Nadiye Eri Jai by Mousam Gogoi & Subasana Dutta || Mon Faguni 2020 Lyrical Video Only

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 มี.ค. 2020
  • Don't Forget To Subscribe Our Channel
    M. G PRODUCTION PRESENT'S
    SINGER : MOUSAM GOGOI
    SUBHASANA DUTTA
    LYRICS & COMPOSER : MOUSAM GOGOI
    PRODUCER : LALIT BHATIA
    PRATYUSH DUTTA
    STARGATE AGENCY
    LYRICAL VIDEO EDITOR : BIMAN BORUAH AXOMIYA
    #MonFaguni2020
    #MousamGogoi
    #SubasanaDutta
    নমস্কাৰ
    TH-cam Channelটো Plaese যিমান পাৰে Share কৰি Channelটো আগুৱাই যাবলৈ সহায় কৰিব || লগতে ভুল শুদ্ধ বোৰ বিবেচনা কৰি like আৰু Comment কৰিব।
    এনেকুৱা বিহু, বিহুসুৰিয়া আধুনিক গীত, কেঁচা মাটিৰ গুন্ধ থকা গীত সদায় পাই থাকিবৰ (notification) বাবে ▶bell icon▶টিপিবলৈ নাপাহৰিব ধন্যবাদ ||
  • เพลง

ความคิดเห็น • 397

  • @durgeswarsutradhar1727
    @durgeswarsutradhar1727 4 ปีที่แล้ว +28

    মন ফাগুনিক আকৌ আমাৰ মাজত ঘূৰাই আনিলা দাদা,,, ইমান দিন তাই বহুত দুখত আছিল ,,,আজি তাইক আকৌ আগৰ মন ফাগুনি জনি হৈ নাচিব দিয়া দাদা,,,,হেৰাই যাব নিদিব 🙏🙏 ধেমাজী জিলাৰ সকলোৱে like kora ,,,,

  • @bbentertainment6172
    @bbentertainment6172 4 ปีที่แล้ว +48

    সুন্দৰ গীত মৌচম দা , আমাৰ ধেমাজিৰ কোন কোন আছা, লাইক কৰা ।

  • @HBora-sx9lh
    @HBora-sx9lh 4 ปีที่แล้ว +10

    মনফাগুনীৰ প্ৰতিটো গানেই মনত চুই যায় বিশেষকৈ একেবাৰে পুৰণা গান কেইটাই ❣️❣️

  • @pgundergrundwarrir338
    @pgundergrundwarrir338 4 ปีที่แล้ว +72

    অ জুনটি দাদা আপোনাৰ ভালনে...…? আপোনাৰ নতুন গান বহুত দিন শুনা নাছিলো..আজি মন ফাগুনী বহুত ভাল লাগিছে..মন ফাগুনীৰ আৰু গান পাম বুলি আশা ৰাখিলোঁ..
    Mousam Dar Babe Ata Dhuniya Like..👍👍👍👍
    My big brother...❤️❣️❣️
    4rm:-Silapother

  • @bandemaataramjaihind3264
    @bandemaataramjaihind3264 4 ปีที่แล้ว +4

    Kokaidaw apunar gaan hunile mon tu goli jai ...... Bohut bohut hubheshya gyapon korilu Rongali bihur ........

  • @bapaahmed7097
    @bapaahmed7097 3 ปีที่แล้ว +5

    আগৰ দিনবোৰ ঘুৰাই পোৱাৰ দৰে লাগিল৷

  • @chimnoychelleng2045
    @chimnoychelleng2045 4 ปีที่แล้ว +18

    আগৰ ৰাইজৰ মৰমৰ মন ফাগুনী আকৌ ঘূৰি আহিল ।কি মান যে মৌচম দা গান শুনি ট্ৰেজেদি ফালি চিলো হোষ্টেলত থাকোঁতে মোৰ বহুত প্ৰিয় গায়ক আছিল । লুইটত জাপে দি মৰিবও নোৱাৰোঁ কি যে গান আছিল আগতে মৌচম দাৰ গান শুনি বহুতে হয়টো ট্ৰেজেদি ফালিছিল।

