ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মৌচম দাদা এনেকুৱা গীত দি যাওঁক অসমবাসী'ক বহুত ভাল পাওঁ আপোনাৰ প্ৰতিটো গীত ভাষা নাই বুজাই কবলৈ..ইমান ভাল আপোনাৰ ভাবনাবোৰ..কেনেকৈ আহে মনলৈ ইমান ধুনীয়া ধুনীয়া গীতবোৰ .. আৰু ভাল ভাল গীত উপহাৰ দি যাওঁক অসমবাসীক তাৰে কামনা কৰিলো....
Hodai jen monfaguni jiyai thake take kamona korilu
মন ফাগুনী প্ৰতিটো গান মই শুনি ভাল লাগে এক বুজাব নোৱাৰি কিমান যে ভাল লাগে শুনিলে যে বেলেগ এটা অনুভৱ ❤️❤️❤️💞💞❤️❤️ বহুত আৱেক শুনিলে শুনি থাকিব মন যাই ❤️❤️💞💞💞
কবলৈ ভাষা নাই।মৌচম দা আৰু বৰনালী বাৰ কন্ঠ মোৰ অতি প্রিয়।
মন কোহত ফুলা গোলাপৰ পাপৰি বোলে আলফুলকৈ সানি আকি থোৱা অনেক সুগন্ধি ফুলৰ পৰশে মাধুৰি বোৱালা মোৰ হৃদয়ৰ এচাতি শিতল মলয়া বতাহে তোমাৰ কল্প নাৰ সোণোৱালি মধুৰ পৰশে তাতেই সুগন্ধি ফুলত পখিলা পৰিল কিয় বাৰু। আতহি। গলা মায়া মোহ এৰি হৃদয়ৰ অনুভুতি সানি। ইতি পিয়া মৰমৰ ভাষাবিলাক বৰ। আদৰেৰে পথাইছো তোমাৰ দুহাতেৰে বুতলি। চাবা তাৰ মাজতে। পিয়াক বিচাৰি পাবা
মৌচম দা আৰু বৰ্ণালী বাৰ গীতবোৰত অতীতক বহুত মনত পেলাই যায়, আপোনালোকৰ গান বোৰত নিজকে নিজে আপোন পাহৰা হৈ যাওঁ, আকৌ এনে ধৰণৰ গান শুনিবলৈ পোৱাৰ আশা কৰিলোঁ ❤❤
অ মন ফাগুনী ...এক আবেগিক বুজাব নোৱাৰা ভাল লগা বিহু গীত ,বহুত ভাল লাগিল। মৌচমদা এনেকৈ আৰু ভাল লগা গীতৰ উপহাৰ আগন্তক দিনত সংগীতপ্ৰেমী ৰাইজৰ মাজত দি যাব বুলি আশা থাকিল।
@@@a@a
Ohh Bornali baa Your voice. How Sweet ❤❤
কিনো লিখিম ভাৱি এ নাপাওঁ অ দাদা 💕💕🙏🙏🙏🙏 আপোনাৰ গীত বোৰত,,, অন্তৰ ভাগি যায় ,,,, 😭😭😭
❤❤gdtste
লৰালী দিনৰ পৰাই মৌসম দাৰ গান বোৰ শুনি ভাল লাগি আহিছে আৰু ভাল লাগি থাকিবই❤❤❤❤
উফফফফফ.........গানবোৰ শুনি থাকিলেও হেপাহ নপলাই
ধনঞ্জয় মন্দিৰ প্ৰিয়া জ্বলাও এগচি প্ৰদীপ সুবাসিত। হ'ব মোৰ ছন্দণ চোৱাগে চুন পদুলী শুৱনি কৰি আহিছে কেনেকৈ জনাও তোমাক কিদৰে বন্ধনা নাচি বাগি ঢৌ তুলি পলৱ আনিছে প্ৰথম প্ৰেমৰ জীৱন ৰঙীল কৰি উজ্জ্বল ফোৱাৰা প্ৰিয়া গীতৰ ছন্দে ছন্দে নৃত্যৰ তালে তালে ঢৌ তোলে তুমি ইতি তোমাৰ অতি মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজে ডাজে হৃদয়ৰ মধুৰ তা ভাষা চিৰ দীনলৈ জীয়াই থকাৰ। প্ৰেৰণা ❤❤
শাওনৰ পথাৰতো দেখিছো, বুকাৰে লোতুৰি ঐ ফুতুৰি এই গীতটো বহুত মন গৈছে শুনিবলে। বিছাৰি পোৱা নাই।
Bohute bisari furise gaantu karu usrt nai sage
মৌচম সদায় অসমৰ অসমীয়াৰ বুকুত জিলিকি থাকক। বহু বহু মৰম আৰু শুভেচ্ছা জনাইছোঁ । মনত পৰে সঁচাই তোমাৰ লগত গীত কৰাবোৰ ।
Boriya
Hosai Mousum da mur kisuman atitor kotahi bahut konduwai aibur gan huni montu val logawo
Tenekoi nokobo , monot karobar Jodi premot aghat powa Jen dekho hosay beya lage. Karon aye bedona bor kator, hiya bidarok.
