বিতৰ্কৰ মাজত পুনৰ জুবিন গাৰ্গ || 'Zubeen' audio clip sparks debate

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • বিতৰ্কৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গ। ভাৰতৰত্ন সংক্ৰান্তত ভাইৰেল হোৱা এটা অডিঅ’ টেপৰ আঁৰৰ ব্যক্তি জুবিন গাৰ্গ বুলি অভিযোগ কৰি দুখনকৈ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে। অৱশ্যে এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে জুবিন গাৰ্গে।

ความคิดเห็น • 1.7K

  • @TechTubeAssamese
    @TechTubeAssamese 5 ปีที่แล้ว +229

    Audio টো সম্পূৰ্ণ ৰূপে Edit কৰা হৈছে । কাৰণ Audio টোৰ মাজৰ কিছু অংশ mute কৰি দিয়া হৈছে ।
    ১ , জুবিন দাই এই গানটোৰ ৰিলিচ ন কৰাৰ আগতে without music use কৰি গাইছিল । Audio টোৰ প্ৰথম clip টো তাৰ পৰা লোৱা হৈছে
    ২ . ভাৰত ৰত্ন বুলি জুবিন দাই কেতিয়াবা টো কেতিয়াবা কৈছিল । So 2nd clip টো তাৰ পৰা লোৱা হৈছে ।
    ৩ . জুবিন দাই এবাৰ বিহু function ত ' ঘেন্টা ' বুলি মন্তব্য কৰিছিল । So 3rd clip টো তাৰ পৰা লোৱা হৈছে । কোনোবা মাহাপাগলে আমাৰ সকলোৰে মৰমৰ জুবিন দাক বিপদত পেলাব বিচাৰিছে ।

  • @sankarpatar5401
    @sankarpatar5401 5 ปีที่แล้ว +1

    সৰুৰে পৰা Zubeen দাৰ গান শুনি আহিছোঁ। তেওঁৰ গীতৰ পৰা আমি
    প্ৰেৰণা পাওঁ । গতিকে জুবিন দা (আমাৰ) আধুনিক যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু । ভাৰত ৰত্ন পোৱাটো আমাক নালাগে। এইয়া Zubeen দাৰ ওপৰত ষৰযন্ত ৰছিছে। আমি মানি নলওঁ।

  • @nikubarman6167
    @nikubarman6167 5 ปีที่แล้ว +125

    জন্মৰ পৰাই জুবিনদাৰ গান শুনিছো তেওঁৰ কন্ঠৰ লগত ভালকৈয়ে চিনাকী আছে মই ভাবো জুবিন গাৰ্গৰ বিৰুদ্ধে এয়া গভীৰ ষড়যন্ত্ৰ , বহুবাৰ শুনিলো audio টো মেকিং বুলি যিকোনোৱেই কব পাৰিব ৷ জুবিন দাই CAB ৰ বিৰুদ্ধে মাত মাতিছে বাবেই এইবোৰ কৰি তেখেতক স্তব্ধ কৰিব বিচৰা হৈছে ৷

  • @utpalkalita9677
    @utpalkalita9677 5 ปีที่แล้ว +1

    জুবিন দাক কোনে কি বেয়া কে কয় ৰে আমি সকলো আছোঁ জুবিন দাৰ লগত জুবিন দা আমাৰ হিয়াৰ আমধু i Love you Zubeen Da

  • @axomrupam6586
    @axomrupam6586 5 ปีที่แล้ว +110

    জুবিন দাৰ কটিত কিয় কামুৰি থকা জহৰা হত , কোন কুকুৰে জুবিন ডাক ফছাঁব খুজিছে

    • @joyhaque368
      @joyhaque368 5 ปีที่แล้ว +3

      Aitu kunuba BJP dalalor Kam.

    • @axomrupam6586
      @axomrupam6586 5 ปีที่แล้ว

      @@joyhaque368 yess

  • @simantakalita8679
    @simantakalita8679 5 ปีที่แล้ว +24

    জুবিন দাৰ হুবহু মাত কিছুমান মানুহে দিয়ে।জুবিন দাক কেনেকে direct কব পাৰে তেওঁ কোৱা বুলি।
    অবশ্যে কোনোৱে সমাজৰ কিবা এটা ভাল কৰিলে আঙুলিটোৱা মানুহ বহুত আছে।সেইবাবে জুবিন দাক এনেকে থাকে।কাৰণ জুবিন দা যে চিধা মানুহ।

