LIVE : Sivasagar Nitikesh Ponkhi Case : মেধাৱী পংখীৰ মৃত্যুৰ ৰহস্যভেদ! স্বামীক জে'ললৈ। N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 พ.ค. 2024
  • LIVE : Sivasagar Nitikesh Ponkhi Case : মেধাৱী পংখীৰ মৃত্যুৰ ৰহস্যভেদ! স্বামীক জে'ললৈ। N18L
    #live #nitikeshdas #ponkhihandique #jorhat #jorhatnews #news18assamoriginals #PaporiBorah
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk
  • บันเทิง

ความคิดเห็น • 504

  • @paramanandadeka4408
    @paramanandadeka4408 25 วันที่ผ่านมา +256

    ন্যায় নাপায় পংখী কাৰণ জোনমনী ৰাভাৰ দৰে একে হব । ন্যায় খন সকলোৰে সমান নহয় ।

    • @sunitchangmai9718
      @sunitchangmai9718 24 วันที่ผ่านมา +11

      Right

    • @Anup..Kr.__Mili
      @Anup..Kr.__Mili 24 วันที่ผ่านมา +12

      Toka lagibo nyai pabole,,, karon amar nyai bivosta Toka kendrik...😢 Kothatu kuwar karone je muk kuneu vul nubujibo 🙏

    • @Manash_hitman_Sharma
      @Manash_hitman_Sharma 24 วันที่ผ่านมา +4

      ​@@Anup..Kr.__Miliআমাৰ সংবিধান খনেই তেনেকুৱা,2008 ত bomb blast কৰা অপৰাধী আজি মুকলি আকাশৰ তলত, rapist বিলাক 6 মাহ -1 বছৰ ৰ ভিতৰত ওলাই আহে m

    • @rinkydas9567
      @rinkydas9567 22 วันที่ผ่านมา

      Hosa kotha dei

    • @dipaleegogoiborgohain2599
      @dipaleegogoiborgohain2599 22 วันที่ผ่านมา +1

      ফাচিঁ হ’লে ভাল হয় 😢

  • @newaccounts3009
    @newaccounts3009 25 วันที่ผ่านมา +165

    ফাঁচী দিয়ক।

    • @RabindraBarman-ci7bb
      @RabindraBarman-ci7bb 23 วันที่ผ่านมา +1

      3:00 3:01 3:02 3:02 3:03 3:04 3:04

    • @jonalidas6589
      @jonalidas6589 22 วันที่ผ่านมา +1

      হয় তেতিয়া হলে পুনৰ এনে দশা কাৰো নহয়।

    • @bhabanithakuria2154
      @bhabanithakuria2154 20 วันที่ผ่านมา

      Right

  • @bijuchetia3935
    @bijuchetia3935 25 วันที่ผ่านมา +131

    জেলেই নহয় ফাঁচি দিয়ক সোনকালে ৷

    • @NiruGogoi-wx8qz
      @NiruGogoi-wx8qz 21 วันที่ผ่านมา +2

      Jail diukoti sankhla

  • @basantabarman8186
    @basantabarman8186 25 วันที่ผ่านมา +125

    ফাঁচি দিৱ লাগে

  • @mrinmoydas9243
    @mrinmoydas9243 25 วันที่ผ่านมา +71

    ফাঁচি দিব লাগে

    • @AcBorah
      @AcBorah 20 วันที่ผ่านมา

      ফাঁচি দিব লাগে

  • @mallikaswargiary8928
    @mallikaswargiary8928 25 วันที่ผ่านมา +98

    তাকো পঙ্খীৰ দৰেই শাস্তি দিয়ক।

  • @taralisaikia8281
    @taralisaikia8281 24 วันที่ผ่านมา +61

    মাক দেউতাক a হইটো কিমান কষ্টত এখন ডাঙৰ কৈ বিয়া পাতি দিছে। বৰ লুভিয়া আছিল নিতিকেশ। ইমান যদি বেলেগ কাৰোবাক ভাল লগিছিল কিও নো ponkhir জীৱন শেষ কৰিব লাগে, মাক দেউতাকৰ বুকু খালি কৰিব তাক কোনে ইমান অধিকাৰ দিলে।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 25 วันที่ผ่านมา +72

