Horinam | শৈশৱ-সত্যজিৎ নাথ | Soisob-Satyajit Nath | Assamese Bhokti mulok geet | New Horinam-2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 พ.ย. 2024

ความคิดเห็น • 619

  • @kalpanaborah5461
    @kalpanaborah5461 2 หลายเดือนก่อน +19

    অপেক্ষা অন্ত 🙏 কৰ্মজীৱন এজন (পুলিছ ) কিমান ব্যস্ত ৰ মাজত ইমান সুন্দৰ এভাগ দিহানাম শুনিবলৈ পাই বহুত সুখী হৈছো🙏🙏দলৰ সকলোকে ফালৰ পৰা শুভ কামনা তথা আৰ্শীৱাদ জনাইছো 🙏 সত্য কণ্ঠ অতি সুন্দৰ কৃষ্ণ 🙏🙏🙏🙏❤❤❤❤

  • @KusumBorgohain-c1q
    @KusumBorgohain-c1q 2 หลายเดือนก่อน +10

    কৃষ্ণ আপোনাৰ কুকিল কন্ঠৰ লগতে নামষাৰে অতিকৈ মন মুগ্ধ কৰিলে।বাপজনাৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনালো।

  • @Kanhak356
    @Kanhak356 หลายเดือนก่อน +4

    এনেকুৱা নামবোৰ শুনিব ভাল কাৰণ কোনো ভেজাল নাই
    মধ্য অসমৰ নাম আৰু ভাওনাৰ কথাই সুকীয়া
    সুন্দৰ সত্য দা ❤❤
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ

  • @mallikadeka141
    @mallikadeka141 2 หลายเดือนก่อน +9

    বহুত সুন্দৰ কণ্ঠ । নাগাৰা আৰু বাঁহী বাদক, ভোৰতাল সকলোৱে সহযোগত নামভাগ শুনিবলৈ সুন্দৰ হৈৈছে

    • @JintuNath-hl4ox
      @JintuNath-hl4ox 2 หลายเดือนก่อน

      কৃষ্ণ 🙏🙏🙏

    • @DhuliyaHA
      @DhuliyaHA 2 หลายเดือนก่อน

      ❤🙏🏻

  • @RupjyotiNath-b2m
    @RupjyotiNath-b2m 2 หลายเดือนก่อน +7

    অসমৰ প্ৰতিভা ❤❤🙏

  • @nityajyotinath2667
    @nityajyotinath2667 2 หลายเดือนก่อน +18

    মৰিগাঁও ৰ গৌৰৱ🥰 আমাৰ সত্য দা💝🌍🙏🙏

  • @rekhamonideka2764
    @rekhamonideka2764 2 หลายเดือนก่อน +5

    অতি সুন্দৰ উপস্থাপন। বৰ মনোগ্রাহী হৈছে নাম ষাৰ। কৃষ্ণ🙏🙏

  • @BuMoni
    @BuMoni 2 หลายเดือนก่อน +5

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ.... Bohut dhunia ❤

  • @TanmoyAxomEntertainment291
    @TanmoyAxomEntertainment291 2 หลายเดือนก่อน +8

    সুন্দৰ পৰিৱেশন কৃষ্ণ 🙏🏻

  • @munindraenter1081
    @munindraenter1081 2 หลายเดือนก่อน +7

    বহুত ধুনীয়া হৈছে দাদা। কুমুৰাগুৰি আঞ্চলিক পাঞ্চজন্য দিহানাম দলৰ সকলো লৈকে আন্তৰিক অভিনন্দন জনালো🙏🙏🙏

    • @JintuNath-hl4ox
      @JintuNath-hl4ox 2 หลายเดือนก่อน +1

      তোমাৰলৈও "পাঞ্চজন্য" দিহানাম দলৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ,,,।