  • @anupamgohain2150
    @anupamgohain2150 5 ปีที่แล้ว +108

    কোন কুৰে জুবীন ডাক ফছাইছে কেলা

    • @s.koriginalmusic8096
      @s.koriginalmusic8096 5 ปีที่แล้ว +1

      Knobi zubeen dk fosisa

    • @rcbjian8759
      @rcbjian8759 5 ปีที่แล้ว +1

      waah... zubeen da maat tu emn xohoj ne copy karibole

    • @rcbjian8759
      @rcbjian8759 5 ปีที่แล้ว

      zubeen dar maat kuneu uliabo nuware

    • @kowshikdeka5
      @kowshikdeka5 5 ปีที่แล้ว

      Ki. Koisile vdo tut baru

    • @ravaunik1021
      @ravaunik1021 5 ปีที่แล้ว +1

      @@rcbjian8759 k koisa zubbenr voice nett mari sa pondit

  • @lamaa9xx29
    @lamaa9xx29 5 ปีที่แล้ว +1

    আমাৰ জাতি মাটিৰ হকে লাগি থকা জুবিন দাই এইবিলাক অস্তিল কথা কিয় কব.... এইটো এটা ৰাজনৈতিক চক্ৰান্ত যেন পাওঁ..... দাদাই এনেকুৱা কাম কৰণাই আৰু আগলৈও নকৰে...

  • @anuraagsaikia
    @anuraagsaikia 5 ปีที่แล้ว +29

    1st e news tu huddho koi kouk mohaxoy.....
    thana khn dekhai ase Lanka...but koixe ako Doboka...
    ne axomiya khini porhute prbm hoixe baru...
    😁😁😁😁

  • @user-vp2vv8lv6e
    @user-vp2vv8lv6e 5 ปีที่แล้ว

    যদি এয়া সচাকৈয়ে সত্য, বহুতো বেয়া, কাৰণ আমি আসমৰ ৰাইজে জুবিনদাকো যতেষ্ট সন্মান কৰো, কাৰণ তেওঁ আমাৰ অসমৰ এটা অমূল্য সম্পদ, যদি তেওকো ভৱিষ্যতে কোনো ব্যক্তিয়ে অপমান ব্যক্ত কৰে এয়াও আমাৰ বাবে এনেধৰনৰেই অপমান হব , গতিকে যদি এইটো ভাষা যদিওঁ জুবিনে ব্যক্ত কৰিছে তেওঁ যতেষ্ট ভূল কৰিছে বুলি আমিও দাবি কৰিছো।

  • @sumayachowdhury7709
    @sumayachowdhury7709 5 ปีที่แล้ว +5

    Asolote manoh bhal manohok bodnam koribo besare. Ako ni zubeen da. kpt up.👍 Public aponar logot ase we love you 😳😳😳

  • @zubeenismyemotion8782
    @zubeenismyemotion8782 5 ปีที่แล้ว

    জুবিন দাৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ কৰা হৈছে । এইটো জুবিন দাৰ মাত হ'বই নোৱাৰে । জন্ম হোৱাৰ পৰা তেখেতৰ গান শুনি আহিছো ।
    কিন্তু এটা কথা ঠিক যে ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক একো ঘেণ্টাও কৰিব নোৱাৰে ।
    Jai Zubeen Daa 😍 😍.
    Jne ZG k support kre like krk . 👍

  • @kailashbaishya1993
    @kailashbaishya1993 5 ปีที่แล้ว +64

    জুবিনক ষড়যন্ত্ৰ কৰা হৈছে

  • @niyorburagohain2189
    @niyorburagohain2189 5 ปีที่แล้ว

    ঠিকেইটো কৈছে zubeen garg এ । ভাৰত ৰত্নটো সোমাই আছে politics । অসমত জ্বলি থকা আন্দোলনৰ জুইকুৰা নুমোৱাৰ এইয়া এক politics ।

  • @srimantadas7837
    @srimantadas7837 5 ปีที่แล้ว +5

    জয় জুবিন দা । আপোনাক কোনেও ফচাব নোৱাৰে। we are with u

  • @tanujtalukdar7657
    @tanujtalukdar7657 5 ปีที่แล้ว

    জুবিন গাৰ্গ বৰ্তমান অসমৰ সম্পদ l love you Zubeen da

  • @biplabnxt888
    @biplabnxt888 5 ปีที่แล้ว +6

    Technology is too advanced.....so don't believe easily

  • @utpalchandradas4407
    @utpalchandradas4407 5 ปีที่แล้ว

    Zubee da ৰ আমাৰ অসমৰ বিভিন্ন জন জাতীয় কাৰণে মৰি আছে

  • @helpeachother2780
    @helpeachother2780 5 ปีที่แล้ว +22

    Dinot 100 bar zubin dar gan hunu. But ai2 zubin dar voice nohoi

    • @nabajyotinath2329
      @nabajyotinath2329 5 ปีที่แล้ว +1

      কত আছে হে আপুনি

  • @hemantahaloi6763
    @hemantahaloi6763 5 ปีที่แล้ว

    সন্মান কৰিব নাজানিলে কৰিব নালাগে কিন্তু মৃত ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰাটো কিমান যুক্তিসংগত ?