    ফাচী দিব লাগে ইয়াক।

  • @bijay7660
    @bijay7660 24 วันที่ผ่านมา +24

    আইনখন অলপ কঠোৰ যদি হলহৈ তেতিয়া হলে মানুহে চকলেট চুৰ কৰিবলৈ ভয় খালেহৈ হত্যা টো বহুত দুৰৰ কথা। এনেকুৱা আইন হলে এনেকুৱা কৰ্ম আৰু দেখিবা হৈয়ে থাকিব। কেছ চলিব বছৰ বছৰ বাগৰিব তাৰ পিছত দোষী মুক্তি হৈ যাব । মৃত্যুৰ শাস্তি মৃত্যু হব লাগে। যেনে কৰ্ম তেনে শাস্তি হব লাগে । নহলে এনেকুৱা কৰ্ম কৰি গৈয়ে থাকিব নৰপিশাচ বিলাকে।

  • @Allinonedoleycreation
    @Allinonedoleycreation 24 วันที่ผ่านมา +48

    ন্যায় ব্যৱস্থাক বিশ্বাসত লব নোৱাৰি।উদাহৰণ ৰূপে আছে জানমণি ৰাভা

  • @bkgogoi8636
    @bkgogoi8636 24 วันที่ผ่านมา +67

    ফাঁছী দিয়ক ৰেহাই নিদিব লৰা জনক ফাঁচি দিয়ক । "কৃষ্ণ"

    • @KanchanHazarika
      @KanchanHazarika 6 วันที่ผ่านมา

      নাৰী হত্যা কৰা সকলক আইনে ফাচী দিয়া উচিত।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 25 วันที่ผ่านมา +70

    ফাঁচি দিয়ক হাৰামজাদাক

  • @hemchandraholal7321
    @hemchandraholal7321 25 วันที่ผ่านมา +40

    নীতিকেশক ধৰি আনি দবা পিতন দি ঠেংত বান্ধি গছত ওলোমাই থই দিব লাগে ।

  • @tentacion787
    @tentacion787 25 วันที่ผ่านมา +37

    ফাচি দিৱ লাগে😢

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 24 วันที่ผ่านมา +12

    আমিও নীতিকেশ ফাঁচী দিয়াৰ কামনা কৰিছোঁ তেতিয়া পঙ্খীৰ আত্মাৰ চিৰ শান্তি লাভ কৰিব।

  • @kulodharborah9285
    @kulodharborah9285 25 วันที่ผ่านมา +48

    সেই কাৰণে অচিন কাঠৰ থোৱাৰ লগাব নালাগে।

    • @dishamoni481
      @dishamoni481 21 วันที่ผ่านมา

      Xosa ...sakori thakil buli a kisumn middle class family r maak deuta ke nijor soali jonik ji ti ghort gotai diye...kebol sakori soa2 onusit...1st lora2k buji lobo lge

    • @user-es9zv2xg8n
      @user-es9zv2xg8n 6 วันที่ผ่านมา

      Prothomote nu kenekoi gom pai he tenekua buli .

  • @nripenboruah32
    @nripenboruah32 24 วันที่ผ่านมา +31

    মানুহে অপৰাধ কৰি কি শান্তি পায়? পাছত গোটেই জীৱন জেলত নতুবা আন শাস্তি পাবই। ভাল জীৱনৰ কথা কিয় পাহৰি যায় বাৰু?

    • @cintusaikia
      @cintusaikia 24 วันที่ผ่านมา

      Hokolu manuh apunar nisina val monor nhoi

  • @bijuleedeka8974
    @bijuleedeka8974 25 วันที่ผ่านมา +25

    Phasi dibo lage

  • @AbojitBorah
    @AbojitBorah 24 วันที่ผ่านมา +13

    ফাঁচি দিব লাগে তাক 😢

  • @pranatibaruah3467
    @pranatibaruah3467 24 วันที่ผ่านมา +9

    সৰু ছোৱালীজনীৰ মৃত্যুতো বৰ দুখ লাগিল ভৱিষ্যতে আৰু আগুৱাই গল হেতেন মেধাৱী ছোৱালীজনী

  • @dharitreekonwar8364
    @dharitreekonwar8364 24 วันที่ผ่านมา +11

    দুখীয়াৰ দুখ নোগোচে,,, বহুত কষ্ট পালো মাক দেউতাকৰ মুখ খন চাই,,,, তাক ফাচি দিয়ক,,,পুলিচ,ডাক্তৰ মেনেজ কোনেও নকৰিব,,, ভবিষ্যতে নিজৰ ছোৱালীৰ কথা ভাবিব

  • @user-jt5ih1om7q
    @user-jt5ih1om7q 25 วันที่ผ่านมา +18

    Jorhat nohoi Sivasagar ......