  • @PunamBharali
    @PunamBharali หลายเดือนก่อน +4

    বৰ সুন্দৰ হৈছে বহুত বাৰ শুনিলো ❤🎉

  • @ajalibhuyan7088
    @ajalibhuyan7088 2 หลายเดือนก่อน +4

    বৰ সুন্দৰ হৈছে নাম ভাগ! শুনি মুগ্ধ হ'লো

  • @mompikalitagogoi5012
    @mompikalitagogoi5012 2 หลายเดือนก่อน +9

    সুন্দৰ কণ্ঠ আপোনাৰ লগতে সঙ্গী সকলৰ পৰিবেশন খুব সুন্দৰ🙏🙏🙏

  • @priyam.darshan
    @priyam.darshan 2 หลายเดือนก่อน +4

    ইমান ধুনিয়াকৈ নাম পৰিবেশন কৰিছে বহত ভাল লাগিল আপোনা কন্ঠই আমাৰ সমাজত ভক্তি ৰস বৰ ধুনীয়াকৈ নিগৰাইছে কৃষ্ণ 🙏

  • @pikudas9467
    @pikudas9467 2 หลายเดือนก่อน +7

    কৃষ্ণ কৃষ্ণ,,,,
    খচাকৈ মন মূহি দিলে,,,,
    ভগবানৰ ওচৰত পাৰ্থনা কৰিছোঁ আপুনি যাতে আৰু আগলৈ আগুৱাই যায় কৃষ্ণ🙏🙏

  • @dipikachakaravarty9796
    @dipikachakaravarty9796 2 หลายเดือนก่อน +6

    ইমান সুন্দৰ ।শুনিলে শুনি থাকিবৰ মন যায়।❤️❤️

  • @krishnojadumonisaikia9145
    @krishnojadumonisaikia9145 2 หลายเดือนก่อน +7

    ❤বৰ সুন্দৰ ,,,, লগতেই ইমান স্পষ্ট ভঙ্গীমাৰে প্ৰদৰ্শন কৰিছে 🥰 কৃষ্ণ সকলোৰে ভগৱানে মঙ্গল কৰক 🔥

    • @JintuNath-hl4ox
      @JintuNath-hl4ox 2 หลายเดือนก่อน +1

      কৃষ্ণ 🙏🙏🙏

  • @manjuborah4036
    @manjuborah4036 หลายเดือนก่อน +3

    সুন্দৰ হৈছে।

  • @pankajrajbongshi8213
    @pankajrajbongshi8213 2 หลายเดือนก่อน +8

    সুন্দৰ কণ্ঠ, ধুনীয়া পৰিবেশন

  • @saikiabhaskar5383
    @saikiabhaskar5383 2 หลายเดือนก่อน +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুন্দৰ হৈছে।

  • @ranjitgogoigogoi6995
    @ranjitgogoigogoi6995 2 หลายเดือนก่อน +8

    ভাল হৈছে পৰম্পৰ সুৰ আমাক এনেকুৱাহে লাগে ❤

  • @basantabharali9335
    @basantabharali9335 2 หลายเดือนก่อน +9

    অতি, ❤❤❤সুন্দৰ,,,, ইয়াতকৈ সুন্দৰ, দিহানাম, অসমত জন্ম, নহবই নেকি,,????

  • @pompidas9219
    @pompidas9219 2 หลายเดือนก่อน +7

    Khub Hundor ..,..krishna 🙏

  • @Nituxzy
    @Nituxzy 11 วันที่ผ่านมา +4

    Bahut val lagil

  • @pankajtamuli8113
    @pankajtamuli8113 2 หลายเดือนก่อน +9

    কৃষ্ণ 🙏 সেৱা জনাইছোঁ... অতি সুন্দৰ....

