ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oh my God what a heart touching song.
Khub sundor
duyure hundor kontho
গীত টি দুয়োৱে প্ৰাণ ঢালি পৰিবেশন কৰিছা। ভাল লাগিল। দুয়োজনৰে কন্ঠ শুৱলা ।
Very Very sweet voice and song God bless your s
বৰ ধূনীয়াকৈ গাইছে। আগবাৰি যোৱা ।
বৰ ধুনিয়া লাগিছে ।শুভেইছো থাকিল
অসমৰ লৰা এনেকুৱা হব লাগে .!❤❤
অতি সুন্দৰ, সুৰীয়া, ভাল লাগিছে।গীতটিয়ে নব আৰু ধাত্ৰীৰ কণ্ঠত প্ৰাণ পাই উঠিছে। ধন্যবাদ দুয়োলৈ থাকিল অসীম।
Purani geet bor bhal laga moza
বহুত সুন্দৰ
Bohut xundor
Bohut dhunia...❤❤❤
সুন্দৰ গীত আৰু গাইছে দুয়ো ভালকৈ।❤❤
অতি সুন্দৰ পৰিবেশন ।❤
ৱাও নব দা ইমান দিনে বজোৱা হে দেখি আহিছোঁ, গান গোৱা আজিহে দেখিলোঁ, বঢ়িয়া গাইছে like professional singer👍❤️❤️
Ryyoy yg6yyyo😮yytyi6y6yyy666y
অতি সুন্দৰ গান আজি ৰ পৰা বহু বছৰ আগতে বাইদেউৰ গানটো শুনিছিলো আজি পুনৰ শুনি খুব ভাল লাগিছে। বহুত ধন্যবাদ। যোৰহাট।
বৰ সুন্দৰ হৈছে দেই ❤❤
অতি সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছোঁ দুয়ো জনক।
bor dhunia gaisa duyu
Hundor❤❤❤❤❤
Bhal lagil xuni ❤ best wishes thakil aru xundor xundor geet xunibo pam buli
Very very sweet nava da
Excellent performance ❤❤
Dhuniakoi gaaisa. Bhaal lagil.
বৰ সুন্দৰ পৰিৱেশন 👌👌 শুভেচ্ছা থাকিল 💐💐
Dhuniya ❤
Very Nice__all the best thakil dujonloike Thanku
Bahhhh. Excellent. Just. like. Dipenda. S. Feel.
Val,Lagil,dai
Heart touching song ,God bless you
বহুত ভাল লাগিল। ইমান সুন্দৰ কণ্ঠ দুয়োজনৰ।
Khub val lagil.puroni geet bor natunke gowa babe😊
Mojah ❤❤❤ val lagil dada
সুন্দৰ, বেহৰবাৰী আউটপোষ্ট ত আজি তৰা বাৰ মুখত গানটো শুনি চিধাই ইয়ালৈ আহিলো, মজা
Thank u
EXELELENT SHOT Varry varry nice
অতি সুন্দৰ হৈছে
বহুত সুন্দৰ হৈছে।এই Dharitri Das বহুত সৰুতেই Tv ত দেখিছিলো।বহুত কষ্ট কৰি গিতাৰ বজাই গানগাইছে ল'ৰা টোৱে
Bohut vl lagil gaa juraii dle❤️👍👍
বহুত সুন্দৰ পৰিৱেশন 🙏 বহুত ভাল লাগিল শুনি 👌👌👌👌💯💯
11a
ইয়াতকৈ আৰু ভাল হব লগা সুনদৰ হৈছে
Nice, borhia val lagise good
Val lagil
আগলৈ ভগৱানে আগুৱাই যোৱাত সহায় মেন ।তাৰে কামনা কৰি লো।
So sweet voice, bro and sis
Both are very sweet. Heard again and again. Very sweet voice.
Best singer .
Very nice.Plz keep up.
Iman dhunia hoise.
Sundor lagise suni amoni nalage.