  • @user-fs4tr5yl7k
    @user-fs4tr5yl7k 22 วันที่ผ่านมา +6

    দুদিনমান জেলত থাকিব পিছত বেলেগ ছোৱালী বিয়া পাতি সুখেৰে সংসাৰ পাতিব কেতিয়াও ন্যায় নাপায় পংখিয়ে এইয়াই সত্য 😢

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v 24 วันที่ผ่านมา +13

    আৰক্ষীয়ে উচিত তদন্ত আগবঢ়াওক,

  • @manjushribora6845
    @manjushribora6845 24 วันที่ผ่านมา +12

    উচিত বিচাৰ পাব লাগে ।এইটো আমাৰ দেশত অসম্ভৱ।

  • @assamnoobgamer9752
    @assamnoobgamer9752 24 วันที่ผ่านมา +12

    মাৰি পেলাব লাগে কিয়।ডাইভোৰচ দিয়ক। ই আচলতে বদমাচ।ইয়াক জীয়াই জীয়াই সাষ্টী দিব লাগে।

  • @sunitchangmai9718
    @sunitchangmai9718 24 วันที่ผ่านมา +8

    অসম জোকাৰণি দি যোৱা প্ৰতিটো ঘটনাৰ
    দোষীয়ে কেতিয়াও শাস্তি নাপায়, এইখন অসমত আৰু কিমাননো এনেকোৱা বিলাক শুনিবলৈ আৰু দেখিবলৈ পাম। অসমৰ ৰাইজৰ সাধাৰণ জনতাৰ প্ৰত্তিচবিখন যেন বেয়া দিশলৈ গতি কৰিছে।।

  • @nripenboruah32
    @nripenboruah32 24 วันที่ผ่านมา +17

    যি বুজিছো মাক দেউতাকে পুতেকৰ কুকৰ্মৰ বিষয়ে জানিছিল, কিন্তু পুতেকৰ ৰহস্য জনক ভুমিকা মাক দেউতাকে লুকাই ৰাখি জুৰজুলুম কৰি পংক্ষীক বিয়া কৰাই দিছিল। মাক দেউতাক ও বহুত জগৰীয়া।

  • @air33-ias53
    @air33-ias53 25 วันที่ผ่านมา +34

    লৰা চাই চিটি বিয়া হব লাগে। বিয়া পতাৰ ধৌ বোৰৰ মাজতে সকলো বোৰ লক্ষ্য কৰা ভাল।

  • @user-br7kd9tg3v
    @user-br7kd9tg3v 24 วันที่ผ่านมา +2

    ফাঁচি দিয়ক

  • @user-do8xf9ce8x
    @user-do8xf9ce8x 25 วันที่ผ่านมา +7

    Encounter koribo lage

  • @JohirulIslam-vv7us
    @JohirulIslam-vv7us 14 วันที่ผ่านมา +1

    So sad very worry full history

  • @sumpibiswas9865
    @sumpibiswas9865 2 วันที่ผ่านมา

    আইনে একো কৰিব নোৱাৰে, জনহাধাৰণে ধৰি পংখিক ন্যায় দিব লাগিব, নৰ পিশাসক ধৰি মৃত্যু দণ্ড দিব লাগে 😢

  • @moromisaikia496
    @moromisaikia496 24 วันที่ผ่านมา +13

    ফাঁচী দিয়া ভাল হ'ব এনে পাখন্দক

  • @jamala434
    @jamala434 2 วันที่ผ่านมา

    উচিত ন্যায় পোৱাৰ কামনা কৰিলো 😭😭

  • @utpalgogoi8457
    @utpalgogoi8457 24 วันที่ผ่านมา +1

    অসমত এতিয়া ন্যায় বিচাৰি যোৱাটো..........