Moja লাগিছে গানটো শুনি থাকিব মন যায়
Mojja dada
Nice song mon tu val lagi gol
আকৌ লাগে মন ফাগুণী দা দা । Die hard friend..
Bohut vl song❤❤❤❤❤❤
মৌচম দাৰ গানবোৰ দুখৰ দিনত পেইন খিলাৰৰ কাম কৰে মোৰ জীৱনত । লখিমপুৰ লালুকৰ পৰা ❤❤❤
আপোনাৰ গান সদায় প্রিয়
Dada apunar gaan moi horu prai huna bohut bhal lge...atiya dukh koru anekua antor suijua gaan huniboi npao....plz anekua gaan ru lge....best wishes
Mousam da..... Excellent👏👏👏
সৰুৰ পৰাই মৌচম দাৰ গান শুনি আহিছো | সচাঁই বহুত ভাল লাগে💓💓💓
মৌচম দা গানবোৰ সঁচাই বহুত ভাল লাগে
Thq so much yaar bohoo din ho eitu gaan bisari bisari gagori goisilu
মেচৌম দা তোমাৰ গান বহুত ভাল পাওঁ❤❤❤🙏🎧🎧🎧
Huni bohut vl lgise dada
আপোনাৰ প্ৰতিটো গীত হৃদয়স্পৰ্শী । আপ্লুত হওঁ সদায় শুনি ......
Bhot val lagil gaanto xunii
Super hit song Dada
Gantu khuni murr val puwa logot ake sem milise zubeen da love uu misss uu
Mousam gogoi hoiKot zubeen daak dekhila
Apunar gaan Burt bht feel humai thake. Bht Vl lage Apunar gaan.... From Mousumi
Mousom da emman hundor gan. Agolooiu gai zabo.
Aoy
You are my favourite singer Mousom daa
Bohut 1000 bar hunilu jetiya pora gantu ulaise.bohut mojjaaa gaan hoi.love you.
Beautyful and nice 👍
Moja lage Aigitbur
Apunar gaan mur bhut val lge mousom da khosakoi val lgise gan tu
Nice song mousum da
প্ৰিয়াই পুৱাৰ মধুৰ সম্ভাষণেৰে জনাও ম ই মোৰ মৃত প্ৰায় জীৱন টোত নতুনকৈ বাট বুলিবলৈ পাওঁ এচেৰেঙা পোহৰ বিলাই পুৱা গধুলি বেলিকা মা ভালনে শব্দ ৰে মুৰত হাত বুলোৱা হাত খন যেন শ্পশ কৰি ম ই অভিভূত ডাকটৰ আৰু নাচ সকলৰ কাষত লৈ প্ৰতিজন ৰোগিৰ ওচৰত এষাৰি মৰমৰ মাত লগোৱা সেই গৰাকী আছিলোঁ ড হৈ মই এয়াই যেন মোৰ মানৱ সেৱাৰ এটি সুন্দৰ মন আছিল জানা এয়াই মোৰ চেনেহি শ্মৃতি ৰে ইতি তোমা লোকৰ মৰমৰ প্ৰিয়ে চিৰ যোগমিয়া প্ৰিয়ে
Sweet voice mousum daaa
Nice song mousom da. Ai mon faguni r gaan bur kunudine pahoribo nuwaru.
Very nice song ...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Nice song Bhai
15yrs agot xunisiluu....Mon Faguni!! Atia kotba uri gol..!
Hunile huni thakibor mn jai mousam da
Mur fbrt singer mousam daa
Mousum da song like zubeen da❤❤❤❤i love both...