  • @luitneel586
    @luitneel586 5 ปีที่แล้ว +9

    কি কেচ কৰিব লগা কথা দেখা পালে । ৰাজ্যত ইমান ডাঙৰ ডাঙৰ ঘটনা ঘটিব ধৰিছে আৰু তোমালোকে কি খাতিৰত নিজৰ মানুহ জনক ভৰি ভাঙিব বিছাৰিছা। কি কৰি আছে তেওঁ আজিও বুজা নাই। থানাত যোৱাতকে এতিয়া আপোনালোকে আৰু হাজাৰ জনক যাতে ৰাজ্যৰ লগতে জাতিৰ বচোৱা বাৰ্তা সকলো ৰাইজৰ মাজলৈ কঢ়িয়াই নিয়াৰ কামত লগ দিয়ক । । যদি নিজৰ কামৰ কাৰণে বেলেগক একো দিব পৰা নাই তেন্তে আনক দি থকা আৰু সঁচা কথাবোৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিব বিচৰা মানুহজনক আমনি নকৰি পলিতিস্ক নকৰি দুজন আৰু অসমীয়াক জাগ্ৰত কৰক বন্ধু। নিজৰ মাজতে কিমান টনা টনি লাগিব হয়নে।জাতিৰ বাবে এতিয়া কৰক চালানিৰ কথা বাদ দিয়ক

  • @bodanneog6551
    @bodanneog6551 5 ปีที่แล้ว

    জুবিনৰ পকৰত লাগি নাথাকি জাতি মাতি ভাষা সংস্কৃতিৰ চিন্তা কৰা জুবিন বিৰোধী দাদা সকল- জুৰ পুৰি হাত পালেহি,

  • @paglukhan9282
    @paglukhan9282 5 ปีที่แล้ว +16

    I love you zubeen da joi zd good song zubeen da

    • @lenovoa6197
      @lenovoa6197 5 ปีที่แล้ว +1

      Madarchutt mosilim

    • @paglukhan9282
      @paglukhan9282 5 ปีที่แล้ว

      @@lenovoa6197 mother India Hindu kela

  • @rons-topic1067
    @rons-topic1067 5 ปีที่แล้ว

    Right Indian Govt used bharat ratna and bhupen hazarika as a move for political benefits that's true. But bharat ratna and bhupen hazarika both are respected personality and award.

  • @Deshbhakti86
    @Deshbhakti86 5 ปีที่แล้ว +37

    Zareen da is right man.. Ji koi xosa kotha koi..

    • @montunath7221
      @montunath7221 5 ปีที่แล้ว +1

      কেলা ঘেন্টা পলিটিচ কৰ কৰ বিজেপি নিমখহাৰামী হত. ভূপেনদাক ইমান দিনে কিয় চিনি নাপালি , জুবিনদাক লেতিয়ালে কেলা কি হৱ গম পাই যাবি. আমি অসমীয়া জুবিণৰ লগত..

    • @r.dstyle4874
      @r.dstyle4874 5 ปีที่แล้ว

      Abe sutia ht. Zubeen a nje audio 2 koise. Proov fle. Fb sai lo. Atia ki kbi. Mokkel ht. . Bsi bhakti vl nhoi. Atia ko zubeen sutia bli. Ata bapekr putek hoi jdi thte

    • @1life141
      @1life141 5 ปีที่แล้ว +1

      Modahi zubeen he artist nohoy mokkel Hoy ...bhupen dar bhorir dhuli o hobo nuare jubeen a..Mal khai ji ti boki thake

    • @lalitatourtravels8367
      @lalitatourtravels8367 5 ปีที่แล้ว

      bal koi

    • @lalitatourtravels8367
      @lalitatourtravels8367 5 ปีที่แล้ว +2

      zubeen iman lebel kihor bollywood ot nu keita gan gaise sun kk arjit sonu kailash kher aibilak he singer

  • @rajeevborah5873
    @rajeevborah5873 5 ปีที่แล้ว

    Zubeen is our heart... No politics to Zubeen we love zubeen Garg

  • @amrahman797
    @amrahman797 5 ปีที่แล้ว +9

    Eya Zubeen garg r Voice nohoy....Eya ek Khorjontra... zubeen Mur khub val Friend, moi teur Voice val koi buji pau...Bohute Zubeen garg r same voice t gaan gabo pare buli teu zubeen hobo noare

    • @dhirajdey22
      @dhirajdey22 5 ปีที่แล้ว

      Zubeen garg'r fb page khn khuli last post tu sai louk ebar.

    • @ramenkalita546
      @ramenkalita546 5 ปีที่แล้ว

      Emman andho nohoba

  • @jyotidas4945
    @jyotidas4945 5 ปีที่แล้ว

    জুবিন দা ...এনে কেতিয়াও নকৰে কাৰন যি নিজতকৈ আনৰ সুখ বিচাৰে...

  • @tutututututu795
    @tutututututu795 5 ปีที่แล้ว +19

    Zubin da r voice nohoi... zubin da hindu Bangladeshi r karne mat matise j aikarne BJP r kukur bur karubak poisa di kam koraise....zubin zindabad...