  • @lakhimonideka112
    @lakhimonideka112 24 วันที่ผ่านมา +5

    ঠিক কৈছে আপুনি আৰক্ষীয়ে উচিত বিচাৰ কৰিব লাগে.... নহলে ভূপেন হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে দেশ খন দিনে দিনে ৰখাতলে গৈ আছে... উচিত ন্যায় দিয়ক পৰিয়ালটোক 🙏

  • @RajChetia-wv3qt
    @RajChetia-wv3qt 25 วันที่ผ่านมา

    ❤❤

  • @mobilephone6298
    @mobilephone6298 25 วันที่ผ่านมา +10

    Nitikeshor Mobile check Koribo lage. Ji ki nohowak enekuaa manuhok jiyai rakhiboi napai. Fasi dibo lage sosakoi. Tetiyahe aibur kora bondho hobo.

  • @trideepgogoi8919
    @trideepgogoi8919 25 วันที่ผ่านมา +8

    Asomor gayika Nilav nitar boy frnd asil Nitikesh daa....he bahut beya lora nasil ketiyau..kintu hasti puatu bisaru....Dukhiye....

    • @pompideka9998
      @pompideka9998 24 วันที่ผ่านมา +2

      Ki ? Aijonai nki Gayikajonir boyfriend?

    • @plabitakalita6000
      @plabitakalita6000 24 วันที่ผ่านมา

      Hosake nki nilav nitar boyfrnd

  • @mkmona7862
    @mkmona7862 20 วันที่ผ่านมา

    ফাঁচি দিয়ক যাতে দ্বিতীয় বাৰ এনে nohoi 😢

  • @rupasaikia3640
    @rupasaikia3640 13 วันที่ผ่านมา

    ফাঁচি দিয়া তোৱেই উপযুক্ত

  • @RajChetia-wv3qt
    @RajChetia-wv3qt 25 วันที่ผ่านมา +1

    ❤❤hi

  • @user-en7ut1xh8c
    @user-en7ut1xh8c 24 วันที่ผ่านมา +8

    ল'ৰাৰ পৰিয়ালৰ সমান দোষী আছে

  • @user-bs6hf9sw3m
    @user-bs6hf9sw3m 8 วันที่ผ่านมา

    ফাঁচী দিয়ক

  • @mohendrapanging8475
    @mohendrapanging8475 21 วันที่ผ่านมา

    Ok

  • @jaanmoni5724
    @jaanmoni5724 11 วันที่ผ่านมา

    দুখীক ফাঁচী দিয়ক 😠😠😠

  • @user-yp2bh3pp4q
    @user-yp2bh3pp4q 16 วันที่ผ่านมา +1

    😢

  • @bhargabisvlog1069
    @bhargabisvlog1069 17 วันที่ผ่านมา

    ফাঁচি দিয়ক।

  • @bandanagayan1929
    @bandanagayan1929 24 วันที่ผ่านมา

    হে ভগবান কি কম বাৰু বৰ দুখ পাইছোঁ ওম শান্তি

  • @anupsarania2344
    @anupsarania2344 11 วันที่ผ่านมา

    😢😢😢😢😢😢😢

  • @PradipKumarArjya-ie7gb
    @PradipKumarArjya-ie7gb 20 วันที่ผ่านมา

    Hi

  • @EajaRabhaEajanRabha
    @EajaRabhaEajanRabha 17 วันที่ผ่านมา +1

    🎉🎉

  • @Divya_mrs
    @Divya_mrs 23 วันที่ผ่านมา +1

    Massage call record চোৱা নো কি ডাঙৰ কথা police ৰ কাৰণে 🙏

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 24 วันที่ผ่านมา +1

    We want justice

  • @BobyboruahBobyboruah-jr8nv
    @BobyboruahBobyboruah-jr8nv 21 วันที่ผ่านมา

    😢😢😢😢

  • @buliborah5758
    @buliborah5758 24 วันที่ผ่านมา +8

    কি কাৰণে ইমান সৰুতে বিয়া দিব লাগে। মানুহবোৰে ভুল কৰে ।ছোৱালী জনিক ভালদৰে পঢ়াই কিবা এটা কৰিহে বিয়া চিন্তা কৰিব লাগে। তথাপিও দোষী ক শাস্তি দিব লগে।