  • @deepikabodo5211
    @deepikabodo5211 2 หลายเดือนก่อน +6

    কৃষ্ণ 🙏 সঁচাকৈ সুন্দৰ কন্ঠ তোমাৰ। সুন্দৰ পৰিবেশন। মন মুগ্ধ হৈ গল। তোমাৰ লগত বাদ্য সংগত কৰা দলটোৰ সহযোগত নামভাগ শুনিবলৈ আৰু মনোমোহা হৈছে।

    • @DhuliyaHA
      @DhuliyaHA 2 หลายเดือนก่อน

      ❤🙏🏻

  • @prasantadeka8486
    @prasantadeka8486 2 หลายเดือนก่อน +8

    এইয়াহে প্ৰকৃত দিহানাম। কৃষ্ণ, সত্যজিত বাপজনা,বৰ সন্তোষ পালো।

  • @samirannath4519
    @samirannath4519 2 หลายเดือนก่อน +6

    কণ্ঠ অতি সুন্দৰ, লগতে বাদ্য আৰু সুৰ ও মনপৰসা 🎧❤❤🙏

    • @DhuliyaHA
      @DhuliyaHA 2 หลายเดือนก่อน

      ❤🙏🏻

  • @KattarHindu-n3n
    @KattarHindu-n3n 2 หลายเดือนก่อน +6

    মানুহজনক মই দিহানাম প্ৰতিষ্ঠানত বহুত বাৰ লগ পাইছো বহুত ভাল মনৰ মানুহ। বহুত সুমধুৰ কন্ঠ । কৃষ্ণ দেউ🙏💓

  • @RanjanDas-fq8hm
    @RanjanDas-fq8hm 2 หลายเดือนก่อน +6

    কি অমিয়া সুৰ । এনেকুৱা গীতসমূহ পাই থাকিম বুলি আশা থাকিল । কৃষ্ণ 🙏

  • @dewangaborthakur3053
    @dewangaborthakur3053 2 หลายเดือนก่อน +5

    অপূৰ্ব❤

  • @impahii
    @impahii 2 หลายเดือนก่อน +4

    ইমান যে সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবৰে মন❤️❤️

  • @MRRAJIBKUMARNATH
    @MRRAJIBKUMARNATH 17 วันที่ผ่านมา +5

    সুন্দৰ কণ্ঠ বহুত ‌ভাল লাগিল

  • @Mamanu-eq3ii7ot9k
    @Mamanu-eq3ii7ot9k 2 หลายเดือนก่อน +5

    ইমান সুন্দৰ দিহা নাম ইমান সুন্দৰ কৈ গাইছে তেখেতে বহুত বাৰ শুনি লো🙏🥰...

  • @dulumaninath
    @dulumaninath 2 หลายเดือนก่อน +4

    অতি সুন্দৰ হৈছে,,❤❤❤, ভাষা নাই কবলৈ আৰু আগুৱাই যোৱা সত্য ভাইটি তুমি❤❤ আশীৰ্বাদ সদায় আছে🥰🥰

    • @JintuNath-hl4ox
      @JintuNath-hl4ox 2 หลายเดือนก่อน

      এতিয়া সত্য ভাইটিহে আগুৱাব লাগে।আমি পিছুৱাই আহিম আৰু,,,🙏😂🤣

    • @dulumaninath
      @dulumaninath 2 หลายเดือนก่อน +1

      অপৰাধ বিনাশন কৃষ্ণ 🙏🙏 দলৰ সদৌ টি লৈকে শুভকামনা🎉🎉🎉 জনালোঁ💐💐​@@JintuNath-hl4ox

  • @PriyamGaming-le2cf
    @PriyamGaming-le2cf 2 หลายเดือนก่อน +5

    সুন্দৰ।

  • @baniaassam1003
    @baniaassam1003 2 หลายเดือนก่อน +4

    বহুত ধুনীয়া হৰিনাম ❤🙏

  • @simantasaikiaofficial9196
    @simantasaikiaofficial9196 2 หลายเดือนก่อน +4

    এইবিলাক আপোনালোকৰ দৰে থলুৱা শিল্পীৰ কন্ঠতহে শুভা পাই , বৰ ভাল লাগিল 👍🌼

  • @মইঅসমিয়া
    @মইঅসমিয়া 2 หลายเดือนก่อน +4

    সুন্দৰ কন্ঠ সুন্দৰ হৈছে 🙏🙏🙏🙏

  • @himakshilaskar9344
    @himakshilaskar9344 2 หลายเดือนก่อน +5

    Imn dhuniya kontho Krishno Krishno 🙏🙏🙏🙏

  • @uddhabdas3864
    @uddhabdas3864 2 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল,সুন্দৰ কণ্ঠ বাপ জনৰ সেৱা জনাইছোঁ