    • @r.dstyle4874
      @r.dstyle4874 5 ปีที่แล้ว

      Okl bjp j nam loi aso. Geda . Congresa krbo pre. Proov ki ase be. 2r kne krse

    • @apratimbordoloi4056
      @apratimbordoloi4056 5 ปีที่แล้ว

      FB t sua, Zubin e nije koise buli mani loise

    • @proudhindustani214
      @proudhindustani214 5 ปีที่แล้ว

      +Everything You Need To Know 👍 👍 👍 kisuman e kebol BJP k e badnam koriboloi try kori thake

  • @hemangaboruah6073
    @hemangaboruah6073 5 ปีที่แล้ว

    Politics.......
    Jai zubeen da
    Love u dada.. Juny korisy ai2 tak Amer mazot ari diyok..

  • @bhaskarjyotideka3116
    @bhaskarjyotideka3116 5 ปีที่แล้ว +6

    Kunubai JUbin dar voice bnai dse,... mcn r through y d

  • @vargaab1
    @vargaab1 5 ปีที่แล้ว +1

    অসমক ভালপোৱা মানুহ জনে এনেকুৱা কাম কেতিয়াও নকৰে এয়া মোৰ দৃঢ় বিশ্বাস । এয়া এক ষড়যন্ত্ৰ।

  • @rekharoysingh6659
    @rekharoysingh6659 5 ปีที่แล้ว +4

    Zubeen Garg nohoi vl koi xunok clip to

  • @manabjyoti3834
    @manabjyoti3834 5 ปีที่แล้ว

    গ'ল্ডী দাৰ লগত অসমৰ ৰাইজ আছে, আৰু অসমৰ ৰাইজে ইমানো নজনা নহয়, যে জানে প্ৰকৃততে এইবোৰ কিহৰ বাবে হৈছে আৰু এইয়া জুবিনৰ বিৰুদ্ধে কাৰ নিকৃষ্ট ষড়যন্ত্ৰ। একপ্ৰকাৰে ভালেই হৈছে পুলিচে প্ৰকৃত সত্য উদ্ঘাটন কৰি দোষিক কৰায়ত্ত কৰিব বুলি আমি আশাবাদী ।

  • @dikukashyap5281
    @dikukashyap5281 5 ปีที่แล้ว +14

    aitu Zubeen r e kntho hoi...100% sure

    • @dikukashyap5281
      @dikukashyap5281 5 ปีที่แล้ว +4

      oi vai sa yat Maa Deuta kako invlv nkrbi vlke koisu

    • @dikukashyap5281
      @dikukashyap5281 5 ปีที่แล้ว +2

      Rahul Arandhara toi kio loli jnmo mori ja na kio jiyai asa

    • @deka_da
      @deka_da 5 ปีที่แล้ว

      Maror gida khon lewra

    • @MotivationDuniya8839
      @MotivationDuniya8839 5 ปีที่แล้ว

      Kela..bjp r lidar

    • @dikukashyap5281
      @dikukashyap5281 5 ปีที่แล้ว +2

      Dhruba Jyoti kutta r puali dom ase jodi agt ahi kw Mk...kukuror puali

  • @lahon3131
    @lahon3131 5 ปีที่แล้ว

    জুবিন দা great.তেঁও লগত লাখ লাখ জনতা আছে।

  • @adityadas440
    @adityadas440 5 ปีที่แล้ว +21

    Zubin da nahai aibur knbai mimicri korise

  • @Sacrifix_music
    @Sacrifix_music 5 ปีที่แล้ว

    Zubeen da the whole Assam is with you...u don't tense .....
    Aye video clip tu Zubeen dak fosable knuba sudurbhai a bonaise...Ami sbe Zubeen dar lgt asu

  • @jayantabayan3590
    @jayantabayan3590 5 ปีที่แล้ว +8

    Voice tu forensic test koribo lage. Aru jun dukhi tar punishment hobo lage.Dr.Bhupen Hazarikr beya bebohar kora mani lobonuwari,lage june nohouk kiyo.

    • @nightsuper9742
      @nightsuper9742 5 ปีที่แล้ว +1

      toi 2000 toka bhokto

    • @assambikerjitu1142
      @assambikerjitu1142 5 ปีที่แล้ว

      Voice to cut kori aku join korise BJP r kunuba pohonia kukure

    • @ansumanbordoli7527
      @ansumanbordoli7527 5 ปีที่แล้ว +1

      Ji ai nhowk zubeen da anekuwa koriboi nuware .... Fosaise kunuba bjp .....

    • @jayantabayan3590
      @jayantabayan3590 5 ปีที่แล้ว

      @@nightsuper9742 toi ki koiso moi bujanai. Moi ji dekhisu takehe koisu. Zubindai nije ai bikhoyt ata statement dilei sob khula khuli hoi jabo. Moi zubin dak dukh diyanai. June korise tar kothahe koisu.