    • @hariborah2608
      @hariborah2608 4 หลายเดือนก่อน

      Moi atiyau trajadi fali asu...😢😢

  • @subhrajitgogoi9123
    @subhrajitgogoi9123 4 ปีที่แล้ว +14

    অতীতৰ❣️ মন ফাগুনী❣️ জনী আজিও একে হৈ আছে💕💕💕💕💕

  • @parthapratimphukon8086
    @parthapratimphukon8086 4 ปีที่แล้ว +24

    সুন্দৰ মৌচম দা,,,, এইটো হে মন ফাগুনী গান আৰু লাগে

  • @Sushilmusical535
    @Sushilmusical535 4 ปีที่แล้ว +23

    Moja mousam da rokhi asilu akhare like kora mousam dak Val powa hokole

  • @madhodphukon788
    @madhodphukon788 4 ปีที่แล้ว +7

    মানি ব লাগিব দাই
    কচম মন ফাগুনী নিচিনা কোনো album হব নোৱাৰে💞💞

  • @bishnubardoloi323
    @bishnubardoloi323 4 ปีที่แล้ว +2

    Agor Mon-faguni joni atiahe hunibo paisu mousam daa aru enekuwa Mon-faguni bihu geet bur hunkale amar majole dibo hokolue like koriba dei

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 4 ปีที่แล้ว +28

    মৌচম দাৰ কণ্ঠ বুলিহে ক'লো আৰু দেই!
    আচৰিত ধূনীয়া মাতটো💓

  • @saifulhaque7365
    @saifulhaque7365 4 ปีที่แล้ว +8

    Bohu dinro murot ata duniya git dila mosam dada val lagil

  • @hemantahazarika3844
    @hemantahazarika3844 4 ปีที่แล้ว +13

    আপোনাৰ কন্ঠত যাদু আছে, অসমৰ এটি ব্যতিক্ৰম কন্ঠ, মৌচম দা,, অসমৰ অনন্ত কালৰ সম্পতি আপুনি ,

  • @noidea7270
    @noidea7270 4 ปีที่แล้ว +21

    সুন্দৰ গান দাদা। আগলৈও এনেদৰে সুন্দৰ সুন্দৰ গান অসমবাসী ৰাইজক উপহাৰ দিব বুলি আশা থাকিল।

  • @ghanashyampegu7086
    @ghanashyampegu7086 4 ปีที่แล้ว +5

    Mosom dak val puwahokle like ata di dibo❤👌👌👍

  • @KrishnaKrishna-yf4ki
    @KrishnaKrishna-yf4ki 4 ปีที่แล้ว +2

    Hundor lagil huni agola aru hunibo pam buli akha korelu anakua dhunea gan

  • @shyamolibaruah7643
    @shyamolibaruah7643 4 ปีที่แล้ว +5

    বহুত ধুনীয়া গান, সঁচাকৈ শুনি ভাল লাগিল

  • @rgedited8701
    @rgedited8701 4 ปีที่แล้ว +6

    বহু দিনৰ মূৰত শুনিবলৈ পালোঁ দাদাৰ গান
    বহুত বেছি ভাল লাগিছে

  • @tapanraajmusical7355
    @tapanraajmusical7355 4 ปีที่แล้ว +38

    বহুত দিনৰ মূৰত আকৌ এবাৰ সেই তাহানিৰ "মন ফাগুনী" জনীক বিচাৰি পালোঁ💓💓💓💓💓💓💓

  • @MisingNew
    @MisingNew 4 ปีที่แล้ว +14

    দাদা আকৌ মিচিং ঐনিতমৰ সুৰ আপোনাৰ মুখৰ পৰা শুনিব পাম বুলি আশা কৰিলো😍
    Love you so much Mousom Daa😊

  • @SonowalMixture
    @SonowalMixture 4 ปีที่แล้ว +128

    আপোনাৰ গানৰ সোৱাদেই বেলেগ।
    আমাৰ ধেমাজিৰ মৌচম দাক যিসকলে ভালপায়;সেইসকলে লাইক কৰিব।

    • @luhitBorahMajuli
      @luhitBorahMajuli 4 ปีที่แล้ว +2

      👍বহুদিনৰ মুৰত মৌচম দাৰ ভাল গীত এটা শুনিবলৈ পালো💚💚❤

    • @pankajdas2435
      @pankajdas2435 3 ปีที่แล้ว +2

      বহুত ধুনীয়া লাগে তোমাৰ গান শুনি

  • @bitupantamuly3501
    @bitupantamuly3501 4 ปีที่แล้ว +2

    বহুত দিনৰ মূৰত খুব সুন্দৰ বিহু গান শুনিবলৈ পালোঁ,সচাকৈ আপোনাৰ গান বিলাক হৃদয় চুই যায়,আশা কৰো এনেকৈ সদায় আৰু ভাল ভাল গান উপহাৰ দিব বুলি,আপোনাৰ প্ৰগ্ৰেম মই গোলাঘাটৰ পৰা গৈ শিৱশাগৰ চেপপন হলৌগুড়িত চাইছিলো গে যোৱাবছৰ গোটে ৰাতি বৰষুণত তিতি নাছিলো

  • @litugogoi7309
    @litugogoi7309 4 ปีที่แล้ว +3

    Val lagil gan tu dada amak aru gan lage amak.