Right
মোৰ প্ৰিয় গীত
Nice song it make me feel again young Thanks mousom dada
@karhi kambu Yess
Moja mousam da
No 1 singer of assam mausam gogoi
From Dhemaji ☺️☺️☺️
One of my fav song listings in 2021 again n again
This song is my favourite🌻🥰
Mosam da aapuna git bohut val lage
টিলিঙা মন্দিৰ যাম অহা বহাগতে বিহু টো দিয়ক প্লিজ
Mon fuguni mur priyo album protitu bosorat Pam buli aka korilu mousam da.
Nostalgia 💕💕💕
Moja moja
Mja
I love musam da
Old Is Gold ❤❤❤❤❤
আপুনা প্ৰতিটো গীত ভাল পাওঁ মৌচম দা
Always ❤️ mousam da🤗
এইবোৰ বিহু শুনিলে আবেগিক হৈ পৰো ❤❤❤❤
S❤😂🎉😢😅😮😊😊😊😊😊😅😅😮😢🎉🎉🎉🎉😂❤❤❤❤❤❤😂🎉🎉😮😊😮🎉🎉❤🎉😢🎉❤😂😢😅😅😢😢😂🎉😮ss
hunihepa Nopolua aita Gaan moja Mousam Da 💙 Monphaguni bihu album two pahori najab Mousam Da 💙agontuk ahi thoka bosor Tut aku korib
Beautifull voice mousum da
Mosum da atiya gan tu supar oi ase
Bohut bohut val laga mon sui jai
Gantu huni othitor kisu ktha monot porise😓
Val lagise de.
Very nice song
Mosum daa apuni Ako bornali baa r logot gaan gwa start kori diok... Apunaluk r duet aji Kali hunibo pwa najai... Bohut hit hoisil agot
Mojja
Lvly song
Mousam da you are long live. Thank you.
Heart touching song...
Gaantu bohut val hoise.....
Mousam da get bilake hidoy Val logai jai
Mosam da aapunar gan huni bohut val lage
বহুত ভাল লগা গান কৱলৈ ভাষা ।❤️❤️❤️❤️❤️❤️
My favourite song m da
U are my favorite mousom da
My favourite song ❤️❤️❤️
Super song mousam da...
Nice song
Mousomda ,premot thoka mitha mitha howad ,kiba ek bojab nowara bikhador Dore ne ki howad aponar gaanot paw. Mor bohut bhal lage aponar gaan.
I love this song
❤ nice song
Bohut bohut thnx n plz botua kerahi song2 upload dbo plz plz
Aha Kali upload dim
Aha Kali upload korim
Thnq waiting
@@jaimuddinahmed1372 aji nidile j
Mur bohut vl Lage aitu geet, mousoom da apunar Gaan hunile huni thakibor MN jai
Bohag ahil EIBUR BIHU koloi gol 2024❤❤❤akou ene bihu lage
Bohot val lagil
🥰🥰❤️❤️❤️❤️❤️❤️❤️
Ojantric sai ahisu dada, bhal lagil apunar kotha bur, Hard work pays off
Hsai bhut dhunia lge ai song tu huni .
Mausam da apunr gaan bur ake rahe xuni thakibo le ke mon jai muk sini paise ne mur naam rani
Gaantu xuni val lagil..Mosam da apuni Bihu songor music kare ne?
Nice👍
Sku pani ulai jai ooo😭😭😭😭😭😭😭😭💔💔💔💔💔💔💔
এই গীতটো শুনি বহুত ভাল লাগে
Mousum dada bohut bohut vl lge apnr moi bohut bohut vl pao
I love my songs 💔💔💔💔💔😭😭😭
মৌচম দাদা এনেকুৱা গীত দি যাওঁক অসমবাসী'ক বহুত ভাল পাওঁ আপোনাৰ প্ৰতিটো গীত ভাষা নাই বুজাই কবলৈ..ইমান ভাল আপোনাৰ ভাবনাবোৰ..কেনেকৈ আহে মনলৈ ইমান ধুনীয়া ধুনীয়া গীতবোৰ .. আৰু ভাল ভাল গীত উপহাৰ দি যাওঁক অসমবাসীক তাৰে কামনা কৰিলো....