  • @pranjalpratim2335
    @pranjalpratim2335 5 ปีที่แล้ว

    মিডিয়াই ভাল এডিটৰ ৰাখিছে কিন্তু দেই। ইমান ধুনীয়াকৈ এডিটিং কৰা জনক হে কিবা উপাধিৰে সৈতে সন্মান প্ৰদান কৰিব লাগে। মোৰ মনে কয় এই অডিঅ' ক্লিপ কেইটা জুবিন দাৰ কন্ঠস্বৰ হয় যদিও ই মেকিং। কাৰন জুবিন দাই গোটৈই কেইটা শব্দ বেলেগে বেলেগ কোনোবা বেলেগ বেলেগ স্হানত উচ্চাৰন কৰিছিল আৰু তাকেই সজাই পৰাই ন ৰূপ দি কোনোবা দুস্কিতীকাৰিয়ে ভাইৰেল কৰিছে।

  • @RajkumarDasHD
    @RajkumarDasHD 5 ปีที่แล้ว +5

    Zubeen da right. ❤

    • @umagogoi929
      @umagogoi929 5 ปีที่แล้ว

      ji kais3 tàk fàß8 dibà làge

  • @shemicreation2790
    @shemicreation2790 5 ปีที่แล้ว

    জুবিন দাৰ উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ জুবিন দা অসমৰ বা ভাৰতৰ কোনো কথাই বেয়াকৈ কব নোৱাৰে।।।।।।

  • @mrinmoynathnath4359
    @mrinmoynathnath4359 5 ปีที่แล้ว +5

    Eitu Zubin dar mat nahoi man di audio tu xunok

  • @nmdeka6636
    @nmdeka6636 5 ปีที่แล้ว

    Jubeen dar nisina axomiak bhal poa manuhe ji kaleo bhal pao....eman talent thakio konodin axomok era nai....teo amar hoak....luv u jubeen da

  • @realkathakom5777
    @realkathakom5777 5 ปีที่แล้ว +3

    Bharat ratna powa tu ami support kro but bhupen da ajon bjp r famous worker asile ay o kin2 misa nhoy Google t payso

  • @mridulmridulhaloi1243
    @mridulmridulhaloi1243 4 ปีที่แล้ว

    জয় আই অসম জুবিন দা ঘেনতা খাতিৰ নকৰিৱ জুবিন দা

  • @ImranKhan-uw6mv
    @ImranKhan-uw6mv 5 ปีที่แล้ว +7

    Zubeen Da moja I love you

  • @chitraranjanbaruah3217
    @chitraranjanbaruah3217 5 ปีที่แล้ว

    Aitu zubeen da voice katiau hobo nuara aitu amr oti moromor zubeen dakk fosua porikolpona ... Zubeen da jinda bat

  • @kamaldeka4013
    @kamaldeka4013 5 ปีที่แล้ว +3

    Sab tokar gorm

  • @unknowntuber1803
    @unknowntuber1803 5 ปีที่แล้ว

    জুবিনে সদায় সচা কথা কয়।এতিয়া নগৰিকত্ত্ব সং খুধ্বনী ২০১৬ বিলৰ বিপৰীতে মাত ‌মতাৰ বাবে এই য়া কাৰোবাৰ খৰযন্ত্ৰ।কৰা হব পাৰে গম পাইছে নিজকে।এইয়াই আমাৰ গণতান্ত্ৰিক অসমীয়া ৰ অধিকাৰ।লাজ লাগে এজাহাৰ দিছে। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব ।এনেই কোৱানাই এই মহান ভাৰত ৰত্ন দেবে।তেওঁ গাই যোৱা পতিতো শব্দ সচা প্ৰমাণিত হৈছে।

  • @abhijitsaikia6476
    @abhijitsaikia6476 5 ปีที่แล้ว +12

    BJP r samsa r ga lorise etiya😂

  • @mysticbeginning2173
    @mysticbeginning2173 5 ปีที่แล้ว +1

    We love you Zubeen da..

  • @bijuphukan5275
    @bijuphukan5275 5 ปีที่แล้ว +4

    news channel Murdabad sob Murdabad ZUBEEN GARG ZINDABAD, ASSAM ZINDABAD

    • @dhrubjyoti6091
      @dhrubjyoti6091 5 ปีที่แล้ว +1

      Biju Phukan bharot jindabad

  • @pallabidas650
    @pallabidas650 5 ปีที่แล้ว

    Xob hoijjo korem... But mur moromor zubeen dar uprt anakua bodnam moi hoijjo nkoru katiao...zubeen da protaikjon akhomiar monot hojib hoi ase... Ru hodai hoi thakibo... Aibur misa bodnam japi d ki lav...ghentao aku korebo nuare...zubeen da mur bhutttt moromor... Moi hoijjo nkoru katiao taur ktha kiba bea k ulua2.. So comment nkore nuarelu....ami hokolu asu zubeen da lgt ru hodai thakim.... Zubeen da protaikjon akhomiar bukut hodai jiai thakibo..1ta bodnam a ghentao tolole nibo nuare....JoY Zubeen da... I always luv u....