  • @nibirapurbadas4611
    @nibirapurbadas4611 4 ปีที่แล้ว +13

    আপোনাৰ গান শুনিলে শুনি থাকিব মন যায়

  • @angryman8403
    @angryman8403 4 ปีที่แล้ว +9

    আকৌ আগৰ মন ফাগুনী জনীক ঘোৰাই পালো 👍👍👍

  • @trinkubora4691
    @trinkubora4691 4 ปีที่แล้ว +5

    মন ফাগুনী album ৰ প্ৰত্যেকটো গান মোৰ প্ৰিয়। এই গানটোও খুউব ভাল লাগিছে আৰু গানৰ কথাই অন্তৰ চুই গৈছে। Love u Mousam da.. May God bless you

  • @2nonaharaniblockjoypur826
    @2nonaharaniblockjoypur826 4 ปีที่แล้ว +5

    বৰ্তমান তথাকথিত শিল্পী সকলে এইবোৰ গীত শুনক আচলতে গীতৰ মাদকতা এনেকুৱা হব লাগে

  • @kadirali6043
    @kadirali6043 4 ปีที่แล้ว +2

    All monfaguni song my favorite thank you mousom da

  • @anupammoon8519
    @anupammoon8519 4 ปีที่แล้ว +4

    Always love Mon phaguni 💞💞💞💞💞😔🥰🥰😔😔aagor gaanbur bht miss kru mon phaguni r

  • @papubhuyan3314
    @papubhuyan3314 4 ปีที่แล้ว +4

    mur portitu ganei bohut val lage mousam dada supper hit monfaguni songs

  • @localentertainment2730
    @localentertainment2730 3 ปีที่แล้ว +2

    মৌচম দা ৰ সকলো বিহু গানেই বহুত ভাল লাগে। সৰু ৰে পৰা তেওঁৰ মন ফাগুণী ৰ গান বিলাক শুনি আহিছোঁ। লগতে তেখেতৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰ ত। মোৰ ঘৰ উত্তৰ লখিমপু ত

  • @bhaskaryt967
    @bhaskaryt967 4 ปีที่แล้ว +3

    Amazing bihu song, Mousam da

  • @brabhabrabha9905
    @brabhabrabha9905 4 ปีที่แล้ว +13

    আপুনি কালজয়ী শিল্পী হয় |
    আজি কালি নতুন শিল্পীৰ বিহু গানত, বিহু ঢোলৰ মাত শুনিবলে নোপোৱায় হল, অথচ গীত মুক্তি দিলে আৰু লিখি দিয়ে "202__' চন বিহু '' বুলি |
    মই আশাবাদী আপুনি অসমীয়া সংস্কৃতি ধৰি ৰাখিব বুলি |

  • @milanbakti8519
    @milanbakti8519 4 ปีที่แล้ว +3

    আপোনাৰ গানৰ সোৱাদ কেনেকৈ পাহৰু ঔ দাদা...লিখিবৰ একো ভাষা বিছাৰীয়ে নাপাও দেখোন....love you dada

  • @dipjyotithakuria3246
    @dipjyotithakuria3246 4 ปีที่แล้ว +9

    Kishor daa k lage ai song r vdo2 t ru ajon val actress...val lagil mousom daa song 2

  • @rahulgogoi7272
    @rahulgogoi7272 4 ปีที่แล้ว +42

    আপুনি কালজয়ী শিল্পী ককাই। মই ব্যাকুল হৈ থাকোঁ আপোনাৰ গীতবোৰৰ বাবে। ককাই মোৰ আধা আয়ুস আপুনি পাওক। বহুত বেছি ভাল পাও আপোনাক। মৰাৰ আগত এবাৰ লগ পালে ওচৰৰ পৰা ধন্য হব মোৰ জীৱন জীয়াই থকাৰ।💚

