Kona simolu r bisoye khub dhunia koi bujai kola jani val lagil ..... agte siniu pua nasilu .... atiar pora siniu pam.... khub pryoujonio kona simolou bon.... thanks for sharing baa
(1). Pusyanug churna- 1 teaspoon with warm water after meal (2). patrangasav 3 teaspoon+ ashokarista-3 teaspoon with 6 teaspoon water 2 times daily after meal 2 months khuwa. ইয়াৰ দিহাবোৰ কৰি চোৱা লগতে
Val lagil see again
ভিডিঅ'টোৰ পৰা বহুত জানিব পাৰিলো বা।
ধন্যবাদ জনালোঁ
Kona simolu r bisoye khub dhunia koi bujai kola jani val lagil ..... agte siniu pua nasilu .... atiar pora siniu pam.... khub pryoujonio kona simolou bon.... thanks for sharing baa
ধন্যবাদ জনালো। সেয়েহে সুধিলোঁ চিনি পায়নে বুলি। কাৰণ বহুতেই চিনি নাপায়।একেবাৰে সাধাৰণ বনৌষধি
Big lk 30 👍
Bht dhuniya vdo ma'ma 🙏 thank you for sharing 💞❤️❤️
ধন্যবাদ জনালো😍😍🙏
Baidew val lagil
Very useful video ❤️aji he ai Kotha tu gom paisu👌👍
ধন্যবাদ জনালো
Very useful information 👌👌👍
Bhal lagil bohu kotha janilu💕
Thanks dear Dr ❤️❤️
Many many thanks to you for watching my videos
Once again with a very helpful, useful vlog. 👍👍
Thanks Dr. 😍😍
Stay in touch🌻
Thank you so much dear. Always you encourage me a lot😍
সুন্দৰ ভিডিঅ।বহু কথা জানিব পাৰিলো।সদায় কোৱাৰ দৰে আজিও কৈছো আপোনাৰ ভিডিঅ পৰা বহুত শিকিছো।এই বনৌষধিবিধ আমাৰ ধেমাজি ঘৰত আছে।ইয়াৰ উপকাৰিতা বিষয়ে জানিব পাৰি ভাল লাগিল।
ও আমাৰ ফালে বহুত আছে এইবিধ বনৌষধি। খাওঁ তাত গ'লে। নহৰু দি ভাজি খাবলৈ খুব ভাল লাগে। ধন্যবাদ জনালো
@@DrRaineesHealthyWay hmm bohut ase
Bohut dhunia kotha hikilu, logote gosjupau sini palu👍
আন্তৰিক ধন্যবাদ জনালো
Khub informative 👍 bohut xohai hobo xokolure bohut dangor problem eitu..
ধন্যবাদ জনালো
Thanks for your informative video.
ধন্যবাদ জনালো
Hundor aji protom gom plu
ধন্যবাদ জনালো
Dhanyabad baideo poramorko diyar babe
ধন্যবাদ জনালো আপোনাকো
Nojona kotha janilu khub bhal lagil ❤🙏
ধন্যবাদ জনালো বা
গুৰুত্বপূৰ্ণ ভিডিঅ' বহুত নজনা কথা জানিব পাৰিলো.......you are totally awesome ba.........
বহুত বহুত ধন্যবাদ জনালো তোমাক
hodai vl lge aapunar vdo..bht kotha jnibo paru aru kothahiniu khub dhunia k clearly koi j bht vl lge🙏
Thank you so much dear for such a beautiful compliment. Stay connected 😍🙏
Bohut vl lagilea
ধন্যবাদ জনালো
গুৰুত্বপূৰ্ণ ভিডিঅ' বহুত নজনা কথা জানিব পাৰিলো👍।।ভাল লাগিল ❤
ধন্যবাদ জনালো দেই। 😍😍😍
Xundor aru val lagil baideou
ধন্যবাদ জনালো
Thank you so much ma'am mor bohut bosoror pora bemartu hy asil atya val hy gol🙏🙏
Great news👌
Xondor 💛 baa vll lgla dei ❤️
Useful 💙
ধন্যবাদ জনালো
ধন্যবাদ বাইদেউ ম ই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ মোৰ হৈ আছে নিশ্চয় ভাল পাম চাগে
নিশ্চয় খাই চাব পাৰি ব
অসমত পোৱা বেছিভাগ গছ লতাই কিবা নহয় কিবা কামত আহে.. কণা শিমলু কথা জানি ভাল লাগিল... আমি বন শাক প্ৰিয়ে খাওঁ...