  • @sansumaboro5593
    @sansumaboro5593 5 ปีที่แล้ว

    Jubin da a hoi but political r time ahi ase je so atia he bhupen daak varot ratna kio dile vote r usorot... Vote r agot baa pisot kio nedile... Jubin daaa is always great... Jubin dai Bhupen Daa K gali nai Diya only political system tu lagi dise thank you lot my dear best dada 🙏🙏🙏🙏

  • @nilimamandal4495
    @nilimamandal4495 5 ปีที่แล้ว

    Zubin da is very straight forward person..
    Teu aneke ketiau nakoi
    Teu mantabya krile directly krilhetn... sure zubeen dak fosabo bisora ata shakranta...

  • @deepkumarnath1994
    @deepkumarnath1994 5 ปีที่แล้ว

    জুবিন গাৰ্গ তুমি এজন ডাঙৰ গায়ক কিন্তু ভূপেন হাজৰিকা দেৱক অসন্মান নকৰিৱা…।।।
    তুমাৰ নিচিনা কন্ঠ অসমত নেথাকিৱ পাৰে কিন্তু ভাৰতত বহুত অাছে।।
    ভূপেন হাজৰিকা দেৱে ভাৰত ৰত্ন পোৱাটোত তুমি গৰ্বিত হব লাগিছিল কিন্তু তুমি এনে অশ্ৰব্য বাক্য কোৱাটো নিন্দনিয়।।।
    যিমানেই গান নাগাওঁক কিয় ভূপেন হাজৰিকাদেৱৰ ঠাই কোনেও লৱ নোৱাৰে।।।

  • @nipankarkalita6639
    @nipankarkalita6639 5 ปีที่แล้ว

    এইটো হবই নোৱাৰে । কিছুমান চকুচৰহা লোকে এইবোৰ কৰিছে । জয় জুবিন দা

  • @hk7754
    @hk7754 5 ปีที่แล้ว

    সকলো অসমপ্ৰেমী ৰাইজে বাংলাদেশি পেৰেমি জাতিদ্ৰোহী বিজেপিৰ সমথক নেতা কম্মী দেখিলেই শাৰিৰিক ভাবে আক্ৰমন কৰক পিতন দিয়কৱ। সিহতক কায্যলয় অফিচ বোৰত অগ্নি সংযোগ কৰক । ঘৰলৈ শিলগুতি দলিওৱাক । বিজেপি নেতা চলন্ত গাড়িৰ আইনাক লক্ষ্য কৰি শিলগুতি মাৰক । সকলো প্ৰকাৰে সবশক্তিৰে অসমীয়া জাতিৰ স্বাথত এই বিজেপিৰ দালাল বোৰ সন্ত্ৰষ্ট কৰি ৰাখক যাতে কুকুৰ হতে ঘৰৰ পৰা ওলাব নোৱাৰা হয় । গনতান্ত্ৰীক প্ৰতিবাদক গুৰুত্ব নিদিয়া বিজেপি নামৰ অসম আৰু অসমীয়া বিৰুধি দলতোক গৰুপিতন দিলেহে কামত আহিব ।

  • @bisteernamedhi1492
    @bisteernamedhi1492 5 ปีที่แล้ว

    it's not Zubeen da's voice..now don't play your dirty politics with him ! we all respect him n we are all with him

  • @balenbarman3640
    @balenbarman3640 5 ปีที่แล้ว

    ময়ে এইটো জুবিন দাৰ কণ্ঠ নহয় কোনোবাই এইটো ফান পাতিলে

  • @nameless5072
    @nameless5072 5 ปีที่แล้ว

    Zubeen garg pride of our Assam...moi zubeen dar lgt asilu aru thkim

  • @bidyutjun4422
    @bidyutjun4422 5 ปีที่แล้ว

    I believe to zubin da ... his right man , and right tage ... aru zubin Dai kaku vool koi nokoi ... I am believe that for zubin da

  • @soniaakhtar9118
    @soniaakhtar9118 5 ปีที่แล้ว

    Zubeen dai sb xsa ktha koi..Tar krne dadak bht a bea py bea nu ki krib dadak ami lgt asu. Love u soooo much.

  • @rahulzgrock7739
    @rahulzgrock7739 5 ปีที่แล้ว

    I love you zubeen da very very good song zubeen da joi zd

  • @arohiaslam3506
    @arohiaslam3506 5 ปีที่แล้ว

    i love zubin sir....we are with you .....