    • @Mouuu778
      @Mouuu778 4 ปีที่แล้ว +4

      Muru

  • @sumitsaikiaofficial2991
    @sumitsaikiaofficial2991 4 ปีที่แล้ว +2

    Dada bhut bhal lagil geetti,buku bikhai gol,bahut maram janalu tumale❤️

  • @surendas2702
    @surendas2702 4 ปีที่แล้ว +10

    Agor mon-faguni joni atiahe hunibo paisu.... aru lage mousam Daa anekuaa hidoy sui juaa bihu geet 💓💓😙😍

    • @pankajkhanikar4394
      @pankajkhanikar4394 4 ปีที่แล้ว +1

      Umm hosakoye Baki jiye gan nohok kiy nu mousam da monfaguni buli kolei montu Val lagi jai o

  • @prashnakumarrabha3802
    @prashnakumarrabha3802 4 ปีที่แล้ว +1

    Khorure pora moi apunar geet khuni thaku moi.... monot porile apunar geet bur search kori khunu moi... (Best of Mousam gogoi buli)..Bohut val lagise geetu khuni....da

  • @gorimagogoi1497
    @gorimagogoi1497 4 ปีที่แล้ว +5

    Moja lagise gantu..

  • @monuofficelassam3562
    @monuofficelassam3562 3 ปีที่แล้ว +6

    মই আছো ধেমাজি চিলাপথাৰৰ, সুন্দৰ হৈছে গীত টি, বহুত দিনৰ বিৰটি পিছত পুনৰ বাৰ মন ফাগুনী শুনাপাই ভাল লাগিল।

  • @nepoleonenepomusical2902
    @nepoleonenepomusical2902 4 ปีที่แล้ว +3

    moi bhakhahin mousam daa...❤

  • @manuranjandutta4804
    @manuranjandutta4804 ปีที่แล้ว +1

    মৌচম দাৰ বিহু গীতৰ মাদকতা কাৰো লগত নিমিলে। মৌচম দা আৰু সুবাসনা বাৰ দীর্ঘায়ু কামনা কৰিলো।

  • @DeepshikhaBaruahMusical
    @DeepshikhaBaruahMusical 4 ปีที่แล้ว +8

    Bht vl lgil Mausam da ....

  • @dhirenmusicofficel7306
    @dhirenmusicofficel7306 4 ปีที่แล้ว +5

    মৌচম দা মজা মন ফাগুনী গানটো♥️♥️♥️

  • @nirsarmah9225
    @nirsarmah9225 4 ปีที่แล้ว +7

    মন ফাগুনীৰ সেই সুৰ আহি গ'ল😍😍😍😍😍
    ধন‍্যবাদ মৌচুম দা

  • @robingaming7115
    @robingaming7115 4 ปีที่แล้ว +5

    ধুনীয়া গীত ককাইদেউ ❣️❣️❣️

  • @arupdewri6944
    @arupdewri6944 4 ปีที่แล้ว +3

    সুন্দৰ ককাইদেউ মোৰ মন ফাগুনীজনীলে মনত পৰি গৈছে ।আগৰ দিনবোৰৰ কথা মনত পৰিছে।

  • @assamorbihuadeka-1370
    @assamorbihuadeka-1370 4 ปีที่แล้ว +3

    মৌচুম দা আপুনাৰ গানটো বহুত ধুনীয়া হৈছে দেই

  • @koushikborah5395
    @koushikborah5395 4 ปีที่แล้ว +2

    All tym fvrt apuni mur....

  • @SamiranSaikia
    @SamiranSaikia 4 ปีที่แล้ว +1

    Mausam da apunar geet bur hodai sirojugomiya hoi robo..Khub nivaj .....bht val lgil ai2 geet u

  • @gorkhaliofficialchannel5973
    @gorkhaliofficialchannel5973 4 ปีที่แล้ว +1

    Mur best singer mousam gogoi dhemajir kun kun aase eta like kori diya

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 4 ปีที่แล้ว +1

    Mousam Da Tumi Hosakoi Bahut Romantic Aru Dukh loga Gaanbur Likha gua...Tumar ganot Nijake bisari kunuba ata muhutro babe nijake pahori jau Aru dub jau Tumar gantut...Bahut vl lgle gantu

  • @chandipborah2748
    @chandipborah2748 4 ปีที่แล้ว +2

    Lock down ot ei gaantu kune kune hunise hit like👈

  • @ayangjilistudionew535
    @ayangjilistudionew535 4 ปีที่แล้ว +1

    Bohut val lagil Mousam da

  • @allabout9225
    @allabout9225 4 ปีที่แล้ว +3

    প্রিয় শিল্পী গৰাকীৰ মন ফাগুনীৰ নতুন গান... বহুত ভাল লাগিছে .. এতিয়াহে বিহু বিহু লাগিছে অলপ ।

