সম্বৰাসুৰ (koliya), অম্বৰাসুৰ (Aditya) দুই অসুৰৰ কি আচৰিত অভিনয়|

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • সম্বৰাসুৰ (koliya), অম্বৰাসুৰ (Aditya) দুই অসুৰৰ কি আচৰিত অভিনয়।আপোন‍ালোকৰ মাজলৈ আগবঢ়ালোঁ। চাই কেনে পালে জনাব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব॥
    যদি আপুনি ভাওনা ভিডিঅ' চাই ভাল পাই
    আৰু ভৱিষ্যতও আমি আগবঢ়াই যোৱা ভাওনা ভিডিঅ' সদায় চাব বিচাৰে তেন্তে আমাৰ TH-cam channel টো subscribe কৰি ৰাখিব ধন্যবাদ/🙏🙏
    (পদ্মপাণি সমন্বয় শিল্পী সমাজ দ্বাৰা ভাওনা প্ৰদৰ্শন)
    নাট:(সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ)
    পৰিচালক : ৰক্তিম বড়া।
    ব্যৱস্থাপকঃ প্ৰহ্লাদ দত্ত।
    স্থান- (কলালোৰ কোচ গাঁও,ধেমেচী (ডিমৌ)
    চৰিত্ৰঃ সম্বৰাসুৰ(কলীয়া দা) অম্বৰাসুৰ (আদিত্য)
    বায়ন: পলাশ শইকীয়া।
    গায়ন: নিবিড় নয়ন খনিকৰ।
    বাঁহী: বিতুল দুৱৰী।
    (অসমীয়া সংস্কৃতি ভাওনা)
    #সিন্ধু_মুনিৰ_পিতৃ_ভক্তি_দশৰথৰ_স্বৰ্গ_উদ্ধাৰ
    #ভাওনা
    #assamese_vauna
    #koliya
    #bhaona
    #Assamesevauna
    #assamesevawna #vawna #asomiyasanskriti #asomiyasanskriti
    #bhaona
    #Asomiyasanskriti
    #Assamesevauna
    #okhurprobekh
    #assamesevawna #vawna #asomiyasanskritivauna #asomiyasanskriti
    #bhaona

ความคิดเห็น • 13