  • @basantabharali9335
    @basantabharali9335 2 หลายเดือนก่อน +5

    অসমৰ শ্ৰেষ্ঠ, দিহানাম,,, ❤❤❤❤❤

  • @rakeshbora6096
    @rakeshbora6096 2 หลายเดือนก่อน +5

    ধুনীয়া দাদা🌺

  • @rajibbaruah8580
    @rajibbaruah8580 2 หลายเดือนก่อน +6

    বৰ ধুনীয়া হৈছে দেই

  • @PromudTamuli
    @PromudTamuli 2 หลายเดือนก่อน +5

    Huni huni amoni nalage krisna nagara bojua dada r hahi tu mojja ❤❤

  • @HrishikeshDeka-cf3uk
    @HrishikeshDeka-cf3uk 2 หลายเดือนก่อน +4

    বহুত ধুনীয়া হৈছে আৰু আগবাঢ়ি যোৱা ভগৱানক প্ৰাৰ্থনা কৰিছোঁ 🙏 ❤❤❤🥰🥰🥰

  • @PompyBordoloi-s7o
    @PompyBordoloi-s7o 2 หลายเดือนก่อน +5

    অমিয়া সুৰ৷ আগলৈকে এনে সুন্দৰ গীত পৰম্পৰাগত সুৰ সহিতে আগবঢ়াব বুলি আশাৰে বাট চাই ৰ’ম৷

  • @HiranyaHiranyabordoloi
    @HiranyaHiranyabordoloi วันที่ผ่านมา +2

    কৃষ্ণ 🙏🙏🙏🙏🙏❤️👌👌👌সুন্দৰ।

  • @lijashree--25
    @lijashree--25 2 หลายเดือนก่อน +3

    অপেক্ষাৰ অন্ত পৰিল ❤️🥳 বহুত ধুনীয়া হৈছে 😍❤️ সদায় শুনি থাকিলেও আমনি নলগা কণ্ঠ মামা🙏❤️🔥🔥লগতে দলৰ প্ৰত্যেক জন সদস্য লৈ শুভেচ্ছা জনালোঁ 🙏❤🙏🙏

  • @anjanadevi6808
    @anjanadevi6808 หลายเดือนก่อน +2

    East aur west Mamaaa always best🤍💐
    এই দৰেই সফল হৈ যোৱা কৃপা কৰক তোমাক ভগৱন্তই❤

  • @bidyutsaikiachannel1682
    @bidyutsaikiachannel1682 2 หลายเดือนก่อน +4

    Xundor..xuni thakibo mn ... krishna krishna

  • @padumprasadsaikia1856
    @padumprasadsaikia1856 2 หลายเดือนก่อน +5

    সুন্দৰ,,, কৃষ্ণ🙏

  • @KripanjalHazarika-i6j
    @KripanjalHazarika-i6j 2 หลายเดือนก่อน +3

    অতি সুন্দৰ...সত্য দা মজ্জা ❤

  • @manikadevi3066
    @manikadevi3066 20 วันที่ผ่านมา +3

    Bahut bhal lagise dei Satya aru aag bahi jua,godok pray korisu,jiman duty r majot aru notun dihanaam xunaba...❤❤❤❤❤

  • @Bijuporanofficial
    @Bijuporanofficial 2 หลายเดือนก่อน +4

    অতি সুন্দৰ ❤❤❤❤❤

  • @phanindramedhi4914
    @phanindramedhi4914 2 หลายเดือนก่อน +4

    🙏কৃষ্ণ ,সুন্দৰ হৈছে

  • @MuninBorah-j3t
    @MuninBorah-j3t 2 หลายเดือนก่อน +4

    সুন্দৰ হৈছে সত্যজিৎ ; সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ‌।❤❤❤