Hodai jen monfaguni jiyai thake take kamona korilu
মন ফাগুনী প্ৰতিটো গান মই শুনি ভাল লাগে এক বুজাব নোৱাৰি কিমান যে ভাল লাগে শুনিলে যে বেলেগ এটা অনুভৱ ❤️❤️❤️💞💞❤️❤️ বহুত আৱেক শুনিলে শুনি থাকিব মন যাই ❤️❤️💞💞💞
কবলৈ ভাষা নাই।মৌচম দা আৰু বৰনালী বাৰ কন্ঠ মোৰ অতি প্রিয়।
মন কোহত ফুলা গোলাপৰ পাপৰি বোলে আলফুলকৈ সানি আকি থোৱা অনেক সুগন্ধি ফুলৰ পৰশে মাধুৰি বোৱালা মোৰ হৃদয়ৰ এচাতি শিতল মলয়া বতাহে তোমাৰ কল্প নাৰ সোণোৱালি মধুৰ পৰশে তাতেই সুগন্ধি ফুলত পখিলা পৰিল কিয় বাৰু। আতহি। গলা মায়া মোহ এৰি হৃদয়ৰ অনুভুতি সানি। ইতি পিয়া মৰমৰ ভাষাবিলাক বৰ। আদৰেৰে পথাইছো তোমাৰ দুহাতেৰে বুতলি। চাবা তাৰ মাজতে। পিয়াক বিচাৰি পাবা
মৌচম দা আৰু বৰ্ণালী বাৰ গীতবোৰত অতীতক বহুত মনত পেলাই যায়, আপোনালোকৰ গান বোৰত নিজকে নিজে আপোন পাহৰা হৈ যাওঁ, আকৌ এনে ধৰণৰ গান শুনিবলৈ পোৱাৰ আশা কৰিলোঁ ❤❤
অ মন ফাগুনী ...এক আবেগিক বুজাব নোৱাৰা ভাল লগা বিহু গীত ,বহুত ভাল লাগিল। মৌচমদা এনেকৈ আৰু ভাল লগা গীতৰ উপহাৰ আগন্তক দিনত সংগীতপ্ৰেমী ৰাইজৰ মাজত দি যাব বুলি আশা থাকিল।
@@@a@a
Ohh Bornali baa Your voice. How Sweet ❤❤
কিনো লিখিম ভাৱি এ নাপাওঁ অ দাদা 💕💕🙏🙏🙏🙏 আপোনাৰ গীত বোৰত,,, অন্তৰ ভাগি যায় ,,,, 😭😭😭
❤
❤gdtste
লৰালী দিনৰ পৰাই মৌসম দাৰ গান বোৰ শুনি ভাল লাগি আহিছে আৰু ভাল লাগি থাকিবই❤❤❤❤
উফফফফফ.........গানবোৰ শুনি থাকিলেও হেপাহ নপলাই
ধনঞ্জয় মন্দিৰ প্ৰিয়া জ্বলাও এগচি প্ৰদীপ সুবাসিত। হ'ব মোৰ ছন্দণ চোৱাগে চুন পদুলী শুৱনি কৰি আহিছে কেনেকৈ জনাও তোমাক কিদৰে বন্ধনা নাচি বাগি ঢৌ তুলি পলৱ আনিছে প্ৰথম প্ৰেমৰ জীৱন ৰঙীল কৰি উজ্জ্বল ফোৱাৰা প্ৰিয়া গীতৰ ছন্দে ছন্দে নৃত্যৰ তালে তালে ঢৌ তোলে তুমি ইতি তোমাৰ অতি মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজে ডাজে হৃদয়ৰ মধুৰ তা ভাষা চিৰ দীনলৈ জীয়াই থকাৰ। প্ৰেৰণা ❤❤
শাওনৰ পথাৰতো দেখিছো, বুকাৰে লোতুৰি ঐ ফুতুৰি এই গীতটো বহুত মন গৈছে শুনিবলে। বিছাৰি পোৱা নাই।
Bohute bisari furise gaantu karu usrt nai sage
মৌচম সদায় অসমৰ অসমীয়াৰ বুকুত জিলিকি থাকক। বহু বহু মৰম আৰু শুভেচ্ছা জনাইছোঁ । মনত পৰে সঁচাই তোমাৰ লগত গীত কৰাবোৰ ।
Boriya
Hosai Mousum da mur kisuman atitor kotahi bahut konduwai aibur gan huni montu val logawo
Tenekoi nokobo , monot karobar Jodi premot aghat powa Jen dekho hosay beya lage. Karon aye bedona bor kator, hiya bidarok.
Moja লাগিছে গানটো শুনি থাকিব মন যায়
Mojja dada
Nice song mon tu val lagi gol
আকৌ লাগে মন ফাগুণী
দা দা । Die hard friend..