  • @RR-oo2wf
    @RR-oo2wf 5 ปีที่แล้ว

    জুবিন বুৰ্বক নহয় , জুবিনৰ দৰে কণ্ঠ বহুত নতুন গায়কৰ আছে , তাৰে সহায় লৈ ফছোৱা হৈছে জুবিন দাক

  • @tozolozo4323
    @tozolozo4323 5 ปีที่แล้ว

    I am 100% sure this case is registered by Shiladitya against zubeen

  • @bedantadas7339
    @bedantadas7339 5 ปีที่แล้ว

    Zubeen da you are Rock
    No one can defeat you this time

  • @mmkhanikar9625
    @mmkhanikar9625 5 ปีที่แล้ว

    Zubeen daak jiman dur janu ....zubeen daii bhupen hazarikak bohut respect kre

  • @noshow1150
    @noshow1150 5 ปีที่แล้ว

    I support zubeen da, he is best❤️

  • @jkgaming3765
    @jkgaming3765 5 ปีที่แล้ว

    jubin daye j JONOJATI koron ain khnr biruddhe mat mtsil sei bbe teok fosuar uddesye eitu kam krise....june ji koi nkoi njnu but mur full blv ase j eitu audio jubin daye kra nai....jubin dar fan sokle jdi mur soite sohomt te mur comments tuk like kri diba

  • @HarishGogoi
    @HarishGogoi 5 ปีที่แล้ว

    audio, video, photo এইবোৰ editing কৰি যিকোনো অপপ্ৰচাৰ চলোৱাতো bjp media cell ৰ কোনো নতুন কৌশল নহয়। আৰু জুবিন দা -য়ে যদিও কৈছে তেতিয়াহ'লে ঠিকেই কৈছে। আমাৰ ভূপেনদাই ভাৰতৰত্ন নাপালেও মনত থাকে। ভাৰতৰত্ন ৰ টোপ দি CAB জাপি দিয়াৰ bjp কৌশলক ভূপেনদাইও ঘেণ্টা বুলি এ কলে হয়।

  • @newsvedioentertainmentasam9099
    @newsvedioentertainmentasam9099 5 ปีที่แล้ว

    zubeen garg zindabad ..zubeen garg .no dukhi

  • @abdulnur2484
    @abdulnur2484 5 ปีที่แล้ว

    Zubeen da dont worry all india you..keep up...

  • @saiyedulcreation
    @saiyedulcreation 5 ปีที่แล้ว

    Simple, diverting our people from CAB

  • @ni2lchoraideo893
    @ni2lchoraideo893 5 ปีที่แล้ว

    Audio তো সম্পূৰ্ণৰূপে edit koraa..ভুৱা বাক্য।।।।. এইয়া জুবিন দাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ।। কিয়নো জুবিন দাই CAB বিৰুদ্ধে জংগী আন্দোলনৰ হুংকা দিছিল ।। আৰু আন্দোলনো আৰম্ভ কৰিছিল ।। কিছুমান জাতি মাটি বিকিব বিচৰা দৃষ্টিতি কাৰীয়ে audio joiner appor জৰিয়তে এই audio টু সম্পূৰ্ণৰূপে edit কৰি বনাইছে । যিটো app paly store ত সহজে পোৱা যায় ।। আজি যিটো audio word কেইটাৰ কাৰণে জুবিনদাক বিতৰ্কৰ মাজলৈ নি যি সকল দৃষ্টিতি কাৰিয়ে CAB আন্দোলনৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে সেইসকলে বুজা উচিত যে জুবিন দাক এনেকুৱা ষড়যন্ত্ৰ ই ঘেন্তা হিলাব নোৱাৰে ।। মন কৰিলে দেখা যায় জুবিন দাই ভূপেন হাজৰিকা দেৱে ভাৰত ৰত্ন পোৱাটো বিচাৰি ছিল তাৰ কাৰণে মাত মাতি আহিছিল ।। আজি ভূপেন হাজৰিকা দেৱে ভাৰত ৰত্ন সন্মান পোৱা বাবে জুবিন দা ৰ লগতে প্ৰতি জন প্ৰকৃত অসমীয়া গৌৰান্বিত।। ।অসমৰ পৰা খেদা খাব লগা যি সকলে এইবোৰ কৰিছে সেইবোৰে গম পাইছে যে অসমত সিহঁতৰ বেছি দিন নাই। অসমীয়াৰ পিটন খাবলৈ বেছি দিন নাই আৰু কিছুমানে খায় আছে। "ঘেন্তা" অসমৰ জাতি মাটি ভেঁতি বিকিব বিচৰা চৰকাৰে যি CAB ৰ নিচিনা এখন বিল উত্থাপন কৰিছে তেনেস্থলত চৰকাৰ ৰ কামকাজক ""ঘেন্তা ""বুলি কোৱাটো গ্ৰহণযোগ্য।। আৰু এই খেদা খাব লগা সুবিধাবাদী বোৰে শব্দ বোৰৰ সংগ্ৰহ কৰি এটা মিছা ভুৱা audio clip edit কৰি সমাজত দাঙি ধৰিছে এটা যুক্তিহীন, অর্থ হীন, মিছা প্ৰমানিত এটা ক্লিপ।।।।

  • @abhip3822
    @abhip3822 5 ปีที่แล้ว +1

    Absolutely sure it's the famous voice of Assam.yet it should be inquired into to reveal the truth.who ever it may be,must brought to prosecution.its the matter of harming pride of Assam.