    • @rupusentertainment8050
      @rupusentertainment8050 24 วันที่ผ่านมา

      Dhoni ghr r sakori thka lora ple aku nlge ajikli

    • @anmolkanchhi5083
      @anmolkanchhi5083 24 วันที่ผ่านมา

      ​@@rupusentertainment8050
      Enekuwa nohoe.... I know her personally.... She was very talented....
      Hei lora r ki aasil?? Tat k vaal lora paali hoe... I was shocked when she got married.... Enekuwa lora k kio patile biya buli bhabisilu

  • @myway3433
    @myway3433 21 วันที่ผ่านมา

    শুদ্ধ সীদ্ধান্ত লোৱাৰ ভাবে প্ৰশাসনক ধন্যবাদ জনাইছো । নীতিকেশ যাৱত জীৱন কাৰাগাৰত ভৰাই থব লাগে এয়াই আমাৰ দাবী ।

    • @rimpibaruah1576
      @rimpibaruah1576 15 วันที่ผ่านมา

      উচিত বিচাৰ হবনে

  • @user-xh2hn2vh9q
    @user-xh2hn2vh9q 24 วันที่ผ่านมา +1

    দুখ লাগিল সুনি

  • @barshabharadwaj7070
    @barshabharadwaj7070 16 วันที่ผ่านมา

    ফাঁচী হব লাগে এই নিতিকেশ নামৰ নৰপিশাচটোৰ..😢..এইঘটনাটো সংঘটিত হোৱা শুনি মোৰ এটাই কথা মনত পৰিছে সেইটো হৈছে নন্দিতা বা.. মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী আছিল নন্দিতা বা.. কিন্তু দোষী ৰিংকু শৰ্মাই ফাঁচী নাপালে, এতিয়া মুক্ত আকাশত উৰি আছে..😢.. আইন ব্যৱস্থা অলপ কঠোৰ হলে হয়টো এনেকুৱা ঘটনা নহল হয় 😔যিয়েই নহওঁক পংখি বা'ৰ আত্মাই চিৰ শান্তি লাভ কৰক😢😓..

  • @kaberimoran5496
    @kaberimoran5496 24 วันที่ผ่านมา +5

    আমি ছোৱালী হয় নিজৰ অধিকাৰ আছে জীয়াই থকাৰ। মানুহৰ বোৰে ছোৱালী জন্ম দিয়ে কেৱল বিয়া দিবলৈ। ধুনীয়া ল'ৰা দেখিলে ধনী ল'ৰা পালে বিয়া দিয়ে। পঢ়া ছোৱালী সাহষে জিয়াই থাকিব লাগে। পঢ়ি কি শিকিলে।

    • @jashodabaruah8200
      @jashodabaruah8200 20 วันที่ผ่านมา

      এনেকুৱা বহুত ঘটনা ঘটিছে, কিন্তু দুখীয়ে শাস্তি পাইছে জানো?কাম নাই অসমত আইনৰ

  • @user-pm1dx3sx3d
    @user-pm1dx3sx3d 12 วันที่ผ่านมา

    আই ঐ ধনী লৰাটোক আমাৰ ঘৰত আহিবই নিদিবি
    মাজনী কলেজত গলে কোনো ধৰণৰ গা দেখোৱা লৰাক মন নিদিবি দেই
    আৰু দ্বিতীয় জনী পংখী হত্যা যাতে নহয় তাৰ কাৰণে সকলো মাতৃ কন্যা লৈ ভগৱানৰ ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰি লো
    বৰ হৃদয়বিদাৰক ঘটনা
    হত্যাকাৰীৰ উচিত শাস্তি বিচাৰিলো 😭😭😭

  • @user-br9db2mf2r
    @user-br9db2mf2r 21 วันที่ผ่านมา

    ফাঁচি দিয়ক সোনকালে

  • @amalsaikia6525
    @amalsaikia6525 24 วันที่ผ่านมา +1

    We have need justice God sees the truth but wait

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 20 วันที่ผ่านมา

    ন্যায় পোৱাটো বিচাৰোঁ।অপৰাধী জন যাতে সুৰুঙা বিছাৰি নাপায়।

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v 25 วันที่ผ่านมา +6

    ফাঁসি হতে লাগে অন যে মেয়েটি শাস্তি দিতে লাগে মা বাবা আরটাকাদিমন্ড k kurok যদি ঘটনা সত্যি হয়,,,, ওনো কোনোদিন আর যাতে j ate na হয়

