ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Bohut dhuniya hoise konmanir jonir acting aru aguwai jua tumaluk
Thank you Ratul.Plz share.
Moinajonir bbe saw moi....khub hundor avinoi tair❣️😘😘
Thank you Himanjana
Bahut val lagise... Moina janir abhinaye hriday jokari jai...
Thank you .
তোমালোকৰ কাহিনী বোৰ চাই বহু ভাল লাগিল। আপোনালোকে ভৱিষ্যত আগুৱাই যোৱা ভগৱানে মংগল কৰিব। ধন্যবাদ
কেশৱ আপোনাক ধন্যবাদ। আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, সাঁকো, মৰমে চিঞৰিছে, বদনামী ছোৱালী শিকলি চাইচে নে। যদি সময় পায় চাবচোন
Video to চাই বহুত ভাল লাগিছে 👌👌❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Thank you Jitu , we are inspired . Plz share.
ভিডিও টো বাস্তৱ ভিত্তিৰ আধাৰত ৰচিত হোৱা বাবে বহুত বেছি ভাল লাগিছে... আৰু মৰমৰ মইনা জনীৰ চকুলোঁ দেখি মোৰো চকুলোঁ ওলাই গ'ল..... লাভ ফ্ৰম গোৱালপাৰা অসম ।
ধন্যবাদ Daniel Defoe . তোমাক বহুত বহুত অভিনন্দন । মৰমৰ কণমানি মইনা জনীৰ অভিনয়ে যে তোমাক মোহিত কৰিব পাৰিছে, কণমানি জনীক মৰম আৰু আশীৰ্বাদ দি থাকিবা । তোমালোকৰ দৰে নিষ্ঠাবান, উদাৰ আৰু মহান ব্যক্তিসকলৰ শুভেচ্ছা ই হ'ল কণমানি মইনা জনী আগুৱাই যোৱাৰ মূল মন্ত্ৰ । শিশু টিৰ বাবে subscribe and share কৰি দিবা চোন । APS Darrang ৰ পৰা তোমাৰ জৰিয়তে গোৱালপাৰা জিলাৰ প্ৰতিজন লৈ আমাৰ শুভকামনা থাকিল ।
@@apsdarrang4974 আপুনি মোলৈ ৰিপ্লাই দিয়াৰ বাবে আপোনাক অলেখ ধন্যবাদ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল জনালোঁ ।
আমাৰ ফালৰপৰা তোমালৈ ৰঙালীৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো । নতুন বছৰৰ প্ৰতিটো কামেই যাতে তুমি সফলতাৰে সমাধান কৰিব পৰা তাৰ কাৰণে আমি ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ । ( Director ----- APS Darrang)
Bohut val lagise Sai dei 💕
আইজনি তুমাক বহুত বহুত মৰম আৰু আশিৰবাদ যাছিলে
ধন্যবাদ।আমি গ্ৰহন কৰিলোঁ।plz share.
Bohut vll lage sai oo apunalukar video bur😍
Thank you Manalisha . Please enjoy ত্যাগ, আৰু সাঁকো
নাটক খন ভাল লাগিল। ধন্যবাদ
ধন্যবাদ। আমাৰ শেহতীয়াকৈ দিয়া ছবি ---"চয়নিকাৰ চিঠি" চাবা চোন।
Bohut dhuniya acting korise . thanks.🙏
Short flim.khn sai bohot.vl.lagise
ধন্যবাদ ময়ূৰী , অনুগ্ৰহ কৰি share কৰি দিবা চোন ।
সচাকে বাস্তব যেন লগা এক কাহিনী
সুন্দৰ অভিনয়
Thank you so much Sampita, plz share.