Bohut vl song❤❤❤❤❤❤
মৌচম দাৰ গানবোৰ দুখৰ দিনত পেইন খিলাৰৰ কাম কৰে মোৰ জীৱনত । লখিমপুৰ লালুকৰ পৰা ❤❤❤
আপোনাৰ গান সদায় প্রিয়
Dada apunar gaan moi horu prai huna bohut bhal lge...atiya dukh koru anekua antor suijua gaan huniboi npao....plz anekua gaan ru lge....best wishes
Mousam da..... Excellent👏👏👏
সৰুৰ পৰাই মৌচম দাৰ গান শুনি আহিছো | সচাঁই বহুত ভাল লাগে💓💓💓
মৌচম দা গানবোৰ সঁচাই বহুত ভাল লাগে
Thq so much yaar bohoo din ho eitu gaan bisari bisari gagori goisilu
মেচৌম দা তোমাৰ গান বহুত ভাল পাওঁ❤❤❤🙏🎧🎧🎧
Huni bohut vl lgise dada
আপোনাৰ প্ৰতিটো গীত হৃদয়স্পৰ্শী । আপ্লুত হওঁ সদায় শুনি ......
Bhot val lagil gaanto xunii
Super hit song Dada
Gantu khuni murr val puwa logot ake sem milise zubeen da love uu misss uu
Mousam gogoi hoi
Kot zubeen daak dekhila
Apunar gaan Burt bht feel humai thake. Bht Vl lage Apunar gaan.... From Mousumi
Mousom da emman hundor gan.
Agolooiu gai zabo.
Aoy
You are my favourite singer Mousom daa
Bohut 1000 bar hunilu jetiya pora gantu ulaise.bohut mojjaaa gaan hoi.love you.
Beautyful and nice 👍
Moja lage Aigitbur
Apunar gaan mur bhut val lge mousom da khosakoi val lgise gan tu
Nice song mousum da
প্ৰিয়াই পুৱাৰ মধুৰ সম্ভাষণেৰে জনাও ম ই মোৰ মৃত প্ৰায় জীৱন টোত নতুনকৈ বাট বুলিবলৈ পাওঁ এচেৰেঙা পোহৰ বিলাই পুৱা গধুলি বেলিকা মা ভালনে শব্দ ৰে মুৰত হাত বুলোৱা হাত খন যেন শ্পশ কৰি ম ই অভিভূত ডাকটৰ আৰু নাচ সকলৰ কাষত লৈ প্ৰতিজন ৰোগিৰ ওচৰত এষাৰি মৰমৰ মাত লগোৱা সেই গৰাকী আছিলোঁ ড হৈ মই এয়াই যেন মোৰ মানৱ সেৱাৰ এটি সুন্দৰ মন আছিল জানা এয়াই মোৰ চেনেহি শ্মৃতি ৰে ইতি তোমা লোকৰ মৰমৰ প্ৰিয়ে চিৰ যোগমিয়া প্ৰিয়ে
Sweet voice mousum daaa
Nice song mousom da. Ai mon faguni r gaan bur kunudine pahoribo nuwaru.
Very nice song ...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Nice song Bhai
15yrs agot xunisiluu....Mon Faguni!! Atia kotba uri gol..!
Hunile huni thakibor mn jai mousam da
Mur fbrt singer mousam daa
Mousum da song like zubeen da❤❤❤❤i love both...
Right
মোৰ প্ৰিয় গীত
Nice song it make me feel again young Thanks mousom dada
@karhi kambu Yess
Moja mousam da
No 1 singer of assam mausam gogoi
From Dhemaji ☺️☺️☺️
One of my fav song listings in 2021 again n again
This song is my favourite🌻🥰
Mosam da aapuna git bohut val lage
টিলিঙা মন্দিৰ যাম অহা বহাগতে বিহু টো দিয়ক প্লিজ
Mon fuguni mur priyo album protitu bosorat Pam buli aka korilu mousam da.
Nostalgia 💕💕💕
Moja moja
Mja
I love musam da
Old Is Gold ❤❤❤❤❤
আপুনা প্ৰতিটো গীত ভাল পাওঁ মৌচম দা
Always ❤️ mousam da🤗
এইবোৰ বিহু শুনিলে আবেগিক হৈ পৰো ❤❤❤❤
S❤😂🎉😢😅😮😊😊😊😊😊😅😅😮😢🎉🎉🎉🎉😂❤❤❤❤❤❤😂🎉🎉😮😊😮🎉🎉❤🎉😢🎉❤😂😢😅😅😢😢😂🎉😮ss
hunihepa Nopolua aita Gaan
moja Mousam Da 💙
Monphaguni bihu album two pahori najab Mousam Da 💙
agontuk ahi thoka bosor Tut aku korib