নব প্ৰজন্মৰ হাৰ্ট থ্ৰব উৎপল দাস আৰু ৰুহি আমিন বৰাৰ ৰোমান্টিক যুটিৰে থিয়েটাৰ সূৰ্য্যৰ মহা আয়োজন।

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 มิ.ย. 2024
  • নব প্ৰজন্মৰ হাৰ্ট থ্ৰব উৎপল দাস আৰু ৰুহি আমিন বৰাৰ ৰোমান্টিক যুটিৰে থিয়েটাৰ সূৰ্য্যৰ মহা আয়োজন লগতে মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাস, মৃণালদ্বীপ গোস্বামী, ৰাতুল শইকীয়া, প্ৰতিভাসম্ন অভিনেতা মঞ্জিল বৰুৱা , অমৰেন্দ্ৰ অলম্যান, দীপাংকৰ তালুকদাৰ ,মৌচুমী লস্কৰ, ৰূপৰেখা গোস্বামী, অচ্যুত কলিতা আৰু প্ৰীতম গগৈ অভিনয়ৰে সমৃদ্ধ তিনিখন ভিন্ন ৰুচি সম্পন্ন নাটক ক্ৰমে প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট, অভিজিত ভট্টাচাৰ্যৰ মৰমত তেজৰ টোপাল , ৰঙা গোলাপক প্ৰস্তাব লৈ সাজু আমি । আগন্তুক এই নাট্যযাত্ৰাৰ শুভ আখৰাগৃহ মুকলি কৰিম অহা ৮ জুলাইত । আপোনালোকৰ মৰম আশীৰ্বাদ চিৰকাম্য এই নাট্যযাত্ৰাৰ বাবে...
    #unfrezzmyaccount #music #assamesetheatre #prastutiporasor #zubeengarg

ความคิดเห็น •