  • @Sunnydx-e6s
    @Sunnydx-e6s 2 หลายเดือนก่อน +5

    Bohut vl lagil xuni,,,apunar kontho ki jj km bohut vl lge xuni❤🙏🥰 krishno krishno,,,🙏

  • @T.Boruah
    @T.Boruah 2 หลายเดือนก่อน +4

    জয় গুৰু শঙ্কৰ🙏🙏🙏
    সুন্দৰ 👌👌👌👌👌

  • @brozendutta5353
    @brozendutta5353 2 หลายเดือนก่อน +4

    সুন্দৰ লাগিলে। কৃষ্ণ

  • @AnantaDebnath-zm8ls
    @AnantaDebnath-zm8ls หลายเดือนก่อน +3

    সুন্দৰ উপস্থাপন

  • @Kangkonabhuyan4552
    @Kangkonabhuyan4552 2 หลายเดือนก่อน +3

    অতি সুন্দৰ হৈছে ।🎉🎉

  • @rupamkumarnath3871
    @rupamkumarnath3871 2 หลายเดือนก่อน +4

    ইমান ধুনীয়া কণ্ঠ ভাষা নাই কিন্তু কিবা এটা ৰৈ যোৱা যেন অনুভৱ হয়।

  • @bikashteok
    @bikashteok 2 หลายเดือนก่อน +4

    মন চুই গল ❤❤

  • @debanandaborah3402
    @debanandaborah3402 2 หลายเดือนก่อน +4

    বৰ ভাল লাগিল

  • @pujasaikia3946
    @pujasaikia3946 2 หลายเดือนก่อน +3

    ♥️🙏♥️

  • @geetatimsina9335
    @geetatimsina9335 2 หลายเดือนก่อน +4

    কৃষ প্ৰভু

  • @jyotiprasadxonowal2399
    @jyotiprasadxonowal2399 2 หลายเดือนก่อน +4

    🔥

  • @leejadevi3775
    @leejadevi3775 2 หลายเดือนก่อน +5

    Krishna satya mama❤ aru aguwai juwa

  • @surjyashreebanthai6349
    @surjyashreebanthai6349 2 หลายเดือนก่อน +5

    কৃষ্ণ জয় গুৰু শঙ্কৰ সেৱা ধৰিছো বাপ সকললৈ

  • @villagelifeassam1717
    @villagelifeassam1717 2 หลายเดือนก่อน +4

    Mozaaaa❤❤

  • @bidyutmedhi4776
    @bidyutmedhi4776 2 หลายเดือนก่อน +3

    সুন্দৰ কন্ঠৰ লগতে মনোৰম নামঘৰৰ পৰিৱেশৰ সৈতে মনোমোহা পৰিৱেশন শৈলী আৰু শৰীৰ চালনা লেখত লবলগীয়া।
    কৃষ্ণ কৃষ্ণ বাপ। সেৱা জনাইছো আপোনাক 🙏

  • @MonujChutia-yh4lt
    @MonujChutia-yh4lt 2 หลายเดือนก่อน +3

    ❤❤

  • @KamonaBorah
    @KamonaBorah 2 หลายเดือนก่อน +2

    🙏🙏

  • @pronotychaliha3036
    @pronotychaliha3036 2 หลายเดือนก่อน +4

    বহুত ভাল লাগিল নামষাৰ শুনি

  • @mominchutia-i2k
    @mominchutia-i2k 2 หลายเดือนก่อน +3

    বৰ ভাল লাগিল শুনি

  • @EshanBorkakati
    @EshanBorkakati 2 หลายเดือนก่อน +4

    বহুত ধুনীয়া লাগিছে🙏🙏মৰিগাঁও গৌৰৱ

  • @Triptisharma154
    @Triptisharma154 2 หลายเดือนก่อน +5

    সুন্দৰ হৈছে শুনি থাকিলেও আমনি নালাগে কৃষ্ণ

  • @junakiaxom7586
    @junakiaxom7586 2 หลายเดือนก่อน +3

    সুন্দৰ হৈছে ❤🙏

  • @digambardas5611
    @digambardas5611 2 หลายเดือนก่อน +4

    Xuni bor dhuniya lagil de....ru xur tu emn xundor uffffffff dada

  • @Bijuporanofficial
    @Bijuporanofficial 2 หลายเดือนก่อน +7

    মধ্য অসমৰ. নগাঁও, মৰিগাঁও ৰ দিহা নাম ৰ বহুতেই বৈশিষ্ট্য চুই গৈছে।ধন্যবাদ জ্ঞাপন কৰিছো।