    • @nightsuper9742
      @nightsuper9742 5 ปีที่แล้ว

      u r harming d pride of assam..joi zubeen da

  • @gawoliyaloraassam
    @gawoliyaloraassam 5 ปีที่แล้ว

    eito misa hoi zubbeen da r birodhe konobai enedore khorojontro korise...karon zubeen da i CAM r birudhe mat matise babe....eiya sob false hoi...jai zubeen daa...jindabad zubee da🙌

  • @rahulchoudhury1809
    @rahulchoudhury1809 5 ปีที่แล้ว

    Zubeen is a legend but bhupenda is a god...

  • @krishnadeka5189
    @krishnadeka5189 5 ปีที่แล้ว

    Zubin daa l love u. I am always with u.

  • @HOBONEKI
    @HOBONEKI 5 ปีที่แล้ว

    BITORKO BITORKO
    জয় আই অসম

  • @nayanpaul6871
    @nayanpaul6871 5 ปีที่แล้ว

    Congress e bhupen daak Bharat Ratna Diya nachil,BJP e dise,jubin da enekuya kaam ketiyao koribo nuyarey,zubin da bahut Val manuh,communal manuh nohoy,I m big fan of zubin garg.

  • @mukshidulali6633
    @mukshidulali6633 5 ปีที่แล้ว

    Zubeen da is always rocks

  • @amarshopnotumi3732
    @amarshopnotumi3732 5 ปีที่แล้ว

    Barot rotno kor Pora ahil...aya ak dusto chakrontor Kam...
    I lv u jubeen Da

  • @bankimsarma6359
    @bankimsarma6359 5 ปีที่แล้ว

    Fact should come out, at least for departed soul of Bhupenda

  • @tiktokvideochannel4267
    @tiktokvideochannel4267 5 ปีที่แล้ว

    Apunak lage neki j zubeen dai anekua koribo buli !!!!! Nokore ketiao nokore😏😏😏😏😏😡😠😠😡
    Zubeen da is real hero 🕴🕴

  • @shineaxom9693
    @shineaxom9693 5 ปีที่แล้ว

    Politics নকৰিবা বন্ধু ।
    টোপ দিছে 😊

  • @minnahazarikahazarika7043
    @minnahazarikahazarika7043 5 ปีที่แล้ว

    Khiladitta nisina kua Nai aru I love u zubeen Da...

  • @debenrabha7413
    @debenrabha7413 5 ปีที่แล้ว

    Zubeen dai ji gaise 100% right gaise ....

  • @sibanjanpurkayastha1953
    @sibanjanpurkayastha1953 5 ปีที่แล้ว

    I don't understand why people treat him as a god..

  • @jollywoodboy850
    @jollywoodboy850 5 ปีที่แล้ว

    BJP এ politics কৰিল জুবিন দাৰ লগত.... জুবিন দাৰ কিবা কবলে মন গলে সকলোৰে আগত কব ... 7sec audio বনাই নকয়

  • @alwaysridip6604
    @alwaysridip6604 5 ปีที่แล้ว

    Zubeen da always ri8....

  • @jitanup1404
    @jitanup1404 5 ปีที่แล้ว

    Ghnta Kela bjp Kam ni.. Zubeen_garg nije bjp airi xihotr bhut prblm Hb... But zubeen da lgt Ami xukolo aso... Zubeen_garg zinda baat

  • @moonliteentertainment5929
    @moonliteentertainment5929 5 ปีที่แล้ว +1

    Jubin da is innocent .This audio clip is totaly dublicate.

  • @prabaldeka8855
    @prabaldeka8855 5 ปีที่แล้ว

    Voice তো জুবিন দাৰ হওঁক বা নহওঁক জুবিন দাই কিয় ৰাজহুবা স্থানত অস্লিল শব্দ বোৰ ব্যবহাৰ কৰি থাকে বাৰু

  • @prolevelcompete
    @prolevelcompete 5 ปีที่แล้ว

    Amar khaar khua axhomiya bure nijor manuhor logote kaajiya jeng logai moribo. Yaar laabh uthaiye tu political party bure amar sentiments or logot khele.
    PS: This is Zubeen Da's voice. But it is very smartly edited. The words had been merged although he hasn't uttered them together.
    He respects Bhupen Hazarika.
    And why BJP is so involved in this?
    May be BJP itself has put the bait I guess.

  • @rajdas-xk8ub
    @rajdas-xk8ub 5 ปีที่แล้ว

    No respect for jubin from today onwards he does so much mysterious n nonsensble everytime but love him always as his boldness n talkative but this time our pride our national precious award my goddess how jubin can do such stupid oh my God.

  • @dipankarbaruah9485
    @dipankarbaruah9485 5 ปีที่แล้ว

    জুবীন দা জিন্দাবাদ।।।

  • @njdeka1907
    @njdeka1907 5 ปีที่แล้ว

    অডিঅ' ক্লিপটোত ভূপেনদান উদ্দেশ্য কৰি কোৱা কোনো অপমানসূচক কথা নাই যেন মোৰ বোধ হয়…