ও খাব লাগে এইবোৰ বনশাক। বহুত গুণ আছে এইবোৰৰ। মন্তব্যৰ বাবে ধন্যবাদ জনালো
Konahimolu khai buli jonai nasilu moi....aji vale khini kotha janibo parilu tumar vdo r jugedi thnq baa😘
আন্তৰিক ধন্যবাদ জনালো
ভাল লাগিল।share কৰি দিছো😊
হয় নেকি দিয়েৰ। ধন্যবাদ জনালো🙏😍
ভাল লাগিল বাইদেউ
Thank you so much
Post tu bohut bhal lagil
ধন্যবাদ জনালো তোমাক
সুন্দৰ ভিডিও বা সৰুতে মায়ে কেতিয়াবা ফোঁহা হলে লগাই দিছিল আঠা খিনি উলিয়াই । 🥰
হয় নেকি। জানি ভাল লাগিল
Bhal lagil❤️
Thank you so much
Wow good information
ধন্যবাদ
ভাল লাগিল
ধন্যবাদ জনালো
সকলোখিনি ভালকৈ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ বা জানিব পাৰিলো
ধন্যবাদ জনালো দেই😍
অশেষ ধন্যবাদ বাইদেউ
ধন্যবাদ জনালো
খুব উপকাৰী ভিডিঅ দিলা... ভাল লাগিল
ধন্যবাদ জনালো
Val lagil baa. ❤❤
ধন্যবাদ জনালো
Thanku you mam
Thank u
Bhal lagil sai
ধন্যবাদ জনালো
আমাৰ চকুত আচীনা উঠিলে আগতে মায়ে তাৰ আঠা ওলাই চকুত লগাই দিয়ে video2 ভাল লাগিল বা
ও গাঁৱলীয়া চিকিৎসা পদ্ধতিত এইবোৰ বনৌষধি বহুত ব্যৱহাৰ হয়। তোমাক ধন্যবাদ জনালো
@@DrRaineesHealthyWay মোৰ মাহেকীয়া পেট বিষ3-4 বাৰ স্কুলত থাকোতে হৈছিল এই বিষ প্ৰসৱ বেদনাত কে কোনো গুণে কম নহয় মোৰ আইতাই মাক কিবা গছৰ ছাল (নাম আজিলৈকে নকলে )থেতেলাই খুৱাব কলে 3দিনৰ দিনা খুৱালে আজিলৈকে একো প্ৰব্লেম নাই
@@jyotismitadeka8813 দেখিছা তেওঁলোকে কিমান কথা জানিছিল। কেনেবাকৈ সেইবোৰ বন দৰব সংৰক্ষণ কৰিব পৰা হলে
@@DrRaineesHealthyWay হয় বা ঠিক কৈছে
Assmess insulin plant tu ki buli kua hoi kono suun
Good.mem..🙏
ধন্যবাদ
Kona himolu r upokaritar bikhoye jani bohut vl lagil
Thanks so much
Very nice❤💜👌👌
Thank u
গছডাল ভালকৈ দেখুৱাব লাগিছিল
বহুত 2ধন্যবাদ
Thank you so much
ভাল লাগিল বাইদেউ। সুন্দৰ পৰামৰ্শ ।
Good
Thank u
47 lk vl lagil kotha bur jani vl lagil mem mur video u sabo moi aapunar video xokolu burei sau
Thank you
বহুত দৰকাৰী কথা। ভাল লাগিল। কিছুমান নজনা কথা জানিব পাৰিলো।
Thank you so much dear
কনা শিমলু চিনিপাও,দ্ৰব্য বিষয়ে জানিব পাৰি ভাল লাগিল 😍
Thank you
Ma'am moi TH-cam t apunak dekhisu ..... Apunar vedios bur Val laga.... Apunak log koribo khuju as a patient.... Apunak kot log Pam???