  • @TarikAziz-xd2qu
    @TarikAziz-xd2qu 13 วันที่ผ่านมา

    Bg

  • @ankumanibarman5360
    @ankumanibarman5360 24 วันที่ผ่านมา +5

    Ghorr manhuhor bahire kuno bahira manhu apun hbo nuware sob misa kotha aibilak belegok apun kori luwar xoloni borola hoi thakok raij😢

  • @bhabanikalita1535
    @bhabanikalita1535 21 วันที่ผ่านมา

    আমাৰ ন্যায় ব্যবস্থাৰ বাবে নীতিকেশ হাত সাৰি যাব পাৰে , কিন্তু অভিভাৱক সচেতন হ‌ওক । লৰাৰ চৰিত্ৰ সন্দেহ পালে ছোৱালী জনীক ঘৰলৈ লৈ আহিব । ছোৱালী বোৰ সচেতন হ‌ওক ।

  • @pinkiakshayborah248
    @pinkiakshayborah248 16 วันที่ผ่านมา

    বেছি কথা নাই,,,,ফাচীঁ দিয়ক।

  • @bijoyamolia8586
    @bijoyamolia8586 24 วันที่ผ่านมา +1

    সঠিক বিচাৰ হব লাগে।

  • @user-im1tw5qe3i
    @user-im1tw5qe3i 9 วันที่ผ่านมา

    তাক ও শাস্তি দিয়ক

  • @lakshyanath294
    @lakshyanath294 24 วันที่ผ่านมา +5

    চমু কথা লমপটক মাৰি পেলাব লাগে

  • @user-wj8ng6gk4e
    @user-wj8ng6gk4e 24 วันที่ผ่านมา +1

    ফাঁচী দিয়ক তাক ।

  • @kbarman4034
    @kbarman4034 20 วันที่ผ่านมา +1

    Don't play one side Game, fist collect the clips from both and then try to unveil Mistry.
    I'm not going to support any side , but we should take decision after hearing both side.....

  • @user-zp7ck4bl9p
    @user-zp7ck4bl9p 25 วันที่ผ่านมา +3

    Ajir ai jugot kaku bisshakh koribo nuari,,,,ketyaba jed,lubh,ohongkar,,,,,thokar babeu aibilak hoi...... 😢😢😢

  • @arunabailung3805
    @arunabailung3805 24 วันที่ผ่านมา +2

    তাক মাৰি পেলাউক জিয়াই থাকিবলৈ নিদিব

  • @pranjalgogoi7894
    @pranjalgogoi7894 10 วันที่ผ่านมา

    ফাচী দিয়ক🙏

  • @satisdas8746
    @satisdas8746 16 วันที่ผ่านมา

    ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  • @durlavbaruah3953
    @durlavbaruah3953 20 วันที่ผ่านมา

    টকাতকৈ হাজাৰ গুণ ওপৰত আছে মানৱতা অথবা প্রকৃত প্ৰেম মৰম ভালপোৱা | অভিভাৱক সকলে নিজৰ মৰমৰ জিয়ৰী জনি ভালদৰে চাই বুজিহে বেলেগ এখন ঘৰলৈ দিব | তেওঁলোকৰ প্ৰেম এনেকুৱাই আছিলনে? ল'ৰা জনৰ উচিত শাস্তি হ'ব লাগে |

  • @ankurimaborah4119
    @ankurimaborah4119 24 วันที่ผ่านมา +14

    Sualibur olop tengor hobo lagibo, domestic violence hole direct eri dibo Lage husband ok. Financially independent hoi lobo lage biya huar agot!!

    • @nvnita
      @nvnita 24 วันที่ผ่านมา +1

      akdm moi anekwa situationr pra bsi ahixu 🥺💔

    • @ankurimaborah4119
      @ankurimaborah4119 24 วันที่ผ่านมา

      @@nvnita confidently thaka, xomaje ki koi tar uporot sinta nokori nije keneke nijok bhale rakhibo pari bhabibo n koribo Lage👍