কণমানি জনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🏵️💕
Lllllllllllllll
Bohut val lagil sai
ধন্যবাদ । Please share
Dhuniya lagise ❣️
Video sai vl lgil aru bonai juwa 🤟🥰
ধন্যবাদ ৰিপন । সহাৰি দি থাকিবা ।
Mojja hoise baa❤❤
Vl lgil sai
ধন্যবাদ । Please enjoy the another video where the child artist performs Very well
সুন্দৰ অভিনয়।।
Thank you for watching
Bahut dhunia lagil
Thank you Ankuma.. We are inspired . ( Director / Actor )
Hundor acting sobore
Thank you. Please subscribe and share
Bhal lagise
Tikili jonir ktha suni bhut val lagise
Thank you Hiranmayee . Tikli jonir বাবে share কৰি দিবা চোন ।
সুন্দৰ
Bht vl hoise
Thank you Runumani . Please share
অতি সুন্দৰ..
ধন্যবাদ Raku Da , Please subscribe and share.
Bahut dhuniA
Thank you.Plz Share.
Kaka are matineer acting ci xakoi calico oli gl . Emn natural . Kri thakak ami acho.
Val lagil.
Hundor horu swali jonik loi like comment share subscribe korisu🤗😍❤️
ধন্যবাদ দেবীকা । তোমাক বহুত বহুত ধন্যবাদ ।
Bhut val lagise
ধন্যবাদ নীৰা । আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া এই দুখনো চোৱা চোন ।
Moja lagise
Thank you Beauty . Please subscribe and share
Vl lagil
Thank you so much. Plz share.
Mojja ❤️
Thank you. Please share
কণমানি জনীৰ অভিনয়ে হৃদয় স্পৰ্শ কৰি গ' ল
ধন্যবাদ উদদীপন । Please share for Maina .
Duk lagsa 😭😭😭😭bhut
Thank you Atikur . আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, সাঁকো, মৰমে চিঞৰিছে, দহন, দূৰে-দূৰে ওচৰতে, বদনামী ছোৱালী, শিকলি চাইচানে যদি সময় আছে চাবাচোন ।
সুন্দৰ উপস্থাপন 🥺
ধন্যবাদ কংকনা,plz share.
Nice video 👍👍👍
Mojjjjjjjaaaaaaaa
Thank you Papari . Vle acha ne!
@@apsdarrang4974 umm asu aru apuni
Nice 👍👍
❤️❤️❤️
Mojaaa
Thank you
Dada maina aru koka apunalukor acting hosa koi bohut bohut besi val lage de 🥰🥰 aru aguwai jawk apunaluk ☺️ god bless you 😚 ❤️ dada maina joni kun class t pohi ase nu ? pleze reply dibo sun aru apunar ghor kot kobo sun ❤️❤️
ধন্যবাদ ইলা । মইনা জনী ২য় শ্ৰেণীত পঢ়ি আছে ।নাম তাইৰ Bismita . আমাৰ ঘৰ দৰঙৰ দলঙঘাট ত । তোমাৰ ক'ত ?
Mur ghor majuli t 🥰
Bohut val lage apunak 🔥🔥
Apuni ki pohi ase dada
Dada reply diya na pleze 😔😔
👍👍👍👍
Nice video
Thank you Nayan . Please share
Thank you.Plz share..
Nice story
Thank you Binoy Please share
Suwalijoni Mor vaginjonir dare lagise Bahut marom moina
Thank you Gorima . কণমানি জনীয়ে কৰা আন বহুতো ছবি , ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, দূৰে-দূৰে ওচৰতে, আঘাত, শিকলি মহীয়সী চাবাচোন
👌👌👌👌👌
Thank you . Please share
Nice Video ❤️❤️❤️❤️❤️
Thank you Nitumoni , plz share.
Thank you Nitumoni. Your comment's. encourage us.
মওৰমআইনআতকভআললআগইছএ
👍👍
Thanks.Plz share.
@@apsdarrang4974 oky
Nice
Thank you Tarok Azizar, plz share.
Part 2 lge
কাকু , তুমি " দেউতা " খন চাইঢানে নাই ? যদি চোৱা নাই চোৱা চোন ।
Nice...😢
Thank you. Kumar sir.
👌🏻
Thank you plz share
5
Moja plzz muk sobe like comment subscribe and share kora
09
নমিতা তোমাক ধন্যবাদ । Please share
চাই ভাল পালু