Thank you so much dear . Guwahatit log pabo .7399114617 Mobile no
বহুত কথা শিকিলোঁ ভিদেওটোৰ মাজেৰে
ধন্যবাদ জনালো বা
Jomlakhuti ki hoi o baideu
Himoglobin ru tezr babe ki khbo lgb mem
ডালিম , মধুৰী, বিত ,পালেং ভাল
Baideau vitiligo r diet r kotha jona bosoon logote votiligo r bonwosodh
VL lagil
Very useful video
mur video bur Saba sun
ও ভাল লাগিল দেই। চাও ৰবা
বহুত ভাল লাগিল ৰেইনি বা মই আপোনাক মেচেনজাৰত মেচেজ এটা দি থৈছো
ধন্যবাদ জনালো
Mam mur bhout dinor pora dhatu bamar hoiase bhout medicine loisu kintu val puwa nai apuni ata val upaia dibo soon
(1). Pusyanug churna- 1 teaspoon with warm water after meal
(2). patrangasav 3 teaspoon+ ashokarista-3 teaspoon with 6 teaspoon water 2 times daily after meal
2 months khuwa. ইয়াৰ দিহাবোৰ কৰি চোৱা লগতে
Mem mor bakhanta hoise atya alp alp kala parib dharise kin2 val koi kala para nai..ki karib lagib plzz janabo son 🙏🙏🙏
ক'লা তুলসী, পদিনা আৰু নিমপাত পিচি লগাব। ৰাতি boroplus লগাব
Soru Kona himoli bon hole w hob ne baidoo
baido reply to dib buli akha thakil🙏🙏
Um duyutai Val. Use koribo paribo
@@DrRaineesHealthyWay thank you so much mamm,🙏🙏
bohut njona kotha hikilu baa anekua dorop ghrte pua jai khaboloi u hubidha hoi..
Thank you so much
Jomla khutir aalu mane ki aitu buji puwa ni mem
ধাতুৰোগৰ video এটা আছে মোৰ তাত ফটো দিছিলো। চাবচোন দেই
Ba mur bogasrab hoi thke 1 ye mna hol ...humio medicine khisu kintu Aku lav hua ni
আয়ুৰ্বেদিক চিকিৎসা কৰিলে ভাল হয়
ভাল লাগিল জানি
ধন্যবাদ জনালো বা
বাইদেউ পেচাবৰ ভিতৰত জলাপুৰাকৰা আৰু বিসালে কি কৰি লাগে কব চোন
এটা video আছে চাবচোন। থেকেৰা চৰবত খাব। আৰু এলোভেৰা বা ছালকুঁৱৰীৰ ভৰণ দিব নাভিত। এলোভেৰা জুচ, নাৰীকল পানী, তৰমুজ ভাল। বুটৰ লগত তালমিছিৰি তিয়াই চৰবত খালেও ভাল। দুই তিনিখিলা পাতে গজাৰ ৰস খাব পাৰে মাজে মাজে
thanks bydo
ধন্যবাদ জনালো
গুৰুত্বপূৰ্ণ কথা জানিলো | কণা শিমলু চিনি পাও যদিও উপকাৰিতা জনা নাছিলো |
বহুত দিনৰ মূৰত দেখা পালো আপোনাক। ভাল লাগিল। ধন্যবাদ জনালো দেই
Jomlakhuti ki bugi Piya nai
এটা video আছে চাবচোন দুপৰটেঙা, যমলাখুটি এনেদৰে আছে
বাইদেও খোৱা নিয়ম টো কবনে?
নহৰু দি ভাজি খাব পাৰে। নাইবা সৰু একোছা লৈ খুন্দি তাৰ ৰস একাপ পানীত অকণমান তাল মিচিৰী দি খাব
বাইদেও দুটা বস্তুু চিনি পাইছু কিন্তুু মিচিৰি কি সেইটোহে মই বুজি নেপালো
তালমিছিৰি বা বগা মিছিৰি
Pelu hole ki hoi aru ki khabo lage jonabosun
পেলুৰ দৰব খাব লাগে ছমাহ এবছৰ মূৰত। এনেই আনাৰাস, তিতা খাদ্য ভাল। আৰু লগতে নাৰিকল আৰু চেনী খালেও সৰু লৰা ছোৱালীৰ কৃমি পেলু ওলায়
ময়ো চকুত আজিনা লগায় পাইয়ছু
Mam bonosadhi boror picture dila bhal hoy.