Dada bahut val lgise ❤
Bohut dhunia
Good luck 👍👍🙏
বৰ ধুনীয়া হৈছে।
সুন্দৰ। আজলী নবৌ লৈ মনত পৰি গল।
Oh my God .
বহুত বহুত ভাল লাগিল ।সুন্দৰ কণ্ঠ ।
শুনি বহুত ভাল লাগিল❤❤❤
ভাল লাগিল.
Both singer's voice is very sweet
Lovely Dada... and sìs
Lovely voice _____lovely tune____👍 dhunia lagile____ ❤️❤️
both very sweet
Bohut val lagileAru bonaba agoloi
সুন্দৰ সংগীত selection কৰিছা আৰু ভাল হৈছে ৷
শুনি ইমান ভাল লগা গান, বাৰে বাৰে শুনিলেও আমনি নালাগে।।।🥀🥀
ধুনীয়া হৈছে
সুন্দৰ। 👌👌👍
সঁচাকৈয়ে কবলৈ ভাষা কম হৈ পৰিছে কি সুন্দৰ
God bless you..
Very nice👍👍
ৱাও ।প্ৰথম শুনিলোঁ ।ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤অতিৰিক্ত একো নাই ,মনৰ পৰা গোৱা গান ।
Excellent voice
ভাল লাগিছে ❤❤
সুন্দৰ👌👌👌
বঢ়িয়া !
❤❤❤
Hundro
আশীৰ্বাদ থাকিল
Beautiful voice love to hear again n again
#under 👍👍👍👍👍👍👍👍👍👍
সুন্দৰ হৈছে
Bohut val lagil dada
মন চুই গল দাদা। আগলৈ আৰু আশা কৰিলোঁ।
very sweet song.
Best !
বাহ কি ধুনীয়া, চেহেৰাও ধুনীয়া গানটো ধুনীয়া ।
Best of the hit song
Best of your life
Borhiya nobo da
বহুত ভাল লাগিছে শুনি
Bohut bahut dhainyabaat thakil
😊😊😊😊
সাবলীল কণ্ঠ,কোনো কৃতিমতা নাই। দ্বীপেনদাৰ গীতে আকৌ প্ৰান পালে নব আৰু ধাত্ৰীৰ কণ্ঠত। ধন্যবাদ দুয়োলৈ।
So beautiful😍❤
Moja lgil
Nice Beautiful
ভাষাৰে বুজাৱ নোৱাৰা । ❤️❤️
ফেচবুকত দেখি লগা লগ ইউ টিউবত বিচাৰিলোঁ।।।বহুত সুন্দৰ ।আপ্লোত নহৈ নোৱাৰিলোঁ ❤️love from Jorhat titabor ❤️
THANK U SO MUCH
So beautiful voice.fromnmale and female singers
Very nice
Superb
Oh my God what a heart touching song.
Khub sundor
duyure hundor kontho
গীত টি দুয়োৱে প্ৰাণ ঢালি পৰিবেশন কৰিছা। ভাল লাগিল। দুয়োজনৰে কন্ঠ শুৱলা ।
Very Very sweet voice and song God bless your s
বৰ ধূনীয়াকৈ গাইছে। আগবাৰি যোৱা ।
বৰ ধুনিয়া লাগিছে ।শুভেইছো থাকিল
অসমৰ লৰা এনেকুৱা হব লাগে .!❤❤
অতি সুন্দৰ, সুৰীয়া, ভাল লাগিছে।গীতটিয়ে নব আৰু ধাত্ৰীৰ কণ্ঠত প্ৰাণ পাই উঠিছে। ধন্যবাদ দুয়োলৈ থাকিল অসীম।
Purani geet bor bhal laga moza
বহুত সুন্দৰ
Bohut xundor
Bohut dhunia...❤❤❤
সুন্দৰ গীত আৰু গাইছে দুয়ো ভালকৈ।❤❤
অতি সুন্দৰ পৰিবেশন ।❤
ৱাও নব দা ইমান দিনে বজোৱা হে দেখি আহিছোঁ, গান গোৱা আজিহে দেখিলোঁ, বঢ়িয়া গাইছে like professional singer👍❤️❤️
Ryyoy yg6yyyo😮yytyi6y6yyy666y
অতি সুন্দৰ গান আজি ৰ পৰা বহু বছৰ আগতে বাইদেউৰ গানটো শুনিছিলো আজি পুনৰ শুনি খুব ভাল লাগিছে। বহুত ধন্যবাদ। যোৰহাট।
বৰ সুন্দৰ হৈছে দেই ❤❤
অতি সুন্দৰ কণ্ঠ । ধন্যবাদ জনাইছোঁ দুয়ো জনক।
bor dhunia gaisa duyu
Hundor❤❤❤❤❤
Bhal lagil xuni ❤ best wishes thakil aru xundor xundor geet xunibo pam buli
Very very sweet nava da
Excellent performance ❤❤
Dhuniakoi gaaisa. Bhaal lagil.
