পৰা ঘূৰি আহিল বিমুখ হৈ ৷ তথাপি কাম এৰি নিদলে আৰু লাহে লাহে অৰ্ডাৰ পাবলৈ ধৰিলে ৷
আগতে তিনিমাহতো ৫০ হেজাৰ পেপাৰ পেলেট বিক্ৰী কৰিব নোৱাৰা ৰাজু শইকীয়াই এতিয়া প্ৰতি মাহত বিক্ৰী কৰে ৫ লাখ টকাৰ পেপাৰ প্লেট ৷
এই ব্যৱসায়ত শেহতীয়াকৈ ৰাজু শইকীয়াক সহায় কৰিছে তেওঁৰ জেঠেৰীয়েকে ৷
uparjan.in
অসমীয়া মানুহৰ মাজত উৎপাদনিক ব্যৱসায় কৰা মানুহৰ সংখ্যা বৰ তাকৰ ৷ যি কমসংখ্যক নিজৰ বুদ্ধিমত্তাৰে আগ বাঢ়িছে তেখেত সকললৈ শ্ৰদ্ধা ওপজে ৷ ভাল লাগিল তেখেতৰ মনোবল দেখি, শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যোৱাৰ ৷
Apunar ghor kot moi jam
Moi o krim
Dhunia contec number dibosun
Dada mobile number diba
সৰহ সংখ্যক অসমীয়া মানুহে গাড়ী লৈহে ভাল পাই ।লক্ ডাউনে আপোনাৰ চকু মুকলি কৰিলে । আপোনাৰ কাৰ্য প্ৰণালী দেখি বহুত ভাল লাগিছে ।
অতি জনপ্ৰিয় অতি সুন্দৰ প্ৰদৰ্শন আপোনাৰ আৰ্দশই অতি আনন্দ পালোঁ।
আমাৰ দৰে নৱ প্ৰজনন্মক যথেষ্ঠ উৎসাহ দিছে। বহুটখিনি কথা জানিব পৰিলোঁ । ধন্যবাদ🙏🙏
সুন্দৰ লাগিল আপোনাৰ ভিডিওতো চাই। আগবাঢ়ি যাওক ঈশ্বৰে আশীৰ্বাদ কৰিব।
প্ৰকৃত অসমীয়াগিৰী । সুন্দৰ আৰু আগুৱাই যাওক
দাদা খুব ভাল লাগিল । আপোনাৰ সকলো video চাওঁ দাদা বেয়া নাপালে তেখেতক যোগাযোগৰ সুবিধাকন কৰি দিব নেকি
আপোনি হতাশ নহব আগোরাই যাওক তাৰ কামনাৰে
ভাল লাগিল। আমাৰ অসমীয়া মানুহ আগুৱাই গৈছে।
দাদা আপোনালৈ বহুত বহুত ধন্যবাদ 🙏🙏 ,
সুন্দৰ. পদক্ষেপ. আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ৷
Long live your business. Thank you
Prokrito jibon jodhya,thank you, god bless you:
সুন্দৰ পদক্ষেপ,,,,,
ভাল পদক্ষেপ দাদা ৷ আপোনালৈ শ্ৰদ্ধা যাছিলো ৷
আপোনাৰ সাহস ক ধন্যবাদ জনাইছো।
বহুত ভাল লাগিল
সুন্দৰ পদক্ষেপ।তেখেতক যোগাযোগ ব্যৱস্থা কৰাই দিয়ক
বহুত ভাল লাগিল৷আগবাঢ়ি যাওঁক🙏
ভাল লাগিল লগতে শুভেচ্ছা থাকিল
শ্ৰীযুত শইকীয়াৰ লগতে তেখেতৰ জেঠেৰিয়েক শ্ৰীযুত বুবুল বৰুৱা আৰু উদ্যোগৰ সমূহ কৰ্মীলৈ শুভকামনা থাকিল। ভগৱান সহায় হওক ...
বহুত বহত ধন্যবাদ দাদা
আপোনাক বহু ত বহু ত ধন্যবাদ।
May God bless you and your family and friends 🙏🙏🙏
Best And Beautiful ❤️❤️❤️
Bohut val lagil
Bhut vl lagil
সুন্দৰ
Apunar aru mur kahani milise Dada bahut bhal lagil
Bhal lagil
সুন্দৰ দাদা আগুৱাই যাওক.....
Bahut Val lagil.
Val lagil sai
Dada styles hearcutting Mur bhut prosond hy aru mur heitu bibhagt ceriar bnabo bhut mon ase.tenekua dukan burot kiman income hy tar bikhoye ata vdo bnabo sun bhut val pam . Dada apunar chenelr vdo bur sai bhut val lage😍🥰🥰
Val lagil
Great work by startup business
ভাল লাগিছে
Hundor...
Raju saikia dada loi bht bht xubhessa thakil...tekhetr cntct no. tu pm nki...uparjon chnl tu loi o dhanyabad thakil
Khub sundar,lsware mangal krak
Very good Dada
Nice....
Nice job
Hundor hoise dada . Apunar logote amaku olp utsah jugale. Dada apunar nambr2 puwa hole val asil aru moi ei chenal tur Hitadhikarik jonaisu j muk dadar phn nmbr2 di hohai krib buli akha rakhilu
Val korise Dada... Apunar jatrat apuni xofol houk...