  • @nilakhisonowal5032
    @nilakhisonowal5032 2 หลายเดือนก่อน +3

    Krishna krishna bohut hundor kontha huni bhal lagil 🙏🙏👏👏 Hodai anekua hundor hundor horinam dihanam bhag pam buli aakhare roi thaku huniboloi 🙏🙏

  • @RipuNath-i1v
    @RipuNath-i1v 2 หลายเดือนก่อน +2

    Dhuniwa 🙏🙏🙏

  • @BidyotMedhi
    @BidyotMedhi หลายเดือนก่อน +4

    Khundor dihanaam.. bahut val lagil... Hepahe nopolai... ❤❤

  • @GunajitBora-e3b
    @GunajitBora-e3b 2 หลายเดือนก่อน +4

    Khub sundor. .,... Krishna

  • @DdhonChangmaji
    @DdhonChangmaji 2 หลายเดือนก่อน +4

    Bor val lagise dada❤

  • @nirbikvlogs6965
    @nirbikvlogs6965 2 หลายเดือนก่อน +3

    mja dada

  • @arunsarmah3711
    @arunsarmah3711 2 หลายเดือนก่อน +4

    Ah moja lagil dada ❤❤❤

  • @NitulDas-k3z
    @NitulDas-k3z หลายเดือนก่อน +5

    Bahut sundor hoise dada

  • @pranjitঅসম
    @pranjitঅসম 2 หลายเดือนก่อน +6

    মৰিগাঁৱৰ পৰা মৰম আৰু ভক্তিভৰা শুভেচ্ছা যাচিলোঁ! 🙏

  • @digambardas5611
    @digambardas5611 2 หลายเดือนก่อน +3

    Satyajit daa xub dhuniya lge xuni nam xar...ru apunar xur tu bhut dhuniya de...agoleo je dhuniya dhuniya nam xunib paw axa thkil Krishna 🙏🙏🙏

  • @LulumoniDihanam
    @LulumoniDihanam 2 หลายเดือนก่อน +4

    অতি সুন্দৰ কৃষ্ণ

    • @JintuNath-hl4ox
      @JintuNath-hl4ox 2 หลายเดือนก่อน

      ধন্যবাদ বাইদেউ 🙏🙏🙏

  • @samirannath4519
    @samirannath4519 2 หลายเดือนก่อน +3

    সুন্দৰ❤🎉

  • @1YuvrajPegu
    @1YuvrajPegu 2 หลายเดือนก่อน +4

    🙏💮💮🌸

  • @tridipnath7618
    @tridipnath7618 2 หลายเดือนก่อน +5

    সুন্দৰ ককাইদেউ ❤🙏🥰

  • @ganeshthapa6110
    @ganeshthapa6110 2 หลายเดือนก่อน +4

    Bahut dhunya dost 🎉❤

  • @AnupamBorah-t1y
    @AnupamBorah-t1y หลายเดือนก่อน +2

    Krishna🙏

  • @jaduall7531
    @jaduall7531 2 หลายเดือนก่อน +5

    সুন্দৰ প্ৰদৰ্শন কৰিছে বহুত ভাল লাগিছে দাদা

  • @tusharnath9106
    @tusharnath9106 2 หลายเดือนก่อน +4

    গৌৰম্বিত হৈছোঁ মই কুমুৰাগুৰিৰ বাসিন্দা বুলি কৈ। ভগৱানে তোমাৰ মঙ্গল কৰক।

  • @NabaNath-d1s
    @NabaNath-d1s 2 หลายเดือนก่อน +3

    সুন্দৰ,, কৃষ্ণ কৃষ্ণ