আছে এনেকুৱা কেইবাটাও video চাব পাৰিব চেনেলত। ধন্যবাদ
Hello Baidu apulo phon number dib neki ..kotha patim
টিওমাৰ বেমাৰ কাৰনে গাওলিয়া ঔষধ আছেনেকি জনাব ।
ৰিপৰ্ট বোৰ চাইহে কব পাৰিম। আয়ুৰ্বেদিক চিকিৎসাত সুফল পোৱা যায় কিছুমান টিউমাৰ ত
যমলাখুটিৰ আলু মানে কি হয় বাইদেউ
যমলাখুটি এবিধ বনৌষধি। তাৰ শিপা আলুৰ দৰে
পায়খানাৰ লগত শাৱ গলে কি খাব লাগে
কুমলীয়া ডালিম খুন্দি অকণমান ৰসৰ লগত ক'লা নিমখ দি খাব পাৰি। নাইবা ডালিম আৰু মধুৰী পাতৰ ৰস তো তেনেকৈ খাব পাৰি
Jom lakhuti kenekuwa baideo
Thumbnail ত আলুৰ ফটো আছে। মই বাৰু দেখুৱাম
Ooo..thank you 😊😊
Jomlakhu kenenekua cni napao baideu parile video ata bonabosun
Sure বনাম এটা। ধন্যবাদ
মহেকীয়া সঘনা য় হলে কি খাৱ লাগে ? বাইদউ
Ayurvedic treatment কৰিব পাৰে দেই। দুবৰি বনৰ ৰস ভাল, কিন্তু কি কাৰণে বেমাৰটো হৈছে জানিলে সুবিধা
সকলোৰে সুবিধা হোৱাকৈ তোমাৰ post বোৰ আৰু সৰুতেই দেখা আমাৰ ঘৰত বহুত আছিল , বহুত কথা শিকি গৈ আছোঁ
আন্তৰিক ধন্যবাদ জনালো
Jomoloa khuti mna ki
এবিধ বনৌষধি। আলু নিচিনা থাকে মাটিৰ তলত। এটা video আছে স্থলপদ্ম যমলাখুটি বুলি চাবা
@@DrRaineesHealthyWay tumar gotei bur video saisu Tumi video tur link tu deba sun
Mahekiya houte pet kio bikh hoi ,pet bikhr ঘৰুৱা উপাই আছে নি,,,,পেট বিষ হলে hontan nohoi ni..plzzz
মাহেকীয়া সময়ত পেট বিষৰ video আছে চাবচোন।ঘৰুৱা দিহা আছে
বা যমলাখুটি আলু কি চিনি নাপাও ক'ব নেকি কেনেকুৱা আলু কি গছৰ আলু please jonab sun ai2 problem mur hoi ase bahot kiba kibi khaisu vl hua nai 😔
Video এটা দিম বাৰু
@@DrRaineesHealthyWay ok TQ baa ❤️
সোহনি বন কাক কয়
আছে এটা video দিম community পোষ্ট এটা
Jom,lakhute,alu,ke
গাওঁত ব্যৱহৃত দৰৱ | ১০১ টা শাকৰ নামবোৰ জনাবচোন |
ধন্যবাদ জনালো। আছে দিম
Baa apunar nambar2 dibsu
7399114617
চিনি পাও শাকৰ লগত ভাজি খাও
ভাল দেই বহুত
Xak bidhor photo dbo sun,cini napau
আছে এটা video
বাইদেও খালি পেতত খাব লাগেনে,নে যিকোনো সমত খালে হয়
খালি পেটত বেচি ভাল। নহলে খোৱাৰ দুই ঘণ্টাৰ আগত খাব
ভাল লাগিল
ধন্যবাদ জনালো
ময়ো চকুত আজিনা লগায় পাইয়ছু
ভাল লাগিল
ধন্যবাদ জনালো
ভাল লাগিল