    • @nvnita
      @nvnita 24 วันที่ผ่านมา +1

      @@ankurimaborah4119 hm hooi🥺

    • @doderefandang7136
      @doderefandang7136 20 วันที่ผ่านมา +2

      Right

  • @kusumbaruah2336
    @kusumbaruah2336 21 วันที่ผ่านมา

    আৰু কিমান মৰিব লাগিব এইদৰেই তাকে চাই থাকিম।😢

  • @Oukusvlogs
    @Oukusvlogs 24 วันที่ผ่านมา

    চৰকাৰে ন্যায় দিওক 🙏🙏🙏🙏🙏🙏

  • @TrishnadasTrishna
    @TrishnadasTrishna 23 วันที่ผ่านมา +1

    লম্পটোক ফাঁচি দিয়ক ইয়াক এৰিব নেলাগে

  • @jayanto-wi2ku
    @jayanto-wi2ku 20 วันที่ผ่านมา

    ইয়াৰ মাতা খাঁটি পেলালো হেঁতেন মই হলে 😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @abdulmotin7868
    @abdulmotin7868 19 วันที่ผ่านมา

    ভাল খবৰ

  • @user-mn9su8kc4s
    @user-mn9su8kc4s 16 วันที่ผ่านมา

    শাস্ত্ৰী পাওক ।

  • @monalishasaiki7842
    @monalishasaiki7842 25 วันที่ผ่านมา +5

    Jail dile bahiroloi ulai ahi. Sukhere kotabo,atia chualie Joni heruai ai dukhia Priti matri kanakoi jiai thakibo,ponkhik nyay diok,chorom sashtri hok ai kalpit tur

  • @arpanabaruah9992
    @arpanabaruah9992 25 วันที่ผ่านมา +11

    Fachihobolage

  • @user-yv5nw5if9u
    @user-yv5nw5if9u 13 วันที่ผ่านมา

    একো নহয় আজি লৈকে কাকো একো কৰা দেখা নাই দুমাহ এমাহৰ পিছত মোকলি আকাশত পিন পিনাই ফোৰিব চাব যদি নহয়।

  • @Konwarjahnavee
    @Konwarjahnavee 16 วันที่ผ่านมา

    Justice for Ponkhi

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc 17 วันที่ผ่านมา

    অতি সোনকালেই চয়তানটোক ফাঁচী দিব লাগে।মুঠতে বি জে পি
    চৰকাৰ থাকিলে একো নিয়াই নাপায়।। নতুন চৰকাৰ আহিলেহে
    কিবা এটা হব যেন লাগিছে।

  • @ShivaniBorah-ev7oe
    @ShivaniBorah-ev7oe 21 วันที่ผ่านมา

    ফাঁচী দিয়ক

  • @chinudutta9595
    @chinudutta9595 21 วันที่ผ่านมา

    তাকো ফাচী কাঠত ওলোমাই দি‌য়ক। জীৱন শেষ।

  • @DipaliBorah-yh4ky
    @DipaliBorah-yh4ky 22 วันที่ผ่านมา +1

    পংখী যিদৰে মাৰিলে । ঠিক সেইদৰে নীতিকেশ মৃত্যু দিব লাগে। তেতিয়াহে পংখী আত্মাই শান্তি পাব।

  • @leemaprodhani1306
    @leemaprodhani1306 18 วันที่ผ่านมา

    Bohut dukh lgil...Beleg sowali jonik pohoroloi anib lge .. karon ajoni sowali an ajoni sowalik keneke moriyai moriyai sesh korib pale ...

  • @GobinDas-fl4ws
    @GobinDas-fl4ws 12 วันที่ผ่านมา

    মাক বাপেকে গম পায়ে লৰা লৰিকৈ বিয়া পাতি দিছিল সেই জিনিক আনিব বুলি এইজনিক।দুখ মাক বাপেকৰ কাৰন ল'ৰাৰ মন নুবুজা কৈ নিজৰ সুখৰ বাবে ছাইছিল বাপেক মাকে এতিয়া থাকক সুখত

  • @karyum9963
    @karyum9963 17 วันที่ผ่านมา

    নীতিকেশক তাৰ গলা কঠিব লাগে।

  • @bulbulisarmah1530
    @bulbulisarmah1530 24 วันที่ผ่านมา +4

    সম্পত্তি চিনি পায সি শিক্ষক নে নৰ পিশাচ এজনী ছোৱালী ডাঙৰ কৰি উলিয়ায় দিয়া মাক দেউতাকে হে জানে কষ্ট কিমান সেই নৰপিশাচ জনক উচিত শাস্তি দিব লাগে 😂😂😂😂

  • @kukivlog4723
    @kukivlog4723 16 วันที่ผ่านมา

    ফাচি দিয়ক তাক