  • @gauravsaikia6626
    @gauravsaikia6626 4 ปีที่แล้ว +5

    মৌচম দাৰ গান ভালপাও । সুবাসনা বা মোৰ প্ৰিয় গায়িকা।❤❤❤❤❤

  • @mycountrymymourney2200
    @mycountrymymourney2200 4 ปีที่แล้ว +2

    My fraborit singer mousam daa nice song daa👍👍👌👌

  • @rajnahanworld-official9450
    @rajnahanworld-official9450 4 ปีที่แล้ว

    Mousam da.... akou hit... Monfaguni joniloi akou monot porise... sinaki hur.. bukukhon hat porigol

  • @jatinboruah6967
    @jatinboruah6967 4 ปีที่แล้ว +2

    Hosai khub hundor hoise mousam dada apuner sob gaanotai eta kesa matir hubakh ase aru apuner gaanbure hridoy sui jai ajir notun shilpir gaanotkoi apuni bohut uporot

  • @rintumoran1785
    @rintumoran1785 4 ปีที่แล้ว +3

    মন ফাগুনী গান বোৰ মোৰ কলিজা।
    ধুনীয়া হৈছে আৰু লাগে ধুনীয়া ধুনীয়া গান

  • @prandipnath3247
    @prandipnath3247 4 ปีที่แล้ว +1

    Mousam da, bohut hundor hoise bihugeet tu.. Aru hunibole pam buli akha rakhilu.

  • @happinessentertainment8210
    @happinessentertainment8210 4 ปีที่แล้ว +1

    Mausam borhiya lgil👌👌👌apunar protyektu ganei mur priyo

  • @dibakarchoudhury7401
    @dibakarchoudhury7401 4 ปีที่แล้ว +4

    গানটো শুনি বহুত ভাল লাগিলে, mousam da

  • @user-ci7ix1ju2m
    @user-ci7ix1ju2m 4 ปีที่แล้ว +1

    Bht bht dhuniya lgile mausam da apunr protiytu gan hunu moa apunr big frend mausum da

  • @abhijitmedhi5037
    @abhijitmedhi5037 4 ปีที่แล้ว +1

    Bihut jdi dhul ,Tal nobojai bihu Jen nlge .. mjaa.. asil bihu . !!!

  • @ratulsonowal2408
    @ratulsonowal2408 3 ปีที่แล้ว +2

    সুন্দৰ মন পৰশা গীত

  • @navajitgogoi4592
    @navajitgogoi4592 4 ปีที่แล้ว +2

    Mousum da real hero in real ashom

  • @golakdeka3949
    @golakdeka3949 4 ปีที่แล้ว +1

    bohut apekhat asilo mousam da apunar mon fagunir gaan to babe...thank u so mch..

  • @bantibora2889
    @bantibora2889 4 ปีที่แล้ว +2

    Val lagise ga2

  • @biswatitbiit7953
    @biswatitbiit7953 4 ปีที่แล้ว +2

    Silapatharor lora hisape bohut gourob korisu

  • @jingsarbosumatary8186
    @jingsarbosumatary8186 ปีที่แล้ว

    Hunile huni thakiboloi monjai dada apunar gitbur 🥰🥰🙏👌👌👌❣️❣️❣️🌍

  • @VishnuYt-cf3zy
    @VishnuYt-cf3zy 4 ปีที่แล้ว +4

    সুন্দৰ মৌচম দা😍😍😍

  • @binoyhazarika2068
    @binoyhazarika2068 3 ปีที่แล้ว +2

    শুনি থাকিলেও হেঁপাহ নপলাই অ' ......

  • @parimalborah3167
    @parimalborah3167 4 ปีที่แล้ว +1

    Bohot dinor murot apunak bisari palu ...mur favorite singer apuni...apunar log pabo Mon jai bosssd

  • @b.s.b4669
    @b.s.b4669 4 ปีที่แล้ว +1

    Mjaa

  • @pransadiyal7498
    @pransadiyal7498 4 ปีที่แล้ว +10

    মৌচম দাৰ গান বোৰ সচাকৈয়ে ভাল লাগে , আজিও পাহৰিব নোৱাৰো মনফাগুনী ২০০৫ কথা ৷ সচা নিভাঁজ বিহুগীত আৰু আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা থাকিল ৷

  • @siromonivocalistofficial4205
    @siromonivocalistofficial4205 4 ปีที่แล้ว +3

    😊খুওৱ..ধুনীয়া..মনক চুই গ’ল..ভাল লাগিলে..😊❤️❤️❤️

  • @trailukyanathgohain9299
    @trailukyanathgohain9299 4 ปีที่แล้ว +1

    Mousam Da Apuni herai najabo. Apunar gaan Burt bht feel humai thake... Bht val lage Apunar gaan ...pls agor dare gaan banauk.. Ajikali bihu gaan hunib nupua hlu...