Your Behaviour and simply sity one day make you success 👏🏻👏🏻
Dadar contact number dibo niki
Great 👌
Good dada
Khundor. Prodokhep.
jibon zindabad 🙏👍❣️
Thanks dada
Eta val Vidio salu
Hundr dada
Kisuman manuhor babe lock down bordan,xasai bhal lagise👍
Vll kahta❤️🙏
Salute
আপুনি আৰু আগবাঢ়ি যাওক।
সহজ সৰল মানুহ
Cnt nmbr2 kiyo diya nai...Hokoluye nmbr khuji ase..
Brhia dada
Verygd.
Nice dada..aru bohut kam ase ji2 amar asomiya manuhe koribo taan pai..ji2 kam kori kisu manuhe bindas soli ase..sokot adda morar bahire asomiya r kiba kam ase nki😡
Best of luck
Thanks the Lord 🙏
Good jobs
Sir,paper plate machine aru raw-material bur kot kiniboloi puwa jai aru price bur kiman janiboloi bisarisu
Nice
God belless you dada
U have done a great job must appreciate. I am associated with this kind of machinary supply. If any mechanical problem happen just make me a call I will there for u
Apunk kenekoi cnt korim dada moi ai km koribo bisaro mechin anilu hoi moi
Knke kinib parim mou bisaru plz jnab
Ok give me your number sir I'm his son
মোৰ ঘৰ মৰিগাৱত । মই নিজেও এই ব্যৱসায়টো আৰম্ভ কৰিব খুজিছোঁ । সেইবাবে ৰাজু শইকীয়া ডাঙৰীয়াৰ উদ্যোগটো চাব যাব খুজিছিলো । তেখেতৰ যোগাযোগৰ বাবে ফোন নম্বৰ বা ঠিকনাটো কোনোবা সদাশয় ব্যক্তিয়ে জনাব নেকি !!
🙏🙏🙏Dada aaponi aag bahi jauk🙏🙏🙏
Raw material krne help kribo pariba nki idea lga ,,muru kribo mn goisa
চেলুট
❤️
Beat motivation video ever seen in your channel
thank you
@@uparjan1873 pls contact no to dbo neki
Beat machine moi engineer hoi assamot only 3 plan ase beatr.
Contact number to dbosn
1st
Ei machine 2r dam kiman aru kot poa jabo.kamtu korim buli vabisu
বুজাই দিয়াৰ বাবে ধন্যবাদ
Agbarhi jaok Dada Apuni
Machine Aru raw kinibole contact number diya hoi val asil
আপোনাৰ ঘৰ ক'ত জনাব নী কাৰণ ম ই বৰ বিমোৰত পৰিছো আপোনাৰ পেপাৰ প্লেত vidio টো দেখা পাই অলপ সকাহ পোৱা গৈছে
ময়ো পেপাৰ প্লেট বনোৱা উদ্যোগ এটা আৰম্ভ কৰিম বুলি ঠিক কৰিছিলোঁ।
কি ধৰণেৰে আগবাঢ়িব লাগিব কোনো সদাশয় ব্যক্তিয়ে জনালে নথৈ আনন্দিত হ'ম।
ক'ৰ পৰা আনিব লাগিব, কি ধৰণে আনিব লাগিব জানিব পাৰিলে ভাল আছিল।
ধন্যবাদ!
বহু নিবনুৱাক উপাৰ্জনৰ পথ দেখুৱাব এই চেনেলটোৱে 💚❤️🔱🕉️ আগুৱাই যাওঁক আৰু ভাল ভাল ভিডিঅ' দিয়ক।
thank you
Delhi machine quantiti eman val nhoi..machine hodai Gujarat Ahmedabad pra anibo lagey..moi ajon plastic enggr hoi mur exprencer falor pora kolu..kua karone beya npabo..bydwy..huvokamona thakil apunale.
Muk ata lgsl cntk nmbr2 Pam nki
Kosto aase dei..xohoj nohoi..dekhat xohoj Jen lage
Permission lagibo ne machine tur babe ?
Video hdai lage
এখেতৰ মেচিনৰ নিচিনা এখন মেচিন লবলৈ কত যোগাযোগ কৰিব লাগিব। তেখেতৰ ফোন নং টো পাম নে?
Dada moiu ai2 business korim buli vabisu olp help koribo ha dada
👍👍👍👍👍
Machine price?? Plzz jonabo
Eitu buisness tinsukiat koribo khujisu.kenedore koribo parim..?
Its examplery.
Phone no tu dioksun Dada brother jonor..... adin log kori ahim tekhetok
❤️❤️❤️❤️❤️👍👍👍
তেখেতৰ contact ন টো দিব লাগিছিল।
Mechine to gowahatit pamne dada
Manuh jonar cntc number pam nki...
ছাৰ মই এটা কথা জানিবলৈ বৰ ইচ্ছুক, কথাটো হ'ল --- "Detergent powder ৰ Raw material অসমৰ ক'ত পোৱা যাব" মই নগাঁৱৰ পৰা কৈছো 🙏🙏
Indiamart jai call karak
@@harjyotibhuyan8492 Thank you, but মই কি নিশ্চিত হ'ব পাৰো যে Indiamart ত ফোন নম্বৰসহ সকলো details দিয়া থাকে ?
তেখেতৰ যোগাযোগ নং টো দিব পৰা যাব নেকি।
Machince টো কত পোৱা য়ায়
দাদা মোছিনতো দাম কিমান জনাব পাৰিবনে মোৰ মন আছো আশাৰে
Aru unoti koribo asibade korisu