বৰ সুন্দৰ পৰিৱেশন 👌👌 শুভেচ্ছা থাকিল 💐💐
Dhuniya ❤
Very Nice__all the best thakil dujonloike Thanku
Bahhhh. Excellent. Just. like. Dipenda. S. Feel.
Val,Lagil,dai
Heart touching song ,God bless you
বহুত ভাল লাগিল। ইমান সুন্দৰ কণ্ঠ দুয়োজনৰ।
Khub val lagil.puroni geet bor natunke gowa babe😊
Mojah ❤❤❤ val lagil dada
সুন্দৰ,
বেহৰবাৰী আউটপোষ্ট ত আজি তৰা বাৰ মুখত গানটো শুনি চিধাই ইয়ালৈ আহিলো,
মজা
Thank u
EXELELENT SHOT Varry varry nice
অতি সুন্দৰ হৈছে
বহুত সুন্দৰ হৈছে।এই Dharitri Das বহুত সৰুতেই Tv ত দেখিছিলো।বহুত কষ্ট কৰি গিতাৰ বজাই গানগাইছে ল'ৰা টোৱে
Bohut vl lagil gaa juraii dle❤️👍👍
বহুত সুন্দৰ পৰিৱেশন 🙏 বহুত ভাল লাগিল শুনি 👌👌👌👌💯💯
11a
ইয়াতকৈ আৰু ভাল হব লগা সুনদৰ হৈছে
Nice, borhia val lagise good
Val lagil
আগলৈ ভগৱানে আগুৱাই যোৱাত সহায় মেন ।তাৰে কামনা কৰি লো।
So sweet voice, bro and sis
Both are very sweet. Heard again and again. Very sweet voice.
Best singer .
Very nice.
Plz keep up.
Iman dhunia hoise.
Sundor lagise suni amoni nalage.
Dada bahut val lgise ❤
Bohut dhunia
Good luck 👍👍🙏
বৰ ধুনীয়া হৈছে।
সুন্দৰ। আজলী নবৌ লৈ মনত পৰি গল।
Oh my God .
বহুত বহুত ভাল লাগিল ।সুন্দৰ কণ্ঠ ।
শুনি বহুত ভাল লাগিল❤❤❤
ভাল লাগিল.
Both singer's voice is very sweet
Lovely Dada... and sìs
Lovely voice _____lovely tune____👍 dhunia lagile____ ❤️❤️
both very sweet
Bohut val lagile
Aru bonaba agoloi
সুন্দৰ সংগীত selection কৰিছা আৰু ভাল হৈছে ৷
শুনি ইমান ভাল লগা গান, বাৰে বাৰে শুনিলেও আমনি নালাগে।।।🥀🥀
ধুনীয়া হৈছে
সুন্দৰ। 👌👌👍
সঁচাকৈয়ে কবলৈ ভাষা কম হৈ পৰিছে কি সুন্দৰ
God bless you
..