  • @abentertainment8467
    @abentertainment8467 4 ปีที่แล้ว +2

    Mojaa lagise dei mousam daa

  • @bogakaioffice4430
    @bogakaioffice4430 ปีที่แล้ว +2

    সেই দিনতেই শুনা গান যেতিয়া ঘৰৰ কাষৰ ফিল্ড খনত লগৰ লৰা বোৰৰ লগত কাঠৰ পিষ্টল লৈ চোৰ পুলিচ খেলিছিলো।কাষৰ দাই ঘৰৰ পৰা cd play ত বাজি আছিল ডাঙৰ কৈ।দিন সলনি হল আজিকালি গানবোৰ ও বেবেৰিবাং হল।সকলো বোৰ নহয় দেই।কিছুমান গীত আজিও ভাল হয়।মন ফাগুনী আকৌ লাগে দাদা।2023 শুনি আছোঁ কোনে কোনে শুনি আছে like

  • @jagatchangmai302
    @jagatchangmai302 4 ปีที่แล้ว +7

    Hundor Song
    Mousam da
    Like 👍

  • @animeshdas1274
    @animeshdas1274 4 ปีที่แล้ว +1

    mousam da mnfaguni patitu ganei bar vl lge huni .......hei tahanir haturibo pri......ajiu hunue pry gan bilak br vl lge

  • @bikashbailungworld4368
    @bikashbailungworld4368 4 ปีที่แล้ว +1

    সুন্দৰ ককাইদেউ ভাল লাগিল গীতটি

  • @madandoley4604
    @madandoley4604 4 ปีที่แล้ว +1

    মৰম লগা মাতটো সচাই বহুত ভাল লাগিছে মৌচুম দা ......

  • @Kirangogoi209
    @Kirangogoi209 4 ปีที่แล้ว +3

    অতি সুন্দৰ,, আৰু এনেকুৱা গান শুনিবলৈ পালে ভাল লাগিব দাদা......

  • @arupgogoi8188
    @arupgogoi8188 4 ปีที่แล้ว +1

    Mousom daa aapuna protitu gaanore huwad brleg mur hridoy sui Jay jane

  • @pallabgogoi5653
    @pallabgogoi5653 4 ปีที่แล้ว +2

    মজা মজা দাদা

  • @pranjalphukan4252
    @pranjalphukan4252 4 ปีที่แล้ว +1

    Hundor song mousam da enekua gaan lge

  • @binuddutta3838
    @binuddutta3838 4 ปีที่แล้ว +1

    Dhuniya lgise o gogoi da

  • @user-yt5dv4qr2p
    @user-yt5dv4qr2p 4 ปีที่แล้ว +6

    Amar Dhemaji mousam da....emn vl lage apunar song bur.....💞💞

  • @aoostar4876
    @aoostar4876 4 ปีที่แล้ว +1

    Mozaa mousam da

  • @tilokborah2091
    @tilokborah2091 4 ปีที่แล้ว +2

    Dhuniya lagise gan to ❤❤❤❤

  • @MrReaction1998
    @MrReaction1998 3 ปีที่แล้ว +2

    Dhunia lagise

  • @Xuoroni
    @Xuoroni 4 ปีที่แล้ว +2

    Bohut hundor hoise mousom da bohudin apunar gan huna nasilu hoday notun gan hunibo Pam buli akha korilu

  • @ratuldasnicesongs7927
    @ratuldasnicesongs7927 4 ปีที่แล้ว +1

    Mon sui gol dada

  • @dharmeswarngate139
    @dharmeswarngate139 4 ปีที่แล้ว +1

    Bohut val lagil, atitor gan bilakoloi monot pelai

  • @user-hc6fc1qx7i
    @user-hc6fc1qx7i 2 หลายเดือนก่อน +1

    Apunar gan hunile buku khon bohut bikhai o dada ❤ you